text stringlengths 1 2.59k ⌀ | language stringclasses 10 values |
|---|---|
মাৰ্ঘেৰিটাত মুখ্যমন্ত্ৰী কৃষি মন্ত্ৰীৰ পুত্তলিকা দাহ | Assamese |
টেট পৰীক্ষাৰ্থীৰ প্ৰতিবাদত উত্তাল ছেবা কাৰ্যালয় | Assamese |
কলিয়াবৰত ডিজিটেল ইণ্ডিয়াৰ বিধ্বস্ত ৰূপচাৰিশ বৰ্গফুটৰ এটা কোঠাতে চলি আছে ৬ টাকৈ শ্ৰেণীৰ পাঠদান | Assamese |
যোৰহাটত কঠোৰ হৈছে আবকাৰীপৰিবহণ আৰু আৰক্ষী প্ৰশাসন ডেৰ কোটি টকাৰ জৰিমনা সংগ্ৰহ | Assamese |
মাটিৰ তলতো পুতি ৰাখিছিল টকা উদ্ধাৰ ১২৫ কেজি সোণ ১০০০কোটিৰ সম্পত্তি কানপুৰৰ ব্যৱসায়ীৰ | Assamese |
গ্ৰে হাউণ্ড বাহিনীৰ নক্সালবিৰোধী অভিযান সংঘৰ্ষত নিহত ৬জন মাওবাদী | Assamese |
দেশত অমিক্ৰণ আক্ৰান্তৰ সংখ্যা ৫৭৮ জনলৈ বৃদ্ধি নিম্নগামী সংক্ৰমণ | Assamese |
হাজোৰ বিবাহস্থলীত কুৰুক্ষেত্ৰ বিয়া চলি থাকোতে আহি ওলাল প্ৰথমা পত্নী তাৰ পাছত. | Assamese |
ৰাজ্যত নতুনকৈ কিমান আক্ৰান্ত হল কোভিডত কিমানৰ মৃত্যু | Assamese |
দেৱতাৰ ভাও ধৰা নেতাবোৰে মুখেৰে যি কয় তাৰ ওলোটাটোহে কৰেডঃ হীৰেন গোহাঁই | Assamese |
শিৱসাগৰত অনুসূচীত জাতি ছাত্ৰ সন্থাৰ বিশেষ সম্বৰ্দ্ধনা অনুষ্ঠান | Assamese |
গুৱাহাটী মহানগৰীৰ ৱায়াৰলেছৰ পৰা সন্ধানহীন প্ৰাক্তন আই এ এছ বিষয়াৰ পুত্ৰচিন্তিত পৰিয়াল | Assamese |
নতশিৰ কেন্দ্ৰ নাগালেণ্ডৰ পৰা বিতৰ্কিত আইন প্ৰত্যাহাৰৰ বাট মুকলি কৰিলে অমিত শ্বাহে | Assamese |
জননেতা শৰৎ চন্দ্ৰ সিংহৰ ষষ্ঠদশ মৃত্যু বাৰ্ষিকী পালন | Assamese |
বিদ্যালয়ৰ পঞ্চম মহলাৰ পৰা জাঁপমহানগৰীৰ মডাৰ্ণ ইংলিছ স্কুলৰ ছাত্ৰীৰ মৃত্যু | Assamese |
থিয়েটাৰতেই নহয় এইবাৰ অসম গ্ৰন্থমেলাতো ছিজন টিকটৰ ব্যৱস্থা কৰিছে আয়োজকে দাম কিমান ছিজন টিকটৰ | Assamese |
পৌৰ নিগমৰ নিৰ্বাচনক লৈ বি জে পি চৰকাৰে ৰাজনীতি কৰিছেপ্ৰাক্তন সাংসদ দ্বিজেন শৰ্মা | Assamese |
দেশত অমিক্ৰণ আক্ৰান্তৰ সংখ্যা ৪২২জনলৈ বৃদ্ধি নিম্নগামী দৈনিক সংক্ৰমণ | Assamese |
কলিয়াবৰৰ বৰুৱাচুকত বনৰীয়া হাতীৰ তাণ্ডৱ | Assamese |
বিশ্বৰ ১০৮ খন দেশত অমিক্ৰণৰ আতংক ফ্ৰান্সত কৰনাত দৈনিক আক্ৰান্তৰ সংখ্যা ১লাখ অতিক্ৰম | Assamese |
বিহাৰৰ মুজাফৰপুৰত মোদী নুডলছ ফেক্টৰীত ভয়ংকৰ বিস্ফোৰণ নিহত কমেও ১০জন | Assamese |
কলিয়াবৰৰ মিছাত আৰক্ষীয়ে জব্দ কৰিলে বৃহৎ পৰিমাণৰ অবৈধ বিলাতী সুৰা | Assamese |
দেশত ১৫ৰ পৰা ১৮ বছৰৰ শিশুক দিয়া হব কৰনা ভেকচিন আৰু কোনে পাব বুষ্টাৰ ডজ | Assamese |
হতাশগ্ৰস্ত গুৱাহাটী ভয়ংকৰ তথ্য মহানগৰীত চলিত বৰ্ষত ৩৭৩টা আত্মহত্যাৰ ঘটনা | Assamese |
সাহিত্য কাণ্ডাৰী পদ্মনাথ গোহাঞিবৰুৱাৰ ডেৰশ বছৰীয়া জন্মজয়ন্তীৰ অনুষ্ঠান সম্পন্ন | Assamese |
কিয় অসমৰ বিশেষ বাতৰি কাকতত নিষিদ্ধ হল বিশিষ্ট বুদ্ধিজীৱী ডঃ হীৰেণ গোহাঁই | Assamese |
দেশত অমিক্ৰনত আক্ৰান্ত হল কিমান লোক কোন কেইখন ৰাজ্যলৈ কেন্দ্ৰই পঠিয়াব বিশেষ দল | Assamese |
অমিক্ৰণৰ শংকা ৰাজ্যত নতুনকৈ কিমান আক্ৰান্ত হল কোভিডত মৃত্যু কিমানৰ | Assamese |
অসমৰ বাবে বৰ্ধিত ঋণৰ বোজা আশীৰ্বাদ হব নোৱাৰে বিধান সভা ৰাইজক বিভ্ৰান্ত কৰিছে মুখ্যমন্ত্ৰীয়েঅজাপ | Assamese |
আন্দোলনৰ পৰা ৰাজনীতিলৈঅৱশেষত ৰাজনৈতিক দল খুলিলে প্ৰতিবাদী কৃষকে | Assamese |
শিক্ষাবিদ কৃষ্ণ মোহন অধিকাৰীৰ দেহাৱসান আক্ৰাছুৰ শোক প্ৰকাশ | Assamese |
টীয়কত ভাৰতৰত্ন অটল বিহাৰী বাজপেয়ীৰ ৯৭সংখ্যক জন্মদিন উদযাপন | Assamese |
উদুলিমুদুলি গোৱালপাৰা সৈনিক স্কুলৰ চৌহদঃ বালমন্দিৰ পাব্লিক স্কুলৰ সোণালী জয়ন্তী | Assamese |
অসমত জাৰি কৰা হল নৈশ সান্ধ্য আইন নতুন ঘোষণা কি কি আছে নতুন ত | Assamese |
মৃত্যু বাৰ্ষিকীৰ দিনাই নিজ জন্মস্থানত উপেক্ষিত জননেতা তথা প্ৰাক্তন মুখ্যমন্ত্রী প্ৰয়াত শৰৎ চন্দ্র সিংহ | Assamese |
সৰুপথাৰৰ টেঙাবাৰীত কিশোৰী সন্ধানহীন অপহৰণৰ সন্দেহ | Assamese |
চাপৰ চাহ বাগিচাত আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয় স্থাপনত বাধা বাগিচা কৰ্তৃপক্ষৰ | Assamese |
নগাঁৱত নকল সোণৰ নাওসহ চাৰি ব্যৱসায়ীক গ্ৰেপ্তাৰ দুই লাখ টকা উদ্ধাৰ | Assamese |
আজি পবিত্ৰ বৰদিনকলিয়াবৰতো উখল মাখল পৰিবেশ | Assamese |
দেশত পুনৰ উৰ্দ্ধগামী কৰনাৰ সংক্ৰমণ অমিক্ৰণ আক্ৰান্ত ৪১৫জনলৈ বৃদ্ধি | Assamese |
মাজ আকাশতে ভাগি পৰিল ভাৰতীয় বায়ুসেনাৰ মিগ২১ বাইছন পাইলটৰ মৃত্যু | Assamese |
কলিয়াবৰৰ চুলুঙত উদ্ধাৰ যুৱকৰ মৃতদেহ পৰিচয় ওলালপৰিয়ালৰ লোকে কৰিলে চিনাক্ত | Assamese |
বকুলবন বঁটাপ্ৰাপক অনাতাঁৰ শিল্পী ডিম্বেশ্বৰ লাহনৰ স্মৃতিচাৰণ স্মৰণিকা জ্যোতিষ্মান উন্মোচন | Assamese |
সাহিত্য একাডেমী বঁটাপ্ৰাপক সংস্কৃত পণ্ডিত প্ৰভাত চন্দ্ৰ শৰ্মাৰ পৰলোকপ্ৰাপ্তি | Assamese |
বিশ্বত কোভিডৰ চতুৰ্থ ঢৌৰ মাজতে ভাৰতত অমিক্ৰনত আক্ৰান্তৰ সংখ্যা ৩৫৮লৈ বৃদ্ধি | Assamese |
কৰ ফাঁকিসুগন্ধি দ্ৰব্যৰ ব্যৱসায়ীৰ ঘৰত টকাৰ পাহাৰ জব্দ নগদ ১৭৭কোটি টকা | Assamese |
অমিক্ৰনৰ দ্ৰুত সংক্ৰমণএইবাৰ ওড়িশাতো নিষিদ্ধ বৰদিননৱবৰ্ষৰ অনুষ্ঠান | Assamese |
ধুবুৰী জিলা সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সভাপতি সদ্য প্ৰয়াত প্ৰসন্ন কুমাৰ দাসৰ বাসগৃহত সাহিত্য সভাৰ সঁজাতি দল | Assamese |
নিকায়নিগমত মহিলাৰ বাবে ৫০ শতাংশ আসন সংৰক্ষণৰ বিধেয়ক গৃহীত অসম বিধানসভাত | Assamese |
টীয়কৰ পিড়াকটাত মধ্য যোৰহাট আঞ্চলিক মইনা পাৰিজাতৰ দ্বিবিংশতম দ্বিবাৰ্ষিক অধিৱেশন আৰম্ভ | Assamese |
নিয়োগ মেলাৰ নামত ৰাজ্যৰ লাখ লাখ নিবনুৱাক অপমান আবেদন বায়োডাটা পেলাই দিয়া হল মেলাস্থলীত | Assamese |
ৰজাই হুকুম দিছে এদিম চেদিম বাইশৈশৱৰ ধেমালিৰে উজ্জীৱিত শিৱসাগৰৰ ৰাজপথ | Assamese |
নিয়োগ মেলা বঙাইগাঁৱতো চাকৰি বিচাৰি মনত আশালৈ অহা নিবনুৱা উভতিল আশাহত হৈ | Assamese |
নিয়োগ মেলাৰ নামত বৰপেটাত ভেকোভাওনা বৰপেটাৰ মন্দিয়াত জ্বলিল মুখ্যমন্ত্ৰীৰ পুত্তলিকা | Assamese |
বাক্সাত হাতীমানুহৰ সংঘাত অব্যাহত দেৱীনগৰ গাঁওৰ বহু পৰিয়ালৰ ঘৰ লণ্ডভণ্ড বনৰীয়া হাতীৰ | Assamese |
বিধানসভাৰ অধিৱেশনৰ মাজতে হঠাতে অসুস্থ বিধায়ক ফনী তালুকদাৰ হাস্পাতালত ভৰ্তি | Assamese |
নিবনুৱাক চৰকাৰৰ অপমান চাকৰি মেলাৰ বিৰুদ্ধে বিধানসভাৰ চৌহদত অখিল গগৈৰ অভিনৱ প্ৰতিবাদ | Assamese |
নিৰ্বাচনত নিজিকাকৈয়ে মেঘালয়ৰ প্ৰধান বিৰোধী দল হল তৃণমূল দলত্যাগীক অনুমোদন অধ্যক্ষৰ | Assamese |
অস্তিত্বৰক্ষাৰ বাবে হিন্দুক অস্ত্ৰ তুলি লোৱাৰ আহ্বান ধৰ্ম সংসদত উচটনিমূলক ভাষণক লৈ তুংগত বিতৰ্ক | Assamese |
অসম ৰাজ্যিক চিৰিয়াখানাত ফাঁচি লাগি মৃত্যু জিৰাফৰ ঘটনাক গাপ দিয়াৰ চেষ্টা কৰ্তৃপক্ষৰ | Assamese |
অসম ৰাজ্যিক চিৰিয়াখানাত জিৰাফ ৰঙিলী মৃত্যু | Assamese |
আদালতত মুখথেকেচা মহা প্ৰৱঞ্চক মৃদুপৱন নেওগৰ জামিন নাকচ উচ্চ ন্যায়ালয়ৰ | Assamese |
ৰাজ্যত আজি কিমান আক্ৰান্ত হল কোভিডত মৃত্যু কিমানৰ | Assamese |
বনজ সম্পদৰ লুণ্ঠন ওদালগুৰিত বন বিষয়াৰ সহযোগত বিজেপি কৰ্মীৰ চোৰাং কাৰবাৰ | Assamese |
শিৱসাগৰত পৰিৱেশ সজাগতা সম্পৰ্কীয় কাৰ্যসূচী | Assamese |
বঙাইগাঁও জিলাৰ লেংটিছিঙাত আৰক্ষীয়ে ধ্বংস কৰিলে ভাঙৰ খেতি | Assamese |
২৬ ডিচেম্বৰত অনুষ্ঠিত হব নন্দেশ্বৰ তালুকদাৰ জন্মশতবৰ্ষ অনুষ্ঠান উপস্থিত থাকিব সীতাৰাম য়েচুৰী | Assamese |
অমিক্ৰণৰ আতংকৰ মাজতে দেশত বৃদ্ধি পাইছে কৰনাৰ দৈনিক সংক্ৰমণ মৃত্যুৰ হাৰ | Assamese |
চাপৰ চাহ বাগিচাত বন বিভাগ আৰু প্ৰশাসনে চলালে উচ্ছেদ অভিযান | Assamese |
দিল্লীৰ পিছত এইবাৰ কৰ্ণাটকত নিষিদ্ধ হল নৱবৰ্ষৰ অনুষ্ঠান | Assamese |
বঙাইগাঁও জিলাত ৪১৯ গৰাকী লোক এইছ আই ভিত আক্ৰান্ত | Assamese |
শিৱসাগৰত দেশৰ হকে প্ৰাণাহুতি দিয়া শ্বহীদৰ নামত পথৰ নামকৰণ | Assamese |
মৰিগাঁৱৰ লাহৰীঘাটত তিনি শিশুক যৌন নিৰ্যাতন চলোৱা বৃদ্ধক আৰক্ষীৰ এনকাউণ্টাৰ | Assamese |
চীনা মোবাইল ফোনৰ কোম্পানীৰ বিৰুদ্ধে আয়কৰ বিভাগৰ দেশজুৰি তালাচী অভিযান | Assamese |
অসম আৰক্ষীত ৩২০ টা উপপৰিদৰ্শক পদৰ বাবে আবেদন আহ্বান কত কৰিব পাৰিব আবেদন | Assamese |
ৰাজ্য চৰকাৰৰ বঞ্চনাৰ বিৰুদ্ধে গৰজি উঠিল টেট শিক্ষক সমাজে | Assamese |
টীয়ক উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ত লোক সংস্কৃতিৰ আধাৰত ব্যতিক্ৰমী প্ৰতিযোগিতা | Assamese |
৩০ মাহ ধৰি বৰ্দ্ধিত মৰগীয়া বানচৰ পৰা বঞ্চিত সৰ্বশিক্ষাৰ ৪০০০০ শিক্ষক | Assamese |
বৰদিন নৱবৰ্ষৰ আনন্দত চেঁচাপানী পৰিল দিল্লীবাসীৰ কিন্তু কিয় | Assamese |
কৃষ্ণাইত বন্যহস্তীৰ সন্ত্ৰাসঃ বিধ্বস্ত কৰিলে দুটা পৰিয়ালৰ ঘৰ দুৱাৰ | Assamese |
হাজোত আৰক্ষীৰ জালত পৰিল দুধৰ্ষ বাইক চোৰ | Assamese |
বিতৰ্কিত ভিডিঅআমছুক উভতি ধৰিলে দেশী জনগোষ্ঠীয় মঞ্চ অসমে | Assamese |
এইবাৰ চোৰাং গৰু সৰবৰাহত ব্যৱহাৰ ডাক কঢ়িয়াই নিয়া বাহন | Assamese |
কলিয়াবৰক অপমানৰ অভিযোগ তুলি ব্ৰহ্মপুত্ৰ ব্ডৰ বিৰুদ্ধে সৰৱ কলিয়াবৰবাসী | Assamese |
বাক্সাৰ নাগ্ৰীজুলিত নিশা ভয়ংকৰ অগ্নিকাণ্ড ভস্মীভূত দোকান | Assamese |
অনিমেষ ভূঞা হত্যাকাণ্ডজানুৱাৰীত শক্তিশালী অভিযোগপত্ৰ দাখিল কৰিব আৰক্ষীয়ে | Assamese |
দীপৰ বিলত আজাদী কা অমৃত মহোৎসৱ আয়োজন অসম বন বিভাগৰ | Assamese |
নাগ্ৰীজুলি উন্নয়ন খণ্ডৰ অধীনৰ অসম ৰাজ্যিক গ্ৰাম্য জীৱিকা অভিযানৰ প্ৰথম বৰ্ষপুতি অনুষ্ঠান | Assamese |
ডিব্ৰুগড়ত স্থাপন হব উত্তৰপূৰ্বাঞ্চলৰ প্ৰথমটো চাহ সংগ্ৰহালয় | Assamese |
কামাখ্যাত সেৱা ললে তৃণমূল কংগ্ৰেছৰ মুৰব্বী মমতা বেনাৰ্জীয়ে | Assamese |
আন্দোলনৰ শ্বহীদৰ তথ্য লুকুৱাইছে অসম চৰকাৰে অভিযোগ অখিল গগৈৰ | Assamese |
হোষ্টেলৰ কোঠাত আত্মহত্যা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ | Assamese |
গোলাঘাটত আৰক্ষীৰ জালত বৃহৎ বাইক চুৰি চক্র দুই গভাইত চোৰে দিলে চুৰিকাণ্ডৰ বৰ্ণনা | Assamese |
সৰভোগৰ বেঁকী নৈৰ দলঙত যুৱকযুৱতী অগ্নিদগ্ধ হোৱা ঘটনাৰ ৰহস্য কি জনালে বৰপেটাৰ আৰক্ষী অধীক্ষকে | Assamese |
কোকৰাঝাৰত গাঞ্জা সৰবৰাহকাৰীলৈ আৰক্ষীৰ গুলী আহতক হাস্পাতালত ভৰ্তি | Assamese |
জন্মদিন পালন কৰিবলৈ আহি সৰভোগৰ বেঁকী নৈৰ দলঙত অগ্নিদগ্ধ যুৱকযুৱতী হাস্পাতালত ভৰ্তি | Assamese |
অমিক্ৰণৰ উদ্বিগ্নতাৰ মাজতে দেশত নিম্নগামী দৈনিক সংক্ৰমণ পুনৰ বৃদ্ধি মৃত্যুৰ সংখ্যা | Assamese |
ধুবুৰী জিলা সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সভাপতি প্ৰসন্ন কুমাৰ দাসৰ দেহাৱসান শোকৰ ছাঁ | Assamese |
বিজেপি প্ৰীতি বিধায়ক শশীকান্ত দাসলৈ কংগ্ৰেছৰ কাৰণ দৰ্শোৱাৰ জাননী | Assamese |
আৰু কত কত আছিল মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকি ভূঞা শৰ্মাৰ ভূসম্পত্তি প্ৰতিবেদন | Assamese |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.