text stringlengths 1 2.59k ⌀ | language stringclasses 10
values |
|---|---|
শৰণাৰ্থীৰ সমস্যাৰ স্থায়ী নিষ্পত্তিৰ দাবী নেপালস্থিত ভুটীয়া শৰণাৰ্থী প্ৰতিনিধিৰ | Assamese |
প্ৰেছিডেন্সিয়েল কাপ বেছবল প্ৰতিযোগিতাৰ ফাইনেলত ভাৰতনেপাল | Assamese |
পৰিবহন চুক্তি পুণৰীক্ষণৰ বৈঠকত বহিল ভাৰত নেপাল | Assamese |
চীনৰ খাদ্য আৰু কৃষি সংস্থাৰ চাহ সন্মিলনত অংশগ্ৰহণ কৰিব ভাৰতে | Assamese |
ভূটানত ৰাষ্ট্ৰীয় পৰিষদৰ নিৰ্বাচন সম্পন্ন ডেকা শক্তিৰ চমকপ্ৰদ উত্থান | Assamese |
ব্রহ্মপুত্রৰ তথ্য আদানপ্ৰদান কৰিবলৈ সন্মত ৰঙা চীনঃ সুষমা স্বৰাজ | Assamese |
ৰয়টাৰৰ দুই সাংবাদিকৰ বিৰুদ্ধে থকা গোচৰ খাৰিজ কৰিবলৈ অস্বীকাৰ ম্যানমাৰৰ বিচাৰকৰ | Assamese |
পাঞ্চেশ্বৰ জলবিদ্যুৎ প্ৰকল্পৰ ওপৰত আলোচনা পুনৰ আৰম্ভ কৰিব ভাৰতে | Assamese |
ৰহিঙীয়া শৰণাৰ্থীৰ অৱস্থাৰ বুজ লবলৈ বাংলাদেশ ম্যানমাৰ ভ্ৰমণ কৰিব নিৰাপত্তা পৰিষদৰ ৰাষ্ট্ৰদূতে | Assamese |
বাংলাদেশ ভ্ৰমণ কৰা ভাৰতীয় সাংবাদিকৰ দলে আহৰণ কৰিলে সীমান্ত ব্যৱস্থাপনাৰ প্ৰাথমিক তথ্য | Assamese |
বাংলাদেশৰ ঢাকাত পৰিৱেশিত হব অসমৰ সত্ৰীয়া নৃত্য | Assamese |
ঢাকাত ভাৰতবাংলা বিদেশ সচিব পৰ্যায়ৰ দ্বিপাক্ষিক আলোচনা | Assamese |
জনবসতিহীন দ্বীপলৈ ৰহিঙীয়া শৰণাৰ্থী স্থানান্তৰ কৰিব বাংলাদেশে | Assamese |
বাংলাদেশৰ ৬৭৫ জন শৰণাৰ্থীক গ্ৰহণ কৰিবলৈ প্ৰস্তুত ম্যানমাৰ | Assamese |
ৰঙা চীনক ৰুধিবলৈ নাছাইছৰ নতুন অভিযানমিছন ব্ৰহ্মপুত্ৰ | Assamese |
বিশ্বৰ সবাতোকৈ দীঘল সমুদ্ৰ দলং মুকলিৰ বাবে সাজু চীন | Assamese |
নকল কৰাত অসুবিধা নেপালত আৰক্ষীৰ উপস্থিতিতে পৰীক্ষাৰ্থীয়ে ভাঙিলে চি চি টি ভি কেমেৰা | Assamese |
দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমটো বিদেশ ভ্ৰমণতে অহা শুকুৰবাৰে ভাৰতলৈ আহিব নেপালৰ প্ৰধান মন্ত্ৰী অলী | Assamese |
৭৩ সংখ্যক ম্যানমাৰ সেনা দিৱস উপলক্ষে ভাৰতম্যানমাৰ সেনা বাহিনীৰ বৈঠক | Assamese |
বহু হাজাৰ ৰহিঙীয়াৰ মাজৰ মাত্ৰ কেইশ মানৰহে প্ৰত্যাৱৰ্তনত অনুমোদন ম্যানমাৰৰ | Assamese |
বাংলাদেশৰ সাহিত্য আৰু সংস্কৃতিৰ শীৰ্ষ সন্মিলনত মেঘালয়ৰ দুগৰাকী কবিক সম্বৰ্ধনা | Assamese |
খ্ৰীষ্টধৰ্মীয় উৎসৱ ইষ্টাৰৰ পূৰ্বেই ঘৃণা অন্যায় নৃগোষ্ঠীয় সংঘাত এৰাৰ বাবে দেশবাসীক আহ্বান ম্যানমাৰৰ কেথলিক কাৰ্দিনেল চাৰ্লছ ব | Assamese |
ভাৰতৰ সৈতে ব্ৰহ্মপুত্ৰ সম্পৰ্কীয় তথ্য আদান প্ৰদানত চীনৰ সন্মতি | Assamese |
ভাৰতভূটানৰ কূটনৈতিক সম্পৰ্কৰ সোণালী জয়ন্তী উপলক্ষে পালন অসম উৎসৱ | Assamese |
বাংলাদেশৰ মুক্তিযোদ্ধা বীৰ প্ৰতীক কাকন বিবিৰ পৰলোকপ্ৰাপ্তি | Assamese |
এপ্ৰিলত ভাৰত ভ্ৰমণলৈ আহিব নেপালৰ প্ৰধান মন্ত্ৰী কে পি শৰ্মা অলী | Assamese |
আৰম্ভ হোৱাৰ ৫ মাহ পিছতেই বন্ধ কৰিবলগীয়া হল ভূটানৰ ৰিগনে মহাবিদ্যালয় | Assamese |
ম্যানমাৰৰ নিম্ন সদনৰ অধ্যক্ষ উ উইন মিণ্টৰ পদত্যাগ | Assamese |
ৰাষ্ট্ৰপতিৰ পৰিৱৰ্তনে ৰাজনৈতিক পৰিস্থিতিত কোনো প্ৰভাৱ নেপেলায় ইউ এছ ডি পি | Assamese |
মহাকাশলৈ প্রথমটো উপগ্ৰহ উৎক্ষেপণৰ বাবে সাজু ভূটান | Assamese |
ম্যানমাৰৰ পৰা চাউল সংগ্ৰহত শক্তিশালী সংগ্ৰাহক লবি দৃঢ় বাধাই দলিয়াই পেলাইছে এক্ট ইষ্ট নীতিকে | Assamese |
ইতিহাস সৃষ্টি নেপাল ক্ৰিকেট দলৰ পাপুৱা নিউ গিনিক পৰাস্ত কৰি আন্তঃৰাষ্ট্ৰীয় এদিনীয়া দলৰ মৰ্য্যাদা অৰ্জন | Assamese |
মালয়েছিয়া আৰক্ষীৰ জালত ২৮ বাংলাদেশী নাগৰিক | Assamese |
কাঠমাণ্ডুৰ বিমান বন্দৰত অৱতৰণৰ সময়তে ধ্বংস হল ইউ এছবাংলা এয়াৰলাইনছৰ বিমান ৫০জন নিহত ২০জন আহত | Assamese |
ৰাখিনেৰ হিংসাত্মক ঘটনাত ভগনীয়া হোৱা লোকৰ সংখ্যা ৫ লাখ প্ৰথমবাৰলৈ ঘোষণা ম্যানমাৰৰ | Assamese |
অসমবাংলাদেশ সীমান্তত বৃদ্ধি চোৰাং সৰবৰাহ আইনশৃংখলা পৰিস্থিতি উন্নত হোৱা বুলি কৰা কেন্দ্ৰৰ দাবী অসাৰ প্ৰতিপন্ন | Assamese |
গুৱাহাটীত উপস্থিত বাংলাদেশৰ ৰাষ্ট্ৰপতি মহম্মদ আব্দুল হামিদ দৰ্শন কৰিলে কামাখ্যা মন্দিৰ | Assamese |
কৃষ্ণ বাহাদুৰ মহৰা নেপাল সংসদ ভৱনৰ নতুন অধ্যক্ষ | Assamese |
বাংলাদেশম্যানমাৰ সীমান্তত হাতীৰ গচকত প্ৰাণ হেৰুৱালে কমেও ১০জন ৰহিংগীয়া শৰণাৰ্থীয়ে | Assamese |
অসম মেঘালয় ভ্ৰমণ সামৰি নতুন দিল্লীলৈ বাংলাদেশী মুক্তিযোদ্ধা তথা ৰাষ্ট্ৰপতি মঃ আব্দুল হামিদ | Assamese |
শিশু শ্ৰমিকক নিৰাপত্তা দিয়াৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব ম্যানমাৰ চৰকাৰে | Assamese |
আজি গুৱাহাটীলৈ আহিব বাংলাদেশৰ ৰাষ্ট্ৰপতি মোঃ আব্দুল হামিদ | Assamese |
ডোকলামত চীনে বৃদ্ধি কৰি আছে সামৰিক আন্তঃগাঁথনিৰ নিৰ্মাণৰ কাম | Assamese |
৮ মাৰ্চত গুৱাহাটীলৈ আহিব বাংলাদেশৰ ৰাষ্ট্ৰপতি আব্দুল হামিদ | Assamese |
বাংলাদেশৰ অধ্যাপক তথা ধৰ্মনিৰপেক্ষ লিখকক বিশ্ববিদ্যালয়ত আক্ৰমণ | Assamese |
কম্বডিয়া আন্ত:ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হব ভূটানৰ ১০খন চলচ্চিত্ৰ | Assamese |
নাগালেণ্ডৰ মন জিলাৰ ম্যানমাৰ সীমান্তৱৰ্তী এলেকাত তিনি মাহৰ বাবে জাৰি নৈশ সান্ধ্য আইন | Assamese |
চীনৰ সৈতে বৰ্দ্ধিত সম্পৰ্কক লৈ ভাৰতক চিন্তিত নহবলৈ আহ্বান বাংলাদেশৰ | Assamese |
ম্যানমাৰক সীমান্তৰ পৰা শীঘ্ৰে সেনা প্ৰত্যাহাৰৰ আহ্বান বাংলাদেশৰ | Assamese |
অতীজৰ পৰা ভূটানৰ সৈতে ভাৰতৰ এক সুসম্পৰ্ক আছেসুষমা স্বৰাজ | Assamese |
নাগৰিকত্ব আৰু নিৰাপত্তাৰ নিশ্চয়তা অবিহনে ম্যানমাৰলৈ উভতি নাযায় ৰহিঙিয়া শৰণাৰ্থী | Assamese |
জুনৰ পৰা বাংলাদেশলৈ দুগুন হাৰত বিদ্যুৎ যোগান ধৰিব ভাৰতে | Assamese |
ভাৰতীয় সেনাৰ মুৰব্বী বিপিন ৰাৱাট ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টাই গোপনে ভ্ৰমণ কৰি গল ভূটান | Assamese |
সমৃদ্ধিশালী আৰু শান্তিৰ নেপাল নিৰ্মাণ কৰাৰ এয়া এক ঐতিহাসিক সময়কে পি শৰ্মা অলি | Assamese |
বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী খালেদা জিয়াক দুৰ্নীতিৰ গোচৰত ৫ বছৰৰ কাৰাদণ্ড | Assamese |
২ মেৰ পৰা নেপালত অনুষ্ঠিত হব জলসিঞ্চন আৰু জলনিষ্কাশন সম্পৰ্কীয় এছিয়ান আঞ্চলিক সন্মিলন | Assamese |
বাংলাদেশত আলফা স্বা স্থিতি বনাঞ্চলৰ বাংকাৰত ৰকেটকে ধৰি মাৰণাস্ত্ৰ উদ্ধাৰ | Assamese |
ম্যানমাৰ সীমান্তত সংস্থাপিত লেণ্ডমাইন বিস্ফোৰণত দুয়োখন ভৰি হেৰুৱালে বাংলাদেশৰ এজন খেতিয়কে | Assamese |
উত্তৰপূবৰ লগত ব্যৱসায় কৰিবৰ বাবে আগ্ৰহী বাংলাদেশৰ ব্যৱসায়ী | Assamese |
অৰুণাচল প্ৰদেশৰ সীমাৰ ভিতৰত চীনৰ পথ নিৰ্মাণৰ চেষ্টাক ব্যৰ্থ কৰিলে ভাৰতীয় সেনাই | Assamese |
বৰ্ধিত গাড়ীৰ সংখ্যাই ভূটানৰ পৰিৱেশৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে | Assamese |
আজিৰে পৰা গুৱাহাটীত মুকলি হব ভূটানৰ বাণিজ্যদূত প্ৰধানৰ কাৰ্যালয় | Assamese |
এইচ আই ভিত মৃত্যুৰ ক্ষেত্ৰত এছিয়াৰ ভিতৰত পঞ্চম নৱম আৰু দশম স্থানত আছে ক্ৰমে ম্যানমাৰ নেপাল আৰু বাংলাদেশ | Assamese |
ৰাখাইনলৈ উভতি যোৱাটো সুৰক্ষিত বুলি বিশ্বাস নকৰে ৰহিংগিয়াসকলে ইউনিচেফ | Assamese |
ৰহিঙীয়া শৰণাৰ্থীক সমৰ্থনেৰে ম্যানমাৰ অপেন নেখেলাৰ সিদ্ধান্ত বাংলাদেশী গল্ফাৰৰ | Assamese |
ভাৰতনেপাল সীমান্তৰ নিৰপেক্ষ অঞ্চলত ভাৰতে নিৰ্মাণ কৰিছে দলং | Assamese |
উজনি অসমত টেংকাৰ আক্ৰমণৰ ঘটনাটোৱে দিছে উত্তৰপূবৰ বিদ্ৰোহী গোটসমূহৰ মাজত সমীকৰণ সলনিৰ ইংগিত | Assamese |
বাংলাদেশৰ কক্স বজাৰৰ ৰহিঙীয়া শৰণাৰ্থী শিবিৰত বনৰীয়া হাতীৰ আক্ৰমণ | Assamese |
নিৰ্বাচন নালাগে আগে কেন্দ্ৰীয় চৰকাৰে নাগা চুক্তি চূড়ান্ত কৰকঃ ২৩ জানুৱাৰিত কহিমাত নাগা ছাত্ৰ ফেডাৰেশ্বনৰ ৰাজহুৱা সভা | Assamese |
গঁড়খৰ্গৰ আন্তঃৰাষ্ট্ৰীয় চোৰাং ব্যৱসায় পৰিচালিত হয় চীনৰ পৰা কাজিৰঙাত ঘোষণা পেৰা চাইক্লিষ্ট ৰাকেশৰ | Assamese |
ভাৰতবাংলা সীমান্ত ছীল কৰা সম্পৰ্কত কেন্দ্ৰীয় গৃহমন্ত্ৰীক সাক্ষাৎ কৰিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে | Assamese |
ম্যানমাৰৰ সৈতে সীমান্তৰ সুৰক্ষা ব্যৱস্থাৰ চুক্তি সম্পৰ্কত উত্তৰপূবৰ ৰাজ্যকেইখনৰ মতামত বিচাৰিছে কেন্দ্ৰই | Assamese |
উত্তৰপূৰ্বাঞ্চলৰ চাৰিখন ৰাজ্যৰ সীমান্ত অঞ্চলত বাস কৰা লোকসকলে লাভ কৰিব ভাৰতম্যানমাৰ সীমান্ত প্ৰৱেশ পত্ৰ | Assamese |
ভূটান সীমান্তৰ মনোৰম প্ৰাকৃতিক পৰিৱেশক লেতেৰা কৰিছে অসমৰ পিকনিক দলে ছচিয়েল মিডিয়াত ভূটানৰ বনপালকৰ পোষ্ট | Assamese |
৫০ বছৰীয়া আনুষ্ঠানিক কূটনৈতিক সম্পৰ্ক উদযাপনৰ অংশ হিচাপে ভাৰত আৰু ভূটানে যৌথভাৱে মুকলি কৰিলে বিশেষ প্ৰতীক | Assamese |
বাংলাদেশৰ অসমীয়া সমাজৰ নেতা মৃণালকান্তি অসমৰ পৰলোক | Assamese |
মিনাৰ্ভা পঞ্জাৱ এফ চিয়ে যোগ্যতা পৰীক্ষণৰ বাবে আনিছে দুই ভূটীয়া ফুটবলাৰক | Assamese |
নেপালত পদত্যাগৰ দাবী উঠিল উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ বিৰুদ্ধে | Assamese |
ম্যানমাৰত ৰয়্টাৰৰ সাংবাদিক আটকৰ প্ৰতিবাদ মাৰ্কিন দূতাৱাসৰ | Assamese |
লাৰছেন এণ্ড টউব্ৰৱে দায়িত্ব ললে বাংলাদেশৰ ভেৰামাৰাৰ ৩৬০ মেগাৱাট সম্পন্ন শক্তি প্ৰকল্পৰ | Assamese |
ভূটানৰ আন দুজন আগ শাৰীৰ খেলুৱৈয়ে খেলিব আই লীগত | Assamese |
কেন্দ্ৰীয় চৰকাৰে ব্ৰহ্মপুত্ৰ নদীক নিৰীক্ষণ কৰি আছে সুষমা স্বৰাজ | Assamese |
ফেনি নদীৰ ওপৰত নতুন দলং নিৰ্মাণৰ সিদ্ধান্তত অনুমোদন বাংলাদেশৰ | Assamese |
ম্যানমাৰ সেনাৰ গাড়ীত আক্ৰমণ ৰহিঙীয়া উগ্ৰপন্থীৰ | Assamese |
কাঠমাণ্ডুত তাপমাত্ৰা নামিল গোটেই নেপালত কুঁৱলীৰ আচ্ছাদন | Assamese |
অৰুণাচল প্ৰদেশত চীনা অনুপ্ৰৱেশৰ গুৰুত্ব অস্বীকাৰ নতুন দিল্লীৰ | Assamese |
চাৰি দিনীয়া কাৰ্যসূচীৰে বাৰেৰহনীয়া ভৈৰৱকুণ্ড মহোৎসৱ | Assamese |
বাংলাদেশৰ আদালতে দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী খালেদা জিয়ালৈ জাৰি কৰিছে গ্ৰেপ্তাৰী পৰোৱানা | Assamese |
অৰুণাচল প্ৰদেশৰ তথাকথিত অস্তিত্বক আমি কেতিয়াও স্বীকাৰ কৰা নাই চীন | Assamese |
উচ্ছেদক কেন্দ্ৰ কৰি মণিপুৰৰ ভাৰত ম্যানমাৰ সীমান্তত উত্তেজনা | Assamese |
বিশেষভাৱে সক্ষম লোকৰ এভাৰেষ্ট আৰোহণত নিষেধাজ্ঞা নেপাল পৰ্যটন বিভাগৰ | Assamese |
চিয়াঙৰ ঘোলা পানীৰ প্ৰকৃত কাৰণ এতিয়াও অজ্ঞাত ভাৰত চৰকাৰ | Assamese |
বৰ্ধমান বিস্ফোৰণৰ মূল অভিযুক্ত জে এম বিৰ নেতা তালহা শ্বেখ বাংলাদেশত গ্ৰেপ্তাৰ | Assamese |
বাংলাদেশে আদৰণি জনোৱাৰ পিছত এতিয়া ৰহিঙিয়া মুছলমান শৰণাৰ্থীসকলে নতুন দুৰ্দশাৰ সন্মুখীন হৈছে | Assamese |
নেপালৰ প্ৰধানমন্ত্ৰী শ্বেৰ বাহাদুৰ দেউবাক সাক্ষাৎ কৰিলে ভাৰতীয় ৰাষ্ট্ৰদূতে | Assamese |
৪.৭ ৰিখটাৰ প্ৰাবল্যৰ ভূমিকম্পই জোকাৰিলে উত্তৰ পূৰ্বাঞ্চলক | Assamese |
ম্যানমাৰৰ কেন্দ্ৰীয় শান্তি সন্মিলনলৈ এন এছ চি এন খাপলাঙক আমন্ত্ৰণ | Assamese |
ম্যানমাৰত ৰয়টাৰৰ সাংবাদিকক গ্ৰেপ্তাৰৰ প্ৰসংগঃ বিশ্বজুৰি অব্যাহত প্ৰতিক্ৰিয়া | Assamese |
মাউণ্ট এভাৰেষ্টৰ পুনৰ মাপ ভাৰতৰ প্ৰস্তাৱ অগ্ৰাহ্য নেপালৰ | Assamese |
ব্ৰহ্মপুত্ৰৰ ঘোলা পানীৰ কাৰণ তিব্বতৰ ভূমিকম্প চীন | Assamese |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.