text stringlengths 1 2.59k ⌀ | language stringclasses 10 values |
|---|---|
বিশ্বনাথত মুকলি হল ৰাজ্যৰ প্ৰথমটো আদৰ্শ অংগনৱাড়ী কেন্দ্ৰ | Assamese |
বঙাইগাঁও জিলাক দুৰ্ঘটনামুক্ত জিলা হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে প্ৰকল্প মৃত্যুঞ্জয়ৰ শুভাৰম্ভ | Assamese |
পিতৃৰ মৃত্যুৰ ১৫ বছৰৰ পাছত ইৰাকবাসীক কি আহ্বান জনালে ছাদ্দাম হুছেইনৰ কন্যাই | Assamese |
বিশ্বনাথত অসম মাইক্ৰফাইনেন্স উদগনি আৰু সকাহ আঁচনি ২০২১ৰ শুভাৰম্ভণি | Assamese |
তৃতীয় ঢৌ আৰম্ভ চিকিৎসালয় নিৰ্মাণ কৰিবলৈ ৰাজ্যকেন্দ্ৰীয় শাসিত অঞ্চললৈ কেন্দ্ৰৰ পত্ৰ | Assamese |
দেশত কৰনাৰ দৈনিক সংক্ৰমণ ২৭হাজাৰ অতিক্ৰম অমিক্ৰণ আক্ৰান্ত ১৫২৫জন | Assamese |
কলিয়াবৰত বন্যহস্তীৰ তাণ্ডৱ ১১০০ কিলো ভল্টৰ বিদ্যুতৰ তাঁৰৰ পৰা কথমপি ৰক্ষা পৰিল হাতী | Assamese |
ভাৰতত অমিক্ৰনত আক্ৰান্ত ৰোগীৰ সংখ্যা ১৪৩১ লৈ বৃদ্ধি | Assamese |
নৱবৰ্ষ উপলক্ষ্যে নিগমঘোলাটিলাপাৰা আৰু কাক্ৰিঘোলাত প্ৰাৰ্থনা সভাৰ লগতে গীতমাতৰ অনুষ্ঠান | Assamese |
নৱবৰ্ষৰ প্ৰথমটো দিনত ৰাজ্যত কিমান আক্ৰান্ত হল কোভিডত মৃত্যু কিমানৰ | Assamese |
গুৱাহাটীত নৱবৰ্ষ উদযাপনৰ সময়ত নাই এটাও পথ দুৰ্ঘটনা মহানগৰবাসীয়ে পান কৰিলে ৬কোটি টকাৰ সুৰা | Assamese |
দেশত কোভিডৰ দ্ৰুত সংক্ৰমণত প্ৰধানমন্ত্ৰীৰ উদ্বেগ সতৰ্কতাৰে মোকাবিলাৰ আহ্বান | Assamese |
অমিক্ৰনৰ পিছত এইবাৰ কোভিডৰ নতুন প্ৰজাতি ফ্লোৰোনাইজৰাইলত চিনাক্ত প্ৰথমগৰাকী ৰোগী | Assamese |
বঙাইগাঁৱত প্ৰতিবন্ধী ব্যক্তিৰ সৈতে গীতে মাতে এটি অনুষ্ঠান | Assamese |
ঘৃণাভৰা ভাষণ ৰাষ্ট্ৰপতিপ্ৰধানমন্ত্ৰীলৈ পত্ৰ লিখিলে ১০০ ৰো অধিক নাগৰিক সামৰিক বাহিনীৰ প্ৰাক্তন বিষয়াই | Assamese |
ভাৰততকৈ আগতে নৱবৰ্ষ উদযাপন কৰিলে কোন বোৰ দেশে | Assamese |
নৱবৰ্ষত সুখশান্তি বিচাৰি টীয়কৰ ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত ভক্তৰ ভিৰ | Assamese |
পত্নীক যৌন মিলনৰ বাবে বাধ্য কৰিব নোৱাৰে স্বামীয়ে কলে গুজৰাট উচ্চ ন্যায়ালয়ে | Assamese |
নৱবৰ্ষৰ প্ৰথম দিনটোতে কৰনাক লৈ উদ্বেগ দেশত দৈনিক সংক্ৰমণ ২২হাজাৰ অতিক্ৰম | Assamese |
টীয়কৰ এটি চৰকাৰী কাৰ্যালয়ৰ ব্যতিক্ৰমী পৰিবেশ হৈ পৰিছে সকলোৰে আকৰ্ষণৰ কেন্দ্ৰ | Assamese |
অমিক্ৰণক লৈ আতংকিত হোৱাৰ কাৰণ নাই কি কলে ৰ মুৰব্বী ডাঃ ৰণদীপ গুলেৰিয়াই | Assamese |
পৰেশ বৰুৱাক মূলসূঁতিলৈ উভতি আহিবলৈ আহ্বান বিটিআৰ প্ৰধান প্ৰমোদ বড়োৰ | Assamese |
নৱবৰ্ষ উদযাপনৰ মাজতে ৰাজ্যত নতুনকৈ কিমান আক্ৰান্ত হল কোভিডত মৃত্যু কিমানৰ | Assamese |
ভুতৰ ওপৰত দানহ অমিক্ৰণৰ আতংকৰ মাজতে এইবাৰ ওলাল ফ্লোৰোনা | Assamese |
বিদায়ী বৰ্ষৰ অন্তিম দিনটোত গোলাঘাট আৰক্ষীৰ সাফল্য পিষ্টলসহ পাঁচজন প্ৰাক্তন আনলা সদস্যক গ্ৰেপ্তাৰ | Assamese |
অৱশেষত কংগ্ৰেছৰ পৰা নিলম্বিত বিজেপি ভক্তিত গদগদ বিধায়ক শশীকান্ত দাস | Assamese |
আৰক্ষীৰ পিছত কলিয়াবৰৰ ৰাজপথত এনফৰ্চমেন্টৰ অভিযান সুৰাপায়ীৰ বিৰুদ্ধে | Assamese |
ভাল খবৰ১ জানুৱাৰীৰ পৰা বৃদ্ধি নাপায় কাপোৰৰ দাম কিয় | Assamese |
অৱশেষত কিঞ্চিত সকাহ মিঠাতেলকে ধৰি খোৱা তেলৰ মূল্য লিটাৰত হ্ৰাস পাব ৪০ টকা পৰ্যন্ত | Assamese |
মাৰ্ঘেৰিটা ৩নং মাকুম পথাৰত এজন সন্ধানহীন শুংসূত্ৰ উলিওৱাত ব্যৰ্থ আৰক্ষী | Assamese |
এনকাউণ্টাৰযোৰহাটত কলা লাৰ পিছত এইবাৰ গুলিবিদ্ধ পচা গুণ্ডা | Assamese |
বঙাইগাঁৱত ট্ৰেড ইউনিয়নৰ নেতা ৰাখাল দাসগুপ্ত স্মাৰক সংগ্ৰহালয় আৰু স্মাৰক ভৱনৰ আধাৰশিলা স্থাপন | Assamese |
দগাঁও প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত আৰক্ষীৰ অভিযান চিকিৎসকসহ আটক ৪জন ড্ৰাগছ সেৱনকাৰী | Assamese |
অমিক্ৰণৰ সৈতে যুঁজিবলৈ সাজু ৰাজ্যৰ স্বাস্থ্য বিভাগ নৱবৰ্ষত আৰু কি পৰিকল্পনা জনালে স্বাস্থ্যমন্ত্ৰীয়ে | Assamese |
বোৱাৰীক যৌন নিৰ্যাতনৰ চেষ্টা শহুৰেকৰ হাজো আৰক্ষী থানাত উত্তপ্ত পৰিস্থিতি | Assamese |
অসম বাৰ্তাজীৱী সংঘৰ লিডুৰ ৪৫ সংখ্যক দ্বিবাৰ্ষিক অধিবেশনৰ ব্যাপক প্ৰস্তুতি লাইখুঁটা স্থাপন | Assamese |
দেশত অমিক্ৰণ আক্ৰান্তৰ সংখ্যা প্ৰায় ১৩০০ উৰ্দ্ধগামী কৰনাৰ দৈনিক সংক্ৰমণ | Assamese |
হেলমেট পৰিধান নকৰা বাইক চালকৰ বিৰুদ্ধে বাক্সা জিলা পৰিবহন বিভাগৰ অভিযান বিহিলে জৰিমনা | Assamese |
ঘাতক পথ দুৰ্ঘটনা ২০২১বৰ্ষত অসমত প্ৰাণ হেৰুৱাইছে ২২০৬জন লোকে | Assamese |
১১টাকৈ এনকাউণ্টাৰ ২৮ কোটি টকাৰ হিৰইন জব্দ ড্ৰাগছৰ গোচৰত ৫৫৫ জনক গ্ৰেপ্তাৰ নগাঁও আৰক্ষীৰ | Assamese |
অমিক্ৰণৰ আশংকাৰ মাজতে ৰাজ্যত আজি কিমান আক্ৰান্ত হল কোভিডত মৃত্যু কিমানৰ | Assamese |
শ্বহীদ মনোৰঞ্জন বৰাৰ নামেৰে নামকৰণ কৰা হল ২.২ কিলোমিটাৰ পথ | Assamese |
নাগালেণ্ডৰ ওটিং বস্তিৰ ঘটনা যোৰহাটৰ বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠানত নাগালেণ্ড চৰকাৰৰ গ্ৰুপ | Assamese |
ঠেঙাল কছাৰী স্বায়ত্ত শাসিত পৰিষদীয় নিৰ্বাচনমেৰবিল নাহৰকটীয়া সমষ্টি জাতীয় পৰিষদক এৰি দিলে কংগ্ৰেছে | Assamese |
কামৰূপৰ পছৰীয়াত ৪৫০ বিঘা কৃষি ভূমিত নিৰ্মাণ হব তৈল ভাণ্ডাৰ কৃষকৰ মাজত হাহাকাৰ | Assamese |
অসমীয়া জাতিৰ আয়ুস ৰেখা অসমীয়া ভাষাৰ বিৰুদ্ধে ষড়যন্ত্র অসমীয়াই ঐক্যবদ্ধ হৈ ব্যৰ্থ কৰিব লাগিব লাচিত সেনা | Assamese |
সোঁৱৰণিয়ে কৰেহি আমনি সময়ৰ হাতত হেৰাই গল নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰা গ্ৰিটিংচ কাৰ্ড | Assamese |
শিৱসাগৰত আৱৰ্জনাৰ দম তথা ডাম্পিং গ্ৰাউণ্ড পৰিষ্কাৰ অভিযান অব্যাহত বিধায়ক অখিল গগৈৰ | Assamese |
কলিয়াবৰৰ জখলাবন্ধাত কন্টেইনাৰ বাহনত উদ্ধাৰ চোৰাং গৰু | Assamese |
এটা ব্যতিক্ৰমী যুৱকৰ দলে চালে চকু ৰোৱা কৰি তুলিছে টীয়কৰ কেন্দুগুৰিৰ পথ | Assamese |
ড্ৰাগছ পেদলাৰ ধৰি এৰি দিলে আমিনগাঁও আৰক্ষীয়ে ৰহস্য কি | Assamese |
জাতিৰ পিতা মহাত্মা গান্ধীৰ বিৰুদ্ধে অপমানজনক মন্তব্য কৰি গ্ৰেপ্তাৰ কালীচৰণ মহাৰাজ | Assamese |
নাগালেণ্ডত পুনৰ ছমাহলৈ বৃদ্ধি বহু বিতৰ্কিত সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইন | Assamese |
দেশত হোৰাহোৰে বাঢ়িছে অমিক্ৰন আক্ৰান্ত ৰোগীৰ সংখ্যা আজি কিমান হল | Assamese |
অসমত ধৰা পৰিল প্ৰথম অমিক্ৰনৰ ঘটনাপৰীক্ষাত নিশ্চিত হল তিনি ছাত্ৰ সংক্ৰমিত হোৱাৰ তথ্য | Assamese |
অমিক্ৰনৰ ত্ৰাসৰ মাজতে অসমত কোভিডৰ ছবি খন কেনে কমিছে নে বাঢ়িছে | Assamese |
শাৰীৰিক প্ৰতিবন্ধতাকো নেওচি ইটোৰ পিছত সিটো বঁটা আজুৰি আনিছে শুৱালকুছিৰ বিশেষ ভাবে সক্ষম যুৱতীয়ে | Assamese |
বঙাইগাঁৱত অসম মাইক্ৰ ফাইনেন্স উদগনি আৰু সকাহ আঁচনি২০২১ ৰ শুভাৰম্ভণি | Assamese |
টীয়কৰ চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয় তিনিদিনীয়া যোগ প্ৰশিক্ষণ শিৱিৰ | Assamese |
চন্দ্ৰকমল বেজবৰুৱা উচ্চ মাধ্যমিক বিদ্যালয়ত বিশেষ অনুপ্ৰেৰণামূলক অনুষ্ঠান সম্পন্ন | Assamese |
বৃহৎ সকাহ প্ৰতিলিটাৰ পেট্ৰলৰ দাম ২৫ টকাকৈ হ্ৰাস কত | Assamese |
শিৱসাগৰৰ কেন্দ্ৰীয় বজাৰৰ সমীপত অগ্নিকাণ্ড | Assamese |
অমিক্রনৰ ত্ৰাসৰ মাজতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত অধ্যয়নৰত আফ্ৰিকাৰ তিনি ছাত্ৰ কোভিড পজিটিভ | Assamese |
অভয়াপুৰীত বৃন্দাৱনী বস্ত্ৰ কথা আৰু অনুগল্পৰ ৰহঘৰা উন্মোচন | Assamese |
ঠেঙাল কছাৰী স্বায়ত্বশাসিত পৰিষদীয় নিৰ্বাচনকংগ্ৰেছৰ সমষ্টিভিত্তিক প্ৰাৰ্থী তালিকা ঘোষণা | Assamese |
প্ৰধানমন্ত্ৰী মোদীয়ে নিপিন্ধে মাস্ক টুইটাৰত ট্ৰেণ্ডত | Assamese |
আছু কৰ্মীক আক্ৰমণগ্ৰেপ্তাৰ যোৰহাটবিশ্বনাথত আছুৰ বিক্ষোভ কাৰ্যসূচী | Assamese |
দিল্লীত চিকিৎসকৰ ওপৰত আৰক্ষীৰ বৰ্বৰতাৰ বিৰুদ্ধে ৰ চিকিৎসকৰ প্ৰতিবাদ | Assamese |
অসমত হব বৰষুণৰ লগতে শিলাবৃষ্টি বাঢ়িব শীতকেতিয়া | Assamese |
যোৰহাটত উদ্ধাৰ ২০ কিলোগ্ৰাম ওজনৰ বৃহৎ অজগৰ | Assamese |
ডিব্ৰুগড়ত আছু কৰ্মীৰ ওপৰত আৰক্ষীৰ বৰ্বৰতাৰ বিৰুদ্ধে গুৱাহাটী আছুৰ প্ৰতিবাদ | Assamese |
কলিয়াবৰত বৃহৎ পৰিমাণৰ অৰুণাচলী সুৰাসহ কণ্টেইনাৰ জব্দ | Assamese |
কৃষ্ণাইত বন্যহস্তীৰ সন্ত্ৰাসঃ বিধ্বস্ত কৰিলে ঘৰ দুৱাৰ | Assamese |
গোসুৰক্ষা আইন ধোঁৱাচাঙত কলিয়াবৰত অব্যাহত গৰুৰ চোৰাং বেহা | Assamese |
আধাৰ কাৰ্ডৰ নামত জালিয়াতি ভুৱা এজেণ্টৰ ধৃত তিনি যুৱক | Assamese |
টীয়কৰ চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয়ত নাৰীৰ অধিকাৰ আৰু সুৰক্ষা বিষয়ক বক্তৃতানুষ্ঠান সম্পন্ন | Assamese |
টীয়কৰ চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয়ত তিনিদিনীয়া যোগ প্ৰশিক্ষণ শিৱিৰ | Assamese |
ৰাজীৱ ভৱনত কংগ্ৰেছৰ ১৩৭ তম প্ৰতিষ্ঠা দিৱস উদযাপন | Assamese |
বাতিল মণিপুৰ নিৰ্বাচনত মূল বিষয় হিচাপে গ্ৰহণ ৰ জনালে কনৰাড চাংমাই | Assamese |
ৰ প্ৰাক্তন এপি তিৱাৰীৰ কাৰ্যকালত দক্ষতা বিকাশৰ নামত অহা ৪৮৭ কৌটি টকাৰ সদব্যৱহাৰক লৈ নিমাত মন্ত্রী চন্দ্রমোহন পাটোৱাৰী অভিযোগ ৰ | Assamese |
মহৰ চোৰাং কাৰবাৰ ৭ টা গুণা মহ ভৰ্তি গাড়ী জব্দ ৫জন চোৰক গ্ৰেপ্তাৰ | Assamese |
নগাঁৱৰ জুৰীয়াত ১০বছৰীয়া নাবালিকাক নৃশংস হত্যা | Assamese |
বজালীত মৰ্মান্তিক ঘটনা মাতৃকনমানি পুত্ৰৰ একেলগে আত্মহত্যা | Assamese |
গুৱাহাটীত ৯৫জন সুৰাপায়ী চালকৰ অনুজ্ঞাপত্ৰ নিলম্বন মহানগৰ আৰক্ষীৰ | Assamese |
নগাঁৱত পৃথক অভিযানত মহিলাকে ধৰি ৯জন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ আৰক্ষীৰ | Assamese |
ড্ৰাগছ বিৰোধী অভিযানত মাৰ্ঘেৰিটাত ড্ৰাগছসহ দুজনক গ্ৰেপ্তাৰ অসম আৰক্ষীৰ | Assamese |
কৰনাত আক্ৰান্ত বিচিচিআইৰ সভাপতি সৌৰভ গাংগুলী হাস্পাতালত ভৰ্তি | Assamese |
নিৰ্মাণৰ ২৪ ঘন্টা নৌহওতেই চপৰা চপৰে খহিছে পথ ঠিকাদাৰৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ ৰাইজৰ | Assamese |
উত্তৰপূৰ্বাঞ্চল আহি পালে অমিক্ৰনমণিপুৰত চিনাক্ত প্ৰথমগৰাকী ৰোগী | Assamese |
চাপৰ বঙাইগাঁৱত হস্তীৰ কন্যাৰ পদ্মশ্ৰী প্ৰতিমা বৰুৱা পাণ্ডেৰ ১৯ সংখ্যক স্মৃতি দিৱস উদযাপন | Assamese |
অমিক্ৰণৰ শংকা ৰাজ্যত নতুনকৈ কিমান আক্ৰান্ত হল কোভিডত কিমানৰ মৃত্যু | Assamese |
২০২২ চনৰ মে পৰা পাণ্ডুত আৰম্ভ হব জাহাজ মেৰামতি কেন্দ্ৰৰ নিৰ্মাণৰ কামসৰ্বানন্দ সোণোৱাল | Assamese |
ৰেচনকাৰ্ডবিহীন সকলো দুখীয়া পৰিয়ালক ৰেচনকাৰ্ড প্ৰদান কৰকগুৱাহাটী উচ্চ ন্যায়ালয় | Assamese |
নৱপ্ৰজন্মক ভোটদানৰ প্ৰতি সজাগ কৰাৰ লক্ষ্য ধুবুৰীত জিলা প্ৰশাসনৰ উদ্যোগত সজাগ ভোটাৰ প্ৰতিযোগিতা | Assamese |
এপৰ জৰিয়তে শিক্ষকক গিনিপিগ সজাব বিচৰা হৈছে এগৰাকী প্ৰাক্তন শিক্ষামন্ত্ৰীৰ অভিযোগ | Assamese |
আকাশবাণী গুৱাহাটীৰ মিডিয়াম ৱেভৰ প্ৰচাৰ সেৱা বন্ধ কৰিবলৈ চলোৱা ষড়যন্ত্ৰ বন্ধ কৰকসমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্য | Assamese |
ৰাজ্যৰ প্ৰথম গৰাকী আৰক্ষী মহাপৰিদৰ্শক হিচাপে নিযুক্ত ভায়োলেট বৰুৱা | Assamese |
বঙাইগাঁও জিলা প্ৰশাসন কৰ্মচাৰী সন্থাৰ অধিৱেশন | Assamese |
মাৰ্ঘেৰিটাত প্ৰকাণ্ড অজগৰ উদ্ধাৰ বন বিভাগক হস্তান্তৰ | Assamese |
চলিত বৰ্ষৰ প্ৰথম আঠটা মাহত গুৱাহাটীত সংঘটিত হৈছে কিমানটা পথ দুৰ্ঘটনা মৃত্যু কিমানৰ | Assamese |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.