Unnamed: 0
int64
0
50.5k
source
stringlengths
1
1.85k
target
stringlengths
1
8.31k
lang
stringclasses
3 values
10,200
There are still processes running in some terminals in this window. Closing the window will kill all of them.
এই সংযোগক্ষেত্ৰৰ কিছুমান টাৰ্মিনেলত এতিয়াও কিছু প্ৰক্ৰিয়া চলি আছে । সংযোগক্ষেত্ৰ বন্ধ কৰিলে সিহঁতক মৰা হ'ব ।
asm_Beng
10,201
Two of them are fluent in English.
সিহঁতৰ দুজনমানে বৰ খৰকৈ ইংৰাজী কয়।
asm_Beng
10,202
Those Christians look forward to enjoying in due time the glorious freedom of the children of God.
বৰঞ্চ, এনে কৰাৰ দ্বাৰা বিশ্বব্যাপী বাদ - বিবাদৰ বিষয়টোৰ সম্বন্ধে উপাসকসকলে যিহোৱাৰ সপক্ষে থিয় হ’ব বুলি তেওঁক নিশ্চয়তা প্ৰদান কৰে । ।
asm_Beng
10,203
[ Pictures on page 8]
[ ৮ পৃষ্ঠাৰ ছবিসমূহ]
asm_Beng
10,204
That is why India and Japan are best suited to work together.
সেয়ে ভাৰত আৰু জাপানে একেলগ হৈ কাম কৰাত কোনোধৰণৰ অসুবিধা নহয়।
asm_Beng
10,205
The STUN server to use for STUN Support. STUN is a technology that permits passage through some types of NAT gateway
STUN সমৰ্থনৰ কাৰণে ব্যৱহাৰ কৰিব লগা STUN সেৱক । STUN এটা প্ৰযুক্তিবিদ্যা যি কিছু NAT gateway ৰ মাজেদি যাব দিয়ে
asm_Beng
10,206
Assam Govt forms 40-member committee to implement National Education Policy 2020
নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি ৰূপায়নৰ বাবে ৪০ জনীয়া সমিতি গঠন ৰাজ্য চৰকাৰৰ
asm_Beng
10,207
Use markup
মাৰ্কআপ ব্যৱহাৰ কৰক
asm_Beng
10,208
Why did he give such emphasis to this quality? Why is showing love so important for Christians?
এই আৱশ্যকতাক একেৰাহে পূৰণ কৰিবলৈ কিহে আমাক সহায় কৰিব?
asm_Beng
10,209
As a result, the final ones of the 144,000 have been gathered, and millions more have the confident hope of enjoying everlasting life on a paradise earth.
এজন ব্যক্তিয়ে বাপ্তিষ্মা লোৱাৰ পাছত কি কি কাৰ্য্য সম্পন্ন কৰে?
asm_Beng
10,210
Jehovah invigorates us through the meetings of the Christian congregation.
যিহোৱাই আমাক মণ্ডলীৰ সভাবোৰৰ যোগেদিও শক্তিশালী কৰে ।
asm_Beng
10,211
Promoters barred from changing plans and design without consent of consumers.
৮.গ্ৰাহকৰ অজ্ঞাতে উদ্যোক্তাসকলে পৰিকল্পনা আৰু নক্সাৰ কোনো পৰিৱৰ্তন কৰিব নোৱাৰিব।
asm_Beng
10,212
It is noteworthy that before the declaration of the Lok Sabha poll results this year, Das was on record saying that the BJP would go solo in the Guwahati Municipal Corporation (GMC) election that is slated to be held shortly
উল্লেখ্য যে, চলিত বৰ্ষৰ লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ পূৰ্বে ৰঞ্জিত কুমাৰ দাসে মন্তব্য কৰিছিল যে বিজেপিয়ে গুৱাহাটী পৌৰ সভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব ৷
asm_Beng
10,213
What is the matter
বস্তুটো কি?
asm_Beng
10,214
Even Pakistan, Bangladesh and Sri Lanka are above India.
এতিয়া পাকিস্তানৰ পথত বাধা হৈ থিয় দিছে ইংলেণ্ড, বাংলাদেশ আৰু শ্ৰীলংকা।
asm_Beng
10,215
This page has no style sheet.
এই পৃষ্ঠাৰ কোনো শৈলী পৰ্দা নাই।
asm_Beng
10,216
( a) What poison is Satan using to try to undermine our spirituality? ( b) What is the antidote to Satans venom?
আমাৰ বাইবেলৰ জ্ঞানৰ ভাণ্ডাৰ আৰু বুজাপৰা শক্তিয়ে দুষ্ট কাৰ্য্যৰ পৰা আঁতৰি উত্তম কাৰ্য্য কৰাত সহায় কৰিব ।
asm_Beng
10,217
Meanwhile, Pakistan has claims that 9 Indian soldiers have been killed in Pak Army firing.
ইফালে, পাক সেনাৰ গুলীবৰ্ষণত ৯জন ভাৰতীয় জোৱান শ্বহীদ হোৱা বুলি দাবী পাকিস্তানৰ।
asm_Beng
10,218
These former Christians came to be identified as the evil slave, and Jesus punished them with the greatest severity.
আজি এই “শেষ - কালত ” তেওঁলোকে“ সত্যতাৰ স্তম্ভ আৰু ভিত্তিমূলস্বৰূপে ” থিয় হৈছে । ​ —⁠ ১ তীমথিয় ৩ :⁠ ১৫. ২ তীমথিয় ৩ :⁠ ১.
asm_Beng
10,219
In Bethany, Martha is the first one to meet Jesus, saying: Lord, if you had been here my brother would not have died. Mary and those who had come to their house follow. All are weeping.
কি দুটা মুখ্য কাৰ্য্যৰ ওপৰত যীচুৰ জীৱন প্ৰণালী নিৰ্ভৰশীল আছিল?
asm_Beng
10,220
How did some first - century Christian women prove to be precious in Jehovahs eyes?
( ক) এজন পুতকে তেওঁৰ মাতৃয়ে দেখুৱা প্ৰেমৰ বিষয়ে কি কৈছিল?
asm_Beng
10,221
The lazy one is showing himself desirous, says a Bible proverb, but his soul has nothing.
এই বুলি চিন্তা নকৰিবা, কিয়নো পৰজাতিবিলাকে এই সকলোকে বিচাৰে. আৰু এই সকলোবোৰৰ যে তোমালোকৰ প্ৰয়োজন, তাক তোমালোকৰ স্বৰ্গীয় পিতৃয়ে জানে । ”
asm_Beng
10,222
And what made his illustrations so effective?
সা. যু.
asm_Beng
10,223
Are we not free moral agents? Why should we let anything or anyone control in our hearts? Paul was not telling the Colossians to surrender their free will.
গোড্‌স্পিড্‌ নামৰ এজন অনুবাদকৰ অনুসাৰে আমাৰ হৃদয়ত “নিয়ন্ত্ৰণমূলক প্ৰভাৱ পৰা ” উচিত ।
asm_Beng
10,224
Panel attached to drawer
ড্ৰয়াৰৰ সৈতে যুক্ত পেনেল
asm_Beng
10,225
Voting is being conducted peacefully.
বৰ্তমানলৈকে শান্তিপূৰ্ণভাৱে ভোটদান প্ৰক্ৰিয়া চলি আছে।
asm_Beng
10,226
Meditating on how Jehovah, someone so lofty, loves us deeply gives me a sense of security and the strength to remain faithful. Patricia, baptized 1946.
“ মই প্ৰত্যেকদিনা বাইবেলৰ এটা অধ্যায় পাঠ কৰি প্ৰাৰ্থনা কৰোঁ ।
asm_Beng
10,227
We also meet two exemplary women and a valiant but gentle warrior.
যু. পূ.
asm_Beng
10,228
Copyright information for the program
প্ৰোগ্ৰামৰ স্বত্বাধিকাৰ সংক্ৰান্ত তথ্য
asm_Beng
10,229
In vertebrates, the hypothalamus is the neural control center for all endocrine systems.
মেৰুদণ্ডী প্ৰাণীৰ ক্ষেত্ৰত, হাইপথেলামাছ হৈছে সমগ্ৰ অন্তঃস্ৰাৱী তন্ত্ৰৰ স্নায়বিক নিয়ন্ত্ৰণ কেন্দ্ৰ।
asm_Beng
10,230
"""Don't commit suicide."
"""নিজে নিজক হত্যা নকৰিব ৷ ড্ৰাগছ সেৱন নকৰিব।"
asm_Beng
10,231
Set Your Own Goals
এবাৰ আপুনি সম্পূৰ্ণকৈ যিহোৱাৰ সেৱা কৰিবলৈ নিৰ্ণয় লোৱাৰ পিছত আধ্যাত্মিকৰূপে উন্নতি কৰিবলৈ ব্যক্তিগত লক্ষ্যসমূহ ৰাখা আৱশ্যক ।
asm_Beng
10,232
An investigation is currently underway to know the cause of the fire.
অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হোৱাৰ কাৰণ উদঘাটনৰ বাবে ইতিমধ্যে তদন্ত আৰম্ভ কৰা হৈছে ।
asm_Beng
10,233
He will inaugurate the Mahatma Gandhi Museum.
ৰাজকোটত তেওঁ মহাত্মা গান্ধী সংগ্ৰহালয় উদ্বোধন কৰিব।
asm_Beng
10,234
Yes, yes.
“হয় হয়, বুজিলোঁ।
asm_Beng
10,235
The height (width for a vertical panel) of the panel. The panel will determine at runtime a minimum size based on the font size and other indicators. The maximum size is fixed at one quarter of the screen height (or width).
পেনেলৰ উচ্চতা (উলম্ব পেনেলৰ ক্ষেত্ৰত প্ৰস্থ) । কাৰ্যকালত ফন্টৰ মাপ আৰু অন্যান্য চিহ্ন অনুযায়ী পেনেলৰ সৰ্বনিম্ন মাপ স্বয়ংক্ৰিয়ৰূপে নিৰ্ধাৰণ কৰা হ'ব । সৰ্বোচ্চ মাপ স্ক্ৰিনৰ উচ্চতাৰ (বা প্ৰস্থৰ) এক-চতুৰ্থাংশে নিৰ্ধাৰণ কৰা হয় ।
asm_Beng
10,236
People will come to meet you.
পৰহিলৈ তোক চাবলৈ মানুহ আহিব।
asm_Beng
10,237
According to Hazarika while the Panchayat elections are fought on local issues and candidates, the issues for general elections are different
হাজৰিকাই আকৌ কয় যে পঞ্চায়ত নিৰ্বাচনত স্থানীয় বিষয় সমূহৰ ওপৰত ভিত্তি কৰি প্ৰতিদ্বন্দিতা কৰা হয়, সাধাৰণ নিৰ্বাচন আৰু পঞ্চায়ত নিৰ্বাচনৰ বিষয়ৰ ওপৰত বহু পাৰ্থক্য আছে কিন্তু ভাৰতীয় জনতা পাৰ্টিৰ নেতা সকলে আনকি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনৰ প্ৰচাৰত প্ৰচুৰ ধন ব্যয় কৰি বিশাল নিৰ্বাচনী সভা পাতি আৰ...
asm_Beng
10,238
SSL peer reported bad certificate hash value.
SSL সমনীয়ায় এটা বেয়া প্ৰমাণপত্ৰ হেষ মানৰ সংবাদ দিছে।
asm_Beng
10,239
Allow the screensaver to activate when playing audio. Disable if you have monitor-powered speakers.
অডিঅ' চলোৱাৰ সময় স্ক্ৰিনছেভাৰ সক্ৰিয় কৰাৰ অনুমতি দিয়ক। মনিটৰ চালিত স্পিকাৰৰ ক্ষেত্ৰত এইটো অসামৰ্থবান কৰক।
asm_Beng
10,240
PM greets the nation on Mahavir Jayanti
মহাবীৰ জয়ন্তী উপলক্ষে দেশবাসীলৈ প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা
asm_Beng
10,241
Sadly, some Christians have held the mistaken belief that it is acceptable to cultivate romantic feelings for members of the opposite sex other than their mate.
আমাৰ হৃদয় কেনেকৈ একেই সময়ত কাৰ্য্যকাৰী আৰু বিপদপূৰ্ণ হ’ব পাৰে?
asm_Beng
10,242
Ever humble, Jesus flatly rejected the Devils offer. Likewise, Satan tempts Christians to seek glory for themselves.
এনে কৰাৰ বাবে নিয়মিত বাইবেল আৰু ‘ বিশ্বাসী বুদ্ধিমান দাসবৰ্গই ’ প্ৰবন্ধ কৰা বাইবেল আধাৰিত সাহিত্যবোৰ অধ্যয়ন কৰা আৱশ্যক ।
asm_Beng
10,243
List of applications entered in the 'Open File' dialog and not associated with the file type.
'নথিপত্ৰ খোলা' ডাইলগত সোমোৱা সেইসমূহ অনুপ্ৰয়োগৰ তালিকা যিসমূহ নথিপত্ৰৰ ধৰণৰ সৈতে সংযুক্ত নহয়।
asm_Beng
10,244
Not enough memory
পৰ্যাপ্ত মেমৰি নাই
asm_Beng
10,245
The book opens with the words: A pronouncement: The word of Jehovah concerning Israel. Further, God says: I have loved you people.
কিতাপখন এইদৰে আৰম্ভ কৰা হৈছে: “মলাখীৰ দ্বাৰাই ইস্ৰায়েললৈ কোওৱা যিহোৱাৰ ভাৰবাক্য । ”
asm_Beng
10,246
On the basis of genuine repentance, even a person who has acted as wickedly as King Manasseh can receive Jehovahs mercy.
মনচি ৰজাৰ দৰে যদিও এজন ব্যক্তিয়ে বেয়া কাৰ্য্য কৰিছিল, তথাপিও আন্তৰিকতাৰে অনুতাপ কৰি যিহোৱাৰ অনুগ্ৰহ লাভ কৰিব পাৰে ।
asm_Beng
10,247
At first, it was a shock.
প্ৰথমতে তাই দোধোৰ-মোধোৰত পৰিল৷
asm_Beng
10,248
He then explained that he believed that happiness can be achieved by training, or disciplining, the mind and the heart.
“ প্ৰকৃত আনন্দ পাবলৈ হ’লে মাত্ৰ মনেৰে বিবেচনা কৰাটোৱে যথেষ্ট । ”
asm_Beng
10,249
On the job
কৰ্মস্থলীত দেখুওৱা .
asm_Beng
10,250
( 6) On the two - page index of place names [gl 34 - 5], you can see the page number in bold type, often followed by the grid location, such as E2.
( ৬) ইয়াৰ শেষৰ পৃষ্ঠাত [৩৪ - ৩৫] থকা সূচীপত্ৰত ডাঠ আখৰেৰে লিখা মেপবোৰৰ পৃষ্ঠাৰ নম্বৰসমূহ আৰু তাৰ পিছত গ্ৰিড্‌ দিয়া হৈছে, যেনে ​ —⁠ উ২ ।
asm_Beng
10,251
This will help in improving the functioning and performance of the Judiciary across the country in reaching out to every citizen.
ইয়াৰ ফলত সমগ্ৰ দেশতে বিচাৰকসকলৰ কাম-কাজৰ উন্নয়ন হোৱাৰ লগতে প্রত্যেক নাগৰিকৰ বাবে সুবিচাৰৰ ব্যৱস্থা গঢ়ি তুলিব পৰা যাব।
asm_Beng
10,252
It was launched by Chief Minister Sarbananda Sonowal.
উদ্বোধন কৰিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।
asm_Beng
10,253
Says, Why?
"বাথৰূমৰ পৰাই কলিতা ,""কিয় ?"
asm_Beng
10,254
Today, more than two billion people claim to be Christians.
সা. যু.
asm_Beng
10,255
If TRUE, system-monitor operates in 'Solaris mode' where a task's CPU usage is divided by the total number of CPUs. Otherwise, it operates in 'Irix mode'.
যদি সত্য, system-monitor 'Solaris mode' ত সঞ্চালন কৰিব যত এটা কাৰ্য্যৰ CPUব্যৱহাৰ CPUসমূহৰ সৰ্বমুঠ সংখ্যৰে হৰণ কৰা হয়। নহলে ই 'Irix mode' ত সঞ্চালন কৰিব।
asm_Beng
10,256
His passing away is a big loss to the sporting world.
তেওঁৰ মৃত্যুৱে বৃহৎ ক্ষতি কৰিব ক্ৰীড়াজগতৰ।
asm_Beng
10,257
The divinely inspired prophecy of Micah strengthens us to walk in Jehovahs name and gives us a basis for true hope.
সেই সময়ত ঈশ্বৰে তেওঁলোকে কৰা কাৰ্য্যৰ অহিতে আচৰণ কৰিব বুলি মীখা ভৱিষ্যতবক্তাৰ দ্বাৰা তেওঁলোকক সতৰ্ক কৰিছিল ।
asm_Beng
10,258
However, he refused to marry her.
কিন্তু কচে তেওঁক বিবাহ কৰাবলৈ অস্বীকাৰ কৰিছিল।
asm_Beng
10,259
List of values for columns
স্তম্ভসমূহৰ বাবে মানসমূহৰ তালিকা
asm_Beng
10,260
But, no action was taken by the government.
কিন্তু চৰকাৰে কোনো ব্যবস্থা গ্ৰহণ নকৰিলে বুলি অভিযোগ উত্থাপন কৰে।
asm_Beng
10,261
Position on the screen of the call window
কল উইন্ডোৰ পৰ্দাত অৱস্থান
asm_Beng
10,262
friends.address book.
বন্ধুসকল.ঠিকনা বহি.
asm_Beng
10,263
Has it been done earlier?
সেইটোৱো আগৰ মানুহবোৰে কৰিছিল নেকি?
asm_Beng
10,264
This is essential in a democracy.
গণতান্ত্ৰিক ব্য‌ৱস্থাত এইটো খুবেই প্ৰয়োজনীয় ।
asm_Beng
10,265
Unable to open help file
সহায়িকাৰ নথিপত্ৰ খুলিবলৈ ব্যৰ্থ
asm_Beng
10,266
No one was reportedly injured in the fire.
অগ্নিকাণ্ডৰ ফলত কোনো লোক হতাহত হোৱা নাই বুলি জানিব পৰা গৈছে।
asm_Beng
10,267
%s: Error starting greeter on display %s
%s: ডিসপ্লে %s'ৰ মধ্যে অভিবাদন ব্যবস্থা আৰম্ভ কৰোঁতে ব্যৰ্থ
asm_Beng
10,268
This one is no exception.
এইবাৰো ইয়াৰ ব্যতিক্ৰম হোৱা নাই।
asm_Beng
10,269
BCCI drops MS Dhonis name from Annual Player Contracts list
BCCI-ৰ খেলুৱৈৰ বাৰ্ষিক চুক্তিৰ তালিকাত নাহিল নাম
asm_Beng
10,270
Husbands, continue loving your wives, just as the Christ also loved the congregation and delivered up himself for it.
হে পুৰুষবিলাক, খ্ৰীষ্টে যেনেকৈ মন্ডলীক প্ৰেম কৰিলে আৰু তাৰ কাৰণে নিজকে শোধাই দিলে, তেনেকৈ তোমালোকেও নিজ নিজ ভাৰ্য্যাক প্ৰেম কৰা । ”
asm_Beng
10,271
Editors and senior journalists from the Northern states of Punjab, Haryana, UP, Himachal Pradesh, Jammu and Kashmir, Union territory of Chandigarh and from the North-eastern states are attending the two day conference being held in Chandigarh.
চণ্ডীগড়ত দুদিনীয়াকৈ আয়োজিত আঞ্চলিক সম্পাদক সমাৰোহত উত্তৰ ভাৰতৰ পঞ্জাৱ, হাৰিয়ানা, উত্তৰ প্ৰদেশ, হিমাচল প্ৰদেশ, জম্মু-কাশ্মীৰ, কেন্দ্ৰীয় শাসিত অঞ্চল চণ্ডীগড় আৰু উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ সম্পাদকসকলৰ লগতে বহুতো জ্যেষ্ঠ সাংবাদিকে অংশ গ্ৰহণ কৰে।
asm_Beng
10,272
Load extra configuration items
অতিৰিক্ত সংৰূপ সামগ্ৰী ল'ড কৰক
asm_Beng
10,273
The apostle John experienced this.
বৰ্ণনা কৰক ।
asm_Beng
10,274
This is entirely legal.
সম্পূৰ্ণ বৈধ এই সুবিধা।
asm_Beng
10,275
Will run command: '%s'
চিহ্নিত আদেশ চলোৱা হ'ব: '%s'
asm_Beng
10,276
Experience: Minimum 5 years of experiences in the field of Accounts related activities in public or private Organization/Sector
অভিজ্ঞতাঃ চৰকাৰী বা ব্যক্তিগত সংস্থাত একাউণ্টছৰ ক্ষেত্ৰখনৰ কামত নূন্যতম পাঁচ বছৰৰ অভিজ্ঞতা থাকিব লাগিব ।
asm_Beng
10,277
New equipment was needed, and Kurts employer entrusted him with the task of getting it at a good price.
ইয়াৰ পৰিণাম কি হ’ল তাক আপুনি জানেনে?
asm_Beng
10,278
How to draw the input method statusbar
যি ভাবে ইনপুট পদ্ধতিৰ স্ট্যাটাসবাৰ
asm_Beng
10,279
But in practice, it was not.
কিন্ত কাৰ্যক্ষেত্ৰত সেয়া পৰিলক্ষিত নহল ।
asm_Beng
10,280
I will visit Myanmar on 5-7 September 2017 at the invitation of His Excellency U Htin Kyaw, President of the Republic of the Union of Myanmar.
অহা ৫-৭ ছেপ্তেম্বৰলৈ মই ম্যানমাৰৰ ৰাষ্ট্ৰপতি ইউ হিটন কিয়াওৰ আমন্ত্ৰণক্ৰমে ম্যানমাৰ ভ্ৰমণ কৰিম।
asm_Beng
10,281
You should save all of your work before suspending the computer, just in case something goes wrong and your open applications and documents cannot be recovered when you resume the computer again.
আপুনি কমপিউটাৰ স্থগিত কৰাৰ আগত আপোনাৰ সকলো কাম সংৰক্ষণ কৰিব লাগে, কিয়নো কিবা সমস্যা হলে আপোনাৰ খোলা এপ্লিকেচনসমূহ আৰু দস্তাবেজসমূহক কমপিউটাৰ অব্যাহত কৰোতে পুনৰুদ্ধাৰ কৰা নাযাব।
asm_Beng
10,282
Internet services in the area have been shut down.
অঞ্চলটোত ইন্টাৰনেট সেৱা বন্ধ কৰি দিয়া হৈছে ।
asm_Beng
10,283
Even when he was shouted at, how was Jesus able to help people? Occasionally, Jesus was shouted at by people under the control of unclean spirits.
( মথি ১০ :⁠ ৩২ -⁠ ৩৭. যোহন ১৫ :⁠ ২০, ২১) হয়তো তেনে অনুচিত মনোবৃত্তিৰ পিছত বহুতো কাৰণ জড়িত থাকিব পাৰে ।
asm_Beng
10,284
Require macOS authentication to autofill, view, or edit stored credit cards.
সাঁচি থোৱা ক্ৰেডিট কাৰ্ডসমূহ স্বয়ং-পূৰণ কৰিবলৈ, চাবলৈ বা সম্পাদনা কৰিবলৈ macOS প্ৰমাণীকৰণৰ প্ৰয়োজন।
asm_Beng
10,285
Secondly, the politician-bureaucrat-manufacturer nexus is a major reason behind the high prices of cement here
দ্বিতীয়তে, ৰাজনৈতিক নেতা-আমোলা-উৎপাদনকাৰীৰ মাজত থকা বুজাবুজি হৈছে চিমেণ্টৰ অত্যাধিক দামৰ আন এটা বৃহৎ কাৰণ।
asm_Beng
10,286
Don't become a daemon
এটা ডিমন নবনিব
asm_Beng
10,287
That is the problem for them.
তহঁতৰ লগত এইটোৱেই প্ৰব্লেম।
asm_Beng
10,288
PDF documents are not allowed to use their own colors: Allow pages to choose their own colors is deactivated in the browser.
PDF দস্তাবেজসমূহৰ সিহতৰ নিজস্ব ৰঙ ব্যৱহাৰ কৰাৰ অনুমতি নাই: ব্ৰাউছাৰত 'পৃষ্ঠাসমূহক সিহতৰ নিজস্ব ৰঙ নিৰ্বাচন কৰাৰ অনুমতি দিয়ক' অসামৰ্থবান কৰা আছে।
asm_Beng
10,289
French Polynesia
ফ্ৰেঞ্চ পলিনেশিয়াFrench Polynesia
asm_Beng
10,290
Whether the scroll wheel should be used for zooming or not.
স্ক্ৰ'ল হুইলক জুম কৰিবলৈ ব্যৱহাৰ কৰা হ'ব নে নাই ।
asm_Beng
10,291
Human Capital Development - To strengthen and expand human resources, institutions and capacities for teaching, training, research and skill building in IPRs.
মানৱ সম্পদ বিকাশ – মানৱ সম্পদ, সংস্থাৰ শিক্ষণ, প্ৰশিক্ষণ তথা দক্ষতা উন্নয়ন৷
asm_Beng
10,292
He said that education is not just for employment but for enhancement of knowledge, for enlightenment and empowerment.
তেওঁ লগতে আৰু কয়, ‘শিক্ষা কেবল উপাৰ্জনৰ বাবে নহয়, শিক্ষা জ্ঞান আহৰণ আৰু ব্যক্তিত্ব বিকাশৰ বাবেহে।
asm_Beng
10,293
Not at all. No doubt each of us can think of instances in which we received just the help we needed at the right time from our fellow believers.
চিকিৎসালয়ৰ পৰা উভটি অহাৰ পিছত প্ৰথমে তেওঁ ইমানেই অক্ষম আছিল যে নিজৰ বাবে কোনো কাম কৰিব নোৱাৰিছিল ।
asm_Beng
10,294
To look at the...
বানৰ পৰ্যালোচনা কৰিবলৈ .
asm_Beng
10,295
There are no shortcuts to success.
সফলতাৰ কোনো চমু পথ নাই বুলিও কয় সোণোৱালে।
asm_Beng
10,296
v Barring the Governor, the Chief Minister, the Chief Justice of the Gauhati High Court, the Judges of the Gauhati High Court and the Chief Secretary. no one else can travel in Executive Class.
ৰাজ্যৰ ৰাজ্যপাল, মুখ্যমন্ত্ৰী, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আৰু উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশসকলক বাদ দি আন কোনেও চৰকাৰী খৰচত এক্সিকিটিভ শ্ৰেণীত ভ্ৰমণ কৰিব নোৱাৰিব।
asm_Beng
10,297
Whole words only
অকল সম্পূৰ্ণ শব্দ (W)
asm_Beng
10,298
Select a contact
এটা পৰিচয় নিৰ্বাচন কৰক
asm_Beng
10,299
Late Rishi Kapoor and Neetu Singhs son Ranbir Kapoor is one of the most loved Bollywood actors.
বলিউডৰ বৰ্তমানৰ জনপ্ৰিয় অভিনেতা ৰণবীৰ কাপুৰৰ লগতে এগৰাকী কন্যাৰ পিতৃ ঋষি কাপুৰৰ পত্নী হৈছে এসময়ৰ জনপ্ৰিয় অভিনেত্ৰী নীতু সিং।
asm_Beng