text
stringlengths
0
188k
Gujarati News
Urdu News
Marathi News
TopperLearning
Moneycontrol
Firstpost
CompareIndia
History India
MTV India
In.com
Burrp
Clear Study Doubts
CAprep18
Education Franchisee Opportunity
CNN name, logo and all associated elements ® and © 2017 Cable News Network LP, LLLP. A Time Warner Company. All rights reserved. CNN and the CNN logo are registered marks of Cable News Network, LP LLLP, displayed with permission. Use of the CNN name and/or logo on or as part of NEWS18.com does not derogate from the int...
ভগা সভাত উৰুলি দিয়াৰ দৰে কথা। চিনেমাখন প্ৰায়বোৰে চাই, লিখি শেষ কৰিলে। মই চালোঁ সৌ সিদিনা FFSI আৰু প্ৰেমেন্দ্ৰ মজুমদাৰদেৱৰ কৃপাত। চিনেমাখন হলত মুক্তি দিয়াৰ সময়ত চোৱা নহ’ল। কম হলত মুক্তি দিয়া হৈছিল আৰু সময়বোৰ কেতিয়াবা নিমিলে। কৰ’না বিৰতিয়ে কিছু চিনেমা চাবলৈ সুবিধা দিলে। FFSIৰ প্ৰায়বোৰ সুযোগেই গ্ৰহণ কৰিলোঁ। তনভীৰ মোকাম্মে...
চিনেমাখন মোৰ কিয় ভাল লাগিল-
প্ৰতিমা বৰুৱা পাণ্ডেৰ জীৱন আধাৰিত কাৰণে নেকি !
লোকগীত মই ভালপাওঁ কাৰণে নেকি !
এই ভাললগাৰ কাৰণ কেইটামান পৰ্যালোচনা কৰিব খুজিছোঁ-
প্ৰথম ভাললগাৰ কাৰণটো- হয়। এগৰাকী লোকশিল্পীক চেলুলয়ডলৈ অনাৰ পদক্ষেপ, যিগৰাকী শিল্পীৰ জীৱন সৰলৰৈখিক নাছিল। তেওঁৰ মনোজগতখনো আনে সহজে ঢুকি পোৱা বিধৰ নাছিল। আছিল বহেমিয়ান, খেয়ালী, মুডী। নাৰী হিচাপেও তেওঁৰ নাৰীসুলভ (সমাজৰ দৃষ্টিত) গুণ কম আছিল। সোঁতৰ বিপৰীতে আছিল তেওঁৰ চিন্তাধাৰা, জীৱনশৈলী, শিল্পীজীৱন আদি সকলো। তেনে এগৰাকী শি...
দ্বিতীয়তে, চিনেমাখনৰ ভাষা। অসমীয়া (ভাষা কোৱা) পৰিচালক এগৰাকীয়ে আন এটা ভাষাত চিনেমা নিৰ্মাণ কৰিবলৈ তেওঁৰ ভাষাটোত দখল থাকিব লাগিব নাইবা অধ্যয়ন কৰিব লাগিব। গৌৰীপুৰ বা সেই অঞ্চলৰ লোকসকলে কোৱা ৰাজবংশী ভাষা নিখুঁতভাৱে চিনেমাখনত ব্যৱহাৰ কৰা হৈছে। ইয়াৰ লগতে বাংলা ভাষাও ব্যৱহাৰ কৰা হৈছে। চৰিত্ৰসমূহৰ মুখতো এই ভাষাৰ নিখুঁত উচ্চাৰ...
চিনেমাখনত সুন্দৰ প্ৰাকৃতিক পৰিৱেশ দেখুওৱা হৈছে। হাতীৰ জাক, জংঘল, গদাধৰ নৈৰ নান্দনিক সৌন্দৰ্য, গাঁৱৰ পৰিৱেশ আদি। চিনেমাখন চাই থাকোঁতে ড° মামণি ৰয়ছম গোস্বামীৰ উপন্যাসৰ বৰ্ণনালৈ উভতি যোৱা যেন মাজে মাজে ভাব হৈছে। সাহিত্যিকগৰাকীয়ে তেওঁৰ আত্মজীৱনীত আৰু উপন্যাসত গদাধৰ নৈ আৰু মাহুত (মাউত)ৰ সুন্দৰ বৰ্ণনা দিছে। সেইবোৰ কথাইও মোৰ ...
প্ৰতিমা বৰুৱা পাণ্ডেৰ ঘৰখনৰ লগত ড° ভূপেন হাজৰিকাৰ আহ্-যাহ্ বা সম্পৰ্ক, ঋত্বিক ঘটকৰ দৰে মহান শিল্পীসকলৰ সম্পৰ্কৰ বিষয়ে চমুকৈ হ’লেও আভাস দিবলৈ চেষ্টা কৰিছে পৰিচালকে। ৰাজহাউলিৰ জীয়ৰী হৈ শিল্পীগৰাকীয়ে সকলো শ্ৰেণীৰ লোকৰ সৈতে একাত্ম হৈ তেওঁলোকৰ মুখে মুখে প্ৰচলিত গানবোৰ শিকি নিজা ধৰণেৰে গাইছিল, গীতসমূহ সংগ্ৰহ কৰিছিল। ৰাজবংশী ...
ৰাজপৰিয়ালৰ ছোৱালী হৈ বিভিন্ন ঠাইত সাংস্কৃতিক অনুষ্ঠান কৰা, সকলো শ্ৰেণীৰ লোকৰ সৈতে বন্ধুত্ব কৰা, একেলগে গীত পৰিৱেশন কৰা, বন্দুক চলোৱা, চিগাৰেট খোৱা আদি তেওঁৰ বহেমিয়ান জীৱন চিনেমাখনত ফুটি উঠিছে। এইবোৰ কথাৰ বাবে বিবাহৰ পিছত স্বামীৰ সৈতে সংঘাত আৰু তাৰপাছত একাকী আৰু সাধাৰণ জীৱন বাছি লৈ ৰাজহাউলিৰ কাষৰ সৰু ঘৰ এটাত একেবাৰে সাধ...
By Pubali Bhagowati
October 29, 2020
Views1903
Comments0
More on this topic
Previous articleM. Tayfur Aydinৰ ‘Black Crow’ (Siyah Karga) চিনেমাখন সম্পৰ্কে কিছু অনুভৱ
Next articleThe Family Man 2: এক পৰ্যালোচনা
Your overall rating Select a Rating5 Stars4 Stars3 Stars2 Stars1 Star
Title of your review
Your review
Your name
Your email
This review is based on my own experience and is my genuine opinion.
Submit your review
excellent information
2.0 rating
December 2, 2022
I am not sure where you’re getting your info, but good topic. I needs to spend some time learning much more or understanding more.
Thanks for wonderful information I was looking for this information for my mission.
avodartUsape
excellent info
4.0 rating
December 2, 2022
I’m not sure where you’re getting your info, but great topic. I needs to spend some time learning much more or understanding more.
Thanks for fantastic information I was looking for this info for my mission.
doxycyclineUsape
সুন্দৰ লিখনি
5.0 rating
December 1, 2022
সুন্দৰ লিখনি
NJG
buy tadalafil uk online
3.0 rating
December 1, 2022
Marcus SSccNPeSLfTFBra 6 26 2022 cialis without a doctor’s prescription Curious If Other Oncologists Are Prescribing Calcium Supplement 1000 A Day
affildimi
Buy clomid online
3.0 rating
November 28, 2022
Clomid (Clomiphene) is used for treating female infertility and for certain conditions as determined by your doctor. Clomid is an ovulatory stimulant. It works by helping to produce more hormones that cause your ovaries to release.
Special offer: buying clomid online, save up to $213 (only $0.78 per pill) and get discount for all purchased!
Two Free Pills (Viagra or Cialis or Levitra) available With Every Order.
No Prescription Required. Safe & Secure Payments. Fast & Free Delivery.
Tag: purchase clomid online, buy clomid online, clomid without prescriptions buy
clomidUsape
Comments
LEAVE A REPLY Cancel reply
Please enter your comment!
Please enter your name here
You have entered an incorrect email address!
Please enter your email address here
Save my name, email, and website in this browser for the next time I comment.
Popular stories
Movie
লোকশিল্পৰ বিশ্বমুখী যাত্ৰা- ‘সোণাৰ বৰণ পাখি’
Pubali Bhagowati - October 29, 2020 0
তেওঁৰ মনোজগতখনো আনে সহজে ঢুকি পোৱা বিধৰ নাছিল। আছিল বহেমিয়ান, খেয়ালী, মুডী। নাৰী হিচাপেও তেওঁৰ নাৰীসুলভ (সমাজৰ দৃষ্টিত) গুণ কম আছিল। সোঁতৰ...
Read more
Web Series
ভাৰতীয় প্ৰেক্ষাপটত ৱেব ছিৰিজ
Team TJC - July 26, 2020 0
সৌৰভ জ্যোতি বৰ্মন | ২৬ জুলাই, ২০২০ বৈ যোৱা সময়ক আমি...
Read more
Movie
জী ফাইভত ‘নিৰন্তৰ’ : অনুসূচনা, উপলব্ধি ইত্যাদিৰে জীৱনৰ দলিল
সৌৰভ জ্যোতি বৰ্মন - July 8, 2020 0
অনুশোচনা, অন্তৰ্মুখী জীৱনশৈলী অথবা উপলব্ধি আদিৰ এক স্পৰ্শকাতৰ মালিতা 'নিৰন্তৰ'। বাংলা ছবি জগতৰ অতি চিনাকি এটি নাম প্ৰসেনজিত চেটাৰ্জীৰদ্বাৰা প্ৰযোজিত, লগতে চন্দ্ৰাশিস ৰয়ৰদ্বাৰা ৰচিত আৰু পৰিচালিত প্ৰথম তথা সফল পদক্ষেপ 'নিৰন্তৰ'।...
Read more
Load more
THE JOLLYWOOD CAFE
Facebook
Instagram
Mail
Twitter
Youtube