text
stringlengths
1
2.59k
language
stringclasses
10 values
কা বিৰোধী আন্দোলনত অসম আৰক্ষীৰ গুলীত মুঠ ৩ জন লোকৰ মৃত্যু হৈছিলগৃহ বিভাগ
Assamese
শিৱসাগৰত মুক্ত বিচৰণ কৰি থকা গঁড় দুটাক কৰা হল ট্ৰেংকুলাইজড
Assamese
ধুবুৰী ভোলানাথ মহাবিদ্যালয়ত জীৱনৰ লক্ষ্য আৰু ব্যক্তিত্বৰ পৰিপূৰ্ণতা বিষয়ক মনোজ্ঞ বক্তৃতা অনুষ্ঠান
Assamese
খিলঞ্জীয়া আৰু জনজাতীয় বিশ্বাস আৰু সংস্কৃতি বিভাগ গঠনৰ কথা ঘোষণা চৰকাৰৰ
Assamese
ভুৱা সংঘৰ্ষ আৰু ন্যায় বহিৰ্ভূত হত্যাৰ বিৰুদ্ধে মানৱাধিকাৰ আয়োগলৈ জাতীয় পৰিষদৰ পত্ৰ
Assamese
বিশ্বনাথৰ কাঠনিবাৰীত গ্ৰাম্য পৰ্যটনৰ মানচিত্ৰত নতুন দিগন্তৰ সূচনা কৰিবলৈ ওলাইছে চহা জীৱনে
Assamese
অমিক্ৰণে উদ্বিগ্ন কৰি ৰাখিলেও দেশত হ্ৰাস পাইছে কৰনাৰ দৈনিক সংক্ৰমণ
Assamese
বিৰোধীক চাপত ৰখাৰ কৌশল শশীকান্তকলৈ টনাআজোৰা শাসকবিৰোধীৰ
Assamese
মুখ্যমন্ত্ৰীৰ সৈতে আছাৰ কেন্দ্ৰীয় নেতৃত্বৰ লগত আলোচনা
Assamese
মিছা নদীত উদ্ধাৰ মহিলাৰ মৃতদেহ আৰক্ষীৰ তদন্ত অব্যাহত
Assamese
মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ভূমি কেলেংকাৰী অধ্যক্ষই সভাস্থগিত প্ৰস্তাৱ অগ্ৰাহ্য কৰাত বিৰোধীৰ সদন ত্যাগ
Assamese
মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ভূমি কেলেংকাৰী প্ৰসংগকলৈ উত্তপ্ত বিধানসভা দহ মিনিটৰ বাবে স্থগিত সদন
Assamese
বিধানসভাৰ শীতকালীন অধিৱেশন মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ভূমি কেলেংকাৰীকলৈ সদন উত্তপ্ত হোৱাৰ সম্ভাৱনা
Assamese
এআইইউডিএফত যোগদান নিশ্চিত বিধায়ক শ্বেৰমান আলী আহমেদৰ
Assamese
ৰাজ্যত আজি কিমানজন আক্ৰান্ত হল কোভিডত কিমানে প্ৰাণ হেৰুৱালে মাৰাত্মক ভাইৰাছত
Assamese
ধুবুৰীত আৰক্ষীৰ জিম্মাত থকা জব্দকৃত বাহন জ্বলাই দিলে অচিনাক্ত দুৰ্বৃত্তই
Assamese
মাকুমকিল্লাত বন্যহস্তীৰ আক্ৰমণত প্ৰাণ গল এজনৰ বাসগৃহ লণ্ডভণ্ড বগাহাতীত পৰিণত বিয়াগোম বনবিভাগ
Assamese
নতি স্বীকাৰ মেঘালয়ত চিৰ বৈৰী বিজেপি মিত্ৰজোঁটৰ চৰকাৰক সমৰ্থন জনালে কংগ্ৰেছে
Assamese
নিচান চাহিবক অৱমাননাস্বৰ্ণ মন্দিৰৰ পিছত পঞ্জাৱত পুনৰ এজনক গণপ্ৰহাৰেৰে হত্যা
Assamese
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালৰ ভূমি কেলেংকাৰী নতুন দিল্লী পোৱালেগৈ কংগ্ৰেছে
Assamese
ভাৰতক কোবাই যাব কোভিডৰ তৃতীয় ঢৌৱে স্পষ্ট কৰিলে চৰকাৰী পেনেলে কেতিয়া আহিব তৃতীয় ঢৌ
Assamese
দুধনৈত বন্যহস্তীৰ মৃতদেহ উদ্ধাৰ মৃত্যুৰ সঠিক কাৰণ অজ্ঞাত
Assamese
দেশত অমিক্ৰনত আক্ৰান্ত লোকৰ সংখ্যা হলগৈ ১৪৩ গৰাকী
Assamese
স্বৰ্ণমন্দিৰত প্ৰৱেশ কৰি ধৰ্মগ্ৰন্থক অপবিত্ৰ কৰা অভিযুক্তৰ গণ প্ৰহাৰত মৃত্যু
Assamese
অমিক্ৰনশীতপ্ৰবাহে কাবু কৰিছে ৰাজধানী চহৰ নতুন দিল্লীক আজি কিমান হল তাপমাত্ৰা
Assamese
ৰাজ্য চৰকাৰে নিদিয়ে নতুন ১ জানুৱাৰীৰ পৰা বন্ধ থাকিব মহেন্দ্ৰ মোহন চৌধুৰী হাস্পাতাল
Assamese
আৰক্ষী বিষয়া মস্কো শইকীয়াৰ আকস্মিক বিয়োগ শোকস্তব্ধ আত্মীয়অনুৰাগী
Assamese
দেশত বৃদ্ধি পাইছে অমিক্ৰণৰ সংক্ৰমণ হ্ৰাস পাইছে কৰনাৰ সক্ৰিয় ৰোগী
Assamese
দুধনৈত বনৰীয়া হাতীৰ সন্ত্ৰাস কথমপি ৰক্ষা পৰিল শিশুসহ নৱগ্ৰামৰ এটি পৰিয়াল
Assamese
উপায়ুক্তৰ তৎপৰতাধুবুৰীত পুষ্টিহীন শিশুৰ দায়িত্ব লব চৰকাৰী বিভাগবিষয়াই
Assamese
ৰ বিজ্ঞানীয়েই চুবুৰীয়া অধিবক্তাক হত্যাৰ উদ্দেশ্যে দিল্লীৰ আদালতত স্থাপন কৰিছিল বোমা
Assamese
নাগ্ৰীজুলিত ভয়ংকৰ দুৰ্ঘটনাবনভোজকাৰীৰ বাছৰ খুন্দাত নিহত চাইকেল আৰোহী
Assamese
লেখাপানীত ভয়াবহ পথ দুৰ্ঘটনাত দুই কয়লা শ্ৰমিক নিহত আৰক্ষীয়ে ঘটনা গাপ দিয়াৰ অভিযোগ
Assamese
কোকৰাঝাৰত বি টি আৰ চৰকাৰৰ প্ৰথম বৰ্ষপূৰ্তি সম্পন্ন
Assamese
আউনীআটি সত্ৰৰ সত্ৰাধিকাৰ ডঃ পীতাম্বৰ দেৱগোস্বামীৰ গ্ৰন্থ উন্মোচন
Assamese
শিৱসাগৰত দুটাকৈ এশিঙীয়া গঁড়ৰ মুক্ত বিচৰণ আতংকিত স্থানীয় লোক
Assamese
বঙাইগাঁৱত ড্ৰাগছসহ দুজনক আটক
Assamese
+ শতকৰ ঘৰ অতিক্ৰম কৰিলে দেশত অমিক্ৰনত আক্ৰান্ত লোকৰ সংখ্যাই
Assamese
শিৱসাগৰত বিশিষ্ট সমাজসেৱিকালেখিকা ক্ষীৰদা কুমাৰী বৰুৱাৰ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান
Assamese
ৰাজ্যত পুনৰ এনকাউণ্টাৰৰ ঘটনা এইবাৰ এনকাউণ্টাৰৰ বলি ড্ৰাগছ সৰবৰাহকাৰী
Assamese
এইবাৰ ইৰাণী গ্ৰুপৰ সদস্যক এনকাউন্টাৰ দিশপুৰ আৰক্ষীৰ
Assamese
চানমাৰিস্থিত অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠান খেলপথাৰত অসম গ্ৰন্থমেলাৰ লাইখুঁটা স্থাপন
Assamese
নাগালেণ্ড হত্যাপ্ৰতিবাদত উত্তাল কহিমা প্ৰশাসনৰ সৈতে অসহযোগৰ আহ্বান
Assamese
এই খন দেশত ১১ দিনৰ বাবে নিষিদ্ধ হঁহা মদ খোৱা আৰু বজাৰ কৰা অন্যথা গ্ৰেপ্তাৰ
Assamese
ব্যৱসায়ী উমেদ কুমাৰ সিংহীৰ বিয়োগশোকস্তব্ধ চাপৰবিলাসীপাৰা
Assamese
মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ভূমি কেলেংকাৰী ৰ প্ৰতিবাদত বাধা আৰক্ষীৰ
Assamese
বাক্সাৰ নাগ্ৰীজুলিত মৃত হৰিণা উদ্ধাৰ
Assamese
ভাৰতত কিমান শতাংশ মহিলাই মদ্যপান কৰে ইউবিএছৰ সমীক্ষা
Assamese
বিশ্বনাথত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ দুজনক আটক
Assamese
দিচাং নৈত উটি গল মন্ত্ৰী পিয়ুষ হাজৰিকাৰ দিচাংমুখ অফলাৰ গৰাখহনীয়া ৰোধৰ প্ৰতিশ্ৰতি
Assamese
বৰগীতৰ সাধক বিশিষ্ট সংগীত শিল্পী বিবেকানন্দ শৰ্মাৰ মৃত্যু বঙাইগাঁৱত শোকৰ ছাঁ
Assamese
ওৰাং ৰাষ্ট্ৰীয় উদ্যানলৈ আইআৰএফ আৰু আৰণ্যকে আগবঢ়ালে উপযোগিতামূলক বাহন
Assamese
কোভিডৰ সংক্ৰমণৰ বাবে পিছুৱাই গল মিছ ৱৰ্ল্ড প্ৰতিযোগিতা আক্ৰান্ত ভাৰতীয় সুন্দৰী মনসা
Assamese
নাবালিকাক যৌন নিৰ্যাতন চলোৱা লম্পটক ২০ বছৰৰ কাৰাদণ্ড বিহিলে আদালতে
Assamese
দক্ষ অসম আৰক্ষীয়ে বিচাৰি পোৱা নাই প্ৰৱঞ্চক মৃদুপৱনক উচ্চ ন্যায়ালয়ত জামিন বিচাৰিছে নেওগে
Assamese
বিধ্বংসী অগ্নিকাণ্ড জুইত জাহ গল আইজলৰ উপায়ুক্তৰ কাৰ্যালয়ৰ বহু অংশ
Assamese
দেশত বৃদ্ধি পাইছে অমিক্ৰণৰ সংক্ৰমণ হ্ৰাস পাইছে কৰনাৰ দৈনিক আক্ৰান্ত তথা সক্ৰিয় ৰোগী
Assamese
অসাংবিধানিকপত্ৰক লৈ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ সৈতে দুই আয়ুক্ত সহ মুখ্য নিৰ্বাচনী আয়ুক্তৰ বৈঠক
Assamese
বিশ্বনাথ আৰক্ষীৰ অভিযানত অবৈধ অৰুণাচলী সুৰা ভৰ্তি ট্ৰাক জব্দ এজনক আটক
Assamese
বিপদত পৰিল যৌন নিৰ্যাতনৰ বিষয়ত বিতর্কিত নো স্কিন টু স্কিন কন্টেক্ট ৰায় দিয়া ন্যায়াধীশ গেনেডিৱালা
Assamese
ৰাজ্যত আজিৰ দিনটোত কিমান আক্ৰান্ত হল কোভিডত মৃত্যু কিমানৰ
Assamese
গুৱাহাটীত উত্তৰপূবৰ বিজেপি বিৰোধী শক্তিক একত্ৰিত হোৱাৰ আহ্বান কংগ্ৰেছ নেতা চিদাম্বৰমৰ
Assamese
৫০ কোটি টকাৰ দুৰ্নীতিৰ অভিযোগত অসম ক্ৰিকেট সন্থাৰ প্ৰাক্তন সম্পাদকক গ্ৰেপ্তাৰ
Assamese
দুগৰাকী নাৰীক হত্যা ১০২গৰাকী মৃত নাৰীক যৌন নিৰ্যাতন চাওক এই বিকৃত অপৰাধীৰ কাহিনী
Assamese
পুনৰ প্ৰতিবাদত নামিল আছা পাঁচজন সাংসদবিধায়কৰ পুত্তলিকা দাহ বিশ্বনাথত
Assamese
কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীসহ কেইবাজনো নেতাৰ প্ৰতিমূৰ্তি দাহ
Assamese
কেমেৰাৰ সন্মুখতে উচুপি উঠিল বঞ্চিত মধ্যাহ্ন ভোজন ৰান্ধনীয়ে
Assamese
ৰাজনীতিত যোগদান কৰিব নেকি ৰাকেশ টিকাইতে কি কলে কৃষক নেতাগৰাকীয়ে
Assamese
শ্বিনা বৰা জীয়াই আছে বৰ্তমান আছে কাশ্মীৰত চিবিআইক চিঠি লিখি জনালে ইন্দ্ৰানী মুখাৰ্জীয়ে
Assamese
পুত্ৰৰ কথা সোধাই অপৰাধ সাংবাদিকক চোৰ আখ্যা দিলে কেন্দ্ৰীয় মন্ত্ৰী অজয় মিশ্ৰই
Assamese
বঙাইগাঁৱত সংকল্প কৰ্মশালা সম্পন্ন
Assamese
টীয়কৰ সমস্যাজৰ্জৰ জাঁজীমুখৰ প্ৰতি কেতিয়া সুদৃষ্টি নিক্ষেপ কৰিব চৰকাৰে
Assamese
পিছপৰা শ্ৰেণীৰ তথ্য প্ৰকাশ কৰিবলৈ কেন্দ্ৰক নিৰ্দেশ দিব নোৱাৰোউচ্চতম ন্যায়ালয়
Assamese
নিযুক্তিৰ নামত প্ৰতিবন্ধীক প্ৰতাৰণাস্বাস্থ্য সেৱা সঞ্চালকক স্মাৰকপত্ৰ প্ৰদান
Assamese
শালকোচাত প্ৰতিবাদী ছাত্ৰছাত্ৰীৰ ওপৰত নিৰ্বিচাৰ লাঠীচালনা আৰক্ষীৰ বৰ্বৰতাক সৰ্বত্ৰে ধিক্কাৰ
Assamese
সদৌ অসম আহোম সভাৰ উদ্যোগত সাহিত্য কাণ্ডাৰী পদ্মনাথ গোহাঞি বৰুৱাৰ ১৫০ বছৰীয়া জন্ম জয়ন্তী উদযাপন
Assamese
প্ৰেম প্ৰত্যাখ্যান মহানগৰীত যুৱতীক হত্যা কৰিলে প্ৰেমিকে
Assamese
হঠাতে হুৱাদুৱা লাগিল চাপৰাকাটাৰ ৰেল ষ্টেছনৰ সমীপত কিন্তু কিয়
Assamese
বিটিআৰত বড়োলেণ্ড দক্ষতা নিযুক্তি আৰু উদ্যোগ বিকাশ অভিযান মিছন মুকলি
Assamese
ধিক অসম আৰক্ষী শালকোচাত সুৰা বিপনীৰ বিৰোধিতা কৰা শিক্ষাৰ্থীৰ ওপৰত জঁপিয়াই পৰিল আৰক্ষী
Assamese
ঘৰে ঘৰে পুৱাই বাতৰি কাকত বিলাই আদৰ্শ গঢ়িছে টীয়কৰ যুৱতী পৰিস্মিতাই
Assamese
ছয় জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত বিৰূপ মন্তব্য :কেন্দ্ৰীয় মন্ত্ৰী বিশ্বেশ্বৰ টুডুক উভতি ধৰিলে যুৱ ছাত্ৰ সন্মিলনীয়ে
Assamese
বাক্সাৰ ভাৰতভূটান সীমান্তত বনৰীয়া হাতীৰ সন্ত্ৰাস হাতীৰ আক্ৰমণত এজন আহত
Assamese
আছাম ৰাইফলছৰ বৰ্বৰতাৰ বিৰুদ্ধে ন্যায় বিচাৰি ১৬ ডিচেম্বৰৰ পৰা আন্দোলনত নামিব কন্যাক নগা সম্প্ৰদায়
Assamese
নিশা কলিয়াবৰত অঘটন উলুৱনী আৰক্ষী নিৱেশৰ আৱাসত গুলিবিদ্ধ হল এটি চাৰিবছৰীয়া শিশু
Assamese
কোকৰাঝাৰত উপস্থিত হৈ বিধায়ক অখিল গগৈৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ মুকলি প্ৰত্যাহ্বান
Assamese
উৎকোচ লৈ ৰ জালত ৰেল বিভাগৰ মুখ্য কাৰিকৰী বিষয়া
Assamese
মহানগৰীৰ বৰাগাঁওৰ গোসাইগাঁওত সংঘটিত নৃশংস হত্যাকাণ্ড পিতৃৰ হাতত প্ৰাণ গল কন্যাৰ
Assamese
ভয়ংকৰ ঘটনা লখিমপুৰত এচিড আক্ৰমণৰ ফলত আহত দুগৰাকী মহিলা
Assamese
ইণ্টাৰেছনেল মেৰিটাইম অৰ্গানাইজেছনপাকিস্তান বাহিৰ ভাৰতৰ বাহাল ৰল সদস্য পদ
Assamese
দেশৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ বিৰুদ্ধে বিৰোধী সাংসদৰ বিশেষাধিকাৰ ভংগৰ জাননী
Assamese
কাশীবিশ্বনাথ প্ৰকল্পবাৰনসীত পুনৰ প্ৰাণ পাই উঠিল ৪০ টাকৈ লুপ্তপ্ৰায় ঐতিহাসিক স্থানে
Assamese
আৰক্ষী ব্যৰ্থ শুংসূত্ৰ নাই মাৰ্ঘেৰিটাৰ আলুবাৰীৰ সন্ধানহীন কিশোৰীৰ
Assamese
সমগ্ৰ শিক্ষাৰ অধীনত ভোলানাথ আদৰ্শ প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰছাত্ৰীৰ পাব্লিক একুৱাৰিয়াম দৰ্শন
Assamese
ভূমি কেলেংকাৰীমুখ্যমন্ত্ৰী হিমন্ত বিশ্বক মুকলি প্ৰত্যাহ্বান বিধায়ক অখিল গগৈৰ
Assamese
কামৰূপ মেট্ৰত কোভিডত মৃত্যু ঘটা প্ৰতিগৰাকী লোকৰ উত্তৰাধিকাৰীয়ে লাভ কৰিব ৫০ হাজাৰ টকাৰ সাহায্য
Assamese
ক্ষতিপূৰণ নহয় সেনাৰ শাস্তি বিচাৰে নাগালেণ্ডৰ গণহত্যাৰ ভুক্তভোগী পৰিয়ালে
Assamese
অমিক্ৰনৰ উৎপত্তিস্থল দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰপতিয়েই হল কোভিডত আক্ৰান্ত
Assamese
বহুভাষিক কবি সন্মিলনৰ উদ্যোগত নৰ্থ বইটামাৰীৰ দেৱানগাঁৱত কবি সন্মিলন সম্পন্ন
Assamese
দেশত অব্যাহত অমিক্ৰনৰ সংক্ৰমণআক্ৰান্তৰ সংখ্যা ৪২ জনলৈ বৃদ্ধি
Assamese