text stringlengths 0 188k |
|---|
Blogging |
Lifestyle |
Sub menu |
Assamese Story |
Assamese Quotes |
About |
Who am I |
Contact |
More... |
Try RTL Mode |
Report A Post |
Home |
assamese horror story |
assamese vutor story |
Daini part 20 ডাইনী Assamese Novel Online |
Assamese story and poem, Assamese new Novel |
Daini part 20 ডাইনী Assamese Novel Online |
Click here to read daini part 19 |
প্ৰায় এটলা ওপৰৰ পৰা তলত পৰিলো । ভাগ্য ভাল বুলিব পাৰি । বৰষুণত পৰি মাটি একেবাৰে আলতীয়া হৈ পৰিছিল । প্ৰায় আধা হাত তললৈ বহি গৈছে কিন্তু হাড় নাভাঙিল। উঠিবলৈ খোজতেই মন কৰিলো ইমান আলতীয়া মাটি তাৰ ওপৰত চুলি বন ঘাঁহত ফচি গৈছে। তাৰ পৰা ওলাব লাগিলে দুমুঠি চুলি চিঙি থৈ আহিব লাগিব। এনে লাগিল আজি ৰাতি যদি বাচি থাকো কালি ৰাতিপুৱা... |
Also Read আপুনিও মৃত মানুহক RIP লিখি শ্ৰদ্ধাঞ্জলি জনায় নেকি? তেন্তে পঢ়ক। Do Not Type RIP In Assamese |
মোৰ হাতত ইমান সময় নাই যে তেওঁৰ বাবে গোটেই ৰাতি ইয়াত বহি থাকিম । তেওঁক বিদায় দিবই লাগিব । কিন্তু এয়াও মন কৰিব লাগিব যাতে তেওঁৰ মৃত্যু নহয় । সোনকালে মোৰ চাৰ্টটো খুলি হাতুৰি মুৰত বান্ধি ললো । আশাকৰো চাৰ্টটোৰ বাবে জোৰকৈ মাৰিলেও বেছি আঘাত নাপাব । কিন্তু হাতত ক্ষত হৈ মই হাতুৰীটো বেছিসময় ধৰি ৰাখিব নোৱাৰিলো । মোৰ নতুনকৈ কিনা ... |
Click here to read daini part 21 |
Copy |
'+w+' |
'} else{if(A==3){c+=' |
'+w+' |
'} else{if(A==4){c+=' |
'+w+' |
'+u+' |
'} else{c+=' |
'+w+' |
'+u+' |
'} }}}s.innerHTML=c+=" |
";d.callBack()};randomRelatedIndex=h;showRelatedPost=g;j(d.homePage.replace(/\/$/,"")+"/feeds/posts/summary"+e+"?alt=json-in-script&orderby=updated&max-results=0&callback=randomRelatedIndex")})(window,document,document.getElementsByTagName("head")[0]); /*]]>*/ |
Post a Comment |
Post a Comment |
Popular Posts |
Lachit Barphukan Essay in Assamese PDF লাচিত বৰফুকন বিষয়ে ৰচনা |
Lachit Barphukan Essay in Assamese PDF লাচিত বৰফুকন বিষয়ে ৰচনা আৰম্ভণি : অসমৰ ইতিহাসত যিসকল বীৰ যোদ্ধাৰ নাম জিলিকি আছে সেইসকলৰ ভিতৰত লাচিত বৰফুকন অ…<eot>ব্ৰহ্মপুত্ৰত সংঘটিত নাও দুৰ্ঘটনাৰ প্ৰায় ২০ ঘণ্টা সময় উকলি গ’ল, আজি পুৱাৰে পৰা এন ডি আৰ এফ, এছ ডি আৰ এফ, নদী আৰক্ষী আৰু ভাৰতীয় সেনাই উদ্ধাৰ অভিযান অব্যহত ৰাখিছে যদিও এ... |
বায়ু সেনাই হেলিকপ্টাৰেৰে আকাশমাৰ্গৰ পৰাও অভিযান চলাই আছে। |
ইয়াৰ উপৰি দুৰ্ঘটনাগ্ৰস্ত নাওখৰ লগতে ইয়াত থকা কেইবাখনো মটৰ চাইকেলৰো কোনো সম্ভেদ লাভ কৰা নাই উদ্ধাৰকাৰী দলে, কেৱল শুৱালকুছিৰ শ্ৰীহাটীত নাওখনৰ কিছু ভগ্নাৱেশ আৰু উৎপল চমুৱা নামৰ এজন অধিবক্তাৰ নথি-পত্ৰভৰ্তি এটা বেগ উদ্ধাৰ কৰা হয় বুলি জানিব পৰা গৈছে। |
আনহাতে প্ৰকৃততে কিমানজন লোক সন্ধানহীন হৈ আছে তাৰো সঠিক তথ্য দিব পৰা নাই প্ৰশাসনে। জিলা প্ৰশাসনে জনোৱা মতে ২ জন লোকৰ সন্ধানহীন হৈ আছে। এই পৰ্যন্ত ২০জনক জীৱন্তে উদ্ধাৰ কৰাৰ লগতে ৩ টা মৃটদেহ উদ্ধাৰ কৰা হৈছে। |
Recent News |
ধৰ্মগুৰুৰ ‘পৰমাত্মা’ স্বীকৃতি বিচৰা আবেদনকৰ্তাক দৃষ্টান্তমূলক শাস্তি স্বৰূপে ১ লাখ টকাৰ জৰিমনা বিহিলে উচ্চতম ন্যায়ালয়ে |
বংগত গাড়ীৰ স্পেয়াৰ টায়াৰৰ ভিতৰত উদ্ধাৰ ৯৪ লাখ টকা: বিজেপিলৈ অভিযোগৰ আঙুলি মমতা বেনাৰ্জীৰ |
সংবাদ মাধ্যমে বৰ্জন কৰিছে ভাৰত জোড়ো যাত্ৰা, কৰা নাই কাৰ্যসূচীৰ সম্প্ৰচাৰ! অভিযোগ অশোক গেহলটৰ |
লুডুৰ জুৱাত হেৰুৱালে সৰ্বস্ব: শেষত নিজকে বাজী ৰাখি ঘৰৰ মালিকৰ ওচৰত পৰাস্ত হ’ল মহিলা |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই... |
শনিবাৰে এই পৰামৰ্শ আগবঢ়াই আয়োগে কয় যে যদিহে ছোৱালীসকলৰ সমানেই ল'ৰাসকলে ১৮ বছৰ বয়সতে চৰকাৰ নিৰ্বাচন কৰাৰ অধিকাৰ লাভ কৰে তেন্তে নিজৰ বাবে পত্নী নিৰ্বাচন কৰিবলৈ আৰু ৩ বছৰ অপেক্ষা কৰিবলৈ দিয়াৰ কোনো যুক্তি নাই। পুৰুষৰ বিয়াৰ |
ন্যুনতম বয়স ২১ বছৰৰ পৰা হ্ৰাস কৰি ১৮ বছৰ কৰিবলৈ পৰামৰ্শ আগবঢ়াই আয়োগে বিবাহৰ পিছৰ সম্পত্তিৰ ভাগ-বটোৱাৰাক লৈয়ো মন্তব্য আগবঢ়াইছে। |
বিয়াৰ পিছত অৰ্জন কৰা সম্পত্তিত পত্নীৰো সমান অধিকাৰ থাকিব লাগে বুলিও আয়োগে খচৰাত উল্লেখ কৰিছে। বিচ্ছেদৰ পিছত এই সম্পত্তি দুয়োৰে মাজত সমানে ভাগ হ'ব। |
পাৰিবাৰিক আইন সংশোধনৰ বাবে প্ৰস্তত কৰা খচৰাত আয়োগৰ তৰফৰ পৰা আৰু কোৱা হৈছে যে ল'ৰাৰ ন্যুনতম বয়স ২১ বছৰ আৰু ছোৱালীৰ বয়স ১৮ বছৰ হোৱাৰ ফলত সমগ্ৰ দেশতে পত্নীৰ বয়স স্বামীতকৈ কম হ'ব লাগে বুলি এটা কু-ৰুচিপূৰ্ণ পৰম্পৰা গঢ় লৈ উঠিছে। আয়োগে পাৰিবাৰিক ক্ষেত্ৰখনত মহিলাসকলে সংসাৰৰ বাবে নিজৰ কেৰিয়াৰ পৰ্যন্ত বাদ দিবলৈ বাধ্য হৈ পৰা বিষয়... |
তেজপুৰৰ ঐতিহ্য বহন কৰা আন এক প্ৰাচীন ঠাই হৈছে তেজপুৰৰ পশ্চিমে থকা ‘দ-পৰ্বতীয়া’ নামৰগাওঁ, এই গাৱতেই কিছুমান উল্লেখযোগ্য মন্দিৰৰ ভগ্নাৱশেষ পোৱা যায়, এই মন্দিৰ সমূহো আহোম যুগতেই অসমত স্থাপন হৈছিল কিন্তু ১৮৯৭ চনৰ বৰভুইকঁপৰ ফলত এই মন্দিৰৰ ধংসাৱশেষহে এতিয়া বাকী ৰৈছেগৈ, অসমৰ প্ৰাচীন মন্দিৰৰ ভিতৰত এই মন্দিৰ হৈছে অন্যতম। |
তেজপুৰত আন এক বিখ্যাত মন্দিৰ হৈছে ‘ভৈৰৱীমন্দিৰ’। অসমৰ এখন অন্যতম শক্তিপীঠ । ইয়াত মা দূৰ্গাক আৰাধনা কৰা হয়। অতি পবিত্ৰ আৰু মাহাত্ম্য থকা এই মন্দিৰতো আজি চাৰিশ বছৰৰ পৰা জনসাধাৰণে পূজা-অৰ্চনা কৰি আহিছে। |
ইয়াৰ উপৰিও কেটেকেশ্বৰ দেৱাল, হলেশ্বৰ মন্দিৰ, নাগ-শ্ংকৰ, শিংৰী মন্দিৰ, ৰূদ্ৰপদ মন্দিৰ, বিশ্বনাথ ঘাট আদিও তেজপুৰৰ আন এক বিখ্যাত প্ৰাচীন কীৰ্তিচিহ্ন সমূহৰ ভিতৰত অন্যতম। এই কীৰ্তি চিহ্ন সমূহৰ বাহিৰেও তেজপুৰত আন কিছুমান বিশেষ ঠাইৰ অৱস্থিতি পোৱা যায়, এই ঠাই সমূহৰ ভিতৰত উল্লেখযোগ্য ঠাই হৈছে-তেজপুৰৰ পৰা ৪০ কি মি দূৰত্বত অৱস্থি... |
তেজপুৰৰ আন এক পৰ্যটনস্থলী হৈছে-কলিয়া ভোমোৰাসেতু, বিশাল ব্ৰক্ষ্মপুত্ৰৰ ওপৰত নিৰ্মাণ কৰা এই দলংখনেই হৈছে ব্ৰক্ষ্মপুত্ৰৰ আটাইতকৈ দীঘলদলং যিয়ে তেজপুৰ আৰু নগাঁৱৰ দক্ষিণ দিশক সংযোগ কৰিছে। ইয়াৰ উপৰিও তেজপুৰৰ ত্ৰিমূৰ্তি উদ্যান, জিলা স্ংগ্ৰ্হালয় আৰু অসমৰ আটাইতকৈ পুৰণি চলচিত্ৰগৃহ ‘জোনাকী চিনেমা’ আদিও দেশী-বিদেশী পৰ্যটকৰ বাবে চাব... |
গতিকে পাঠক সকল, এতিয়া জানিব পাৰিলে যে আমাৰ অসমৰে এই তেজপুৰ চহৰতে চাবলগীয়া আৰু আমি জানিবলগীয়া বহুতো ঠাই আছে! এই ন-পুৰণি বিভিন্ন ঠাই সমূহকলৈ আমি প্ৰ্কৃততে গৌৰৱ কৰিব পাৰো নহয়নে? অহা খণ্ডত আপোনালোকক মই অসমৰ আন এক বিশেষ ঠাইৰ সৈতে পৰিচয় কৰাই দিম , চাবলৈ নাপাহৰিব আমাৰ ৱেবচাইট nefocus.com.<eot>দেশৰ ৭২ সংখ্যক স্বাধীনতা দিৱসৰ লগ... |
উল্লেখযোগ্য যে সতীৰ্থ ৯৭ নামৰ অনুষ্ঠানটোৱে বুধবাৰে শিৱসাগৰ চহৰৰ সমীপৰ ৰংঘৰ চাৰি আলিত থকা কৌমুদালয় নামৰ বিশেষ ভাৱে সক্ষম শিশুৰ আশ্ৰয় গৃহত উপস্থিত হৈ শিশুসকলৰ লগত পতকা উত্তোলন কৰে। |
ইয়াৰ পিছতে শিশু সকলৰ মাজত ফল মূল মিঠাই, মৰ্টন, চকলেট, ব্ৰনভিটা, কিতাপ বহী, পেঞ্চিল,ৰবৰ, ৰং পেঞ্চিল আদি সামগ্ৰী বিতৰণ কৰাৰ লগতে প্ৰতি গৰাকী শিশুক একোটাকৈ স্পৰ্টিং উপহাৰ হিচাপে প্ৰদান কৰে। |
আনহাতে পতাকা উত্তোলনৰ সময়ত কৌমুদালয়ৰ এই বিশেষভাৱে সক্ষম শিশু সকলে গোৱা ৰাষ্ট্ৰীয় সংগীতটোৱে উপস্থিত সকলোৰে মন মোহে। তাৰোপৰি বন্দে মাতৰম গীতৰ তালে তালে এই বিশেষভাৱে সক্ষম শিশুসকলে এটি সুন্দৰ নৃত্য অনুষ্ঠানো পৰিৱেশন কৰে। |
ইয়াৰ উপৰিও সতীৰ্থ’ ৯৭ য়ে ন-পুখুৰীৰ পাৰত থকা চৰকাৰৰ অধীনৰ বিশেষ ভাৱে সক্ষম ব্যক্তিৰ আশ্ৰয় গৃহত উপস্থিত হৈ ৮ গৰাকী বিশেষভাৱে সক্ষম ব্যক্তিক ফলমূল, মিঠাইকে ধৰি খাদ্য সামগ্ৰী বিতৰণ কৰে। |
মন কৰিব লগীয়া যে শিৱসাগৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমূখী বিদ্যালয়ৰ পৰা ১৯৯৭ চনত মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হোৱা ছাত্ৰসকল পুনৰ মিলিত হৈ সতীৰ্থ’ ৯৭ নামৰ এক অনুষ্ঠানৰ জন্ম দিয়ে আৰু শিৱসাগৰ জিলাৰ বিভিন্ন সামাজিক, সাংস্কৃতিক আৰু শৈক্ষিক উন্নতিৰ কামকাজৰ বাবে আগবাঢ়ি আহে। |
Recent News |
উবাচ আহমেদ ছিদ্দিকী! মুছলমান মহিলাক নিৰ্বাচনৰ টিকট দিয়াসকল ইছলাম বিৰোধী! |
বিহাৰত চাঞ্চল্যকৰ হত্যাকাণ্ড: ৰাজহুৱা বজাৰত চোকা অস্ত্ৰৰে স্তন, হাত, ভৰি, কাণ কাটি মহিলাক হত্যা কৰিলে দুৰ্বৃত্তই |
মধ্য প্ৰদেশত ভয়াৱহ দুৰ্ঘটনা: দ্ৰুতবেগী ট্ৰাকে মহতীয়াই নিলে বাছ ষ্টপেজত ৰৈ থকা লোকক; ৬ গৰাকী নিহত, আহত কেইবাগৰাকীও |
ধোঁৱাচাঙত নাৰী সুৰক্ষা: যোগীৰ উত্তৰ প্ৰদেশত কিশোৰীক অপহৰণ কৰি কেইবাদিন ধৰি ধৰ্ষণ |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই... |
দিল্লী আৰক্ষীয়ে বৃহস্পতিবাৰে জানিবলৈ দিয়ে যে মঙলবাৰে এটা অভিযোগ দাখিল কৰাৰ পিছত তেওঁলোকে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে। |
লগতে পঢ়ক: Lionel Messi: কাটাৰেই শেষ, আৰু বিশ্বকাপ নেখেলে বিশ্ব ফুটবলৰ ৰাজকুমাৰ, বাওঁ ভৰিৰ যাদুকৰ লিঅ’নেল মেছিয়ে |
আৰক্ষীয়ে জনোৱা অনুসৰি, ছোৱালীজনী কেন্দ্ৰীয় বিদ্যালয়ৰ ছাত্ৰী। দলবদ্ধ ধৰ্ষণৰ অভিযোগ পোহৰলৈ অহাৰ পিছতে কেন্দ্ৰীয় বিদ্যালয় সংগঠনৰপৰাও এক তদন্ত আৰম্ভ কৰিছে। |
আৰক্ষী সূত্ৰই জানিবলৈ দিয়া মতে জুলাই মাহত এই দলবদ্ধ ধৰ্ষণৰ ঘটনাটো সংঘটিত হৈছিল। দিল্লী মহিলা আয়োগে ঘটনাটোক লৈ সৰৱ হোৱাৰ পিছত ভুক্তভোগীৰ পৰিয়ালে মঙলবাৰে আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰে। |
বিষয়টো কিয় তাৎক্ষণিকভাৱে আৰক্ষীক জনোৱা হোৱা নাছিল তাৰ উত্তৰ বিচাৰি আয়োগে বিদ্যালয়খনৰ অধ্যক্ষক জাননী জাৰি কৰিছে। |
লগতে পঢ়ক: Facebook Crisis: সংকটত ফেচবুক! ১২ হাজাৰ কৰ্মচাৰীয়ে হেৰুৱাব পাৰে চাকৰি! |
আয়োগৰ অধ্যক্ষ স্বাতী মালিৱালে কয়, “আমি এটা অভিযোগ পাইছো যে বিদ্যালয়ৰ ভিতৰত ৱাশ্বৰূমত এগৰাকী ১১ বছৰীয়া ছাত্ৰীক দলবদ্ধ ধৰ্ষণ কৰা হৈছিল। নাবালিকাগৰাকীয়ে আমাক কৈছিল যে বিদ্যালয়ৰ শিক্ষকসকলেই বিষয়টো ঢাকি ৰাখিবলৈ চেষ্টা কৰিছিল। এইটো সঁচাকৈয়ে দুৰ্ভাগ্যজনক যে শিক্ষাৰ্থীসকল আনকি বিদ্যালয়তো সুৰক্ষিত নহয়।” |
বিদ্যালয়খনে অৱশ্যে দাবী কৰিছিল যে অধ্যক্ষই ঘটনাটোৰ বিষয়ে একো নাজানে। ভুক্তভোগীৰ পৰিয়ালৰ পৰাও একো জনোৱা নাছিল। আৰক্ষীৰ তদন্ত আৰম্ভ হোৱাৰ পিছতহে তেওঁ এই বিষয়ে জানিব পাৰিছে। |
বিদ্যালয়ৰ এজন বিষয়াই কয়, “বিদ্যালয়খনে নিজাববীয়াকৈও তদন্ত কৰি আছে। ঘটনাটোৰ বিষয়ে কোনেও অধ্যক্ষক জনোৱা নাছিল। বিষয়টো শিক্ষক আৰু অভিভাৱকৰ সভাতো উত্থাপিত হোৱা নাছিল।” |
লগতে পঢ়ক:IND vs SA 1st ODI: অথলে গ’ল চেমছন-শ্ৰেয়াছৰ দুৰ্দান্ত যুঁজ! লক্ষ্ণৌত শেষ হাঁহি মাৰিলে দক্ষিণ আফ্ৰিকাই |
ইপিনে, দিল্লী আৰক্ষীয়ে কয় যে এটা তদন্ত চলি আছে। ভুক্তভোগীৰ অভিযোগৰ ভিত্তিত শিক্ষক আৰু অভিযুক্ত ছাত্ৰ দুজনক সোধা-পোছা কৰা হৈছে। |
Recent News |
বাংগালুৰুত যুৱকক শিলেৰে আক্ৰমণ কৰি হত্যা ছয়জনীয়া দলৰ: কেমেৰাত বন্দী নৃশংস আক্ৰমণৰ দৃশ্য |
খোৱাঙত বাঘৰ আতংক: বাগিচাত কৰ্মৰত অৱস্থাত নাহৰফুটুকীৰ আক্ৰমণত দুই মহিলা আহত |
গুজৰাটৰ মৰ্বি দলং দুৰ্ঘটনা সন্দৰ্ভত ভুৱা টুইট: ৮ ডিচেম্বৰলৈ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ তৃণমূল নেতা চাকেত গোখলেক |
২১ হাজাৰ শিক্ষক পদৰ নিযুক্তিত ভয়ংকৰ জালিয়াতি :: CBI তদন্তত ওলাই পৰিল কোন কোন নেতা জড়িত |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই... |
জিলাখনৰ বিভিন্ন কেন্দ্ৰত দেখা গৈছে ভোটাৰৰ দীঘলীয়া শাৰী। |
দুপৰীয়া ১ বজালৈকে জিলাখনৰ লখিমপুৰ বিধানসভা সমষ্টিত ২৬%, নাওবৈচাত ২৭.৪৮%, বিহপুৰীয়াত ৩৭.৪৩% আৰু ঢকুৱাখনাত ৫০.২২% ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰিছে। |
জিলাখনত লখিমপুৰ লোকসভা সমষ্টিৰ ৩টা আৰু তেজপুৰ সমষ্টিৰ অন্তৰ্গত ১টা বিধানসভা সমষ্টি আছে। |
জিলাখনৰ ১১০নং নাওবৈচা, ১১১নং লখিমপুৰ আৰু ১১২নং ঢকুৱাখনা বিধানসভা সমষ্টি লখিমপুৰ লোকসভা সমষ্টিৰ অন্তৰ্ভুক্ত হোৱাৰ বিপৰীতে ১০৯নং বিহপুৰীয়া বিধানসভা তেজপুৰ লোকসভা সমষ্টিৰ অন্তৰ্গত। |
Tags: নিৰ্বাচন ২০১৯ |
Recent News |
Gujarat Election: প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ সম্পূৰ্ণ; ভোটদানৰ হাৰ ৬০ শতাংশ অতিক্ৰম |
শাৰীৰিক অসুস্থতাৰ বাবে চিকিৎসালয়ত ভৰ্তি ফুটবল সম্ৰাট পেলে; কেনে আছে কিংবদন্তি খেলুৱৈগৰাকী? |
দেশৰ পৰাজয় উদযাপন! ইৰাণত যুৱকক মুকলিকৈ গুলীয়াই হত্যা আৰক্ষীৰ |
Gujarat Election 2022: মুচ নেহী তো কুচ নেহী! গোঁফেৰেই নিৰ্বাচনত ওলট-পালট কৰিব বিচাৰে হিচাপ-নিকাচ |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই... |
মিছিগানৰ গৱেষকে উলিওৱা তথ্য অনুসৰি তেওঁলোকে সংগ্ৰহ কৰা বিভিন্ন পৰিসংখ্যাত এটা কথা স্পষ্ট যে একাংশ সংবাদমাধ্যমক শাসক দল বিজেপিয়ে সমৰ্থন বা ফ’ল’ কৰাৰ বিপৰীতে আন একাংশ সংবাদ মাধ্যমক সমৰ্থন বা ফ’ল’ কৰে বিৰোধীয়ে৷ |
ভাৰতৰ অধিক সংখ্যক সংবাদগোষ্ঠীৰ সাংবাদিকে নিৰপেক্ষ ভূমিকা লোৱাৰ বিপৰীতে চৰকাৰৰ হৈহে ওকালতি কৰে বুলি প্ৰকাশ কৰিছে গৱেষকৰ দলটোৱে৷ |
- Donation - |
তেওঁলোকৰ গৱেষণাত প্ৰকাশ পোৱা অনুসৰি “তিনিটা সংবাদগোষ্ঠীয়ে বিজেপিৰ হৈ সংবাদ পৰিৱেশন কৰে আৰু শাসক দলৰ ৰাজনৈতিক নেতাৰ সমৰ্থনো লাভ কৰে৷সেই গ্ৰুপ তিনিটা ক্ৰমে জী গ্ৰুপ,ৰিপাব্লিক গ্ৰুপ আৰু জাগৰণ গ্ৰুপ৷এই |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.