text stringlengths 1 2.59k ⌀ | language stringclasses 10
values |
|---|---|
মণিপুৰ সংকট বীৰেন সিং চৰকাৰৰ পৰা কুকি পিপলছ এলায়েন্সৰ সমৰ্থন প্ৰত্যাহাৰ | Assamese |
গুৱাহাটীত ৪ টা লম্পটে ধৰ্ষণ কৰিলে নাবালিকাক | Assamese |
ৰাজপথৰ যুঁজৰ সামৰণি এতিয়া কেৱল আদালতৰ যুঁজঘোষণা প্ৰতিবাদী মল্লযুঁজাৰুৰ | Assamese |
আঘাত অতীত ডাইমণ্ড লীগত স্বৰ্ণ জয়েৰে পুনৰ ছন্দলৈ উভতিল নীৰজ চোপ্ৰা | Assamese |
টিহুত বিজেপি নেতাৰ মৃতদেহ উদ্ধাৰ হত্যাৰ সন্দেহ | Assamese |
উপেক্ষিত ছৰফৰাজ ক্ষুব্ধ গাভাস্কাৰ | Assamese |
জোকৰ মুখত চূণ প্ৰধান মন্ত্ৰীক উদ্দেশ্যি কি লিখিলে প্ৰাক্তন আই পি এছ বিষয়াই | Assamese |
প্ৰসঙ্গঃ মণিপুৰৰ সংঘাত ৰাজনৈতিক সমাধানৰ প্ৰয়োজন | Assamese |
ডিব্ৰুগড়ত আম আদমি পাৰ্টীৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সম্পন্ন | Assamese |
এনেকুৱাও হয় পিয়াহত ২০ মিনিটতে খাই পেলালে ২ লিটাৰ পানী প্ৰাণ হেৰুৱালে মহিলাই | Assamese |
ৰক্ষকেই ভক্ষক খোদ আৰক্ষী বিষয়াই নিৰ্যাতন চলালে শিশু শ্ৰমিকৰ ওপৰত | Assamese |
অসমৰ নৱোদয় বিদ্যালয়ত অসমীয়া ভাষাক এলাগী কৰাৰ সাহস কোনে দিছে আপৰ প্ৰশ্ন | Assamese |
আম আদমি পাৰ্টি আৰু দেশৰ গণতন্ত্ৰৰ ভৱিষ্যৎ অখিল গগৈ | Assamese |
উত্তৰ পুৰুষক আমি কি দি যাম | Assamese |
বুঢ়াচাপৰিত বুলডজাৰ এক ক্ষেত্ৰভিত্তিক পৰ্যবেক্ষণ | Assamese |
অসমৰ মুশ্লিম জনসাধাৰণৰ প্ৰতি এক আহ্বান | Assamese |
ব্যাঘ্ৰ প্ৰকল্প সফল হবনে | Assamese |
ভাৰতত অনুষ্ঠিত হবলগীয়া ক্ৰিকেট বিশ্বকাপ২০২৩ৰ সূচী ঘোষণা চাওক ভাৰতৰ খেলৰ সূচী | Assamese |
আম্বেদকাৰৰ প্ৰাসংগিকতাদুইএটা দিশ | Assamese |
গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পয়সত্তৰ বছৰ | Assamese |
ফেচবুক কৰ্ণাৰআলফা সম্পৰ্কে এটা চমু আলোচনা | Assamese |
ইলন মাস্কৰ সৈতে তুলনা এই ২৫ বছৰীয়া যুৱকক সম্পত্তিৰ পৰিমাণ জানিলে চকু কপালত উঠিব | Assamese |
আম্বানীৰ নিদ্ৰা হৰিছে ইলন মাস্কে ভাৰতীয় টেলিকম বজাৰ দখলৰ যোজা ইলনৰ | Assamese |
শেষ সুযোগ কাইলৈ পানআধাৰ লিংকৰ অন্তিম দিন নহলে কি হব | Assamese |
দিল্লীৰ পাঁচ তাৰকাযুক্ত হোটেলত ২ বছৰ কটাই ফুটাকড়ি এটাও বিল নিদিয়াকৈয়ে পলাল অসমৰ প্ৰৱঞ্চক অংকুশ দত্ত | Assamese |
অতি সোনকালেই ভাৰতলৈ আহিব টেছলা মোডীৰ লগত আলোচনা ইলন মাস্কৰ | Assamese |
চিমকাৰ্ড বিক্ৰেতাৰ পৰা প্ৰেমিক দম্পতীৰ প্ৰিয় স্থানৰ সৃষ্টিলৈসংঘৰ্ষৰ মাজেৰে প্ৰতিষ্ঠাপকৰ যাত্ৰা | Assamese |
অদ্ভুত ঘটনা আৰ বি আইৰ পৰা অন্তর্ধান ৮৮০৩২ কোটি টকাৰ ৫০০ টকীয়া নোট | Assamese |
ভাৰতত টুইটাৰ বন্ধ কৰাৰ ভাবুকি পোৱাৰ অভিযোগ জেক ডৰ্চিৰ কেন্দ্ৰীয় চৰকাৰে কলে মিছা | Assamese |
বন্ধ হব নেকি বাইক টেক্সি উচ্চতম ন্যায়ালয়ত মুখ থেকেচা উবেৰৰেপিডোৰ | Assamese |
ভৰ দুপৰীয়া মুকেশ আম্বানী আনন্দ মহিন্দ্ৰাই মাতিব লগা হৈছিল কিন্তু কিয় জানেনে | Assamese |
নিয়ন্ত্ৰণ হেৰুৱাই দলঙৰ ৰেলিং ভাঙি নদীত পৰিল তীৰ্থযাত্ৰীৰ বাছ কমেও ৩ জন নিহত আহত ২৪ | Assamese |
মাৰপিটৰ গোচৰত বিজেপি সাংসদৰ ২ বছৰ জেল ৰাহুল গান্ধীৰ দৰেই বাতিল হব সাংসদ পদ | Assamese |
২৪ ঘন্টাৰ ভিতৰতেই ৩ জোৱানৰ মৃত্যুৰ প্ৰতিশোধ জম্মুকাশ্মীৰত এনকাউণ্টাৰত নিহত সন্ত্ৰাসবাদী | Assamese |
হিন্দীৰ দাসত্ব মানি নলওঁ চৰকাৰী ভাষা প্ৰসংগত অমিত শ্বাহক প্ৰত্যুত্তৰ ষ্টেলিনৰ | Assamese |
এটাৰ পিছত আন এটা ঘটনাই কঁপাইছে গোলাঘাট দাৰে ঘপিয়াই তিনিজনক হত্যাৰ চেষ্টা সুৰাপায়ীৰ | Assamese |
চাণক্য নীতিভুলতেও এনে স্বভাৱৰ মানুহক নিদিব উপদেশ শত্ৰু হৈ পৰিব আপোনাৰ | Assamese |
গৰু বেপাৰীৰ ঘোচ খাই চাকৰি গল নগাঁৱৰ আৰক্ষী বিষয়াৰ | Assamese |
অপ্ৰতিৰোধ্য ভাৰতক্ৰমাগত দ্বিতীয় জয়েৰে ছাফ চেম্পিয়নশ্বিপৰ ছেমিত প্ৰৱেশ | Assamese |
বাদ পৰিল পূজাৰা সোমাল ৰাহানে ৱেষ্ট ইণ্ডিজ ভ্ৰমণৰ বাবে টেষ্ট আৰু এদিনীয়া দল ঘোষণা বিচিচিআইৰ | Assamese |
কোভিড১৯ ভেকচিনৰ বাবেই মৃত্যু হৈছিল শ্বেন ৱাৰ্ণৰ কি কলে চিকিৎসকে | Assamese |
খানাপাৰাত জব্দ ৩০ কিলোগ্ৰাম ভাং গ্ৰেপ্তাৰ তিনি সৰবৰাহকাৰী | Assamese |
প্ৰেম আৰু ৰোমাঞ্চৰ ৰাণী বয়সক লৈ নিজৰ অনুভৱ ব্যক্ত কৰিলে অস্কাৰ বিজয়ী কেট উইন্সলেটে | Assamese |
সোমবাৰে ২৪ ঘন্টীয়া ভাৰত বন্ধ কোনে দিছে আৰু কিয় দিছে এই বন্ধৰ আহ্বান | Assamese |
অদম্য সুনীলপাকিস্তানক বিধস্ত কৰি ছাফ চেম্পিয়নশ্বিপত ভাৰতৰ প্ৰত্যাশিত আৰম্ভণি | Assamese |
উৰিষ্যাৰ ৰেল দুৰ্ঘটনাত ক্ষতিগ্ৰস্ত সকললৈ সহায়ৰ হাত আগবঢ়ালে ভাৰতৰ ফুটবল দলে দুখ প্ৰকাশ কৰিয়েই ক্ষান্ত থাকিল ক্ৰিকেট দল | Assamese |
লডিংভিভা লা পুলগা | Assamese |
চিনেমা কথাষ্টীভেন স্পীলবাৰ্গৰ দা ফেবলমেনছ্ | Assamese |
চিনেমা কথাদ্য হুৱেল | Assamese |
ক্ৰমশসূৰ্যোদয়:ইণ্টাৰকণ্টিনেণ্টেল কাপৰ খিতাপ জয় ভাৰতৰ | Assamese |
প্ৰসঙ্গঃ খালিস্তান দিল্লীয়ে মানসিকতাৰ পৰিৱৰ্তন কৰিব পাৰিব লাগিব | Assamese |
সম্ভৱ ১২ বছৰীয়া বিস্ময় বালকৰ চমক ডাবল হেট্ৰিক এটা অভাৰত ৬টা উইকেট | Assamese |
ক্লিন বল্ড হৈ ক্ষুব্ধ বেটাৰ ১৪ বছৰীয়া বলাৰক ডিঙি চেপি হত্যা কৰি পেলালে ১৭ বছৰীয়া কিশোৰে | Assamese |
ইয়ো এক যাত্ৰা | Assamese |
ইন্দিবৰ দেউৰীৰ স্মৃতিত | Assamese |
ভূগোলৰ প্ৰশ্নকাকত ফাদিল আৰু ছেবাৰ স্পষ্টীকৰণ সন্দৰ্ভত ড° হীৰেন গোহাঁইৰ প্ৰতিক্ৰিয়া | Assamese |
আই পি এলত হতাশাজনক প্ৰদৰ্শনৰ পিছতো দুলীপ ট্ৰফীৰ বাবে নিৰ্বাচিত হল ৰিয়ান পৰাগ | Assamese |
শ্বহীদ ভগৎ সিং আৰু আমি | Assamese |
চিনেমা বাৰ্তাএভ্ৰিথিং এভ্ৰিহুৱেৰ অল এট ওৱাঞ্চ | Assamese |
বৰশীৰ মাছলৈ জিঅ টোপ আনুষ্ঠানিক ঘোষণা নকৰাকৈয়ে জিঅই গোপনে সলনি কৰিলে ডাটাৰ মূল্য | Assamese |
কৃষকৰ ভগা পঁজাৰ পৰা টাটা গ্ৰুপৰ হোৱালৈকে চন্দ্ৰশেখৰনৰ এক সংগ্ৰামী যাত্ৰা | Assamese |
বাণিজ্যিক চিলিণ্ডাৰত হ্ৰাস পালে ৮৩ টকা ১ জুনৰ পৰা প্ৰযোজ্য হব নতুন মূল্য | Assamese |
চিনেমা ফ্লপ হোটেলৰ ব্যৱসায়ত লাগিল ছলমান খান | Assamese |
৩০ মে ভোলানাথ বৰুৱাৰ স্মৃতিত অসম বাণিজ্য দিৱসৰ প্ৰাসংগিকতা | Assamese |
ইউৰোপীয় ইউনিয়নৰ তথ্য আমেৰিকাক গতাই দিয়াৰ অভিযোগত মেটাক ১.৩ বিলিয়ন ডলাৰ জৰিমনা | Assamese |
আদানীৰ শ্বেয়াৰত ৬টা কোম্পানীৰ সন্দেহজনক ব্যৱসায় কৈছে উচ্চতম ন্যায়ালয়ৰ কমিটীয়ে | Assamese |
মধ্যবিত্তৰ বাবে সকাহ ৰেপো ৰেট অপৰিৱৰ্তিত ৰাখিলে য়ে বৃদ্ধি নাপায় ঋণৰ সুত | Assamese |
বিশ্বৰ আটাইতকৈ দামী আম এক কিলোগ্ৰামৰ দাম কেই লাখ টকা | Assamese |
তামিলনাডুত জব্দ চোৰাং সৰবৰাহৰ বাবে অনা ১৮ কেজি তিমিৰ বমি মূল্য প্ৰায় ৩২ কোটি টকা | Assamese |
গোলাঘাটত পত্নী শাহুৱেককে ধৰি আন লোকক দাৰে আক্ৰমণ কৰা এজনক গ্ৰেপ্তাৰ | Assamese |
অনুসূচীত জনজাতিৰ মৰ্যাদা বিচাৰি পুনৰ আন্দোলনৰ হুংকাৰ চুতীয়া সংগঠনৰ বিজেপিক সকীয়নি | Assamese |
চাণক্য নীতি এনে পুৰুষৰ প্ৰতি চুম্বকৰ দৰে আকৰ্ষিত হৈ কাষ চাপি আহে নাৰী | Assamese |
পুনৰ কুকিমেইটেই সংঘৰ্ষত উত্তপ্ত মণিপুৰ কমেও ৩ জন নিহত জ্বলাই দিয়া হৈছে ঘৰ | Assamese |
হায়দৰাবাদত শ্ৰীকৃষ্ণৰ জন্মাষ্টমীৰ উপলক্ষে অসমীয়া সাংস্কৃতিক গোষ্ঠীৰ ভাওনা প্ৰদৰ্শনৰ আয়োজন | Assamese |
অবৈধ কয়লা খনিত ভয়ানক পৰিস্থিতি টিপঙত ৩দিনে জ্বলি আছে জুই | Assamese |
কি হৈছে ফ্লিডাত ঘঁৰিয়াল গিলিব পৰা ডাঙৰ সাপ ধৰিবলৈ ভিৰ কৰিছে অজগৰ চিকাৰীয়ে | Assamese |
কৃষিমন্ত্ৰী অতুল বৰাই অসমত কৰিব খুজিছে কেইবাখনো দেশে নিষিদ্ধ কৰা পাম খেতি | Assamese |
কটন বিশ্ববিদ্যালয়ৰ ৭০০ টকীয়া হাজিৰাৰ শিক্ষক নিযুক্তি বিজ্ঞাপনে উন্মোচন কৰিলে ৰাজ্যৰ শিক্ষা ব্যৱস্থাৰ দুখলগা অৱস্থা | Assamese |
কেৰিয়াৰত ২৩টা গ্ৰেণ্ড শ্লেম ফ্ৰেন্স অপেনত জয়লাভ কৰি টেনিছত ইতিহাস গঢ়িলে জকভিচে | Assamese |
প্ৰতিবাদী মল্লযুঁজাৰুৰ দাবীলৈ সঁহাৰিফেডাৰেচনৰ নিৰ্বাচনত নাথাকে ব্ৰিজ ভূষণৰ কোনো আত্মীয় | Assamese |
ব্ৰিজভূষণৰ বিৰুদ্ধে দিল্লী আৰক্ষীৰ ৫০০ পৃষ্ঠাৰ অভিযোগনামা বাতিল আইনৰ অভিযোগ | Assamese |
স্তব্ধ ধিং এক্সপ্ৰেছ আঘাতৰ বাবে এইবাৰ এছিয়ান গেমছত খেলিব নোৱাৰিব যোৱাবাৰৰ স্বৰ্ণজয়ী হিমাই | Assamese |
আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া জগতত জিলিকিল আন এগৰাকী অসম কন্যা মালদ্বীপত উজ্বলিল অসমীয়া গামোচা | Assamese |
দিল্লী আৰক্ষীৰ প্ৰতিবেদনত সকাহ মল্লযুঁজাৰুৰ ৰেফাৰীৰ বিস্ফোৰক বক্তব্যত চাপ বাঢ়িল ব্ৰিজভূষণৰ | Assamese |
শ্বেন ৱাৰ্ণৰ বায়পিকৰ অন্তৰংগ দৃশ্যত অঘটন হাতৰ গাঁঠি ভাঙিল অভিনেত্ৰীৰ মূৰ ফাটিল অভিনেতাৰ | Assamese |
প্ৰতিবাদী মল্লযুঁজাৰুক পুনৰ আলোচনাৰ বাবে আমন্ত্ৰণ কেন্দ্ৰৰ | Assamese |
কেন্দ্ৰীয় ক্ৰীড়া মন্ত্রীৰ গৃহত উপস্থিত প্ৰতিবাদী মল্লযুঁজাৰুৰ প্ৰতিনিধি দলবৈঠকত উত্থাপন পাঁচ মূল দাবী | Assamese |
উচ্ছেদ আৰু গৃহহাৰা গৃহিণী | Assamese |
চিনেমা কথাচ্চেল্ল শ্ব লাষ্ট ফিল্ম শ্ব | Assamese |
৮ মাৰ্চৰ দৰে প্ৰতিটো দিনে উদ্যাপন হওঁক নাৰী দিৱস | Assamese |
স্তন কেঞ্চাৰৰ লক্ষণ পৰীক্ষণ আৰু চিকিৎসা | Assamese |
সংবিধানত শ্ৰমণবাদৰ প্ৰভাৱ দ্বিপেন কাকতি | Assamese |
১৬ লাখ টকা ড° সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য আৰু ৰাজনৈতিক সমীকৰণ | Assamese |
অংশগ্ৰহণকাৰী সংস্কৃতি ভাৰ্চুৱেল পৃথিৱী আৰু নাৰীবাদৰ চতুৰ্থ তৰংগ | Assamese |
পৰিৱেশ ধ্বংসই বিকাশৰ মাপকাঠি হৈ পৰিছে নেকি | Assamese |
স্তন কেঞ্চাৰৰ বিষয়ে জানো আহক | Assamese |
সস্তাতে সুন্দৰ স্কুটাৰ আনিছে ভেস্পাই কাৰুকাৰ্য দেখিলেই ভোল যাব মন | Assamese |
ভাৰতীয় মূলৰ ব্ৰিটেইনৰ শীৰ্ষ ধনী পৰিয়ালৰ মুৰব্বী এছ পি হিন্দুজাৰ দেহাৱসান | Assamese |
ৰাছিয়াৰ তেল পুনৰ বিক্ৰীত ভাৰতৰ বিৰুদ্ধে ইউৰোপীয় ইউনিয়নৰ আহ্বানৰ পিছতে প্ৰত্যুত্তৰ জয়শংকৰৰ | Assamese |
বন্ধ কৰা হব ২০০০ টকীয়া নোট ভাৰতীয় ৰিজাৰ্ভ বেংকৰ ডাঙৰ ঘোষণা | Assamese |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.