text
stringlengths
0
188k
বিশাখা হৰিয়ে বিশিষ্ট নৃত্যশিল্পী অধ্যাপক সুধাৰাণী ৰঘুপতিৰ পৰা ভাৰতনাট্যম শিকিছিল।[2] বিশাখায়ে ৰামায়ণ, শ্ৰীমদ ভাগৱত আৰু স্কন্দ পুৰণাৰ ওপৰত আধাৰিত কৰি বিভিন্ন বিষয়ত হৰিকথা প্ৰদৰ্শন কৰে। তেওঁ শ্ৰীশ্ৰী আন্নাৰ কৰ্ম যেনে: শ্ৰী বৈষ্ণৱ সংহিতা, শ্ৰী বৃন্দাবন মাহাত্ম্যম, দিব্য দেশ বৈভৱম, হৰিকথা অমৃত লাহৰী, শ্ৰী ভকতপুৰীশ স্তৱ...
বঁটা আৰু সন্মান[সম্পাদনা কৰক]
তেওঁ হৰিকথা আৰু কৰ্ণাটিক শাস্ত্ৰীয় সংগীত ক্ষেত্ৰলৈ তেওঁৰ অৱদানৰ বাবে বহুতো বঁটা আৰু পুৰস্কাৰ লাভ কৰিছে।
তেওঁ 'মহিলা পাৰ উৎকৃষ্টতা' বঁটা তেওঁৰ সংগীত গুৰু শ্ৰী লালগুড়ি জয়ৰমন আৰু ত্যাগৰাজ পৰা লাভ কৰিছিল। তেওঁৰ আধ্যাত্মিক গুৰু আৰু শহুৰ শ্ৰীকৃষ্ণ প্ৰেমী স্বামীগালৰ পৰা 'ত্যাগৰাজ স্বামীৰ প্ৰতিধ্বনি' উপাধি লাভ কৰিছিল।[3]
তেওঁ ২০১৬ চনৰ ১৩ ছেপ্টেম্বৰ তাৰিখে তেওঁক মুম্বাইৰ শ্ৰী সমুখনন্দ ফাইন আৰ্টছ আৰু সংগীত অনুষ্ঠানত ড॰ এম এছ চুব্বালক্ষ্মী শতবৰ্ষ বঁটা প্ৰদান কৰা হৈছিল। এই বঁটা লাভ কৰা তেওঁ দেশৰ ৭ গৰাকী শিল্পীৰ অন্যতম।[4]
২০১৬ চনৰ ১৬ নৱেম্বৰ তাৰিখে চেন্নাইৰ ভাৰতীয় বিদ্যা ভৱনে তেওঁক 'জীৱনজোৰা প্ৰাপ্তি' বঁটা প্ৰদান কৰে।[5]
তথ্য উৎস[সম্পাদনা কৰক]
↑ "The raconteur’s raga". 23 May 2008. https://www.thehindu.com/todays-paper/tp-features/tp-fridayreview/The-raconteurrsquos-raga/article15398741.ece। আহৰণ কৰা হৈছে: 29 July 2018.
↑ 2.0 2.1 "From commerce to katha" (en ভাষাত). The Hindu. http://www.thehindu.com/todays-paper/tp-features/tp-fridayreview/from-commerce-to-katha/article3218782.ece.
↑ "Soulful Tunes - Indian Express". Archive.indianexpress.com. 2013-01-24. http://archive.indianexpress.com/news/soulful-tunes/1064090/। আহৰণ কৰা হৈছে: 2020-01-17.
↑ "7 women get M.S. Subbulakshmi Awards". The Hindu. 14 September 2016. http://www.thehindu.com/news/national/7-women-get-M.S.-Subbulakshmi-Awards/article14636767.ece.
↑ "Bhavan's cul-fest opens to a full house". Kutcheribuzz.com. 2016-11-21. http://www.kutcheribuzz.com/december-season-buzz-2016/general-buzz-2016/3334-bhavan-s-cul-fest-opens। আহৰণ কৰা হৈছে: 2018-07-29.
"https://as.wikipedia.org/w/index.php?title=বিশাখা_হৰি&oldid=264666"ৰ পৰা অনা হৈছে
শ্ৰেণীসমূহ:
ভাৰতৰ ব্যক্তি
জীৱিত ব্যক্তি
ভাৰতীয় কণ্ঠশিল্পী
অদৃশ্য শ্ৰেণীসমূহ:
Pages containing cite templates with deprecated parameters
অনা অসমীয়া ভাষা সমৃদ্ধ প্ৰবন্ধ
এই পৃষ্ঠাখন ২৪ ফেব্ৰুৱাৰী, ২০২১ তাৰিখে ২২:২০ বজাত অন্তিম সংশোধন কৰা হৈছিল।
লেখাবোৰ ক্ৰিয়েটিভ কমন্স এট্ৰিব্যুশ্বন/শ্বেয়াৰ-এলাইক লাইচেঞ্চৰ অন্তৰ্গত; ইয়াৰ লগতে আনুষঙ্গিক নিয়মাৱলী যোগ হ'ব পাৰে। ব্যৱহাৰৰ চৰ্তবোৰ বিতংকৈ চাওক।<eot>গুৱাহাটী , ৪ ছেপ্টেম্বৰ : অসম আৰক্ষীৰ প্ৰাক্তন অতিৰিক্ত সঞ্চালক প্ৰধান , বিশিষ্ট লেখক, সমাজ কর্মী ফটিক দত্ত গোস্বামীৰ দুখন গ্ৰন্থ ক্ৰমে ” সমাজ সুৰক্ষাত আৰক্ষীৰ ভূমিকা”...
A- A A+
সৰ্বশেষ : Nov 27 2022 6:44PM স্ক্ৰিন ৰিডাৰৰ উপলভ্যতা
Select Languange/ভাষা বাছনি
English/ইংৰাজী
Hindi/হিন্দী
Marathi/মাৰাঠী
Gujarati/গুজৰাটী
Urdu/উৰ্দু
Tamil/তামিল
Dogri/ডোগৰি
Assamese/অসমীয়া
Rajasthani/राजस्थानी
হোম পে’জ
মুখ্য বাতৰি
পৰম্পৰা আৰু পৰম্পৰাগত জ্ঞানৰ সংৰক্ষণৰ বাবে নাগালেণ্ডক ভূয়সী প্ৰশংসা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ
জি-টুৱেণ্টি ৰাষ্ট্ৰগোষ্ঠীৰ অধ্যক্ষতা কৰাটো ভাৰতৰ বাবে গোলকীয় হিত আৰু কল্যাণৰ হকে কাম কৰাৰ এটা ডাঙৰ সুযোগঃ প্ৰধানমন্ত্ৰী
এন চি চিৰ আজি ৭৪ সংখ্যক প্ৰতিষ্ঠা দিৱস
চৰকাৰে উত্তৰ-পূৰ্বাঞ্চলৰ যোগাযোগ আৰু আন্তঃগাঁথনিৰ উন্নয়নৰ হকে কাম কৰি আছেঃ বিদেশ মন্ত্ৰী ড০ এছ জয়শংকৰ
'বিকাশৰ এটা পষেক’ শীৰ্ষক আলোচনাত ভাৰ্ছুৱেল ব্যৱস্থাৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অংশগ্ৰহণ
Jan 27, 2020
,
5:20PM
একবিংশ শতিকাত ভাৰতৰ বাবে গগণযান অভিযান, বিজ্ঞান আৰু প্ৰযুক্তি খণ্ডত এটা ঐতিহাসিক সাফল্য হিচাপে পৰিগণিত হ’ব - প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী
twitter handle
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কৈছে যে একবিংশশতিকাত ভাৰতৰ বাবে গগণযান অভিযান, বিজ্ঞান আৰু প্ৰযুক্তি খণ্ডত এটা ঐতিহাসিকসাফল্য হিচাপে পৰিগণিত হ’ব। আকাশবাণী যোগে কালি সন্ধিয়া প্ৰচাৰিত মন কী বাতঅনুষ্ঠানত শ্ৰীমোডীয়ে কয় যে ই নতুন ভাৰতৰ বাবে এটা মাইলৰ খুটি হয় ৰ’ব। তেওঁ কয় যে দেশে স্বাধীনতাৰ ৭৫বছৰ উদযাপন কৰাৰ সময়ত অৰ্থাৎ২০২২ চন...
আনুসংগিক বাতৰি
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আকাশবাণীৰ মন কী বাত অনুষ্ঠানত দেশ-বিদেশৰ জনসাধাৰণৰ সৈতে নিজৰ মনৰ ভাব ব্যক্ত কৰিব।
লাইভ টুইটাৰ ফিড
সাম্প্ৰতিক বতৰ
As on-24 Nov 2021
মহানগৰ সৰ্বোচ্চoC সৰ্বনিম্নoC
দিল্লী 26.7 9.2
মুম্বাই 34.0 23.0
চেন্নাই 32.4 25.0
কলকাতা 30.9 20.7
বাংগালুৰু 29.8 20.1
নতুন কি
নিবিদা পৰিপত্ৰ আৰ টি আই-উত্তৰ তথ্য জনাৰ অধিকাৰ বাতৰিৰ ক্ৰম খালী পদ আকাশবাণী বাৰ্ষিক বঁটা
আমাৰ বিষয়ে
নাগৰিকৰ চনদ হিন্দী ভাষাত নাগৰিকৰ চনদ আকাশবাণীৰ বিধি সংবাদ সেৱাসমূহৰ বিভাগ সম্প্ৰচাৰ মাধ্যমৰ বাবে বাতৰি নীতি
সম্পৰ্কীয় ছাইট
তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয় প্ৰেছ ইনফৰমেশ্যন ব্যুৰ’ ডি এ ভি পি নেশ্যনেল প’ৰ্টেল অৱ ইণ্ডিয়া
আমাৰ সৈতে যোগাযোগ কৰক
মুখ্য কাৰ্যালয়ৰ সৈতে যোগাযোগৰ ঠিকনা আৰএনইউৰ সৈতে যোগাযোগৰ ঠিকনা আৰএনইউ বহিৰ্ভূত যোগাযোগৰ ঠিকনা পিটিচিৰ সবিশেষ<eot>গুৱাহাটী : পাণ্ডু ঘাটত তিনি কিশোৰৰ পৰিয়ালৰ কান্দোনৰ ৰোল। ব্ৰহ্মপুত্ৰ নদীৰ বুকুত তিনি কিশোৰৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতে তিনি কিশোৰৰ মৃতদেহ দেখি কিশোৰ তিনিজন পৰিয়ালৰ লোক কান্দোনত ভাঙি পৰে। পাণ্ডু ঘাটত এই দৃশ্য...
দেওবাৰে মহানগৰীৰ পাণ্ডুত ব্ৰহ্মপুত্ৰ নদীত গা ধুবলৈ গৈ চাৰি কিশোৰ সন্ধানহীন হৈছিল। ব্ৰহ্মপুত্ৰ নদীৰ বুকুত কিশোৰ চাৰিজনৰ উদ্ধাৰ অভিযান চলাই এনডিআৰএফ আৰু এছডিআৰএফ বাহিনীৰ জোৱানে তিনিজন কিশোৰৰ মৃতদেহ উদ্ধাৰ কৰিছে। এজন কিশোৰ বর্তমানেও ব্ৰহ্মপুত্ৰ নদীৰ বুকুত সন্ধানহীন হৈ আছে।
মৃতদেহ উদ্ধাৰ হোৱা কিশোৰ তিনিজন হৈছে দয়াল শেখ, অভিনাশ দাস আৰু জিৎ দাস। ব্ৰহ্মপুত্ৰৰ বুকুত বৰ্তমানেও সন্ধানহীন হৈ আছে দীপ সৰকাৰ নামৰ কিশোৰজন। দীপ সৰকাৰৰ সন্ধানত উদ্ধাৰকাৰী দলটোৱে নিশা পৰ্যন্ত ব্ৰহ্মপুত্ৰৰ বুকুত উদ্ধাৰ অভিযান চলাই সাফল্য লাভ নকৰাত অৱশেষত অভিযান বন্ধ কৰে।
গা ধুই থকা অৱস্থাত এজন কিশোৰ ব্ৰহ্মপুত্ৰ নদীৰ সোঁতত উটি যোৱাত অন্য তিনিজন কিশোৰে উটি যোৱা কিশোৰজনক ৰক্ষা কৰিবলৈ হৈ নদীত সন্ধানহীন হৈ পৰিছিল। ঘটনাৰ খবৰ পাই আৰক্ষী, এনডিআৰএফ আৰু এছডিআৰএফ বাহিনীৰ দলে ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰি তিনিজন কিশোৰ মৃতদেহ নদীৰ বুকুৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয়।
চাৰিওজন কিশোৰৰ ঘৰ মালিগাঁও অঞ্চলত আৰু বয়স ১৫ বছৰ বুলি জানিব পৰা গৈছে। টিউশ্যনৰ কৰি কিশোৰ চাৰিজন পাণ্ডু ঘাটত ব্ৰহ্মপুত্ৰ নদীত গা ধুবলৈ গৈছিল। নদীৰ পাৰত কিশোৰ চাৰিজনৰ বেগ আৰু চেণ্ডেলো উদ্ধাৰ হৈছে। দীপ সৰকাৰৰ সন্ধানত পুনৰ সোমবাৰে পুৱাৰ ভাগত উদ্ধাৰকাৰী দলটোৱে ব্ৰহ্মপুত্ৰৰ বুকুত অভিযান আৰম্ভ কৰিব।
0 Share
Share Tweet
Sangbad 365
Defining a fresh perspective towards news
You may also read!
Dibrugarh University : ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কতৃপক্ষই বহিস্কাৰ কৰিলে ১৮ জন ছাত্ৰক
November 28, 2022 4 0 CommentsBy: Sangbad 365
Shivani Saikia গুৱাহাটী : ডিব্ৰুগড় বিশ্ববিদ্যালয়ত (Dibrugarh University) ভয়ংকৰ ৰেগিংৰ ঘটনা। পদ্মনাথ গোহাঞিবৰুৱা ছাত্ৰাবাসত সংঘটিত হৈছে এই ভয়ংকৰ ৰেগিংৰ
Read More...
Sukur Ali : শুকুৰ আলীক লপা-থপা দি আৰক্ষীক গতাই দিলে ৰাইজে
November 28, 2022 13 0 CommentsBy: Sangbad 365
Basiruddin Ahmed ধুবুৰী : (Sukur Ali) শুকুৰ আলী বিপদত। ধন আত্মসাৎ কৰি বিপদত পৰিছে শুকুৰ আলী। কেইবাঘণ্টা ধৰি ৰাইজে আটক
Read More...
Salon Azure : গুৱাহাটীত মুকলি হ’ল আমেৰিকাৰ চেলুন ব্ৰেণ্ড আজুৰৰ প্ৰথমটো আউটলেট
November 27, 2022 18 0 CommentsBy: Sangbad 365
গুৱাহাটী : আমেৰিকা যুক্তৰাষ্ট্ৰৰ স্বনামধন্য আন্তঃৰাষ্ট্ৰীয় চেলুন ব্ৰেণ্ড, চেলুন আজুৰে (Salon Azure) ২৭ নৱেম্বৰত গুৱাহাটীৰ উলুবাৰীত পূব ভাৰতৰ প্ৰথমটো<eot>মিচিং সাহিত্য সভাৰ দ্বাৰা অনুষ্ঠিত কৰা ছমহীয়া মিচিং ভাষাৰ পাঠ্যক্ৰমত অসমৰ ভিতৰতে প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হ'ল জোনাইৰ ৰিবা দলেয়ে(Riba Doley ranks first in Missin...
উল্লেখযোগ্য যে, যোৱা ২৩ অক্টোবৰত ৬০ টা জাতীয় সংগঠনে দিয়া অসম বন্ধ ১২ ঘন্টীয়া আছিল যদিও আগন্তুক অসম বন্ধটো ২৪ ঘন্টীয়া অথবা তাতকৈও বেছি সময়ৰ বাবে হ’ব বুলি তেওঁ সংবাদমেলত কয়।
তেওঁ উক্ত সংবাদ মেলত বিজেপি চৰকাৰ তথা ৰাজ্যৰ প্ৰশাসনক কটাক্ষ কৰি কয়, ‘’এখন গণতান্ত্ৰিক দেশত প্ৰাপ্য অধিকাৰৰ কাৰণে তথা জাতিটোক ৰক্ষা কৰিবৰ কাৰণে কৰা গণতান্ত্ৰিক প্ৰতিবাদক মষিমুৰ কৰাৰ চেষ্টা কৰিছে বিজেপি চৰকাৰে।‘‘
তেওঁ লগতে আৰক্ষী সঞ্চালক প্ৰধান কুলধৰ শইকীয়াৰ প্ৰতি প্ৰশ্ন উত্থাপন কৰি সংবাদমেলত কয়, ‘’যোৱা ১১ নৱেম্বৰৰ পৰা ১৫ নৱেম্বৰলৈকে গণতান্ত্ৰিকভাৱে তথা কোনো আইন শৃংখলাজনিত পৰিবেশৰ সৃষ্টি নকৰাকৈ প্ৰতিবাদী সমদল কৰি অহাৰ পাছতো ১৬ নৱেম্বৰত সভা অনুষ্ঠিত কৰিবলৈ অনুমতি দিয়া নহ’ল?’
এই কথাক দুৰ্ভাগ্যজনক আখ্যা দিয়ে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক জনে।
আনহাতে, গণতান্ত্ৰিকভাৱে প্ৰতিবাদ কৰিও সেই প্ৰতিবাদৰ ভাষা বুজি নোপোৱা চৰকাৰখনে প্ৰতিবাদকাৰীসকলক অগণতান্ত্ৰিক পদ্ধতি ল’বলৈ বাধ্য কৰাব নেকি বুলিও সংবাদমেলত তেওঁ ৰাজ্য চৰকাৰ-প্ৰশাসনক প্ৰশ্ন কৰে।
Recent News
সস্তাত বিচাৰিছিল তেল; পাকিস্তানৰ অনুৰোধ কৰ্ণপাতেই নকৰিলে ৰাছিয়াই
আজি অসম দিৱস; বৰ অসমৰ ভেটি গঢ়োতা স্বর্গদেউ চাওলুং চুকাফাক সুঁবৰিছে ৰাজ্যবাসীয়ে
আফগানিস্তানলৈ গৈছে লস্কৰ-জৈশৰ দৰে পাকিস্তানী সন্ত্ৰাসবাদী গোট: দাবী প্ৰাক্তন আফগান সুৰক্ষা প্ৰধানৰ
পঞ্জাৱী গায়ক সিদ্ধু মুছেৱালা হত্যাকাণ্ডৰ মাষ্টাৰমাইণ্ড গোল্ডি ব্ৰাৰক কেলিফৰ্ণিয়াত আটক
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই...
অসমীয়া বীৰ লাচিত বৰফুকনৰ ৪০০ সংখ্যক জন্ম জয়ন্তী উপলক্ষে নলবাৰী জিলা কৃষি বিভাগে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। জিলাখনত সৰিয়হৰ খেতি কৰা কৃষক সকলৰ উৎপাদন বৃদ্ধিৰ লক্ষ্যৰে নলবাৰী কৃষি বিভাগে বীৰ লাচিত বৰফুকনৰ ৪০০ সংখ্যক জন্ম জয়ন্তীৰ লগত সংগতি ৰাখি সৰিয়হৰ খেতি কৰা কৃষক সকলৰ মাজত উন্নত জাতৰ সৰিয়হৰ বীজ বিতৰণ কৰি বীজ সিঁচা অনু...
বীৰ লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্ম জয়ন্তীৰ লগত সংগতি ৰাখি নলবাৰী জিলা কৃষি বিভাগৰ ডি আৰ এম আৰ – এপাৰ্ট আঁচনিৰ উদ্যোগত জিলাখনৰ বৰিগোগ বনভাগ উন্নয়ন খণ্ডৰ অন্তৰ্গত হাঁহদলি গাঁৱত উন্নত জাতৰ সৰিয়হৰ বীজ সিঁচা অনুষ্ঠান অনুষ্ঠিত কৰা হয়। নলখৰিকা কৃষক উৎপাদক গোষ্ঠীৰ হিতাধিকাৰি কৃষকৰ কৃষি ভূমিত উন্নত জাতৰ সৰিয়হৰ বীজ সিঁচা হয়...
উল্লেখ্য যে যোৱা বছৰ নলবাৰী জিলাত কৃষি বিভাগৰ ফলৰ পৰা যোগান ধৰা উন্নত জাতৰ সৰিয়হৰ বীজৰ খেতিৰ উৎপাদন ভাল হোৱাত কৃষক সকলক অধিক উৎসাহিত হৈছে। এই বেলি সৰিয়হ খেতিৰ বাবে জিলাখনৰ এশ সত্তৰজন কৃষক আগবাঢ়ি আহিছে। এই এশ সত্তৰজন কৃষকৰ সাতজন হিতাধিকাৰি কৃষকে কৃষি বিভাগৰ বিষয়া সকলৰ লগত একেলগে মিলি উন্নত জাতৰ সৰিয়হৰ বীজ সিঁচে।শীতক...