text
stringlengths
0
188k
4 তথ্যসূত্ৰ
পোহৰৰ গতিসম্পাদনা কৰক
প্ৰধান প্ৰবন্ধ: পোহৰৰ বেগ
শূন্য ত পোহৰৰ বেগ হৈছে ২৯,৯৭,৯২,৪৫৮ মিঃ/ছেঃ (প্ৰায় ১৮৬,২৮২ মাইল প্ৰতি ছেকেণ্ড)। আন্তৰ্জাতিক একক পদ্ধতিত পোহৰৰ গতিবেগ ধ্ৰুৱক আৰু দৈৰ্ঘ্যৰ একক মিটাৰ পোহৰৰ বেগৰ সাপেক্ষে সংজ্ঞাবদ্ধ কৰা হয়।
ইতিহাসৰ বিভিন্ন সময়ত বহু পদাৰ্থবিদে পোহৰৰ গতিবেগ নিৰ্ণয় কৰাৰ বাবে প্ৰচেষ্টা চলাইছিল। সপ্তদশ শতাব্দীত গেলিলিঅ’ই পোহৰৰ গতি মাপনৰ প্ৰয়াস কৰিছিল। ১৬৭৬ খ্ৰিঃত ডেনমাৰ্কৰ পদাৰ্থবিদ Ole Rømer ৰ দ্বাৰা পোহৰৰ গতি মাপনৰ পৰীক্ষা পৰিচালিত হৈছিল। দূৰবীক্ষণ যন্ত্ৰৰ সহায়ত Rømer-এ বৃহস্পতি আৰু ইয়াৰ এক উপগ্ৰহ, Io-ৰ গতি পৰ্যবেক্ষণ ক...
বিদ্যুত-চুম্বকীয় বৰ্ণালীসম্পাদনা কৰক
বিদ্যুত-চুম্বকীয় বৰ্ণালী পোহৰক চিনাক্ত কৰি দেখুওৱা হৈছে
সাধাৰণতে, বিদ্যুত-চুম্বকীয় বিকিৰণক (ইয়াত 'বিকিৰণ' অভিধাত স্থানু বিদ্যুত আৰু চুম্বকীয় ক্ষেত্ৰ আৰু নিকট ক্ষেত্ৰক অন্তৰ্ভুক্ত কৰা হোৱা নাই) তৰংগদৈৰ্ঘ্যৰ মানৰ ওপৰত নিৰ্ভৰ কৰি ৰে'ডিঅ', মাইক্ৰ'তৰংগ, অৱলোহিত, (আমি পোহৰ হিচাপে পোৱা) দৃশ্যমান অংশ, অতিবেঙুনীয়া, এক্স-ৰে' আৰু গামা ৰশ্মি, এইকেইটা ভাগত শ্ৰেণীবিভাজিত কৰা হয়।
বিদ্যুত-চুম্বকীয় বিকিৰণৰ আচৰণ ইয়াৰ তৰংগদৈৰ্ঘ্যৰ ওপৰত নিৰ্ভৰশীল। উচ্চ কম্পনাংকৰ তৰংগৰ তৰংগদৈৰ্ঘ্য কম, আৰু নিম্ন কম্পনাংকৰ তৰংগৰ তৰংগদৈৰ্ঘ্যৰ বেছি। যেতিয়া বিদ্যুত-চুম্বকীয় বিকিৰণে এটীয়া পৰমাণু আৰু অণুৰ সৈতে পাৰস্পৰিক ক্ৰিয়াৰ দ্বাৰা প্ৰভাৱিত হয়, তেতিয়া ইয়াৰ আচৰণ প্ৰতিটো কোৱাণ্টাত নিহিত শক্তিৰ ওপৰত নিৰ্ভৰ কৰে।
আলোক বিজ্ঞানসম্পাদনা কৰক
পোহৰ আৰু পদাৰ্থৰ সৈতে পোহৰৰ ক্ৰিয়া-প্ৰক্ৰিয়া সম্পৰ্কীয় বিষয়ৰ অধ্যয়নক আলোক বিজ্ঞান বোলা হয়। আলোকীয় পৰিঘটনা যেনে, ৰামধেনু আৰু মেৰুজ্যোতি ইত্যাদি বিষয়সমূহৰ অধ্যয়ন আৰু গৱেষণাৰ জৰিয়তে পোহৰৰ প্ৰকৃতি সম্পৰ্কীয় বহুতো তথ্য উদ্ঘাটন কৰিব পাৰি।
তথ্যসূত্ৰসম্পাদনা কৰক
↑ CIE (1987). International Lighting Vocabulary. Number 17.4. CIE, 4th edition. ISBN 978-3-900734-07-7.
By the International Lighting Vocabulary, the definition of light is: “Any radiation capable of causing a visual sensation directly.”
↑ Gregory Hallock Smith (2006), Camera lenses: from box camera to digital, SPIE Press, p. 4, ISBN 9780819460936, http://books.google.com/?id=6mb0C0cFCEYC&pg=PA4
↑ Narinder Kumar (2008), Comprehensive Physics XII, Laxmi Publications, p. 1416, ISBN 9788170085928, http://books.google.com/?id=IryMtwHHngIC&pg=PA1416#v=onepage&q=
↑ Scientific Method, Statistical Method and the Speed of Light. Statistical Science 2000, Vol. 15, No. 3, 254–278<eot>লীজ ট্ৰাছৰ ফোন হেক। বৃটেইনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ ফোন হেক কৰা মানুহজন বিশ্বৰ অন্যতম শক্তিশালী নেতা।হয়,তেওঁ আন কোনো নহয়, ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে কৰিলে হেক ।পুটিনৰ গোপন এজেণ্টে বৃটেইনৰ বৈদেশিক মন্ত্ৰী...
ডাউদৰ ৫ সহযোগী গ্ৰেপ্তাৰ
The CrossCurrent Oct 12, 2022
ডাউদৰ ৫ সহযোগী গ্ৰেপ্তাৰ , অপৰাধ সাম্ৰাজ্যত এতিয়াও অবিসম্বাদী ডাউদ | ডাউদৰ সহযোগীয়ে পিলপিলাই ফুৰিছে ভাৰতত | মুম্বাই অপৰাধ শাখাই মঙলবাৰে ডাউদ ইব্ৰাহিমৰ ৫ গৰাকী সহযোগীক আটক কৰে ৷ গেংষ্টাৰ চোটা চাকিলৰ সহযোগী চেলিম ফ্ৰুইটক মুম্বাই আৰক্ষীয়ে…
১০ বছৰ বিৰতিত পাকিস্তানত মালালা
The CrossCurrent Oct 12, 2022
১০ বছৰ বিৰতিত পাকিস্তানত মালালা | জননী - জন্মভূমিৰ প্ৰেমত বন্দী মালালা | তালিবানৰ আক্ৰমণৰ মাজতেই মালালা নিজ দেশত | সম্পূৰ্ণ ১০ টা বছৰ পিছত পাকিস্তানৰ ভূমিত ভৰি থলে মালালা ইউচুফজায়ে | জননী জন্মভূমি স্বৰ্গাদপী গৰিয়সী -জন্মভূমিক কেতিয়াও…
জনপ্ৰিয়
বিনামূলীয়া স্বাস্থ্য শিবিৰ কাহিলীপাৰাত
ভংগ হ’বই বংগ ?
আজমলক গৰিহণা জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ
মুঠতে কেজৰিৱালৰ ‘সুদিন’ আহিবই
পুনৰ বিতৰ্কত লখিমপুৰ চিকিৎসা মহাবিদ্যালয় !
ছাত্ৰ নেতাৰ দেহাৱসান
- Advertisement -
You're visiting the official website of The Cross Current, an independent digital media platform based in Guwahati, Assam. We bring you the latest news from in and around Assam and North Eastern Region of India.<eot>বৰ্তমান ক’ভিড ১৯ মহামাৰীৰ সময়ত সকলো মানুহে আৰ্থিক সমস্যাৰ সন্মুখীন হ’ব লগা হৈছে । এই আৰ্থিক সমস্যাৰ পৰা ...
টকা উপাৰ্জন কৰাৰ ৫টা পদ্ধতি
১) Blogging/ ব্লগিংঃ
Blogging/ ব্লগিং হৈছে টকা উপাৰ্জন কৰাৰ এনে এটা পদ্ধতি য’ত আপুনি আপোনাৰ সকলো জ্ঞানৰ ভঁৰাল আন মানুহৰ মাজত বিলাই টকা উপাৰ্জন কৰিব পাৰে । এইয়া এক দীঘলীয়া পদ্ধতি, অৰ্থাৎ এই পদ্ধতিৰ দ্বাৰা টকা উপাৰ্জন কৰিবলৈ অলপ সময়ৰ প্ৰয়োজন । আপোনালোকে পঢ়ি থকা এই প্রবন্ধটোও এক প্ৰকাৰৰ ব্লগিং। এইটো পদ্ধতিৰ দ্বাৰা এজন মানুহে মাহেকত প্ৰায় ৩০,...
২) Affiliate Marketing/ এফিলিয়েট মাৰকেটিং
এফিলিয়েট মাৰকেটিং (Affiliate Marketing) হৈছে এনেকুৱা এটা পদ্ধতি য’ত আপুনি আপোনাৰ কোনো ধৰণৰ টকা বিনিয়োগ নকৰাকৈ টকা উপাৰ্জন কৰিব পাৰে । এই পদ্ধতিৰ বিষয় কৈ শেষ কৰিব নোৱাৰি । কিন্তু মই চুটিকৈ এই বিষয়ে অলপমান উপস্থাপন কৰিবলৈ চেষ্টা কৰিছো । এই পদ্ধতি বিশেষকৈ অনলাইনত হয় ।
এই এফিলিয়েট মাৰকেটিং পদ্ধতিত আমি যিকোনো এটা প্ৰতিষ্ঠানৰ পৰা এজন এফিলিয়েট মাৰকেটাৰ হৈ সেই প্ৰতিষ্ঠানটোৰ বাবে কিবা বস্তু বা কিবা পৰিষেৱা (service) বিক্ৰী কৰিব লাগিব । যাৰ বাবে প্ৰতিষ্ঠানটোৱে আমাক কিছু টকা দিব । কিন্তু এই টকাৰ পৰিমাণ নিৰ্ভৰ কৰিব আপোনাৰ কৰিব পৰা বিক্ৰীৰ ওপৰত । এইটো পদ্ধতিৰ দ্বাৰাও এজন মানুহে মাহেকত প্ৰায় ৩...
৩) YouTube/ ইউটিউব ঃ
বৰ্তমান সময়ত বেছিকৈ জনপ্ৰিয় হোৱা এটা প্ৰচাৰ মাধ্যম হৈছে YouTube/ ইউটিউব । ডিজিটেল ইণ্ডিয়াৰ আৰম্ভৰে পৰা ভাৰতবৰ্ষৰ প্ৰায় সকলো মানুহৰে হাতে হাতে স্মাৰ্টফোন হোৱা বাবে এই মাধ্যমটো বহুত বেছি জনপ্ৰিয় হৈছে ।
এই প্ৰচাৰ মাধ্যমত টকা উপাৰ্জন কৰিবলৈ আপোনাৰ কোনো এটা বিষয়ৰ ওপৰত জ্ঞান থকাটো বৰ প্ৰয়োজন । কাৰণ আপুনি জনাখিনি ভালদৰে উপস্থাপন কৰিব পাৰিলেহে মানুহে আপোনাৰ ভিডিঅ চাব । গতিকে আপুনি এক নিশ্চিত বিষয়বস্তুৰ ওপৰত ভিডিঅ বনালেহে টকা উপাৰ্জন কৰিবলৈ সহজ হব ।
এইটো পদ্ধতিৰ দ্বাৰা এজন মানুহে মাহেকত প্ৰায় ৩০,০০০-৫০,০০০ টকা বা কেতিয়াবা তাতোকৈ অধিকো উপাৰ্জন কৰিব পাৰে । কিন্তু এই উপাৰ্জন আপুনি দিয়া ভিডিঅৰ ভিউজৰ ওপৰত নিৰ্ভৰ কৰিব ।
৪) Social Media/ ছ’ছিয়েল মিডিয়া
নিশ্চয় । আপুনি ঠিক পঢ়িছে, বৰ্তমান বহুলভাৱে ব্যৱহৃত ছ’ছিয়েল মিডিয়াৰ দ্বাৰাও আপুনি আপোনাৰ পইচা উপাৰ্জনৰ পথ বাছি উলিয়াব পাৰে । অৰ্থাৎ, সৰল ভাষাত কবলৈ গলে যদি আপুনি নৃত্য, মোডেলিং বা আপোনাৰ কথাৰ দ্বাৰা আনক কিবা এটা কামৰ বাবে প্ৰভাবিত আদি কাম কৰিব পাৰে, তেন্তে তাৰ বাবদ আপুনি টকা উপাৰ্জন কৰিব পাৰে ।
৫) Fiverr/ UpWork
যদি আপোনাৰ টেকনিকেল জ্ঞান আছে বা আপুনি যদি এনে কাম কৰি ভাল পাই, তেনেহ’লে এই দুটা মাধ্যমৰ জৰিয়তেও আপুনি নিজৰ বাবে টকা উপার্জন কৰিব পাৰে । এই দুটা প্লেটফৰ্মত থকা ভাগবোৰ তলত দিয়া হ’ল-
Graphic and Design
Digital Marketing
Writing and Translation
Video and Animation
Music and Audio
Programming and Tech
Data
Business
Lifestyle
আৰু বহুতো ধৰণৰ ভাগ তাত আছে । যদি আপুনি ইয়াৰ বাবে ইচ্ছ্য়ুক তেন্তে তলত দিয়া লিংকত ক্লিক কৰি চাব পাৰে ।
UpWork Fiverr
আজিৰ বাবে ইমানেই। যদি আপোনাকে এই পোষ্টতো পঢ়ি ভাল পাইছে, তেন্তে পোষ্টতো লাইক কৰক আৰু শ্বেয়াৰ কৰক আৰু আপোনালোকৰ যদি কিবা প্ৰশ্ন আছে তেনেহলে তলত কমেণ্ট কৰি জনাওক ।
Share:
Share on facebook
Facebook
Share on twitter
Twitter
Share on pinterest
Pinterest
Jeet Kalita
Hi, I am Jeet Kalita.
I am sharing my personal experience, tips& tricks, and some exclusive information. Keep learning
Leave a Reply Cancel reply
Comment
Enter your name or username to comment
Enter your email address to comment
Enter your website URL (optional)
Save my name, email, and website in this browser for the next time I comment.
Social Media
Facebook-f
Youtube
Twitter
Instagram
Most Popular
What Does Affiliate Link Mean?
November 25, 2022
Social Media Marketing Blog for Beginners
November 24, 2022
10 Easy Tips For SEO Content Writing
October 25, 2022
How to do Keyword Research for free?
September 21, 2022
Get The Latest Updates
Subscribe To Our Weekly Newsletter
No spam, notifications only about new products, updates.
Email Address
subscribe
Categories
Sitemap
Privacy Policy
Disclaimer
Terms and Conditions
Menu
Sitemap