text stringlengths 1 2.59k ⌀ | language stringclasses 10 values |
|---|---|
১২ সাংসদৰ নিলম্বনপ্ৰতিবাদত সদন ত্যাগ বিৰোধী দলৰ সাংসদৰ | Assamese |
গুৱাহাটীত বৃহৎ পৰিমাণৰ গৰু কঢ়িয়াই নিয়া ৬ খন ট্ৰাক জব্দ ৭ জনক গ্ৰেপ্তাৰ | Assamese |
যোৰহাটৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ টীয়কত গণ হিংসাৰ বলি হোৱা চিকিৎসক দেৱেন দত্তৰ পত্নীৰ | Assamese |
অমিক্ৰনৰ আতংকৰ মাজতে দেশত নিম্নগামী কনাগ্ৰাফ২৪ ঘণ্টাত আক্ৰান্ত ৬৯৯০গৰাকী লোক | Assamese |
ভূটান সীমান্তৰ ডেলাইশ্ৰী বনভোজস্থলী আনুষ্ঠানিক ভাৱে মুকলি | Assamese |
ছাত্ৰ নেতা অনিমেষ ভূঞাৰ স্মৃতিত অৰ্ধ নমিত কৰি ৰখা হল মাৰ্ঘেৰিটা আছুৰ পতাকা | Assamese |
যোৰহাটৰ গণপ্ৰহাৰফাষ্ট ট্ৰেক আদালতত বিচাৰঅনিমেশৰ পৰিয়ালৰ সদস্যক দিয়া হব সংস্থাপনঃ ৰণোজ পেগু | Assamese |
শিৱসাগৰত শ্ৰমিক কাৰ্ডৰ পঞ্জীয়ন পৰ্ব সম্পন্ন | Assamese |
তামুলপুৰ আঞ্চলিক এবছুৰ সোণালী জয়ন্তী বৰ্ষ অধিৱেশনৰ লাইখুটা স্থাপন | Assamese |
যোৰহাটৰ গণপ্ৰহাৰৰ ঘটনা ছচিয়েল মিডিয়াত প্ৰতিবাদশোকৰ বন্যাকাৰ কেনে প্ৰতিক্ৰিয়া | Assamese |
অনিমেষ হত্যামূল অভিযুক্ত কলা লা ওৰফে নিৰোজক বাঁহনিৰ মাজৰ পৰা গ্ৰেপ্তাৰ | Assamese |
লেখাপানী অবৈধ কুণ্ডা সৰবৰাহ কৰা হাতীসহ মাউতক আটক | Assamese |
কোভিডৰ দক্ষিণ আফ্ৰিকাৰ প্ৰজাতিত আক্ৰান্ত জনে সোৱাদো পায় গোন্ধও পায় | Assamese |
বোকাখাতৰ স্বেচ্ছাসেৱী সংগঠন গ্ৰাছৰ পঞ্চম বাৰ্ষিক গ্ৰাছ এৱাৰ্ড প্ৰদান অনুষ্ঠান | Assamese |
গোলাঘাটত চাঞ্চল্য:জ্যেষ্ঠ ভাতৃক হত্যা কৰি পুতি থলে কনিষ্ঠ ভাতৃয়ে | Assamese |
যোৰহাটত ভয়ংকৰ ঘটনাগণপ্ৰহাৰত নিহত আছু নেতা | Assamese |
ভুৱা ভাৰতীয়গিৰী বিপৰীতে প্রকৃত অসমগিৰী কৰকঃ ৰাছেল হুছেইন | Assamese |
অৱশেষত পৰ্যটকৰ বাবে মুকলি কৰি দিয়া হল ৰংঘৰতলাতল ঘৰকে ধৰি শিৱসাগৰৰ সকলো ঐতিহাসিকস্থল | Assamese |
হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে মিছা কথা আৰু মিছা প্ৰতিশ্রুতি দি আহিছে অজিত কুমাৰ ভূঞা | Assamese |
নিখিল বড়ো ছাত্ৰৰ গান্ধীবাৰী শাখা সমিতিৰ অধিৱেশন সম্পন্ন | Assamese |
খাদ্যৰ সন্ধানত পথভ্ৰষ্ট পহুৰ জনাঞ্চলত প্ৰৱেশ ৰাইজৰ তৎপৰতাত উদ্ধাৰ | Assamese |
কামৰূপ ম জিলাত কেনেদৰে চলিছে ভেকচিন কাৰ্যসূচী জনালে উপায়ুক্ত পল্লৱ গোপাল ঝাই | Assamese |
পুনৰ মহানগৰীত হত্যাকাণ্ড কনিষ্ঠ ভাতৃয়ে ৰডেৰে মৰিয়াই হত্যা কৰিলে জ্যেষ্ঠ ভাতৃক | Assamese |
এনডিএৰ সংসদীয় নেতৃত্বৰ বৈঠকত কা পুনৰ সংশোধনৰ দাবী এনপিপিৰ সাংসদ আগাথা চাংমাৰ | Assamese |
বাক্সাৰ নাগ্ৰীজুলিৰ কাউলিত বনৰীয়া হাতীৰ উপদ্ৰৱ নিদ্ৰাহৰণ গঞা ৰাইজৰ | Assamese |
অসমৰ সন্তানেই নহয় বৰাকক অসমৰ পৰা পৃথক কৰিব খোজা স্বয়ম্ভু বাঙালী নেতা প্ৰদীপ দত্ত ৰয় | Assamese |
কোকৰাঝাৰত ড্ৰাগছৰ সৈতে আটক এজন যুৱক এজনৰ পলায়ন জব্দ প্ৰায় ৩ গ্ৰাম ড্ৰাগছ | Assamese |
ৰাজ্যত নতুনকৈ কিমানজন আক্ৰান্ত হল কোভিডত কিমানে প্ৰাণ হেৰুৱালে মাৰাত্মক ভাইৰাছত | Assamese |
কেন্দ্ৰৰ নতুন নিৰ্দেশনাঅমিক্ৰনৰ আতংকত কাৰ বাবে বাধ্যতামূলক কৰা হল | Assamese |
মোদীৰ মন কী বাতত অষ্ট্ৰেলিয়াৰ কৃষ্ণ ভক্ত মহিলাৰ পৰা মেঘালয়ৰ উৰন্ত নাৱ প্ৰসংগ | Assamese |
বিৰোধীৰ ককৰ্থনালৈ ভয় সৰ্বদলীয় বৈঠকত অনুপস্থিত প্ৰধানমন্ত্ৰী মোদী | Assamese |
বিতৰ্কিত বাঙালী নেতা প্ৰদীপ দত্ত ৰয়ৰ সমৰ্থনত উঠিপৰি লাগিল কংগ্ৰেছী বিধায়ক কমলাক্ষ দে পুৰকায়স্থ | Assamese |
ইংৰাজী বেনাৰত আলকাতৰা ঘঁহা অসমীয়া জাতিৰ ধ্বজ্জাবাহক অসম সাহিত্য সভা জাতীয় সমস্যাত মৌন কিয় | Assamese |
শোকাৱহমৃতকৰ শেষকৃত্যৰ বাবে গৈ থকা অৱস্থাতে দুৰ্ঘটনা ১৮ জন নিহত | Assamese |
মিচিং সাহিত্য সভা টীয়ক আঞ্চলিক সমিতিৰ উদ্যোগত ছমহীয়া মিচিং ভাষা প্ৰশিক্ষণ শিবিৰ | Assamese |
মৰ্মান্তিক পানেৰীত তীব্ৰবেগী বাহনৰ খুন্দাত থিতাতে নিহত এটি ৭ বছৰীয়া শিশু | Assamese |
বিশিষ্ট সমাজ সংগঠক ভাৰতীয় ৰেল সেৱাৰ অৱসৰপ্ৰাপ্ত শীৰ্ষ বিষয়া ৰবীন্দ্ৰ চন্দ্ৰ বৰুৱাৰ দেহাৱসান | Assamese |
চাওঁতাল জনগোষ্ঠীক চাওঁতাল হিচাপে স্বীকৃতি প্ৰদানৰ দাবী অন্যথা জংগী আন্দোলনৰো হুংকাৰ | Assamese |
দেশত সংক্ৰমণ নিয়ন্ত্ৰণত থাকিলেও পুনৰ বৃদ্ধি পালে কৰনাৰ দৈনিক মৃত্যুৰ সংখ্যা | Assamese |
চাপৰত সুৰাৰ বিপনী স্থাপনৰ বিৰোধিতাৰে লেখিকা সমাৰোহ সমিতিৰ মহকুমাধিপতিক স্মাৰক পত্ৰ প্ৰদান | Assamese |
দেশত অমিক্ৰণৰ আতংকৰ মাজতে বেংগালুৰুত দক্ষিণ আফ্ৰিকাৰ পৰা অহা দুজন ব্যক্তি পজিটিভ | Assamese |
চিবিআইইডিৰ চাৰ্জশ্বীট পৰীক্ষা কৰি পি চিদাম্বৰম আৰু তেওঁৰ পুত্ৰক দিল্লীৰ আদালতৰ তলব | Assamese |
দেশত তথা অসমত কভিডত কিমান লোকৰ মৃত্যু হল সেই তথ্য ৰাজহুৱা কৰক আব্দুল খালেক | Assamese |
পাশৱিকপিতৃয়ে হত্যা কৰিলে দুই কন্যাক বচাবলৈ গৈ আৰক্ষীৰ লগতে পাঁচ জন নিহত | Assamese |
মুখ্যমন্ত্ৰীৰ স্বপ্নৰ শীৰ্ষ পাঁচ ৰাজ্যৰ অসম দেশৰ দৰিদ্ৰতম ৰাজ্যৰ তালিকাত ষষ্ঠ স্থানত | Assamese |
বৰাকত অসমীযা ভাষাক অপমান বৰাক ডেমক্ৰেটিক ফ্ৰণ্টৰ নেতা প্ৰদীপ দত্ত ৰয়ক গ্ৰেপ্তাৰ | Assamese |
২৯ নৱেম্বৰৰ ট্ৰেক্টৰ ৰেলী বাতিল কৰিলে প্ৰতিবাদী কৃষকে | Assamese |
পিএফ থকাসকলে এই কামটো নকৰিলে তিনিদিনৰ ভিতৰতে বন্ধ হৈ পৰিব পিএফ একাউণ্ট | Assamese |
সুৰাপায়ীৰ বাবে দুঃখবৰঅসমত ১০ৰ পৰা ১৫ শতাংশলৈ বৃদ্ধি পাব সুৰাৰ দাম | Assamese |
আলফাত যোগদান কৰিবলৈ যোৱা অৱস্থাত নাগালেণ্ডত আটক তিনি যুৱকক চমজালে অসম আৰক্ষীক | Assamese |
গোলাঘাটৰ সাধনী কলাক্ষেত্ৰত আজিৰে পৰা মাহজোৰা কাৰ্যসূচীৰে মৌপালনৰ প্ৰশিক্ষণ কাৰ্যসূচী | Assamese |
কলিয়াবৰৰ বৰালীগাঁৱত ৰাষ্ট্ৰীয় ঘাইপথত বাঘৰ পোৱালিৰ মৃতদেহ উদ্ধাৰ | Assamese |
অসমমণিপুৰ সীমান্তত উদ্ধাৰ হোৱা সংক্ৰান্তত ৰ সহযোগীকে ধৰি চাৰিজনক গ্ৰেপ্তাৰ | Assamese |
দেশত হ্ৰাস পালে কৰনাৰ দৈনিক সংক্ৰমণ নতুন ভেৰিয়েন্ট ক লৈ উদ্বিগ্ন প্ৰধানমন্ত্ৰী | Assamese |
কিমান ভয়াবহ কৰনাৰ নতুন ভেৰিয়েন্ট কি জনালে ই | Assamese |
মূল্যবৃদ্ধিৰ বিৰুদ্ধে টাইয়াৰ জ্বলাই পথ অৱৰোধৰে জাগুনত উত্তাল প্ৰতিবাদ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ | Assamese |
সীমা বিবাদ মীমাংসাৰ বাবে অসম আৰু মিজোৰাম চৰকাৰে গঠন কৰিব কমিটি | Assamese |
তালিবানৰ সন্ত্ৰাস দেশ এৰিলে বিশ্বৰ পৰিচিত সেউজীয়া চকুৰ সেই আফগান নাৰীয়ে | Assamese |
বোকাখাতত নিষিদ্ধ ড্ৰাগছ সহ দুজন যুৱকক আটক | Assamese |
কৃষক নিধিৰ ধন কেলেংকাৰীকৃষিমন্ত্ৰী অতুল বৰাক অপসাৰণৰ দাবী কৃষক শ্ৰমিক সংঘৰ | Assamese |
শৰৎ চন্দ্ৰ সিংহক অপমান সুৰাৰ বিপনী স্থাপনৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ দলসংগঠনৰ | Assamese |
কৃষি বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত পথাৰ দিৱস অনুষ্ঠিত | Assamese |
প্ৰতিবাদী কৃষকৰ ধৈৰ্য দেখি তাজ্জৱ মানিলে কেজৰিৱালে কলে—শিকিবলগীয়া বহু আছে | Assamese |
মাৰ্ঘেৰিটা ফানেং গাঁৱৰ পৰা সন্ধানহীন যুৱক আলফাত যোগদানৰ সন্দেহ | Assamese |
শিৱসাগৰত নিষিদ্ধ হল চান্দা তোলা কাৰ্যআৰক্ষীয়ে মুকলি কৰিলে বিশেষ কোষ | Assamese |
জন্মভূমি আহি পালে কবি সনন্ত তাঁতীৰ নশ্বৰ দেহ | Assamese |
দেউৰী জনজাতিৰ প্ৰথমজন তথা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক ৰাম প্ৰসাদ দেউৰীৰ মৃত্যু | Assamese |
কলিয়াবৰত চোৰাং কাঠভৰ্তি বাহন জব্দ উদ্ধাৰ মূল্যৱান কাঠ | Assamese |
বঙাইগাঁৱত অনুষ্ঠিত কেবিনেট বৈঠকৰ ভোজভাত:কি কলে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই | Assamese |
কোকৰাঝাৰত উল্টাপানী বনাঞ্চলৰ পৰা ওলাই অহা বন্যহস্তীৰ আক্ৰমণত এজনৰ মৃত্যু | Assamese |
বাক্সাৰ ভাৰতভূটান সীমান্তত অঘটন বন্যহস্তীৰ আক্ৰমণত নিহত যুৱক | Assamese |
বুঢ়াপাহাৰত তেল পৰিবাহী টেংকাৰত ভয়ংকৰ অগ্নিকাণ্ড ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত তীব্ৰ যানজঁট | Assamese |
অসবৰ্ণ বিবাহৰ বাবে অসম চৰকাৰৰ বিশেষ বিত্তীয় অনুদান অহা ৩ ডিচেম্বৰ আবেদনৰ অন্তিম সীমা | Assamese |
দেশত বৃদ্ধি পালে দৈনিক সংক্ৰমণ কৰনাৰ নতুন প্ৰজাতিক লৈ উদ্বেগ | Assamese |
বিশ্বনাথৰ ৰুৰেল হেল্থ এণ্ড উই স্বেচ্ছাসেৱী সংগঠনলৈ সন্ত ঈশ্বৰ সেৱা এৱাৰ্ড | Assamese |
মৰ্মান্তিক টীয়কত যুৱকৰ তীব্ৰ বেগী বাইকৰ খুন্দাত থিতাতে নিহত শিশু | Assamese |
কলিয়াভোমোৰা দলঙৰ ৰেলিং ভাঙি পথৰ ওপৰতে বাগৰিল দুৰ্ঘটনাগ্ৰস্ত ট্ৰাক যানজঁটত আৱদ্ধ এম্বুলেন্স | Assamese |
ৰাজ্যত আজি কিমান আক্ৰান্ত হল কোভিডত কিমানৰ মৃত্যু | Assamese |
প্ৰধান মন্ত্ৰী গতি শক্তি ৰাষ্ট্ৰীয় মাষ্টাৰ প্লেনৰ অধীনত ১০১ টা প্ৰকল্প চিনাক্ত জনালে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে | Assamese |
ফাঁচীবজাৰ চকৰ নতুন নামকৰণক লৈ বিতৰ্ক গৰজি উঠিল জাতীয় দলসংগঠন | Assamese |
বিদ্যুত মাচুল আদায়ত কঠোৰ হবলৈ ধুবুৰীত এ পি ডি চি এলৰ বিষয়াক নিৰ্দেশ মুখ্য সচিব জিষ্ণু বৰুৱাৰ | Assamese |
কলমকেমেৰা এৰি হাতত দাকটাৰীলৈ ৰাজপথত সাংবাদিক কিন্তু কিয় | Assamese |
অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সভানেত্ৰী হিচাপে নিযুক্ত অংকিতা দত্ত | Assamese |
প্ৰথমবাৰৰ বাবে ভাৰতত পুৰুষতকৈ অধিক হল মহিলাৰ সংখ্যাসমীক্ষা | Assamese |
ৰাজ্য চৰকাৰৰ সীমা নিৰ্ধাৰণৰ নীতি চৰুক সুধি চাউল সিজোৱা লেখীয়াঅখিল গগৈ | Assamese |
ডিভোটাৰ বিদেশীৰ নামত প্ৰকৃত ভাৰতীয় সংখ্যালঘুক হাৰাশাস্তিৰ বিৰুদ্ধে এবিএমছুৰ প্ৰতিবাদ | Assamese |
টীয়কত গাঁৱে গাঁৱে মিছন বসুন্ধৰা আঁচনি লৈ প্ৰশাসনৰ বিশেষ পদক্ষেপ | Assamese |
পুনৰ আৰম্ভ হব কা ৰ বিৰুদ্ধে ৰাজপথত আন্দোলন ঘোষণা লুৰীণজ্যোতি গগৈৰ | Assamese |
বিশ্বৰ কোটি কোটি অনুৰাগীৰ মৰম বুটলিবলৈ সক্ষম হোৱা বাবু ভাইয়া শিৱসাগৰৰ ৰাজপথত | Assamese |
কৃষক আন্দোলনৰ সফলতাই দেখুৱাইছে বাট ৰাজ্যত পুনৰ আৰম্ভ কা বিৰোধী প্ৰতিবাদ | Assamese |
বেলেগৰ ইজ্জত লৈ আজি তেওঁ সাংসদ হৈছে টকাপইচা গোটাইছে কোনে কাক উদ্দেশ্যি কলে এই কথা | Assamese |
জুইৰ সলনি ওলায় পানী শুৱালকুছিৰ গেছ এজেন্সীৰ বিৰুদ্ধে গ্ৰাহকক প্রৱঞ্চনাৰ অভিযোগ | Assamese |
তিনি দিনৰ ভিতৰত শিক্ষকৰ সমস্যা সমাধানৰ দাবী অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ | Assamese |
বঙাইগাঁৱত আলংকাৰিক মাছ উৎপাদন আৰু পালনৰ বাবে পাব্লিক একুৱাৰিয়াম মুকলি কৰিলে মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাই | Assamese |
তামুলপুৰত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ তামুলপুৰ শাখা সমিতি গঠনপ্ৰশিক্ষণ শিৱিৰ সম্পন্ন | Assamese |
মেঘালয়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মুকুল চাংমাকে ধৰি ১২ গৰাকী কংগ্ৰেছ বিধায়কৰ তৃণমূলত যোগদান | Assamese |
ৱৰ্ল্ড ভিশ্যন ইণ্ডিয়াৰ উদ্যোগত তামুলপুৰত আৰক্ষী আৰু ছাত্ৰীৰে মত বিনিময় অনুষ্ঠান | Assamese |
চামগুৰিত চাঞ্চল্যৰহস্যজনক অৱস্থাত উদ্ধাৰ স্বামীস্ত্ৰীৰ মৃতদেহ | Assamese |
দৰিদ্ৰতাৰে যুঁজি যুঁজি নতুন দিল্লীত মৃত্যু সাহিত্য অকাডেমী বঁটা প্ৰাপক কবি সনন্ত তাঁতীৰ | Assamese |
আঘোণৰ পথাৰত নামিছে জাক জাক হাতী কৃষকক সকাহ দিবলৈ আৰণ্যকৰ চাৰ্জ লাইট বিতৰণ | Assamese |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.