text
stringlengths
1
2.59k
language
stringclasses
10 values
বঙাইগাঁও শোধনাগাৰ সম্প্ৰসাৰণৰ বাবে চৰকাৰে বিচাৰি আছে এহেজাৰ বিঘা মাটিকিন্তু পাইছেনে বিচাৰি
Assamese
বি টি চিৰ শৰৎকালীন দুদিনীয়া অধিৱেশন আৰম্ভপ্ৰথমবাৰ অংশ ললে বিৰোধী দলে
Assamese
উৎকোচ লৈ থকাৰ সময়তে হাইলাকান্দি আৰক্ষী থানাৰ উপপৰিদৰ্শক সুধন্য ভট্টাচাৰ্যক গ্ৰেপ্তাৰ
Assamese
ৰাজ্যত আজিৰ দিনটোত কিমান লোক কভিডত আক্ৰান্ত হল মৃত্যুৰ সংখ্যা কিমান
Assamese
গোলাঘাটৰ পশু চিকিৎসালয়ত চিকিৎসকে পশু ধনৰ দৰৱ বিক্ৰী কৰাৰ অভিযোগ
Assamese
উৰন্ত বিমানতে অসুস্থ হৈ পৰিল যাত্ৰী সেয়া দেখি কি কৰিলে কেন্দ্ৰীয় মন্ত্ৰী এগৰাকীয়ে
Assamese
কলিয়াবৰৰ চুলুং আৰক্ষীৰ বৃহৎ সফলতা বিলাসী গাড়ীত জালনোট সৰবৰাহ কৰা ৭ দুৰ্ধষ ব্যৱসায়ীক গ্ৰেপ্তাৰ
Assamese
শ্বহীদ জোৱান সুমন স্বৰ্গীয়াৰীৰ বাসগৃহত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা উত্তৰপূৱৰ সকলো উগ্ৰপন্থী সংগঠনক আলোচনালৈ আমন্ত্ৰণ
Assamese
ফুটুকাৰ ফেন এন আৰ চি অথলে গল ছহিদৰ তেজৰ মূল্য ৰ প্ৰতিবেদনত প্ৰকাশ পাইছে উদ্বেগজনক তথ্য
Assamese
আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱস ৰাজ্যৰ বিভিন্ন প্ৰান্তত পালন ৰাষ্ট্ৰীয় প্ৰেছ দিৱস
Assamese
২০২১ নৱেম্বৰলৈ উত্তৰপূব শৈক্ষিক সন্মিলন অনুষ্ঠিত হব সংবাদমেল যোগে ঘোষণা শিক্ষামন্ত্ৰী ড° ৰণোজ পেগুৰ
Assamese
আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱস কিন্তু ভাৰতৰ সংবাদ মাধ্যমৰ স্বাধীনতা কত
Assamese
৩০ ডিচেম্বৰৰ ভিতৰত অসমমেঘালয় সীমান্তৰ বিবাদমান অঞ্চলৰ সমস্যা সমাধানৰ লক্ষ্যদুই ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ সংবাদমেল
Assamese
লোহিয়া গ্রুপৰ কাৰ্য্যালয় আৰু স্বত্বাধিকাৰী কৈলাশ লোহিয়াৰ বাসগৃহত আয়কৰ বিভাগৰ অভিযান
Assamese
মহাত্মা গান্ধীৰ অহিংসা নীতিয়ে ভাৰত স্বাধীন কৰা নাছিল ইছলামৰ বিৰুদ্ধে কি অভিযোগ সত্যৰঞ্জনৰ
Assamese
ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰিয়েলিটি শ্বত পুনৰ অসমীয়াকলৈ বৰ্ণবৈষম্যমূলক মন্তব্য মুখ্যমন্ত্ৰীৰো প্ৰতিক্ৰিয়া
Assamese
ভাৰতে উপহাৰ দিয়া গান্ধীৰ মূৰ্তি ভাঙি চূৰমাৰ ঘটনাৰ গৰিহনা অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰীৰ
Assamese
সাৰ পালে যোগান মন্ত্ৰী ৰঞ্জিত দাস উপায়ুক্তৰ কাৰ্য্যালয়ত মূল্যবৃদ্ধিক লৈ বহিলে বৈঠকত
Assamese
পথ দুৰ্ঘটনাত মৃত্যুক কেন্দ্ৰ কৰি উত্তাল জাগুনৰ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰশাসনক ২৪ ঘণ্টাৰ সময় সীমা
Assamese
ত্ৰিপুৰাৰ মহিলা সাংবাদিক গ্ৰেপ্তাৰজামিন নিৰপেক্ষ তদন্তৰ আহ্বান গুৱাহাটী প্ৰেছ ক্লাৱৰ
Assamese
দেশৰ সৰ্বশ্ৰেষ্ঠ বায়ু মানদণ্ডৰ চহৰৰ তালিকাত শীৰ্ষত আইজল
Assamese
ৰাজ্যত ২৪ ঘন্টাত কিমান আক্ৰান্ত হল কোভিডত মৃত্যু কিমানৰ
Assamese
ত্ৰিপুৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা দুই মহিলা সাংবাদিকৰ জামিন
Assamese
হত্যাহিংসাৰ পৰিস্থিতিৰ অৱসান ঘটাবলৈ আহ্বান নগা মাদাৰ্ছ এছচিয়েশ্যনৰ
Assamese
অৰুণাচলত আসাম ৰাইফলছৰ অভিযানত এনএছচিএনকেৱাইএ গোটৰ তিনি উগ্ৰপন্থী নিহত
Assamese
দেশত কৰনাৰ দৈনিক সংক্ৰমণ হ্ৰাস সুস্থতাৰ হাৰে জগাইছে নতুন আশা
Assamese
কৰণা সংক্ৰমণ বৃদ্ধি নগাঁৱত তৃতীয়টো কণ্টেইনমেণ্ট জন ঘোষণা
Assamese
পুনৰ ৰক্তাক্ত ছাত্ৰ সংগঠনৰ সংঘৰ্ষত আহত কেইবাগৰাকীও শিক্ষাৰ্থী
Assamese
কিয় শুনানিৰ মাজতে দেশৰ মুখ্য ন্যায়াধীশ ৰামান্নাই কলে মই অষ্টম শ্ৰেণীতহে ইংৰাজী শিকিছিলো
Assamese
পদ্মশ্ৰী কংগনা ৰানাৱটৰ বিৰুদ্ধে গোচৰ তৰিব কংগ্ৰেছ নেতা বিৰোধী দলপতি দেবব্ৰত শইকীয়াই
Assamese
নতুনৰ বাবে বাট এৰি দি ৰাজনীতিৰ পৰা অৱসৰৰ কথা ঘোষণা মিজোৰামৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লাল থানহাৱলাৰ
Assamese
কালীবাৰী কালী মন্দিৰৰ পূজাৰী নাৰায়ণ চক্ৰৱৰ্তীৰ হত্যাকাণ্ডৰ নতুন মোৰ পত্নীক গ্ৰেপ্তাৰ আৰক্ষীৰ
Assamese
আসাম ৰাইফলছৰ কনভয়ত আক্ৰমণৰ পাছতে মণিপুৰৰ ভাৰতম্যানমাৰ সীমান্তত উদ্ধাৰ গ্ৰেনেড
Assamese
ত্ৰিপুৰাৰ পৰা শিলচৰলৈ আহি থকা অৱস্থাতে দুই মহিলা সাংবাদিকক আটক আৰক্ষীৰ কিয়
Assamese
অহা জানুৱাৰীত অনুষ্ঠিত হবলগীয়া অসম বাৰ্তাজীৱী সংঘৰ ৪৫ সংখ্যক লিডু দ্বিবাৰ্ষিক অধিবেশনৰ প্ৰস্ততি
Assamese
কোকৰাঝাৰত আৰম্ভ হল প্ৰথম বহুভাষিক আন্তঃৰাষ্ট্ৰীয় কবি সন্মিলন
Assamese
কঠোৰ হৈছে :স্পাচেলুনত যুৱতীয়ে পুৰুষক দিব নোৱাৰিব মালিচ
Assamese
ৰেলত নিচাযুক্ত দ্ৰব্য খুৱাই গোৱালপাৰাৰ জনসংযোগ বিষয়াৰ লুটি নিলে ধনসোণনথি
Assamese
কেৰালাত এইবাৰ নভাইৰাছৰ আতংক মানুহৰ কোন অংগত আক্ৰমণ কৰে ন ভাইৰাছে
Assamese
গোৱালপাৰাত আৰক্ষীৰ গুলীত আহত অপহৰণকাৰীঅপহৃতক সুকলমে উদ্ধাৰ
Assamese
তামুলপুৰৰ হাঁহকাটা বালাবাৰী গাঁওত বন্যহস্তীৰ তাণ্ডৱ অব্যাহত
Assamese
বঙাইগাঁৱত স্বাধীনতা সংগ্ৰামী নন্দেশ্বৰ তালুকদাৰৰ জন্ম শতবৰ্ষ উপলক্ষে আলোচনা সভা
Assamese
ভেজাল কৃষি বীজৰাসায়নিক সাৰৰ ৰমৰমীয়া বেহা হাজাৰ হাজাৰ বিঘা বিলাহী খেতিৰ কৃষকক মাধমাৰ
Assamese
বঙাইগাঁও জিলাত পুনৰ কভিডৰ সংক্ৰমণএজনৰ মৃত্যু
Assamese
শিৱসাগৰকলিয়াবৰত ব্যতিক্ৰমী কাৰ্যসূচীৰে শিশু দিৱস পালন
Assamese
পুনেৰ কিডনী বেপাৰীৰূপী চিকিৎসকক অসমত গ্ৰেপ্তাৰ গতাই দিয়া হল ডেৰাডুন আৰক্ষীক
Assamese
ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উপলক্ষে কলিয়াবৰ প্ৰেছ ক্লাবৰ ব্যাপক প্ৰস্তুতি
Assamese
দেশত কৰনাৰ দৈনিক মৃত্যুৰ সংখ্যাই আনিছে স্বস্তি হ্ৰাস পাইছে সক্ৰিয় ৰোগী
Assamese
শ্বহীদ কৰ্ণেলৰ ভাতৃও আসাম ৰাইফলছত মণিপুৰৰ পৰা দুদিনমান পূৰ্বে উভতিছিলহে পিতৃমাতৃ
Assamese
ইকুৱেডৰৰ কাৰাগাৰত পুনৰ সংঘটিত ভয়ানক সংঘৰ্ষত নিহত ৬৮জন কাৰাবন্দী আহত ৩৫জন
Assamese
মণিপুৰৰ সন্ত্ৰাসবাদীৰ ভয়ংকৰ এম্বুশ্বত শ্বহীদ অসমৰ বাক্সা জিলাৰ সুমন স্বৰ্গীয়াৰী
Assamese
মহাৰাষ্ট্ৰৰ গড়চিৰোলিত আৰক্ষীমাওবাদীৰ সংঘৰ্ষত কমেও ২৬জন মাওবাদী নিহত
Assamese
ডিব্ৰুগড়ত চিকিৎসকৰ পুত্ৰসহ তিনি ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ উদ্ধাৰ ড্ৰাগছ
Assamese
+ৰ ভোটাধিকাৰতৰুণ প্ৰজন্মক আকৃষ্ট কৰিবলৈ ধুবুৰীত প্ৰশাসনৰ বিশেষ পদক্ষেপ
Assamese
আমেৰিকাত এমাহতে চাকৰি এৰিলে ৪৪ লাখ লোকে কিন্তু কিয়
Assamese
কলিয়াবৰত চাহ বাগিচাৰ চকীদাৰৰ মাজত চাইকেল বিতৰণ
Assamese
বঙাইগাঁৱত সুৰ বাহিনীৰ জৰিয়তে জনসাধাৰণৰ মাজত আইনী সজাগতা সৃষ্টিৰ প্ৰয়াস
Assamese
মণিপুৰত সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত অসম ৰাইফলছৰ কমাণ্ডিং অফিচাৰৰ পৰিয়ালসহ জোৱানক চিনাক্ত প্ৰধান মন্ত্ৰীৰ শোক প্ৰকাশ
Assamese
ডক্টৰ আভে বাংলৈ উপেন্দ্ৰ নাথ ব্ৰহ্ম মানৱতাৰ সৈনিক বঁটা
Assamese
শৰতৰ ৰাতি অতি বিতোপন বিশ্বনাথ ঘাটৰ নতুন গাঁৱত চলিছে ৰাস মহোৎসৱৰ পূৰ্ণ প্ৰস্তুতি
Assamese
ভোটাৰ তালিকাত নাম অন্তৰ্ভূক্তি সন্দৰ্ভত বঙাইগাঁও কলেজত সজাগতা সভা
Assamese
কৃষ্ণাইত অপহৰণকাৰীৰ ঘৰ ভাঙি লণ্ডভণ্ড কৰিলে উত্তেজিত জনতাই আৰক্ষীৰো গুলীচালনা
Assamese
মণিপুৰত অসম ৰাইফলছৰ কনভয়ত সন্ত্ৰাসবাদীৰ আক্ৰমণনিহত কামাণ্ডিং অফিচাৰৰ পৰিয়ালসহ সাতজন নিহত
Assamese
উদ্বেগ বঢ়াইছে দেশত কৰনাৰ দৈনিক মৃত্যুৰ সংখ্যাই সুস্থতাৰ হাৰত স্বস্তি
Assamese
ৰাজ্যৰ ৫গৰাকী যুৱতীবোৱাৰীৰ আলফা স্বাধীনত যোগদানক লৈ সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ
Assamese
আজি মাইবাঙত অস্ত্ৰ সম্বৰণ কৰিব ডিএনএলএ উগ্ৰপন্থী সদস্যই
Assamese
অসম চৰকাৰৰ নতুন গৰ্ভৱতী মহিলা চৰকাৰী কৰ্মচাৰীও আহিব লাগিব কাৰ্যালয়লৈ
Assamese
হাতত ঝাৰু লৈ শিৱসাগৰৰ ৰাজপথত অখিল গগৈ কি বাৰ্তা দিলে ৰাইজৰ দলৰ নেতাগৰাকীয়ে
Assamese
জাৰ্মানীৰ হামবাৰ্গ মহানগৰীত উত্তৰ পূৰ্বাঞ্চলৰ বিশেষ অনুষ্ঠানজাৰ্মানীৰ পৰ্যটক আকৰ্ষণৰ পদক্ষেপ
Assamese
নিপকোৰ স্বতন্ত্ৰ সঞ্চালক হিচাপে নিযুক্ত ধুবুৰীৰ বিজেপি নেতা
Assamese
আঁচনিৰ ধন উদৰস্থ কৰাৰ স্বাৰ্থত একেটা পথতে দুবাৰকৈ ধন আবন্টন লোক নিৰ্মাণ বিভাগৰ
Assamese
এমট্ৰনৰ একাউন্টৰ পৰা ২.৫৭ কোটি টকা হৰলুকি য়ে গ্ৰেপ্তাৰ কৰিলে গাণনিক বিষয়া ৰাহুল হুজুৰীক
Assamese
মহানগৰীৰ কালী মন্দিৰৰ পূজাৰীৰ হত্যাৰ তদন্ত কি পাইছে লতাশিল আৰক্ষীয়ে
Assamese
দেশত কৰনাৰ সংক্ৰমণ হ্ৰাস পালেও মৃত্যুৰ সংখ্যাই বৃদ্ধি কৰিছে উদ্বেগ
Assamese
পুনৰ এক হত্যাকাণ্ডই জোকাৰিছে মহানগৰী এইবাৰ কালী মন্দিৰৰ পূজাৰীক হত্যা দুৰ্বৃত্তৰ
Assamese
লিডুৰ টিৰাপ নদীত উদ্ধাৰ এজন ব্যক্তিৰ মৃতদেহ
Assamese
পাকিস্তানৰ নামেৰে অসমত পানী যোগান আঁচনি বিতৰ্কত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ প্ৰকল্প
Assamese
পাঁচখন ৰাজ্যৰ বিধানসভাৰ নিৰ্বাচনত ২৫২কোটি টকা খৰচ কৰিছে বিজেপিয়ে অসমত কিমান
Assamese
ঘৰে ঘৰে চলাব সমীক্ষা ধুবুৰীত প্ৰতিজন লোকক ভেকচিন প্ৰদানৰ তৎপৰতা জিলা প্ৰশাসনৰ
Assamese
৩০ বছৰ কংগ্ৰেছ কৰি যোৱা হিমন্ত বিশ্ব শৰ্মাই কেতিয়াও মানি নলয়মীৰা বৰঠাকুৰ
Assamese
মাৰ্ঘেৰিটাৰ নিজ মাকুম হাইস্কুলত মিচন বসুন্ধৰাৰ সজাগতা সভাৰাজহ আদালত
Assamese
অসমমেঘালয় সীমান্তৱৰ্তী কুকুৰকাটাত ৪ অপহৰণকাৰী গ্ৰেপ্তাৰ
Assamese
কলাইগাঁও মহাবিদ্যালয়ৰ ভূমি বেদখল মুক্ত কৰাৰ দাবীত আছুৰ প্ৰতিবাদ
Assamese
নতুন কেন্দ্ৰীয় সমিতি গঠন কৰিয়েই আন্দোলনৰ কাৰ্যসূচী ঘোষণা আক্ৰাছুৰ
Assamese
কিয় হঠাৎ গুৱাহাটী উচ্চ ন্যায়ালয়ত উপস্থিত হল প্ৰবীণ বিজেপি নেতা ড০ সুব্ৰমণিয়ম স্বামী
Assamese
ভাৰতত নহয় আমেৰিকাত হিন্দু মন্দিৰ নিৰ্মাণকাৰী ভাৰতীয় শ্ৰমিকৰ ওপৰত কৰা হৈছে অকথ্য শোষণ
Assamese
চতিয়াত নৃশংস হত্যাকাণ্ড শহুৰেকক দাৰে ঘপিয়াই হত্যা জোৱায়েকৰ
Assamese
প্ৰতিবাদৰ মাজতে ২০২২ চনৰ আগষ্ট মাহত কাৰ্যক্ষম হৈ উঠিব সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ দুটাকৈ গোট
Assamese
মালালাৰ বিয়াক লৈ সুখী নহয় তছলিমা নাছৰিন কিন্তু কিয়
Assamese
প্ৰাৰম্ভিক পৰীক্ষাত ৮৯৮ শিক্ষাৰ্থীৰ উত্তীৰ্ণৰে শীৰ্ষত এছ পি এম আইএএছ একাডেমি
Assamese
মোনাবাৰী বনাঞ্চলক কাজিৰঙাত অন্তৰ্ভূক্ত কাজিৰঙাৰ কোনটো সংযোজনত আছে কিমান বনাঞ্চল
Assamese
তামুলপুৰত ড্ৰাগছ শিশু নিৰ্যাতন বাল্য বিবাহৰ বিৰুদ্ধে সজাগতামূলক সমদল
Assamese
হিমন্ত মামা দিলে সকলোকে চাউল দিয়ক নহলে আমাক নালাগে
Assamese
আজি উপ নিৰ্বাচনত বিজয়ী হৈ অহা ৫গৰাকী বিধায়কে ললে শপত শপতবাক্য পাঠ কৰোৱালে অধ্যক্ষ দৈমাৰীয়ে
Assamese
কৰিমগঞ্জত ভয়ংকৰ পথ দুৰ্ঘটনা থিতাতে নিহত ১০ জন
Assamese
আক্ৰাছুৰ বঙাইগাঁও জিলা সমিতিৰ বিৰুদ্ধে অনাস্থানতুন সমিতি গঠন
Assamese
পুনৰ সৰৱ জনজাতিসকলৰ বিৰুদ্ধে চৰকাৰে লোৱা সিদ্ধান্ত বাতিলৰ দাবী ৰাভা জাতীয় যুৱ পৰিষদৰ
Assamese
অসম মেডিকেল কলেজৰ পেডিয়াট্ৰিক ত জুই প্ৰাণৰক্ষা ১২ টি শিশুৰ
Assamese
ত্ৰিপুৰাৰ সাম্প্ৰদায়িক সংঘৰ্ষৰ স্বত:স্ফুৰ্ত জাননী লবলৈ উচ্চতম ন্যায়ালয়ক অনুৰোধ প্ৰেছ ক্লাৱ অৱ ইণ্ডিয়াৰ
Assamese
ৰক্ষকেই ভক্ষক কুখ্যাত বন বিষয়া অৰূপ বৈশ্যৰ বাসগৃহত উদ্ধাৰ বন্দুক কেঁকো সাপ আৰু বহুতো
Assamese