text stringlengths 0 188k |
|---|
পন্নিয়িন চেলভান-১ |
ব্ৰাজিলৰ বিদ্যালয়ত বন্দুকধাৰীৰ আক্ৰমণ; ৩ জন নিহত, আহত ১১ জন |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই... |
ত্ৰিশ-চল্লিশৰ দশকৰ বহু কোম্পানী উঠি গ’ল। পিছলৈ এইচ এম ভি কোম্পানীৰ একচেতীয়া ব্যৱসায় আৰম্ভ হ’ল। ভূপেনদাৰ গানৰ ৰেকৰ্ডৰ স্বত্ত্বও এইচ এম ভি কোম্পানীয়ে একচেতিয়াকৈ লৈ গ’ল। কেতিয়াৰ পৰা এই কোম্পানীৰ সৈতে ভূপেনদা চুক্তিবদ্ধ হৈছিল, সেয়া আমাৰ জ্ঞাত নহ’লেও ভূপেনদাৰ কণ্ঠ যে কোম্পানীৰ বন্ধকীয় আছিল, সেয়া এইচ এম ভি কোম্পানীত গানৰ ৰেক... |
সেয়া ১৯৮২-৮৩ চনৰ কথা। বিষ্ণুপ্ৰসাদ ৰাভাৰ এমুঠি গীতৰ লংপ্লেইং ৰেকৰ্ড এখনৰ ৰেকৰ্ডিঙৰ প্ৰস্তুতি চলি চলিছিল। দমদমত থকা এইচ এম ভি কোম্পানীত। অসম আন্দোলনৰ সময়তে নতুনকৈ গঢ়ি উঠা ‘সদৌ অসম সাংস্কৃতিক পৰিষদ’ৰ উদ্যোগত এই মহান কাৰ্য্যৰ শুভাৰম্ভ হৈছিল। পৰবৰ্ত্তী কালত আলফাৰ হাতত নিহত অনিল কুমাৰ বৰুৱাক প্ৰধান সম্পাদক হিচাবে লৈ ড০ ভূপে... |
ৰেকৰ্ডৰ আঠোটি গীতৰ ভিতৰত দুটি গীতত ভূপেনদাই কণ্ঠ দিয়াৰ বন্দৱস্ত আছিল। গীত দুটি আছিল ‘সুৰৰে দেউলৰে’ (সমবেত কণ্ঠৰ) আৰু ‘গুৰু মোৰ শংকৰ’(দ্বৈত কণ্ঠ)গীত দুটিত ভূপেনদাৰ কণ্ঠ ব্যৱহাৰ কৰিবলৈ গৈ মহা বিপাঙত পৰিলো। ভূপেনদাই ৰেকৰ্ডত গীত গাবলৈ হ’লে কোম্পানীৰ পৰা আগতীয়াকৈ আনুষ্ঠানিক অনুমতি ল’ব লাগে। অৰ্থাত ভূপেনদাৰ কণ্ঠতো কোম্পানীৰ ... |
আমি জনাত সেই সময়ৰ পৰাই অৰ্থাত ১৯৮৩ চনমানৰ পৰাই এইচ এম ভি কোম্পানীৰ একচেতীয় ৰেকৰ্ডৰ কাৰবাৰ প্ৰায় স্থবিৰ হৈ পৰে। ৰেকৰ্ডৰ ঠাইত ‘কেছেট’ৰ যুগ আৰম্ভ হয়। অসমতো অসমীয়া গানৰ কেছেটৰ বজাৰ চলিবলৈ ধৰিলে। কেছেটৰ ব্যৱসায়িক গোষ্ঠীবিলাকেও তেতিয়াৰ পৰাই ভূপেনদাৰ কণ্ঠ ব্যৱহাৰ কৰিবলৈ ল’লে কোনো বাধা নোপোৱাকৈ ! |
ভূপেনদাই তেওঁৰ বন্ধকত থোৱা কণ্ঠৰ অনুমতি বিচাৰি কোম্পানীৰ বিষয়ালৈ লেখা সেই ঐতিহাসিক চিথিখন আছিল এনেকুৱা — : |
← মামণি ৰয়ছম গোস্বামীৰ ‘সংস্কাৰ’ (- মৃণালজ্যোতি গোস্বামী) |
বুৰঞ্জীবিদ ড. লীলা গগৈৰ সাহিত্যিক জীৱন:এক আলোকপাত (- ঈষাণজ্যোতি বৰা) → |
You May Also Like |
অসমৰ থলুৱা নৌকাশিল্প (- ভাস্কৰ কলিতা) |
November 25, 2016 March 10, 2021 0 |
চন্দ্ৰগ্ৰহণ আৰু আমাৰ ধাৰণা – শ্ৰী নৱজ্যোতি ওজা |
August 21, 2018 March 10, 2021 0 |
পাতি পইছা, অনা, নয়া পইছা, আজিৰ আৰু তাহানিৰ বস্তুৰ মূল্য (দিগন্ত যাদৱ শৰ্মা) |
September 15, 2012 0 |
Subscribe |
Login |
Notify of |
new follow-up comments new replies to my comments |
Label |
Name* |
Email* |
Website |
Δ |
Label |
Name* |
Email* |
Website |
Δ |
0 Comments |
Inline Feedbacks |
View all comments |
অন্যান্য শিতান |
অসমীয়া লিখন সঁজুলি |
সাহিত্যৰ এপ |
দেশে-বিদেশে |
গ্ৰন্থ আলোচনা |
আখল |
বোলছবি |
ক্ৰীড়া |
অনুভৱ |
স্বাস্থ্যকথা |
অনুবাদ |
সম্পাদকলৈ চিঠি |
প্ৰাক্তন সম্পাদকসকল |
সম্পাদনা সমিতি |
সংখ্যাটোত আঁৰত |
ই-কিতাপ |
শ্ৰব্য-নাট |
শিশু-শিতান |
ৱিকিপিডিয়া বাৰ্তা |
ভাল খবৰ |
সৰিয়হ ফুল |
শিল্প-ভাস্কৰ্য্য |
শিতানত লেখাৰ সংখ্যা |
শিতানত লেখাৰ সংখ্যা Select Category অনুবাদ (274) অনুভৱ (528) অসমীয়া লিখন সঁজুলি (1) আখল (215) ই-কিতাপ (38) কবিতা (1,316) ক্ৰীড়া (36) গল্প (1,217) গ্রন্থ-আলোচনা (133) দেশে-বিদেশে (307) ধাৰাবাহিক (465) প্ৰবন্ধ (1,432) বোলছবি (116) ভাল খবৰ (23) ভিন্নস্বাদ (973) ৰহঘৰা (895) ৱিকিপিডিয়া বাৰ্তা (15) শিল্প আৰু ভাষ্কৰ্য্য (194)... |
Copyright © 2022 সাহিত্য ডট অৰ্গ. All rights reserved. |
Theme: ColorMag by ThemeGrill. Powered by WordPress. |
Copying is Prohibited! |
wpDiscuz |
Insert |
সাহিত্য ডট অৰ্গ |
দায়লুপ্তি |
সাহিত্য ডট অৰ্গত প্ৰকাশ হোৱা যিকোনো লেখাৰ সমল, মতামত তথা দৃষ্টিভংগী সম্পূৰ্ণৰূপে লেখকৰ নিজা; আলোচনীৰ তাত কোনো হস্তক্ষেপো নাথাকে বা লেখাৰ মতামত আলোচনীৰ মতামত নহয়৷ |
সেয়েহে, লেখা এটাৰ কাৰণে কোনো অনাহুত পৰিস্থিতিৰ সৃষ্টি হ’লে তাৰবাবে লেখকে নিজেই দায়িত্ব ল’ব লাগিব আৰু আলোচনী কোনোপধ্যেই জগৰীয়া নহ’ব৷<eot>অসম চুক্তিৰ আধাৰত অসমত চলি থকা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণ প্ৰক্ৰিয়াৰ বিৰুদ্ধে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীয়ে কৰা মন্তব্যক উভতি ধৰিছে অসমৰ দুগৰাকী প্ৰাক্তন মুখ্য মন্ত্ৰী ... |
কালি এন আৰ চিৰ চূড়ান্ত খচৰা প্ৰকাশৰ পাছতেই মমতা বেনাৰ্জীয়ে কলকাতাত সংবাদমেল পাতি ইয়াৰ বিৰোধিতা কৰাৰ পাছতেই আজি ৩১ জুলাইত পৃথকে পৃথকে সংবাদমেল পাতি মমতাৰ মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে দুয়োগৰাকী প্ৰাক্তন মুখ্য মন্ত্ৰীয়ে। |
আজি দিচপুৰৰ নিজ আৱাসত সংবাদমেল সম্বোধন কৰি প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে কয়, “মোৰ মতে মমতাই অসমৰ কথাত মূৰ ঘমোৱাৰ কোনো দৰকাৰ নাই। তেওঁ পশ্চিমবংগত যি ৰাজনীতি কৰে কৰি থাকক। অসমত আমি আছো নহয়।” |
গগৈয়ে লগতে কয় যে অসম চুক্তিৰ আধাৰত যিসকল ভাৰতীয় নাগৰিক তেওঁলোকক ৰক্ষণাবেক্ষণ দিবলৈ অসম চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ আৰু ইয়াক লৈ ৰাজনীতি কৰাৰ কোনো প্ৰয়োজন নাই। |
“হিন্দু বাঙালীয়েই হওক, মুছলমানেই হওক, গোৰ্খায়েই হওক বা চাহ বাগানৰ লোকেই হওক -সকলোৰে বাবে আমি আছো।” তৰুণ গগৈয়ে কয়। |
একেদৰে গুৱাহাটীৰ হোটেল ৰাজধানী ৰিজেন্সীত সংবাদমেল পাতি আনগৰাকী প্ৰাক্তন মুখ্য মন্ত্ৰীয়ে কয়, “মমতা বেনাৰ্জীয়ে এইবিলাক Political gain ৰ বাবে কৰি আছে। অসমৰ ৰাইজে এন আৰ চিক মানি লৈছে, তেনেস্থলত অসমৰ বাহিৰত ইয়াৰ বিৰোধিতা কৰাৰ কোনো যুক্তি নাই।” |
তেওঁ লগতে কয় যে এন আৰ চিৰ প্ৰক্ৰিয়াটো কোনো ধৰ্ম, ভাষা বা জাতিৰ বিৰুদ্ধে নহয়। |
‘৭০ৰ দশকতে পূৰ্ব বংগৰ পৰা শৰণাৰ্থী হিচাপে উত্তৰ প্ৰদেশ আৰু বিহাৰলৈ যোৱা লোকসকলে আজিলৈ নাগৰিকত্বই পোৱা নাই। শেহতীয়াভাৱে উত্তৰ প্ৰদেশৰ মুখ্য মন্ত্ৰী যোগী আদিত্য নাথে সেই লোকসকলক খেদি দিব লাগে বুলি মন্তব্য কৰিছিল। কিন্তু পূৰ্ব বংগৰ পৰা অসমলৈ অহা লোকে অসমত আজি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব পৰা হ’ল”– মহন্তই কয়। তেনেক্ষেত্... |
আনহাতে মমতা বেনাৰ্জীয়ে অসমৰ নাগৰিকপঞ্জী উন্নীতকৰণ প্ৰক্ৰিয়াৰ বিষয়ে নাজানে বা জানিবলৈ চেষ্টা নকৰে বাবেই এনে ৰাজনৈতিক মন্তব্য দিছে বুলি কয় ৰাজ্যৰ বিত্ত তথা স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। |
আজি ডিব্ৰুগড়ত সাংবাদিকৰ আগত প্ৰতিক্ৰিয়া ব্যক্ত কৰি মন্ত্ৰী ড০ শৰ্মাই কয়, “গোটেই প্ৰক্ৰিয়াটো আইনৰ ওপৰত প্ৰতিষ্ঠিত, ইয়াত ওজৰ-আপত্তি দৰ্শাব পাৰিব, বিদেশী ন্যায়াধিকৰণলৈ যাব পৰিব আৰু তাতো যদি সন্তুষ্ট নহয় উচ্চ ন্যায়ালয়-উচ্চতম ন্যায়ালয়লৈ যাব পাৰিব। অৰ্থাৎ ই এজনো ভাৰতীয়ৰ নাম বাদ নপৰা আৰু এজনো বিদেশীৰ নাম নোসোমোৱা এটা ফুল প্ৰূ... |
Recent News |
৩.৫ মিনিটৰ ভিতৰত সাজু হৈ নুঠিল ৰন্ধা,পাস্তা কোম্পানীৰ বিৰুদ্ধে ৰুজু ৪০ কোটি টকাৰ গোচৰ! |
মাৰ্ঘেৰিটাৰ বৰগোলাইত কয়লা সৰবৰাহ কৰিবলৈ অহা ট্ৰাকৰ খুণ্ডাত এজন লোকৰ মৃত্যু |
বৰপেটা জিলা কাৰাগাৰত চাঞ্চল্য: কাৰাগাৰ চৌহদৰ ভিতৰত উদ্ধাৰ কয়দীৰ মৃতদেহ |
ভাৰত জোড়ো যাত্ৰা হৈছে ‘লুট-তন্ত্ৰ’ৰ বিৰুদ্ধে ‘লোকতন্ত্ৰ’ৰ কণ্ঠ: মোদী চৰকাৰৰ বিৰুদ্ধে সৰৱ ৰাহুল গান্ধী |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই... |
আজি ফেডাৰেল চাৰ্ভিচ ফৰ ফাইনেন্সিয়েল মনিটৰিঙৰ এক প্ৰতিবেদনত এই দাবী কৰা হৈছে। |
চলিত বৰ্ষৰে মাৰ্চ মাহৰ শেষৰ ফালে ৰাছিয়াই ফেচবুক আৰু ইনষ্টাগ্ৰামক উগ্ৰপন্থী কাৰ্যকলাপ চলোৱাৰ অভিযোগত নিষিদ্ধ কৰিছিল। |
তেতিয়াৰ পৰা ৰাছিয়াত ফেচবুক আৰু ইনষ্টাগ্ৰাম ব্যৱহাৰ বন্ধ হৈ আছে যদিও একাংশ ৰাছিয়ানে ভিপিএনৰ সহায়ত এই চাইট সমূহ ব্যৱহাৰ কৰি আছে। |
মেটাৰ অধীনস্থ ইনষ্টাগ্ৰাম ৰাছিয়াত বিশেষভাৱে জনপ্ৰিয় আছিল। বিজ্ঞাপন আৰু বাণিজ্যৰ বাবে দেশখনত ইনষ্টাগ্ৰাম এক গুৰুত্বপূৰ্ণ মঞ্চ হিচাপে ব্যৱহৃত হৈছিল। |
ৰাছিয়াই মেটাৰ ওপৰত গ্ৰহণ কৰা এই সিদ্ধান্তই মেটাক এতিয়া তালিবান আৰু ৰাছিয়াৰ বিৰোধী গোটকে ধৰি বিদেশী সন্ত্ৰাসবাদী সংগঠনৰ দৰে একে তালিকাত ৰাখিছে। |
Recent News |
লাচিতলৈ সন্মান, নে অপমান? |
খাবলৈ দিয়াৰ পইচা নথকাৰ বাবেই নিজৰ কান্দি থকা ২ বছৰীয়া কন্যাক হত্যা অভিযন্তাৰ! |
অসমৰ ১৬ গৰাকী বিশিষ্ট শিল্পী তথা সাংস্কৃতিক কৰ্মীলৈ সংগীত নাটক একাডেমীৰ সন্মান |
অস্কাৰ বিজয়ী সংগীত শিল্পী, অভিনেত্ৰী আইৰিন কাৰা এস্কালাৰাৰ মৃত্যু |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই... |
অবাৱতে আদালতৰ সময় নষ্ট কৰা আৰু আদালতৰ শুনানি ৰাজহুৱা কৰাৰ অভিযোগত আদালতে জুহি চাওলাক ২০ লাখ চকাৰ জৰিমনা বিহিছিল যদিও আজি সেই জৰিমনাৰ পৰিমাণ ২ লাখ টকালৈ হ্ৰাস কৰা হয়। |
উল্লেখ্য অভিনেত্ৰী তথা পৰিৱেশকৰ্মী জুহি চাওলাই দিল্লী উচ্চ ন্যায়ালয়ত ৫ জি নেটৱৰ্ক স্থাপনৰ বিৰুদ্ধে তৰা গোচৰটো নাকচ কৰা হৈছিল। |
দিল্লী উচ্চ ন্যায়ালয়ৰ বিশেষ খণ্ডপীঠে কৈছিল যে জুহি চাওলাই কেৱল প্ৰচাৰৰ বাবেই এনেদৰে গোচৰ তৰিছিল। |
জুহি চাওলাই তৰা গোচৰটোৰ মতে, দেশখনত টেলিকমিউনিকেশ্বন ইণ্ডাষ্ট্ৰিয়ে পৰিকল্পনা কৰা ফাইভ-জি ৱায়াৰলেছ নেটৱৰ্কসমূহ (5G wireless networks) পৰিৱেশৰ বাবে ক্ষতিকাৰক। |
ই দেশৰ নাগৰিক, জন্তু, উদ্ভিদৰ ক্ষতিসাধন কৰিব। |
অভিনেত্ৰীগৰাকীয়ে কৈছিল যে এই ফাইভ-জি নেটৱৰ্কসমূহে পৰিৱেশতন্ত্ৰৰ বাবে ভাবুকিস্বৰূপ হৈ পৰিব কাৰণ ৰেডিঅ’ ফ্ৰেকুৱেন্সি ৰেডিয়েচন বৰ্তমানতকৈ ১০ৰ পৰা ১০০ গুণ বৃদ্ধি পাব। |
অধিবক্তা দীপক খোছলাৰ জৰিয়তে উত্থাপন কৰা বিষয়টো সন্দৰ্ভত ২ জুনত অনলাইনযোগে শুনানি গ্ৰহণ কৰা হৈছিল। কিন্তু অনলাইন শুনানিৰ সময়ত জুহি চাওলাই শুনানিৰ লিংক ফেচবুকত শ্বেয়াৰ কৰাত বহুতে আদালতৰ কাম-কাজত বাধাৰ সৃষ্টি কৰিছিল। |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.