text stringlengths 1 2.59k ⌀ | language stringclasses 10
values |
|---|---|
নীলমণি ফুকনলৈ.. | Assamese |
নীলমণি ফুকন গলগৈ | Assamese |
সুৰক্ষিত নহয় ৰাষ্ট্ৰীয় প্ৰতীক দেশখনত ৫০ লাখ কেংগাৰু হত্যা কৰিব অষ্ট্ৰেলিয়াৰ চৰকাৰে | Assamese |
আদানি গ্ৰুপৰ পিছত এইবাৰ টাৰ্গেটত কোন হিণ্ডেনবাৰ্গৰ নতুন টুইটত শ্বেয়াৰ বজাৰত জোকাৰণি | Assamese |
বাঘ হাজৰিকা বিতৰ্ক | Assamese |
মেজি ফৰ চেলঃ সংস্কৃতি আৰু পুঁজিবাদ | Assamese |
হিণ্ডেনবাৰ্গ ৰিচাৰ্ছৰ নতুন অভিযোগৰ মধ্যমনি ব্লক ইনকৰ্পোৰেটেডৰ বিত্তীয় মুৰব্বী অমৃতা আহুজা | Assamese |
আমি খিলঞ্জীয়াৰ বিৰুদ্ধে নেকি | Assamese |
প্ৰৱঞ্চক মেহুল চোকছিৰ বিৰুদ্ধে ৰেড নটিচ প্ৰত্যাহাৰ কৰিলে ইণ্টাৰপোলে কি হব এতিয়া | Assamese |
ভাৰত জোড়ো যাত্ৰা বনাম ৰাহুল গান্ধী আৰু ভাৰতীয় গণতন্ত্ৰ | Assamese |
১ এপ্ৰিলৰ পৰা বৃদ্ধি পাব ৩৮৪ টাকৈ জীৱনদায়িনী ঔষধৰ মূল্য | Assamese |
যোশীমঠৰ শিক্ষা | Assamese |
দেউলীয়া হোৱাৰ আতংকৰ পৰা উদ্ধাৰ ১৬৬ বছৰ পুৰণি বেংক কি চুক্তি হল ৰ সৈতে | Assamese |
গ্ৰন্থমেলাত আধুনিকতা আৰু অন্যান্য | Assamese |
কেন্দ্ৰই অনলাইনত ঔষধ বিক্ৰী কৰা ছাইটসমূহ বন্ধ কৰিব কিন্তু কিয় | Assamese |
চলচ্চিত্ৰ সংবাদৰাজনীতি ১ | Assamese |
গাড়ীতকৈও অধিক দামী ৰ শেহতীয়া ইলেকট্ৰিক মাউন্টেইন বাইক কি আছে ইয়াত | Assamese |
চিঙৰা বিক্ৰী কৰি দৈনিক উপাৰ্জন কৰে ১২ লাখ টকা | Assamese |
শাকপাচলিৰ মূল্যবৃদ্ধিত জুৰুলা সাধাৰণ জনতা পৰিস্থিতিৰ বুজ লবলৈ পুৱাই দিল্লীৰ বজাৰত ৰাহুল গান্ধী | Assamese |
গুৱাহাটীত অনাদায় ধনক লৈ মাৰপিট এজনৰ মৃত্যু | Assamese |
দুই সুন্দৰীৰ যুঁজ আদালতত জেকলিনৰ বিৰুদ্ধে নতুন অভিযোগ নোৰাৰ | Assamese |
ৰাজ্যত চোৰাং কাঠ বাৰ্মিজ চেগুনৰ ছিণ্ডিকেটত জড়িত বিজেপি নেতা | Assamese |
নৰবলি ৰোগ নিৰাময়ৰ নামত কিশোৰক বলি দিয়াৰ অভিযোগ গ্ৰেপ্তাৰ মহিলা পুৰোহিতসহ ৪জন | Assamese |
ধৰ্মীয় শোভাযাত্ৰাক কেন্দ্ৰ কৰি হাৰিয়ানাত সংঘৰ্ষ দুই হোমগাৰ্ডকে ধৰি নিহত ৩জন বন্ধ ইণ্টাৰনেট | Assamese |
এক্সপ্ৰেছৱে নিৰ্মাণৰ ক্ৰেন ভাঙি সংঘটিত মৰ্মান্তিক দুৰ্ঘটনা ১৬ জন শ্ৰমিকৰ মৃত্যু | Assamese |
সাধাৰণ লোকৰ সামৰ্থ্যৰ বাহিৰত জুইছাই দাম তাৰমাজতে ২১ লাখ টকাৰ বিলাহী লৈ নিখোঁজ ট্ৰাক | Assamese |
ৰাহুল গান্ধীৰ প্ৰতি কোনো নমনীয়তা নেদেখুৱাব উচ্চতম ন্যায়ালয়ত আৰ্জি বিজেপি বিধায়কৰ | Assamese |
স্মৰণীয়বৰণীয়এই চাৰিটা দোষ আপোনাৰ মাজত নাথাকিলে আপুনি বৰ সৌভাগ্যৱান কি কৈছে চাণক্যই | Assamese |
অথলে গল গ্ৰীণসূৰ্যৰ অনবদ্য যুঁজ পঞ্জাৱৰ অৰ্শদ্বীপৰ যাদুত স্তব্ধ মুম্বাইৰ বিজয়ৰথ | Assamese |
বিস্ফোৰক ডু প্লেছিছ ছিৰাজৰ চাৰি উইকেটেৰে জয়ৰ পথলৈ উভতিল ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু | Assamese |
অৰ্জুনৰ লক্ষ্যভেদ আই পি এলত প্ৰথমটো উইকেট পুত্ৰ অৰ্জুনৰ বিষয়ে কি কলে পিতৃ শচীনে | Assamese |
ন্যায় লাভ নকৰা পৰ্যন্ত চলিব প্ৰতিবাদপুনৰ যন্তৰমন্তৰত দেশৰ তাৰকা মল্লযুঁজাৰু | Assamese |
নাৰী শক্তি শাৰী পিন্ধি দৌৰিলে ৪২ কিলোমিটাৰ ৪১ বছৰীয়া শিক্ষয়িত্ৰীয়ে | Assamese |
চিন্নাস্বামীত স্নায়ুযুঁজত বিজয়ী কেপ্টেইন কুল ধোনীৰ চেন্নাই তীব্ৰ যুঁজ দিও হাৰিল কোহলীৰ দল বাংগালুৰু | Assamese |
আন্তৰ্জাতিক ক্ৰীড়াত ৫ টা স্বৰ্ণপদক অৰ্জন পুত্ৰৰ গৰ্বিত পিতৃ অভিনেতা মাধৱনে কলে মই কৃতজ্ঞ | Assamese |
চলিত আইপিএলত মুম্বাইৰ প্ৰথম জয় ৰোহিতপীযুষৰ অদমনীয় প্ৰদৰ্শন স্নায়ুযুঁজত পৰাস্ত দিল্লী | Assamese |
:চিন্নাস্বামীত শ্বাসৰুদ্ধকৰ যুঁজত বাংগালুৰু বধ লক্ষ্ণৌৰ নায়ক নিকোলাছ ষ্টইনিছ | Assamese |
পিংক আৰ্মীৰ ভেটাকমেণ্ট বক্সত নাবাজিল ধোনী ফিনিচেছ ইন হিজ ষ্টাইল | Assamese |
কোন দিশে ভাৰতৰ অৰ্থনীতি | Assamese |
প্ৰভাকৰ আমি বৰকৈ আপোনাৰ অভাৱ অনুভৱ কৰিছোঁ | Assamese |
পক্ষী নীৰিক্ষকৰ আকৰ্ষণঃ মোহনীয়া চৰলাবিল | Assamese |
ৰাষ্ট্ৰ সন্ত্ৰাস আৰু সময়ৰ পৰীক্ষাগাৰত ভাৰতীয় গণতন্ত্ৰৰ অগ্নিপৰীক্ষা | Assamese |
কাঙাল হৈ পৰিছে পলাতক ব্যৱসায়ী নীৰৱ মোডী জৰিমনা পৰিশোধ কৰিবলৈ ধাৰ লব লগা হৈছে টকা | Assamese |
বৰ্তমান বিশ্বৰ ধনী ব্যক্তিৰ তালিকাৰ কিমান নম্বৰত গৌতম আদানি কি খৱৰ বিনোদ আদানিৰ | Assamese |
ভাৰতীয় ৰিজাৰ্ভ বেঙ্কে ক বিহিলে ৩কোটি টকা জৰিমনা কিন্তু কিয় | Assamese |
আদানি গ্ৰুপক ঋণ দিয়াৰ ফল সংযুক্ত আৰৱ আমিৰাতত শাখা বন্ধ কৰিব বেংক অফ বৰোদাই | Assamese |
অসমীয়া জাতিৰ বাৰটা বাজিল নেকি | Assamese |
সংলাপহীন যদিও এক সাৱলীল চুটি ছবিআওকাণ | Assamese |
বিধানমণ্ডল আৰু ন্যায়পালিকাৰ সংঘাত | Assamese |
এনে স্পৰ্দ্ধা কদাপি নকৰিবা এমবাপে | Assamese |
আদানী গ্ৰুপত বিনিয়োগৰ ফল আদানী গ্ৰুপৰ লগতে ডুবিছে | Assamese |
নমস্কাৰ মই ৰবিশ কুমাৰ | Assamese |
আৰু কত যে কি কৰিছে এইবাৰ আদানিৰ বিৰুদ্ধে তথ্য জালিয়াতিৰ অভিযোগ ৱিকিপিডিয়াৰ | Assamese |
হাইৱেজ অৱ লাইফ | Assamese |
সত্য প্ৰমাণিত হিণ্ডেনবাৰ্গৰ ভৱিষ্যদ্বাণী প্ৰতিবেদনত দাবী কৰাৰ দৰে খহিছে আদানীৰ সম্পত্তি | Assamese |
এলন মাস্কৰ পথেৰেই খোজ দিছে মাৰ্ক জুকাৰবাৰ্গে মেটাৰ ব্লু বেজ সেৱাৰ বিনিময়ত ভৰিব লাগিব টকা | Assamese |
প্ৰসংগ স্বচ্ছতা আদানিহিণ্ডেনবাৰ্গ বিতৰ্কত উচ্চতম ন্যায়ালয়ে গ্ৰহণ নকৰিলে কেন্দ্ৰৰ চীলড কভাৰ | Assamese |
ধাৰাবাহিক শ্বেয়াৰৰ পতন বিশ্বৰ ধনীৰ তালিকাত ২৪ নম্বৰলৈ নামিল আদানী | Assamese |
মণিপুৰ কাণ্ডক ৰাজস্থান বা পশ্চিমবংগৰ ধৰ্ষণ কাণ্ডৰ সৈতে তুলনা কৰি সাধাৰণীকৃত কৰিব নোৱাৰি মুখ্য ন্যায়াধীশ | Assamese |
জোনমণি ৰাভাৰ মৃত্যু সন্দৰ্ভত চিবিআইৰ জেৰাৰ সন্মুখীন লীনা দলে | Assamese |
আগ্নেয়াস্ত্ৰৰ প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত কৰা ৰাষ্ট্ৰীয় বজৰং দলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লওকঃ ডি ৱাই এফ আই | Assamese |
আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা জুমন বৰা আৰু যুগল গগৈ সংগঠনৰ সদস্য নহয় আলফা স্বা | Assamese |
কটনত কোনে দেখুৱালে নাজী বাহিনীৰ প্ৰতীক নাজী চেলুটেৰে নিজকে ফেচিষ্ট হিচাপে ঘোষণা একাংশ শিক্ষাৰ্থীৰ | Assamese |
আমেৰিকাৰ ৰাষ্ট্ৰপতি পদৰ দৌৰত এইবাৰ হৰ্ষবৰ্ধন দৌৰত আছে আৰু ২ ভাৰতীয় বংশোদ্ভৱ | Assamese |
বজ্ৰং দলক নিষিদ্ধ কৰাৰ আহ্বান নাগৰিকত্ব আইন সংশোধন বিৰোধী সমন্বয় সমিতিৰ | Assamese |
পৰাজিত হলেই পাৰমাণৱিক যুদ্ধ ইউক্ৰেইনৰ প্ৰত্যাক্ৰমণৰ সন্মুখত ৰাছিয়াৰ কঠোৰ বাৰ্তা | Assamese |
মঙলদৈত বজৰং দলৰ অস্ত্ৰৰ মুকলি প্ৰশিক্ষণ বন্দুক পিষ্টলৰ প্ৰদৰ্শনে কঢ়িয়াই আনিছে আশংকা | Assamese |
অভূতপূৰ্ব অজিংকা ৰাহানেৰ ধুমুহাত উৰি গল মুম্বাই ধোনীৰ হাতত পৰাজিত ৰোহিত | Assamese |
বিশ্ব চেম্পিয়ন লাভলীনা বৰগোহাঁইলৈ ৰণাংগন সন্মান২০২২ | Assamese |
মটেৰাত ৰিংকুৰ চমকঅথলে গল ৰছিদৰ স্পীন ঘূৰ্ণী. | Assamese |
ন বল দিয়াৰ অপৰাধ হত্যাৰ বলি আম্পায়াৰ | Assamese |
ধোনীৰ ধমক হাৰ্ডিকৰ হাতত পৰাস্ত হৈ খং খাই উঠিল মাহী | Assamese |
এটা যুগৰ অৱসান বহু ঐতিহাসিক জয়ৰ নায়ক ভাৰতীয় ক্ৰিকেটৰ প্ৰিন্স চেলিম ডুৰাণীৰ দেহাৱসান | Assamese |
গণিতত ৫১ সমাজ বিজ্ঞানত ৮১ ৰ পূৰ্বে ছচিয়েল মিডিয়াত ভাইৰেল কোহলীৰ দশম শ্ৰেণীৰ মাৰ্কশ্বীট | Assamese |
মহিলা প্ৰিমিয়াৰ লীগৰ ৰুদ্ধশ্বাস ফাইনেলত দিল্লীক পৰাস্ত কৰি চেম্পিয়ন মুম্বাই | Assamese |
বিশ্ব চেম্পিয়ন ৯৫ বয়সীয়া বৃদ্ধাই ভাৰতলৈ কঢ়িয়াই আনিলে ৩টাকৈ সোণৰ পদক | Assamese |
অসম কন্যাৰ হাতৰ মুঠিত বিশ্বলাভলিনাৰ বিশ্বজয় | Assamese |
লাচিতলৈ সন্মান নে অপমান | Assamese |
পন্নিয়িন চেলভান১ | Assamese |
লিংগ বৈষম্যৰ চূড়ান্ত নিদৰ্শনবৰপেটা কীৰ্তনঘৰ | Assamese |
হৃত গৌৰৱ উদ্ধাৰৰ যুঁজ হিণ্ডেনবাৰ্গৰ বিৰুদ্ধে আইনী যুঁজত আদানিয়ে দায়িত্ব দিলে ৱাচটেলক | Assamese |
উঁই পোকে কূটি খাই পেলালে বেংকৰ লকাৰত থকা লক্ষাধিক টকা মূৰেকপালে হাত গ্ৰাহকৰ | Assamese |
বিত্তীয় সংকটত ভুগিছে আদানি গ্ৰুপ বাতিল ৭০১৭ কোটি টকাৰ অধিগ্ৰহণ চুক্তি | Assamese |
মেঘালয় সীমান্তৰ বিবাদনৰ সংহাৰ বন্ধ কৰক | Assamese |
ৰ শীৰ্ষ পদত ভাৰতীয় বংশোদ্ভূত নতুন মুখ্য কাৰ্যবাহী বিষয়া নীল মোহন | Assamese |
কি আৰু ই ইমান গুৰুত্বপূৰ্ণ কিয় | Assamese |
অসমীয়াৰ নতুন বিপদ অন্তৰ্ঘাত | Assamese |
উত্তাল সংসদ তাৰমাজতে কংগ্ৰেছ শাসিত হিমাচলত আদানিৰ প্ৰতিষ্ঠানত আবকাৰী আৰু আয়কৰৰ অভিযান | Assamese |
২৪০ কোটি টকীয়া ঘৰ দেশৰ আটাইতকৈ ব্যয়বহুল এপাৰ্টমেণ্টৰ ক্ৰেতা কোন | Assamese |
আদানিৰ বাতিলৰ ফলত ভাৰতৰ ভাবমূৰ্তিত কোনো প্ৰভাৱ নপৰেবিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণ | Assamese |
চৰকাৰী নীতিয়েই আৰ্থিক বৈষম্যৰ বাবে দায়ী | Assamese |
অসমৰ ইতিহাসৰ কলা অধ্যায় গুপ্তহত্যাকলৈ প্ৰথম ছবি শ্বেড এছেছিনছ | Assamese |
তাচপাতৰ দৰে খহিছে আদানীৰ সম্পত্তি ২০ৰ পৰাও বাহিৰ আদানী | Assamese |
কাইলৈৰপৰা আৰম্ভ বিশ্বকাপ ফুটবল | Assamese |
ক প্ৰত্যাহ্বান জনোৱা চেটবট ৰ ভুল উত্তৰৰ বাবে গুগলে হেৰুৱালে ১০০ বিলিয়ন ডলাৰ | Assamese |
২০২৩ চনত বহু মেটা কৰ্মীয়ে হেৰুৱাব চাকৰিসতৰ্ক কৰি দিলে স্বয়ং মাৰ্ক জুকাৰবাৰ্গে | Assamese |
ৰাষ্ট্ৰীয় প্ৰেছ দিৱস আৰু সংবাদ মাধ্যমৰ স্বতন্ত্ৰতা | Assamese |
চলন্ত ৰেলতে গুলীচালনা আৰ পি এফ জোৱানৰ গুলীত নিহত সহকাৰী উপ পৰিদৰ্শক সহ ৪ জন | Assamese |
কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ মণিপুৰৰ দুই নিৰ্যাতিতা আজি শুনানি | Assamese |
যুদ্ধ এতিয়া ৰাছিয়াত প্ৰৱেশ কৰিছে মস্কোত ড্ৰন আক্ৰমণৰ পিছত মন্তব্য জেলেনস্কিৰ | Assamese |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.