text stringlengths 1 2.59k ⌀ | language stringclasses 10
values |
|---|---|
বাংলাদেশে কেতিয়াও ত্ৰিপুৰীসকলৰ অৱদানৰ কথা নাপাহৰে বাংলাদেশৰ প্ৰতিনিধি | Assamese |
চেঁপা উত্তেজনাত উখৰুল চিহাইত মুখামুখি এন এচ চি এনআই এম আছাম ৰাইফলছ | Assamese |
নেপালৰ আগশাৰীৰ এয়াৰলাইন বুদ্ধ এয়াৰে গুৱাহাটীৰ পৰা চলাব পোনপটীয়া বিমানসেৱা | Assamese |
টালিটোপোলা বান্ধিবলৈ আৰু এগৰাকী বাংলাদেশী অভিনেতাক নিৰ্দেশ ভাৰত চৰকাৰৰ | Assamese |
ম্যানমাৰৰ নতুন বছৰত দেশখনে মুকলি কৰি দিব ৯০০০ গৰাকী কাৰাবন্দীক | Assamese |
ভুৱনেশ্বৰ কলিতা বিধেয়ক বিৰোধী দিলীপ শইকীয়া সমৰ্থক ৰাইজে বিচাৰ কৰি ভোট দিয়কঅখিল | Assamese |
এইবাৰ লুইতৰ বুকুয়েদি জাহাজত অসমলৈ মানুহ পঠিয়াব বাংলাদেশ চৰকাৰে | Assamese |
তৃণমূল প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলোৱা বাংলাদেশী অভিনেতাক ভাৰত ত্যাগৰ নিৰ্দেশ | Assamese |
চীনৰ হস্পিটেলত চিকিৎসাধীন পৰেশ বৰুৱা | Assamese |
অৰুণাচল ভাৰতৰ অংশ হিচাপে থকা ৩০০০০ মানচিত্ৰ ধ্বংস কৰিলে চীনে | Assamese |
প্ৰধান মন্ত্ৰী শ্বেইখ হাছিনাৰ মৰ্যাদা হানি অভিযোগত বাংলাদেশে গ্ৰেপ্তাৰ কৰিলে ফিফা বিষয়াক | Assamese |
বাৰ্মিজ আৰ্মিৰ অভিযানৰ পিছতে আত্মসমৰ্পণৰ ঢল আলফা স্বাধীন | Assamese |
ভিক্টোৰিয়া মেমিয়েলৰ ওপৰত ড্ৰোণ উৰুৱা চীনা নাগৰিকক গ্ৰেপ্তাৰ | Assamese |
ভাৰতত চকীদাৰ চৰ্চাৰ বিপৰীতে চিকিৎসকৰূপেও ৰাইজসেৱা ভুটানৰ প্ৰধান মন্ত্ৰীৰ | Assamese |
এটাও গুলী নুফুটা ছাৰ্জিকেল ষ্ট্ৰাইক৩ সংবাদ মাধ্যমৰ বাতৰিক ভিত্তিহীন আখ্যা | Assamese |
নিউজিলেণ্ডত বন্দুকধাৰীৰ ভয়াৱহ আক্ৰমণত কথমপি প্ৰাণৰক্ষা বাংলাদেশ ক্ৰিকেট দলৰ | Assamese |
পত্নীক প্ৰহাৰ কৰি গ্ৰেপ্তাৰ হল বাংলাদেশৰ ছচিয়েল মিডিয়াৰ নায়ক হিৰ আলম | Assamese |
ম্যানমাৰ সেনাৰ গুলীত নিহত আলফা স্বাঃ মেজৰ জ্যোতিৰ্ময় অসমৰ শেষকৃত্য সম্পন্ন জনালে সশস্ত্ৰ সংগঠনটোৱে | Assamese |
বাংলাদেশৰ ভূমি কোনো সন্ত্ৰাসবাদীক ব্যৱহাৰ কৰিব দিয়া নহব শ্বেইখ হাছিনা | Assamese |
চীন আৰু ভাৰত পাৰস্পৰিক বন্ধু হোৱা উচিত চীনৰ বিদেশ মন্ত্ৰী | Assamese |
শ্বাসৰুদ্ধকৰ পৰিবেশৰ সামৰণি সেনাৰ গুলীত নিহত বাংলাদেশৰ বিমান অপহৰণকাৰী | Assamese |
বাংলাদেশৰ ৰাজধানী ঢাকাত ভয়ংকৰ অগ্নিকাণ্ড মৃতকৰ সংখ্যা ৬৯ জনলৈ বৃদ্ধি | Assamese |
নাগৰিকত্ব সংশোধনী বিধেয়কক ভাৰতৰ নিৰ্বাচনী এজেণ্ডা আখ্যা দিলে বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই | Assamese |
বাংলাদেশত বিমান অপহৰণ কৰিছে বন্দুকধাৰীয়ে | Assamese |
নিৰ্ধাৰিত সময়ত হৈ নুঠিব ভাৰতবাংলাদেশৰ মাজৰ প্ৰস্তাৱিত ৰেল প্ৰকল্প | Assamese |
নাগা শান্তি আলোচনাক লৈ আশাবাদী ভাৰতীয় সেনা | Assamese |
মণিপুৰত মানৱ সৰবৰাহকাৰীৰ পৰা উদ্ধাৰ কৰা শতাধিক নেপালী কিশোৰী যুৱতীক স্বগৃহলৈ প্ৰেৰণ কৰা হব মেনকা গান্ধী | Assamese |
প্ৰধান মন্ত্ৰী মোদীৰ অৰুণাচল ভ্ৰমণ চীনে দেখুৱালে ৰঙা চকু | Assamese |
অৰুণাচলৰ চীন সীমান্তত ২০০০ মবাইল টাৱাৰ স্থাপন কৰিব বি এচ এন এলএ | Assamese |
বাংলাদেশ ভ্ৰমণত ভাৰতীয় বায়ুসেনা মুৰব্বী | Assamese |
আলফা স্বাঃ বিৰুদ্ধে কঠোৰ বাৰ্মিজ আৰ্মি নাগা বিদ্ৰোহীলৈ সুকীয়া শিবিৰ | Assamese |
বাংলাদেশত ৰহিঙিয়া শৰণাৰ্থীৰ কাষত হলীউড অভিনেত্ৰী এঞ্জেলিনা জলি | Assamese |
স্বাধীন খাচিলেণ্ডৰ স্বপ্নৰে বাংলাদেশত পুনৰ সংগঠিত এইচ এন এল চি | Assamese |
আলফাৰ ওপৰত মোক্ষম আঘাত ম্যানমাৰ সেনাৰ আক্ৰমণত নিহত আলফা স্বাকেডাৰ | Assamese |
এন এচ চি এনকে মুখ্যালয় দখলৰ পিছত ম্যানমাৰত কেনে আছে আলফা স্বাঃ | Assamese |
ভাৰতত আছে নিপল আৰু বাটনএমেৰিকান ৰাষ্ট্ৰপতি ত্ৰাম্প | Assamese |
ক্ৰিকেটৰ দুনিয়াত খ্যাতিহীন নেপালৰ কিশোৰে ভাঙিলে শচীনৰ ২৯ বছৰীয়া অভিলেখ | Assamese |
পুনৰ বাংলাদেশৰ প্ৰধান মন্ত্ৰী হোৱাৰ দিশে শ্বেখ হাছিনা ত্ৰিপুৰাৰ মুখ্য মন্ত্ৰী বিপ্লব দেবৰ শুভেচ্ছা | Assamese |
লুক ইষ্ট নীতিৰ প্ৰতি লক্ষ্য ৰাখি ম্যানমাৰত সম্পন্ন হল প্ৰথমখন আন্তৰ্জাতিক বিনিয়োগ সন্মিলন | Assamese |
বাৰ্মিজ আৰ্মিৰ দখলত এন এচ চি এনকেৰ মুখ্য কাৰ্য্যালয় | Assamese |
শিক্ষাৰ্থীৰ গতিবিধিৰ ওপৰত চকু চীনৰ বিদ্যালয়ৰ য়ুনিফৰ্মত জিপিএছ সংলগ্ন | Assamese |
এক ভয়ানক পথ দুৰ্ঘটনাত ২৩ জনকৈ লোক নিহত আহত ১৪ জন | Assamese |
বাংলাদেশৰ সংসদীয় নিৰ্বাচনত আৱামী লীগৰ বিজয়ৰ ভৱিষ্যতবাণী ইকনমিষ্ট ইণ্টেলিজেঞ্চ য়ুনিটৰ | Assamese |
সাধাৰণ নিৰ্বাচনত খালেদা জিয়াৰ প্ৰাৰ্থিত্বত বাংলাদেশ উচ্চ ন্যায়ালয়ৰ নিশেধাজ্ঞা | Assamese |
ভাৰতনেপালৰ মাজৰ নিৰ্মীয়মান ৰেলপথে শক্তিশালী কৰিব দ্বিপাক্ষিক সম্পৰ্ক | Assamese |
ভাৰতবাংলাদেশ সীমানদীসমূহ কিদৰে বেৰা হব কেন্দ্ৰীয় গৃহ মন্ত্ৰীৰে বৈঠক সোণোৱালৰ | Assamese |
নেপালত ১০০ টকাতকৈ অধিক মূল্যৰ ভাৰতীয় টকা লগত ৰখাত নিষেধাজ্ঞা | Assamese |
নেপালত অসমৰ যুৱতীৰ চাঞ্চল্যকৰ | Assamese |
বেগম খালেদা জিয়াই নিৰ্বাচন খেলিব পাৰিবনে নাই সেয়া আজি নিৰ্ণয় কৰিব আদালতে | Assamese |
অসমত জামাতুল মুজাহিদিনৰ উপস্থিতি সম্পৰ্কে দিল্লীক সকীয়াই দিছে ঢাকাই | Assamese |
নেহা শৰ্মা নে যমুনা থাপা ইজৰায়েলত দেহৰ সকলো অংগ উলিয়াই নিছে মৃত যুৱতীৰ | Assamese |
বাংলাদেশ চৰকাৰৰ দ্বাৰা মাডাৰ অব হিউমেনিটী এৱাৰ্ড প্ৰৱৰ্তন | Assamese |
চীনৰ অন্ধবিশ্বাসৰ ভেটিত গঢ় লৈ উঠিছে আফ্ৰিকাত সিংহৰ হাড়ৰ বৃহৎ বজাৰ | Assamese |
পুনৰ দুৰ্য্যোগ শংকা তিব্বতত আকৌ আবদ্ধ য়াৰ্লুং চাংপ | Assamese |
বাংলাদেশত বৃদ্ধি হিন্দুৰ সংখ্যা পূৰাদমে চলি আছে ধৰ্ম চৰ্চা নিৰ্য্যাতন কত | Assamese |
ঢাকাত বিজয়া দশমী উদযাপনত ব্যস্ত উচ্চায়ুক্তৰামকৃষ্ণ মিছন হিন্দু নিৰ্য্যাতন কত | Assamese |
ভাৰতীয়ৰ প্ৰৱেশত নিষেধাজ্ঞা বিদেশীক লৈ অসমৰ দুশ্চিন্তাৰ বিপৰীতে কঠোৰ ভুটান | Assamese |
ৰাতিয়ে বুৰ যাব পাৰে ডিব্ৰুগড় তিব্বতৰ পৰা বিধ্বংসী ৰূপত নামিছে পানীৰ বিশাল ঢল | Assamese |
বাংলাদেশৰ সেনাত নিযুক্ত প্ৰথমগৰাকী মহিলা মেজৰ জেনেৰেল ড০ ছুছান গিতি | Assamese |
ছবছৰ ধৰি ভাৰতত কাৰাবন্দী হৈ থকা সাতজন ৰহিংগিয়াক আজি মোৰেহ হৈ ম্যানমাৰলৈ প্ৰত্যৰ্পণ | Assamese |
ভাৰতৰ সৈতে বন্দৰ চুক্তি সম্পাদনত বাংলাদেশ কেবিনেটৰ অনুমোদন | Assamese |
নেপালৰ চৰকাৰী পৃষ্ঠপোষকতাত বাঘৰ সংখ্যা দুগুণলৈ বৃদ্ধি | Assamese |
বাংলাদেশৰ নতুন ডিজিটেল নিৰাপত্তা আইন বাক স্বাধীনতাৰ প্ৰতি ভাবুকি | Assamese |
হিন্দু বাংলাদেশীক নিমন্ত্ৰণ বিজেপি নেতাৰ | Assamese |
ডি এন টি আৰু ডি পি টি দলক প্ৰাৰ্থী মনোনীত কৰিবলৈ নিৰ্দেশ ভূটানৰ নিৰ্বাচন আয়োগৰ | Assamese |
ভূটানৰ নিৰ্বাচন ভ্ৰমণকাৰীৰ বাবে বন্ধ কৰি দিয়া হৈছে ছামদ্ৰুপ জংখাৰৰ সীমান্ত প্ৰৱেশ পথ | Assamese |
অসম সাহিত্য সভাই অবৈধ প্ৰব্ৰজনকাৰীৰ ক্ষেত্ৰত কেতিয়াও আপোচ নকৰে ড০ পৰমানন্দ ৰাজবংশী | Assamese |
উত্তৰপূৰ্বাঞ্চলৰে বাংলাদেশৰ চিটাগং বন্দৰক সংযোগৰ পৰিকল্পনাত চীনৰ সহযোগিতা বিচাৰিলে কেন্দ্ৰই | Assamese |
দৰঙাত ভাৰতভুটান সীমান্তত বাণিজ্য কেন্দ্ৰ মুকলি | Assamese |
মুখ্যসচিবক সাক্ষাৎ কৰিলে গুৱাহাটীস্থিত বাংলাদেশৰ সহকাৰী উচ্চায়ুক্তই | Assamese |
৭২ সংখ্যক স্বাধীনতা দিৱসৰ দিনা অৰুণাচলৰ বুমলাত ভাৰতীয় সেনাচীনা সেনাৰ গুৰুত্বপূৰ্ণ বৈঠক | Assamese |
ভাৰতত জামাত উল মুজাহিদিন বেংগালুৰুত গ্ৰেপ্তাৰ বাংলাদেশৰ পৰা পলোৱা দুৰ্ধৰ্ষ সন্ত্ৰাসবাদীক | Assamese |
১ ছেপ্টেম্বৰৰ পৰা ভূটান হৈ গুৱাহাটীছিংগাপুৰৰ মাজত চলিব বিমান সেৱা | Assamese |
বাণিজ্যিক ভাৰসাম্যহীনতা হ্ৰাস কৰাৰ বাবে ভাৰতীয় বিনিয়োগ বিচাৰিলে নেপালে | Assamese |
ঐতিহাসিক সূচনা আজি মুকলি কৰা হব ভাৰতম্যানমাৰৰ মাজৰ স্থলপথ | Assamese |
ৰহিঙীয়া শৰণাৰ্থী সমস্যাটোত ভাৰতে বাংলাদেশলৈ সহায়ৰ হাত আগ বঢ়াইছে কিৰেন ৰিজিজু | Assamese |
ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী ভাৰতৰ এটা অভ্যন্তৰীণ বিষয় বাংলাদেশী উচ্চায়ুক্ত | Assamese |
সর্বাধিক আন্তৰ্জাতিক পৰ্যটকৰ আগমনেৰে বিশ্ব পৰ্যটনৰ মানচিত্ৰত উজলিল ভূটান | Assamese |
অসমৰ এনআৰচিয়ে বিঘ্নিত নকৰে ভাৰতবাংলাদেশৰ দ্বিপাক্ষিক সম্পৰ্ক বাংলাদেশৰ বিদেশ মন্ত্ৰী | Assamese |
অসমৰ ডিটেনচন কেম্পৰ বিদেশীক ভ্ৰমণ নথি দিছে বাংলাদেশ চৰকাৰেকিৰেন ৰিজিজু | Assamese |
কঠোৰ জনসংখ্যা নীতিৰ কুফলে সংকট মাতিছে চীনলৈ অধিক সন্তান জন্ম দিয়াত উৎসাহৰ চিন্তাচৰ্চা | Assamese |
ম্যানমাৰত ৰহিঙীয়াৰ মানৱাধিকাৰ উল্লংঘনত ৰাষ্ট্ৰসংঘৰ উদ্বিগ্নতা প্ৰকাশ | Assamese |
অহা ২২ জুলাইত আগৰতলাত ভাৰতবাংলাদেশ সীমান্ত সুৰক্ষা বাহিনীৰ গুৰুত্বপূৰ্ণ বৈঠক | Assamese |
ভাৰতৰ ৰাষ্ট্ৰপতি প্ৰধান মন্ত্ৰী আৰু কংগ্ৰেছ সভাপতি ৰাহুল গান্ধীক সাক্ষাত ভুটানৰ প্ৰধান মন্ত্ৰীৰ | Assamese |
কাইলৈ চৰকাৰী ভ্ৰমণসূচীত ভাৰতলৈ আহিব ভুটানৰ প্ৰধান মন্ত্ৰী ছেৰিং টোবগে | Assamese |
লক্ষ্ণৌ আৰক্ষীৰ হাতত ভালেকেইটা ডকাইতিত জড়িত বাংলাদেশী নাগৰিক গ্ৰেপ্তাৰ | Assamese |
তিব্বতত তিনিটা নতুন বিমানবন্দৰ পৰিকল্পনা চীনৰ দক্ষিণ পূবএছিয়াৰ আকাশত ড্ৰেগনৰ ৰণদুন্দুভি | Assamese |
এভাৰেষ্ট আৰোহণ যাৰ বাবে এক নিচা অভিলেখসংখ্যক ২২ বাৰ বিশ্বৰ শিখৰত নেপালৰ কামি চেৰ্পা | Assamese |
চীনা সামগ্ৰী বৰ্জন দূৰৰ কথা এইবাৰ দুৰ্গা পূজাকে স্পনছ কৰিব চীনে | Assamese |
অৰুণাচলৰ সিপাৰে চীনৰ সীমান্তত সোণৰ বৃহৎ ভাণ্ডাৰ বৃদ্ধি হব পাৰে আধিপত্যৰ যুঁজ | Assamese |
এনআৰচিৰ পাছতেই হিংসাত্মক হব অসমৰ পৰিস্থিতিআউটলুক সমীক্ষাক লৈ চাঞ্চল্য | Assamese |
ৰহিংগীয়া শৰণাৰ্থী সমস্যাৰ বাতৰি পৰিৱেশনেৰে বাফটা বঁটা জিনিলে স্কাই নিউজে | Assamese |
মণিপুৰত মেত ৩.৬২ কোটি টকাৰ সোণৰ বিস্কুট জব্দ আছাম ৰাইফলছৰ | Assamese |
বাংলাদেশত ভয়াৱহ বানপানীৰ আশংকা প্ৰকাশ বতৰ বিজ্ঞান কেন্দ্ৰৰ | Assamese |
ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক আদৰিবলৈ সাজু নেপাল | Assamese |
চীনৰ সৰ্ববৃহৎ বাণিজ্য মেলা পৰিদর্শন মণিপুৰৰ ব্যৱসায়ী দলৰ | Assamese |
সুচল যোগাযোগে হে ত্বৰান্বিত কৰিব দক্ষিণ এছীয় দেশসমূহৰ বাণিজ্য চি ইউ টি এছ ইণ্টাৰনেশ্যনেল | Assamese |
নেপালস্থিত ভাৰতীয় দূতাৱাসৰ সমীপত সংঘটিত আক্ৰমণৰ মাষ্টাৰমাইণ্ডক গ্ৰেপ্তাৰ দিল্লীত | Assamese |
ৰহিংগীয়া শৰণাৰ্থীক ঘূৰাই লবলৈ সাজু হৈছে ম্যানমাৰ চৰকাৰ | Assamese |
ৰহিংগিয়া সংকট মোচনৰ উদ্দেশ্যে বাংলাদেশত ৰাষ্ট্ৰসংঘৰ দল | Assamese |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.