text
stringlengths
0
188k
অসমত অক্টোবৰ আৰু নৱেম্বৰ মাহ সৰিয়হৰ বীজ সিঁচাৰ উপযুক্ত সময়। সৰিয়হৰ উৎপাদন বৃদ্ধি কৰিবলৈ ৰাজ্যৰ বিভিন্ন অঞ্চলত মাটিৰ ব্যৱস্থা আৰু বতৰৰ লগত খাপ খোৱাকৈ সৰিয়হ বীজৰ জাত নিৰ্বাচন কৰা হয় যদিও বৈজ্ঞানিক পদ্ধতি অৱলম্বন কৰিলে কৃষক সকল অধিক উপকৃত হোৱাৰ সম্ভাৱনা অধিক। কিছুদিন পূৰ্বে অঞ্চলটোৰ কৃষক সকলক কৃষি বিভাগৰ ফলৰ পৰা বৈজ্ঞা...
0 Share
Share Tweet
Sangbad 365
Defining a fresh perspective towards news
You may also read!
Drinking Water : অচিৰেই গুৱাহাটীৰ বহু অঞ্চলত বন্ধ হ’ব পৌৰ নিগমৰ পানী যোগান ব্যৱস্থা
December 1, 2022 4 0 CommentsBy: Sangbad 365
গুৱাহাটী : অচিৰেই গুৱাহাটীৰ বহু অঞ্চলত বন্ধ হ’ব পৌৰ নিগমৰ পানী যোগান ব্যৱস্থা (Drinking Water)। গুৱাহাটী মহানগৰীৰ যিসমূহ এলেকাত
Read More...
Farmers Awareness : ফচল বীমা যোজনা আঁচনি সন্দৰ্ভত নলবাৰীত কৃষক সজাগতা সভাৰ শুভাৰম্ভণি
December 1, 2022 17 0 CommentsBy: Sangbad 365
নলবাৰী : ফচল বীমা যোজনা আঁচনি সন্দৰ্ভত নলবাৰীত কৃষক সজাগতা সভাৰ (Farmers Awareness) শুভাৰম্ভণি। নলবাৰী জিলাৰ ৬৫ খন গাঁও
Read More...
Online facility for House Construction Permission : পহিলা জানুৱাৰীৰ পৰা ৰাজ্যত মাথোঁ অনলাইনযোগেহে গৃহ নিৰ্মাণৰ অনুমতি প্ৰদানৰ ব্যৱস্থা
November 30, 2022 9 0 CommentsBy: Sangbad 365
গুৱাহাটী : অহা বছৰৰ পহিলা জানুৱাৰীৰ পৰা ৰাজ্যৰ চহৰসমূহত গৃহ নিৰ্মাণৰ অনুমতি প্ৰদানৰ ক্ষেত্ৰত বৰ্তমানে থকা ‘মেনুৱেল’ পদ্ধতিৰ অৱসান<eot>ডিজিটেল সংবাদ, বকো: কামৰূপ জিলাৰ বকোত মঙলবাৰে পুৱতি নিশা চোৰে এটা মন্দিৰৰ টকা-পইচাকে ধৰি এটা পৰিয়ালৰ ঘৰৰ পৰা চাইকেল, কাপোৰ চুৰি কৰি নিয়া ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে । ঘটনাৰ বিৱৰণী মতে...
গাঁওখনৰ নিৰণ ৰাভাৰ ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি এখন চাইকেল আৰু কাপোৰ পৰ্যন্ত চুৰি কৰি নিয়ে। চোৰৰ দলটোৱে যমুনেশ্বৰ শিৱালয়ৰ সন্মুখৰ কানাইলাল বড়োৰ চাইকেল দোকানত সোমাই সা-সামগ্ৰী চুৰি কৰিবলৈ লওঁতেই ওচৰত থকা দোকানী টোপনিৰ পৰা সাৰ পোৱাত চোৰে পলাই পত্ৰং দিয়ে। মঙলবাৰে পুৱা শিৱালয়ৰ পৰিচালনা সমিতিয়ে চুৰি কাণ্ডৰ বিষয়ে বকো...
P. Sainath
Translator : Pankaj Das
Language
Assamese
English
Odia
Tamil
Urdu
Hindi
Marathi
Assamese
Bengali
Malayalam
Punjabi
Telugu
Kannada
Gujarati
Chhattisgarhi
Read the story in pictures
Share
Print this story
Amritsar , Punjab
See more from this region
ভাৰত ৰাষ্ট্ৰ নিৰ্মাণৰ চেতনাক এক নিৰ্ণায়ক দিশ প্ৰদানত জালিয়ানাৱালা বাগৰ গণহত্যা আছিল এক উল্লেখযোগ্য কৰুণ ঘটনা। আমি সৰুৰে পৰা শুনি আহিছো কেনেদৰে ভগত সিঙে দহ বছৰ বয়সত সেই ঠাইলৈ গৈ বটল এটাত তেজলগা মাটি ভৰাই গাঁৱলৈ ঘুৰি আহিছিল। তেওঁৰ ককাৰ ঘৰৰ বাগিছাত সেই মাটিখিনিৰে ফুলৰ গছ লগাইছিল।
সহশ্ৰজন নিৰস্ত্ৰ জনতাৰ ওপৰত (বৃটিছে কোৱা মতে ৩৭৯) পঞ্জাৱৰ অমৃতসৰত ১৯১৯ৰ ১৩ এপ্ৰিলৰ দিনা ঘটা কৰুণ ঘটনাই অপৰাধী কিম্বা আগামী চৰকাৰৰ চেতনাক স্পৰ্শ কৰিব নোৱাৰিলে যেন বোধ হয়। বৃটিছ প্ৰধানমন্ত্ৰী টেৰেছা মেয়ে অনুতপ্ত হোৱা বুলি সংসদত কয় যদিও সেই গাৰ নোম শিয়ঁৰা কৰুণ ঘটনাটোৰ বাবে ক্ষমাপ্ৰাৰ্থনা নকৰিলে।
PHOTO • The Tribune, Amritsar
PHOTO • Vishal Kumar, The Tribune, Amritsar
সকলোকে আচৰিত কৰি আপুনি জালিয়ানাৱালা বাগলৈ নাযাব পাৰে আৰু আৱেগবিহ্বল হৈ নুঠিব পাৰে। ১০০ বছৰ পাৰ হৈ গ’ল, কিন্তু সেই পৰিকল্পিত হত্যাকাণ্ডৰ চিকাৰ হোৱাসকলৰ চিৎকাৰ এতিয়াও ভাঁহি আহে। প্ৰায় ৩৫ বছৰ আগতে মই এই ঠাই সাক্ষাৎ কৰোঁতে বেৰত লিখাৰ পৰা মই নিজকে ৰখাব পৰা নাছিলোঁঃ
সিহতে আমাৰ নিৰস্ত্ৰ জনতাৰ ওপৰত আক্ৰমণ কৰিছিল
ভীৰত হৈ চৈ লাগিছিল
সিহতে লাঠিচালনা কৰিছিল
আমাৰ হাড় ভাঙিছিল
সিহতে গুলি চলাইছিল
কিমানে শেষ নিশ্বাস এৰিছিল
আমি সাহ এৰা নাছিলো
তেওঁলোকে সাম্ৰাজ্য এৰিবলগা হৈছিল
অনুবাদঃ পংকজ দাস
P. Sainath
@PSainath_org
[email protected]
http://psainath.org/
Share
P. Sainath is Founder Editor, People's Archive of Rural India. He has been a rural reporter for decades and is the author of 'Everybody Loves a Good Drought'.
Other stories by P. Sainath
Translator : Pankaj Das
Share
Pankaj Das is Translations Editor, Assamese, at People's Archive of Rural India. Based in Guwahati, he is also a localisation expert, working with UNICEF. He loves to play with words at idiomabridge.blogspot.com.<eot>মুগা পালনৰ পৰম্পৰাক মুগা পৰ্যটনলৈ পৰিৱৰ্তিত কৰাৰ লক্ষ্যৰে সোমবাৰে এক অগতানুগতিক অনুষ্ঠান অনুষ্ঠিত কৰা হ...
dhakuakhana
Asomiya Pratidin
Published on :
31 Oct, 2022, 2:25 pm
ডিজিটেল সংবাদ, ঢকুৱাখনা : বৰমুগাৰ প্ৰাণ প্ৰাচুৰ্য ভূমি ৰেচম শিল্পৰ উৰ্বৰা ক্ষেত্ৰ ঢকুৱাখনাৰ পৰম্পৰাগত মুগা শিল্পৰ জনমুখীকৰণ, বাণিজ্যিকীকৰণৰ লগতে মুগা পালনৰ পৰম্পৰাক মুগা পৰ্যটনলৈ পৰিৱৰ্তিত কৰাৰ লক্ষ্যৰে সোমবাৰে এক অগতানুগতিক অনুষ্ঠান অনুষ্ঠিত কৰা হয়।
ঢকুৱাখনা নগৰৰ চৰকাৰী ৰেচম ফাৰ্মত সোমবাৰে ৰেচম পালক ধেনুখণা হিলৈদাৰী গাঁৱৰ সুভাষ গগৈ আৰু মহেমাৰী গাঁৱৰ মনোজ গগৈৰ উদ্যোগত আৰু "চেণ্টাৰ ফৰ বায়'দাইভাৰ্চিটি এণ্ড ইক'লজিকেল ষ্টাডিছ"ৰ সহযোগত অনুষ্ঠিত হয় এই ব্যতিক্ৰমী পদক্ষেপ। সোমবাৰে নিশা উদ্যমী চুঙীয়া দুজনৰ মুগা চুমনিত সমবেত হৈ হাতত জোঁৰ আৰু কুকি লৈ সমূহীয়াভাবে পকা মুগা ধৰি ...
ঢকুৱাখনা মহকুমাৰ বহু কেইগৰাকী বিশিষ্ট নাগৰিক, বৰ্ষীয়ান ৰেচম পালক, ৰেচম গৱেষকে এই সমূহীয়া পকা ধৰা অনুষ্ঠানত অংশগ্ৰহণ কৰি প্ৰায় ২০ হাজাৰ পকা বৰমুগা সংগ্ৰহ কৰিবলৈ সক্ষম হয়।
বিগত কুৰি বছৰৰো অধিক কাল ৰেচম পালনেৰে স্বাৱলম্বী হৈ আত্মসংস্থাপনৰ ঈর্ষণীয় ধাৰা সৃষ্টি কৰিবলৈ সক্ষম হোৱা উদ্যমী ৰেচম পালক সুভাষ গগৈ আৰু মনোজ গগৈয়ে জনোৱা মতে ২০০৮ চনৰ পৰা ধাৰাবাহিকভাবে নিজস্ব পুঁজি আৰু শ্ৰমেৰে গাৰো পাহাৰৰ পৰা সঁচ আনি ৰেচম পালন কৰি আত্ম প্ৰতিষ্ঠাৰ সফল সংগ্ৰাম চলাই আহিছে ।
সোমবাৰে ৰাতি ২০ হাজাৰ মুগা পকিছে বুলি "অসমীয়া প্ৰতিদিন ডিজিটেল"ক জানিবলৈ দি অনাগত সময়তো ২০-২৫ হাজাৰ মুগা পকিব বুলি আশা প্ৰকাশ কৰিছে ।নিজে মুগা পুঁহি সূতা কাটি, নিভাঁজ কাপোৰ প্ৰস্তুত কৰি এখন নিজস্ব আৰু একচেতিয়া লাভজনক বজাৰ দখল কৰি অহা বুলি প্ৰত্যয়েৰে জানিবলৈ দিয়ে ।
বিপৰীতে চৰকাৰীভাবে ৰেচম শিল্পৰ উজ্জীৱিতকৰণৰ বাবে ৰেচম বিভাগে কোনো ধৰণৰ সহায় সাহায্য আগনবঢ়োৱা বুলি আক্ষেপ প্ৰকাশ কৰে। ঢকুৱাখনাৰ মুগা শিল্পক মুগা পৰ্যটনলৈ ৰূপান্তৰিত কৰাৰ লক্ষ্যৰে এই ব্যতিক্রমী পদক্ষেপ গ্ৰহণ কৰা বুলি মন্তব্য কৰে বিশিষ্ট ৰেচম গৱেষক, ৰেচম উদ্ভাৱক জিতুল শইকীয়াই। বিজ্ঞান মনস্কতা আৰু ধ্যান ধাৰণাৰে পৌৰাণিক মান...
মুগা শিল্পৰ উত্তৰণৰ বাবে অনুষ্ঠিত এই "পকা ধৰা উৎসৱ" অসমৰ ৰেচম ইতিহাস , অৰ্থনীতিক ইতিহাসত এক স্বৰ্ণিল দিন হিচাবে পৰিগণিত হৈ ৰ'ব বুলি সমজুৱা মত পোষণ কৰে ।
এই সন্দৰ্ভত চুমনীতে অনুষ্ঠিত আলোচনাত ঢকুৱাখনা ৰেচম বিভাগৰ ৰেচম অধীক্ষক অস্বিনী কলিতা , বিশিষ্ট পৰিবেশ কৰ্মী দ্বিগেন হাজৰিকা, বৰ্ষীয়ান মুগা পালক অমিয় বৰুৱা, প্ৰণৱ দত্ত( গোগামুখ) ,উজ্জল চৌধুৰী( গুৱাহাটী) আদিয়ে অংশগ্ৰহণ কৰি ৰেচম শিল্পৰ উত্তৰণৰ হকে নিজস্ব মতামত ব্যক্ত কৰে আৰু অনাগত সময়ত কৰণীয়তা সদৰ্ভত আলোকপাত কৰে।<eot>চি এ...
ভাৰতীয় গৱেষণা সংস্থাটোৰ গৱেষকৰ দলে এক বিশেষ সুৰক্ষা চিঞাহী প্ৰস্তুত কৰিছে আৰু ইয়াৰ ব্যৱহাৰে জাল কাৰবাৰ বন্ধ কৰিব বুলি আশা কৰা হৈছে।
“পাছপ’ৰ্টৰ ভুৱা ছপা আৰু জাল নোট ৰোধ কৰাৰ বাবে চিঞাহীৰ আৱিষ্কাৰ, ” প্ৰেছ ইনফৰ্মেচন ব্যুৰ’ৰ টুইট।
Discovery of ink to curb fake printing of passports and counterfeiting of currency notes. @CSIR_IND National Physical Laboratory has developed a bi-luminescent security ink which glows in red and green colours when illuminated.@IndiaDST
More details: https://t.co/CrOrSclcCd
— PIB India (@PIB_India) March 3, 2020
ভাৰতীয় বিজ্ঞানীসকলে আৱিষ্কাৰ কৰা চিঞাহীবিধে পোহৰ দিয়ে, কিন্তু তাৰ নিজস্ব উষ্ণতা নাই (bi-luminescent)।
ৰাজ্য সভাত মঙলবাৰে এক প্ৰশ্নৰ লিখিত উত্তৰত কেন্দ্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰী হৰ্ষ বৰ্ধনে এই কথা প্ৰকাশ কৰিছে।
এই বিশেষ চিঞাহীবিধে টকা আৰু পাছপ’ৰ্টৰ লগতে পৰিচয় পত্ৰকে ধৰি বিভিন্ন চৰকাৰী নথি ছপাটো সহায় কৰিব বুলি আশা কৰা হৈছে।
দেশত জাল নোট বন্ধ কৰাৰ বাবে ভাৰতৰ ৰিজাৰ্ভ বেংকে বহু নতুন বৈশিষ্ট্য থকা নোট ছপা কৰা সত্ত্বেও আজিও এনে কাৰবাৰ বন্ধ হোৱা নাই।
বেংকটোৰ যোৱা বছৰৰ এক বাৰ্ষিক প্ৰতিবেদন মতে ২০১৮-১৯ চনত আৰ বি আয়ে ৫.৬ শতাংশ জাল নোট চিনাক্ত কৰাৰ বিপৰীতে বাকী ৯৪.৪ শতাংশ আনবোৰ বেংকে ধৰা পেলাইছে।
Recent News
Gujarat Election 2022: মুচ নেহী তো কুচ নেহী! গোঁফেৰেই নিৰ্বাচনত ওলট-পালট কৰিব বিচাৰে হিচাপ-নিকাচ
ইতিহাস গঢ়াৰ পথত কাটাৰ বিশ্বকাপ! ২২পুৰুষ ফুটবলাৰৰ মেচ পৰিচালনাত ৩ মহিলা ৰেফাৰী
বহু কৰ্মীৰ চাকৰি গ’ল যদিও এই মহিলাগৰাকীক ছাঁটাই কৰিব নোৱাৰে এলন মাস্কে; কিন্তু কিয়?
দলৰ মুৰব্বী আবু আল-হাছানৰ মৃত্যুৰ ঘোষণা ইছলামিক ষ্টেটৰ; কোন হ’ল নতুন নেতা?
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই...
এটা ত্ৰিভুজাকাৰ প্ৰিজমে বগা পোহৰক বিচ্ছুৰণ কৰা দৃশ্য। দীঘল তৰংগদৈৰ্ঘ্য (ৰঙা) আৰু চুটি তৰংগদৈৰ্ঘ্য (নীলা) পৃথক হৈ পৰিছে।
পোহৰৰ প্ৰাথমিক ধৰ্মবোৰ হৈছে তীব্ৰতা, পৰিভ্ৰমণৰ দিশ, কম্পনাংক বা তৰংগদৈৰ্ঘ্যৰ বৰ্ণালী আৰু ধ্ৰুৱীয়তা, শূন্যত ইয়াৰ বেগ হৈছে ২৯,৯৭,৯২,৪৫৮ মিটাৰ প্ৰতি ছেকেণ্ড। বিশেষ আপেক্ষিকতাবাদৰ সূত্ৰ অনুসৰি ই মহাবিশ্বত যিকোনো শক্তি, পদাৰ্থ বা তথ্যই পাবপৰা সৰ্বোচ্ছ বেগ। ই পদাৰ্থবিদ্যাৰ এক অত্যন্ত প্ৰয়োজনীয় ধ্ৰুবক আৰু সাধাৰণতে ইয়াক ই...
পোহৰ 'ফ'টন' নামৰ কিছুমান সূক্ষ্ম 'গোট' বা এককৰ জৰিয়তে বিকিৰিত আৰু অৱশোষিত হয়। পোহৰে তৰংগ আৰু কণা- এই দুই ধৰণৰ ধৰ্ম প্ৰদৰ্শন কৰে। এই বিশেষ ধৰ্মক তৰংগ-কণা দ্বৈত ধৰ্ম বুলি কোৱা হয়। পোহৰৰ বিষয়ে অধ্যয়নক 'আলোক বিজ্ঞান' বোলা হয় আৰু ই আধুনিক পদাৰ্থবিজ্ঞানত গৱেষণাৰ এক উল্লেখযোগ্য ক্ষেত্ৰ।
সূচী
1 পোহৰৰ গতি
2 বিদ্যুত-চুম্বকীয় বৰ্ণালী
3 আলোক বিজ্ঞান