text stringlengths 0 188k |
|---|
উল্লেখযোগ্য যে যোৱা ৮ মে’তে দিলীপ কুমাৰ পালে তেওঁৰ পদত্যাগ পত্ৰ দাখিল কৰিছিল। ৮ মে’ৰ পূৰ্বেও কেইবাবাৰো তেওঁ দায়িত্বৰ পৰা অব্যাহতি বিচাৰি অনুৰোধ কৰি আহিছিল অধ্যক্ষক। পদত্যাগ পত্ৰত তেওঁ ব্যক্তিগত আৰু পাৰিবাৰিক জীৱনক অধিক সময় দিয়াৰ বাবে এই সিদ্ধান্ত বুলি জনালেও প্ৰকৃত কাৰণ আছিল বিধায়কজনে বিগত বিধানসভাৰ নিৰ্বাচনৰ সময়ত হিন্... |
কিন্তু হিন্দু বাংলাদেশীক নাগৰিকত্ব দিয়া বাদ, নিজৰ পত্নীৰ নামেই নাহিল এন আৰ চিৰ চূড়ান্ত খচৰাত। যোৱা ৩০ জুলাইত প্ৰকাশিত এন আৰ চিৰ চূড়ান্ত খচৰাত দিলীপ পালৰ নাম থাকিলেও তেওঁৰ পত্নী অৰ্চনা পালৰ নাম নাই বুলি জানিব পৰা গৈছে। |
আনহাতে বিধানসভাৰ অধ্যক্ষ হিতেন্দ্ৰনাথ গোস্বামীয়ে জনোৱামতে, পৰৱৰ্তী অধিৱেশনৰ পূৰ্বে এজন নতুন উপাধ্যক্ষ নিযুক্তি দিয়া হ’ব। |
Recent News |
পাঁচ ডিচেম্বৰত বৃক্ক সংৰোপণ কৰা হ’ব লালুৰ শৰীৰত, তাৰ পাছত চাব বিচাৰে বিজেপিৰ পৰাজয়: নিৰ্বাচনী সভাত অনুৰাগীক জনালে লালুপুত্ৰ তেজস্বীয়ে |
ছয় বছৰ পূৰ্বে যুৱতীক এছিড নিক্ষেপ কৰা দুৰ্বৃত্তক শাস্তি বিহিলে আদালতে: যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰিলে দুৰ্বৃত্তক |
গৌৰৱান্বিত ৰাজ্য: ৰাষ্ট্ৰপতিৰ হাতৰ পৰা অৰ্জুন বঁটা গ্ৰহণ কৰিলে কমনৱেলথ স্বৰ্ণজয়ী নয়নমণিয়ে |
ডিব্ৰুগড় বিশ্ববিদ্যালয় ৰেগিং কাণ্ড: চাৰি ছাত্ৰক বহিষ্কাৰ, নিলম্বন তিনি হোষ্টেল ৱাৰ্ডেনক |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই... |
সোমবাৰে দিনৰ ১১-০০ বজাত জল সম্পদ বিভাগৰ ডিভিজনৰ চৌহদত ঠিকাদাৰসকলে অনিৰ্দিষ্টকালীন অনশন কাৰ্যসূচী আৰম্ভ কৰিছিল। |
ৰাজ্য চৰকাৰৰ প্ৰতি বিষেদ্গাৰ কৰি সংস্থাৰ নেতাগৰাকীয়ে কৈছে যে ই-টেণ্ডাৰিঙৰ জৰিয়তে বৃহৎ ঠিকাদাৰসকলক সহায় কৰাৰ লগতে ক্ষুদ্ৰ ঠিকাদাৰসকলক প্ৰাপ্্যৰ পৰা বঞ্চিত কৰা হৈছে। |
সংস্থাৰ মতে ই-টেণ্ডাৰিং বিভাগীয় নিয়মমতে হোৱা নাই আৰু এইক্ষেত্ৰত বৃহৎ ঠিকাদাৰসকলে ৰাজনৈতিক পৃষ্ঠপোষকতা লৈ অহা ঠিকাদাৰসকলক ঠিকা প্ৰদান কৰা হৈছে। |
ডিব্ৰুগড় জলসম্পদ ঠিকাদাৰ সন্থাৰ সভাপতি পৰাগ গগৈয়ে উল্লেখ কৰিছে যে নিবিদাৰ নিয়ম পালন নকৰাকৈয়ে দুটা বৃহৎ ঠিকা প্ৰদান কৰা হৈছে। |
এনে এটা প্ৰকল্প হৈছে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গৃহ সমষ্টি চাবুৱাত মুলুকগাঁৱত ব্ৰহ্মপুত্ৰৰ স্পীল চেনেলসমূহৰ পৰা ‘ভূমি পুনৰুদ্ধাৰ’ৰ আঁচনিৰ ৪০ লাখ টকীয়া প্ৰকল্পৰ এটা ঠিকা নিয়ম বহিৰ্ভুতভাৱে এগৰাকী ঠিকাদাৰক প্ৰদান কৰা হৈছিল। |
একেদৰে ৪৬.৯৮ লাখ টকীয়া ৪ কি:মি:ৰ বগীবিল আইথান ৰিঙৰ বান্ধ পুনৰুদ্ধাৰৰ আন এটা প্ৰকল্পৰ ঠিকাও টেণ্ডাৰ অবিহনেই ঠিকাদাৰক প্ৰদান কৰা হৈছিল। |
গগৈয়ে অভিযোগ কৰিছে যে আনকি, সমষ্টিৰ বাবে অহা পুঁজিও ই-টেণ্ডাৰিং অবিহনে কেইজনমান নিৰ্বাচিত ঠিকাদাৰক প্ৰদান কৰা হৈছিল। ৰাজনৈতিক পৃষ্ঠপোষকতা থকা লোকলৈ ঠিকা প্ৰদান কৰা হৈ আহিছে। |
Recent News |
হৃদয় বিদাৰক! ক্ৰিকেট খেলি থাকোতে হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু দশম শ্ৰেণীৰ ছাত্ৰৰ |
মোদী পাছ, নাড্ডা ফেইল! বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিৰ ৰাজ্য হিমাচলত কংগ্ৰেছৰ মুখ্যমন্ত্ৰী হ’ব কোন? |
গান্ধীৰ ৰাজ্যত বিপৰ্যস্ত কংগ্ৰেছ; কিয় গুজৰাটৰ নিৰ্বাচনী ইতিহাসৰ আটাইতকৈ বেয়া ফলাফল কংগ্ৰেছৰ? |
পুটিনৰ সতৰ্কবাণী! পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ দৰে পৰিস্থিতিয়েই কিন্তু ক্ৰমে সৃষ্টি হৈছে |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই... |
তথ্য অনুসৰি ইতিমধ্যে কিন্তু IITৰ BHU অৰ্থাৎ বেনাৰস হিন্দুবিশ্ববিদ্যালয়ৰ কেম্পাছক এই নতুন টোল লাইন প্ৰস্তুত কৰাৰ দায়িত্ব অৰ্পণ কৰা হৈছে। অৱশ্যে কেন্দ্ৰীয় চৰকাৰে এই সন্দৰ্ভত এতিয়ালৈকে কোনো তথ্য সদৰী কৰা নাই। কিন্তু IITৰ BHUৰ সংশ্লিষ্ট বিভাগক নতুন টোল নীতি প্ৰস্তুত কৰিবলৈ দায়িত্ব দিয়া বুলি প্ৰকাশ পাইছে। এই কথা প্ৰকাশ কৰ... |
ইয়াৰ পাছতে অহা বছৰৰ পৰা দেশত নতুন টোল নীতি প্ৰৱৰ্তন কৰা হ’ব বুলি চৰ্চা চলিছে। নতুন টোল নীতিৰ মতে GPS ভিত্তিত নতুন টোল কৰ সংগ্ৰহ কৰা হ’ব পাৰে। ইয়াৰ লগতে GPS ব্যৱস্থাৰ বাহিৰেও গাড়ীৰ আকাৰৰ ভিত্তিত টোল সংগ্ৰহ কৰাৰ সম্ভাৱনাও আছে। উল্লেখ্য যে বৰ্তমান নিৰ্দিষ্ট দূৰত্বৰ ভিত্তিত নিৰ্ধাৰিত মানৰ টোল সংগ্ৰহৰ কৰি অহা হৈছে। |
নতুন টোল নীতিত সংশ্লিষ্ট বাহনখনে পথত পাৰ কৰা সময় আৰু দূৰত্বৰ ভিত্তিত বাহনখনৰ টোল কৰ সংগ্ৰহৰ কৰা হ’ব পাৰে। এই ক্ষেত্ৰত বাহনখনৰ আকাৰ আৰু বাহনখনে ৰাজপথৰ কিমান অংশ ব্যৱহাৰ কৰিছে তাকো পৰিমাপণ কৰা হ’ব পাৰে। বাহনখনৰ ওজনো মূল্যায়ন কৰা হ’ব। |
যদি এই পদ্ধতিৰে টোল কৰ সংগ্ৰহ কৰা হয়, তেন্তে ই সৰু বাহনৰ গৰাকী আৰু কম দূৰত্ব ভ্ৰমণ কৰা লোকসকলে সকাহ পোৱাৰ সম্ভাৱনা আছে। |
অৱশ্যে IIT BHU এই প্ৰকল্পৰ কাম অপৰ্ণ কৰা হৈছে যদিও এতিয়াও ইয়াৰ কাম আৰম্ভ হোৱা নাই বুলি প্ৰকাশ পাইছে। কিন্তু IIT BHUক এই প্ৰকল্প অপৰ্ণ কৰাৰ বাবেই দেশত টোল নীতি সলনি হোৱাটো প্ৰায় নিশ্চিত বুলি ধাৰণা কৰা হৈছে। |
Recent News |
হৃদয় বিদাৰক! ক্ৰিকেট খেলি থাকোতে হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু দশম শ্ৰেণীৰ ছাত্ৰৰ |
মোদী পাছ, নাড্ডা ফেইল! বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিৰ ৰাজ্য হিমাচলত কংগ্ৰেছৰ মুখ্যমন্ত্ৰী হ’ব কোন? |
গান্ধীৰ ৰাজ্যত বিপৰ্যস্ত কংগ্ৰেছ; কিয় গুজৰাটৰ নিৰ্বাচনী ইতিহাসৰ আটাইতকৈ বেয়া ফলাফল কংগ্ৰেছৰ? |
পুটিনৰ সতৰ্কবাণী! পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ দৰে পৰিস্থিতিয়েই কিন্তু ক্ৰমে সৃষ্টি হৈছে |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই... |
ক’ভিড আক্ৰান্ত হোৱাৰ পিছত তেওঁৰ স্বাস্থ্যৰ গুৰুতৰভাৱে অৱনতি ঘটাত তেওঁক ৰূপনাথ ব্ৰহ্ম অসামৰিক চিকিৎসালয়ৰ পৰা উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ লৈ অনা হয়। |
দীৰ্ঘদিন ধৰি জি এম চি এইছত চিকিৎসাধীন হৈ থকা বিধায়ক নাৰ্জাৰীৰ মঙলবাৰে ক’ভিড টেষ্ট নিগেটিভ আহিছিল যদিও ব্ৰেইন ষ্ট্ৰোক হোৱাৰ বাবেই সংকটজনক হৈ পৰিছিল তেওঁৰ স্বাস্থ্য। |
১৯৫৩ চনত জন্মগ্ৰহণ কৰা নাৰ্জাৰীয়ে মৃত্যুৰ সময়ত পত্নী, দুটি পুত্ৰ আৰু দুগৰাকী কন্যা সন্তানক এৰি থৈ যায়। |
উল্লেখ্য ২০০৬ চনত প্ৰথমবাৰৰ বাবে গোসাইগাঁও সমষ্টিৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল মাজেন্দ্ৰ নাৰ্জাৰী। |
Tags # অসম |
Share This |
About W7S News |
অসম |
By W7S News at May 26, 2021 |
Email ThisBlogThis!Share to TwitterShare to FacebookShare to Pinterest |
Labels: অসম |
No comments: |
Post a Comment |
Newer Post Older Post Home |
Subscribe to: Post Comments (Atom) |
Post Bottom Ad |
Responsive Ads Here |
Author Details |
Templatesyard is a blogger resources site is a provider of high quality blogger template with premium looking layout and robust design. The main mission of templatesyard is to provide the best quality blogger templates which are professionally designed and perfectlly seo optimized to deliver best result for your blog. |
Facebook |
Powered by Blogger. |
Search |
শেহতীয়া |
জনপ্ৰিয় |
গুৱাহাটীত উত্তৰ-পূবৰ প্ৰথমটো ডাইৰেক্ট ছাৰ্ভিচ চেণ্টাৰ মুকলি এলজি ইলেকট্ৰ'নিক্সৰ |
W7s news ষ্টাফৰিপোৰ্টাৰ ঃ ভাৰতৰ আগশাৰীৰ উপভোক্তা বহনক্ষম ব্লেণ্ড এল জি ইলেকট্রনিক্সে মঙলবাৰে গুৱাহাটীত উত্তৰ-পূবৰ ৰাজ্যসমূহৰ প্ৰথমটো ডাইৰে... |
ব্ৰহ্মকুমাৰী'জৰ উদ্যোগত কাঁহিকুছিত আত্মনির্ভৰ কৃষক অভিযান ; কৃষক -কৃষি বিজ্ঞানীক সম্বৰ্ধনা |
W7s news গুৱাহাটী : ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰণালয়ৰ আৰ্থিক সাহায্যত , ব্ৰহ্মকুমাৰীজ'ৰ ৰাজযোগ শিক্ষা আৰু গৱেষণা ফাউণ্ডেশ্যনৰ কৃষি আ... |
গুণোৎসৱ ২০২২: গুণগত আৰু উন্নত শিক্ষাৰ দিশত এক সবল খোজ |
১১ মে'ৰপৰা ৪ জুনলৈ ৰাজ্যজুৰি অনুষ্ঠিত হ'ব গুণোৎসৱ ২০২২ W7s news ষ্টাফৰিপোৰ্টাৰ: ক'ভিড-১৯ পৰিস্থিতিয়ে প্ৰভাৱান্বিত কৰা অসমৰ শিক... |
আই এ এছ এছ টিত অত্যাধুনিক যন্ত্ৰপাতিৰ প্ৰশিক্ষণ আৰু প্ৰদৰ্শন কাৰ্যসূচী আৰম্ভ |
W7s news গুৱাহাটী : ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ অধীনৰ গুৱাহাটীৰ পশ্চিম বৰাগাঁওস্থিত ইনষ্টিটিউট অফ এডভান্স চায়েন্স এণ্ড টেকন&#... |
চাৰিদিনীয়া INTCON এক্সপ’ গুৱাহাটী ২০২২ ৰ শুভাৰম্ভ |
W7s news গুৱাহাটী: ইন্টেৰিঅ’ৰ ডিজাইন আৰু নিৰ্মাণ খণ্ডৰ বাবে আৰম্ভ হ’ল চাৰিদিনীয়া (২৫-২৮ আগষ্ট, দিনৰ ১১ বজাৰ পৰা ৭ বজালৈ) অনন্য INTCON এক্স... |
মন্তব্য |
Archive |
Archive December (15) November (61) October (116) September (171) August (129) July (140) June (134) May (116) April (103) March (103) February (81) January (44) December (106) November (84) October (128) September (149) August (157) July (182) June (110) May (148) April (107) March (44) February (2) |
Sponsor |
AD BANNER |
সাহিত্য |
Tags |
অসম আন্তঃৰাষ্ট্ৰীয় উত্তৰ-পূৰ্বাঞ্চল ক্ৰীড়া গুৱাহাট গুৱাহাটী গুৱাহাটী- গুৱাহাটী-ব্যবসায়-বাণিজ্য গুৱাহাটী-ব্যৱসায়-বাণিজ্য গুৱাহাটী' চিত্ৰ-আলোকচিত্ৰ পৰ্যটন ফেশ্বন ফেশ্যন বৰাক বলিউড বসায়-বাণিজ্য ব্যবসায়-বাণিজ্য ব্যৱসায় ব্যৱসায়-বাণিজ্য ভাৰত ভিডিঅ’ মনোৰঞ্জন ৰাজনীতি ৰাষ্ট্ৰীয় শিক্ষা সাহিত্য স্বাস্থ্য<eot>চাহ বাগিচাৰ বোনাছৰ ক্... |
স্মাৰক পত্ৰৰ মতে চেপ্টেম্বৰ মাহৰ ১৪ তাৰিখে গুৱাহাটী আৱৰ্ত্ত ভৱনত শ্রম মন্ত্রীৰ উপস্থিতিত সমুহ শ্ৰমিক আৰু চাহ বাগিচাৰ সংঘৰ প্ৰতিনিধিৰে হোৱা আলোচনাত অসমৰ চাহ বাগিচা সমুহক ২০ শতাংশ বোনাছ এটা কিস্তিতে শ্ৰমিক সকলক আদায় দিবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছিল ৷ |
এই ক্ষেত্ৰত মন্ত্রী পল্লৱ লোচন দাসে এইবাৰ দুর্গা পূজাত শ্ৰমিকসকলক এটা কিস্তিতে ২০ শতাংশ বোনাছ শ্ৰমিকক আদায় দিবলৈ বাগিচাৰ মালিক সংস্থাক নির্দেশ দিয়ে । উক্ত বৈঠকত ভাৰতীয় চাহ মজদুৰ সংঘয়ো ২০ শতাংশ বোনাছ এটা কিস্তিত দিয়াৰ ব্যৱস্থা কৰিবলৈ চৰকাৰক দাবী জনাইছিল। |
ইয়াৰ পাছতে যোৱা ইং ২০ চেপ্টেম্বৰত অসম চাহ মজদুৰ সংঘই মেকলইড ৰাছেল কোম্পানীৰ সৈতে অতি সংগোপনেৰে কৰা একপক্ষীয় চুক্তিত দুটা কিস্তিত বোনাছ আদায় দিয়াৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা বুলি ভাৰতীয় চাহ মজদুৰ সংঘই অভিযোগ উত্থাপন কৰে ৷ |
ভাৰতীয় চাহ মজদূৰ সংঘৰ বোকাখাত শাখাৰ সম্পাদক মনোজ কৰ্মকাৰে কয় যে “অসম চাহ মজদুৰ সংঘৰ এনে শ্ৰমিক বিৰোধী কাৰ্য্যক আমি কঠোৰভাৱে ধিক্কাৰ দিয়াৰ লগতে বোকাখাত মহকুমাৰ অন্তৰ্গত সকলো বাগিচাত ২০ শতাংশ বোনাছ এক কিস্তিত আদায় দিয়াৰ বাবে দাবী জনাইছো । অন্যথা চাহ শ্ৰমিকৰ স্বাৰ্থত তীব্র আন্দোলন গঢ়ি তুলিবলৈ আমি বাধ্য হ’ম।” স্মাৰক পত্ৰ... |
Recent News |
ধৰ্মগুৰুৰ ‘পৰমাত্মা’ স্বীকৃতি বিচৰা আবেদনকৰ্তাক দৃষ্টান্তমূলক শাস্তি স্বৰূপে ১ লাখ টকাৰ জৰিমনা বিহিলে উচ্চতম ন্যায়ালয়ে |
বংগত গাড়ীৰ স্পেয়াৰ টায়াৰৰ ভিতৰত উদ্ধাৰ ৯৪ লাখ টকা: বিজেপিলৈ অভিযোগৰ আঙুলি মমতা বেনাৰ্জীৰ |
সংবাদ মাধ্যমে বৰ্জন কৰিছে ভাৰত জোড়ো যাত্ৰা, কৰা নাই কাৰ্যসূচীৰ সম্প্ৰচাৰ! অভিযোগ অশোক গেহলটৰ |
লুডুৰ জুৱাত হেৰুৱালে সৰ্বস্ব: শেষত নিজকে বাজী ৰাখি ঘৰৰ মালিকৰ ওচৰত পৰাস্ত হ’ল মহিলা |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই... |
কৰ’না ভাইৰাছৰ সংক্ৰমণ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰখা আৰু সজাগতামূলক কাৰ্য্যসূচী লোৱাৰ ওপৰত তেওঁ গুৰুত্ব আৰোপ কৰে। |
কোনো বিদেশী ব্যক্তিক দেখিলেই আতংকিত নহ’বলৈ ৰাইজক আহ্বান জনাই সোণোৱালে এই সন্দৰ্ভত প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণৰ বাবে আৰক্ষী বিভাগক নিৰ্দেশ দিয়ে। |
পৰ্য্যালোচনা বৈঠকত স্বাস্থ্য (ৰাজ্যিক) মন্ত্ৰী পীযুষ হাজৰিকাৰ লগতে ৰাজ্য প্ৰশাসনৰ উচ্চ পদস্থ বিষয়াসকল উপস্থিত আছিল। |
দিছপুৰৰ পৰা পঞ্চায়ত পৰ্য্যায়লৈকে সকলো চৰকাৰী কৰ্মচাৰীকে ভাইৰাছবিধৰ প্ৰতিৰোধমূলক ব্যৱস্থা সম্পৰ্কে সজাগ কৰি তুলিবলৈ বৈঠকত মুখ্য মন্ত্ৰীয়ে নিৰ্দেশ দিয়ে। |
ৰাজ্যৰ ৪৪ হাজাৰ আশা আৰু অংগনৱাড়ী কৰ্মীৰ গোট গঠন কৰি গাঁৱে-গাঁৱে সজাগতা অভিযান চলাবলৈ মুখ্য মন্ত্ৰীয়ে নিৰ্দেশ দিয়ে। |
আনহাতে যাত্ৰীসকলৰ মাজত সজাগতা সৃষ্টিৰ পদক্ষেপ গ্ৰহণৰ বাবে তেওঁ অসম ৰাজ্যিক পৰিবহণ নিগমক নিৰ্দেশ দিয়ে। |
সকলো চৰকাৰী বিভাগক সহযোগিতাৰে আগবাঢ়িবলৈ আহ্বান জনাই মুখ্য মন্ত্ৰীয়ে ৰেল বিভাগকো স্বাস্থ্য বিভাগৰ সৈতে সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায়। |
লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত সকলো আন্তৰ্জাতিক যাত্ৰীৰে স্বাস্থ্য পৰীক্ষা কৰোৱা হৈছে বুলি স্বাস্থ্য বিভাগৰ বিষয়ববীয়াসকলে বৈঠকত অৱগত কৰে। |
গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত কৰ’না ভাইৰাছ আক্ৰান্ত ৰোগীৰ বাবে ইতিমধ্যে আইচ’লেচন ৱাৰ্ড স্থাপন কৰা হৈছে। |
স্বাস্থ্য বিভাগে জনোৱা মতে, সকলো জিলা চিকিৎসালয়তো তাৰ বাবে স্থান চিনাক্ত কৰা হৈছে আৰু স্বাস্থ্যকৰ্মীসকলক ইতিমধ্যে প্ৰয়োজনীয় প্ৰশিক্ষণ দিয়া হৈছে। |
Recent News |
ধৰ্মগুৰুৰ ‘পৰমাত্মা’ স্বীকৃতি বিচৰা আবেদনকৰ্তাক দৃষ্টান্তমূলক শাস্তি স্বৰূপে ১ লাখ টকাৰ জৰিমনা বিহিলে উচ্চতম ন্যায়ালয়ে |
বংগত গাড়ীৰ স্পেয়াৰ টায়াৰৰ ভিতৰত উদ্ধাৰ ৯৪ লাখ টকা: বিজেপিলৈ অভিযোগৰ আঙুলি মমতা বেনাৰ্জীৰ |
সংবাদ মাধ্যমে বৰ্জন কৰিছে ভাৰত জোড়ো যাত্ৰা, কৰা নাই কাৰ্যসূচীৰ সম্প্ৰচাৰ! অভিযোগ অশোক গেহলটৰ |
লুডুৰ জুৱাত হেৰুৱালে সৰ্বস্ব: শেষত নিজকে বাজী ৰাখি ঘৰৰ মালিকৰ ওচৰত পৰাস্ত হ’ল মহিলা |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.