text
stringlengths
0
188k
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই...
প্ৰথমতে নাগশংকৰ দেৱালয়লৈ অহা দৰ্শনাৰ্থীয়ে মৃতদেহটো প্ৰত্যক্ষ কৰে আৰু স্থানীয় ৰাইজক অৱগত কৰে। পৰৱৰ্তী সময়ত মৃতদেহটো চতিয়াৰ জয়পুৰৰ পপী বৰাৰ মৃতদেহ বুলি পৰিয়ালৰ লোকে চিনাক্ত কৰে ৷
ইতিমধ্যে ঘটনাস্থলীত চতিয়া আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে ৷ বোৱাৰীগৰাকীৰ মৃতদেহৰ কাষতে এটা গোলপীয়া ৰঙৰ বেগ আৰু পলিথিনৰ এটা বেগত কাপোৰ পোৱা গৈছে ৷
লগতে পঢ়ক: বিৰল মহাজাগতিক দৃশ্য! এপ্ৰিলতেই আকাশত নিকট অৱস্থান কৰিব মঙল, শুক্ৰ, বৃহস্পতি আৰু শনিয়ে
এই হত্যাকাণ্ডৰ ৰহস্য এতিয়াও ফাদিল হোৱা নাই যদিও ঘটনাক লৈ অঞ্চলজুৰি ব্যাপক প্ৰতিক্ৰিয়া অব্যাহত আছে ৷ তাৰমাজতে ঘটনাস্থলীত বিশ্বনাথৰ নৱনিযুক্ত আৰক্ষী অধীক্ষক নবীন সিং আহি উপস্থিত হয় ৷
Recent News
বিশ্বকাপত অংশগ্ৰহণ কৰা দেশৰ ফুটবলাৰসকলৰ পৰিয়ালক ভাবুকি দিছে ইৰানে!
চীনে ইন্ধন সুৰক্ষাৰ ক্ষেত্ৰত ৰাছিয়াৰ সৈতে গভীৰ সম্পৰ্ক গঢ়ি তুলিব: জি জিনপিং
চাৰ্ভাইকেল স্পণ্ডাইল’ছিছ কি জানো আহক
বিমানৰ ইঞ্জিনত প্ৰথম হাইড্ৰ’জেন ইন্ধন; সফল পৰীক্ষাৰ দাবী ৰোলছ ৰয়েছৰ
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই...
চাকৰিয়াল ব্যক্তি এগৰাকীৰ দিনটোৰ অধিকাংশ সময় অফিচতে পাৰ হয়, যত তেওঁৰ প্রতিভা, দক্ষতাৰ বাহিৰেও দেখনিয়াৰ ব্যক্তিত্বই তেওঁৰ চাকৰিয়াল জীৱনৰ কর্মৰত সময় তথা ভৱিষ্যৎ পদোন্নতিতো প্রভাৱ পেলায় ৷ পৰিপাটী সুন্দৰ সুস্বাহ্য ব্যক্তিত্বই সকলোকে অতি সহজে আকর্ষিত কৰিব পাৰে ৷ অফিচত পিন্ধা পোছাকযোৰ সচৰাচতে সহজ–সৰল হোৱাৰ লগতে এগৰাকী ব্যক্তি...
পুৰুষ এজনৰ ক্ষেত্রত বগা, আকাশীনীলা, ধোঁৱা ৰং আদি পাতল ৰঙৰ ছার্ট চয়ন কৰিব লাগে ৷ কলা, মাটিয়া বা ধোঁৱা বৰণীয়া ৰেগুলাৰ ফিটিং পেণ্ট পিন্ধিব পাৰে ৷ এক ৰঙৰ, মিহি মিহি লাইন থকা বা চেক থকা কাপোৰৰ ছার্ট পিন্ধিব, বেছি উগ্র চকুত লগা ৰং বা পেটার্নৰ কাপোৰ অফিচত কেতিয়াও নিপিন্ধিব ৷
টাই পিন্ধাটো যদি ৰুচিসন্মত বা বাধ্যতামূলক তেনেহলে অফিচত পিন্ধা টাহকেইডাল এক ৰঙৰ, ষ্ট্রিপড, সৰু সৰু আর্হিৰে ডিজাইন কৰা হব লাগে, অফিচত পিন্ধা টাই আৰু বিয়া–সবাহত পিন্ধা টাই কেতিয়াও একে হব নোৱাৰে ৷
ঠাণ্ডা দিনত কোট বা সৰল আর্হিৰ ছুৱেটাৰ পিন্ধিব, কিন্তু এটা চামৰাৰ বা জীন্ছৰ জেকেট অফিচত কেতিয়াও নিপিন্ধিব ৷
এযোৰ ফর্মেল জোতা পেণ্টৰ ৰঙৰ লগত মিলাকৈ কলা বা মাটিয়া ৰঙৰ পিন্ধিলে বেছ আকর্ষণীয় লাগিব ৷
অফিচত পিন্ধা কাপোৰসাজ সঠিক ৰং আর্হিৰ হোৱাৰ লগতে চাফ–চিকুণ পৰিপাটীকৈ ইস্ত্রি কৰি লোৱা হবই লাগে ৷ পুৱা অফিচ ওলাই যোৱাপৰত লৰালৰিকৈ জধেমধে কিবা এযোৰ কাপোৰ পিন্ধি যোৱাতকৈ আগ দিনা ৰাতিতে সকলোখিনি পৰিপাটীকৈ যুগুতাই ৰখাৰ অভ্যাস কৰক ৷
ডাঢ়ি–চুলি নিয়মীয়াকৈ কাটিবলৈ কেতিয়াও নাপাহৰিব৷ এখন বগা নিকা ৰুমাল সদায় আপোনাৰ লগত ৰাখিব আৰু মহিলা এগৰাকীৰ ক্ষেত্রত অফিচত পিন্ধা কাপোৰ বুলিলে সচৰাচতে মেখেলা–চাদৰ, শাৰী বা চুৰিদাৰ, চেলোৱাৰ কুর্টা আদি পাৰম্পৰিক সাজ–পোছাকৰ কথাই মনলৈ আহে যদিও বর্তমানৰ আধুনিক ৰুচিৰ লগত মিলাই ট্ৰাউজাৰ, স্কার্ট আদিও পিন্ধিব পাৰি ৷ জীন্চ পেণ্ট,...
অফিচত পিন্ধা কাপোৰসাজ চয়ন কৰোঁতে সদায় মনত ৰখা উচিত যে আপোনাৰ সাজযোৰাই আপোনাৰ মার্জিত গধুৰ ব্যক্তিত্বক যাতে সকলোৰে আগত ফুটাই তুলিব পাৰে ৷
মহিলাৰ ক্ষেত্রত অফিচত পিন্ধা সাজপাৰৰ ৰং কেনেকুৱা হব লাগে সেইটোত বৰ বেছি দৰকাৰী বিষয় যেন মোৰ নালাগে ৷ মন কৰিব লগা কথাখিনি হল, ৰং অতিপাত উগ্র হব নালাগে, চকমকীয়া ফুলাম আর্হিৰ পোছাক যিমান পাৰি আঁতৰাহ ৰাখক, আৰু বহুত দামী জাকতজিলিকা সাজযোৰ অফিচত পিন্ধাতকৈ বিয়া–সকামৰ বাবে সাঁচি ৰাখক ৷ অফিচত পিন্ধা কাপোৰসাজ সাধাৰণতে অতি সৰল আর...
ওখ চেণ্ডেল বা জোতা পিন্ধি গোটেহ দিনটো অফিচত পাৰ কৰাটো অসুবিধাজনক হোৱাৰ উপৰি অস্বাহ্যসন্মত, সেয়ে সমতল বা সামান্য ওখ চেণ্ডেল, পামচু, ৰাজস্থানী জ্যোতি আদি অফিচৰ বাবে পিন্ধা ভাল ৷ বহুত আ–লংকাৰ পিন্ধাতকৈ অতি সাধাৰণ কিন্তু সাজযোৰৰ লগত মিলি যোৱাকৈ দুই এপদ গহনা পিন্ধিব পাৰে, উদাহৰণস্বৰূপে, কপাহী হাতে বোৱা পাতল ৰঙৰ শাৰী এখনৰ লগ...
এটা সুন্দৰ আর্হিৰ বেগে সকলোৰে দৃষ্টি আকর্ষণ কৰিব পাৰে ৷ অফিচলৈ নিয়া বেগটো আহল–বহল, কিন্তু সহজে লৈ ফুৰিব পৰা এক ৰঙৰ সহজ আর্হিৰ হব লাগে ৷ অফিচ বেগটো কিনোতে দুটকা বেছি ভৰি হলেও পাৰিলে ভাল কোম্পানীৰ বেগ এটা কিনিব লাগে ৷
চুলি যদি চুটিকৈ কটা তেনেহলে পৰিপাটীকৈ কটোৱাহ ৰাখিব আৰু যদিহে দীঘল তেনেহলে পৰাপক্ষত যিমান দূৰ সম্ভৱ খোপা বা বেণী গাঁঠি ৰাখিবলৈ যত্ন কৰিব ৷ অফিচৰ সাজপাৰৰ লগত সামান্য মেকআপ কৰিলে মনোমোহা, আকর্ষণীয় লগাৰ লগতে ব্যক্তিগৰাকীৰ আত্মবিশ্বাস বৃদ্ধি পাব, কিন্তু অফিচ যাওঁতে কেতিয়াও উগ্র মেকআপ কৰাৰ ভুল নকৰিব ৷
এজন ব্যক্তিৰ ব্যৱহাৰে ব্যক্তিজনৰ আভ্যন্তৰীণ পৰিচয় ফুটাই তোলে আৰু সাজ–পোছাকৰ ধৰণ–কৰণে ব্যক্তিজনৰ চিন্তাধাৰাৰ বাহ্যিক ৰূপ প্রদর্শন কৰে ৷
0 63
Share
Prev Post
জুতি জীৱনৰঃ লিচু
Next Post
অভিষেকতে খিতাপ আঁজুৰিলে গুজৰাটে
You might also like
সৌন্দৰ্য জীৱনৰ
ঘৰতে কৰক স্কার্ব
সৌন্দৰ্য জীৱনৰ
গ্রীষ্মতো হৈ থাকক সতেজ
সৌন্দৰ্য জীৱনৰ
গৰমত কাপোৰসাজৰ সাৱধানতা
সৌন্দৰ্য জীৱনৰ
মেথিৰে সৌন্দর্য চর্চা
Leave A Reply
Cancel Reply
Your email address will not be published.
Save my name, email, and website in this browser for the next time I comment.
Δ
Subscribe Now
Most Popular অক্টোবৰ সংখ্যাত ডিচেম্বৰ মাহৰ সংখ্যাত নবেম্বৰ মাহত
প্রাকৃতিক পৰিৱেশেৰে ভৰপূৰ নামচাই
Nov 23, 2022
ৰন্ধনো হব পাৰে এক কলা
Nov 17, 2022
ডেষ্টিনেচন ৱেডিং
Nov 16, 2022
অসমীয়া পৰম্পৰাগত গহনাৰে বিয়া
Nov 9, 2022
আইনাৰ অকণিহঁতলৈ – মৰমৰ আইনাৰ অকণিহঁত
Nov 9, 2022
ভিয়েটনামঃ ডানাং–বানাহিল
Nov 3, 2022
শাৰদীয় মহালয়াৰ তাৎপর্য
Nov 2, 2022
পৰিৱর্তিত সময়ৰ আহ্বান ডেষ্টিংনেচন ৱেডিং
Nov 2, 2022
অসমপ্রেমত মোহাচ্ছন্ন জার্মানীৰ নৃত্যপটীয়সী এৰিকা নন্দী…
Nov 1, 2022
মানসিক স্বাস্থ্য ৰক্ষাত ব্যায়াম
Oct 31, 2022
মেদবহুলতা
Oct 31, 2022
ব্যক্তিত্ব গঢ় লোৱাৰ মনস্তাত্ত্বিক পর্যায়
Oct 28, 2022
About Us
''আইনা জীৱনৰ'' প্ৰাইড ইষ্ট এন্টাৰটেইনমেন্ট প্ৰাইভেট্ লিমিটেডৰ দ্বাৰা প্ৰকাশিত জীৱন শৈলী বিষয়ক অসমীয়া মাহেকীয়া আলোচনী। মননশীল জীৱনৰ প্ৰায় সকলো বিষয় সামৰি সামগ্ৰিক প্ৰাত্যহিক জীৱনৰ সমস্ত ৰেহ-ৰূপক একেলগে অনুভৱশীল জীৱনপ্ৰেমী প্ৰতিগৰাকী ব্যক্তিৰ অৱশ্যেই পঠনীয় এই আলোচনীখনিয়ে সামৰি লৈছে জীৱন শৈলী বিষয়ক প্ৰায় কুৰিটা শিতান ।<eo...
নায়ক ডমিনিক লিভাকোভিচ! ব্ৰাজিলক পৰাস্ত কৰি বিশ্বকাপ ফুটবলৰ ছেমি ফাইনেলত ক্ৰোৱেছিয়া
জিম কৰি থাকোতেই হঠাতেই ঢলি পৰি আকস্মিক মৃত্যু যুৱতীৰ! (ভিডিঅ’)
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই...
আটাইতকৈ ঠাণ্ডা উষ্ণতা হৈছে তাত্ত্বিকভাৱে পৰম শূন্যতা, য'ত অণু আৰু পৰমাণুসমূহৰ গতি একেবাৰে কম হৈ পৰে- ধ্ৰূপদীয় ভাৱে, এই অৱস্থাটো আচলতে একেবাৰে গতিশূন্য, কিন্তু কোৱাণ্টাম অনিশ্চয়তাৰ সূত্ৰ অনুসৰি জনা যায় যে এই অৱস্থাতো কণাসমূহৰ শূ্ন্য অৱস্থাৰ শক্তি কিছু থাকে। পৰম শূন্য উষ্ণতাক কেলভিন স্কেলত ০ কেলভিন, চেলচিয়াছ স্কেলত -...
গতিবিজ্ঞানৰ সূত্ৰানুসৰি(kinetic theory) পৰম উষ্ণতা, পদাৰ্থটো গঠনকাৰী মৌলিক ক্ষুদ্ৰাতিক্ষুদ্ৰ কণাসমূহ যেনে-ইলেকট্ৰন, অণু, পৰমাণুৰ গতিৰ গড় গতিশক্তিৰ সমানুপাতিক।
উষ্ণতা জীৱনৰ বিভিন্ন ক্ষেত্ৰত দৰকাৰী হোৱাৰ লগতে বিজ্ঞানৰ বিভিন্ন ক্ষেত্ৰ যেনে পদাৰ্থ বিজ্ঞান, ৰসায়ন, ভূ-তত্ত্ব, জীৱবিজ্ঞান আদিত গুৰুত্বপূৰ্ণ।
উষ্ণতাৰ প্ৰভাৱ[সম্পাদনা কৰক]
পদাৰ্থৰ বহুতো প্ৰক্ৰিয়া উষ্ণতাৰ দ্বাৰা প্ৰভাৱান্বিত যেনে- ১) পদাৰ্থৰ ধৰ্ম যেনে দশা বা অৱস্থা (phase), ঘনত্ব, দ্ৰাব্যতা, বায়ুৰ চাপ, বিদ্যুৎ পৰিবাহিতা ২) ৰাসায়নিক প্ৰক্ৰিয়াৰ গতি আৰু ব্যাপ্তি ৩) কোনো পদাৰ্থই কিমান পৰিমাণে তাপীয় নিৰ্গমন কৰে ৪) শব্দৰ বেগ হৈছে পৰম উষ্ণতাৰ বৰ্গমূলৰ ফলন।
"https://as.wikipedia.org/w/index.php?title=উষ্ণতা&oldid=332140"ৰ পৰা অনা হৈছে
শ্ৰেণী:
ভৌতিক ৰাশি
এই পৃষ্ঠাখন ০২ ছেপ্টেম্বৰ, ২০২২ তাৰিখে ০৯:০৯ বজাত অন্তিম সংশোধন কৰা হৈছিল।
লেখাবোৰ ক্ৰিয়েটিভ কমন্স এট্ৰিব্যুশ্বন/শ্বেয়াৰ-এলাইক লাইচেঞ্চৰ অন্তৰ্গত; ইয়াৰ লগতে আনুষঙ্গিক নিয়মাৱলী যোগ হ'ব পাৰে। ব্যৱহাৰৰ চৰ্তবোৰ বিতংকৈ চাওক।<eot>সাংবাদিক পৰিচয়েৰে অসমৰ কংগ্ৰেছ নেতাৰে যোগাযোগ : কল পৰীক্ষাত ধৰা পৰিল সেয়া বিজেপিৰ মুখ্য কাৰ্যালয়ৰ পৰাহে আছিল
ঘটনাটো আৰক্ষী সঞ্চালক প্ৰধান কুলধৰ শইকীয়াক অৱগত ববিতা শৰ্মা আৰু দুলু আহমেদৰ
by অনিৰ্বাণ পাঠক
September 24, 2018 8:28 pm
বিজেপিৰ কাৰ্য্যালয়ৰ পৰা সাংবাদিক পৰিচয়েৰে যোগাযোগ সম্পৰ্কত ববিতা শৰ্মা আৰু দুলু আহমেদৰ সংবাদমেল।
788
VIEWS
Share on FacebookShare on Twitter
নিজকে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ সাংবাদিক বুলি পৰিচয় দি সমষ্টিৰ বিভিন্ন তথ্য বিচাৰি কৰা ফ’ন কলক লৈ তৎপৰ হৈছে কংগ্ৰেছৰ ববিতা শৰ্মা আৰু দুলু আহমেদ। এই কাৰ্য বিজেপিয়ে কৰা বুলি অভিযোগ উত্থাপন কৰি বিষয়টো আৰক্ষীক অৱগত কৰা বুলি তেওঁলোকে জানিবলৈ দিয়ে।
সোমবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত এখন সংবাদমেল সম্বোধন কৰি ববিতা শৰ্মাই কয়, “বিজেপিয়ে মিথ্যাচাৰৰ আশ্ৰয় লৈ এইবাৰ সাংবাদিকৰ মিছা পৰিচয় দি কংগ্ৰেছৰ পৰা তথ্য ল’ব বিচাৰিছে। তেওঁলোকে এইদৰে আমাৰ কণ্ঠৰ নমুনা (Voice sample) লৈ সেয়াও অপব্যৱহাৰ কৰিব পাৰে। যিহেতু সন্মুখত নিৰ্বাচন আছে, গতিকে তেওঁলোকে এনে কিছুমান কাৰ্যকলাপ আৰম্ভ কৰিছে।”
উল্লেখ্য যে যোৱা ২১ ছেপ্তেম্বৰত কংগ্ৰেছ নেত্ৰী ববিতা শৰ্মালৈ কোনো লোকে নিজকে এন ডি টি ভি নামৰ ৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠানৰ সাংবাদিক বুলি পৰিচয় দি ফোন কৰিছিল। লোকজনে ববিতা শৰ্মাৰ পৰা তেওঁ প্ৰতিদ্বন্দ্বিতা কৰা পূব গুৱাহাটী সমষ্টিৰ কিছুমান তথ্য ‘এগজিট পল’ৰ সমীক্ষাৰ বাবে বিচাৰিছিল।
একেদৰেই সাংবাদিকৰ পৰিচয় দিয়া ব্যক্তিয়ে সামান্য অগাপিছাকৈ বিৰোধী দলপতি দেবব্ৰত শইকীয়া, দুলু আহমেদ, জয়নাথ শৰ্মাকে ধৰি কেইবাজনো কংগ্ৰেছ নেতালৈ ফোন কৰিছিল।
কিন্তু পৰৱৰ্তী সময়ত কল কৰা নম্বৰসমূহ পৰীক্ষা কৰাত সেয়া বিজেপিৰ নতুন দিল্লীৰ ১১ আশোকা ৰ’ডত থকা বিজেপিৰ কাৰ্যালয়ৰ বুলি কংগ্ৰেছ নেতাকেইগৰাকীয়ে জানিব পাৰিছিল।
এই সন্দৰ্ভত ববিতা শৰ্মাই কয়, “বিজেপিয়ে বিৰোধী দলৰ তথ্য উলিয়াবলৈ নিবনুৱা যুৱকক দৰমহা দি সাংবাদিক সজাই ৰাখিছে।”
ইপিনে, এই ঘটনা সন্দৰ্ভত বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ ৰূপম গোস্বামীয়ে সাংবাদিকৰ আগত প্ৰকাশ কৰা কথাষাৰ ববিতা শৰ্মাই হাস্যকৰ বুলি মন্তব্য কৰে।
ৰূপম গোস্বামীয়ে কৈছিল, “বিজেপিৰ কাৰ্যালয়লৈ বহু সাংবাদিক আহি থাকে, তেওঁলোকৰ কোনোবাই কাৰ্যালয়ৰ ফোন বাতৰি সংগ্ৰহৰ বাবে ব্যৱহাৰ কৰিব পাৰে।”