text stringlengths 0 188k |
|---|
সংবাদ মাধ্যমে বৰ্জন কৰিছে ভাৰত জোড়ো যাত্ৰা, কৰা নাই কাৰ্যসূচীৰ সম্প্ৰচাৰ! অভিযোগ অশোক গেহলটৰ |
লুডুৰ জুৱাত হেৰুৱালে সৰ্বস্ব: শেষত নিজকে বাজী ৰাখি ঘৰৰ মালিকৰ ওচৰত পৰাস্ত হ’ল মহিলা |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই... |
দুদিনীয়া কাৰ্যসূচীৰে নগাঁৱত উপস্থিত হোৱা কেন্দ্ৰীয় আইন মন্ত্ৰী গৰাকীয়ে মঙ্গলবাৰে পুৱাই বঢ়মপুৰৰ ভেৰভেৰিস্থিত মহা মৃত্যুঞ্জয় মন্দিৰত উপস্থিত হৈ সেৱা আগবঢ়ায়। মন্দিৰত ধূপ - দীপ - নৈবদ্য আগবঢ়োৱাৰ পিছত স্বাধীনতা সংগ্ৰামী ছহিদ ভোগেশ্বৰী ফুকননীৰ পৰিয়ালৰ বাসগৃহলৈ গৈ তেওঁৰ পৰিয়ালৰ সদস্য সকলৰ লগত মত বিনিময় কৰে। |
ইয়াৰ পিছত মন্ত্ৰী গৰাকী বঢ়মপুৰৰ ছহিদ উদ্যানত উপস্থিত হৈ ৪ স্বাধীনতা সংগ্ৰামী ছহিদৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। তাৰ পাছত মন্ত্ৰী গৰাকীয়ে বি জে পিৰ এক কাৰ্যকৰ্তা সন্মিলনত অংশগ্ৰহণ কৰে। মন্ত্ৰী গৰাকীয়ে দলীয় কৰ্মকৰ্তা সকলক উদ্দ্যেশি কয় যে, সমাগত লোকসভা নিৰ্বাচনৰ বাবে এতিয়াৰ পৰাই দলীয় নেতা কৰ্মী সকলে দলীয়... |
অন্যহাতে সংবাদ মাধ্যমৰ আগত মন্ত্ৰী গৰাকীয়ে কংগ্ৰেছ দলক কঠোৰ সমালোচনা কৰি কয়, দীৰ্ঘদিন ধৰি কেন্দ্ৰ আৰু ৰাজ্যত কংগ্ৰেছৰ চৰকাৰ থকাৰ পিছতো আমাৰ সীমা সমস্যা সমাধানৰ বাবে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰিলে। বহু ধন জনৰ ক্ষতি হ'ল। অৰুণাচল আৰু অসম একেই আছে। কোনো পাৰ্থক্য নাই। মিলিজুলি থাকিব লাগে। |
তেওঁ লগতে কয় যে, সীমা সমস্যা সমাধান নহ'লে ভুল বুজা বুজি চলি থাকে। এই ক্ষেত্ৰত কংগ্ৰেছ দলে একোৱেই নকৰিলে বুলি মন্ত্ৰী গৰাকীয়ে মন্তব্য কৰি কয়, এতিয়া অসম আৰু অৰুণাচলৰ সীমা সমস্যা কম সময়ৰ ভিতৰত সমাধানৰ পথ মুকলি হৈছে। বি জে পি চৰকাৰ অহাৰ পিছত এই সীমা সমস্যা সমাধানৰ বাবে ক্ষীপ্রতাৰে কাম কৰি থকা হৈছে। শান্তি পূৰ্ণভাৱে সক... |
সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত মন্ত্ৰী গৰাকীয়ে কয়, মাতৃভাষাত শিক্ষা গ্ৰহণ কৰাটো ময়ো বিচাৰোঁ। ইংৰাজী ভাষা সমগ্ৰ বিশ্বতে চলে। ইংৰাজী জনাটো ভাল কথা। কিন্তু স্থানীয় ভাষাক প্ৰাধান্য দিব লাগিব। আমি এতিয়া উচ্চ আৰু নিম্ম আদালতত স্থানীয় ভাষা প্ৰচলন কৰিব লাগে বুলি কৈছোঁ। উচ্চতম ন্যায়ালয়তো হিন্দী-আঞ্চলিক ভাষা প্ৰৱৰ্তন কৰ... |
মন্ত্ৰীগৰাকীৰ এই কাৰ্যসূচীত বিধায়ক ৰূপক শৰ্মা , জিতু গোস্বামী , বি জে পিৰ নগাঁৱৰ সভাপতি অভিজিৎ নাথ , ৰাজ্যিক বিজেপি নেতা দীপ্লু ৰঞ্জন শৰ্মা আদি উপস্থিত থাকে ৷<eot>১. শনিবাৰে দেশৰ ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীৰে প্ৰধানমন্ত্ৰী মোডীৰ ভিডিঅ' কনফাৰেন্স। লকডাউনৰ সময়সীমা বৃদ্ধি প্ৰসংগত আলোচনা। |
২. নলবাৰীৰ বৰ্ণিবাৰী ডিৰুৱাৰ পৰা ৩ জনক কোৱাৰেণ্টাইনত ৰখা হৈছে। আঠগাঁও মছজিদৰ সভাত অংশ লৈছিল এই তিনিজনে। |
৩. দেশজোৰা লকডাউনৰ বাবে এতিয়া বন্ধ হৈ পৰিছে ৰাজ্যৰ পাচলিৰ বজাৰসমূহ। ৰাজ্যৰ বিভিন্ন প্ৰান্তত পথাৰতে নষ্ট হ'বলৈ ধৰিছে পাচলি। |
৪. লকডাউনৰ সময়ত খাদ্য বিচাৰি হাহাকাৰ কৰা দৰিদ্ৰজনৰ কাষত থিয় হৈছে একাংশ অসমীয়া। চৰকাৰী-বেচৰকাৰী খণ্ডৰ কৰ্মচাৰীয়ে বিতৰণ কৰিছে খাদ্য-সামগ্ৰী। |
৫. মহাৰাষ্ট্ৰত অসমৰ কৰোনা ভাইৰাছত আক্ৰান্ত যুৱকে কৰিলে আত্মহত্যা। নগাঁৱৰ ৩০ বছৰীয়া যুৱকজন জামাতত আছিল ওখলাত। আত্মহত্যা কৰা যুৱকজনৰ নাম জেহিৰুল ইছলাম। |
৬. অসমৰ বিভিন্ন প্ৰান্তত এতিয়া আন এক দুৰ্যোগৰ সন্মুখীন হৈছে সাধাৰণ লোক। নুমলীগড়ৰ বিভিন্ন প্ৰান্তত শনিবাৰেও এজাক বনৰীয়া হাতীয়ে চলাই উপদ্ৰৱ। |
৭. লকডাউনৰ মাজতে সম্পূৰ্ণৰূপে ছীল কৰা হ'ল ভাৰত-বাংলাদেশ সীমান্ত। সীমান্ত ছীল কৰিবলৈ ৰাজ্যসমূহলৈ নিৰ্দেশ দিছিল কেন্দ্ৰীয় চৰকাৰে। |
৮. নাগালেণ্ড আৰক্ষীৰ প্ৰশংসনীয় পদক্ষেপ। লকডাউনৰ সময়ত গান গাই জনতাক দিছে মনোৰঞ্জন। ঘন বসতিপূৰ্ণ এলেকাত গান গাইছে ৰাজ্যখনৰ আৰক্ষীয়ে। |
৯. জম্মু-কাশ্মীৰৰ কুপৱাড়াত এজন লোকৰ বিৰুদ্ধে আৰক্ষীয়ে ৰুজু কৰে গোচৰ। নিজামুদ্দিন মাৰ্কাজত যোৱা কথা লুকুৱাই আছিল লোকজনে। সেয়েহে গোচৰ ৰুজু কৰা হৈছে। |
১০. মধ্যপ্ৰদেশত ৫০০ৰো অধিক লোক আক্ৰান্ত হৈছে কোৰোনা ভাইৰাছত। তদুপৰি, ৰাজ্যখনত এই ভাইৰাছৰ ফলত মৃত্যু হৈছে ৪০জনকৈ লোকৰ। |
১১. জম্মু-কাশ্মীৰত যুদ্ধবিৰতি উলংঘন। বালাকোট ছেক্টৰত গুলীবৰ্ষণ কৰে পাকিস্তানে। ভাৰতীয় সেনা বাহিনীয়েও দিয়ে ইয়াৰ যোগ্যপ্ৰত্যুত্তৰ। |
১২. হিমাচলপ্ৰদেশত বৰ্তমানলৈ ৯৫৪টা নমুনা পৰীক্ষা কৰা হৈছে। ইয়াৰে ৩২টা কোৰোনা পজিটিভ পোৱা গৈছে। |
১৩. তেলেংগানাত বৰ্তমানলৈ ৫০৩জন লোক আক্ৰান্ত হৈছে কোৰোনা ভাইৰাছত। ইয়াৰে ১৪জন লোকে হেৰুৱাইছে প্ৰাণ। |
১৪. 'তেলেংগানাত ৩০ এপ্ৰিললৈ লকডাউনৰ সময়সীমা বৃদ্ধি কৰা হৈছে।'- এই ঘোষণা ৰাজ্যখনৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশ্বেখৰ ৰাওৰ। |
১৫. মহাৰাষ্ট্ৰৰ কেৱল পুনে চহৰত ১৮৭জন লোক আক্ৰান্ত হৈছে এই ভাইৰাছত। ৰাজ্যখনত ১৬০০ৰো অধিক আক্ৰান্ত হৈছে বৰ্তমানলৈ। |
১৬. মহাৰাষ্ট্ৰৰ কেবিনেট মন্ত্ৰী আছলাম শ্বেইখে অংশ লয় আৰক্ষীৰ ফ্লেগ মাৰ্ছত। কোৰোনা ভাইৰাছৰ ফলত সৃষ্টি হোৱা পৰিস্থিতিৰ সন্দৰ্ভত বুজ লয় তেওঁ। |
১৭. ছত্তীশগড়ত ঘৰৰ বাহিৰত ওলালেই পৰিধান কৰিব লাগিব মাস্ক। ৰাজ্য চৰকাৰে দিছে এই কঠোৰ নিৰ্দেশ। |
১৮. শনিবাৰে গুজৰাটত আৰু ৩৬জন লোকৰ দেহত কোৰোনা ভাইৰাছৰ উপস্থিতি ধৰা পৰে। ৰাজ্যখনত ৪৬৮জনলৈ বৃদ্ধি পাইছে COVID-19ত আক্ৰান্ত লোকৰ সংখ্যা। |
১৯. অমৃতসৰত ৰেচন, হাতমোজা, ছেনিটাইজাৰ আদি দৰিদ্ৰ পৰিয়ালৰ মাজৰ বিতৰণ কৰা হয় শনিবাৰে। অমৃতসৰৰ মেয়ৰে বিতৰণ কৰে এই সামগ্ৰীসমূহ। |
২০. পুনেত শনিবাৰে কোৰোনা ভাইৰাছত আক্ৰান্ত হৈ আৰু তিনিজনৰ মৃত্যু। চহৰখনত ২৯জনলৈ বৃদ্ধি পাইছে মৃত্যু হোৱা লোকৰ সংখ্যা। |
২১. দিল্লীৰ কাশ্মীৰি গেট এলেকাত ভয়ংকৰ অগ্নিকাণ্ড। অগ্নিনিৰ্বাপক বাহিনীয়ে নিৰ্বাপিত কৰে জুই। এই অগ্নিকাণ্ডত কোনো লোক হতাহত হোৱা নাই। |
২২. বিএছএফ জোৱানে শনিবাৰে বিতৰণ কৰে খাদ্য। পশ্চিমবংগৰ ফুলবাৰীত দৰিদ্ৰ সকলৰ মাজত বিতৰণ কৰে খাদ্য সামগ্ৰী। |
২৩. মধ্যপ্ৰদেশৰ ধাৰত ১২জন লোকৰ বিৰুদ্ধে দাখিল কৰা হৈছে এজাহাৰ। চহৰখনত জাৰি থকা সান্ধ্য আইন উলংঘা কৰাৰ বাবে এজাহাৰ দাখিল। |
২৪. ২২ মে'ত মুক্তি পাব নতুন হিন্দী ছবি লক্ষ্মীবোম্ব। ছবিখনত অভিনয় কৰিছে জনপ্ৰিয় অভিনেতা অক্ষয় কুমাৰে। |
২৫. আহমেদাবাদৰ মানেক চকত অগ্নিনিৰ্বাপক বাহিনীৰ এটা দলে কৰিলে চেনিটাইজেশ্যন। কোৰোনা ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ উদ্দেশ্যে গ্ৰহণ কৰে এই পদক্ষেপ।<eot>১. অসমত আকৌ ৪১জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ২১৮০৯৯জনলৈ পাইছে বৃদ্ধি। |
২. বুধবাৰে অসমত সুস্থ হয় ১৫জন লোক। অসমত কোৰোনাত আক্ৰান্ত হোৱাৰ পাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যা ২১৫২৭৭জনলৈ বৃদ্ধি পাইছে। |
৩. প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী বুধবাৰে আবেলি দৰং জিলাৰ ছিপাঝাৰৰ মংগল তীৰ্থ ভূমিত উপস্থিত হয়। নিৰ্বাচনী প্ৰচাৰ সভাৰ আদৰণি ভাষণ আগবঢ়াই মঙলদৈ লোকসভা সমষ্টিৰ সংসদ তথা বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়াই৷ |
৪. পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে বুধবাৰে বিষ্ণুপুৰত এক নিৰ্বাচনী সভাত তীব্ৰ সমালোচনা কৰে বিজেপিক। মমতা বেনাৰ্জীয়ে কয় যে, বিজেপিয়ে বাহিৰৰ পৰা গুণ্ডা লৈ আহি পশ্চিমবংগত নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে। |
৫. প্ৰথম পৰ্যায়ৰ বিধানসভা নিৰ্বাচনলৈ মাজত আৰু দুটা দিন বাকী। বুধবাৰে অসম গণ পৰিষদে মুকলি কৰিলে নিৰ্বাচনী ইস্তাহাৰ। |
৬. দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ সদৰ হাটশিঙিমাৰীত বুধবাৰে ‘কা’ বাতিলৰ দাবীত আছুৱে ১১ ঘন্টীয়া অনশন কাৰ্যসূচী ৰূপায়ন কৰি অসম তথা কেন্দ্ৰীয় চৰকাৰক সকীয়নি প্ৰদান কৰে। |
৭. বিহপুৰীয়াৰ বিশাল জনসভাত পুনৰ অসমবাসীক সম্বোধন প্ৰধান.. |
সরিষা কুড়ি গ্রামে মহাজোটের নির্বাচনী সভা , সংখ্যালঘু সংখ্যাগুরু এক মঞ্চে |
বিপ্লব কর চৌধুরী 24 শে মার্চ——- আজ কালা ইন উন্নয়ন খণ্ড এলাকার সরিষা কুড়ি গ্রামে মহাজোটের মনোনীত কংগ্রেস প্রার্থী খলিল উদ্দিন মজুমদার মহাশয়ের এক নির্বাচনী জনসভা অনুষ্ঠিত হয়।আজকের এই সভায় প্রধান অতিথি হিসেবে উপস্থিত ছিলেন সর্ব ভারতীয় মহিলা কংগ্রেসের সভানেত্রী সুস্মিতা দেব সহ মহাজোটের শরিক দলের নেতৃবৃন্দ ।আজকের এই ভী... |
বোকাখাতত মহাজোঁটৰ সংবাদমেল… |
ডিজিটেল সংবাদ, বোকাখাতঃ বোকাখাত বিধানসভা সমষ্টিৰ আঞ্চলিক গণ মৰ্চা নেতৃত্বাধীন মহাজোঁটৰ বোকাখাতৰ প্ৰাৰ্থী প্ৰণৱ দলেৰ শেহতীয়াকৈ স্থিতি শক্তিশালী হৈ আহিছে সমষ্টিটোত। সমষ্টিটোৰ যুৱ প্ৰজন্মৰ ভোটাৰৰ উপৰিও গ্ৰামাঞ্চলৰ সাধাৰণ ভোটাৰৰ চৰ্চাৰ কেন্দ্ৰ হৈ পৰিছে প্ৰণৱ দলে। ফলত সমষ্টিটোত প্ৰণৱ দলেৰ প্ৰতিপক্ষ ভিতিগ্ৰস্থ হৈ নামি পৰিছে ... |
এই প্ৰসংগত বুধবাৰে বিয়লি বোকাখাত কংগ্ৰেছ ভৱনত এক সংবাদমেল সন্মোধন কৰে মহাজোঁটৰ কৰ্মকৰ্তা সকলে। সংবাদমেলখনত উত্থাপন কৰা অভিযোগ অনুসৰি বোকাখাত বিধান সভা সমষ্টিত আঞ্চলিক গণ মৰ্চাৰ প্ৰাৰ্থী প্ৰণৱ দলেৰ সমষ্টিটোত ক্ৰমান্বয়ে বাঢ়ি অহা গণভিত্তিৰ প্ৰতি ভিতিগ্ৰস্থ হৈ প্ৰতিপক্ষই আৰম্ভ কৰিছে ব্যাপক অপপ্ৰচাৰ। |
উল্লেখযোগ্য যে, মহাজোঁটৰ কৰ্মকৰ্তা সকলে বুধবাৰে সংবাদমেলখনত প্ৰণৱ দলেৰ বিৰুদ্ধে অপপ্ৰচাৰ প্ৰমান হিচাপে প্ৰতিপক্ষই বিকৃত কৰা এখন পোষ্টাৰ দাঙি ধৰি প্ৰতিপক্ষৰ এই কাণ্ডক তীব্ৰ গৰিহণা দিয়াৰ লগতে মঙলবাৰৰ পৰা উক্ত পোষ্টাৰখন সমষ্টিটোত ব্যাপক ভাবে প্ৰতিপক্.. |
সাৱধান! ল’কডাউনৰ গত্যন্তৰ নাইকিয়া হৈছে ক’ত… |
ডিজিটেল ডেস্কঃ ল’কডাউনৰ গত্যন্তৰ নাইকিয়া হৈছে এখন ৰাজ্যত। বুধবাৰৰ দিনা এতিয়ালৈকে ৫১৮৫জনৰ দেহত নতুনকৈ ধৰা পৰিছে কোভিড-১৯। তাতোকৈ ভয়াৱহ খবৰটো হ’ল বুধবাৰে ৬জন লোকৰ মৃত্যু হৈছে কোভিডত। |
মহাৰাষ্ট্ৰত এতিয়া ভয়াৱহ ৰূপ ধাৰণ কৰিছে কোভিডে। কেৱল মুম্বাইতে ইমান বৃহৎ সংখ্যক লোকৰ কোভিড পজিটিভ হোৱাৰ খবৰে। চিন্তিত কৰি তুলিছে মায়ানগৰী মুম্বাইক। উল্লেখযোগ্য যে, বলিউডতো ইজনৰ পাছত সিজনৰ দেহত ধৰা পৰিছে কোভিড পজিটিভ। |
আমিৰ খানৰ দেহতো কোভিড পজিটিভ ধৰা পৰিছে। যিকোনো মুহূৰ্ততে মহাৰাষ্ট্ৰত এতিয়া সম্পূৰ্ণ ল’কডাউন দিয়াৰ সম্ভাৱনাই দেখা দিছে। উল্লেখযোগ্য যে, গুজৰাটতো নতুনকৈ ১৭৯০জনৰ দেহত বুধবাৰে কোভিড-১৯ ধৰা পৰে। |
ৰাজ্যখনত যোৱা ২৪ ঘন্টাত ৮জন লোকৰ মৃত্যু হৈছে কোভিডত আক্ৰান্ত হৈ। কেৰালাতো লাহে লাহে কোৰোনাই সংহাৰ ৰূপ ধাৰণ কৰিবলৈ আৰম্ভ কৰিছে। যোৱা ২৪ ঘন্টাত কেৰালাত ২৪৫৬জনৰ দেহত কোভিড ধৰা পৰে। ৰাজ্যখনত বুধবাৰৰ দিনা কোভিডত আক্ৰান্ত হৈ ১০জন লোকৰ মৃত্যু হোৱা তথ্য পোহৰলৈ আহিছে। |
ৰাজস্থানত ৬৬৯জন লোক নতুনকৈ কোভিডত আক্ৰান্ত হৈছে। ৰাজ্যখনত বুধবাৰৰ দিনটোত মৃত্যু হোৱা লোকৰ সংখ্যা এজন। মণিপুৰত বুধবাৰৰ দিনা ১০জন লোকৰ দেহত কোভিডৰ উপস.. |
মহাজোটের সরকার হলে আজমল মূখ্য মন্ত্রী হবেন — নবারূন মেধী |
জাগী রোড থেকে আর কে মজুমদার 24 শে মার্চ—-গতকাল জাগী রোডের ধরম তলায় অনুষ্ঠিত বিজেপির এক নির্বাচনী জনসভায় বিজেপির প্রদেশ অনু সু চি ত জাতি মোর্চার সভাপতি নবা রু ন মেধী বলেন যে বিজেপি সরকারের উন্নয়নের বিষয়ে বলার কিছু নেই ,স্বাধীনতার পর এই প্রথম আসামের যে উন্নয়ন হয়েছে বিগত দিনের সরকার তার সিকি ভাগ করে […] |
ছিপাঝাৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নিৰ্বাচনী প্ৰচাৰ… |
ডিজিটেল সংবাদ, মঙলদৈঃ অসম বিধান সভা নিৰ্বাচনৰ ২য় পয্যায়ত অনুস্থিত হ’বলগীয়া মঙলদৈ লোক সভা সমষ্টিৰ বিজেপি মিত্ৰ দলৰ প্ৰাৰ্থী সকলৰ প্ৰচাৰৰ বাবে নিৰ্বাচনী প্ৰচাৰ চলাবলৈ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী বুধবাৰে আবেলি দৰং জিলাৰ ছিপাঝাৰৰ মংগল তীৰ্থ ভূমিত উপস্থিত হয়হি৷ নিৰ্বাচনী প্ৰচাৰ সভাৰ আদৰণি ভাষণ আগবঢ়াই মঙলদৈ লোকসভা সমষ্... |
মঙলদৈ লোকসভা সমষ্টিৰ প্ৰাৰ্থী সকলৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে প্ৰথমে অসমীয়া আৰু বড়ো ভাষাত ৰাইজক সম্বোধন কৰি নিৰ্বাচনী ভাষণ আৰম্ভ কৰে৷ ভাষণৰ আৰম্ভণিতে প্ৰধানমন্ত্ৰী গৰাকীয়ে শক্তি পীঠস্থান মা কামাখ্যা আৰু মহাপুৰুষীয়া খটৰা সত্ৰৰ কথা উল্লেখ কৰি দৰঙী লোক সংস্কৃতি, দৰঙী সাহিত্য সম্ভাৰ, অসমৰ... |
প্ৰধানমন্ত্ৰী গৰাকীয়ে বৰ্তমান চৰকাৰৰ সময়ত বিভিন্ন উন্নয়নৰ খতিয়ান দাঙি ধৰি কংগ্ৰেছৰ দূৰ্নীতি ভষ্টা.. |
নলবাৰীত বিজেপিৰ জয়ন্তমল্লৰ হৈ নিৰ্বাচনী প্ৰচাৰ অসম সাহিত্য সভাৰ উপ সভাপতি মৃণালিনী দেৱীৰ… |
ডিজিটেল সংবাদ, নলবাৰীঃ অসম সাহিত্য সভাৰ উপ সভাপতি মৃণালিনী দেৱীয়ে তেওঁৰ পুত্ৰ তথা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী প্ৰচাৰ কাৰ্যালয় উদঘাটন কৰি বিতৰ্কৰ সৃষ্টি কৰাৰ পিচতে যোৱা ৯ মাৰ্চত অসম সাহিত্য সভাই সভাৰ কোনো বিষয়ববীয়া যাতে অসম বিধানসভা নিৰ্বাচনৰ সময়ত কোনো ৰাজনৈতিক দল বা প্ৰাৰ্থীৰ হৈ সক্ৰিয়ভাবে জড়িত নহয় তাৰ বাবে প... |
ইমানৰ পিচতো পুনৰ আজি অসম সাহিত্য সভাৰ উপ সভাপতি মৃণালিনী দেৱীয়ে নলবাৰীত নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰাক লৈ ৰাইজৰ মাজত নানান প্ৰশ্নৰ উদ্বেগ হৈছে। বুধবাৰে নলবাৰী চহৰৰ ৪ নম্বৰ ৱাৰ্ডৰ ধমধমা বাছ আস্থানত নলবাৰী বিধানসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী জয়ন্তমল্ল বৰুৱাৰ হৈ অসম সাহিত্য সভাৰ উপ-সভানেত্ৰী তথা মন্ত্ৰী হিমন্তবিশ্ব শৰ্মাৰ ম... |
তেওঁ জয়ন্তমল্ল বৰুৱাৰ উপস্থিতিত নিৰ্বাচনী কাৰ্যালয় উদঘাটন কৰে। তেওঁ ভাষণ প্ৰসংগত কয় যে- মাতৃ হিচাবে তেওঁ অসমৰ ভৱিষ্যৎ সুৰক্ষাৰ বাবে বিজেপিক আশীৰ্বাদ দিছে আৰু ৰাইজকো দলটোক আশীৰ্বাদ দিবলৈ আহ্বান জনাইছে। সাহিত্য সভাৰ উপ সভাপতিগৰাকীয়ে কয় যে তেওঁ অকল হিমন্তবিশ্ব শৰ্মাৰে মাতৃ নহয় অসমবাসীৰে মাতৃ, সেইবাবে.. |
নাৰায়ণপুৰত কংগ্ৰেছৰ মহাজোঁটক ‘মহাঝুথ’ আখ্যা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ… |
ডিজিটেল সংবাদ, নাৰায়ণপুৰ: বুধবাৰে নাৰায়ণপুৰত নিৰ্বাচনী প্ৰচাৰ চলালে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে৷ বিহপুৰীয়া সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ড° অমিয় কুমাৰ ভূঞাৰ লগতে উত্তৰ অসমৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী সকলৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই প্ৰধানমন্ত্ৰী গৰাকীয়ে৷ বুধবাৰে বিয়লি প্ৰধানমন্ত্ৰীগৰাকী নাৰায়ণপুৰৰ বৰখামতি পথাৰত আয়োজ... |
কংগ্ৰেছৰ মহাজোঁটক ‘মহাঝুথ’ আখ্যা দি অসমত মিত্ৰজোঁটৰ চৰকাৰ গঠন হ’ব বুলি দাবী কৰে প্ৰধানমন্ত্ৰী গৰাকীয়ে। বিহপুৰীয়া সমষ্টিত নিৰ্মাণ হৈ থকা মাধৱদেৱ কলাক্ষেত্ৰ, মাধৱদেৱ বিশ্ববিদ্যালয়ৰ উপৰি কাজিৰঙাক ৰক্ষা কৰাৰ কথা উল্লেখ কৰে প্ৰধানমন্ত্ৰী গৰাকীয়ে। এক কথাত ক’বলৈ গ’লে প্ৰধানমন্ত্ৰী গৰাকীয় বুধবাৰে প্ৰদান কৰিলে নতুনত্বহীন এক ভাষ... |
বিহপুৰীয়া সমষ্টিৰ প্ৰাৰ্থীগৰাকীৰ হৈ প্ৰচাৰ চলাবলৈ প্ৰধানমন্ত্ৰীগৰাকী নাৰায়ণপুৰলৈ আহিছিল যদিও এবাৰো অমিয় কুমাৰ ভূঞাৰ নাম উচ্চাৰণ নকৰিলে প্ৰধানমন্ত্ৰী গৰাকীয়ে । তদুপৰি লক্ষাধিক লোকৰ সমাৱেশৰ আশা কৰিছিল যদিও দুই শতাধিক বাছ আৰু দুখনকৈ ৰেলেৰে সভাস্থলীলৈ ৰাজ্যৰ বিভিন্ন স্থানৰ পৰা লোক অনা হৈছিল যদিও সফলত.. |
আমবাৰীস্থিত মুখ্য কাৰ্যালয়ত মুকলি অসম গণ পৰিষদৰ নিৰ্বাচনী ইস্তাহাৰ… |
ডিজিটেল ডেস্কঃ প্ৰথম পৰ্যায়ৰ বিধানসভা নিৰ্বাচনলৈ মাজত আৰু দুটা দিন বাকী। বুধবাৰে অসম গণ পৰিষদে মুকলি কৰিলে নিৰ্বাচনী ইস্তাহাৰ। নিবনুৱা সমস্যা সমাধান, অৰ্থনৈতিক উন্নয়ন, কৃষি উন্নয়ন, অসম চুক্তি ৰূপায়নৰ প্ৰতিশ্ৰুতিৰে অগপই মুকলি কৰে এই নিৰ্বাচনী ইস্তাহাৰখন। লক্ষণীয় যে, বিজেপিৰ মিত্ৰজোঁটত থকা অগপই দলটোৰ ইস্তাহাৰত উল্লেখ... |
আমবাৰীস্থিত অসম গণ পৰিষদৰ মুখ্য কাৰ্যালয়ত দলটোৰ শীৰ্ষ নেতৃত্বই বুধবাৰে মুকলি কৰে নিৰ্বাচনী ইস্তাহাৰ। ইস্তাহাৰ মুকলি অনুষ্ঠানত উপস্থিত থাকে সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য , কুমাৰ দীপক দাস, মনোজ শইকীয়াকে ধৰি কেইবাজনো নেতা। |
অসম গণ পৰিষদে লগতে আমাৰ পথাৰ আমাৰ বজাৰ, পৰিৱেশ সংৰক্ষণ, অনুসূচীত জাতি, অনুসূচীত জনজাতি, অন্যান্য পিছপৰা শ্ৰেণী আৰু খিলঞ্জীয়া মুছলমানৰ বাবে বিশেষ আঁচনি, অৰ্থনৈতিকভাৱে পিছপৰা শ্ৰেণীৰ উন্নয়ন, চাহ জনগোষ্ঠীৰ বাবে কাৰ্যসূচী, চৰ এলেকাৰ সংখ্যালঘু সম্প্ৰদায়ৰ উন্নয়ন, শিশু আৰু মহিলাৰ বাবে বিশেষ আঁচনি, জ্যেষ্ঠ নাগৰিক আৰু বিশেষ... |
এইবাৰো চাগে পতা নহ’ব হেপাহৰ ৰঙালী… |
দীপজ্যোতি শৰ্মা |
আকৌ এবাৰ কোৰোনাৰ সংহাৰ । ২০২০ বৰ্ষত কোৰোনাৰ বাবে লকডাউন ঘোষণা কৰিছিল । এবছৰৰ পিছত পুনৰ আহিছে কোৰোনা সংক্ৰমণৰ দুখবৰ । ভয়াবহ ৰূপত সমগ্ৰ দেশ জুৰি সংক্ৰমিত হৈছে কোৰোনা ভাইৰাছ । মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেৰ পত্নী কোৰোনা ভাইৰাছত আক্ৰান্ত হৈছে । |
বলিউদৰ চুপাৰষ্টাৰ আমিক খানৰ দেহতো কোভিড ১৯ ৰ উপস্থিতি ধৰা পৰিছে । ৰাজ্য খনত ২৬ মাৰ্চৰ পৰা পুনৰ লকডাউন দিয়াৰ সম্ভাবনাই দেখা দিছে । গুজৰাটৰ চৰকাৰে মহাৰাষ্ট্ৰৰ পৰা ৰাজ্য খনলৈ অহা যাত্ৰীৰ বাবে নতুন নিৰ্দেশনা জাৰি কৰিছে ২৪ মাৰ্চ ২০২১ত । |
এতিয়াৰ পৰা মহাৰাষ্ট্ৰৰ পৰা গুজৰাটলৈ অহা লোক সকলে লগত কোভিড নিগেটিভৰ ৰিপ’ৰ্ট আনিব লাগিব । আৰু এই ৰিপ’ৰ্ট ৭২ ঘন্টাৰ পুৰনি হ’ব নোৱাৰিব । ৰাজ্যখনৰ স্বাস্থ্য বিভাগে জাৰি কৰিছে এই নিৰ্দেশ । |
সকলোৱে ভাবিছিল কোৰোনাৰ পৰা পৰিত্ৰান পালো । আবিস্কাৰ হ’ল কোৰোনাৰ ভেকক্সিন । ছাত্ৰ-ছাত্ৰী সকলে এবছৰ জোৰা অনলাইন ক্লাছৰ অন্তত শ্ৰেণী কোঠালৈ যাবলৈ সাজু হৈছিল । কোৰোনাৰ বাবেই স্মাৰ্ট ফোনৰ ক্লাছ ৰুম,ৱাটছএপ পৰীক্ষা,জুমৰ ভিডিঅ’ কনফাৰেণ্স আদি আন্ত পৰিব বুলি ভবা হৈছিল ।<eot>বিহালীত যুৱকৰ দলৰ মৰেল পুলিচগিৰি৷ বিহালীৰ কেটেলা চাহ বা... |
অসহায় যুৱতী গৰাকীয়ে যুৱকৰ দলটোৰ নিৰ্যাতনত বলি হৈ চিঞৰ-বাখৰ কৰাত যুৱকৰ দলটোৱে ঘটনাক অন্যৰূপ দিৱলৈ চেষ্টা চলাই যুৱতী গৰাকী প্ৰচণ্ড মাৰপিট কৰে৷ আনকি, যুৱতী গৰাকীক দলৱদ্ধভাৱে মাৰপিট কৰি যুৱকৰ দলটোৱে ভিডিঅ’ প্ৰস্তুত কৰি বিহালীত ৱাটচআপযোগে ভাইৰেল কৰে৷ জানিব পৰা মতে, যোৱা ২১ মে’ত সংঘটিত হোৱা এই ঘটনাটোৰ ভিডিঅ’ ভাইৰেল হোৱাৰ পি... |
ঘটনাটোৰ ভিডিঅ’ ভাইৰেল হোৱাৰ লগে লগে বিহালী আঞ্চলিক আদিবাসী ছাত্ৰ সন্থাই অনুসন্ধান চলাই বিহালী আৰক্ষীক অৱগত কৰাত অনুজ তাঁতি, নিৰেণ বাউৰী, অজিদা পাণ্ডে আৰু চামেল প্ৰজা নামৰ যুৱক কেইজনক বিহালী আৰক্ষীয়ে আটক কৰে৷ আনহাতে, অধিক তথ্যৰ বাবে বিহালী আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰখাৰ লগতে ধৃত যুৱক কেইজনক জেৰা চলাই আছে। |
0 Share |
Share Tweet |
Sangbad 365 |
Defining a fresh perspective towards news |
You may also read! |
Dibrugarh University : ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কতৃপক্ষই বহিস্কাৰ কৰিলে ১৮ জন ছাত্ৰক |
November 28, 2022 5 0 CommentsBy: Sangbad 365 |
Shivani Saikia গুৱাহাটী : ডিব্ৰুগড় বিশ্ববিদ্যালয়ত (Dibrugarh University) ভয়ংকৰ ৰেগিংৰ ঘটনা। পদ্মনাথ গোহাঞিবৰুৱা ছাত্ৰাবাসত সংঘটিত হৈছে এই ভয়ংকৰ ৰেগিংৰ |
Read More... |
Sukur Ali : শুকুৰ আলীক লপা-থপা দি আৰক্ষীক গতাই দিলে ৰাইজে |
November 28, 2022 14 0 CommentsBy: Sangbad 365 |
Basiruddin Ahmed ধুবুৰী : (Sukur Ali) শুকুৰ আলী বিপদত। ধন আত্মসাৎ কৰি বিপদত পৰিছে শুকুৰ আলী। কেইবাঘণ্টা ধৰি ৰাইজে আটক |
Read More... |
Salon Azure : গুৱাহাটীত মুকলি হ’ল আমেৰিকাৰ চেলুন ব্ৰেণ্ড আজুৰৰ প্ৰথমটো আউটলেট |
November 27, 2022 18 0 CommentsBy: Sangbad 365 |
গুৱাহাটী : আমেৰিকা যুক্তৰাষ্ট্ৰৰ স্বনামধন্য আন্তঃৰাষ্ট্ৰীয় চেলুন ব্ৰেণ্ড, চেলুন আজুৰে (Salon Azure) ২৭ নৱেম্বৰত গুৱাহাটীৰ উলুবাৰীত পূব ভাৰতৰ প্ৰথমটো<eot>সোণোৱাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ উদ্যোগত আৰু সোণোৱাল কছাৰী স্বায়ত্ত শাসিত পৰিষদ ফুটবল একাডেমিৰ সহযোগত আজিৰ পৰা ডিব্ৰুগড়ৰ স্থানীয় চৌকিডিংগি খেলপথাৰত সদৌ অসম সোণোৱাল... |
ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ স্বীকৃতিপ্ৰাপ্ত প্ৰতিযোগিতাখনত এইবাৰ মুঠ আঠটা দলে অংশগ্ৰহণ কৰিব বুলি সোণোৱাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দীপুৰঞ্জন মাক্ৰাৰীয়ে জানিবলৈ দিয়ে। |
মণিপুৰৰ নিচা এফ চি, চিলঙৰ মাল্কী স্প’ৰ্টছ ক্লাব, গুৱাহাটীৰ অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ, জম্মু-কাশ্মীৰৰ ২৫নং মেক, চিলঙৰ লাজং এফ চি, দুলীয়াজানৰ অইল এফ চি, মণিপুৰৰ ছংগল-বন য়ুনাইটেড ফুটবল ক্লাব আৰু সোণোৱাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ ফুটবল একাডেমিৰ ডিব্ৰুগড় দলে প্ৰতিযোগিতাখনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। |
জানিব পৰা মতে আজি সন্ধিয়া ৫ বজাত প্ৰতিযোগিতাখনৰ শুভাৰম্ভণি হ’ব। উদ্বোধনী খেলখনত মণিপুৰৰ নিচা ফুটবল ক্লাব আৰু চিলঙৰ মাল্কী স্প’ৰ্টছ ক্লাবে প্ৰতিদ্বন্দ্বিতা কৰিব। |
Recent News |
কাক ভোট দিলে নৰেন্দ্ৰ মোডীৰ পত্নী যশোদাবেনে? |
কলেজীয়া দিনত হাত খৰচ উলিয়াবলৈ কি কাম কৰিছিল দেশৰ মুখ্য ন্যায়াধীশ চন্দ্ৰচূড়ে? জনালে নিজেই |
Oxford English Dictionary: ২০২২ চনৰ ‘বছৰটোৰ শব্দ’ ঘোষণা কৰিছে অক্সফৰ্ড অভিধানে; শব্দটো কি? |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.