text
stringlengths
0
188k
Sort by Relevance Newest first Oldest first
Trending News
জাপান (১) বনাম ক্ৰোৱেচিয়া (৩): বিশ্বকাপৰ Tactical Analysis
২৮ সংখ্যক কলকাতা আন্ত:ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱলৈ নিৰ্বাচিত অসমীয়া ছবি ‘অকমান’
উচ্চতম ন্যায়ালয়ত নাগৰিকত্ব সংশোধনী আইনৰ বৈধতাক লৈ শুনানি
পূৰৱী ডেইৰীৰ বিতৰক ৰঞ্জিত বৰা হত্যাকাণ্ডৰ লগত জড়িতৰ সন্দেহত আটক এজনক
জল জীৱন মিছনত নিযুক্তি সৃষ্টি
Latest News
ঘোষণা হ’ল ২০২২ বৰ্ষৰ সাহিত্যিক পেঞ্চনৰ তালিকা December 6, 2022
জল জীৱন মিছনত নিযুক্তি সৃষ্টি December 6, 2022
জাপান (১) বনাম ক্ৰোৱেচিয়া (৩): বিশ্বকাপৰ Tactical Analysis December 6, 2022
নগাঁও মহাবিদ্যালয়ত বিশিষ্ট সাহিত্যিক উপেন্দ্ৰ বৰকটকীলৈ সাহিত্যচাৰ্য যজ্ঞেশ্বৰ শৰ্মা সোঁৱৰণী বঁটা December 6, 2022
সোণাৰি থানাত সতীৰ্থক গুলীয়াই হত্যা আৰক্ষী কনিষ্টবলৰ December 6, 2022
YouTube
Facebook
Twitter
Instagram
LINKS
অসম | কলা-সংস্কৃতি | ক্ৰীড়া | জীৱনশৈলী | দেশ-বিদেশ | মনোৰঞ্জন | মুখ্যপৃষ্ঠা | ইষ্ট ম’জ’ বিশেষ | চাকৰি | ভিডিঅ | Grievance Redressal<eot>এখন ছেলফিয়েই কাল হ'ল এটা চোৰৰ বাবে। প্ৰথমে ছেলফি আৰু তাৰ পিছত চুৰি। যোৰহাটত সংঘটিত হৈছে এই আমোদজনক ঘটনা। ছেলফি চাই এতিয়া চোৰৰ সন্ধানত নামি পৰিছে ভুক্তভোগী ব্যৱসায়ী।
যোৰহাটত এতিয়া চৰ্চা চলিছে এই এটা চোৰ, এটা মোবাইল আৰু এখন ছেলফিক লৈ। ঘটনা অনুসৰি, বুধবাৰে যোৰহাটৰ জেবি ৰোডৰ জে কে বেগ হাউছ নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানটোত উপস্থিত হয়হি এজন গ্ৰাহক। গ্ৰাহকজনে ক্ৰয় কৰে এটা বেগ। কিন্তু ইয়াৰ পিছত গ্ৰাহকজন পুনৰ আহে দোকানখনলৈ।
পুৱাৰ প্ৰথম গ্ৰাহকগৰাকীক ভগৱান জ্ঞান কৰি দোকানৰ গৰাকীজনে গ্ৰাহকজনক চাহ মিঠাইৰে আপ্যায়নো কৰে। কিন্তু গ্ৰাহকৰ বেশত অহা লোকজনে ব্যৱসায়ীজনৰ মোবাইলৰ পৰা ফোনকল এটা কৰোঁ বুলি মোবাইলটো বিচাৰে। আৰু ইয়াৰ পিছতে ফোন কৰাৰ ছলেৰে মোবাইলটো লৈ উধাও হয় লোকজন।
কিন্তু ইয়াৰ পিছতে কাহিনীলৈ আহে ক্লাইমেক্স। কাৰণ চোৰৰ দিন বেয়া আছিল। চুৰিকাণ্ডৰ বলি হোৱা ব্যৱসায়ীজনৰ আছিল এটা বিশেষ চখ। তেওঁৰ দোকানলৈ অহা প্ৰায়বোৰ গ্ৰাহকৰে অনুমতি সাপেক্ষে ছেলফি মাৰি ফেচবুকত আপলোড কৰিছিল। আৰু বুধবাৰে পুৱা প্ৰথমবাৰ গ্ৰাহকৰ ৰূপত অহা চোৰটোৰো ছেলফি মাৰি ফেচবুকত আপলোড দিছিল ব্যৱসায়ীজনে।
"মই মোৰ দোকানলৈ অহা বহু গ্ৰাহকৰে অনুমতি সাপেক্ষে ছেলফি মাৰি ফেচবুকত দিওঁ। ই দোকানখনৰ পাব্লিচিটিত সহায় কৰে। মোৰ মোবাইলটো চুৰ কৰি নিয়া গ্ৰাহকজনৰো মই ছেলফি লৈ ফেচবুকত দিছিলোঁ । এই ফটোখনৰ দ্বাৰাই এতিয়া যুৱকজনৰ সন্ধান উলিয়াব পৰা যাব।" -ভুক্তভোগী ব্যৱসায়ীজনে এনেদৰে কয় ।
Tags:
Business অসম গজব খবৰ
Facebook
Twitter
Post a Comment
0 Comments
Social Plugin
Popular Posts
অজন্তা নেওগৰ বাজেটে চৰকাৰী কৰ্মচাৰীক দিলে ভালখবৰ! মৰগীয়া বানচ আৰু ৩ শতাংশ বৃদ্ধি কৰাৰ সিদ্ধান্ত, পেঞ্চনাৰৰ বাবেও বিশেষ সুবিধা!
March 16, 2022
আঙুলি দেখুৱাই কান্দি থকা এই শিশুটো আজি সমগ্ৰ দেশৰে হৃদস্পন্দন, তেওঁৰ সৰলতাই মুগ্ধ কৰে সকলোকে ! চিনিব পাৰিছে নেকি তেওঁ কোন হয় ?<eot>নিশা মহানগৰীৰ সাতগাঁৱত হাতীগাঁও আৰক্ষীৰ অভিযান। অভিযানত ATM card, FAKE currency, PRESS CARD, BALENO বাহন সহ গ্ৰেপ্তাৰ লক্ষ্মীপুৰৰ হাফিজুল ইছলাম।
হাতীগাও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিজয় দুৱৰাৰ নেতৃত্বত চলা অভিযানত জব্দ দমে দমে ভিন্ন জনৰ নামত থকা ATM কাৰ্ড লগতে ১৫ হাজাৰ টকাৰ নকল নোট। নকল নোট বনোৱা পেপাৰ, মোবাইল ফোন, বহু ভুৱা নথিপত্ৰও জব্দ কৰে।এটা পৰ্টেল চেনেলৰ ভূৱা প্ৰেছ কাৰ্ড লৈ আৰক্ষীৰ পৰা হাতসাৰিবলৈ চেষ্টা কৰে যদিও ব্যৰ্থ হয় হাফিজুল ইছলাম। ATM ত প্ৰবেশ কৰি ...
Tags:
অসম
Facebook
Twitter
Post a Comment
0 Comments
Social Plugin
Popular Posts
অজন্তা নেওগৰ বাজেটে চৰকাৰী কৰ্মচাৰীক দিলে ভালখবৰ! মৰগীয়া বানচ আৰু ৩ শতাংশ বৃদ্ধি কৰাৰ সিদ্ধান্ত, পেঞ্চনাৰৰ বাবেও বিশেষ সুবিধা!
March 16, 2022
আঙুলি দেখুৱাই কান্দি থকা এই শিশুটো আজি সমগ্ৰ দেশৰে হৃদস্পন্দন, তেওঁৰ সৰলতাই মুগ্ধ কৰে সকলোকে ! চিনিব পাৰিছে নেকি তেওঁ কোন হয় ?<eot>আজি বিয়লি লখিমপুৰৰ কদম কলাবালিত সংঘটিত এক ভয়াৱহ পথ দুৰ্ঘটনাত তিনিজনকৈ ছাত্ৰই থিতাতে মৃত্যুক আঁকোৱালি লোৱাৰ বিপৰীতে আন দুজন ছাত্ৰ গুৰুতৰপূৰ্ণভাৱে আহত হৈছে।
প্ৰাপ্ত তথ্য মতে দুৰ্ঘটনাটোত নিহত কেইজনক ক্ৰমে ভাৰ্গৱ গগৈ, অভিজিত ৰায় আৰু জিতেন্দ্ৰ আগৰৱালা বুলি চিনাক্ত কৰাৰ বিপৰীতে দুৰ্ঘটনাত গুৰুতৰভাৱে আহত কেইজনক ক্ৰমে নীৰজ আহমেদ আৰু ৰছিদ আগৰৱালা বুলি আৰক্ষীয়ে চিনাক্ত কৰিছে। লগতে দুৰ্ঘটনাত হতাহত আটাইকেইজনেই উত্তৰ লখিমপুৰৰ নিৱাসী হোৱাৰ লগতে আটাইকেইজন লখিমপুৰৰ ছেণ্ট মেৰিজ বিদ্যালয়ৰ ...
আনহাতে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ নিহত ছাত্ৰ কেইজনৰ মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰাৰ লগতে গুৰুতৰভাৱে আহত কেইজনক লখিমপুৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে বুলি আৰক্ষী সূত্ৰে জানিব পৰা গৈছে।
উল্লেখযোগ্য যে এ এছ ০৭ এফ ৭৮৬৫ নম্বৰৰ আই টেন গাড়ীখনেৰে ছাত্ৰ কেইজনে তীব্ৰ গতিত অহাৰ ফলতেই নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত খুন্দিওৱা বুলি স্থানীয় ৰাইজে জানিবলৈ দিয়ে।
Recent News
বৰপেটা জিলা কাৰাগাৰত চাঞ্চল্য: কাৰাগাৰ চৌহদৰ ভিতৰত উদ্ধাৰ কয়দীৰ মৃতদেহ
ভাৰত জোড়ো যাত্ৰা হৈছে ‘লুট-তন্ত্ৰ’ৰ বিৰুদ্ধে ‘লোকতন্ত্ৰ’ৰ কণ্ঠ: মোদী চৰকাৰৰ বিৰুদ্ধে সৰৱ ৰাহুল গান্ধী
ভুৱা আছিল আৰক্ষী কৰ্মীলৈ শিলগুটি নিক্ষেপৰ অভিযোগ! ওমৰ খালিদক দোষমুক্ত ঘোষণা আদালতৰ
যোগীৰ উত্তৰ প্ৰদেশত চাঞ্চল্যকৰ কাণ্ড: দলিত কিশোৰীক দলবদ্ধ ধৰ্ষণ কৰি হত্যা দুৰ্বৃত্তৰ
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই...
যোৱা ৩০ জুলাইত প্ৰকাশ পোৱা চূড়ান্ত খচৰাত ডি-ভোটাৰ ঘোষিত বিদেশী, বিদেশী ন্যায়াধীকৰণত বিচাৰাধীন লোক, ডি-ভোটাৰৰ সতি সন্ততি তথা ঘোষিত বিদেশীৰ সতি সন্ততিৰ নাম বাদ দিয়াৰ সিদ্ধান্ত লোৱা হৈছিল। কিন্তু যদিহে কোনো লোকৰ নাম খচৰাত অন্তৰ্ভুক্ত হৈছে সেই আপত্তি দৰ্শোৱাৰ ব্যৱস্থাৰ কথা কোৱা হৈছে।
আনহাতে, এই আপত্তি দৰ্শোৱাৰ ক্ষেত্ৰত যদি ভুল হয় তেতিয়াহ’লে আপত্তি দৰ্শোৱা লোকজন ১৯৫৫ চনৰ নাগৰিকত্ব আইনৰ অধীনত শাস্তিৰ সন্মুখীন হ’ব লাগিব বুলি আপত্তি দাখিলৰ খচৰা প্ৰপত্ৰত উল্লেখ আছে। এই বিষয়টোৱে যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।
দেওবাৰে মন্ত্ৰী পৰিষদৰ বৈঠকত লোৱা সিদ্ধান্ত অনুসৰি ৰাজ্য চৰকাৰে আপত্তি দাখিলৰ ক্ষেত্ৰত এনে চৰ্ত থকাটো বিচৰা নাই। এক সূত্ৰই প্ৰকাশ কৰা অনুসৰি ৰাজ্য চৰকাৰে ৰাইজে বিচাৰেছে যে সন্দেহজনক লোকৰ বিৰুদ্ধে আপত্তি দৰ্শাব পৰা ব্যৱস্থা হ’ব লাগে আৰু কৰ্তৃপক্ষই সেই আপত্তিৰ ভিত্তিত অনুসন্ধান কৰি চূড়ান্ত এন আৰ চিত নাম অন্তৰ্ভুক্ত হ’ব ন...
ইপিনে অহা ১৬ আগষ্টৰ পৰৱৰ্তী শুনানিৰ আগেয়ে এছ অ’ পি যুগুতাৱলৈ উচ্চতম ন্যায়ালয়ে ভাৰতৰ মহা পঞ্জীয়ক আৰু এন আৰ চিৰ ৰাজ্যিক সমন্বয়কক নিৰ্দেশ দিছে। সেয়েহে আপত্তিৰ ক্ষেত্ৰত ভুল তথ্য দাখিলৰ বাবে আপত্তি দৰ্শোৱা ব্যক্তি শাস্তিৰ সন্মুখীন হ’বলগীয়া নহয়, সেই বিষয়টো এছ অ’ পিত অন্তৰ্ভুক্ত কৰিবলৈ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ক ৰাজ্য চৰকাৰে আৰ...
Recent News
সাৱধান! ‘চীনে বৃদ্ধি কৰিছে পাৰমাণৱিক অস্ত্ৰৰ ভাণ্ডাৰ!’
চূণশিল খনিত ভয়ংকৰ স্খলন, মহিলাসহ ৭ শ্ৰমিকৰ মৃত্যু, বহু শ্ৰমিক আৱদ্ধ
যোগীৰ দুই সতীৰ্থলৈ মুখ্যমন্ত্ৰীত্বৰ টোপ অখিলেশৰ; গাদী যাব নেকি যোগীৰ?
কুখ্যাত অপৰাধী হৰপ্ৰীত সিঙক দিল্লী বিমান বন্দৰত আটক
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই...
২০৩০ চনৰ ভিতৰত সমগ্ৰ বিশ্বতে প্ৰায় ৭৫ মিলিয়ন মেট্ৰিক্টন ই-আৱৰ্জনা জমা হব : জৰ্জ ছেৰিয়ান
W7s news গুৱাহাটী: প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে জোনালী ৰ পৰা ভৰলুমুখলৈ ভৰলু নদীৰ পাৰত কিছুমান ঠাইত গোপনে কেমেৰা সংস্থাপন কৰিছিলে। এই কেমেৰাসমূহে প্ৰায় ৭০০ খনমান ফটো তুলিছিল। পিছত এই ফটো বিলাক অধ্যয়ন কৰি আমি আচৰিত হৈছিলোঁ যে মাজনিশা গুৱাহাটীৰ একাংশ লোকে অতি গোপনে ভৰলু নদীত নিয়মীয়া ভাবে ঘৰুৱা জাৱৰ ৰ টোপোলা পেলায়। এই উদ্বেগজন...
কনজিউমাৰ্চ লীগেল প্ৰটেকশ্যন ফৰাম উদ্যোগত আৰু কাটছ ইন্টাৰনেচনেল, জয়পুৰৰ সহযোগত গ্ৰীণ একচন উইক -২০২২ শীৰ্ষক এক ৰাজ্যিক পৰ্য্যায়ৰ কৰ্মশালা অনুষ্ঠিত হয়। এই কৰ্মশালাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি ডঃ মিশ্ৰই কয় যে সকলো কাম কেৱল চৰকাৰে কৰিব নোৱাৰে। সমাজৰ প্ৰতিজন লোক নিজৰ দায়িত্ব আৰু কৰ্তব্যৰ প্ৰতি সজাগ আৰু সচেতন হব লাগিব। ব...
Tags # গুৱাহাটী
Share This
About W7S News
গুৱাহাটী
By W7S News at October 20, 2022
Email ThisBlogThis!Share to TwitterShare to FacebookShare to Pinterest
Labels: গুৱাহাটী
No comments:
Post a Comment
Newer Post Older Post Home
Subscribe to: Post Comments (Atom)
Post Bottom Ad
Responsive Ads Here
Author Details
Templatesyard is a blogger resources site is a provider of high quality blogger template with premium looking layout and robust design. The main mission of templatesyard is to provide the best quality blogger templates which are professionally designed and perfectlly seo optimized to deliver best result for your blog.
Facebook
Powered by Blogger.
Search
শেহতীয়া
জনপ্ৰিয়
গুৱাহাটীত উত্তৰ-পূবৰ প্ৰথমটো ডাইৰেক্ট ছাৰ্ভিচ চেণ্টাৰ মুকলি এলজি ইলেকট্ৰ'নিক্সৰ
W7s news ষ্টাফৰিপোৰ্টাৰ ঃ ভাৰতৰ আগশাৰীৰ উপভোক্তা বহনক্ষম ব্লেণ্ড এল জি ইলেকট্রনিক্সে মঙলবাৰে গুৱাহাটীত উত্তৰ-পূবৰ ৰাজ্যসমূহৰ প্ৰথমটো ডাইৰে...
ব্ৰহ্মকুমাৰী'জৰ উদ্যোগত কাঁহিকুছিত আত্মনির্ভৰ কৃষক অভিযান ; কৃষক -কৃষি বিজ্ঞানীক সম্বৰ্ধনা
W7s news গুৱাহাটী : ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰণালয়ৰ আৰ্থিক সাহায্যত , ব্ৰহ্মকুমাৰীজ'ৰ ৰাজযোগ শিক্ষা আৰু গৱেষণা ফাউণ্ডেশ্যনৰ কৃষি আ...
গুণোৎসৱ ২০২২: গুণগত আৰু উন্নত শিক্ষাৰ দিশত এক সবল খোজ
১১ মে'ৰপৰা ৪ জুনলৈ ৰাজ্যজুৰি অনুষ্ঠিত হ'ব গুণোৎসৱ ২০২২ W7s news ষ্টাফৰিপোৰ্টাৰ: ক'ভিড-১৯ পৰিস্থিতিয়ে প্ৰভাৱান্বিত কৰা অসমৰ শিক...
চাৰিদিনীয়া INTCON এক্সপ’ গুৱাহাটী ২০২২ ৰ শুভাৰম্ভ
W7s news গুৱাহাটী: ইন্টেৰিঅ’ৰ ডিজাইন আৰু নিৰ্মাণ খণ্ডৰ বাবে আৰম্ভ হ’ল চাৰিদিনীয়া (২৫-২৮ আগষ্ট, দিনৰ ১১ বজাৰ পৰা ৭ বজালৈ) অনন্য INTCON এক্স...
আই এ এছ এছ টিত অত্যাধুনিক যন্ত্ৰপাতিৰ প্ৰশিক্ষণ আৰু প্ৰদৰ্শন কাৰ্যসূচী আৰম্ভ
W7s news গুৱাহাটী : ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ অধীনৰ গুৱাহাটীৰ পশ্চিম বৰাগাঁওস্থিত ইনষ্টিটিউট অফ এডভান্স চায়েন্স এণ্ড টেকন&#...
মন্তব্য
Archive