text stringlengths 0 188k |
|---|
Popular Categories |
Assamese17 |
Movie11 |
Web Series3 |
English2 |
Film Festivals2 |
Short Film1 |
POPULAR READ |
অসমত ৰীয়েলিষ্টিক ছবিৰ বাটকটীয়া পদুম বৰুৱাৰ ‘গঙা চিলনীৰ পাখি’ৰ আঁৰৰ সংঘৰ্ষৰ কথা |
Team TJC - July 12, 2020 5 |
কেৱল এখন ছবিৰেই অমৰ হৈ থকা পৰিচালকৰ সংখ্যা হয়তো খুব বেছি নহ’ব। পদুম বৰুৱা আছিল সেই পথৰেই এগৰাকী অৱহেলিত যাত্ৰী- এটা... |
ফণী শৰ্মা: যাৰ অনন্য অভিনয়েৰে আলোকিত হৈছিল অসমীয়া চলচ্চিত্ৰ |
admin - July 31, 2020 1 |
"মুকুট আমি পোৱা নাই- কাঁইটেই পাইছোঁ। নানা কষ্ট, নানা অভাৱ, অপৈণত শিল্পী লৈ ছবি নিৰ্ম্মাণ কৰিব লাগে। তথাপি, জনসাধাৰণৰ ভাল মন্তব্য ভাল...<eot>প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ নিৰ্মাণত ব্যাপক কেলেংকাৰি সংঘটিত হোৱাৰ অভিযোগত শনিবাৰে বিলাসীপাৰা উন্নয়ন খণ্ডৰ বিডিঅ’ লক্ষ্যহীৰা দাসক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰ... |
জানিব পৰা মতে বিলাসীপাৰা উন্নয়ন খণ্ডৰ অন্তৰ্গত উদমাৰী গাঁও পঞ্চায়তত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ নিৰ্মাণত বৃহৎ কেলেংকাৰি সংঘটিত কৰাৰ অভিযোগৰ ভিত্তিত বিলাসীপাৰাৰ মহকুমাধিপতি ৰোহান কুমাৰ ঝাই এক তদন্তৰ নিৰ্দেশ জাৰি কৰাৰ পাছত ৰাজহচক্ৰ বিষয়া ছৰফৰাছ হকে চৰজমিন তদন্ত কৰি প্ৰতিবেদনৰ লগতে এখন এজাহাৰ দাখিল কৰে। |
উক্ত এজাহাৰ মতে পঞ্চায়তখনৰ খুদি গাঁওৰ বাসিন্দা খেছকাৰ আলীৰ কন্যা ছাহিদা বিবিৰ নামত আবণ্টিত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহৰ ধন একেখন গাঁৱৰ আওৱাল হকৰ পত্নী ছাহিদা বিবিকহে আদায় দিয়া হয়। ধনৰ বিনিময়তে এই কেলেংকাৰি সংঘটিত হোৱা বুলি কোৱা হৈছে। |
আনহাতে, কেলেংকাৰিটো সন্দৰ্ভত বিডিঅ’ৰ লগতে পঞ্চায়তখনৰ সচিব ছফিয়ৰ ৰহমান, কনিষ্ঠ অভিযন্তা হিৰণ্য কলিতা আৰু গাণনিক জ্যোতিৰ্ময় চক্ৰৱৰ্তীৰ বিৰুদ্ধে শুকুৰবাৰে বিলাসীপাৰা থানাত এখন এজাহাৰ দাখিল কৰে। এই এজাহাৰৰ ভিত্তিত বিলাসীপাৰা থানাত আৰক্ষীয়ে ১০১০/১৮ নম্বৰত আৰু ভাৰতীয় দণ্ডবিধিৰ অধীনত ১২০(বি)/৪০৬/৪০৯/৪৬৬/৪৬৮/৪৭১/৪২০ ধাৰাত গোচৰ... |
উক্ত গোচৰৰ ভিত্তিতে অভিযুক্ত বিডিঅ’ লক্ষ্যহীৰা দাস চৌধুৰীক শনিবাৰে উদমাৰী গাঁও পঞ্চায়তৰ এন আৰ চি সেৱা কেন্দ্ৰৰ পৰা গ্ৰেপ্তাৰ কৰি থানালৈ আনে। কেলেংকাৰিত জড়িত আন তিনি অভিযুক্ত বৰ্তমান পলাতক হৈ আছে বুলি জানিব পৰা গৈছে। |
Recent News |
ৰকেট আক্ৰমণৰ সন্দেহ! পঞ্জাৱৰ তৰণ তাৰণ আৰক্ষী থানাত বিস্ফোৰণ; আৰম্ভ তালাচী অভিযান |
চাঞ্চল্যকৰ প্ৰতিবেদন! ছয় লাখ ভাৰতীয়ৰ ব্যক্তিগত তথ্য ‘চুৰি’; বৃহৎ মূল্যৰ বিনিময়ত বিক্ৰী |
FIFA World Cup 2022: তীব্ৰ উত্তেজনামূলক যুঁজত নেদাৰলেণ্ডক হৰুৱাই ফুটবল বিশ্বকাপৰ ছেমি ফাইনেলত আৰ্জেণ্টিনা |
নায়ক ডমিনিক লিভাকোভিচ! ব্ৰাজিলক পৰাস্ত কৰি বিশ্বকাপ ফুটবলৰ ছেমি ফাইনেলত ক্ৰোৱেছিয়া |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই... |
প্ৰাক্তন ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ নেতা আৰু দুখনকৈ আঞ্চলিক সমিতিৰ সদস্য তথা সদৌ অসম অনুসূচীত ছাত্ৰ সংগঠনৰ নেতা যাদৱ দাসে আজি আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰে। |
যোৱা ৭ জানুৱাৰিত নতুন দিল্লীত উলংগ প্ৰতিবাদ সাৱ্যস্ত কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰা যাদব দাসে বিজেপিত যোগদান কৰাৰ পাছতে বিষয়টোকলৈ সৰ্বত্ৰ চৰ্চা চলিছে। |
উল্লেখযোগ্য যে কৃষক নেতা অখিল গগৈৰ নেতৃত্বত কেইবাটাও সংগঠনে সমগ্ৰ ৰাজ্যজুৰি নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰবল প্ৰতিবাদ সাৱ্যস্ত কৰিছিল। |
বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ উপস্থিতিত বিজেপিৰ মুখ্য কাৰ্যালয়ত বিজেপিত যোগদান কৰা যাদব দাসে কয় যে বিধেয়কখনৰ বিৰোধিতাৰে উলংগ প্ৰতিবাদ সাৱ্যস্ত কৰিবলৈ তেওঁলোকক প্ৰৰোচিত কৰা হৈছিল। সেয়েহে, এতিয়া কংগ্ৰেছ দলৰ বিৰুদ্ধে যুঁজিবলৈ তেওঁলোকে বিজেপিক সহায় কৰিব। |
বহু চৰ্চিত উলংগ প্ৰতিবাদে সংবাদ মাধ্যমৰ শিৰোণাম দখল কৰাৰ লগতে ঘটনাটোৱে বৌদ্ধিক মহলত মিশ্ৰিত প্ৰতিক্ৰিয়াৰো সৃষ্টি কৰিছিল। আজি সেই উলংগ প্ৰতিবাদকাৰীয়ে বিধেয়ক সমৰ্থনকাৰী বিজেপি দলত যোগদান কৰি পুনৰ এবাৰ বাতৰিৰ শিৰোনাম দখল কৰিলে। |
Recent News |
নাবালিকাক ধৰ্ষণ কৰি হত্যা; অপৰাধৰ ৫৭ দিনৰ ভিতৰতে দোষীক মৃত্যুদণ্ডৰ নিৰ্দেশ আদালতৰ |
গুজৰাট বিধানসভাৰ ১৮২খন আসনত মুছলমান বিধায়ক এজন; কংগ্ৰেছৰ টিকটত জয়ী ইমৰান |
ৰকেট আক্ৰমণৰ সন্দেহ! পঞ্জাৱৰ তৰণ তাৰণ আৰক্ষী থানাত বিস্ফোৰণ; আৰম্ভ তালাচী অভিযান |
চাঞ্চল্যকৰ প্ৰতিবেদন! ছয় লাখ ভাৰতীয়ৰ ব্যক্তিগত তথ্য ‘চুৰি’; বৃহৎ মূল্যৰ বিনিময়ত বিক্ৰী |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই... |
নিষেধাজ্ঞা আৰু বিবাদ[সম্পাদনা কৰক] |
২০১০ চনৰ পৰা ২০১৪ চনলৈকে এই খেলত ১,১০০জন আহত আৰু ১৭ জনৰ মৃত্যু হৈছিল। বিগত দশকত দুশৰো অধিক মানুহে এই খেলত অংশগ্ৰহণ কৰি মৃত্যুবৰণ কৰিছিলে। ২০০৪ চনৰ পৰা পশু সুৰক্ষা সংস্থা পেটাই জল্লিকট্টু খেলত জীৱজন্তুৰ ওপৰত অত্যাচাৰ দৰ্শাই বিৰোধ প্ৰদৰ্শন কৰি আছিলে। আৰু পিছলৈ পেটাই এই বিষয়টো ছুপ্ৰিম কোৰ্টলৈ লৈ যায়। আদালতে ২০১৪ চনত এই ... |
চিত্ৰ বিথিকা[সম্পাদনা কৰক] |
জল্লিকট্টু |
মাদুৰাইত জল্লিকট্টু খেল |
তথ্য সংগ্ৰহ[সম্পাদনা কৰক] |
↑ François Gautier. A Western Journalist on India: The Ferengi's Columns. https://books.google.com/books?id=o56i5ymOIBkC&pg=PA159&dq=jallikattu+history. |
↑ "Supreme Court refuses to vacate stay on Jallikattu order". The Hindu. 13 January 2016. http://www.thehindu.com/news/national/supreme-court-refuses-to-vacate-stay-on-jallikattu-order/article8102180.ece. |
↑ "জল্লিকট্টু ঘটনাকলৈ মাদুৰাইত ২৪০জন আটক". ସମ୍ବାଦ. http://sambad.in/news/india-and-beyond/police-deployed-in-tamil-nadu-240-detained-in-madurai/29825.html। আহৰণ কৰা হৈছে: 18 January 2017. |
↑ "জল্লিকাট্টুৰ সমৰ্থনত গণ বিক্ষোভ: মাৰিনা বিচ্'ত একত্ৰিত হ'ল তিনি হাজাৰ লোক". ସମ୍ବାଦ. http://sambad.in/news/india-and-beyond/jalikatu-3000-people-at-marina-beach/30020.html। আহৰণ কৰা হৈছে: 18 January 2017. |
বাহ্যিক সংযোগ[সম্পাদনা কৰক] |
ৱিকিমিডিয়া কমন্সত জল্লিকট্টু সম্পৰ্কীয় মিডিয়া ফাইল। |
"https://as.wikipedia.org/w/index.php?title=জল্লিকট্টু&oldid=292755"ৰ পৰা অনা হৈছে |
শ্ৰেণীসমূহ: |
ভাৰতৰ উৎসৱসমূহ |
পৰম্পৰাগত ক্ৰীড়া |
অদৃশ্য শ্ৰেণী: |
অনা অসমীয়া ভাষা সমৃদ্ধ প্ৰবন্ধ |
এই পৃষ্ঠাখন ২৮ আগষ্ট, ২০২১ তাৰিখে ১১:১২ বজাত অন্তিম সংশোধন কৰা হৈছিল। |
লেখাবোৰ ক্ৰিয়েটিভ কমন্স এট্ৰিব্যুশ্বন/শ্বেয়াৰ-এলাইক লাইচেঞ্চৰ অন্তৰ্গত; ইয়াৰ লগতে আনুষঙ্গিক নিয়মাৱলী যোগ হ'ব পাৰে। ব্যৱহাৰৰ চৰ্তবোৰ বিতংকৈ চাওক।<eot>বিশ্বজুৰি আতংকৰ সৃষ্টি কৰা ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি মঙলবাৰৰ সন্ধিয়া ৬ বজাৰ পৰা ৩১ মাৰ্চৰ নিশা ১২ বজালৈ অসমত সম্পূৰ্ণ লকডাউন ঘোষণা কৰা হয়। |
আজি স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই জনতা ভৱনত এখন সংবাদমেল সম্বোধন কৰি এই ঘোষণা কৰে। |
লক ডাউনৰ সময়ত চৰকাৰী-বেচৰকাৰী সকলো প্ৰতিষ্ঠান বন্ধ ৰখাৰ বাবে মন্ত্ৰীগৰাকীয়ে আহ্বান জনায়। ইফালে অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ দোকান, ফাৰ্মাচী, পেট্ৰ’ল পাম্প আদি খোলা থাকিব বুলি কয়। |
আনহাতে সম্পূৰ্ণ লক ডাউনৰ সময়ত যদি কোনোবা লোকে বিনা কাৰণত ঘৰৰ বাহিৰ ওলাই তেন্তে সেই লোকসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও মন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে। |
মন্ত্ৰীগৰাকীয়ে জনোৱা অনুসৰি এই নিয়ম ভংগকাৰীসকলক ৬ মাহৰ পৰা ২ বছৰ পৰ্যন্ত জেইললৈ প্ৰেৰণ কৰা হ’ব। |
উল্লেখ্য যে চিকিৎসালয়, অগ্নি নিৰ্বাপক, জৰুৰী সেৱা, এম্বুলেন্স সেৱা আদি চলি থাকিব বুলিও মন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে। |
Recent News |
ইউক্ৰেইন যুদ্ধ : আলোচনাৰ পূৰ্বে দখলকৃত ভূমিক স্বীকৃতি দিয়াৰ দাবী ৰাছিয়াৰ |
সাৱধান! ‘চীনে বৃদ্ধি কৰিছে পাৰমাণৱিক অস্ত্ৰৰ ভাণ্ডাৰ!’ |
চূণশিল খনিত ভয়ংকৰ স্খলন, মহিলাসহ ৭ শ্ৰমিকৰ মৃত্যু, বহু শ্ৰমিক আৱদ্ধ |
যোগীৰ দুই সতীৰ্থলৈ মুখ্যমন্ত্ৰীত্বৰ টোপ অখিলেশৰ; গাদী যাব নেকি যোগীৰ? |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই... |
অসমলৈ পুনৰবাৰ শুনানিলৈ আহিম বুলি কৈ নহাকৈ যুটীয়া সংসদীয় কমিটীয়ে সিদ্ধান্ত ল’ব বিচৰা বাবে উক্ত দিনটোত ১২ ঘণ্টীয়া অসম বন্ধ ঘোষণা কৰিছে ৪২টা জাতীয়-জনগোষ্ঠীয় সংগঠনে। |
আজি চানমাৰিস্থিত হোটেল অলংকাৰত ৪২টা জাতীয়-জনগোষ্ঠীয় সংগঠনৰ নেতৃবৃন্দই যৌথ সভা অনুষ্ঠিত কৰি তৎকালীনভাৱে এই সিদ্ধান্ত গ্ৰহণ কৰে। |
আনহাতে অহা ১৬ আৰু ১৭ নৱেম্বৰৰ দিনাও অসমত সৰ্বাত্মকৰূপে যাতায়াত ব্যৱস্থা অচল কৰাৰ সিদ্ধান্ত লৈছে ৪২টা জাতীয়-জনগোষ্ঠীয় সংগঠনে। |
অহা ১৭ নৱেম্বৰত নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬-ৰ সমৰ্থনত হিন্দু বাঙালীৰ একত্ৰিত সংগঠন নাগৰিক অধিকাৰ সুৰক্ষা মঞ্চই কোনো কাৰণতে যিকোনো সভা অনুষ্ঠিত কৰিব নোৱাৰিব বুলি বৈঠকত উপস্থিত নেতৃবৃন্দই দাবী জনায়। |
এই সন্দৰ্ভত আজি তৎকালীনভাৱে অসম চৰকাৰৰ মুখ্য মন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰদান কৰি ২৬টা বঙালী সংগঠনৰ সমাৱেশ বন্ধ কৰাৰ দাবী জনাব ৪২টা জাতি-জনগোষ্ঠীৰ সংগঠনে। |
তদুপৰি অহা ১ নৱেম্বৰৰ দিনা অসম চৰকাৰক ইয়াৰ এক সু-স্পষ্ট সিদ্ধান্ত লোৱাৰ বাবে দাবী জনায় সংগঠনসমূহৰ নেতৃবৃন্দই। অন্যথা অহা ১৬-১৭ নৱেম্বৰত ৪৮ ঘণ্টীয়া প্ৰশাসন বন্ধ, জল-স্থল-বায়ু পৰিবহণ ব্যৱস্থা অচল কৰি দিয়াৰ হুংকাৰ দিয়ে। লগতে ব্যক্তিগত বাহনো বন্ধ ৰখাৰ আহ্বান, গুৱাহাটীত চিটিবাছ চলাচলো বন্ধ ৰাখিবলৈ দিয়াৰ লগতে OIL, ONGCৰ লগতে... |
যদি চৰকাৰে উক্ত হিন্দু বঙালী সমাৱেশ বন্ধ নকৰে, তেন্তে অনাকাংক্ষিত পৰিস্থিতিৰ সৃষ্টি হ’লে চৰকাৰৰ ফালৰ পৰা নিজাববীয়াকৈ সৃষ্টি কৰা বুলি ধৰি লোৱা হ’ব। লগতে অনাকাংক্ষিত পৰিস্থিতিৰ বাবে চৰকাৰ জগৰীয়া হ’ব বুলিও বৈঠকত ঘোষণা কৰা হয়। |
আনহাতে ১৯৭১ চনৰ পূৰ্বে অসমৰ খিলঞ্জীয়া বঙালীসকলক উক্ত সমাৱেশত অংশগ্ৰহণ নকৰাৰ বাবে অনুৰোধ জনাই তেওঁলোকলৈ চিঠি প্ৰেৰণ কৰিব। |
আজি অনুষ্ঠিত উক্ত বৈঠকত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ হৈ অখিল গগৈ, জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক পলাশ চাংমাই, তাই আহোম ছাত্ৰ সন্থা, সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা, সদৌ আদিবাসী ছাত্ৰ সন্থা, সদৌ মৰাণ ছাত্ৰ সন্থা, সদৌ মটক ছাত্ৰ সন্থা, চুতীয়া ছাত্ৰ সন্থা, আমছু, অনুসূচিত জাতি ছাত্ৰ সন্থা, অনুসূচিত জাতি যুৱ পৰিষদ, তা... |
Recent News |
উবাচ আহমেদ ছিদ্দিকী! মুছলমান মহিলাক নিৰ্বাচনৰ টিকট দিয়াসকল ইছলাম বিৰোধী! |
বিহাৰত চাঞ্চল্যকৰ হত্যাকাণ্ড: ৰাজহুৱা বজাৰত চোকা অস্ত্ৰৰে স্তন, হাত, ভৰি, কাণ কাটি মহিলাক হত্যা কৰিলে দুৰ্বৃত্তই |
মধ্য প্ৰদেশত ভয়াৱহ দুৰ্ঘটনা: দ্ৰুতবেগী ট্ৰাকে মহতীয়াই নিলে বাছ ষ্টপেজত ৰৈ থকা লোকক; ৬ গৰাকী নিহত, আহত কেইবাগৰাকীও |
ধোঁৱাচাঙত নাৰী সুৰক্ষা: যোগীৰ উত্তৰ প্ৰদেশত কিশোৰীক অপহৰণ কৰি কেইবাদিন ধৰি ধৰ্ষণ |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই... |
অৰুণাচল প্ৰদেশৰ নামচাই জিলা প্ৰশাসনে শেহতীয়াকৈ পপী ফুলৰ খেতিৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে। নামচাই জিলাৰ অতিৰিক্ত সহকাৰী আয়ুক্তই জাৰি কৰা এক নিৰ্দেশ যোগে নামচাই জিলাৰ চৌখম প্ৰশাসনিক চক্ৰৰ অন্তৰ্গত অঞ্চলত পপী ফুলৰ খেতি নিষিদ্ধ ঘোষণা কৰিছে। |
উক্ত নিৰ্দেশটোত কোবা হৈছে যে স্বাস্থ্যৰ বাবে ক্ষতিকাৰক পপী ফুলৰ পৰা প্ৰস্তত কৰা কানি সেৱনৰ ফলত জিলাখনত বৃদ্ধি পোৱা অপৰাধজনিত ঘটনা ক্ৰমাগতভাৱে বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখিয়েই পপীফুলৰ খেতি নিষিদ্ধ ঘোষণা কৰা হৈছে। |
আনহাতে, এই নিৰ্দেশ ভংগ কৰা সকলৰ বিৰুদ্ধে প্ৰশাসনে কঠোৰ আইনগত ব্যৱস্থা গ্ৰহণ কৰাৰ কথাও নিৰ্দেশনাটোত উল্লেখ কৰিছে। |
উল্লেখযোগ্য যে পপী ফুলৰ খেতি কৰি নিষিদ্ধ ড্ৰাগছ কানি প্ৰস্তুত কৰাৰ বাবে দীৰ্ঘদিনৰ পৰা অৰুণাচল প্ৰদেশত একাংশ লোকে প্ৰচেষ্টা অব্যাহত ৰখাৰ লগতে উগ্ৰপন্থী গোটেও এই নিষিদ্ধ দ্ৰব্যৰ জৰিয়তে ব্যৱসায় কৰি ধন ঘটাৰ কামত সহযোগ কৰাৰ তথ্যত ৰাজ্যখনৰ প্ৰশাসন উদ্বিগ্ন হৈ পৰিছে। |
Recent News |
উবাচ আহমেদ ছিদ্দিকী! মুছলমান মহিলাক নিৰ্বাচনৰ টিকট দিয়াসকল ইছলাম বিৰোধী! |
বিহাৰত চাঞ্চল্যকৰ হত্যাকাণ্ড: ৰাজহুৱা বজাৰত চোকা অস্ত্ৰৰে স্তন, হাত, ভৰি, কাণ কাটি মহিলাক হত্যা কৰিলে দুৰ্বৃত্তই |
মধ্য প্ৰদেশত ভয়াৱহ দুৰ্ঘটনা: দ্ৰুতবেগী ট্ৰাকে মহতীয়াই নিলে বাছ ষ্টপেজত ৰৈ থকা লোকক; ৬ গৰাকী নিহত, আহত কেইবাগৰাকীও |
ধোঁৱাচাঙত নাৰী সুৰক্ষা: যোগীৰ উত্তৰ প্ৰদেশত কিশোৰীক অপহৰণ কৰি কেইবাদিন ধৰি ধৰ্ষণ |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই... |
কোকৰাঝাৰ জিলা আইন সেৱা প্ৰাধিকৰণৰ সহযোগিতাত অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকৰণে এই শিবিৰটোৰ আয়োজন কৰিছে। আইন সেৱা শিবিৰত উপস্থিত থাকিব অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকৰণৰ কাৰ্যবাহী অধ্যক্ষ একে গোস্বামী, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যয়াধীশ এ বুজৰবৰুৱা আৰু বিটিচিৰ মুখ্য কাৰ্যবাহী বিষয়া হাগ্ৰামা মহিলাৰীয়ে। |
কোকৰাঝাৰ জিলা আইন সেৱা প্ৰাধিকৰণৰ সচিব ৰত্নদীপ ভট্টাচাৰ্যই সাংবাদিকক জনোৱা মতে দুখীয়াসকলক সুবিধা প্ৰদান কৰাৰ বাবে চৰকাৰী বিভাগসমূহক একোটা স্থানত গোট খুওৱাৰ বাবে এই আইন সেৱা শিবিৰৰ আয়োজন কৰা হৈছে। তেওঁ আৰু কয় যে আইন সেৱা সন্দৰ্ভত জ্ঞান নথকা বাবে দুখীয়া লোকসকল আইনী অধিকাৰৰ পৰা বঞ্চিত হৈ আহিছে। এই শিবিৰে জনসাধাৰণক আইনী সে... |
অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকৰণৰ উপ সচিব গীতালী ৰাভাই কৈছে যে এই আইন সেৱা শিবিৰটো ৰাজ্যখনৰ এনেধৰণৰ পঞ্চমটো শিবিৰ। পূৰ্বে শিলচৰ, ডিব্ৰুগড়, ধেমাজি আৰু বঙাইগাঁৱত এনে শিবিৰৰ আয়োজন কৰা হৈ গৈছে বুলি তেওঁ জনায়। |
তেওঁ আৰু কৈছে যে জিলাখনৰ বিভিন্ন স্থানৰ পৰা অহা লোকসকলৰ বাবে পৰিবহণৰ ব্যৱস্থা কৰা হৈছে। ইয়ে দুখীয়া লোকসকলক উপকৃত কৰিব। ভট্টাচাৰ্য আৰু ৰাভাই জনসাধাৰণক এই আইন সেৱা শিবিৰৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰি উপকৃত হোৱাৰ বাবে আহ্বান জনায়। |
Recent News |
আমেৰিকাত গৃ্হীত হ’ল সমলিংগ বিবাহ সুৰক্ষা আইন |
প্ৰায় ৭ কোটি টকাৰ ড্ৰাগছ জব্দ, তিনিজন আটক |
পুনৰ গুজৰাটৰ আম্বানীৰ চিৰিয়াখানালৈ জন্তু স্থানান্তৰ কৰিলে অসম ৰাজ্যিক চিৰিয়াখানাই; সাৱ্যস্ত প্ৰতিবাদ |
আমেৰিকা ভ্ৰমণত সৰ্বাধিক ব্যয় ২৩ কোটি! প্ৰধানমন্ত্ৰী মোডীৰ ৫ বছৰত ৩৬ টা বিদেশ ভ্ৰমণত খৰচ কিমান? |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.