text stringlengths 0 188k |
|---|
উপন্যাস |
অদৃশ্য শ্ৰেণীসমূহ: |
Pages with non-numeric formatnum arguments |
অনা অসমীয়া ভাষা সমৃদ্ধ প্ৰবন্ধ |
এই পৃষ্ঠাখন ২৯ জানুৱাৰী, ২০২২ তাৰিখে ১৮:১৭ বজাত অন্তিম সংশোধন কৰা হৈছিল। |
লেখাবোৰ ক্ৰিয়েটিভ কমন্স এট্ৰিব্যুশ্বন/শ্বেয়াৰ-এলাইক লাইচেঞ্চৰ অন্তৰ্গত; ইয়াৰ লগতে আনুষঙ্গিক নিয়মাৱলী যোগ হ'ব পাৰে। ব্যৱহাৰৰ চৰ্তবোৰ বিতংকৈ চাওক।<eot>MS Dhoni and Ravi shastri names mentioned by Virat Kohli when he left test captaincy in his social media post - কোহলিৰ অধিনায়কত্ব ত্যাগৰ আৱেগঘন পোষ্ট, ধোনি আৰু শাস্ত্ৰ... |
ক্ৰীড়া |
CHANGE LANGUAGE |
অসমীয়া |
ENGLISHहिन्दी मराठीગુજરાતીதமிழ் ಕನ್ನಡ বাংলা മലയാളം తెలుగు ਪੰਜਾਬੀ اردو ଓଡ଼ିଆ |
WATCH LIVE TV |
DOWNLOAD APP |
FOLLOW US ON |
অসম |
দেশ |
অপৰাধনামা |
মনোৰঞ্জন |
ব্যৱসায় |
কেৰিয়াৰ |
Explained |
ক্ৰীড়া |
ফটো |
প্ৰযুক্তি |
স্বাস্থ্য |
জীৱনশৈলী |
বিশ্ব |
অসম |
দেশ |
অপৰাধনামা |
মনোৰঞ্জন |
ব্যৱসায় |
কেৰিয়াৰ |
Explained |
ক্ৰীড়া |
ফটো |
প্ৰযুক্তি |
স্বাস্থ্য |
জীৱনশৈলী |
বিশ্ব |
ভিডিঅ’ |
LIVE TV |
ভিডিঅ’ |
LIVE TV |
#CryptoKiSamajh |
ভিডিঅ’ |
LIVE TV |
#CryptoKiSamajh |
Home » photogallery » sports »কোহলিৰ অধিনায়কত্ব ত্যাগৰ আৱেগঘন পোষ্ট, ধোনি আৰু শাস্ত্ৰীক স্মৰণ কৰি লিখিলে এই কথা... |
কোহলিৰ অধিনায়কত্ব ত্যাগৰ আৱেগঘন পোষ্ট, ধোনি আৰু শাস্ত্ৰীক স্মৰণ কৰি লিখিলে এই কথা... |
Virat Kohli mentioned MS Dhoni and Ravi Shastri: বিৰাট কোহলীয়ে টেষ্ট অধিনায়কত্ব ত্যাগ কৰাৰ কথা ঘোষণা কৰিছে অৰ্থাৎ তেওঁ আৰু কোনো ফৰ্মেটত টীম ইণ্ডিয়াক নেতৃত্ব নিদিব। বিৰাটে শনিবাৰে সামাজিক মাধ্যমত এটা পোষ্ট শ্বেয়াৰ কৰিছিল। |
News18 Assam |
| January 15, 2022, 22:49 IST |
1/ 6 |
বিশ্বৰ অন্যতম প্ৰসিদ্ধ বেটছমেন বিৰাট কোহলিয়ে (Virat Kohli) টেষ্ট দলৰ অধিনায়কত্ব ত্যাগ কৰিছে। তেওঁ আৰু কোনো ফৰ্মেটত ভাৰতীয় ক্ৰিকেট দলক নেতৃত্ব নিদিব। তেওঁ শনিবাৰে সামাজিক মাধ্যমত এটা আৱেগিক পোষ্ট লিখি তেওঁৰ সিদ্ধান্তৰ বিষয়ে অৱগত কৰিছিল। বিৰাটে যোৱাবছৰ কৈছিল যে তেওঁ টি-২০ বিশ্বকাপৰ (T20 World Cup-2021) পিছত এই ফৰ্মেট... |
2/ 6 |
টেষ্ট দলৰ পৰাও অধিনায়কত্ব ত্যাগ কৰা বিষয়টোৱে এতিয়া দেশত যথেষ্ট চৰ্চা লাভ কৰিছে। অধিনায়কত্ব ত্যাগ কৰাৰ বিষয়ে অৱগত কৰি তেওঁ লিখা পোষ্টত মাত্ৰ ২গৰাকী প্ৰাক্তন ক্ৰিকেটাৰৰ নাম উল্লেখ কৰিছিল- এগৰাকী প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনি আৰু আনগৰাকী প্ৰাক্তন মুখ্য প্ৰশিক্ষক ৰবি শাস্ত্ৰী। ধোনিয়ে টেষ্টৰ অধিনায়কত্বৰ পৰা পদত্যা... |
3/ 6 |
বিৰাটে টীম ইণ্ডিয়াৰ প্ৰাক্তন মুখ্য প্ৰশিক্ষক ৰবি শাস্ত্ৰীক ধন্যবাদ জনায়। তেওঁ তেওঁৰ পোষ্টত লিখিছিল- 'ৰবি ভাই আৰু সহায়ক কৰ্মচাৰীসকলক ধন্যবাদ, যিসকলে এই বাহনখনৰ পিছফালৰ ইঞ্জিনৰ দৰে আছিল, যিয়ে আমাক টেষ্ট ক্ৰিকেটত নিৰন্তৰ ওপৰলৈ লৈ গৈছিল। আপোনালোক আটায়ে এই দিশত এটা ডাঙৰ ভূমিকা পালন কৰিছে। (এএফপি) |
4/ 6 |
বিৰাটে তেওঁৰ পোষ্টত পুনৰ লিখিছিল- অৱশেষত আপোনাক বহুত ধন্যবাদ এম এছ ধোনি, যিয়ে মোক এজন অধিনায়ক হিচাপে বিশ্বাস কৰিছিল, ভাৰতীয় দলক আগুৱাই নিয়াৰ বাবে মোক এগৰাকী সক্ষম ব্যক্তি ৰূপে বিচাৰি পাইছিল। (এএফপি) |
5/ 6 |
বিৰাট কোহলিয়ে ২০১৪ চনত টেষ্ট ফৰ্মেটত অধিনায়কত্বৰ দায়িত্ব গ্ৰহণ কৰিছিল। ৩৩ বছৰীয়া বেটছমেনজনে ৬৮খন মেচত ভাৰতীয় টেষ্ট দলক নেতৃত্ব দি ৪০খন মেচ জিকিছিল৷ ২০১১ চনত টেষ্ট অভিষেক কৰা বিৰাটে এতিয়ালৈকে ফৰ্মেটত ৯৯খন মেচ খেলিছে আৰু ২৭টা শতক, ২৮টা অৰ্ধশতকৰ বাবে মুঠ ৭৯৬২ ৰান সংগ্ৰহ কৰিছে। (এএফপি) |
6/ 6 |
বিৰাট কোহলিৰ অধীনত ভাৰতে শেহতীয়াকৈ দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ৩খন খেলৰ টেষ্ট শৃংখলাত পৰাজিত হয়। শৃংখলাটো শেষ হোৱাৰ মাত্ৰ ১ দিন পিছত তেওঁ টেষ্ট অধিনায়কত্ব ত্যাগ কৰে। তেওঁ টি-২০ৰ অধিনায়কত্বও ত্যাগ কৰিছে, আৰু ইয়াৰ পিছত তেওঁক এদিনীয়া ফৰ্মেটত অধিনায়কত্বৰ পৰা আঁতৰোৱা হৈছিল। (এএফপি) |
ফটো |
... |
... |
... |
শেহতীয়া বাতৰি |
... |
... |
... |
... |
... |
LIVE TV |
শাখা |
অসম |
খবৰ |
দেশ |
বিশ্ব |
জীৱন শৈলী |
ফটো |
ভিডিঅ |
লাইভ টিভি |
শেহতীয়া বাতৰি |
বোকাখাতত অনুষ্ঠিত হ'বলগীয়া ২৮ সংখ্যক অসম মাষ্টাৰ্ছ এথলেটিকছ্ প্ৰতিযোগিতাৰ প্ৰস্তুতিৰ বুজ ল'লে স্থানীয় বিধায়ক তথা মন্ত্ৰী অতুল বৰাই |
শিৱসাগৰ বিক্ৰমপুৰ তিনিআলিত সংঘটিত ভয়াৱহ পথ দুৰ্ঘটনাত নিহত এহাল যুৱক-যুৱতী |
মুক্ৰ কাণ্ডত নিহত বনকৰ্মী বিদ্যাছিং লেকথেৰ বাসগৃহত মন্ত্ৰী যোগেন মোহন, কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ চিইএম তুলিৰাম ৰংহাং |
প্ৰথমে ধনদাবী, তাৰ পাছত গুলীচালনা; যোৰহাট নগৰৰ মাজমজিয়াত দুৰ্বৃত্তৰ গুলীত এজন আহত |
প্ৰায় ৩০০০ কোটি টকাৰ সম্পত্তি! নাই স্ত্ৰী-সন্তান, জানেনে কোন হ'ব ছলমান খানৰ এই বিশাল সম্পত্তিৰ উত্তৰাধিকাৰী! |
আমাৰ বিষয়ে |
আমাক যোগাযোগ কৰক |
ব্যক্তিগত নীতি |
কুকি পলিচী |
চাইট মেপ |
NETWORK 18 SITES |
News18 India |
CricketNext |
News18 States |
Bangla News |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.