text
stringlengths
0
188k
শীত কালত আপোনাক গৰম কৰি ৰাখিবলৈ কেইবিধমান আশ্চৰ্যক...
Reliance Retail Recruitment 2021 – 40 Jio Mart Ser...
Traffic Signs and Road Safety - যানবাহনৰ চিহ্নবোৰ ...
Traffic Signs and Road Safety In Assamese Question...
IBPS Clerk Recruitment 2021 – 5830 Vacancy, Apply ...
Nokia T20 tablet with 10.4-inch 2K display, 8,200m...
Best Power Bank under 1000 In India (Oct 2021), 18...
SBI PO Recruitment 2021 – 2056 Probationary Office...
Mission Basundhara – Assam Land Records Online Upd...
Assam Rifles Recruitment 2021 – 1230 Technical & T...
Best Action Cameras 2021 - Under 55000
► September (27)
► August (19)
► July (17)
► June (11)
► May (9)
► April (5)
► March (6)
► February (5)
► January (7)
► 2020 (50)
► December (5)
► November (12)
► October (7)
► September (2)
► August (3)
► July (3)
► June (1)
► May (9)
► April (1)
► March (2)
► February (5)
► 2019 (93)
► December (4)
► October (1)
► September (1)
► August (1)
► July (6)
► June (10)
► May (16)
► April (10)
► March (18)
► February (4)
► January (22)
► 2018 (34)
► December (26)
► November (2)
► October (3)
► September (3)
Translate
Total Pageviews
Pages
Home
Copyright © AsomiyaGFX.in :: Assamese Blog, Jobs in Assam, Assamese Font, Helth Tips, Assamese Graphics Designe<eot>নগাঁৱৰ ৰাষ্টীয় ঘাই পথৰ কাম সম্পূৰ্ণ নোহোৱাকৈ ৰহা টোলগেট আৰম্ভ কৰা চৰকাৰৰ এই হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে বিভিন্ন দল-সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰিছে।
১২ জুলাইৰ পৰা টোলগেটখনত কৰ সংগ্ৰহ আৰম্ভ কৰাৰ পাছতে জাতীয় দল-সংগঠন জাঙুৰ খাই উঠিছে। টোলগেট মুকলিৰ প্ৰাকমহুৰ্তৰ পৰা আজি পৰ্যন্ত বিভিন্ন দল সংগঠনে ৰহাত প্ৰতিবাদ সাব্যস্ত কৰি পৰিৱেশ উত্তাল কৰি আহিছে। কিন্তু ইয়াৰ পাছতো ৰাজ্য চৰকাৰে টোলগেট বন্ধৰ বাবে লোৱা নাই কোনো ব্যৱস্থা।
সেয়ে চৰকাৰৰ এই কঠোৰ সিদ্ধান্তৰ বিৰুদ্ধে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু কৃষক মুক্তি সংগ্ৰাম সমিতি, অসমে অহা ২২ জুলাইত ৰহা টোলগেটত কেন্দ্ৰীয়ভাৱে সাব্যস্ত কৰিব তীব্ৰ প্ৰতিবাদ।
উল্লেখ্য যে ৰহাৰ টোলগেট আৰম্ভ কৰি নগাঁও জিলাৰ লগতে সমগ্ৰ অসমবাসী ৰাইজকে যি মাধমাৰ শোধাইছে তথা অতিৰিক্ত কৰৰ বোজা জাপি দিয়া কাৰ্যৰ বিৰুদ্ধে নগাঁওবাসী হিচাপে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব লাগিব আৰু ৰহাৰ টোলগেট বন্ধ কৰিব লাগিব।
সংবাদ মাধ্যমক এই কথা জানিবলৈ দিয়ে নগাঁও জিলা যুৱ ছাত্ৰ পৰিষদ সমিতিৰ সভাপতি, সাধাৰণ সম্পাদকৰ লগতে কৃষক মুক্তিৰ নগাঁও জিলা সমিতিৰ সভাপতি আৰু সাধাৰণ সম্পাদকে।
উল্লেখ্য যে ২২ জুলাইত ৰহা টোলগেটত হ’বলগীয়া প্ৰতিবাদ কাৰ্যসূচীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় নেতৃত্বৰ লগতে কৃষক মুক্তিৰ উপদেষ্টা অখিল গগৈও উপস্থিত থাকিব বুলি জানিবলৈ দিয়ে।
Recent News
Oxford English Dictionary: ২০২২ চনৰ ‘বছৰটোৰ শব্দ’ ঘোষণা কৰিছে অক্সফৰ্ড অভিধানে; শব্দটো কি?
ৰেগিং কৰাৰ বাবে শিলচৰৰ ১৪ জন দন্ত চিকিৎসা মহাবিদ্যালয়ৰ শিক্ষাৰ্থীক হোষ্টেলৰ পৰা বহিস্কাৰ
ছাত্ৰীক দুবছৰ ধৰি ধৰ্ষণ শিক্ষকৰ! মুখ খুলিলে গোটেই পৰিয়ালকে শেষ কৰি দিয়াৰ ভাবুকি
FIFA World Cup 2022: খেলপথাৰলৈ ঘুৰি আহিল চাম্বাৰ ছন্দ! দক্ষিণ কোৰিয়াক বিদায় দি কোৱাৰ্টাৰ ফাইনেলত ব্ৰাজিল
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই...
উদ্বোধনী অনুষ্ঠানত মিঃ ফাৰুক চৈয়দ ,প্ৰপ্ৰেইটাৰ, কাবাব এক্সপ্ৰেছে কয়, “আমি গুৱাহাটীৰ লোকসকলৰ বাবে সৰ্বশ্ৰেষ্ঠ কাবাবৰ অভিজ্ঞতা আনিব বিচাৰো। আমাৰ খাদ্য সৰ্বশ্ৰেষ্ঠ উপাদান আৰু যুক্তিসঙ্গত মূল্য ব্যৱহাৰ কৰি তৈয়াৰ কৰা হয়l আমাৰ চহৰখনৰ কিছুমান শ্ৰেষ্ঠ কাবাব ৰান্ধনী আছে, যত সকলো বয়সৰ লোকৰ বাবে এক প্ৰশস্ত পৰিৱেশ আছে , গুৱাহ...
জিএনবি ৰোডৰ আমবাৰী ত অৱস্থিত কাবাব এক্সপ্ৰেছ, বিহু ৰেভেলাৰ সকলে তেওঁলোকৰ বন্ধুবৰ্গ আৰু পৰিয়ালৰ সৈতে সকলো নিয়ম বজাই ৰাখি এক স্বাস্থ্যকৰ ছেট আপত তেওঁলোকৰ প্ৰিয় কাবাব উপভোগ কৰিবলৈ সক্ষম হ’ব।
কাবাব এক্সপ্ৰেছ বন্ধুত্বপূৰ্ণ কৰ্মচাৰীৰ দ্বাৰা ইয়াৰ সেৱাৰ বাবে বিখ্যাত যি আপোনাক সহায় কৰিবলৈ সদায় সাজু থাকে। এই উৎসৱটো ২৩ জানুৱাৰী ২০২২ তাৰিখে সমাপ্ত হব l
Share FacebookTwitterWhatsAppEmailPrint
Prev Post
Project Insurance Coverage for Numaligarh Refinery Expansion Project finalized with consortium led by New India Assurance Company Limited<eot>মেষ : (অ,আ, ল)- শৰীৰৰ সু-স্বাস্থ্যৰ যোগ। মানসিক ক্ষেত্ৰত শুভ কাৰক। ব্যৱসায়ত উন্নতি হ’ব৷ কৰ্মত ব্যস্ততা বাঢ়িব। ভ্ৰমণত সাৱধান হ’ব। বন্ধুৰ সৈতে মিলন হ’ব।
বৃষ (উ,ই,ব)-ভ্ৰমণ হ’ব পাৰে৷ কৰ্মস্থান শুভ। মনৰ আশা পূৰণ হ’ব। আজিৰ দিনটোত স্বাস্থ্য ভালে থাকিব।
মিথুন (ক,ছ)- অফিচত আনৰ সহায় সহযোগিতা লাভ কৰিব৷ আৰ্থিক দিশক লৈ চিন্তিত। মানসিক শান্তি ভংগ হ’ব পাৰে।
কর্কট (ড,হ)- শুভ সংবাদ লাভ কৰিব৷ বিদ্যার্থীৰ মনৰ উৎসাহ হ্রাস পাব পাৰে। শিল্পী, সাহিত্যিক, সংবাদকর্মী, ৰাজনীতিক আৰু সমাজকৰ্মীৰ সফলতা লাভ। কর্ম, বাণিজ্য আৰু আর্থিক ক্ষেত্রত শুভ কাৰক হ’ব।
সিংহ (ম,ট)-আয় বৃদ্ধি পাব৷ প্ৰেমত শান্তি। মানসিক আৰু পাৰিবাৰিক দিশত কিছু সুখ-শান্তি থাকিব। শিল্প, সাহিত্য-সংস্কৃতি আৰু সমাজকৰ্মৰ লগত জড়িত সকলৰ কিছু লাভৰ যোগ।
কন্যা (প,থ,ঠ)-শৰীৰৰ প্ৰতি গুৰুত্ব দিব। মনত কষ্ট পাব। আপুনি কামক লৈ সজাগ হোৱাটো ভাল হ’ব। আত্মীয়ৰ সৈতে মিলন। এলাহ ভাব দূৰ হ’ব।
তুলা (ৰ,ত)-দিনটো শৰীৰৰ শুভ কাৰক হ’ব যদিও পাৰিবাৰিক ক্ষেত্ৰত মনৰ অশান্তি হ’ব পাৰে। প্রেম-প্রীতিত অশান্তি থাকিব। আর্থিক আৰু কর্মক্ষেত্ৰত পৰিশ্ৰম বৃদ্ধি হ’ব।
বৃশ্চিক (ন,য)- প্ৰেম, সাংসাৰিক দিশত সুখ-শান্তি থাকিব। সাহিত্য, সংস্কৃতি, ক্রীড়াত জড়িত লোকে উন্নতিৰ ক্ষেত্ৰত সুযোগ-সুবিধা পাব। কৰ্ম, বাণিজ্য আৰু আৰ্থিকত কিছু সুফল লাভ হ’ব।
ধনু (ধ,ভ)- সন্মান বাঢ়িব৷ বস্তু হেৰাব পাৰে,সাৱধান হওক। খৰচ হ্ৰাস হোৱাৰ যোগ দেখা যায়। প্ৰেমত দূৰত্ব বাঢ়িব।
মকৰ (খ,জ)- আজিৰ দিনটো শৰীৰৰ সুস্থ হৈ থাকিব। বন্ধু আৰু পৰিয়ালৰ লগত মতানৈক্য হ’ব পাৰে। প্ৰেম আৰু পাৰিবাৰিকত কিছু অশান্তি হ’ব পাৰে। শিক্ষাৰ্থীৰ মনৰ সন্তুষ্টি লাভৰ যোগ। ৰাজনীতিক আৰু সমাজকর্মীৰ চিন্তা বাঢ়িব।
কুম্ভ (গ,শ,স)- শাৰীৰিক ক্ষেত্ৰত শুভ। মনৰ অশান্তি বৃদ্ধি হ’ব পাৰে। প্ৰেম আৰু সাংসাৰিক দিশত মধ্যমীয়া হ’ব। শিক্ষার্থীৰ অধ্যয়নৰ প্ৰতি ধাউতি বাঢ়িব। সাহিত্য, সংস্কৃতিত যুক্তসকলৰ অস্থিৰতাৰ মাজতো সফলতা লাভৰ যোগ। আর্থিক, বাণিজ্য আৰু কৰ্মক্ষেত্ৰত শুভ কাৰক।
মীন (দ,চ)- ৰাজনৈতিক ব্যক্তিৰ সফলতাৰ যোগ। কৰ্ম, বাণিজ্য আৰু আর্থিক দিশত কিছু লাভ পাব। ঘৰলৈ আলহী অহাৰ যোগ দেখা যায়৷ প্ৰেমত সংঘাত।
Related
Horoscope: আজিৰ দিনটো আপোনাৰ কেনেদৰে পাৰ হ’ব?
Horoscope: আজিৰ দিনটো আপোনাৰ কেনেদৰে পাৰ হ’ব?
Horoscope : আজিৰ দিনটো আপোনাৰ কেনেদৰে পাৰ হ’ব?
Subscribe to EastMojo Assam
Enter your email address to receive notifications of new stories by email.
Email Address
Subscribe
{{#message}}{{{message}}}{{/message}}{{^message}}Your submission failed. The server responded with {{status_text}} (code {{status_code}}). Please contact the developer of this form processor to improve this message. Learn More{{/message}}
{{#message}}{{{message}}}{{/message}}{{^message}}It appears your submission was successful. Even though the server responded OK, it is possible the submission was not processed. Please contact the developer of this form processor to improve this message. Learn More{{/message}}
Submitting…
Join 6,594 other subscribers
Tagged: Horoscope
Leave a comment
Leave a Reply Cancel reply
Show more
Search for:
Search