text stringlengths 0 188k |
|---|
অসমীয়া লিখন সঁজুলি |
সাহিত্যৰ এপ |
দেশে-বিদেশে |
গ্ৰন্থ আলোচনা |
আখল |
বোলছবি |
ক্ৰীড়া |
অনুভৱ |
স্বাস্থ্যকথা |
অনুবাদ |
সম্পাদকলৈ চিঠি |
প্ৰাক্তন সম্পাদকসকল |
সম্পাদনা সমিতি |
সংখ্যাটোত আঁৰত |
ই-কিতাপ |
শ্ৰব্য-নাট |
শিশু-শিতান |
ৱিকিপিডিয়া বাৰ্তা |
ভাল খবৰ |
সৰিয়হ ফুল |
শিল্প-ভাস্কৰ্য্য |
শিতানটিৰ অন্যান্য লেখাসমূহ পঢ়ক |
সম্পাদকীয় |
October 24, 2022 October 24, 2022 0 |
সম্পাদকীয় : শিশুমনৰ অনুভূতিপ্ৰৱণতা |
September 18, 2022 September 19, 2022 0 |
সম্পাদকীয়ঃ স্বাধীনতা ইত্যাদি |
August 21, 2022 August 21, 2022 0 |
সম্পাদকীয়ঃ প্ৰকৃতিৰে ভাৰসাম্য ৰক্ষা কৰিহে উন্নয়ন সম্ভৱ |
July 18, 2022 July 23, 2022 0 |
সম্পাদকীয়ঃ বজাৰ অৰ্থনীতি আৰু অসমীয়া ভাষা |
June 16, 2022 June 16, 2022 0 |
গুৱাহাটী: বৰ্তমান আৰু ভবিষ্যত |
May 22, 2022 June 9, 2022 0 |
সম্পাদকীয় |
April 23, 2022 April 23, 2022 0 |
প্ৰবাসী অসমীয়াৰ মনৰ কথা |
March 19, 2022 April 13, 2022 0 |
ভাষাই মানুহৰ মনক শুশ্ৰূষা কৰে |
February 17, 2022 March 26, 2022 0 |
Subscribe |
Login |
Notify of |
new follow-up comments new replies to my comments |
Label |
Name* |
Email* |
Website |
Δ |
Label |
Name* |
Email* |
Website |
Δ |
0 Comments |
Inline Feedbacks |
View all comments |
Copyright © 2022 সাহিত্য ডট অৰ্গ. All rights reserved. |
Theme: ColorMag by ThemeGrill. Powered by WordPress. |
Copying is Prohibited! |
wpDiscuz |
Insert |
সাহিত্য ডট অৰ্গ |
দায়লুপ্তি |
সাহিত্য ডট অৰ্গত প্ৰকাশ হোৱা যিকোনো লেখাৰ সমল, মতামত তথা দৃষ্টিভংগী সম্পূৰ্ণৰূপে লেখকৰ নিজা; আলোচনীৰ তাত কোনো হস্তক্ষেপো নাথাকে বা লেখাৰ মতামত আলোচনীৰ মতামত নহয়৷ |
সেয়েহে, লেখা এটাৰ কাৰণে কোনো অনাহুত পৰিস্থিতিৰ সৃষ্টি হ’লে তাৰবাবে লেখকে নিজেই দায়িত্ব ল’ব লাগিব আৰু আলোচনী কোনোপধ্যেই জগৰীয়া নহ’ব৷<eot>এই চমু প্ৰবন্ধটো বহলাই লিখা প্ৰয়োজন। আপুনিও ইচ্ছা কৰিলে যোগদান কৰিব পাৰে। সহায় কৰিবৰ বাবে ইয়াত ক্লিক কৰক। আপুনি যদি নবাগত তেন্তে ৱিকিপিডিয়াত সম্পাদনা কৰাৰ আগতে অনুগ্ৰহ কৰি সহায়িকা... |
কৰ্কট ক্ৰান্তি (ইংৰাজী: Tropic of cancer) প্ৰতি বছৰ ২১ জুনৰ দিনা পৃথিৱীৰ যিবোৰ বিন্দুত সূৰ্যৰশ্মি লম্বভাৱে পৰে, সেই বিন্দুবোৰ সংযোগী ৰেখা; ২৩ডিগ্ৰী ৩০ মিনিট উত্তৰ অক্ষৰেখা৷ ইয়েই সূৰ্যৰ উত্তৰায়ণৰ শেষ সীমা৷ ভাৰতৰ প্ৰায় সোঁমাজেদি কৰ্কট ক্ৰান্তি ৰেখা পাৰ হৈ গৈছে৷ এই ৰেখাই চুই যোৱা ভাৰতৰ ৰাজ্যকেইখন হʼল- গুজৰাট, ৰাজস্থান ... |
তথ্যসূত্ৰ[সম্পাদনা কৰক] |
↑ সংক্ষিপ্ত অসমীয়া বিশ্বকোষ(প্ৰথম খণ্ড),শান্তনু কৌশিক বৰুৱা |
"https://as.wikipedia.org/w/index.php?title=কৰ্কট_ক্ৰান্তি&oldid=331009"ৰ পৰা অনা হৈছে |
শ্ৰেণীসমূহ: |
পোখালি |
ভূগোল |
অদৃশ্য শ্ৰেণী: |
অনা অসমীয়া ভাষা সমৃদ্ধ প্ৰবন্ধ |
এই পৃষ্ঠাখন ২১ আগষ্ট, ২০২২ তাৰিখে ১৮:২৭ বজাত অন্তিম সংশোধন কৰা হৈছিল। |
লেখাবোৰ ক্ৰিয়েটিভ কমন্স এট্ৰিব্যুশ্বন/শ্বেয়াৰ-এলাইক লাইচেঞ্চৰ অন্তৰ্গত; ইয়াৰ লগতে আনুষঙ্গিক নিয়মাৱলী যোগ হ'ব পাৰে। ব্যৱহাৰৰ চৰ্তবোৰ বিতংকৈ চাওক।<eot>ফেচবুকৰ পেজত প্ৰকাশ পাইছিল, Bulls of Assam Motor Cycle Clubৰ ষষ্ঠবাৰ্ষিক টাৱাং এক্সপেডিচনৰ বিষয়ে৷ সহাঁৰিও আহিছিল বহুত লোকৰ৷ মটৰচাইকেল এডভেঞ্চাৰ বহুলোকৰে হেপাঁহৰ বস্তু৷... |
অৰুণাচললৈ যাবলৈ ইনাৰ লাইন পাৰ্মিট উলিয়াব লাগে৷ আইচেং আৰু দলজিতে তেজপুৰত উলিয়াই ৰাখিছিল৷ বাকী সকলোৰে ILP উলিয়াবলৈ আমি গুৱাহাটীৰ ৰুক্মিনীগাওঁস্থিত অৰুণাচল চৰকাৰৰ অফিচ পাইছিলোঁগৈ৷ একেলগে ইমানকেইজন মানুহৰ ILP দিবলৈ তেওঁলোকে অস্বীকাৰ কৰিছিল কিন্তুু বাৰম্বাৰ কৰা অনুৰোধৰ ওচৰত তেওঁলোকে হাৰ মানি আমাৰ ILPবিলাক বনাই দিছিল৷ সেইদিন... |
পুৱা ৫মান বাজিছিল; হঠাৎ সাৰ পাই খপজপকৈ উঠি ঘড়ীটোলৈ চালোঁ৷ এলাৰ্ম বাজিবলৈ তেতিয়াও ১০মিনিটমান বাকী আছিল৷ উঠি গৈ খিৰিকীখন খুলি চালোঁ, বতৰ ডাৱৰীয়া কৰিছিল৷ মনতে জুকিয়ালোঁ, ক্লাবৰ ছিনিয়ৰসকলে আগদিনা কোৱা কথাখিনি ’যিকোনো পৰিস্থিতিৰ কাৰণে সাৱধান থাকিবি, ৰ’দ-বৰষুণ, বোকা-বৰফ, ধূলি, পানী, পাত্থৰ চবৰে মাজেৰে বাইক চলাব লাগিব’৷ সদায়ে... |
ৰাইডিং গিয়েৰচ, ৰাইডাৰ জেকেট আৰু জোতা পিন্ধাৰ পাছত হেলমেটৰ ওপৰত GoPro কেমেৰাটো লগাই সাজু কৰি ল’লো৷ ঘৰৰপৰা বিদায় লৈ মোৰ ৰয়েল এনফিল্ড থাণ্ডাৰবাৰ্ড 350খনত কিক্ কৰিলোঁ; ৰাজকীয় শব্দেৰে গৰগৰাই উঠিল বাইকখন৷ ক্লাবত সকলো গোট হৈ তাৰপৰা যাত্ৰা আৰম্ভ কৰা আমাৰ নিয়ম সেয়েহে গুৱাহাটী গীতানগৰত থকা ক্লাবৰ অফিচ লিলিজ ৰেষ্টুৰেণ্টলৈ ধাপলি ম... |
১৭খন এনফিল্ডৰ শব্দই গীতানগৰৰ ৰাতিপুৱাটো গৰগৰাই তুলিলে; তেতিয়া পুৱা ৮: ৩০ বাজিছিল৷ ভাস্কৰ গগৈ দাই ফেচবুক লাইভ ষ্টাৰ্ট কৰিলে; কেপ্তেইন দিশান ভাগৱতী দাদা আছিল সকলোৰে আগত আৰু আইচেং আৰু এই লেখকৰ স্থান আছিল সকলোৰে শেষত৷ মাজত বাকীসকলক লৈ আমি যাত্ৰা আৰম্ভ কৰিছিলোঁ৷ কুমাৰ প্ৰেমক মাৰ্শ্বালৰ দায়িত্ব দিয়া হৈছিল৷ এখন এখনকৈ শাৰী পাত... |
শাৰী-পাতি গৈ থকা বাইককেইখনলৈ সকলোৱে বৰ কৌতূহলেৰে চাইছিল৷ মনতে ভাবিলোঁ আমিওটো নিজৰ বাইক নাথাকোঁতে একেই কৌতূহলেৰে বাইক ৰেলীবিলাক চাইছিলোঁ; তেতিয়াটো আমাৰো জানিবলৈ মন গৈছিল কোনবা তেওঁলোক, ক’ৰপৰানো আহিছে ইত্যাদিবোৰ৷ অজানিতে মুখেৰে সুহুৰি এটা ওলাই আহিছিল৷ ভৈৰৱকুণ্ড পোৱাৰ আগে আগে পাহাৰবিলাক দূৰৈৰপৰা দৃশ্যমান হ’বলৈ ধৰিছিল৷ অসম... |
ইতিমধ্যে চেকপষ্টৰপৰা আমাক যাবলৈ দিছিল৷ মাজে মাজে থকা বোকা আৰু পানীৰ বাহিৰে ৰাস্তাটো প্ৰায় ভালেই আছিল৷ মাজে মাজে প্ৰকৃতিৰ আহ্বানক নেওঁচা দিব নোৱাৰি অথবা ভাগৰ মাৰিবলৈকে অথবা ফটো মাৰিবলৈকে এক দুইঠাইত ৰৈছিলোঁ; তাৰ মাজতেই কোনোবাই পানী খাইছিল, কোনোবাই চিগাৰেট আন কোনোবাই চকলেট, ৰজনীগন্ধা৷ সকলো ঠিকেই গৈ আছিল কিন্তুু হঠাৎ এঠাইত... |
বৰষুণ কমাৰ কোনো লক্ষণ নাছিল, ক্ৰমাৎ ডাঙৰহে হৈ আহিছিল৷ পানীৰ বাবে চকুৰে ৰাস্তা মনাত অসুবিধা হৈছিল আনকি বৰষুণ ইমানেই ঘন আছিল যে আমি আগৰ বাইকখন দেখিবলৈকো অসুবিধা পাইছিলোঁ৷ সেয়েহে গ্ৰুপ কেপ্তেইনে সোঁহাতৰ ইণ্ডিকেটৰ লাইট জ্বলাই দিছিল আৰু আমি প্ৰত্যেকেই চিগনেলটো অনুসৰণ কৰি ইণ্ডিকেটৰ লাইট জ্বলাই ৩০-৪০কি মি/ঘণ্টা স্পীডত গৈ থাকি... |
অলপ সতেজ হোৱাৰ পাছত যাত্ৰা পুনৰ আৰম্ভ হ’ল৷ কালাকটাংৰপৰা শ্বেৰগাঁৱলৈকে ৰাস্তা আগতকৈ বেয়া আৰু যথেষ্ট ঠেক আছিল, সেয়েহে আমাৰ বাইকবোৰ লাহে লাহে আগবাঢ়িল৷ দুই-এবাৰ ক্ষন্তেক ৰোৱাৰ বাহিৰে এইবাৰ আমি বেছি ৰোৱা নাছিলোঁ৷ এছিয়াৰ সকলোতকৈ ডাঙৰ আপেলৰ বাগিচাৰ ঠাই শ্বেৰগাওঁ প্ৰায় সোমাবৰ হৈছিল; কিবা এটা কাৰণত আইচেং আৰু মই অলপ পাছ পৰিছিলোঁ... |
টাৱাং, এনফিল্ড ইত্যাদি…(৩য় খণ্ড) |
ঘোপ মৰা আন্ধাৰৰ মাজত কাষলৈ চাওঁতেহে গম পালোঁ সেইখিনিতে এটা ঘৰ আছে কিন্তুু কোনোধৰণৰ শব্দ নুশুনিলোঁ ঘৰটোৰপৰা৷ আইচেঙে ক’লে ইয়াত কোনো মানুহৰ সহায় পাম বুলি ৰৈ থকাটো মূৰ্খামীহে হ’ব তাতকৈ নিজে হাতে কামে ধৰাটোহে ভাল হ’ব৷ বৰষুণৰ মাজতে বেগ খুলি টুল কিটতো উলিয়ালোঁ৷ ব্ৰেকপেড কেইটুকুৰালৈ চালোঁ, এটুকুৰা ভাঙি ওলমি আছে আনটুকুৰা চকা আৰ... |
ভয়ংকৰ অভিজ্ঞতা এটা লৈ শ্বেৰগাওঁ এৰিলোঁ৷ অলপ আগলৈ গৈ ভাল ৰাস্তা পালোঁ, নিমজ আৰু আগতকৈ বহল৷ আইচেঙে মোক তাৰ আগে আগে যাবলৈ দি বাইকৰ স্পীড ২০কিমি/ঘণ্টাতকৈ নিদিবলৈ ক’লে৷ দুয়ো লাহে লাহে আগবাঢ়িলো৷ অলপ দূৰ যোৱাৰ পাছতেই আমি ৰণিত আৰু প্ৰেমক লগ পালোঁ ৷ তেওঁলোকে জনালে যে আমাৰ গ্ৰুপটো বহুত আগবাঢ়ি গ’ল আৰু আমাক বিচাৰি গ্ৰুপলীডাৰ দিশান... |
পাহাৰীয়া ৰাস্তাবোৰত বৰষুণ এৰাৰ পাছত সদায়েই ভূমিস্খলনৰ ভয় থাকে৷ আমাৰ বেলিকাও সেয়াই হ’ল৷ চাৰিওজন শাৰী পাতি একেবাৰে লাহে লাহে গৈ আছিলোঁ, হঠাৎ পাহাৰৰপৰা এটা শিল বাগৰি আহিল৷ প্ৰেমৰ বাইকখনত নলগাকৈ অলপ আগেৰে পাৰ হৈ গ’ল৷ আইচেঙে পাছৰপৰা চিঞৰিলে ’জলদি পাৰ হ’ চব জলদি জলদি…আৰু বাগৰিব শিল৷ ’ আমি সেইসময়ত পাহাৰটোৰ এনেকুৱা এটা অংশত গৈ... |
৯বাজিছিল, ৰূপাৰপৰা ব’মডিলালৈ বেছি দূৰ নহয়, মাত্ৰ ১৭কিমি৷ কিন্তুু আমাৰ ৰাস্তা ভুল হ’ল৷ ৰূপাত থকা টেংগা নদীৰ দলংখন পাৰ হৈ ব’মডিলালৈ আমি যাব লাগিছিল সোঁহাতেৰে কিন্তুু ভুলতে গ’লোগৈ বাওঁহাতেৰে৷ স্বাভাৱিকতে আইচেং, মই আৰু প্ৰেম পাছ পৰি দিছিলোঁ ব্ৰেকৰ প্ৰব্লেম থকাৰ বাবে৷ বাকীবোৰ আকৌ আগবাঢ়িল৷ অলপ দূৰ যোৱাৰ পাছতেই জোৱান দুজনে আম... |
১০বাজিছিল; ব’মডিলা টাউনৰ মাজমজিয়া এনফিল্ডৰ শব্দত কঁপি উঠিছিল৷ কলেজীয়া ল’ৰাই কৰা কামৰ দৰে আমি বাইকৰ এক্সেলবেলেগ পকাই শব্দ অলপ বেছিকৈ উলিয়াইছিলোঁ, ’যেন চবেই চা, আমি আহিছোঁ’৷ হোটেল নামব্ৰ’গত মেনেজাৰ আৰু কৰ্মচাৰীকেইজন কলমটিয়াই বহি আছিল৷ আমি গৈ পোৱাৰ পাছতেই আমাৰ নিৰ্দ্দিষ্ট ৰূমবিলাক আমাক গটাই দিলে, বেগবোৰ বাইকৰপৰা খুলি নি ৰ... |
স্কুলৰ বেল বজা যেন শুনিলোঁ, ততভত্ হেৰুৱাই সাৰ পাই বহিলোঁ৷ কাষলৈ চালোঁ, দিশান দা আৰু আইচেং শুই আছে; ঘড়ীটোলৈ চকু গ’ল ৮বাজি গৈছে৷ ভাগৰ সম্পূৰ্ণৰূপে মাৰ গৈছিল৷ কৰিডৰলৈ ওলাই আহি তললৈ চালোঁ, স্কুল এখন আছে হোটেলখনৰ তলতে আৰু তাৰেই শব্দ শুনি সাৰ পাইছিলোঁ৷ কেইবাদিনৰো বৰষুণৰ অন্তত ৰ’দ ওলাইছিল; হোটেলৰ সন্মুখৰ পাহাৰটোৰ তলৰছোৱাত ৰ’দ... |
বাকীবোৰ বাইকৰ সৰু-সুৰা অসুবিধাবিলাক নধৰিলে ডাঙৰ অসুবিধা হৈছিল দিশান দা আৰু মোৰ বাইকৰ৷ দিশান দাৰ চেইন স্পকেট আৰু মোৰ ব্ৰেক ফেইলৰ ইচ্চু৷ দেওবাৰ আছিল বাবে ব’মডিলাৰ দোকানবোৰ বন্ধ আছিল৷ বিচাৰি বিচাৰি অৱশেষত এজন মেকানিকক পালোঁগৈ৷ আমি কথাখিনি কোৱাৰ পাছতেই তেখেতে আজি কাম নকৰোঁ বুলি গহীন হৈ ৰৈ দিলে৷ বুজি পালোঁ, তেখেতক ডাবল ৰেট ... |
আমি হোটেললৈ ঘূৰি আহিলোঁ৷ আহিয়েই আমি দুটা কথাৰ মুখা-মুখি হ’লো; প্ৰথমটো ৰাইডাৰ পুলক ৰাভাই হাতত দুখ পাই বাইক চলাব পৰা অৱস্থাত নাছিল আৰু দ্বিতীয়টো ৰাজু দাস আৰু বৰ্ণালী ডেকাই কিবা বিশেষ কাৰণত টাৱাং ৰাইড আধাতে সামৰি গুৱাহাটীলৈ ঘূৰি আহিব বিচাৰিছিল৷ পুলক ৰাভাৰ অসুবিধাৰ সমাধান আছিলেই আমাৰ হাতত; দিশান দাৰ পাছফালে বহি যাবলৈ তেওঁ ... |
ব’মডিলাৰপৰা চে-লা লৈকে যোৱা ৰাস্তাত সৰু সৰু গাওঁ কিছুমানৰ বাহিৰে জনবসতিপূৰ্ণ চহৰ বুলি ক’বলৈ ডিৰাংখনহে আছে৷ তাৰ বাদে ডিৰমে, চেংগেই, বৈশাখী ইত্যাদি সৰু সৰু ঠাই কিছুমান আছে৷ আমাৰ টীমটোৱে ক’তো নোৰোৱাৰ লক্ষ্য লৈ আগবাঢ়িলোঁ চে-লা অভিমুখে৷ ব’মডিলাৰ টাউনৰপৰা ওলোৱাৰ পাছত ১০কিমি মান ৰাস্তা অতিপাত বেয়া, ঠাইয়ে ঠাইয়ে ডাঙৰ শিল, পানীৰ... |
ইতিমধ্যে বাইক ভাল হৈছিল৷ ৰাইডাৰ প্ৰেমে আমাক বিচাৰি ঘূৰি পাইছিলহি৷ আমি আকৌ ধাপলি মেলিলোঁ৷ ডিৰাং পাৰ হ’লো, চীনা যুদ্ধৰ সাক্ষী ডিৰাং৷ আমি তাত বাইক নৰখালোঁ৷ যথেষ্টখিনি যোৱাৰ পাছত পদ্মাজ নামৰ ঠাইত থকা ভাতৰ হোটেলত আমি ৰ’লোগৈ৷ ভোকৰ ভাত আৰু অমাতৰ মাত একেই কথা; গাহৰি আৰু মুৰ্গীৰ মঙহেৰে ডবনি পিটি আমি আটাইকেইজনে ভাত খালোঁ৷ সম্পূৰ... |
চে-লা পাৰ হৈ ব’মডিলাৰ দিশলৈ অহা গাড়ী আমি ৰাস্তাত বহুত কম পাইছিলোঁ৷ বৈশাখীৰ ওপৰলৈ উঠি যোৱাৰ পাছতেই আমাক কেইজনমান ল’ৰাই হাতবাউল দি ৰখালে৷ মন কৰিলোঁ, অসমীয়া ল’ৰা৷ দিশান দাক তেওঁলোকে ক’লে তাহাঁতে চে-লা পাৰ হ’বলৈ দুপৰীয়াৰ পৰা ৰৈ আছে কিন্তুু জোৱানবিলাকে বৰফ পৰি থকাৰ বাবে যাবলৈ দিয়া নাই৷ তেনেতে চে-লা পাৰ হৈ অহা দুই-এখন গাড়ী ল... |
← বিয়া (হেমন্ত কাকতি) |
ইংলিছমেন (পূৰ্ণাক্ষী ভট্টাচাৰ্য) → |
You May Also Like |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.