text stringlengths 1 2.59k ⌀ | language stringclasses 10 values |
|---|---|
তামুলপুৰ মহকুমাৰ ভিন্ন প্ৰান্তত বনৰীয়া হাতীৰ মুক্ত বিচৰণ উপদ্ৰৱ অব্যাহত | Assamese |
আইৰণৰ অভাৱ এনে লক্ষণেও দেখা দিব পাৰে দেহত | Assamese |
বঙাইগাঁও জিলা কোচৰাজবংশী সংগ্ৰাম সমিতিৰ কাৰ্যনিৰ্বাহক সভা | Assamese |
চণ্ডীগড়ৰ হৰনাজে দিয়া এই প্ৰশ্নৰ উত্তৰতেই আহিল মিছ ইউনিভাৰ্ছৰ খিতাপ | Assamese |
অমিক্ৰণৰ আতংকৰ মাজতো সুস্থিৰ দেশ নিম্নগামী কৰনাৰ দৈনিক সংক্ৰমণ | Assamese |
হাতীমানুহৰ সংঘাতপ্ৰথমবাৰৰ বাবে উত্তৰপূব ভাৰতত অভিলাসী আচঁনি ৰিহেব শুভ উদ্বোধন | Assamese |
তিনিচুকীয়াত উত্তৰপূব সীমান্ত ৰেলৱেৰ কনিষ্টবলে বচালে এগৰাকী বৃদ্ধৰ জীৱন | Assamese |
অভাৱত পৰি টেক্সি চলাইছিল ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে | Assamese |
:২১ বছৰ প্ৰতীক্ষাৰ অৱসান ভাৰতৰ হাৰনাজ সান্ধুৰ শিৰত মিছ ইউনিভাৰ্ছৰ খিতাপ | Assamese |
ৰাজ্যত ২৪ ঘন্টাত নতুনকৈ কিমান আক্ৰান্ত হল কোভিডত মৃত্যু কিমানৰ | Assamese |
ইস্কন মন্দিৰৰ উদ্যোগত বঙাইগাঁৱত বিনামূলীয়া স্বাস্থ্য শিবিৰৰ আয়োজন | Assamese |
কোচ ৰাজবংশীক পুনৰ ডি ভোটাৰ সজাই বিদেশীৰ জাননীকোচ ৰাজবংশী জাতীয় পৰিষদৰ তীব্ৰ প্ৰতিক্ৰিয়া | Assamese |
গোলাঘাটৰ বন বিষয়াৰ কাৰ্যালয়ত উত্তপ্ত পৰিস্থিতি চকীদাৰক প্ৰহাৰ | Assamese |
বোকাখাত মহকুমাৰ বৰভেটাত খাদ্যত বিষক্ৰিয়াৰ ফলত দুটা হাতীৰ কৰুণ মৃত্যু | Assamese |
এইবাৰ অখিল গগৈৰ বিৰুদ্ধে ভূমি বেদখলৰ বিস্ফোৰক অভিযোগ মন্ত্ৰী পীযুষ হাজৰিকাৰ | Assamese |
টীয়কত বন্যহস্তীৰ তাণ্ডৱ বাসগৃহ ভাঙি লণ্ডভণ্ডনিৰ্বিকাৰ বন বিভাগ | Assamese |
অসমত অমিক্ৰনত আক্ৰান্ত হোৱা নাই কোনো লোক স্পষ্ট কৰিলে তেজপুৰ মেডিকেল কলেজে | Assamese |
শিৱসাগৰৰ বিশিষ্ট সমাজসেৱিকা লেখিকা ক্ষীৰদা কুমাৰী বৰুৱালৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি | Assamese |
লোকসভাত নাই ৪২০ নম্বৰৰ আসন কাৰণটো কি জানক আঁৰৰ কাহিনী | Assamese |
কিংবদন্তি ফুটবলাৰ মাৰাডোনাৰ ঘড়ীৰ পাছত চোৰ ৱাজিদৰ জিম্মাৰ পৰা পুনৰ উদ্ধাৰ বহু সামগ্ৰী | Assamese |
বঙাইগাঁৱত কা বাতিলৰ দাবীত আছুৰ কলা দিৱস পালন | Assamese |
কা আন্দোলনৰ শ্বহীদ ৰাজেন বৰুৱাৰ দ্বিতীয় মৃত্যু বাৰ্ষিকীত আন্দোলনৰ স্থবিৰতাক লৈ ক্ষোভ পত্নীৰ | Assamese |
অসমত চিনাক্ত প্ৰথমগৰাকী অমিক্ৰণ আক্ৰান্ত ব্যক্তি ৰাজ্যত নিম্নগামী কোভিডৰ সংক্ৰমণ | Assamese |
দেশত নিম্নগামী কৰনাৰ দৈনিক সংক্ৰমণ অমিক্ৰণক লৈ আতংকিত নহবলৈ আহ্বান ৰ | Assamese |
বঙাইগাঁৱত হৃদৰোগ আৰু গেষ্ট্ৰ এণ্টেৰলজি সম্পৰ্কীয় বিনামূলীয়া চিকিৎসা শিবিৰ | Assamese |
ৰাৱাটৰ মৃত্যুত আনন্দ প্ৰকাশ ক্ষোভত ইছলাম ধৰ্ম এৰি হিন্দু ধৰ্ম গ্ৰহণৰ সিদ্ধান্ত কেৰালাৰ পৰিচালকৰ | Assamese |
পৌৰ নিৰ্বাচনবিজেপিয়ে এখন সভা কৰিলেই যদি ৰণডংকা হয় তেন্তে আমিও তেনে ৰণডংকা বজাইছোফণীভূষণ চৌধুৰী | Assamese |
বাক্সাৰ নাগ্ৰীজুলিত কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ৰ নতুন ভৱনৰ শুভ উদ্বোধন | Assamese |
বিশ্বনাথত তিনি মহিলাসহ মুঠ ৯ জন জাল নোট ব্যৱসায়ীক গ্ৰেপ্তাৰ | Assamese |
:অসমতে উদ্ভাৱন হল মাত্ৰ দুঘণ্টাতে অমিক্ৰন চিনাক্ত কৰাৰ বিশেষ কিট | Assamese |
কোকৰাঝাৰত অনুষ্ঠিত সদৌ অসম সমবায় বিষয়া সন্থাৰ ৪৮ তম দ্বিবাৰ্ষিক অধিৱেশন | Assamese |
কা বাতিলৰ দাবীৰে উলিওৱা অজাপৰ সমদলৰ প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত হতাহতি | Assamese |
দেশত পুনৰ হ্ৰাস পালে কৰনাৰ দৈনিক সংক্ৰমণ অমিক্ৰণ ৰোধৰ বাবে মুম্বাইত ১৪৪ধাৰা জাৰি | Assamese |
কা বিৰোধী প্ৰতিবাদআজি সমগ্র উত্তৰপূৰ্বাঞ্চলজুৰি নেছ কলা দিৱস | Assamese |
বিশ্বনাথত পুৱতি নিশা আৰক্ষীৰ গুলীত গুৰুতৰভাবে আহত দুৰ্ধৰ্ষ ডকাইত ভুত্তু | Assamese |
লাভ জেহাদ মুছলমান যুৱকে হিন্দু পৰিচয়েৰে যুৱতীক পলুৱাই নি নিৰ্যাতন চলোৱাৰ অভিযোগ | Assamese |
:মুখ্যমন্ত্ৰীৰ পত্নী আইনৰ কি ধাৰাত গ্ৰেপ্তাৰ হব লাগে কলে অখিল গগৈয়ে | Assamese |
কলিয়াবৰত নিশা ৰেলৰ খুন্দাত খাদ্যৰ সন্ধানত অহা এটি মাইকী হাতীৰ কৰুণ মৃত্যু | Assamese |
অসম চৰকাৰৰ গুৰুত্বপূৰ্ণ কেবিনেট বৈঠকত শুকুৰবাৰে কি কি সিদ্ধান্ত লোৱা হল | Assamese |
দেহ ব্যৱসায় চক্ৰ উৎখাত উদ্ধাৰ কৰা পাঁচগৰাকীৰ ভিতৰত আছে নাবালিকাও | Assamese |
ওদালগুৰিৰ টংলাত ভয়ংকৰ পথ দুৰ্ঘটনাছাত্ৰৰ মৃত্যু | Assamese |
ৰাজ্যই সুঁৱৰিছে ৮৫৫জন বীৰ শ্বহীদক টীয়কত অসম গণ পৰিষদৰ শ্বহীদ দিৱস পালন | Assamese |
বকোত অঘটনবন বিভাগৰ গুলীয়ে প্ৰাণ ললে দুই বছৰীয়া শিশুৰ | Assamese |
টীয়কত পূৰ্ব ভাৰতী শৈক্ষিক ট্ৰাষ্টৰ উদ্যোগত মানৱ অধিকাৰ দিৱস উদযাপন | Assamese |
পঞ্চভূতত বিলীন সপত্নীক বিপিন ৰাৱাটৰ নশ্বৰ দেহ | Assamese |
মাৰ্ঘেৰিটাত ৰেড ক্ৰছ ছচাইটি মাৰ্ঘেৰিটা শাখাৰ উদ্যোগত বিশ্ব মানৱ অধিকাৰ দিৱস উদযাপন | Assamese |
সতীৰ্থ মহিলা কৰ্মচাৰীক যৌন নিৰ্যাতনৰ প্ৰসংগত মুখ খুলিলে প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে | Assamese |
শ্রমিক হত্যাৰ বিচাৰ আৰু আফস্পা বাতিলৰ দাবীত মানৱ অধিকাৰ দিৱসৰ দিনাই দুঘন্টীয়া প্রতিবাদী কাৰ্যসূচী | Assamese |
চিডিএছ বিপিন ৰাৱাটৰ অন্তিম যাত্ৰা আৰম্ভ প্ৰধানমন্ত্ৰীকে ধৰি বিভিন্ন জনৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন | Assamese |
বঙাইগাঁও জিলা উন্নয়ন আয়ুক্তৰ কেইবাটাও বিভাগৰ উন্নয়নমূলক কামকাজৰ পৰ্যালোচনা | Assamese |
ইউৰোপছৌদি আৰৱৰ পৰা অসমলৈ অহা ৫বিমানযাত্ৰীৰ দেহত ধৰা পৰিছে কোভিড১৯ পজিটিভ | Assamese |
আজি শ্বহীদ দিৱসকেনে আছে অসম আন্দোলনৰ শ্বহীদ টীয়কৰ পোৱাল দাসৰ পৰিয়াল | Assamese |
প্ৰচলিত ধাৰণা ভুল সৌৰজগতত বৃহস্পতিতকৈয়ো ১০গুণ ডাঙৰ গ্ৰহ দেখি বিস্মিত বিজ্ঞানী | Assamese |
অমিক্ৰণৰ আশংকাৰ মাজতে দেশত পুনৰ বৃদ্ধি পালে দৈনিক মৃত্যু নিয়ন্ত্ৰণত সংক্ৰমণ | Assamese |
পৰিৱেশবিদ ডঃ প্ৰণৱ জ্যোতি পাতৰলৈ ২০২১ বৰ্ষৰ সন্মানীয় পুৰস্কাৰ | Assamese |
ভূমি কেলেংকাৰী নিজৰ চাৰ্টিফিকেট নিজেই দিলে মুখ্যমন্ত্ৰীয়ে | Assamese |
নৰ্থ ইষ্ট নাওৰ সাংবাদিক কল্পজ্যোতি শইকীয়ালৈ আন্তঃৰাষ্ট্ৰীয় দুৰ্নীতি বিৰোধী বঁটা ২০২১ | Assamese |
মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ভূমি কেলেংকাৰিৰ তদন্ত কৰক মুখ্যমন্ত্ৰীৰ পদত্যাগ দাবী চি পি আই এম | Assamese |
৪৫বছৰ পুৰণি ঘটনাৰে সম্পৰ্কিত গাড়ীত উদ্ধাৰ হল মানৱ অৱশিষ্ট | Assamese |
ভুল চিকিৎসাৰ পৰিণতিত শিশুৰ মৃত্যু কোকৰাঝাৰ সদৰ থানাত গোচৰ তৰিলে পৰিয়ালে | Assamese |
জখলাবন্ধাত আৰক্ষীৰ অভিযানত অবৈধভাৱে সৰবৰাহ কৰা গৰুসহ বাহন জব্দ দুজনক আটক | Assamese |
কাজিৰঙাত কৰ্মৰত গৃহৰক্ষী জোৱান ভূপেন হাজৰিকালৈ ৰাষ্ট্ৰপতিৰ পদক উৎফুল্লিত কাজিৰঙা | Assamese |
অসমত এন আৰ চিৰ কাম লেহেমীয়া কৰিবলৈ চাপ দিছিল কেন্দ্ৰই আৰু কি বিস্ফোৰণ ৰঞ্জন গগৈৰ | Assamese |
দিল্লীৰ ৰোহিনী আদালতত বিস্ফোৰণ তীব্ৰ চাঞ্চল্য | Assamese |
বাতিলৰ দাবীত গুৱাহাটীৰ পৰাই কেন্দ্ৰক কঠোৰ সকিয়নী আছুনেছ | Assamese |
ভূমি কেলেংকাৰীআৰক্ষীৰ নিচ্ছিদ্ৰ নিৰাপত্তাৰ মাজতো জ্বলিল হিমন্ত বিশ্বৰ পুত্তলিকা | Assamese |
থলুৱা প্ৰতিষ্ঠানক বঞ্চিত কৰি কলিয়াবৰৰ চিকনি চাহ বাগিচা অবৈধ ভাবে নিলামৰ অভিযোগ | Assamese |
বড়ো সাহিত্য সভাৰ ৬১ সংখ্যক তামুলপুৰ অধিৱেশনৰ লাইখুঁটা স্থাপন | Assamese |
কোভিড কালত উদ্ধাৰ কাৰ্যত জৰিত হৈ মৃত্যুবৰণ কৰা লোকৰ পৰিয়ালেও পাব | Assamese |
কাইলৈ দিল্লীত সম্পন্ন কৰা হব চিডিএছ বিপিন ৰাৱাট আৰু পত্নী মধুলিকাৰ নশ্বৰ দেহৰ অন্ত্যেষ্টিক্ৰিয়া | Assamese |
উদ্ধাৰ হল বায়ু সেনাৰ অভিশপ্ত বিমানৰ ব্লেক বক্স সংসদত ৰাজনাথ সিঙৰ বিবৃতি প্ৰদান | Assamese |
আন্দোলন প্ৰত্যাহাৰ কৰিবনে কৃষকে আজি চৰকাৰৰে পুনৰ আলোচনা | Assamese |
১১ ডিচেম্বৰত বঙাইগাঁও জিলাত ৰাষ্ট্ৰীয় লোক আদালত | Assamese |
হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাক আটক নগাওঁ আৰক্ষীৰ | Assamese |
হেলিকপ্তাৰ দুৰ্ঘটনাত পত্নীসহ নিহত চীফ অব ডিফেন্স ষ্টাফ বিপিন ৰাৱাট | Assamese |
সঞ্জয় গান্ধীৰ পৰা বিপিন ৰাৱাটলৈআকাশমাৰ্গৰ দুঘৰ্টনাত নিহত উল্লেখযোগ্য ভাৰতীয়সকল | Assamese |
নাগালেণ্ডৰ ঘটনাত নিহতৰ আত্মাৰ সদগতি কামনাৰে এৱছুৰ বন্তি প্ৰজ্বলন আফষ্পা বাতিলৰ দাবী | Assamese |
ৰাজনৈতিক পৃষ্ঠপোষকতাত গঢ় লৈ উঠা অসমৰ বৃহৎ ভূমি কেলেংকাৰী ফাদিল হৈছেলুৰীণজ্যোতি গগৈ | Assamese |
ডাইৰেক্ট মাৰিছেনাগালেণ্ড আছাম ৰাইফলছৰ গণহত্যাত প্ৰাণ ৰক্ষা পৰা এজন যুৱকে কলে নৃশংস আক্ৰমণৰ কথা | Assamese |
হেলিকপ্তাৰ দুৰ্ঘটনাত নিহতৰ সংখ্যা ১৩ জনলৈ বৃদ্ধি ৰাৱাটৰ পত্নীও নিহত | Assamese |
বাক্সাৰ নাগ্ৰীজুলিত বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ | Assamese |
প্ৰতিবাদ নেওঁচি শালকোচাৰ গেৰাভিটাত স্থাপন বিলাতী সুৰাৰ বিপনী অনুজ্ঞাপত্ৰ বাতিলৰ দাবীত উপায়ুক্তলৈ স্মাৰকপত্ৰ | Assamese |
প্ৰতিৰক্ষা বাহিনীৰ মুৰব্বী বিপিন ৰাৱাটৰ হেলিকপ্তাৰ দুৰ্ঘটনাগ্ৰস্ত ১১জন নিহত | Assamese |
নাগালেণ্ডৰ সেনাৰ বৰ্বৰতাত নিহত যুৱকৰ পিতৃয়ে কলে ন্যায় মানে ধন নহয় দোষী সেনা বিষয়াসকলক শাস্তি দিয়ক | Assamese |
১০ ডিচেম্বৰৰ পৰা আৰম্ভ হব পদ্ম নাথ গোঁহাঞিবৰুৱা ১৫০ বছৰীয়া জন্ম জয়ন্তী উৎসৱ | Assamese |
মুখ্যমন্ত্ৰীৰ পৰিয়াল নামিছে ভূমি দখলত হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ভূমি কেলেংকাৰীৰ অভিযোগ | Assamese |
লোকসভাত সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইন বাতিলৰ দাবী আগাথা চাংমাৰ | Assamese |
বেদেতীত অঘটনৰেলৰ খুন্দাত বৃদ্ধা নিহত | Assamese |
অসম আৰক্ষীত ওলাইছে ২৪৪০ টা পদত চাকৰি কেতিয়া কিদৰে কৰিব পাৰিব আবেদন | Assamese |
জীৱনৰ নতুন ঠিকনা বিচাৰি পালে শ্ৰীমন্ত শংকৰ মিশ্যনৰ দীপাই | Assamese |
পুৱা ১০ বজাৰ পিছত অহা কৰ্মচাৰীক কাৰ্যালয়ত প্ৰৱেশ কৰিবলৈ নিদিলে প্ৰমোদ বড়োই | Assamese |
পৌৰসভাৰ নিৰ্বাচনত মহিলা প্ৰাৰ্থী জয়ী হোৱা আসন ১০ বছৰলৈ সংৰক্ষিত হৈ থাকিব মহিলাৰ বাবে আঙুৰলতা ডেকা | Assamese |
বঙাইগাঁৱত মুখ্যমন্ত্ৰীৰ কোভিড বিধৱা সাহায্য আঁচনিৰ অধীনত চেক প্ৰদান | Assamese |
নাগালেণ্ডৰ নৰহত্যাআধাতে সমাপ্ত ঘোষণা হৰ্ণবিল ফেষ্টিভেল | Assamese |
বঙাইগাঁৱত নাৰীৰ বিৰুদ্ধে হিংসাৰ অন্ত বিচাৰি সমাজ কল্যাণ বিভাগৰ সমদল | Assamese |
প্ৰত্যাহাৰৰ দাবীৰে সদন স্থগিত প্ৰস্তাৱৰ জাননী সাংসদ আগাথা চাংমাৰ | Assamese |
দুখুনী মাতৃৰ জীৱন সংগ্ৰাম নিশাও কনমানি সন্তানক লৈ পাঠশালাৰ পথত বিচাৰি ফুৰে পেলনীয়া বটল | Assamese |
নগাঁৱত গুলীবিদ্ধ মষ্ট ৱান্টেড আব্দুল বাছেট ওৰফে ইফু আৰক্ষীৰ মূৰৰ কামোৰণি এক অধ্যায়ৰ সামৰণি | Assamese |
খাদ্যৰ সন্ধানত জনাঞ্চলত প্ৰৱেশ ওদালগুৰিৰ আটাৰিখাটত বন্যহস্তীৰ আক্ৰমণত নিহত এজন | Assamese |
টকাৰে ন্যায় নাহে দোষী সেনা বিষয়াক শাস্তি দিয়কনাগালেণ্ডৰ সেনাৰ গুলীত নিহত নিৰীহৰ পিতৃ | Assamese |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.