text stringlengths 0 188k |
|---|
0 shares |
Share 0 Tweet 0 |
এটি কলি দুটি পাত |
0 shares |
Share 0 Tweet 0 |
বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা |
0 shares |
Share 0 Tweet 0 |
শেৱালি ফুল আৰু পাতৰ ঔষধি গুণঃ জানিবলৈ পঢ়ক এই তথ্য |
0 shares |
Share 0 Tweet 0 |
“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।<eot>পাকিস্তানৰ, লেফটেনেণ্ট জেনেৰেল অসীম মুনীৰক ... |
পাকিস্তানৰ তথ্যমন্ত্ৰী মৰিয়ম অউৰংগজেৱে কয় যে প্রধানমন্ত্রী মহম্মদ চাহবাজ ছৰিফে লেফটেনেণ্ট জেনেৰেল চাহিৰ চামচেদ মিৰ্জাক যুটীয়া সেনা মুৰব্বীৰ মুখ্য অধ্যক্ষ আৰু জেনেৰেল অসীম মুনীৰক সামৰিক বাহিনীৰ মুখ্য ৰূপে নিযুক্তি দিয়াৰ সিদ্ধান্ত লৈছে। |
আনুসংগিক বাতৰি |
সন্ত্ৰাসবাদীলৈ সমৰ্থন বন্ধ কৰি জনসাধাৰণৰ কল্যাণত মনোযোগ দিবলৈ পাকিস্তানৰ প্ৰতি ভাৰতৰ আহ্বান |
জম্মু-কাশ্মীৰত যুদ্ধ বিৰতি উলংঘা কৰি পাকিস্তানৰ গুলীবৰ্ষণ |
পাকিস্তানে অবৈধ দখল কৰি থকা ভাৰতীয় এলেকাৰ স্থিতি সলনি কৰাৰ বাবে চলোৱা প্ৰচেষ্টা নতুন দিল্লীৰ মহলে অগ্ৰাহ্য কৰিছে |
পাকিস্তানৰ অপ্ৰৰোচিতভাৱে যুদ্ধবিৰতি উলংঘাঃ জন্মু-কাশ্মীৰৰ নিয়ন্ত্ৰণ ৰেখাকে ধৰি বিভিন্ন ছেক্টৰত গুলীবৰ্ষণ |
জন্মু কাশ্মীৰৰ ভাৰত-পাক সীমান্তৰ উড়ি খণ্ডৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত শ্বহীদ হোৱা অসমৰ হৰধন চন্দ্ৰ ৰায়ৰ নশ্বৰ দেহ আজি অসম পাবহি |
পাকিস্তানৰ ঘটনাৱলীৰ সৈতে নতুন দিল্লী মহল জড়িত থকাৰ অভিযোগত ইছলামাবাদ মহলক তীব্ৰ ভৎৰ্সনা বিদেশ মন্ত্ৰালয়ৰ |
পাকিস্তানৰ বানত কমেও ১ কোটি আমেৰকান ডলাৰৰ ক্ষতি |
পাকিস্তানৰ পঞ্জাব প্রদেশৰ মূলতানৰ নিষ্টাৰ হস্পিতালৰ ছাদত কেইবাশ মৃতদেহ উদ্ধাৰৰ ঘটনাত বালুচৰ বিদ্ৰোহী গোটসমূহৰ প্রতিক্রিয়া |
লাইভ টুইটাৰ ফিড |
সাম্প্ৰতিক বতৰ |
As on-24 Nov 2021 |
মহানগৰ সৰ্বোচ্চoC সৰ্বনিম্নoC |
দিল্লী 26.7 9.2 |
মুম্বাই 34.0 23.0 |
চেন্নাই 32.4 25.0 |
কলকাতা 30.9 20.7 |
বাংগালুৰু 29.8 20.1 |
নতুন কি |
নিবিদা পৰিপত্ৰ আৰ টি আই-উত্তৰ তথ্য জনাৰ অধিকাৰ বাতৰিৰ ক্ৰম খালী পদ আকাশবাণী বাৰ্ষিক বঁটা |
আমাৰ বিষয়ে |
নাগৰিকৰ চনদ হিন্দী ভাষাত নাগৰিকৰ চনদ আকাশবাণীৰ বিধি সংবাদ সেৱাসমূহৰ বিভাগ সম্প্ৰচাৰ মাধ্যমৰ বাবে বাতৰি নীতি |
সম্পৰ্কীয় ছাইট |
তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয় প্ৰেছ ইনফৰমেশ্যন ব্যুৰ’ ডি এ ভি পি নেশ্যনেল প’ৰ্টেল অৱ ইণ্ডিয়া |
আমাৰ সৈতে যোগাযোগ কৰক |
মুখ্য কাৰ্যালয়ৰ সৈতে যোগাযোগৰ ঠিকনা আৰএনইউৰ সৈতে যোগাযোগৰ ঠিকনা আৰএনইউ বহিৰ্ভূত যোগাযোগৰ ঠিকনা পিটিচিৰ সবিশেষ<eot>কয়লা ছিণ্ডিকেট কেলংকাৰিৰ গোচৰত চি আই ডিয়ে গ্ৰেপ্তাৰ কৰিছে দুজন এনফ’ৰ্চমেণ্ট পৰিদৰ্শকক। ইতিমধ্যে চি আই ডিৰ পৰা জেৰাৰ চমন লাভ কৰাৰ পিছতো হাজিৰ হোৱাৰ সলনি জামিন বিচাৰি আদালতৰ শৰনাপন্ন হোৱাৰ বাবে প্ৰচেষ্টা অব্য... |
উচ্চতম ন্যায়ালয়ে জামিন আবেদন নাকচ কৰাৰ পাছত বৃহস্পতিবাৰে চি আই ডিয়ে এনফ’ৰ্চমেণ্ট পৰিদৰ্শক শাণ্ডিল্য আৰু বৰা দুয়োজনকে গ্ৰেপ্তাৰ কৰে। |
উল্লেখযোগ্য যে মহানগৰীৰ খানাপাৰাৰ লগতে ৰাজ্যখনৰ ভিন্ন স্থানত অবৈধভাৱে কয়লা পৰিবাহী ট্ৰাকৰ পৰা ধন সংগ্ৰহ কৰি অভাৰলোড ট্ৰাকক মুকলি কৰি দিয়াৰ অভিযোগত জিলা পৰিবহণ বিষয়া প্ৰসেনজিৎ ঘোষৰ লগতে কেইবাগৰাকীও এনফ’ৰ্চমেণ্ট পৰিদৰ্শক আৰু চেকাৰৰ নাম সাঙোৰ খাই পৰিছিল। |
চি আই ডিয়ে ইতিমধ্যে এই সন্দৰ্ভত অভিযান চলাই তথ্য উন্মোচন কৰাৰ পাছত গোচৰ ৰুজু কৰি যোগীঘোপা আৰু গুৱাহাটীৰ ৯জন পৰিদৰ্শক আৰু চেকাৰক গ্ৰেপ্তাৰ কৰছিল। এই গোচৰতে বৃহস্পতিবাৰে পুনৰ এনফ’ৰ্চমেণ্ট পৰিদৰ্শক দুজনক গ্ৰেপ্তাৰ কৰে। |
তাৎপৰ্যপূৰ্ণভাৱে উক্ত গোচৰত সাঙোৰ খাই পৰা জিলা পৰিবহন বিষয়া প্ৰসেনজিৎ ঘোষক শাস্তিমূলকভাৱে তেজপুৰলৈ বদলি কৰা হৈছিল যদিও এ পি এছ চি কেলেংকাৰিৰ গোচৰত ডিব্ৰুগড় আৰক্ষীয়ে প্ৰসেনজিৎ ঘোষক গ্ৰেপ্তাৰ কৰে। |
আনহাতে, চি আই ডিয়ে কয়লা ছিণ্ডিকেট কেলেংকাৰিৰ তদন্ত চলাই ৰখাৰ লগতে অভিযানো অব্যাহত ৰাখিছে। |
Recent News |
পাঁচ ডিচেম্বৰত বৃক্ক সংৰোপণ কৰা হ’ব লালুৰ শৰীৰত, তাৰ পাছত চাব বিচাৰে বিজেপিৰ পৰাজয়: নিৰ্বাচনী সভাত অনুৰাগীক জনালে লালুপুত্ৰ তেজস্বীয়ে |
ছয় বছৰ পূৰ্বে যুৱতীক এছিড নিক্ষেপ কৰা দুৰ্বৃত্তক শাস্তি বিহিলে আদালতে: যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰিলে দুৰ্বৃত্তক |
গৌৰৱান্বিত ৰাজ্য: ৰাষ্ট্ৰপতিৰ হাতৰ পৰা অৰ্জুন বঁটা গ্ৰহণ কৰিলে কমনৱেলথ স্বৰ্ণজয়ী নয়নমণিয়ে |
ডিব্ৰুগড় বিশ্ববিদ্যালয় ৰেগিং কাণ্ড: চাৰি ছাত্ৰক বহিষ্কাৰ, নিলম্বন তিনি হোষ্টেল ৱাৰ্ডেনক |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই... |
মৃত লোকজন অন্ধ্ৰপ্ৰদেশৰ পি ৰাজেন্দ্ৰ প্ৰসাদ বুলি জানিব পৰা গৈছে। উল্লেখ্য যে ভাড়াঘৰৰ পিছফালৰ চোতালত কাপোৰ মেলিবলৈ গৈছিল লোকজন। কিন্তু দুৰ্ভাগ্যজনক ভাৱে কাপোৰ মেলা ৰছীত এডাল বিদ্যুতৰ ছিঙা তাঁৰ লাগি আছিল যাৰ ফলত এই শোকাৱহ ঘটনাটো সংঘটিত হয়। |
জানিব পৰা মতে বহিঃৰাজ্যৰ লোকজন নগাঁৱৰ উৰিয়াগাঁৱৰ পৰা আমনি পৰ্যন্ত চাৰিলেন যুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰত কোম্পানী টি কে কনষ্ট্ৰাকশ্যনৰ কামত নিয়োজিত আছিল। |
ইফালে ঘটনাটো সংঘটিত হোৱাৰ পাছতে স্থানীয় ৰাইজৰ তৎপৰতাত লোকজনক নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসকে লোকজনক মৃত বুলি ঘোষণা কৰে। |
Recent News |
কোন জিকিল পাঁচখন ৰাজ্যৰ বিধান সভাৰ উপনিৰ্বাচনত ?? |
মহাভিযোগত অপসাৰিত ৰাষ্ট্ৰপতি পেদ্ৰো কাষ্টিলো; পেৰুৰ প্ৰথম মহিলা ৰাষ্ট্ৰপতি হ’ল দিনা বোলুয়াৰ্ট |
ভাৰতে নাগৰিকৰ ধৰ্মীয় স্বাধীনতা বজাই ৰাখক : আমেৰিকা |
আপোনাৰ মানসিক চাপ আছে নেকি ? যদি আছে মানসিক চাপৰ পৰা হাত সাৰিবলৈ কৰক এই কেইটা কাম : |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই... |
আজি দিশপুৰ প্ৰেছ্ ক্লাবত তাৰ গানটোৰ ভিডিঅ' ৰিলিজ হ'ব। প্ৰডিউশ্যাৰৰ অকণমানি জীয়েকজনীও ওলাইছে, প্ৰডিউশ্যাৰৰ চিনাকি ছোৱালী এজনীও ওলাইছে। যিয়েই নহওক, মুঠতে কামটো ভাল হৈছে। |
কালি তথাগতৰ কোঠাত সৰুসুৰাকৈ ভিডিঅ ৰিলিছ অনুষ্ঠান এভাগী হৈয়েই গ'ল।ক'লা কুকুৰ, বাঘ ,ভালুক কেইবাবিধ উপকৰণেৰে চুৰচুৰীয়াকৈ পাৰ্টি অকণমানো হ'ল। |
এই যে তথাগতৰ কোঠালৈ আহে ইহঁতকেইটা, ইহতৰ সুখ দুখ, হতাশা অভিমান সকলোবোৰ উজাৰি দিয়াৰ এই এটাই মূল ঠিকনা- তাৰ কোঠাটো। দুখৰ ভৰো বয়, সুখৰ হাঁহিবোৰো সামৰি পোহৰ হয়। |
'দে বাপা, ভাল হওক চলিটোৰ'- তথাগতই অম্লানৰ পিঠিত থপথপাই কালি যেতিয়া কৈছিল, তাৰ চকূকেইটা জলমলাইছিল। |
'গান এৰিব নোৱাৰো অ'। গান এৰিলে বুকু বিষাই। এতিয়া গানে যদি এচিকুট মানো লক্ষ্মীক আনে,তেন্তে গানে প্ৰাণে থাকিম আৰু।' |
আজি এয়া আটাইকেইটা আহি প্ৰেছ ক্লাব পাইছেহি। অম্লানৰ ঘৰৰ মানুহো আহিছে, মুখত হাঁহি লৈয়ে আহিছে। |
থাকক,এই হাঁহিবোৰ থাকক। |
বৰুণৰ মাক দেউতাকো আহিছে। |
তথাগতৰ কাণখন পকাই বৰুণৰ মাকে মিহিকৈ দম এটাও দিলে-' ক'ত নোহোৱা হৈ যোৱা? গা ধুবলৈও হ'বলা অহা নাই কেইবাদিনো। আহিবা এইকেইদিনতে। খুৰাই পাঠা মাংশ আনি খুৱাব। আৰু এটা কথা ,সোনকালেই মাহ হালধিও ঘহিব লাগিব। ছোৱালী চাই আছো।' |
তথাগতই ঢেকঢেকাই হাঁহিলে - |
'হে কি কয় খুৰী। মোৰ কোঠাত আনটো নায়েই জপাবলৈ দুৱাৰ এখনেই নাই।' |
' আমাৰ ঘৰত ৰূম ভাৰা কৰি থাকিবা। বনৰীয়া জীৱন বহুত হ'ল, এতিয়া ঘৰচীয়া হ'ব লাগে।' |
কিছুমান মাক সহজেই সকলোৰে মাক হৈ যাব পাৰে। বৰুণৰ মাক তেনে এজনী মাক। |
অদিতি বাইদেউ আৰু নীড়ো আহিছে। নীড় ডাঙৰ হৈছে। অদিতি বাইদেউৰ হাতত নধৰাকৈ কাষে কাষে আহিছে। |
সৰু সৰু নীলা ফুল দিয়া বগা কাপোৰ এসাজ পিন্ধি আহিছে অদিতি বাইদেউৱে। ঢিলাকৈ বেণী এডাল গুঠিছে। আনদিনা লোৱাতকৈ অকণমান ডাঙৰকৈ নীলা ফোট এটাও লৈছে। বিশেষ আ অলংকাৰ নিপিন্ধে তেওঁ। |
এনেকৈয়ে ভাল লাগে। |
এনেকৈয়ে তেওঁ বিশেষ। |
'তোমালোক কেতিয়াবাই আহিলা নেকি ?' |
'নাই, নাই, এই আহিছোহে।' |
আটাইকেইটাই প্ৰায় একেলগেই ক'লে। |
'চাহৰ যোগাৰখিনি তোমালোকে অকণমান চাই দিবা। গামোচা কেইখনমান মই লৈ আহিছো।' |
কথাখিনি কৈ কৈ বাইদেউৱে হাতত লৈ থকা বেগটো খুলি গামোচা কেইখনমান উলিয়ালে। |
সমীৰণে তাৰ মইনাচৰাইজনীও লৈ আহিছে। তাই বৰুণৰ মাকৰ লগতে বহিছে। জুনেইদৰ বান্ধবীও আহিছে।বৰ দায়িত্বশীল ছোৱালী তাই। আহিয়েই মঞ্চ সজোৱাৰ পৰা টেবুলত থোৱা পানীৰ বটলকেইটালৈকে হিচাপ ৰাখিছে। এতিয়াও অদিতি বাইদেউৰ লগত তাই লাগিয়েই গ'ল। |
জানমণিৰ বুকুৰ এফাল নাছিল। এই নথকা কথাটো তথাগতৰ কাৰণে একো সমস্যাৰ কথা নাছিল। সমস্যাটো হ'ল, তাইৰ বুকুঢকা চোলাটোৰ যিফালে তুলা এনুৰা সুমুৱাই থোৱা আছিল, তাৰ সিটো ফালেও য'ত তাইৰ বুকুখন আন ছো |
'আইতা আমাৰ গাঁৱৰে যে, আইতাক চোৱা চিতা কৰিবলৈ মোক বাৰ বছৰমান বয়সতে আনিছিল। অসুখটো হোৱা চাৰি বছৰ হ'ল। একো গমেই পোৱা নাছিলো। কাপোৰ মেলি থাকোতে বিষ এটা হ'ল। দাদা বৌৱে ডাক্তৰৰ ওচৰলৈ নিলে। ভেলোৰলৈও লৈ গ'ল। বুকুৰ এফাল কটা গ'ল। বহুত কান্দিলো। এই ঘৰখনে মোক বহুত দিছে।তেওঁলোকৰ মুখলৈ চাই কান্দিবলৈ বাদ দিলো। হোৱাই নোহোৱাই হাঁহি থাক... |
কথাখিনি কৈ তাই লৈছিল। |
তালৈ চাইছিল। |
তথাগতই তাইৰ ভৰি দুখনলৈ চাইছিল। বৰ ধুনীয়া আছিল তাইৰ ভৰি দুখন। নখচন্দ্ৰই উজলোৱা তাইৰ উকা নখবোৰত ব্ৰাচডালত লাগি থকা ৰঙবোৰ ঘহি দিবলৈ মন গৈছিল তাৰ। |
'দুদিনমান আগেয়ে আকৌ চেক আপত যাওঁতে বুকুৰ সিটো ফালতো বেমাৰটো হোৱা বুলি গম পাইছো। এইবাৰ চাগৈ নাবাচিম। আপোনাৰ লগত সময় কটাবলৈ মন গৈছিল। আপোনাৰ জীৱনটো জীয়াবলৈ মন গৈছিল। আইতাক ক'লো। আইতাই আহিবলৈ ক'লে' |
তথাগতই তাৰ বুকুত থকা সমস্ত মৰমেৰে তাইক বুকুত সুমুৱাই লৈছিল। আকূটি এটাৰ দৰে তাই তাৰ বুকুৰ মাজলৈ কুৰুকি কুৰুকি সোমাই আহিছিল। |
এটা শিশুক চুই চোৱাৰ দৰে সি তাইক চুই চাইছিল। তাইৰ বুকুৰ বেঙেনাবুলীয়া চিলনীটোত তাৰ ৰঙলগা আঙুলি কেইটাৰে চুই চুই সি গাইছিল- |
'শিয়ালী এ নাহিবি ৰাতি |
তোৰে কাণে কাটি লগামে বাটি' .. |
Fiction |
• |
শূন্যতাৰ সিপাৰে তথাগত (উপন্যাস) |
4 views0 comments |
Post not marked as liked |
Recent Posts |
See All |
শূন্যতাৰ সিপাৰে তথাগত খণ্ড-২৮ |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.