Unnamed: 0 int64 0 50.5k | source stringlengths 1 1.85k ⌀ | target stringlengths 1 8.31k ⌀ | lang stringclasses 3
values |
|---|---|---|---|
26,200 | You know what the response was? | কৰিছিল জানো কিবা প্ৰতিক্ৰিয়া? | asm_Beng |
26,201 | Cannot create spool file: | স্পুল নথিপত্ৰ সৃষ্টি কৰিব নোৱাৰি: | asm_Beng |
26,202 | Cattle thief arrested | গৰুৰ চোৰাংকাৰবাৰী আটক | asm_Beng |
26,203 | As a young man, he approved the murder of Stephen. Afterward, Paul ruthlessly hunted down Christians. | তাৰ পিছত তেওঁ পাঁচনিবিলাকৰ ওপৰত অত্যাচাৰ কৰিবলৈ উঠি - পৰি লাগিছিল । | asm_Beng |
26,204 | How easy is it to do? | নোহোৱা কৰি পেলোৱাটো কি ইমান সহজ? | asm_Beng |
26,205 | Today, India and UK have emerged amongst the top three largest startup hubs in the world with an exciting ecosystem of investors and innovators. | নতুন উদ্যোগ স্থাপনৰ সংখ্যাৰ পৰা চাবলৈ গ’লে আজি ভাৰত আৰু মাৰ্কিন যুক্তৰাষ্ট্ৰ বিশ্বৰ তিনিখন সৰ্বোচ্চ দেশৰ ভিতৰত আছে য’ত উদ্ভাৱক আৰু বিনিয়োগকাৰীৰ মাজত সুন্দৰ সংমিশ্ৰণ ঘটিছে। | asm_Beng |
26,206 | What do you see? | “কিনো কিবা হোৱা দেখিলা? | asm_Beng |
26,207 | It is a great responsibility. | সিখন ঘৰটো দায়িত্ব বহুত। | asm_Beng |
26,208 | Select a month | এটা মাহ নিৰ্ব্বাচন কৰক | asm_Beng |
26,209 | I had no intention of doing that. | মোৰ যে তহঁতক এৰিবলৈ অকণো মন যোৱা নাছিল। | asm_Beng |
26,210 | In the meantime, our first parents had withdrawn themselves and their future offspring from Gods rulership. | দৰাচলতে তেনে কৰা হ’লে তেওঁলোকক স্বাধীনভাৱে চলিবলৈ এৰি নিদি বান্ধি ৰাখাৰ দৰে হ’লহেঁতেন । | asm_Beng |
26,211 | _Pause before login: | লগ-নেৰ পূৰ্বে অপেক্ষা কৰা হবে:(_P) | asm_Beng |
26,212 | The Union Cabinet chaired by the Prime Minister Shri Narendra Modi today gave its approval for signing the Paris Agreement adopted at the 21st Conference of Parties held in Paris in December 2015. | প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতা অনুষ্ঠিত কেবিনেটে আজি ২০১৫ৰ ডিচেম্বৰত পেৰিছত হোৱা ২১সংখ্যক কনফাৰেন্স অৱ পাৰ্টিছত গ্ৰহণ কৰা পেৰিছ চুক্তি স্বাক্ষৰৰ বাবে অনুমোদন জনায়৷ | asm_Beng |
26,213 | Downloading repository information | ভঁৰাল সংক্ৰান্ত তথ্য ডাউন্লোড কৰা হৈছে | asm_Beng |
26,214 | A message appears when the connection successfully completes. Click . | সংযোগ সফলভাৱে সম্পূৰণ হলে এটা বাৰ্তা প্ৰদৰ্শিত হ'ব। ক্লিক কৰক। | asm_Beng |
26,215 | Water was four-feet high. | কেইবা ফুট উচ্চতালৈ পানীৰ ফাৱাৰ উঠিছিল। | asm_Beng |
26,216 | My documents cannot be seen | মোৰ দস্তাবেজসমূহ দেখা নাযায় | asm_Beng |
26,217 | How secure is it | কিমান সুৰক্ষিত গুৱাহাটীঃ | asm_Beng |
26,218 | Service pack files | সেৱা পেক ফাইলসমূহ | asm_Beng |
26,219 | Mayerln began reading aloud to Felito from My Book of Bible Stories, published by Jehovahs Witnesses. | আধ্যাত্মিকৰূপে শক্তিশালী পৰিয়াল গঢ়ি তোলাৰ আন এটা কাৰণ হৈছে নিয়মিতৰূপে সভাবোৰত উপস্থিত হোৱা । | asm_Beng |
26,220 | Enable suspending | স্থগিত কৰা সামৰ্থবান কৰক | asm_Beng |
26,221 | ( a) What balanced view do Christians need to have regarding world events? ( b) What two convincing lines of evidence will we now consider? | কিন্তু বৰ্তমান সময়ত যদি কোনো এজন নেতাৰ হত্যা হয় তেন্তে পৰিস্থিতিৰ সলনি হ’বলৈ কেৱল মুহূৰ্ত্তৰ প্ৰয়োজন । | asm_Beng |
26,222 | SSL was unable to extract the public key from the peers certificate. | SSL এ সমনীয়াৰ প্ৰমাণপত্ৰৰ পৰা ৰাজহুৱা কি' উদ্ধাৰ কৰিবলে অক্ষম হৈছিল। | asm_Beng |
26,223 | _Leave On | অন ৰাখক (_L) | asm_Beng |
26,224 | Jogi is not contesting the election. | জিকিবলৈকে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা নহয়। | asm_Beng |
26,225 | The Union Cabinet, chaired by the Prime Minister Shri Narendra Modi has given its approval for National Capital Goods Policy. | প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটে ৰাষ্ট্ৰীয় মুলধনী সামগ্ৰী নীতিত অনুমোদন জনাইছে৷ ২০১৪-১৫ বৰ্ষৰ মুলধনী সামগ্ৰীৰ উৎপাদন ২,৩০,০০০ কোটিৰ বিপৰীতে ২০২৫ত ৭৫,০০,০০০ কোটিলৈ বৃদ্ধি আৰু দেশত প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে নিযুক্তি বৰ্তমানৰ ৮৪ লাখৰ বিপৰীতে ৩কোটিলৈ বৃদ্ধি কৰাৰ লক্ষ্যৰে মুলধনী সামগ্ৰী খণ্ডত ল... | asm_Beng |
26,226 | They welcomed the growing partnership between the two governments, private sector and at the peoples level. | দুয়ো দেশৰ চৰকাৰ আৰু জনসাধাৰণ পর্যায়ত আৰু বেচৰকাৰী খণ্ডসমূহৰ ক্রমবৰ্ধমান সহযোগিতা আৰু অংশীদাৰিত্বৰ সম্পর্কক তেওঁলোকে উভয়ে আন্তৰিকতাৰে স্বাগতম জনায়। | asm_Beng |
26,227 | The deceased has been identified as Biru. | নিহত লোকজন বৰুৱা বাউৰী বুলি চিনাক্ত। | asm_Beng |
26,228 | Cultivate a profound regard for blood because of what God is doing by means of it saving lives. | তেজৰ সম্বন্ধে খ্ৰীষ্টানসকলক কেনে নিৰ্দ্দেশনা দিয়া হ’ল আৰু কিয়? | asm_Beng |
26,229 | The Agreement will stimulate the flow of exchange of information between India and Samoa for tax purposes which will help curb tax evasion and tax avoidance. | এই চুক্তিয়ে ভাৰত আৰু ছামোৱাৰ মাজত কৰ সম্পৰ্কীয় তথ্য বিনিময়ৰ হাৰ বৃদ্ধিত উৎসাহ যোগাব, যাৰ ফলত কৰ ফাঁকি আৰু কৰ পৰিশোধ নকৰাসকলক লেকাম লগোৱাত সহায় কৰিব। | asm_Beng |
26,230 | He said: Beloved ones, do not be puzzled at the burning among you, which is happening to you for a trial, as though a strange thing were befalling you. | যেতিয়া তাড়নাৰ সম্মুখীন হওঁ তেতিয়া আমি কি কৰিব পাৰোঁ? | asm_Beng |
26,231 | Cabinet approves signing of Air Services Agreement between India and Fiji | ভাৰত আৰু ফিজিৰ মাজত বিমান সেৱা চুক্তি স্বাক্ষৰলৈ কেবিনেটৰ অনুমোদন | asm_Beng |
26,232 | MANY longtime disciples of Christ prove year after year that they are firmly set in the truth. What helps them to endure? | দীৰ্ঘ সময় ধৰি যীচুৰ শিষ্যসকলে যে “সত্যতাত থিৰে ” আছে তাক একেৰাহে প্ৰমাণ কৰিছে । | asm_Beng |
26,233 | 33: 11, 20 How did God speak to Moses face to face ? | ৩৩ : ১১, ২০ — ঈশ্বৰে কেনেকৈ মোচিৰ সৈতে “সম্মুখা - সম্মুখিকৈ ” কথা - বতৰা হৈছিল? | asm_Beng |
26,234 | Enables all non-behavioural debug options | সকলো অ-ব্যৱহাৰী ডিভাগ বিকল্পসমূহ সামৰ্থবান কৰে | asm_Beng |
26,235 | Where to Start? If we feel the need to improve in this matter, we must begin with our mental attitude. | এজন ভাল চুবুৰীয়া হ’বলৈ মই সম্পূৰ্ণকৈ চেষ্টা কৰোঁনে? ’ | asm_Beng |
26,236 | Is that a word? | ইমান ঘেৰেঘেৰোৱা শব্দ যে? | asm_Beng |
26,237 | Frail but Honorable How should we view fellow believers? | এই সিদ্ধান্ত মণ্ডলীৰ ক্ষেত্ৰতো সত্য । | asm_Beng |
26,238 | """Yes, why not?" | “হ’ৰা ৷ সৌফালে নোচোৱা কিয়? | asm_Beng |
26,239 | He faces charges of murder, attempt to murder and dacoity. | হত্যাৰ অপচেষ্টা, অপৰাধী কাৰ্যকলাপ আৰু হত্যাৰ অভিযোগত লোককেইজনৰ বিৰুদ্ধে ৰুজু কৰিছে গোচৰ। | asm_Beng |
26,240 | Moses spends 40 days in the mountain, receiving instructions regarding true worship and the construction of Jehovahs tabernacle, a portable temple. | মোচিয়ে পৰ্ব্বতত থকা সময়ছোৱাত ইস্ৰায়েলসকলে নামনিত এটা সোণৰ দমৰা পোৱালী তৈয়াৰ কৰি তাক উপাসনা কৰিব ধৰিলে । | asm_Beng |
26,241 | Two killed in jeep accident | তেজপুৰত এক ভয়ংকৰ পথ দুৰ্ঘটনাত দুজনৰ মৃত্যু | asm_Beng |
26,242 | Height of main window | মূখ্য উইন্ডোৰ উচ্চতা | asm_Beng |
26,243 | Determines whether the applet automatically updates its weather statistics or not. | এপ্লেট দ্বাৰা স্বয়ংক্ৰিয়ৰূপে আবহাওয়া সংক্ৰান্ত পৰিসংখ্যান আপডেট কৰা হ'ব কিনা নিৰ্ধাৰণ কৰতে ব্যবহৃত। | asm_Beng |
26,244 | """I want to go to school." | ‘মোৰো স্কুললৈ যাবলৈ মন যায়। | asm_Beng |
26,245 | When we are ill, we should seek proper medical attention, not advice from a liar and the father of the lie, Satan the Devil. | যেতিয়া আমাৰ বেমাৰ হয় তেতিয়া আমি চয়তান বা তাৰ কোনো মাধ্যমৰ পৰা দিহা - পৰামৰ্শ লোৱাৰ পৰিৱৰ্তে উপযুক্ত দৰব - পাতি লোৱা আৱশ্যক, “কিয়নো সি মিছলীয়া আৰু তাৰ বাপেক । ” | asm_Beng |
26,246 | Guwahati MP Queen Oja, West Guwahati MLA Ramendra Narayan Kalita, DGP Kuladhar Saikia and president of Azara Kendriya Nagarik Samiti Chandra Das also spoke on the occasion | এই সময়ত গুৱাহাটীৰ সাংসদ কুইন ওঝা,পশ্চিম গুৱাহাটীৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা,ডিজিপি কুলধৰ শইকীয়া আৰু আজৰা কেন্দ্ৰীয় নগৰ সমিতিৰ সভাপতি চন্দ্ৰ দাসেও মন্তব্য কৰে। | asm_Beng |
26,247 | It won three national awards. | তেওঁ তিনিবাৰকৈ ৰাষ্ট্ৰীয় পুৰস্কাৰ পাবলৈ সক্ষম হৈছিল। | asm_Beng |
26,248 | It is not yet clear whether it is a case of suicide or a murder. | অৱশ্যে এয়া এক পৰিকল্পিত হত্যা নে আত্মহত্যা সেয়া এতিয়াও নিশ্চিত হোৱা নাই। | asm_Beng |
26,249 | Take up the complete suit of armor from God, that you may be able to resist in the wicked day and, after you have done all things thoroughly, to stand firm. Ephesians 6: 11, 13. | পিশাচবোৰৰ কেনে নিৰ্দ্ধাৰিত সীমা আছে আৰু আমি কেনে উপকাৰ লাভ কৰিছোঁ? | asm_Beng |
26,250 | Hence, there is a great need for more elders, and those who reach out for the privilege are to be commended. | তেওঁলোকে পোৱা এই অধিকাৰ বা নিজৰ নামক মহান কৰাটো গুৰুত্বপূৰ্ণ নহয় । | asm_Beng |
26,251 | He already owns all the goods and resources there are. | প্ৰাৰ্থনা কৰাৰ পূৰ্বেই আমি ধ্যান কৰিবলৈ চেষ্টা কৰা আৱশ্যক । | asm_Beng |
26,252 | Source file and/or destination directory doesn't exist | উৎস ফাইল আৰু/অথবা গন্তব্য ডাইৰেকটৰিৰ অস্তিত্ব নাই | asm_Beng |
26,253 | Even more essential than providing materially is providing spiritually. | আধ্যাত্মিক আৱশ্যকতাৰ প্ৰবন্ধ কৰা | asm_Beng |
26,254 | AAPSU Announces Strike Against Citizenship Amendment Bill | নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে গোলাঘাটত এজেওৱাইচিপিৰ প্ৰতিবাদ | asm_Beng |
26,255 | Kumar Sanjay Krishna is Assams new chief secretary. | অসমৰ পৰৱৰ্তী মুখ্য সচিব হ'ব কুমাৰ সঞ্জয় কৃষ্ণ। | asm_Beng |
26,256 | But he does not dare. | কিন্তু তাৰ সাহস নহয়। | asm_Beng |
26,257 | Could not load image '%s'. | '%s' ছবি তুলি ল'বলৈ অক্ষম । | asm_Beng |
26,258 | In what way is the term higher education used in this article? | ভৱিষ্যতৰ বাবে প্ৰস্তুত হোৱা | asm_Beng |
26,259 | Margin Accumulates | মাৰ্জিন | asm_Beng |
26,260 | He might have thought it safest to avoid meat sold in a meat market, much as another would shun meat if there was a chance that it was once offered to an idol. | যদিও ই এক ব্যক্তিগত বিষয়, তথাপিও ইয়াক সাধাৰণভাৱে দৃষ্টি কৰাটো উচিত নহয় । | asm_Beng |
26,261 | We should desire to be as much like Jehovah as possible to copy his ways and reflect his qualities and personality. | আমি পৰাপক্ষ্যত যিহোৱাৰ নিচিনাকৈ অৰ্থাৎ তেওঁৰ ব্যক্তিত্ব আৰু গুণসমূহক অনুকৰণ কৰিবলৈ আগ্ৰহী হোৱা উচিত । | asm_Beng |
26,262 | While men were sleeping, his enemy came and oversowed weeds in among the wheat, and left. | কিন্তু মানুহবিলাক টোপনিত থাকোঁতে, তেওঁৰ শত্ৰু আহি, ধানৰ মাজত বিনৈ বনৰ গুটি সিচি গুচি গল । | asm_Beng |
26,263 | Check new messages for _Junk contents | অবাঞ্ছিত সামগ্ৰী চিহ্নিত কৰাৰ উদ্দেশ্যে নতুন বাৰ্তা পৰীক্ষা কৰা হ'ব (_J) | asm_Beng |
26,264 | But why does that happen? | কিন্তু কিয় হয় এনে পৰিণতি? | asm_Beng |
26,265 | Educated to Believe It? Many teachers and authorities in specialized fields of knowledge deserve great respect. | বিশেষজ্ঞ ব্যক্তিসকলৰ বিশ্বাস গ্ৰহণ কৰিবলৈ শিক্ষা দিয়া হৈছিলনে? | asm_Beng |
26,266 | And the new personality that they display is readily noted by others. For followers of Jesus, the Bible is not an unused book that gathers dust on a shelf. | কিয়নো আমি এনে এখন জগতত জীয়াই আছোঁ যাৰ শাসনকৰ্তা হৈছে চয়তান আৰু বাইবেলৰ অনুসৰি তাক “এই যুগৰ দেৱতা ” বুলি কোৱা হৈছে । | asm_Beng |
26,267 | You may yourself have experienced when buying land or a house, that apart from the amount paid by cheque, a large amount is demanded in cash. | আপুনি নিশ্চয় মাটি বা ঘৰ ক্ৰয় কৰাৰ ক্ষেত্ৰত এই ব্যৱস্থা নিজেই প্ৰত্যক্ষ কৰিছে য’ত চেকৰ দ্বাৰা দৰ পৰিশোধ কৰাৰ লগতে এক মোটা অংকৰ ধন নগদ দিব লগা হয়। | asm_Beng |
26,268 | The meeting will take place in Delhi. | দিল্লীত অনুষ্ঠিত হ’ব এই বৈঠকখন। | asm_Beng |
26,269 | Remove $BrandFullNameDA from your computer. | আপোনাৰ কমপিউটাৰৰ পৰা $BrandFullNameDA আঁতৰাওক। | asm_Beng |
26,270 | Installing packages | সৰঞ্জাম সংস্থাপন কাৰ্য্য | asm_Beng |
26,271 | In that way, we will be able to absorb the word of God fully and bear fruit with endurance. Luke 8: 15. [ Footnotes] | মনটো বাম মাটিৰ দৰে হোৱাৰ পৰা ৰক্ষা কৰিবলৈ এজন ব্যক্তিয়ে কেনে পদক্ষেপ লোৱা উচিত? | asm_Beng |
26,272 | Computers and many important files were believed to have been gutted in the fire. | কেইবাটাও গুৰুত্বপূৰ্ণ ফাইল আৰু কম্পিউটাৰ ছেট উক্ত অগ্নিকাণ্ডৰ ফলত ধ্বংসপ্ৰাপ্ত হৈছিল। | asm_Beng |
26,273 | In the Mosaic Law, Jehovah provided three ways by which the Israelites could show their genuine appreciation for his goodness. First, there was the tithe. | ( গণনা পুস্তক ১৫ : ১৮ - ২১) কিন্তু যেতিয়া ধন্যবাদৰূপী দান কৰিলে তেতিয়া তেওঁলোকে আশীৰ্ব্বাদ লাভ কৰিছিল । | asm_Beng |
26,274 | My delegates a_nd me | মোৰ প্ৰতিনিধিসকল আৰু মই (_n) | asm_Beng |
26,275 | Powering off the system. | চিস্টেম পাৱাৰ অফ কৰা হৈ আছে। | asm_Beng |
26,276 | Its terrible! | হৈছে,ভয়াৱহ ভাবে! | asm_Beng |
26,277 | He puts your tears in his skin bottle, meaning that he sees and remembers the tears you shed in your struggle to remain faithful. | এই শেষকালৰ চৰম অৱস্থাত চয়তানে অধিককৈ মিছা কথা আৰু প্ৰবোঞ্চিত বাক্যবোৰৰ আশ্ৰয় লব । | asm_Beng |
26,278 | The indigenous Muslim groups are either converts from local communities or war prisoners of the Mughal-Ahom wars. | স্থানীয় মুছলিম সকল হৈছে স্থানীয় জনগোষ্ঠীৰ পৰা মুছলিম ধৰ্ম লোৱা অথবা মোগল-আহোম যুদ্ধৰ সময়ত বন্দী হিচাপে থকা সকল । | asm_Beng |
26,279 | Fire brigade and rescue teams are at the spot. | ঘটনাস্থলীত উপস্থিত হৈছে উদ্ধাৰকাৰী দল আৰু অগ্নিনিৰ্বাপক বাহিনী। | asm_Beng |
26,280 | Overwrite it? | নতুন কৰি লেখা হ'ব কি? | asm_Beng |
26,281 | No decision has been taken on this yet. | এতিয়াও সেই সম্পৰ্কত কোনো সিদ্ধান্ত লোৱা নাই ৰাষ্ট্রপতিয়ে। | asm_Beng |
26,282 | Thats the question! | এতিয়া প্ৰশ্ন হয় ! | asm_Beng |
26,283 | As Indias Prime Minister, Foreign Minister, Chairperson of various important Standing Committees of Parliament and Leader of the Opposition, he has been an active participant in shaping Indias post-Independence domestic and foreign policy. | ভাৰতৰ প্ৰধানমন্ত্ৰী, বৈদেশিক মন্ত্ৰী, বিভিন্ন গুৰুত্বপূৰ্ণ সংসদীয় কমিটী আৰু বিৰোধী দলৰ দলপতি হিচাপে স্বাধীনতাৰ পাছত ভাৰতৰ দেশীয় আৰু বৈদেশিক নীতিৰ নতুন আকাৰ প্ৰদানত বাজপেয়ীয়ে এগৰাকী সক্ৰিয় অংশগ্ৰহণকাৰী হিচাপে ভূমিকা পালন কৰিছিল। | asm_Beng |
26,284 | This type of thinking has afflicted our politics, our administration and our society like an infestation of termites. | এই ধৰণৰ চিন্তাই সংক্ৰামক ব্যাধিৰ দৰে আমাৰ ৰাজনীতি, প্ৰশাসন, সমাজ সকলোতে বিৰূপ প্ৰভাৱ পেলায়। | asm_Beng |
26,285 | Bad username/password | ব্যবহাৰকাৰী নাম/পাসওয়াৰ্ড সঠিক নয় | asm_Beng |
26,286 | Five Pakistani Army personnel were killed in the retaliatory firing by the Indian Army. | ভাৰতৰ সেনা বাহিনীৰ যোগ্যপ্ৰত্যুত্তৰত তিনিজন পাকিস্তান সেনা জোৱান নিহত। | asm_Beng |
26,287 | Will bitter civil conflicts become the hallmark of the 21st century? | সামৰিক যুদ্ধবোৰ নিয়ন্ত্ৰণ কৰা হ’বনে? | asm_Beng |
26,288 | The Union Cabinet, chaired by the Prime Minister Narendra Modi has given its approval for Memorandum of Understanding between India and Finland on cooperation in the field of peaceful uses of outer space. | প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীৰ পৌৰহিত্যত কেন্দ্রীয় কেবিনেটে বহিৰ্মহাকাশৰ শান্তিপূর্ণ ব্যৱহাৰৰ ক্ষেত্রত ভাৰত আৰু ফিনলেণ্ডৰ মাজত সহযোগিতা সংক্রান্তীয় বুজাবুজি চুক্তিত স্বাক্ষৰৰ বাবে আগবঢ়োৱা প্ৰস্তাৱলৈ যাৱতীয় অনুমোদন জনাইছে। | asm_Beng |
26,289 | At Pentecost 33 C.E., about 120 disciples received the outpouring of holy spirit and began to fulfill that commission by telling others that Jesus was the long - hoped - for Messiah, through whom salvation could be gained. | ( পাঁচনিৰ কৰ্ম্ম ২ : ১ - ৩৬) তেনে এক সৰু সমূহে “সকলো জাতিৰ ” আগত কেনেকৈ প্ৰচাৰ কৰিব পাৰিলে? | asm_Beng |
26,290 | Make the insertion point blink and control how quickly it blinks. | সুমুৱা বিন্দু ব্লিঙ্ক কৰাওক আৰু ই কিমান দ্ৰুত ব্লিঙ্ক কৰে নিয়ন্ত্ৰণ কৰক। | asm_Beng |
26,291 | It is urgent, therefore, that all who would see Jehovahs protection in these critical days learn about and obey Jehovah as the Most High and the Almighty One. | সেইবাবে এইটো অতি গুৰুত্বপূৰ্ণ বিষয় যে যিসকলে এই বিপৰ্য্যয়ৰ দিনত যিহোৱাই প্ৰদান কৰা নিৰাপত্তাক দেখিবলৈ পাই, তেওঁলোকে “সৰ্ব্বোপৰি ” আৰু“ সৰ্ব্বশক্তিমান ” যিহোৱাৰ প্ৰতি আজ্ঞাকাৰীতা হ’বলৈ শিকে । | asm_Beng |
26,292 | View Description | বিৱৰণ দৰ্শন কৰক | asm_Beng |
26,293 | These evils have become a festering sore on society and Governments. | অপশক্তিবোৰ সমাজ আৰু চৰকাৰৰ বাবে অতি পীড়াদায়ক হৈ পৰিছ্লি। | asm_Beng |
26,294 | Viruses are unlikely to infect your computer, but could infect the computers of people you email. | ভাইৰাচ দ্বাৰা আপোনাৰ কমপিউটাৰক ক্ষতি কৰাৰ সম্ভাবনা খুবেই কম, কিন্তু আপুনি ইমেইল পঠোৱা ব্যক্তিসকলৰ কমপিউটাৰসমূহক ক্ষতি কৰিব পাৰে। | asm_Beng |
26,295 | Would you like to request your voice recordings be deleted too, or do you prefer to keep them in the Common Voice dataset? | আপুনি আপোনাৰ ভইচ ৰেকৰ্ডিংবোৰো মচি পেলোৱাৰ অনুৰোধ কৰিব বিচাৰে নেকি, নে আপুনি সেয়া কমন ভইচ ডেটাছেটত ৰখাটো পচন্দ কৰিব? | asm_Beng |
26,296 | The dead body is at Silchar Medical College and Hospital for an autopsy. | নিশাই মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে শিলচৰ মেডিকেল কলেজ আৰু হাচপাতাললৈ পঠিয়াই দিয়ে । | asm_Beng |
26,297 | There is a difference between the Congress and the BJP. | কংগ্ৰেছ আৰু বিজেপিত যথেষ্ট পাৰ্থক্য আছে। | asm_Beng |
26,298 | Unknown server type requested. using standard server. | অজ্ঞাত ধৰণেৰ সেৱক অনুৰোধ কৰা হয়ছে. প্ৰমিত সেৱক ব্যবহৃত হবে। | asm_Beng |
26,299 | What is the ... | কাৰণটো কি বাৰু . | asm_Beng |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.