text
stringlengths
0
188k
Popular Posts
অজন্তা নেওগৰ বাজেটে চৰকাৰী কৰ্মচাৰীক দিলে ভালখবৰ! মৰগীয়া বানচ আৰু ৩ শতাংশ বৃদ্ধি কৰাৰ সিদ্ধান্ত, পেঞ্চনাৰৰ বাবেও বিশেষ সুবিধা!
March 16, 2022
আঙুলি দেখুৱাই কান্দি থকা এই শিশুটো আজি সমগ্ৰ দেশৰে হৃদস্পন্দন, তেওঁৰ সৰলতাই মুগ্ধ কৰে সকলোকে ! চিনিব পাৰিছে নেকি তেওঁ কোন হয় ?<eot>W7s News ষ্টাফৰিপোৰ্টাৰ : জাতীয়তাবাদ পুনৰ নিৰ্মাণ সমিতি, অসমৰ উদ্যোগত সোমবাৰে সাতভনী ৰাজ্যৰ সীমা সমস্যা সমাধানৰ বাবে এখন নাগৰিক সভা অনুষ্ঠিত হয়। জাতীয়তাবাদ পুনৰ নিৰ্মাণ সমিতি, অসমৰ সভাপতি ৰ...
সভাৰ আৰম্ভণিতে লাইলাপুৰত সংঘটিত ঘটনাত নিহত সকলৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰা হয়। সভাত জ্যেষ্ঠ অধিবক্তা অৰূপ বৰবৰা, পি এল পি দলৰ প্ৰতিষ্ঠাপক নেতা হাচিবুৰ ৰহমান, অসম সংগ্ৰামী মঞ্চৰ নেতা বিমল প্ৰসাদ চৌধুৰী, জাতীয়তাবাদী নেতা গগন কলিতা, আঞ্চলিক গণ মৰ্চাৰ প্ৰণৱজ্যোতি চেতিয়া, জাতীয়তাবাদী নেতা চৰণ ডেকা, আৰ জে দিৰ কামাখ্যা পাণ্ডে আ...
Tags # গুৱাহাটী
Share This
About W7S News
গুৱাহাটী
By W7S News at August 09, 2021
Email ThisBlogThis!Share to TwitterShare to FacebookShare to Pinterest
Labels: গুৱাহাটী
No comments:
Post a Comment
Newer Post Older Post Home
Subscribe to: Post Comments (Atom)
Post Bottom Ad
Responsive Ads Here
Author Details
Templatesyard is a blogger resources site is a provider of high quality blogger template with premium looking layout and robust design. The main mission of templatesyard is to provide the best quality blogger templates which are professionally designed and perfectlly seo optimized to deliver best result for your blog.
Facebook
Powered by Blogger.
Search
শেহতীয়া
জনপ্ৰিয়
গুৱাহাটীত উত্তৰ-পূবৰ প্ৰথমটো ডাইৰেক্ট ছাৰ্ভিচ চেণ্টাৰ মুকলি এলজি ইলেকট্ৰ'নিক্সৰ
W7s news ষ্টাফৰিপোৰ্টাৰ ঃ ভাৰতৰ আগশাৰীৰ উপভোক্তা বহনক্ষম ব্লেণ্ড এল জি ইলেকট্রনিক্সে মঙলবাৰে গুৱাহাটীত উত্তৰ-পূবৰ ৰাজ্যসমূহৰ প্ৰথমটো ডাইৰে...
ব্ৰহ্মকুমাৰী'জৰ উদ্যোগত কাঁহিকুছিত আত্মনির্ভৰ কৃষক অভিযান ; কৃষক -কৃষি বিজ্ঞানীক সম্বৰ্ধনা
W7s news গুৱাহাটী : ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰণালয়ৰ আৰ্থিক সাহায্যত , ব্ৰহ্মকুমাৰীজ'ৰ ৰাজযোগ শিক্ষা আৰু গৱেষণা ফাউণ্ডেশ্যনৰ কৃষি আ...
গুণোৎসৱ ২০২২: গুণগত আৰু উন্নত শিক্ষাৰ দিশত এক সবল খোজ
১১ মে'ৰপৰা ৪ জুনলৈ ৰাজ্যজুৰি অনুষ্ঠিত হ'ব গুণোৎসৱ ২০২২ W7s news ষ্টাফৰিপোৰ্টাৰ: ক'ভিড-১৯ পৰিস্থিতিয়ে প্ৰভাৱান্বিত কৰা অসমৰ শিক...
চাৰিদিনীয়া INTCON এক্সপ’ গুৱাহাটী ২০২২ ৰ শুভাৰম্ভ
W7s news গুৱাহাটী: ইন্টেৰিঅ’ৰ ডিজাইন আৰু নিৰ্মাণ খণ্ডৰ বাবে আৰম্ভ হ’ল চাৰিদিনীয়া (২৫-২৮ আগষ্ট, দিনৰ ১১ বজাৰ পৰা ৭ বজালৈ) অনন্য INTCON এক্স...
আই এ এছ এছ টিত অত্যাধুনিক যন্ত্ৰপাতিৰ প্ৰশিক্ষণ আৰু প্ৰদৰ্শন কাৰ্যসূচী আৰম্ভ
W7s news গুৱাহাটী : ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ অধীনৰ গুৱাহাটীৰ পশ্চিম বৰাগাঁওস্থিত ইনষ্টিটিউট অফ এডভান্স চায়েন্স এণ্ড টেকন&#...
মন্তব্য
Archive
Archive November (50) October (116) September (171) August (129) July (140) June (134) May (116) April (103) March (103) February (81) January (44) December (106) November (84) October (128) September (149) August (157) July (182) June (110) May (148) April (107) March (44) February (2)
Sponsor
AD BANNER
সাহিত্য
Tags
অসম আন্তঃৰাষ্ট্ৰীয় উত্তৰ-পূৰ্বাঞ্চল ক্ৰীড়া গুৱাহাট গুৱাহাটী গুৱাহাটী- গুৱাহাটী-ব্যবসায়-বাণিজ্য গুৱাহাটী-ব্যৱসায়-বাণিজ্য গুৱাহাটী' চিত্ৰ-আলোকচিত্ৰ পৰ্যটন ফেশ্বন ফেশ্যন বৰাক বলিউড বসায়-বাণিজ্য ব্যবসায়-বাণিজ্য ব্যৱসায় ব্যৱসায়-বাণিজ্য ভাৰত ভিডিঅ’ মনোৰঞ্জন ৰাজনীতি ৰাষ্ট্ৰীয় শিক্ষা সাহিত্য স্বাস্থ্য<eot>নতুন দিল্লী, ২৩ নৱেম্...
প্ৰতিবেদন অনুসৰি, কোম্পানীটোৱে পৰৱৰ্তী তিনি বছৰত বৃহৎ পৰিমাণৰ ছাঁটাইৰ পৰিকল্পনা কৰিছে। প্ৰকৃততে, আমেৰিকাত মন্দাৱস্থাৰ আশংকাৰ মাজত বহু ডাঙৰ কোম্পানীয়ে তেওঁলোকৰ ব্যয় হ্ৰাস কৰিবলৈ বৃহৎ পৰিমাণৰ ছাঁটাই চলাই আছে। কোম্পানীটোৱে কৈছিল যে ইয়াৰ চতুৰ্থ তিনিমাহৰ ৰাজহ ১১.২ শতাংশ হ্ৰাস পাইছে।
এইচপি হৈছে এক আমেৰিকান কম্পিউটাৰ নিৰ্মাতা, যি হৈছে বিশ্বৰ অন্যতম বৃহৎ কোম্পানী। এইচ.পি.-ৰ আগতে, বহুতো দৈত্য টুইটাৰ, মেটা অৰ্থাৎ ফেচবুক, আমাজন, মাইক্ৰছফ্ট আৰু চেলচফৰ্চে তেওঁলোকৰ ব্যয় হ্ৰাস কৰিবলৈ ছাঁটাই কৰিছে।
হিন্দুস্থান সমাচাৰ/ প্ৰজেশ/ বিস্মিতা/মনোজ

Related News
10 Dec 2022
খাৰুৱা তেলৰ মূল্য প্ৰতি বেৰেলত ৭৭ ডলাৰ, পেট্ৰ'ল আৰু ডিজেলৰ মূল্য সুস্থিৰ
নতুন দিল্লী, ১০ ডিচেম্বৰ (হি.স.)। আন্তঃৰাষ্ট্ৰীয় বজাৰত অব্যাহত আছে খাৰুৱা তেলৰ মূল্য হ্ৰাস। কিছুদিন..
09 Dec 2022
ভাৰত-চীন বাণিজ্যিক ঘাটি ১০ বছৰত ৩৬.৩১ বিলিয়ন আমেৰিকান ডলাৰলৈ বৃদ্ধি: পীয়ুষ গোৱেল
নতুন দিল্লী, ০৯ ডিচেম্বৰ (হি.স.)। ভাৰত আৰু চীনৰ মাজত ২০০৪-০৫ বৰ্ষৰ পৰা ২০১৩-১৪ বৰ্ষৰ ভিতৰত ১০ বছৰত ব..
09 Dec 2022
খাৰুৱা তেলৰ দৰ প্ৰতি বেৰেলত ৭৭ ডলাৰ, পেট্ৰ'ল-ডিজেলৰ মূল্য স্থিৰ
নতুন দিল্লী, ০৯ ডিছেম্বৰ (হি.স.)। আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ দৰ হ্ৰাসৰ ধাৰা অব্যাহত আছে। বিগত..<eot>‘অসমৰ বাস্তৱ পৰিস্থিতি অনুধাৱন কৰিব নোৱাৰিলে এদিন বদৰুদ্দিন আজমল হ’ব অসমৰ মুখ্য মন্ত্ৰী’, এই মন্তব্য ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ জয়ন্ত মল্ল বৰুৱাৰ।
বুধবাৰে ৰাজ্যিক বিজেপিৰ হেঙেৰাবাৰীস্থিত কাৰ্য্যালয়ত এখন সংবাদমেলত তেওঁ কয়, ‘১৯৮৫ চনত ২৭ শতাংশ বিদেশী মুছলমান আৰু এতিয়া অসমত ৩৬ শতাংশ বিদেশীমূলৰ মুছলমানৰ আধিপত্য চলি আছে, সেয়েহে বাস্তৱ পৰিস্থিতি অনুধাৱন কৰিব নোৱাৰিলে এদিন বদৰুদ্দিন আজমল অসমৰ মুখ্য মন্ত্ৰী হ’বগৈ।‘
‘১৯৮৫ চনৰ দৰে অসমৰ মানুহ আৱেগত উটি-ভাহি গ’লে নহ’ব’ বুলি মন্তব্য কৰি বৰুৱাই লগতে কয়, ‘আজমলক মুখ্য মন্ত্ৰী হোৱা ঘটনাত বাধা দিয়াটো এটা সময়ত অসম্ভৱ হৈ পৰিব। গতিকে অসমৰ ৰাইজ আবেগ অনুভুতিত উটি-ভাহি নালাগে।‘
অসম চুক্তিয়ে অসমক ২০ টা বছৰ পিছুৱাই নিলে বুলি মন্তব্য কৰি তেওঁ প্ৰশ্ন কৰে, ‘ভাৰতৰ সকলো ৰাজ্যতে বিদেশী চিনাক্তকৰণৰ ভিত্তি বৰ্ষ ১৯৫১ চন, কিন্তু অসমত কিহৰ ভিত্তি ১৯৭১ চনটো ধাৰ্য্য কৰা হ’ল?‘
আনহাতে জাতীয় দল-সংগঠনসমূহক আক্ৰমণৰ লক্ষ্য কৰি লৈ তেওঁ কয়, ‘জাতীয় দল-সংগঠনে কেৱল ৰাজপথত চিঞৰি থাকিলেই অসমৰ খিলঞ্জীয়াৰ স্বাৰ্থ ৰক্ষা নহয়।‘
তেওঁৰ মতে ‘অসমৰ খিলঞ্জীয়াৰ স্বাৰ্থ বিজেপি দলে ৰক্ষা কৰিব।‘ বৰুৱাৰ মতে তেওঁৰ দলৰ ‘সৰ্বানন্দ সোণোৱাল, ড০ হিমন্ত বিশ্ব শৰ্মাৰ দৰে নেতাসকলে সদায় অসমীয়া জাতিৰ উন্নয়নৰ হকে কাম কৰে।‘
একেখন সংবাদমেলতে অসমৰ লেখক-সাহিত্যিক, শিল্পী আৰু বুদ্ধিজীৱীসকলকো জ্ঞান দিবলৈ নাপাহৰিলে ৰাজ্যিক বিজেপিৰ মুখপাত্ৰগৰাকীয়ে।
‘অসমখনক সুন্দৰ কৰি ৰখাৰ বাবে কবি সাহিত্যিক, লেখক, শিল্পীসকলে নিজৰ নিজৰ ক্ষেত্ৰসমূহত মনোনিৱেশ কৰি অসমৰ সকলো দিশ চহকী কৰক। ৰাজনৈতিক সমীকৰণ বা অসমৰ জনগাঁথনিৰ গভীৰতালৈ নগৈ অকল আৱেগিকভাৱে ভাষা-সাহিত্যৰ আৱেগ সৃষ্টি কৰি অসমখনৰ ৰাজনীতিত ভয়াৱহ অশনি সংকেত আহিবলৈ নিদিব,‘ মন্তব্য জয়ন্ত মল্ল বৰুৱাৰ।
Recent News
জেইলত কি কৰি থাকে প্ৰেয়সীক টুকুৰা টুকুৰকৈ কাটি ফ্ৰীজত ভৰাই থোৱা আফতাবে ?
ইণ্ডোনেছিয়াত নিষিদ্ধ কৰা হ’ল বিবাহ বৰ্হিভূত যৌন সম্পৰ্ক
ফুটবল খেলাৰ মাজতে প্ৰচণ্ড মাৰপিট :: আহত অৰ্ধ শতাধিক
বিহাৰ হত্যাকাণ্ডৰ মূল অভিযুক্ত গ্ৰেপ্তাৰ আৰক্ষীৰ: উদ্ধাৰ হত্যাত ব্যৱহৃত কুঠাৰ
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই...
মাতৃভাষা মানুহৰ সৰ্বোত্তম বিকাশৰ বাহন স্বৰূপ | শিক্ষাৰ মাধ্যম মাতৃভাষা হ'লে সাহিত্যচৰ্চা আৰু সৃষ্টিশীল ৰচনাত অগ্ৰসৰ হোৱাত সহজ হয় | মানুহে শিশু কালৰে পৰাই চৌপাশৰ পৰিৱেশৰ পৰা স্বত:স্ফুৰ্ত ভাবে মাতৃভাষা শিকে | আনুষ্ঠানিক শিক্ষা গ্ৰহণৰ আগৰে পৰাই শিশুৱে মাতৃভাষাৰ মাধ্যমেৰে মনৰ ভাব প্ৰকাশৰ ক্ষমতা লাভ কৰে | সেয়েহে মাতৃভাষাক...
মাতৃভাষাৰ মাধ্যমেৰে শিক্ষা গ্ৰহণ কৰিলে শিক্ষাৰ্থী সকলৰ চিন্তাশক্তি আৰু কল্পনা শক্তিৰ বিকাশ সাধন হোৱাৰ লগতে মাতৃভাষাৰ প্ৰতি দায়বদ্ধ হৈ ইয়াৰ প্ৰসাৰ আৰু বিকাশৰ ক্ষেত্ৰত অৰিহণা যোগাবলৈ যত্নপৰ হ'ব | বৰ্তমানৰ পুৰুষে মাতৃভাষাক জীয়াই ৰাখি ইয়াৰ উন্নয়নৰ প্ৰচেষ্টা ৰাখিলেহে উত্তৰ পুৰুষে মাতৃভাষাক আপোন কৰি ল'বৰ থল পাব |<eot>গো...
অহা ৩১ জানুৱাৰী আৰু ১,২, ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'বলগীয়া অধিবেশনৰ মূল তোৰণ, মূল মণ্ডপ, অভ্যৰ্থনা শিবিৰ, জিৰণী শিবিৰ, মূল মাংগলিক গৃহৰ কাম প্ৰায় ৭০ শতাংশ সম্পূৰ্ন হৈছে বুলি অভ্যৰ্থনা সমিতিৰ কাৰ্যকৰী সভাপতি প্ৰভাত বসুমটাৰী আৰু সম্পাদক বানেশ্বৰ বসুমটাৰীয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে উল্লেখ্য যে ২ ফেব্ৰুৱাৰী অৰ্থাৎ সামৰণ...
ভাৰতৰ ২৫৩ নিযুত যুৱ শক্তিক শিশু তথা যুৱ সমাজৰ সমস্যাৰ প্ৰতি সহমৰ্মী তথা অনুপ্ৰাণিত কৰি তোলাৰ লক্ষ্যৰে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে।
ইউনিচেফৰ সৈতে নাহিদৰ সহযোগ উত্তৰ-পূৰ্বাঞ্চলৰ শিশুৰ অধিকাৰ সম্পৰ্কত সচেতনতা গঢ়াৰ উদ্দেশ্যে এক অংশ বিশেষ।
বিশ্বনাথ চাৰিআলিৰ নাহিদে ২০১৬ চনত সোণাক্ষী সিনহা অভিনীত বলীউদৰ আকিৰা ছবিত কণ্ঠদানেৰে পাৰ্শ্ব গায়িকা হিচাপে ভূমুকি মাৰিছিল।
২০১৭ চনত ‘ধুনীয়া জোন’ গানটোৰ বাবে তেওঁ শ্ৰেষ্ঠ মহিলা কণ্ঠশিল্পীৰ বঁটা লাভ কৰিছিল। তেওঁ লগতে ২০১৮ বৰ্ষত অসম ৰাজ্যিক চলচ্চিত্ৰ বঁটাও লাভ কৰিছিল।
এগৰাকী যুৱ অধিবক্তা হিচাপে নাহিদে শিশুৰ অধিকাৰ তথা সন্মান নিশ্চিত কৰি পৃথিৱীখনক এখন উন্নত স্থান হিচাপে গঢ়ি তোলাৰ দিশত শিশু আৰু যুৱসকলক অনুপ্ৰাণিত কৰাৰ ক্ষেত্ৰত আদৰ্শ ব্যক্তি (role model) হিচাপে কাম কৰিব।
যুৱ অধিবক্তাই গুণগত শিক্ষা আহৰণ, বুনিয়াদী স্বাস্থ্যসেৱা, শিশুৰ বিৰুদ্ধে হিংসাৰ অৱসান আদিকে ধৰি ইতিবাচক পৰিৱৰ্তনৰ ব্যৱস্থাসমূহত সহযোগ কৰিব।
‘’ মই ইউনিচেফৰ যুৱ অধিবক্তা হিচাপে নিযুক্তি লাভ কৰি সন্মানিত বোধ কৰিছো। মই আশাবাদী যে মই অধিক শিশুক তেওঁলোকৰ সপোন পূৰণ কৰাৰ দিশত অনুপ্ৰাণিত তথা উৎসাহিত কৰি তুলিবলৈ সক্ষম হ’ম। গান গোৱাটো মোৰ চখ আৰু ভৱিষ্যতে মই এগৰাকী সফল কণ্ঠশিল্পী হ’ব বিচাৰো। মই মোৰ সংগীতৰ অনুৰাগীসকলে দেখুওৱা সহযোগিতাৰ প্ৰতি কৃতজ্ঞ। তেওঁলোকে দিয়া মৰমৰ ...
সংবাদ মাধ্যমৰ আগত ইউনিচেফৰ ভাৰতৰ প্ৰতিনিধি ড০ য়াছমিন আলী হকে কয় যে নাহিদৰ নিযুত নিযুত যুৱ সম্প্ৰদায়ক তেওঁলোকৰ সপোন তথা হেঁপাহ সম্পৰ্কে উদ্বুদ্ধ কৰাৰ প্ৰতিভা আছে।
Recent News
জেইলত কি কৰি থাকে প্ৰেয়সীক টুকুৰা টুকুৰকৈ কাটি ফ্ৰীজত ভৰাই থোৱা আফতাবে ?
ইণ্ডোনেছিয়াত নিষিদ্ধ কৰা হ’ল বিবাহ বৰ্হিভূত যৌন সম্পৰ্ক
ফুটবল খেলাৰ মাজতে প্ৰচণ্ড মাৰপিট :: আহত অৰ্ধ শতাধিক
বিহাৰ হত্যাকাণ্ডৰ মূল অভিযুক্ত গ্ৰেপ্তাৰ আৰক্ষীৰ: উদ্ধাৰ হত্যাত ব্যৱহৃত কুঠাৰ
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই...
সোমবাৰে গুৱাহাটীত পেট্ৰলৰ মূল্য ২৫ পইচা হ্ৰাস পায়, সেইদৰে ডিজেলৰ মূল্য হ্ৰাস পাই ২৭ পইচা।
ফলত আজি ৰাজ্যখনত প্ৰতি লিটাৰ পেট্ৰলৰ মূল্য ৭২.৬৬ টকা হোৱাৰ বিপৰীতে প্ৰতি লিটাৰ ডিজেলৰ মূল্য হৈছে ৬৬.০৯ টকা।
দেওবাৰে ৰাজ্যখনত প্ৰতি লিটাৰ পেট্ৰল আৰু ডিজেলৰ মূল্য ক্ৰমে ৭২.৯১ টকা আৰু ৬৬.৩৬ টকা আছিল।
আনহাতে দেশৰ ৰাজধানী দিল্লীত আজি প্ৰতি লিটাৰ পেট্ৰলৰ মূল্য ২৪ পইচা আৰু প্ৰতি লিটাৰ ডিজেল মূল্য ২৫ পইচাকৈ হ্ৰাস পায়।
উল্লেখযোগ্য যে আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্য তললৈ নমাৰ ফলত ভাৰতত পেট্ৰল, ডিজেলৰ দাম হ্ৰাস পাইছে। এই সপ্তাহত এই মূল্য আৰু হ্ৰাস পোৱাৰ সম্ভাৱনা আছে।
বৰ্তমানলৈকে এইটো বৰ্ষত দেশত পেট্ৰলৰ মূল্য প্ৰতি লিটাৰত ৪.৫৫ টকা আৰু ডিজেলৰ মূল্য প্ৰতি লিটাৰত ৪.৭ টকা হ্ৰাস পাইছে।
Recent News
ধৰ্মগুৰুৰ ‘পৰমাত্মা’ স্বীকৃতি বিচৰা আবেদনকৰ্তাক দৃষ্টান্তমূলক শাস্তি স্বৰূপে ১ লাখ টকাৰ জৰিমনা বিহিলে উচ্চতম ন্যায়ালয়ে
বংগত গাড়ীৰ স্পেয়াৰ টায়াৰৰ ভিতৰত উদ্ধাৰ ৯৪ লাখ টকা: বিজেপিলৈ অভিযোগৰ আঙুলি মমতা বেনাৰ্জীৰ
সংবাদ মাধ্যমে বৰ্জন কৰিছে ভাৰত জোড়ো যাত্ৰা, কৰা নাই কাৰ্যসূচীৰ সম্প্ৰচাৰ! অভিযোগ অশোক গেহলটৰ
লুডুৰ জুৱাত হেৰুৱালে সৰ্বস্ব: শেষত নিজকে বাজী ৰাখি ঘৰৰ মালিকৰ ওচৰত পৰাস্ত হ’ল মহিলা
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই...
by ইয়াছিন আলী