text stringlengths 0 188k |
|---|
ভাৰতে পাকিস্তানত হ’বলগীয়া এছিয়া কাপ বৰ্জন কৰিলে পাকিস্তানেও ভাৰতলৈ খেলিবলৈ নাহেঃ ৰমিজ |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই... |
অসমক বিশেষ ৰাজ্যৰ মৰ্যাদা দিয়া, বিদ্ৰোহী সমস্যাৰ ৰাজনৈতিক সমাধান, ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নীতকৰণ, অসমৰ সীমা সুৰক্ষা, নিবনুৱা সমস্যা সমাধান, গুৱাহাটী চহৰৰ প্ৰদূষণ, বানপানী সমস্যাৰ স্থায়ী সমাধান আদিৰ দৰে জ্বলন্ত সমস্যা সমূহৰ বিষয়ে ইস্তাহাৰত উল্লেখ কৰে। |
সংবাদমেলত দলটোৰ অসম ৰাজ্য পৰিষদে ভাৰতীয় জনতা পাৰ্টী চমুকৈ বিজেপিক তীব্ৰ ভাষাৰে সমালোচনা কৰাৰ লগতে বিজেপিৰ ২০১৪ চনৰ জয়ে ভাৰতবৰ্ষৰ ৰাজনীতি চৰম পন্থাৰ ফালে ঢাল খুৱাই লৈ গ’ল বুলি মন্তব্য কৰে। আৰ এছ এছ আৰু সমগ্ৰ সংঘ পৰিবাৰে দেশৰ ৰাষ্ট্ৰ ক্ষমতাৰ অপব্যৱহাৰ কৰিলে। |
ইয়াৰ উপৰি বিমুদ্ৰাকৰণ, জি এছ টি আদিৰ জৰিয়তে কৰা অৰ্থনৈতিক বিপৰ্য্যৰ ফলত দেশত কৰ্মসংস্থাপন নোহোৱা হ’ল। মোদী চৰকাৰে পাঁচ বছৰীয়া শাসনকালত দিয়া বিকাশৰ প্ৰতিশ্ৰুতি সকলো ধোৱাচাঙত উঠিল বুলিও বিজেপক কটাক্ষ কৰে। |
সেয়ে এই নিৰ্বাচনত মোদী চৰকাৰক পৰাস্ত কৰি জনসাধাৰণৰ হৈ কাম কৰা এখন গণতান্ত্ৰিক ধর্ম নিৰপেক্ষ চৰকাৰ কেন্দ্ৰত গঠন কৰিব লাগিব। এই নিৰ্বাচনৰ ৰায় জনসাধাৰণৰ ৰায় হ’ব লাগিব বুলি মন্তব্য কৰে ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ অসম ৰাজ্যিক পৰিষদে। |
উল্লেখ্য যে এইবাৰৰ লোকসভা নিৰ্বাচনত দলটোৱে অসমৰ দুটা সমষ্টিত প্ৰাৰ্থী আগবঢ়াইছে। যোৰহাটত কনক গগৈ আৰু লখিমপুৰত অৰূপ কলিতাক প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে। |
Tags: নিৰ্বাচন ২০১৯ |
Recent News |
পথাৰৰ মাজতে মহিলাক এছিড আক্ৰমণ সন্যাসীৰ বেশধাৰী দুৰ্বৃত্তৰ: আক্ৰমণকাৰীৰ সম্ভেদ লাভত ব্যৰ্থ আৰক্ষী |
শ্ৰেণীকোঠাত নাই ব্লেকবৰ্ড, ব্লেকবৰ্ডৰ বিকল্পৰ ৰূপত শ্ৰেণীকোঠাৰ দুৱাৰ! তদন্তৰ ঘোষণা |
এইবাৰ আম্বেদকাৰক গেৰুৱাকৰণ! হিন্দুত্ববাদী সংগঠনৰ আজৱ কাণ্ডত হতভম্ব দেশ |
কুকুৰ হত্যাৰ অভিযোগত আইনী ৰোষত পঞ্চায়ত সভানেত্ৰী: অভিযোগ ৰুজু আৰক্ষীৰ |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই... |
পৃথিৱীৰ আটাইতকৈ বৃহতাকাৰ প্ৰাণীবোৰ স্তন্যপায়ীৰ অন্তৰ্ভুক্ত, যেনে বৃহৎ তিমি মাছবোৰ। ইয়াৰোপৰি হাতী, মানুহকে ধৰি কিছুমান প্ৰাইমেট আদি বুদ্ধিমান প্ৰাণীবোৰো স্তন্যপায়ীৰ অন্তৰ্গত। |
স্তন্যপায়ীবোৰ চাৰিটা পদযুক্ত স্থলজ প্ৰাণী, কিন্তু কিছুমান স্তন্যপায়ী সমুদ্ৰ, বায়ু আৰু গছতো পোৱা যায় বা কিছুমানৰ মাত্ৰ দুটা ভৰিহে থাকে। স্তন্যপায়ীৰ আটাইতকৈ ডাঙৰ গোটটো হৈছে প্লেচেণ্টেলছ, গৰ্ভাশয় থাকে, যিয়ে গৰ্ভাৱস্থাত সন্তানক আহাৰৰ যোগান ধৰে। |
স্তন্যপায়ীবোৰ ৩০-৪০ মিমি (১.২-১.৬ ইঞ্চি)ৰ বাদুলিৰ পৰা ৩৩ মিটাৰ (১০৮ ফুট)ৰ নীলা তিমিলৈকে হ'ব পাৰে। সকলো মাইকী স্তন্যপায়ীয়ে সিহঁতৰ সন্তানক স্তন্য গ্ৰন্থিৰ পৰা নিঃসৰণ হোৱা দুগ্ধ পান কৰাই। মেমেল স্পেছিছ অৱ দ্য ওৱৰ্ল্ডৰ মতে, ২০০৬ চনত ৫,৪১৬টা প্ৰজাতিৰ স্তন্যপায়ীৰ সম্পৰ্কে জনা গৈছিল। ইহঁতক ১,২২৯টা গণ, ১৫৩টা পৰিয়াল আৰু ২৯... |
"https://as.wikipedia.org/w/index.php?title=স্তন্যপায়ী_প্ৰাণী&oldid=237520"ৰ পৰা অনা হৈছে |
শ্ৰেণীসমূহ: |
স্তন্যপায়ী প্ৰাণী |
বৈজ্ঞানিক শ্ৰেণীবিন্যাস |
এই পৃষ্ঠাখন ১১ জুন, ২০২০ তাৰিখে ০৯:৪৭ বজাত অন্তিম সংশোধন কৰা হৈছিল। |
লেখাবোৰ ক্ৰিয়েটিভ কমন্স এট্ৰিব্যুশ্বন/শ্বেয়াৰ-এলাইক লাইচেঞ্চৰ অন্তৰ্গত; ইয়াৰ লগতে আনুষঙ্গিক নিয়মাৱলী যোগ হ'ব পাৰে। ব্যৱহাৰৰ চৰ্তবোৰ বিতংকৈ চাওক।<eot>অগতানুগতিক চিন্তাধাৰাৰে ৰীলড্ৰামাৰ নতুন ৱেব শৃংখলা 'ফিচা'য়ে পৰম্পৰাগত অসমীয়া ৱেব অনুষ্ঠানক প্ৰত্যাহ্বান জনাইছে - sangbad365.com |
প্ৰথম পৃষ্ঠা |
সম্পাদকৰ বাছনিত |
ৰাজ্য |
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় |
ক্ৰীড়াংগন |
তথ্য-সঁফুৰা |
কলা-সংস্কৃতি |
ব্যৱসায় |
Hindi |
English |
Friday, December 02, 2022 |
sangbad365.com |
প্ৰথম পৃষ্ঠা |
সম্পাদকৰ বাছনিত |
ৰাজ্য |
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় |
ক্ৰীড়াংগন |
তথ্য-সঁফুৰা |
কলা-সংস্কৃতি |
ব্যৱসায় |
Hindi |
English |
অগতানুগতিক চিন্তাধাৰাৰে ৰীলড্ৰামাৰ নতুন ৱেব শৃংখলা ‘ফিচা’য়ে পৰম্পৰাগত অসমীয়া ৱেব অনুষ্ঠানক প্ৰত্যাহ্বান জনাইছে |
In বিনোদন |
গুৱাহাটী |
২৪ এপ্ৰিল |
ৰীলড্ৰামাৰ শেহতীয়া মুক্তি, অসমীয়া ৱেব শৃংখলা ‘ফিচা’য়ে ৱেব ধাৰাত নিৰ্মাণ কৰা প্ৰচলিত অনুষ্ঠানক ইয়াৰ ৰোমাঞ্চকৰ আৰু অগতানুগতিক হত্যা-তদন্তৰ ষড়যন্ত্ৰৰ কাহিনীৰে প্ৰত্যাহ্বান জনাবলৈ সক্ষম হৈছে। বৰষাৰাণী বিষয়া, প্ৰসেনজিৎ বৰা আৰু ৰাজীৱ গোস্বামী অভিনীত, সংকল্পজিৎ হাজৰিকাৰ ‘ফিচা’য়ে দৰ্শক আৰু সমালোচকসকলৰ মাজত এক আকৰ্ষণীয় সং... |
‘ফিচা’ত এজন প্ৰখ্যাত সমাজকৰ্মীৰ হত্যাৰ তদন্ত দেখুওৱা হৈছে। কাহিনীটোৱে বিভিন্ন ঘটনাৰ সূত্ৰ উন্মোচন কৰে যাৰ ফলত ব্যক্তিজনক হত্যা কৰা হৈছিল। যদিও ইয়াক আৰম্ভণিতে “অ’পেন এণ্ড শ্বাট কেছ” যেন লাগিছিল, ‘ফিচা’ত দেখা গৈছে যে কেনেদৰে এচিপি-অপৰাধ শাখা, ৰঞ্জনে এক অদ্ভুত হত্যাকাণ্ডৰ তদন্ত কৰি এক ভয়ানক ষড়যন্ত্ৰ আৰু ‘মাছ’ৰ অস্তিত্ব... |
কনমানিসকলৰ বাবে, ৰীলড্ৰামাৰ এটা সমৰ্পিত শিশু শাখা আছে য’ত এনিমেটেড নৈতিক কাহিনী আৰু বুঢ়ী আইৰ সাধু আছে। চলচ্চিত্ৰ নিৰ্মাণ বা হিন্দুস্তানী ধ্ৰুপদী কণ্ঠৰ কলা শিকিবলৈ ইচ্ছুক ব্যক্তিৰ বাবে, প্লেটফৰ্মটোৱে মাষ্টাৰক্লাছ চেচন আগবঢ়ায় যি হৈছে স্থানীয় ভাষাত নিৰ্দেশনা প্ৰদান কৰা এনেধৰণৰ প্ৰথম শৈক্ষিক শৃংখলা। www.reeldrama.com ৰ... |
0 Share |
Share Tweet |
Sangbad 365 |
Defining a fresh perspective towards news |
You may also read! |
Drinking Water : অচিৰেই গুৱাহাটীৰ বহু অঞ্চলত বন্ধ হ’ব পৌৰ নিগমৰ পানী যোগান ব্যৱস্থা |
December 1, 2022 4 0 CommentsBy: Sangbad 365 |
গুৱাহাটী : অচিৰেই গুৱাহাটীৰ বহু অঞ্চলত বন্ধ হ’ব পৌৰ নিগমৰ পানী যোগান ব্যৱস্থা (Drinking Water)। গুৱাহাটী মহানগৰীৰ যিসমূহ এলেকাত |
Read More... |
Farmers Awareness : ফচল বীমা যোজনা আঁচনি সন্দৰ্ভত নলবাৰীত কৃষক সজাগতা সভাৰ শুভাৰম্ভণি |
December 1, 2022 17 0 CommentsBy: Sangbad 365 |
নলবাৰী : ফচল বীমা যোজনা আঁচনি সন্দৰ্ভত নলবাৰীত কৃষক সজাগতা সভাৰ (Farmers Awareness) শুভাৰম্ভণি। নলবাৰী জিলাৰ ৬৫ খন গাঁও |
Read More... |
Online facility for House Construction Permission : পহিলা জানুৱাৰীৰ পৰা ৰাজ্যত মাথোঁ অনলাইনযোগেহে গৃহ নিৰ্মাণৰ অনুমতি প্ৰদানৰ ব্যৱস্থা |
November 30, 2022 9 0 CommentsBy: Sangbad 365 |
গুৱাহাটী : অহা বছৰৰ পহিলা জানুৱাৰীৰ পৰা ৰাজ্যৰ চহৰসমূহত গৃহ নিৰ্মাণৰ অনুমতি প্ৰদানৰ ক্ষেত্ৰত বৰ্তমানে থকা ‘মেনুৱেল’ পদ্ধতিৰ অৱসান<eot>আজি এটা গোচৰৰ ভিত্তিত আৰক্ষীয়ে আজাৰাস্থিত এছ অ’ এছ শিশুগাৱঁৰ ৩গৰাকী নাবালিকাক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত ইয়াৰ সহকাৰী সঞ্চালকক গ্ৰেপ্তাৰ কৰিছে। |
আৰক্ষীৰ সূত্ৰই জনোৱা মতে, এই ঘটনাটো ঘটিছিল কেইদিনমানৰ পূৰ্বে ৰটাৰেক্ট ক্লাবে আয়োজন কৰা ছদিনীয়া এটা শিবিৰৰ শেষৰ দিনটোত। ৰক্ষকৰ ৰূপত থাকি এই নিৰ্লজ্জ কাণ্ড কৰা ৪৪ বছৰীয়া মণিপুৰী ব্যক্তিজনক ফাওখা লুন ভেইফেই বুলি চিনাক্ত কৰা হৈছে। |
উৎসাহ (UTSAH) নামৰ এটা শিশুৰ অধিকাৰ সম্পৰ্কত কাম কৰা বেচৰকাৰী সংস্থাৰ কাৰ্য্যবাহী সঞ্চালক মিগুৱেল কুৱেহে কয় যে তেওঁক লাভলি সৰকাৰ নামৰ এজন সাংবাদিকে ১ আগষ্টত ঘটা এই ঘটনাটোৰ বিষয়ে ইমেইল যোগে অৱগত কৰিছিল। মেইলটোত জনোৱামতে, সহকাৰী সঞ্চালক ভেইফেয়ে এছ অ’ এছ শিশুগাৱঁৰ বিভাগীয় গাড়ীৰ ভিতৰত নাবালিকা ছোৱালীকেইজনীক সহকাৰী সঞ্চালকজ... |
লাভলি সৰকাৰক এই ঘটনাটোৰ বিশয়ে ৰটাৰেক্ট ক্লাবৰ এজন কৰ্মকৰ্তাই জানিবলৈ দিয়ে। |
কুৱেহে তাৰ পাছতে আৰক্ষী আয়ুক্ত হীৰেন নাথক এই বিষয়ে লিখিতভাৱে অৱগত কৰে। তেতিয়া আৰক্ষী আয়ুক্ত হীৰেন নাথে আজাৰাৰ আৰক্ষীক ঘটনাটোৰ কথা জনায় আৰু লগতে কুৱেহকো আজাৰা আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰিবলৈ কয়। |
সেইমতে তেওঁ আগষ্ট ২ তাৰিখে আজাৰা আৰক্ষী থানাত এখন এজাহাৰ দিয়ে। তেওঁক এই কামত সহযোগ কৰি চাইল্ড লাইন গুৱাহাটীৰ কৰ্মকৰ্তাৰ লগতে ডিষ্ট্ৰিক্ট চাইল্ড প্ৰটেকশ্যন য়ুনিটৰ কাউন্সিলৰো লগত যায়। তেওঁলোকৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে অভিযুক্তজনৰ বিৰুদ্ধে ৪৮৬/১৮ নম্বৰৰ এটা গোচৰ ৰুজু কৰে। তাৰ পিছত ৩ আগষ্টত আৰক্ষীয়ে ফাওখা লুন ভেইফেইক গ্ৰেপ... |
Recent News |
বৰপেটা জিলা কাৰাগাৰত চাঞ্চল্য: কাৰাগাৰ চৌহদৰ ভিতৰত উদ্ধাৰ কয়দীৰ মৃতদেহ |
ভাৰত জোড়ো যাত্ৰা হৈছে ‘লুট-তন্ত্ৰ’ৰ বিৰুদ্ধে ‘লোকতন্ত্ৰ’ৰ কণ্ঠ: মোদী চৰকাৰৰ বিৰুদ্ধে সৰৱ ৰাহুল গান্ধী |
ভুৱা আছিল আৰক্ষী কৰ্মীলৈ শিলগুটি নিক্ষেপৰ অভিযোগ! ওমৰ খালিদক দোষমুক্ত ঘোষণা আদালতৰ |
যোগীৰ উত্তৰ প্ৰদেশত চাঞ্চল্যকৰ কাণ্ড: দলিত কিশোৰীক দলবদ্ধ ধৰ্ষণ কৰি হত্যা দুৰ্বৃত্তৰ |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই... |
ধুবুৰী, 25 ছেপ্টেম্বৰ : শনিবাৰে হঠাৎ ধুবুৰীত সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ (Protest in Dhubri) ৷ এজন ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰি সৃষ্টি হয় এই পৰিৱেশৰ ৷ অভিযোগ অনুসৰি, চিলাৰায় মাল্টি স্পেচিয়েলিটি হাস্পতাল নামৰ ধুবুৰীৰ এখন ব্যক্তিগত হাস্পতালৰ চিকিৎসালয় গাফিলতিৰ বাবেই মৃত্যু হয় বিনোধ বীণ নামৰ যুৱকজনৰ ৷ |
যুৱকজনৰ মৃত্যুক কেন্দ্ৰ কৰি যুৱকজনৰ আত্মীয়ই সৃষ্টি কৰে এক হুলস্থূলীয়া পৰিৱেশৰ (Protest against Chilarai Multispeciality Hospital in Dhubri) ৷ আনকি চিকিৎসালয়খনৰ বিৰুদ্ধে চিকিৎসালয়খনৰ সন্মুখৰ ৰাজপথত মৃতদেহ লৈ ৰাইজে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । ইপিনে পৰিস্থিতি বিষম দেখি আৰক্ষীয়ে কৰে লাঠী চালনা কৰিবলৈ বাধ্য হয় প্ৰতিবাদকা... |
জানিব পৰা মতে, ধুবুৰী চহৰৰ 16 নম্বৰ ৱাৰ্ডৰ বিনোধ বীণ নামৰ যুৱকে নিজ গৃহতেই কাম কৰি থকা অৱস্থাত হঠাৎ বিদ্যুৎস্পৃষ্ট হয় । ফলত গুৰুতৰভাৱে আহত যুৱক জন ৷ তাৰ পাচতে যুৱকজনৰ পৰিয়ালৰ লোকে চিলাৰায় মাল্টি স্পেচিয়েলিটি হাস্পতালত ভৰ্তি কৰায় ৷ |
লগতে পঢ়ক : Murder in Nagaon: অচিনাক্ত দুৰ্বৃত্তই ঘৰৰ ভিতৰতে ডিঙি কাটি হত্যা কৰিলে মহিলাক |
মৃতদেহ লৈ ধুবুৰীত ৰাজপথ অবৰোধ প্ৰতিবাদকাৰীৰ |
কিন্তু চিকিৎসকে ভালদৰে চিকিৎসা নকৰাৰ ফলতেই যুৱকজনৰ মৃত্যু হোৱা বুলি অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে ৷ পৰৱৰ্তী সময়ত প্ৰায় দুঘণ্টা মৃতদেহ লৈ ৰাজপথ অবৰোধ কৰি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে ক্ষুব্ধ জনতাই । ঘটনাস্থলীত অতিৰিক্ত উপায়ুক্ত, চক্ৰ বিষয়াকে ধৰি দণ্ডাধীশ পৰ্যায়ৰ বিষয়া আৰু আৰক্ষী বিষয়া উপস্থিত হৈ ঘটনাৰ তদন্তৰ আশ্... |
কিন্তু ক্ষুব্ধ ৰাইজে প্ৰশাসনৰ আশ্বাসত মান্তি নহৈ হাস্পতালখনলৈ শিলগুটি নিক্ষেপ কৰি পৰিস্থিতি অধিক উত্তপ্ত কৰি তোলে । ইফালে আৰক্ষীৰ লাঠী চাৰ্জত কেবাজনো প্ৰতিবাদকাৰী আঘাতপ্ৰাপ্ত হয় বুলি জানিব পৰা গৈছে ৷ ইপিনে চিলাৰায় হাস্পতাল কৰ্তৃপক্ষই নসাৎ কৰিছে ৰাইজৰ অভিযোগ ৷ হাস্পতালখনৰ মুৰব্বী ডাঃ ডি জে নাথে এই ক্ষেত্ৰত আইনৰ দাৰস্থ হ... |
Home |
Regional |
National |
International |
Business |
Entertainment |
Sports |
Lifestyle |
Technology |
Politics |
Health |
Live TV |
Home |
Regional |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.