text stringlengths 1 2.59k ⌀ | language stringclasses 10
values |
|---|---|
নেপালৰ চিমেণ্ট উদ্যোগত চীনা প্ৰতিষ্ঠানৰ বৃহৎ বিনিয়োগ | Assamese |
ঢাকাত চাৰি দিনযোৰা কাৰ্যসূচীৰে ষষ্ঠ বেংগল শাস্ত্ৰীয় সংগীত মহোৎসৱ আৰম্ভ | Assamese |
গঁড় হত্যা ৰোধৰ সজাগতা সৃষ্টিৰ লক্ষৰে ৩২ খন চহৰৰ মাজেৰে চাইকেল যাত্ৰা অসমৰ পেৰাচাক্লিষ্টৰ | Assamese |
আন্তঃৰাষ্ট্ৰীয় ভাবমূৰ্তি বিনষ্ট সত্ত্বেও কব্ৰা গল্ড সামৰিক অনুশীলনত অংশ লবলৈ আমন্ত্ৰণ লাভ ম্যানমাৰৰ | Assamese |
প্ৰথম ভাৰতভূটান শিশু চিত্ৰাংকণ কৰ্মশালা | Assamese |
চীনৰ অৱদমনৰ বিৰুদ্ধে আন এজন তিব্বতীৰ আত্মজাহ | Assamese |
উত্তৰপূবৰ ৰাজ্যকেইখনক চিটাগং বন্দৰ ব্যৱহাৰ কৰিবলৈ দিবলৈ বাংলাদেশক আহ্বান মানিক সৰকাৰৰ | Assamese |
জাপান আৰু ভূটানে চাৰিটা বৃহৎ প্ৰকল্পৰ চুক্তিত স্বাক্ষৰ কৰিব | Assamese |
৪০০ কিলোভল্টৰ আন্তঃসীমা বিদ্যুৎ লাইনৰ প্ৰকল্প খৰতকীয়া কৰিবলৈ ভাৰতক অনুৰোধ কৰিব নেপালে | Assamese |
চীনভাৰত সীমান্তত ঘটা যিকোনো ধৰণৰ অনুপ্ৰৱেশ চম্ভালিবলৈ সক্ষম ভাৰতীয় সেনা | Assamese |
দুয়োখন দেশৰ মাজৰ সম্পৰ্ক এতিয়া সৰ্বশ্ৰেষ্ঠ পৰ্য্যায়ত আছে বাংলাদেশৰ সমাজ কল্যাণ মন্ত্ৰী | Assamese |
ছেটেলাইট আলোকচিত্রত ধৰা পৰিল চীনৰ ভযংকৰ ষড়যন্ত্ৰঃ চীনত মাটিৰ তলৰ ৯০০ মিটাৰ সুংৰগত অদৃশ্য হব ব্ৰহ্মপুত্ৰ | Assamese |
নেপালৰ নিৰ্বাচনত বাওঁ মিত্ৰ দল জয়ী হোৱাৰ পথত | Assamese |
ব্ৰহ্মপুত্ৰৰ পানী দূষিত হোৱা বিষয়টো চীনৰ সৈতে আলোচনা কৰিছে ভাৰত চৰকাৰে | Assamese |
৪০০ হিন্দু পৰিয়ালক ঘূৰাই অনাৰ সিদ্ধান্ত ম্যানমাৰ চৰকাৰৰ | Assamese |
দক্ষিণ এছিয়া বেডমিণ্টনত অসমৰ অস্মিতা চলিহাৰ বিজয় সাব্যস্ত | Assamese |
ব্ৰহ্মপুত্ৰৰ প্ৰদুষণ আৰু দিশ সলনি সম্পৰ্কত কিৰেণ ৰিজিজুৰ মন্তব্য | Assamese |
বাংলাদেশৰ মনিপুৰী সংগঠনে সাক্ষাৎ কৰিলে মুখ্যমন্ত্ৰী এন বীৰেন সিঙক | Assamese |
ৰহিঙীয়া মুচলমানক ম্যানমাৰলৈ প্ৰত্যাৱৰ্তনত সহায়ৰ লক্ষ্যৰে ম্যানমাৰ আৰু বাংলাদেশৰ মাজত চুক্তি সম্পাদন | Assamese |
পৰিৱেশজনিত শৰণাৰ্থী সাগৰপৃষ্ঠৰ উচ্চতা বৃদ্ধিয়ে বিপদ কঢ়িয়াইছে বাংলাদেশলৈ | Assamese |
পৰেশ বৰুৱাই অসমলৈ আহি এসপ্তাহ থাকি যাওঁক হিমন্ত বিশ্ব শৰ্মা | Assamese |
প্ৰদূষণৰ কৱলত বোকাখাতৰ ৰঙাগড়া অঞ্চল দুৰ্গন্ধত অতিষ্ঠ অঞ্চলবাসী | Assamese |
নগাৰ কবলৰ পৰা উদ্ধাৰ মেৰাপানীৰ অপহৃত যুৱক বাবু গগৈ | Assamese |
বৃহৎ কোম্পানী আৰু বিজেপি চৰকাৰৰ পৃষ্ঠপোষকতাত অসমত আৰম্ভ কৰা তৈল খেজুৰৰ খেতিৰ বিৰোধিতা আপৰ | Assamese |
ক্ৰিকেটৰ পৰা অৱসৰ ললে মনোজ তিৱাৰীয়ে | Assamese |
আতিথ্যত অসন্তুষ্ট ক্ষোভিত পাণ্ডিয়াই কেৰিবিয়ান ব্ডলৈ দিলে পৰামৰ্শ | Assamese |
ব্যায়াম কৰাৰ পৰতে ঘৰিয়ালে প্ৰাণ ললে কোষ্টাৰিকান ফুটবলাৰৰ | Assamese |
কাৰাগাৰত সন্ত্রাসবাদীৰ বাবে সংৰক্ষিত কোঠাত ৰখা হৈছে পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানক | Assamese |
অথলে গল ৰিয়ান পৰাগৰ দৰ্শনীয় প্ৰদৰ্শন দেওধৰ ট্ৰফীত ইষ্ট জনক পৰাস্ত কৰি চেম্পিয়ন ছাউথ জন | Assamese |
প্ৰস্তাৱিত পাম খেতিয়ে অসমত মৰুভূমি সৃষ্টি কৰিবঃ ডি ৱাই এফ আই | Assamese |
মণিপুৰৰ হিংসাত জ্বলি ছাই হৈ গল ভাৰতীয় জাতীয় দলৰ ফুটবলাৰৰ সপোন আক্ষেপ চিংলেনছানাৰ | Assamese |
বিমানত মনে মনে নিদ্ৰাৰত ধোনীৰ ফটো তুলি অপমানিত হল বিমান পৰিচাৰিকা | Assamese |
ৰোহিতবিৰাট বিহীন টীম ইণ্ডিয়াৰ পৰাজয় শৃংখলাত সমতা স্থাপন ৱেষ্ট ইণ্ডিজৰ | Assamese |
এটা অভাৰত ৭ টা ছয় ৪৮ ৰাণ বিধ্বংসী বেটিঙেৰে বলাৰক কন্দুৱাই অভিলেখ গঢ়িলে এগৰাকী অখ্যাত বেটাৰে | Assamese |
কাজিৰঙাত উদ্ধাৰ গড়ৰ মৃতদেহ চোৰাং চিকাৰক অস্বীকাৰ বন বিভাগৰ | Assamese |
চুৰিদাৰ পৰিধান কৰি অহাৰ বাবেই অধ্যাপিকাৰ শ্ৰেণী বৰ্জন কলজীয়া শিক্ষাৰ্থীৰ | Assamese |
ৰিয়ান পৰাগৰ চমক ১১টা ছয় আৰু ৫টা চাৰিৰে দুৰ্দান্ত শতক ১৩১ ৰানৰ ইনিংছেৰে যোগ্য প্ৰত্যুত্তৰ সমালোচকক | Assamese |
মাইলষ্টন এলাৰ্ট ৰোহিত শৰ্মাৰ সমুখত শচীন পণ্টিং গাংগুলীক অতিক্ৰমৰ সুযোগ | Assamese |
প্ৰসঙ্গঃ উপেক্ষিত উজনি অসম মাধুৰ্য বৰুৱা | Assamese |
পৰিচাৰিকাক যৌন নিৰ্যাতনৰ শাস্তি ছিংগাপুৰত ভাৰতীয় লোকক ১৮ বছৰৰ জেল ১২টা সৌকাৰ কোব | Assamese |
মণিপুৰ সম্পৰ্কে মোদীৰ মৌনতা ভাঙিবলৈ লোকসভাত গৰ্জন সাংসদ গৌৰৱ গগৈৰ | Assamese |
মণিপুৰ কাণ্ডৰ ব্যৱচ্চেদন | Assamese |
মানুহৰ মুক্তি আৰু ন্যায়ৰ বাবে ২৭ বছৰ ৭ মাহ জেলত থকা প্ৰেমিক মানুহজন আজি নেলছন মেণ্ডেলাৰ জন্মদিন | Assamese |
আন্তৰ্জাতিক মুদ্ৰা নিধিৰ ভৱিষ্যৎবাণী | Assamese |
ভাড়াতীয়া সেনানী | Assamese |
জৰুৰীকালীন অৱস্থা আৰু আৰ এছ এছ | Assamese |
নতুন বাইক ১২৫ চিচিৰ হোণ্ডা মাংকি মুকলি চেহেৰা দেখি লাগিব ভেল্কি | Assamese |
সম্পর্ক গঢ়িলেও পত্নী লেখীয়া কাকো বিচাৰি নাপালো প্ৰেম জীৱনৰ গোপন ৰহস্য মুকলি কৰিলে ৰতন টাটাই | Assamese |
কোন এই স্বাতী এতিয়া বহু কোটি টকাৰ কোম্পানীৰ মালিক ৰতন টাটাও অনুৰাগী এই যুৱতীৰ | Assamese |
নামৰূপ সাৰ কাৰখানা বন্ধৰ কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্তৰ বিৰোধিতা জেচিটিইউৰ | Assamese |
আয় কৰ ফাঁকি কোটিপতি ইউটিউবাৰক গ্ৰেপ্তাৰ | Assamese |
ধনেই নহয় বিশাল মনো দিনে ৩ কোটি টকা দান ২.৫ লাখ কোটি টকাৰ মালিক এই ভাৰতীয় ব্যক্তিক জানেনে | Assamese |
ভাৰতৰ বজাৰলৈ আহিল ফেচলিফ্ট ৯৪ লাখ টকাৰ পৰা আৰম্ভ দাম | Assamese |
বজাৰলৈ ৰয়েল এনফিল্ডৰ শক্তিশালী বাইক টক্কৰ দিব হাৰ্লিডেভিডছনক | Assamese |
ভাৰতৰ বজাৰলৈ আহিল টাটা পাঞ্চৰ সৈতে অৱতীৰ্ণ হব প্ৰতিযোগিতাত কি কি ফিচাৰ্ছ থাকিব গাড়ীখনত | Assamese |
সলনি হব পাৰে বিশ্বকাপৰ ভাৰতপাক মেচৰ তাৰিখইঙ্গিত বিচিচিআইৰ | Assamese |
মল্লযুঁজাৰুৰ যৌন উৎপীড়ন গোচৰব্ৰিজ ভূষণলৈ দুদিনৰ অন্তৱৰ্তীকালীন জামিন | Assamese |
সুখবৰ বৰ্ষাপাৰাত পুনৰ আন্ত:ৰাষ্ট্ৰীয় ক্ৰিকেট মেচ বিপক্ষ অষ্ট্ৰেলিয়া | Assamese |
অশ্বিনৰ ঘূৰ্ণীত তাচপাতৰ দৰে খহি পৰিল ৱেষ্ট ইণ্ডিজৰ ইনিংছ অভিষেকতে মেচৰ শ্ৰেষ্ঠ যশস্বী | Assamese |
মণিপুৰত আস্থা ঘূৰাই আনিবলৈ উচ্চতম ন্যায়ালয়ৰ তিনিগৰাকী অৱসৰপ্ৰাপ্ত মহিলা ন্যায়াধীশৰ কমিটি গঠন | Assamese |
ৰাজ্যসভাত গৃহীত দিল্লী অধ্যাদেশ হুইল চেয়াৰত বহি ৰাজ্যসভাত প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিং | Assamese |
চাণক্য নীতিমানুহৰ জীৱনত আটাইতকৈ ডাঙৰ এই যন্ত্ৰণা জুইয়ে নোপোৰাকৈয়ে কৰে দগ্ধ | Assamese |
লখিমপুৰত ৰ তথ্য সংগ্ৰহ কাৰ্যসূচীৰ সফল সমাপ্তি | Assamese |
ডমিনিকাত যশস্বীৰ যশস্যাহল কেইবাটাও কৃতিত্বৰ অধিকাৰী | Assamese |
পত্নীক ভালপোৱাৰ বাবে সলনি কৰিছিল জাৰ্চি নম্বৰ কিংবদন্তি ক্ৰিকেটাৰ ৰাহুল দ্ৰাবিড়ৰ প্ৰেম কাহিনী | Assamese |
স্পীন ত্ৰাসকেৰিবিয়ান ভূমিত অশ্বিনৰ অভিলেখ | Assamese |
যেন কুবেৰৰ সাম্ৰাজ্য ধোনীতকৈও ধনৱন্ত কোহলীসম্পত্তিৰ পৰিমাণ শুনিলে চকু কপালত উঠিব আপোনাৰ | Assamese |
জামিন লাভ কৰিলে বিজেপি কৰ্মী লাচিত গগৈয়ে | Assamese |
ফেচবুক কৰ্ণাৰ কলেজৰ অধ্যক্ষ ছাত্ৰ সংগঠনত কিয় | Assamese |
উইম্বলডনে ভংগ কৰিলে ১৪৬ বছৰীয়া নিয়ম এতিয়া মহিলাসকলে পিন্ধিব পাৰিব ৰঙীণ অন্তৰ্বাস | Assamese |
দিল্লী এইমছত বিধ্বংসী অগ্নিকাণ্ড আতংকিত ৰোগী আত্মীয় | Assamese |
কম্বোডিয়াৰ নতুন প্ৰধানমন্ত্ৰী হল হুন মানেট দেশখনৰ ৰজা ছিহামানীয়ে দিলে নিযুক্তি | Assamese |
বিতৰ্ক ছাফ চেম্পিয়নশ্বিপ জয়ৰ পিছত ভাৰতীয় খেলুৱৈৰ গাত ত্ৰিৰংগাৰ সলনি সাতৰঙী পতাকা | Assamese |
সাংসদ পদ ঘুৰাই পালে ৰাহুল গান্ধীয়ে জনালে লোকসভাৰ অধ্যক্ষৰ সচিবালয়ে | Assamese |
বিশ্বজিৎ চক্ৰৱৰ্তীঃ এক অদমনীয় প্ৰেৰণাৰ প্ৰতীক | Assamese |
প্ৰসঙ্গঃ হৰেন্দ্ৰনাথ বৰঠাকুৰ | Assamese |
প্ৰসঙ্গঃ পুলিচআইন আইন বহিঃৰ্ভূত কাৰ্য | Assamese |
ৰাইজে কান্দিব নোৱাৰে কিশোৰ কুমাৰ কলিতা | Assamese |
চিনেমা কথাদা কেৰালা ষ্টী | Assamese |
কর্ণাটকৰ নির্বাচনী ফলাফলৰ তাৎপৰ্য | Assamese |
অবৈধ বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ সপক্ষে ৰাইজ আৰু চৰকাৰ | Assamese |
বিজ্ঞানমনস্কতা আৰু ইলোৰা বিজ্ঞান মঞ্চৰ দুটি দশক | Assamese |
বয়স মাত্ৰ ১১ বছৰ কিন্তু কোটি টকা উপাৰ্জন কৰে এইগৰাকী কণমানিয়েকেনেকৈ | Assamese |
কোন বা জিকে টুইটাৰ আৰু মেটাৰ মাজত থ্ৰেডছক লৈ যুঁজ আইনী ব্যৱস্থাৰ হুংকাৰ ইলন মাস্কৰ | Assamese |
টুইটাৰৰ শত্ৰু আৱিৰ্ভাৱ ইনষ্টাগ্ৰামে আনিছে নতুন এপ কি কি সুবিধা আছে ইয়াত চাওক সবিশেষ | Assamese |
এক কিলোমিটাৰ যাবলৈ খৰচ হব মাত্ৰ ১০ পইচা দৰিদ্ৰৰ বাবে ডাঙৰ উপহাৰ টাটাৰ | Assamese |
বনাম কোনখন বাইক উঠিব আপোনাৰ বাচনিত | Assamese |
আজিৰ তাৰিখত আমাৰ ইয়াত বিলাহীৰ দাম ১২০ টকাপাকিস্তানত কিমান | Assamese |
আৰ্থিক চাপত পৰি বন্ধ হৈ গল বিশ্বৰ আটাইতকৈ পুৰণি বাতৰি কাকতখন | Assamese |
পুনৰ বাঢ়িল গাখীৰৰ মূল্যকিমান বাঢ়িল কিয় বাঢ়িল জানিবলৈ পঢ়ক | Assamese |
কেন্দ্ৰৰ নিৰ্দেশক প্ৰত্যাহ্বান জনাই শলঠেকত টুইটাৰ ৫০ লাখ জৰিমনাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ | Assamese |
ভাল খবৰ ভাৰতীয় মহিলা ক্ৰিকেট দলত স্থান লাভ অসম কন্যা উমা ছেত্ৰীৰ | Assamese |
এইবাৰ প্ৰথম ক্ৰিকেট বিশ্বকাপত নাথাকিব দুবাৰৰ চেম্পিয়ন ৱেষ্ট ইণ্ডিজ | Assamese |
সুযোগ এ চি চি পুৰুষ ইমাৰ্জিং টিমছ এছিয়া কাপ ২০২৩ৰ বাবে ইণ্ডিয়া এ দলত ৰিয়ান পৰাগ | Assamese |
শচীনসৌৰভৰ সৈতেও খেলিছিল ভাৰতৰ উত্তীৰ্ণ একমাত্ৰ ক্ৰিকেটাৰগৰাকীক চিনি পায়নে | Assamese |
নীলাসেউজীয়া ৰঙৰ বৰ্ণচ্ছটা চন্দ্ৰৰ কক্ষপথত উপনীত হৈয়েই প্ৰথম ছবি প্ৰেৰণ চন্দ্ৰযান৩ৰ ভিডিঅ | Assamese |
অবিশ্বাস্য গুৰপ্ৰীত পেনাল্টিত লেবাননক পৰাস্ত কৰি ছাফ চেম্পিয়নশ্বিপৰ ফাইনেলত ভাৰত | Assamese |
চলন্ত চিফুং এক্সপ্ৰেছত অসমৰ যুৱতীক দলবদ্ধ ধৰ্ষণৰ অভিযোগ দুজনক গ্ৰেপ্তাৰ | Assamese |
এনে পত্নী আৰু এনে সেৱকৰ সৈতে বাস কৰাটো মৃত্যুৰ সমান চাওক কি কৈছে চাণক্য নীতিয়ে | Assamese |
ৱেষ্ট ইণ্ডিজ ভ্ৰমণ সমাপ্তিৰ পিছতে আয়াৰলেণ্ড ভ্ৰমণ কৰিব ভাৰতীয় ক্ৰিকেট দলেসূচী ঘোষণা | Assamese |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.