text
stringlengths
0
188k
ভৌতিক বা ৰহস্য সাহিত্যৰ সামাজিক মূল্য (টুৱাৰাম দত্ত) →
You May Also Like
বৃন্দাবনৰ প্ৰেম (৫) – নন্দৰজাৰ আনন্দ ভৈল ( প্ৰতিম প্ৰতাপ বৰুৱা )
March 15, 2012 0
মৌ-সনা সোঁৱৰণি (নলিনীধৰ ভট্টাচাৰ্য): ঊনবিংশ খণ্ড
August 14, 2014 March 10, 2021 1
সৰু মানুহ
July 18, 2022 July 18, 2022 0
Subscribe
Login
Notify of
new follow-up comments new replies to my comments
Label
Name*
Email*
Website
Δ
Label
Name*
Email*
Website
Δ
0 Comments
Inline Feedbacks
View all comments
অন্যান্য শিতান
অসমীয়া লিখন সঁজুলি
সাহিত্যৰ এপ
দেশে-বিদেশে
গ্ৰন্থ আলোচনা
আখল
বোলছবি
ক্ৰীড়া
অনুভৱ
স্বাস্থ্যকথা
অনুবাদ
সম্পাদকলৈ চিঠি
প্ৰাক্তন সম্পাদকসকল
সম্পাদনা সমিতি
সংখ্যাটোত আঁৰত
ই-কিতাপ
শ্ৰব্য-নাট
শিশু-শিতান
ৱিকিপিডিয়া বাৰ্তা
ভাল খবৰ
সৰিয়হ ফুল
শিল্প-ভাস্কৰ্য্য
শিতানত লেখাৰ সংখ্যা
শিতানত লেখাৰ সংখ্যা Select Category অনুবাদ (274) অনুভৱ (528) অসমীয়া লিখন সঁজুলি (1) আখল (215) ই-কিতাপ (38) কবিতা (1,316) ক্ৰীড়া (36) গল্প (1,217) গ্রন্থ-আলোচনা (133) দেশে-বিদেশে (307) ধাৰাবাহিক (465) প্ৰবন্ধ (1,432) বোলছবি (116) ভাল খবৰ (23) ভিন্নস্বাদ (973) ৰহঘৰা (895) ৱিকিপিডিয়া বাৰ্তা (15) শিল্প আৰু ভাষ্কৰ্য্য (194)...
Copyright © 2022 সাহিত্য ডট অৰ্গ. All rights reserved.
Theme: ColorMag by ThemeGrill. Powered by WordPress.
Copying is Prohibited!
wpDiscuz
Insert
সাহিত্য ডট অৰ্গ
দায়লুপ্তি
সাহিত্য ডট অৰ্গত প্ৰকাশ হোৱা যিকোনো লেখাৰ সমল, মতামত তথা দৃষ্টিভংগী সম্পূৰ্ণৰূপে লেখকৰ নিজা; আলোচনীৰ তাত কোনো হস্তক্ষেপো নাথাকে বা লেখাৰ মতামত আলোচনীৰ মতামত নহয়৷
সেয়েহে, লেখা এটাৰ কাৰণে কোনো অনাহুত পৰিস্থিতিৰ সৃষ্টি হ’লে তাৰবাবে লেখকে নিজেই দায়িত্ব ল’ব লাগিব আৰু আলোচনী কোনোপধ্যেই জগৰীয়া নহ’ব৷<eot>বিহুলৈ কেইবাদিনো থাকোঁতেই এখন বিশেষ দোকানত উপস্থিত হওঁ। তথাপিও নাতিপ্ৰশস্থ দোকানখনৰ বিৰ দি বাট নোপোৱা হেঁচা-ঠেলাৰ সন্মুখীন হ’বলগীয়া হয়েই মোৰ নিচিনা প্ৰায়বিলাক গ্ৰাহকৰ। আজি প্ৰায় আঠ-ন ব...
কথাটো এনেকুৱা নহয় যে যোৰহাটৰ আন দোকানত নথকা বস্তুবোৰ সেই দোকানখনত আছে। বহুত কেইখন দোকানতে তাত থকা বস্তুবোৰ পোৱা যায়। ক’ৰবাত হয়তো তাতকৈ কম মূল্যতো পোৱা যায়। তথাপিও ভিৰ ঠেলিয়েই অথবা মোৰ নিচিনাকৈ ভিৰ কমিলেই সোমাম বুলি বহুসময় অপেক্ষা কৰা মানুহখিনিয়ে নিজৰ পছন্দৰ পিঠা-পনা আৰু জলপানৰ সামগ্ৰীখিনি সেইখন দোকানৰ পৰাই সংগ্ৰহ কৰি প...
ইমতিয়াজ শইকীয়া। বাবলুদা নামেৰেও তেখেত জনাজাত। তেখেতেই হৈছে ‘মনচুন’ৰ স্বত্বাধিকাৰী। হাঁহিমুখীয়া, গাম্ভীৰ্য্যপূৰ্ণ ব্যক্তিত্বৰ মানুহজনৰ উপস্থিতিয়ে ‘মনচুন’ক এক সুকীয়া মৰ্য্যাদা প্ৰদান কৰে। প্ৰতিজন গ্ৰাহকৰে চাহিদাৰ প্ৰতি তেখেতৰ তীক্ষ্ণ দৃষ্টি সদা বিৰাজমান।
ইমতিয়াজ শইকীয়াই প্ৰথমতে বেকাৰীৰ সামগ্ৰীৰে দোকানখন আৰম্ভ কৰিছিল প্ৰায় পোন্ধৰ বছৰমানৰ আগতে। যোৰহাটৰ লিচুবাৰীত তেখেতসকলৰ নিজা ফেক্টৰী আছে। তাত কেক, বিস্কুট, পাউৰুটী, পপ, পেটিছ, নিমকী, ভুজিয়া, খুৰমা ইত্যাদি বিভিন্ন ধৰণৰ খাদ্যসামগ্ৰী প্ৰস্তুত কৰা হয়। মানসম্পন্ন খাদ্যসামগ্ৰীবিলাকে প্ৰথমৰ পৰাই ক্ৰেতাসকলৰ মাজত সমাদৰ লাভ কৰি আহ...
এই প্ৰভুত জনপ্ৰিয়তা তথা গ্ৰাহকৰ আস্থাভাজন হ’ব পৰাৰ আঁৰত কি মন্ত্ৰ আছে ‘মনচুন’ৰ? এক দীৰ্ঘদিনীয়া সূক্ষ্ম পৰ্যবেক্ষণৰ পৰা দুটা কথা ক’বপৰা হ’লোঁ। প্ৰথমতেই মন কৰিবলগীয়া কথাটো হৈছে ইয়াৰ স্বত্বাধিকাৰ ইমতিয়াজ শইকীয়াদেৱৰ সামগ্ৰীৰ গুণাগুণৰ লগত আপোচবিহীন মানসিকতা। তেখেতে খাদ্যসামগ্ৰীবোৰৰ এটা বিশেষ মান বজাই ৰখাত সদায়েই অগ্ৰাধিকাৰ ...
দ্বিতীয়টো কাৰণ হৈছে ‘মনচুন’ৰ কৰ্মচাৰীসকলৰ খৰতকীয়া আৰু পৰিপাটিকৈ গ্ৰাহকক সেৱা আগবঢ়াব পৰা গুণ। ইয়াৰ লগতে অৱধাৰিতভাৱে যোগ দিব পাৰি স্বত্বাধিকাৰ শইকীয়াদেৱৰ পৰিচালনাৰ দক্ষতা আৰু গ্ৰাহকৰ প্ৰয়োজনলৈ দিয়া আন্তৰিক মনোযোগ।
বেকাৰী সামগ্ৰীবিলাকক বাদ দি ‘মনচুন’ত উপলব্ধ হাতেৰে তৈয়াৰী সামগ্ৰীবিলাকৰ ভিতৰত উল্লেখযোগ্য হৈছে তিলপিঠা(নাৰিকল/তিল দিয়া), ঘিলাপিঠা(গুড় দিয়া/নিমখীয়া), নাৰিকলৰ লাড়ু, তিলৰ লাড়ু, গমৰ লাড়ু, বেচনৰ লাড়ু, ভাপত দিয়া পিঠা, মুড়িৰ লাড়ু ইত্যাদি। কিছুদিনৰ পৰা ক’লা চাউলৰ পৰা প্ৰস্তুত কৰা তিলপিঠাও উপলব্ধ হৈছে। ‘মনচুন ‘ত পোৱা জলপানৰ ভিত...
এখন ব্যৱসায়িক প্ৰতিষ্ঠান হিচাপে ‘মনচুন ‘ৰ সফলতা অসমীয়া ব্যৱসায়ীসকলৰ বাবে এক আদৰ্শ উদাহৰণ। ব্যৱসায়ত সফলতা লাভ কৰিবৰ বাবে প্ৰয়োজনীয় কিটিপ-কৌশলবিলাক, সততা, নিষ্ঠা, পৰিচালন দক্ষতা ইত্যাদি গুণবিলাক অধ্যয়ন কৰিবলৈ ‘মনচুন‘ৰ স্বত্বাধিকাৰ ইমতিয়াজ শইকীয়াদেৱ এক সুন্দৰ নিদৰ্শন হৈ উঠিছে। ইয়াৰ উপৰিও তেখেতৰ আন এক ইতিবাচক দিশ আঙুলিয়াব ...
এয়া আচলতে এক সৰু-সুৰা নীৰৱ অৰ্থনৈতিক বিপ্লৱ। এই বিপ্লৱে বিশাল বিস্তৃতি লাভ কৰক। “আমাৰ সামগ্ৰী, আমাৰ বজাৰ” হওক এই বিপ্লৱৰ সৰৱ শ্লোগান। আমাৰ যুৱ প্ৰজন্মই চাকৰিমুখী মনোবৃত্তি সলাই শইকীয়াদেৱৰ পথ অনুসৰণ কৰিবলৈ আগ্ৰহ অনুভৱ কৰক। ‘মনচুন ‘ কেৱল এখন দোকানৰ নাম হৈ নাথাকি এক অনুকৰণীয় অনুষ্ঠান হৈ উঠক।
অন্যান্য শিতান
অসমীয়া লিখন সঁজুলি
সাহিত্যৰ এপ
দেশে-বিদেশে
গ্ৰন্থ আলোচনা
আখল
বোলছবি
ক্ৰীড়া
অনুভৱ
স্বাস্থ্যকথা
অনুবাদ
সম্পাদকলৈ চিঠি
প্ৰাক্তন সম্পাদকসকল
সম্পাদনা সমিতি
সংখ্যাটোত আঁৰত
ই-কিতাপ
শ্ৰব্য-নাট
শিশু-শিতান
ৱিকিপিডিয়া বাৰ্তা
ভাল খবৰ
সৰিয়হ ফুল
শিল্প-ভাস্কৰ্য্য
শিতানটিৰ অন্যান্য লেখাসমূহ পঢ়ক
সম্পাদকীয়
October 24, 2022 October 24, 2022 0
সম্পাদকীয় : শিশুমনৰ অনুভূতিপ্ৰৱণতা
September 18, 2022 September 19, 2022 0
সম্পাদকীয়ঃ স্বাধীনতা ইত্যাদি
August 21, 2022 August 21, 2022 0
সম্পাদকীয়ঃ প্ৰকৃতিৰে ভাৰসাম্য ৰক্ষা কৰিহে উন্নয়ন সম্ভৱ
July 18, 2022 July 23, 2022 0
সম্পাদকীয়ঃ বজাৰ অৰ্থনীতি আৰু অসমীয়া ভাষা
June 16, 2022 June 16, 2022 0
গুৱাহাটী: বৰ্তমান আৰু ভবিষ্যত