text stringlengths 0 188k |
|---|
Insert |
সাহিত্য ডট অৰ্গ |
দায়লুপ্তি |
সাহিত্য ডট অৰ্গত প্ৰকাশ হোৱা যিকোনো লেখাৰ সমল, মতামত তথা দৃষ্টিভংগী সম্পূৰ্ণৰূপে লেখকৰ নিজা; আলোচনীৰ তাত কোনো হস্তক্ষেপো নাথাকে বা লেখাৰ মতামত আলোচনীৰ মতামত নহয়৷ |
সেয়েহে, লেখা এটাৰ কাৰণে কোনো অনাহুত পৰিস্থিতিৰ সৃষ্টি হ’লে তাৰবাবে লেখকে নিজেই দায়িত্ব ল’ব লাগিব আৰু আলোচনী কোনোপধ্যেই জগৰীয়া নহ’ব৷<eot>কেন্দ্ৰীয় চৰকাৰৰ ওচৰত এডজাষ্টেড গ্ৰছ ৰেভিনিউ (এ জি আৰ)ৰ আদায় দিবলগীয়া থকা টকা আদায় দিয়াৰ বাবে তৎপৰ হৈ পৰিছে টেলিকম সংস্থাসমূহ। |
সোমবাৰৰ ভিতৰতে এয়াৰেটেল, ভোডাফোন, আইডিয়া আৰু টাটাই তেওঁলোকৰ অনাদায়ী টকা পৰিশোধ কৰিব বুলি জানিব পৰা গৈছে। |
ইয়াৰ অন্যথা এই টেলিকম সংস্থাসমূহৰ বিৰুদ্ধে কেন্দ্ৰীয় চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব। |
এ জি আৰৰ বাবদ টেলিকম সংস্থাসমূহৰ পৰা কেন্দ্ৰই মুঠ ১ লাখ ৪৭ হাজাৰ কোটি টকা পাবলৈ আছে। |
ইয়াৰ ভিতৰত ভাৰতী এয়াৰটেল, ভোডাফোন, আইডিয়া আৰু টাটা টেলি চাৰ্ভিছৰ পৰাই কেন্দ্ৰই পাবলগীয়া টকাৰ পৰিমান ১ লাখ কোটি টকাৰো অধিক। |
উক্ত তিনিটা টেলিকম সংস্থাই এতিয়াই তেওঁলোকৰ অনাদায়ী সম্পূৰ্ণ টকা পৰিশোধ কৰাটো সম্ভৱ নহয় বুলি দূৰ সংযোগ বিভাগত জনাই দিছে। তেওঁলোকে মুঠ বাকী থকা টকাৰ এটা অংশ এতিয়া আদায় দিব বুলিও জনাইছে। |
এই টেলিকম সংস্থাই অহা দিনত বাকী থকা টকাৰ কিমান পৰিমান পৰিশোধ কৰে তালৈ বাট চাইছে কেন্দ্ৰীয় চৰকাৰে। বিভাগৰ এক সূত্ৰই জানিবলৈ দিয়া মতে এই তেওঁলোকৰ জমা দিয়া টকাৰ পৰিমান জনাৰ পাছতে গোটেই বিষয়টো পৰ্যালোচনা কৰা হ’ব। |
আনহাতে, টেলিকম সংস্থাসমূহৰ অনাদায়ী ধন আদায়ৰ ক্ষেতেৰত অধিক সময় দিবলৈ আগ্ৰহী নহয় কেন্দ্ৰ। |
উল্লেখযোগ্য যে বিগত ২৪ অক্টোবৰৰ নিৰ্দেশত উচ্চতম ন্যায়ালয়ে চলিত বৰ্ষৰ ২৩ জানুৱাৰিৰ ভিতৰত টেলিকম সংস্থাসমূহক প্ৰায় ১ লাখ ৪৭ হাজাৰ কোটি অনাদায়ী টকা পৰিশোধ কৰিবলৈ কৈছিল। |
সুদীৰ্ঘ ১৪ বছৰ ধৰি চলা এটা গোচৰত টেলিকম সংস্থাসমূহক লাইচেন্স আৰু স্পেকট্ৰাম ব্যৱহাৰৰ মাচুল হিচাপে এই টকা আদায় দিবলৈ কোৱা হৈছিল। ইয়াৰ বিতৰত আধা অংশ সুত আৰু জৰিমনা। |
এতিয়া এনে বৃহৎ ধন আদায় দিবলৈ বাধ্য হোৱা টেলিকম সংস্থা ভোডাফোন আইডিয়াৰ সন্মুখত এক ডাঙৰ সংকটে দেখা দিছে। |
Recent News |
হৃদয় বিদাৰক! ক্ৰিকেট খেলি থাকোতে হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু দশম শ্ৰেণীৰ ছাত্ৰৰ |
মোদী পাছ, নাড্ডা ফেইল! বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিৰ ৰাজ্য হিমাচলত কংগ্ৰেছৰ মুখ্যমন্ত্ৰী হ’ব কোন? |
গান্ধীৰ ৰাজ্যত বিপৰ্যস্ত কংগ্ৰেছ; কিয় গুজৰাটৰ নিৰ্বাচনী ইতিহাসৰ আটাইতকৈ বেয়া ফলাফল কংগ্ৰেছৰ? |
পুটিনৰ সতৰ্কবাণী! পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ দৰে পৰিস্থিতিয়েই কিন্তু ক্ৰমে সৃষ্টি হৈছে |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই... |
অভিযোগ অনুসৰি ছহিদুল আলম চৌধুৰী নামৰ এজনক ঘপিয়াই হত্যা কৰিলে ৰাছেদ আলী নামৰ এজনে। |
ঘটনাক দুৰ্ঘটনাৰ ৰূপ দিয়াৰ চেষ্টা কৰিছিল অভিযুক্তই। ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অভিযুক্তক। হত্যা কৰি পথৰ দাঁতিৰ পুখুৰীত পেলাই দিছিল মৃতদেহ। ৮ নৱেম্বৰৰ সন্ধিয়া সংঘটিত এই হত্যাকাণ্ড।<eot>সম্প্ৰতি অসমৰ যুৱকৰ সৈতে ডেটিঙত ব্যস্ত কমল হাছানৰ কন্যা ! এসময়ত Samantha ৰ প্ৰাক্তন স্বামীৰ সৈতেও আছিল Shruti Haasanৰ সম্পৰ্ক |
Home |
About |
Contact Us |
হোম |
ৰাষ্ট্ৰীয় |
আন্তঃৰাষ্ট্ৰীয় |
ফিচার |
অসম |
জীৱনশৈলী |
খেলা |
মনোৰঞ্জন |
গজব খবৰ |
মহাফেজখানা |
Homeসম্প্ৰতি অসমৰ যুৱকৰ সৈতে ডেটিঙত ব্যস্ত কমল হাছানৰ কন্যা ! এসময়ত Samantha ৰ প্ৰাক্তন স্বামীৰ সৈতেও আছিল Shruti Haasanৰ সম্পৰ্ক |
সম্প্ৰতি অসমৰ যুৱকৰ সৈতে ডেটিঙত ব্যস্ত কমল হাছানৰ কন্যা ! এসময়ত Samantha ৰ প্ৰাক্তন স্বামীৰ সৈতেও আছিল Shruti Haasanৰ সম্পৰ্ক |
- January 27, 2022 |
দক্ষিণৰ অভিনেতা কমল হাছানৰ জীয়ৰী আৰু অভিনেত্ৰী শ্ৰুতি হাছানে ২৮ জানুৱাৰীত তেওঁৰ ৩৬ তম জন্মদিন উদযাপন কৰিছে। তেওঁৰ জন্ম ১৯৮৬ চনত চেন্নাইত হৈছিল। তেওঁ চলচ্চিত্ৰ আৰু কামৰ বিষয়ে যিমান আলোচনাত আছে, ব্যক্তিগত জীৱনৰ বিষয়ে চলে বহু আলোচনা। তেওঁ এসময়ত সামান্থাৰ প্ৰাক্তন স্বামী নাগা চৈতন্যৰ প্ৰেমত পৰিছিল। |
কমল হাছানৰ জীয়ৰী শ্ৰুতি হাছানে আজিকালি শান্তনুৰ সৈতে ডেটিং কৰি আছে। শ্ৰুতি তেওঁৰ (Shruti haasan Affair) সৈতে সম্পৰ্কত আছে। তেওঁলোকৰ ইনষ্টাগ্ৰামত ফটো আৰু ভিডিঅ' শ্বেয়াৰ কৰে। ইয়াৰ আগতে, অভিনেত্ৰীগৰাকীৰ নাম বহুতো অভিনেতাৰ সৈতে সম্পৰ্কিত হৈ আছে। ইয়াৰ ভিতৰত এটা হৈছে সামান্থাৰ প্ৰাক্তন স্বামী নাগা চৈতন্য। |
সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, শ্ৰুতি হাছান আৰু নাগা চৈতন্য প্ৰেম জীৱন ২০১৩ চনত ইজনে সিজনৰ প্ৰেমত পৰিছিল। ইয়াৰ মাজতে দুয়োজন অভিনেতাক কেইবাবাৰো একেলগে দেখা গৈছে। তেওঁলোকৰ ৰসায়ন তেওঁলোকৰ মাজত স্পষ্টভাৱে দেখা গৈছিল। |
২০১৩ চনৰ দক্ষিণ ভাৰতীয় ফিল্মফেয়াৰ বঁটাত শ্ৰুতি আৰু নাগা চৈতন্যৰ মাজৰ ঘনিষ্ঠতা দেখা গৈছিল। তেওঁলোক দুয়োৰে বিষয়ে এইটোও কোৱা হয় যে তেওঁলোকে বিয়া পাতিবলৈ গৈ আছিল, কিন্তু ভাগ্যৰ মনত আন কিবা আছিল আৰু তেওঁলোক দুয়োৰে বিচ্ছেদ ঘটিছিল। |
দৰাচলতে, শ্ৰুতি আৰু নাগা চৈতন্যৰ বিচ্ছেদৰ কাৰণ অভিনেত্ৰীগৰাকীৰ ভগ্নী অক্ষৰা হাছানৰ বাহিৰে আন একো নাছিল। তেওঁৰ কাৰণে তেওঁলোকৰ মাজত ভুল বুজাবুজি হৈছিল। বাতৰি অনুসৰি, শ্ৰুতি নাগা আৰু অক্ষৰাই একেলগে এটা অনুষ্ঠানলৈ গৈছিল আৰু শ্ৰুতিয়ে তাত প্ৰদৰ্শন কৰিব লগা হৈছিল। |
Facebook |
Twitter |
Post a Comment |
0 Comments |
Social Plugin |
Popular Posts |
অজন্তা নেওগৰ বাজেটে চৰকাৰী কৰ্মচাৰীক দিলে ভালখবৰ! মৰগীয়া বানচ আৰু ৩ শতাংশ বৃদ্ধি কৰাৰ সিদ্ধান্ত, পেঞ্চনাৰৰ বাবেও বিশেষ সুবিধা! |
March 16, 2022 |
আঙুলি দেখুৱাই কান্দি থকা এই শিশুটো আজি সমগ্ৰ দেশৰে হৃদস্পন্দন, তেওঁৰ সৰলতাই মুগ্ধ কৰে সকলোকে ! চিনিব পাৰিছে নেকি তেওঁ কোন হয় ?<eot>মাজুলীৰ ঐতিহ্যমণ্ডিত ৰাস মহোৎসৱ পূৰ্বৰ দৰে এইবাৰো সুচাৰুভাৱে উদযাপনৰ বাবে সমগ্ৰ জিলাখনতে ইতিমধ্যে ব্যাপক আয়োজন চলিছে। অহা ২২, ২৩ আৰু ২৪ নৱেম্বৰত তিনিদিনীয়াকৈ অনুষ্ঠিতব্য ভগৱান শ্ৰীকৃষ্ণৰ ৰা... |
উপায়ুক্ত দেৱপ্ৰসাদ মিশ্ৰৰ সভাপতিত্বত অনুষ্ঠিত বৈঠকখনত জিলা প্ৰশাসনৰ ফালৰ পৰা ইতিমধ্যে জিলাখনত প্ৰযোজ্য হোৱা এইবাৰৰ পঞ্চায়ত নিৰ্বাচনৰ আদৰ্শ আচৰণ বিধিৰ বিষয়ে অৱগত কৰি ৰাসমঞ্চসমূহক পৰোক্ষ বা প্ৰত্যক্ষ কোনোধৰণৰ নিৰ্বাচনী প্ৰচাৰ তথা ৰাজনৈতিক গতি-বিধিৰ বাবে ব্যৱহাৰ কৰিবলৈ নিদিবলৈ ৰাসলীলা উৎসৱৰ আয়োজক সমিতিসমূহক সচেষ্ট কৰি দিয়... |
ৰাসমঞ্চ তথা ৰাসৰ আয়োজনৰ মাধ্যমেৰে নিৰ্বাচনী প্ৰচাৰ বা ৰাজনৈতিক গতি-বিধি চলোৱাৰ বিষয়ে দৃষ্টিগোচৰ হ’লে, তেনে কাৰ্যক আদৰ্শ আচৰণ বিধিৰ উলংঘন হিচাপে গণ্য কৰা হ’ব বুলি আয়োজকসকলক স্পষ্ট কৰি দিয়ে অতিৰিক্ত উপায়ুক্ত চিন্ময় নাথে। মাজুলীৰ আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰায়, উপ আৰক্ষী অধীক্ষক দীপজ্যোতি তালুকদাৰৰ লগতে এপিডিচিএল, জনস্বা... |
পূৰ্বৰ দৰে এইবাৰো আয়োজক সমিতিসমূহে নিজ নিজ ৰাসমঞ্চ তথা প্ৰেক্ষাগৃহৰ ক্ষেত্ৰত গড়কাপ্তানি (গৃহ), গড়কাপ্তানী (বৈদ্যুতিক), অগ্নি নিৰ্বাপণ বিভাগৰ পৰা ফিটনেছ চাৰ্টিফিকেট লোৱাৰ উপৰি ৰাসলীলা অনুষ্ঠিত কৰিবলৈ প্ৰশাসনৰ পৰা আগতীয়া অনুমতি গ্ৰহণ কৰিব লাগিব। ৰাসৰ কেইদিনত যিকোনো জৰুৰীকালীন পৰিস্থিতিত জিলা প্ৰশাসনৰ দিনে-নিশাই নিৰন্তৰ স... |
Recent News |
সংবাদ মাধ্যমে বৰ্জন কৰিছে ভাৰত জোড়ো যাত্ৰা, কৰা নাই কাৰ্যসূচীৰ সম্প্ৰচাৰ! অভিযোগ অশোক গেহলটৰ |
লুডুৰ জুৱাত হেৰুৱালে সৰ্বস্ব: শেষত নিজকে বাজী ৰাখি ঘৰৰ মালিকৰ ওচৰত পৰাস্ত হ’ল মহিলা |
“ইয়াত ইতিহাসৰ পুন: বিচাৰ কৰা নহয়”: তাজমহলৰ ঐতিহাসিক তথ্য পুনৰ বিচাৰৰ আবেদন নাকচ উচ্চতম ন্যায়ালয়ৰ |
লখিমপুৰ খেৰী হত্যাকাণ্ডৰ গোচৰত আশীষ মিশ্ৰৰ ডিচচাৰ্জ আবেদন নাকচ উচ্চতম ন্যায়ালয়ৰ |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই... |
উল্লেখযোগ্য যে এআইইউডিএফৰ বিধায়ক নিজাম উদ্দিন চৌধুৰীয়ে তেওঁৰ বিৰুদ্ধে উত্থাপন হোৱা এই অভিযোগ সম্পূৰ্ণ মিছা বুলি দাবী কৰিছিল। লগতে ভাৰতীয় ন্যায় ব্যৱস্থাত সম্পূৰ্ণ বিশ্বাস থকা বুলি কৈছিল। এই অভিযোগ তেওঁৰ বিৰুদ্ধে এক ৰাজনৈতিক ষড়যন্ত্ৰ বুলিও বিধায়ক নিজামে উল্লেখ কৰিছিল। |
কিন্তু মন কৰিব লগীয়া যে শনিবাৰে মুম্বাইলৈ পলায়নৰ বাবে বৰঝাৰ বিমানবন্দৰত উপস্থিত হোৱাৰ সময়তে ভুক্তভোগী মহিলাগৰাকীৰ স্বামী শ্বাহিদ আহমেদ লস্কৰক আজাৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পিছতে নিজকে নিৰ্দোষী বুলি দাবী কৰা বিধায়ক নিজাম উদ্দিন চৌধুৰী পলাতক হৈ আছে। |
বিধায়ক গৰাকীৰ বিৰুদ্ধে উত্থাপন হোৱা অভিযোগ মিছা আৰু ভাৰতীয় ন্যায় ব্যৱস্থাৰ ওপৰত বিশ্বাস থকা বুলি দাবী কৰাৰ পিছত বৰ্তমান বিধায়ক গৰাকী কিয় পলাতক অৱস্থাত আছে তাক লৈ স্থানীয় ৰাইজৰ মাজত প্ৰশ্ন উত্থাপন হৈছে। |
Recent News |
ধৰ্মগুৰুৰ ‘পৰমাত্মা’ স্বীকৃতি বিচৰা আবেদনকৰ্তাক দৃষ্টান্তমূলক শাস্তি স্বৰূপে ১ লাখ টকাৰ জৰিমনা বিহিলে উচ্চতম ন্যায়ালয়ে |
বংগত গাড়ীৰ স্পেয়াৰ টায়াৰৰ ভিতৰত উদ্ধাৰ ৯৪ লাখ টকা: বিজেপিলৈ অভিযোগৰ আঙুলি মমতা বেনাৰ্জীৰ |
সংবাদ মাধ্যমে বৰ্জন কৰিছে ভাৰত জোড়ো যাত্ৰা, কৰা নাই কাৰ্যসূচীৰ সম্প্ৰচাৰ! অভিযোগ অশোক গেহলটৰ |
লুডুৰ জুৱাত হেৰুৱালে সৰ্বস্ব: শেষত নিজকে বাজী ৰাখি ঘৰৰ মালিকৰ ওচৰত পৰাস্ত হ’ল মহিলা |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই... |
ৰাজ্যজুৰি নাৰ্ছসকলৰ প্ৰতিবাদ অব্যাহত থকাৰ বিপৰীতে গুৱাহাটী, ডিব্ৰুগড় আৰু বৰপেটাস্থিত চিকিৎসা মহাবিদ্যালয় আৰু হস্পিতেলত আটক হ’বলগীয়া হৈছে প্ৰতিবাদকাৰীসকল। |
গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিটেলত আন্দোলনৰত নাৰ্ছসকলক বুধবাৰে পুৱাই আটক কৰি কাহিলীপাৰাৰ দশম অসম আৰক্ষী বাহিনীৰ চৌহদত বন্দী কৰি ৰাখিছে আৰক্ষীয়ে। বৰপেটাৰ ফকৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয় হস্পিতেলৰ প্ৰতিবাদী নাৰ্ছসকলক চিকিৎসালয়খনতে বন্দী কৰা হৈছে। |
আৰক্ষীৰ সৈতে হতাহতিত কেইবাগৰাকীও নাৰ্ছ শাৰীৰিকভাৱে অপদস্থ হৈছে, অভিযোগ নাৰ্ছ সন্থাৰ। আটক হৈছে সদৌ অসম নাৰ্ছ সন্থাৰ সভানেত্ৰী, সম্পাদিকা আৰু প্ৰচাৰ সম্পাদিকা। |
নাৰ্ছসকলৰ প্ৰতিবাদৰ ফলত আন চিকিৎসালয় বাদেই চিকিৎসা মহাবিদ্যালয়সমূ্হতে ব্যাহত হৈছে চিকিৎসাৰ দৰে জৰুৰী সেৱা। সূত্ৰ অনুসৰি শল্য চিকিৎসাৰ বাবে দিন নিৰ্ধাৰণ কৰি থোৱা ৰোগীও চিকিৎসালয়ৰ বিচনাত পৰি আছে, অথচ প্ৰতিদিনাই আহি আছে নতুন নতুন ৰোগী। |
লগতে পঢ়ক– আলোচনালৈ মাতি নাৰ্ছ সন্থাক অপমান স্বাস্থ্য মন্ত্ৰীৰ |
ৰাজ্যজুৰি ৰাজহুৱা চিকিৎসা খণ্ডত সৃষ্টি হোৱা এই অচলাৱস্থাৰ মোকাবিলাৰ বিপৰীতে নাৰ্ছসকলৰ সৈতে আলোচনাত বহাৰ বাবে সময় নাই পঞ্চায়ত নিৰ্বাচনত বিজেপিৰ তাৰকা প্ৰচাৰক, স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। আনুষ্ঠানিক পত্ৰযোগে আলোচনালৈ মাতি প্ৰতিবাদকাৰী নাৰ্ছ সন্থাৰ সৈতে মঙলবাৰে আলোচনালৈ অহা নাছিল মন্ত্ৰীগৰাকী। |
ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হস্পিটেলত বুধবাৰে সদৌ অসম নাৰ্ছ সন্থাৰ প্ৰতিবাদ |
আনহাতে মহানগৰ আৰক্ষীৰ ভাষ্য মতে প্ৰযোজ্য হৈ থকা ১৪৪ ধাৰা আৰু প্ৰতিবাদে জি এম চি এইচ্ছলৈ অহা ৰোগীৰ অসুবিধা সৃষ্টি কৰা বাবে তেওঁলোকক আটক কৰা হৈছে। |
গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতেলত বুধবাৰে সদৌ অসম নাৰ্ছ সন্থাৰ প্ৰতিবাদ |
পঞ্চায়ত নিৰ্বাচনৰ ভোট বিচাৰি থকা বিজেপি নেতৃত্বাধীন চৰকাৰে এই পথেৰে ৰাজ্যলৈ সুশাসন আনিব পাৰিবনে? |
Recent News |
ধৰ্মগুৰুৰ ‘পৰমাত্মা’ স্বীকৃতি বিচৰা আবেদনকৰ্তাক দৃষ্টান্তমূলক শাস্তি স্বৰূপে ১ লাখ টকাৰ জৰিমনা বিহিলে উচ্চতম ন্যায়ালয়ে |
বংগত গাড়ীৰ স্পেয়াৰ টায়াৰৰ ভিতৰত উদ্ধাৰ ৯৪ লাখ টকা: বিজেপিলৈ অভিযোগৰ আঙুলি মমতা বেনাৰ্জীৰ |
সংবাদ মাধ্যমে বৰ্জন কৰিছে ভাৰত জোড়ো যাত্ৰা, কৰা নাই কাৰ্যসূচীৰ সম্প্ৰচাৰ! অভিযোগ অশোক গেহলটৰ |
লুডুৰ জুৱাত হেৰুৱালে সৰ্বস্ব: শেষত নিজকে বাজী ৰাখি ঘৰৰ মালিকৰ ওচৰত পৰাস্ত হ’ল মহিলা |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই... |
, উপৰদানী তালুকৰ সভাপতি অৰুণ চন্দ্ৰ বড়োকে ধৰি বহু বিশিষ্ট লোক উপস্থিত থাকে । |
Tags # গুৱাহাটী |
Share This |
About W7S News |
গুৱাহাটী |
By W7S News at September 11, 2022 |
Email ThisBlogThis!Share to TwitterShare to FacebookShare to Pinterest |
Labels: গুৱাহাটী |
No comments: |
Post a Comment |
Newer Post Older Post Home |
Subscribe to: Post Comments (Atom) |
Post Bottom Ad |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.