text
stringlengths
1
2.59k
language
stringclasses
10 values
ধুবুৰীবঙাইগাঁৱৰ সীমান্তত নাবালিকাক ঘৰৰ পৰাই অপহৰণ কৰি নি বলাৎকাৰ
Assamese
তিনিও খন বিতৰ্কিত কৃষি আইন বাতিলত অনুমোদন কেন্দ্ৰীয় কেবিনেটৰ
Assamese
ৰঙিয়াৰ তৰণীৰ ৰাস মহোৎসৱ লোকে লোকাৰণ্যদুদিনলৈ বৃদ্ধি ৰাস মহোৎসৱ
Assamese
শীঘ্ৰে ব্ৰহ্মপুত্ৰৰ পাৰৰ সৌন্দৰ্যবৰ্ধনকে ধৰি ১৭ টা প্ৰকল্প আৰম্ভ কৰিব এ
Assamese
বঙাইগাঁৱত অনুষ্ঠিত ৰাজ্যিক কেবিনেটৰ বৈঠকত গ্ৰহণ কৰা হল কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত কি সেই সিদ্ধান্ত
Assamese
সমগ্ৰ ৰাজ্যৰ লগতে শিৱসাগৰতো লাচিত দিৱস পালন বঙাইগাঁৱত স্মৰণ কৰিলে মুখ্যমন্ত্ৰীয়ে
Assamese
কলিয়াভোমোৰা সেঁতুত দুৰ্ঘটনাত পতিত ট্ৰাক উদ্ধাৰ সন্ধান নাই চালকহেণ্ডিমেনৰ
Assamese
জননেতা শৰৎ চন্দ্ৰ সিংহৰ আদৰ্শক ভূলুণ্ঠিতচাপৰত সুৰাৰ বিপনী স্থাপনৰ সিদ্ধান্ত তীব্ৰ প্ৰতিক্ৰিয়া
Assamese
সূৰ্য চক্ৰ ৰে সন্মানিত হল অসম ৰাইফলছৰ ৰাইফলমেল অসমৰ প্ৰণৱ জ্যোতি দাস
Assamese
অৰুণাচল সীমান্তত গুলীচালনাৰ সন্মুখীন অসমৰ বন বিষয়া
Assamese
বৰপেটা চহৰৰ এটি দুখীয়া পৰিয়াললৈ আজমল ফাউণ্ডেশ্যনে আনিলে কিছু আশাৰ বতৰা
Assamese
কৰ্তৃপক্ষৰ পৰা ১ পইচা লোৱা বুলি কোনোবাই প্ৰমাণ কৰিব পাৰিলে ৰাজনৈতিক জীৱন ত্যাগ কৰিমলুৰিনজ্যোতি গগৈৰ প্ৰত্যাহ্বান
Assamese
বক্র পথেৰে অগাধ সম্পত্তিৰ গৰাকী হোৱা ধুবুৰীৰ নিলম্বিত চাইবুৰ ৰহমানে লাভ কৰিলে জামিন
Assamese
হাতীমানুহৰ সংঘাত নিৰসনত সফল প্ৰকৃতিপ্ৰেমীৰ মডেল কৃষকে নিৰ্বিঘ্নে চপালে সোণোৱালী শইচ
Assamese
দেশত ধীৰে ধীৰে হ্ৰাস পাইছে কৰনাৰ দৈনিক সংক্ৰমণ ৫৩৬ দিনৰ ভিতৰত সৰ্বনিম্ন সক্ৰিয় ৰোগী
Assamese
তীব্ৰ জল সংকটৰ আশংকা এটি বিজ্ঞাপন প্ৰকাশৰ পিছতে হাহাকাৰ বাক্সাৰ বৃহত্তৰ আঙৰকাটাবাসীৰ
Assamese
উগ্ৰপন্থী সংগঠনত যোগদান কৰিবলৈ গৈ নাগালেণ্ডত আটক টীয়কৰ যুৱক হতাশ পিতৃমাতৃ
Assamese
পুনৰ মহানগৰীত ৰহস্যজনক হত্যাকাণ্ড ঘৰৰ ভিতৰতে হানি খুচি হত্যা কৰাৰ সন্দেহ এজন লোকক
Assamese
ৰাজ্যত ২৪ ঘন্টাত কিমান আক্ৰান্ত হল কোভিডত কিমানৰ মৃত্যু
Assamese
ত্ৰিপুৰা ৰাজনৈতিক অস্থিৰতাআদালত অৱমাননাৰ অভিযোগেৰে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিল তৃণমূল কংগ্ৰেছ
Assamese
হিন্দী ভাষাৰ জ্ঞানে এক সুবিধাজনক স্থিতিত ৰাখিব যুৱকযুৱতীক কোনে কলে এই কথা
Assamese
মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বিভাজনৰ কৌশল প্ৰয়োগ নকৰাকৈ ৰাজধর্ম পালন কৰককংগ্ৰেছ
Assamese
উত্তৰপূবৰ ৰাজ্যলৈ পুঁজি আবণ্টনৰ ক্ষেত্ৰত কেন্দ্ৰক পুনৰীক্ষণৰ আহ্বান মিজোৰামৰ মুখ্যমন্ত্ৰীৰ
Assamese
কৃষ্ণাইত বন্যহস্তীৰ তাণ্ডৱলীলাঃ ধাইগাওঁ টিলাপাৰা গাঁৱত ব্যাপক ধ্বংসলীলা
Assamese
পত্নী প্ৰেমমধ্য প্ৰদেশৰ এজন লোকে পত্নীক উপহাৰ দিলে সাইলাখ তাজমহল সদৃশ এটি ঘৰ
Assamese
আজিৰে পৰা ত আৰম্ভ কি কি সুবিধা পাব ৰোগীয়ে
Assamese
গুৱাহাটী এইমছৰ লেহেমীয়া নিৰ্মাণ কাৰ্য দেখি ক্ষুব্ধ কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী
Assamese
সৰ্বভাৰতীয় পৰ্যায়ত অসমৰ নাম উজলোৱাৰ প্ৰচেষ্টাত ব্যস্ত শিৱসাগৰৰ ছয় কিশোৰকিশোৰী
Assamese
সদৌ অসম কোচ ৰাজবংশী যুৱ ছাত্ৰ সন্মিলনীৰ নতুন কাৰ্যনিৰ্বাহক সমিতি গঠন
Assamese
গুৱাহাটীলৈ যাম বুলি ওলাই অহা যুৱক গল আলফালৈ আদবাটতে গ্ৰেপ্তাৰ
Assamese
কোকৰাঝাৰত গাঁতত পুতি থোৱা অৱস্থাত উদ্ধাৰ কুইন্টলে কুইন্টলে পচা মধ্যাহ্ন ভোজনৰ চাউল
Assamese
কলীয়াভোমোৰা সেঁতুত ভয়ংকৰ দুৰ্ঘটনা দলঙৰ ৰেলিং ভাঙি ব্ৰহ্মপুত্ৰত পৰিল ট্ৰাক
Assamese
বিশেষভাৱে সক্ষম কিশোৰীক যৌন নিৰ্যাতন অভিযুক্তক ৰাইজে উত্তমমধ্যম শোধাই গটালে আৰক্ষীক
Assamese
মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ গৃহ সমষ্টিৰ শুৱালকুছিত ইউনিফৰ্ম কেলেংকাৰীকাপোৰ নহয় যেন কাগজৰ টুকুৰাহে
Assamese
আলফা স্বাধীন যোগদানৰ বাবে যোৱা ৩ যুৱকক আটক আসাম ৰাইফলছৰ
Assamese
গোলাঘাটত বিবাহযাত্ৰী কঢ়িওৱা গাড়ীৰ শোকাৱহ পথ দুৰ্ঘটনা থিতাতে নিহত দুজন
Assamese
দেশত আৰু হ্ৰাস পালে কৰনাৰ দৈনিক সংক্ৰমণ ৫৩৪ দিনৰ ভিতৰত সৰ্বনিম্ন সক্ৰিয় ৰোগী
Assamese
বাগৰিত আৰক্ষীত জব্দ কৰিলে অবৈধ সৰবৰাহ কৰা চাৰিখনকৈ গৰুভৰ্তি বাহন উদ্ধাৰ ৩৬টাকৈ গৰু
Assamese
মাৰ্ঘেৰিটাত সহায় দা হেল্পিং হেণ্ড প্ৰথমবাৰ্ষিক প্ৰতিষ্ঠা দিৱস বুঢ়ীদিহিং নৈ পৰিষ্কাৰেৰে দেখুৱালে নিদৰ্শন
Assamese
চৰকাৰী কৰ্মচাৰীৰ পেঞ্চনক লৈ ডাঙৰ সিদ্ধান্ত কেন্দ্ৰীয় চৰকাৰৰ শিথিল নিয়ম
Assamese
চাপৰ চাহ বাগিচাৰ জি ই এল গীৰ্জা অতিথিশালা উদ্বোধন পেৰিছ সভা সম্পন্ন
Assamese
আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে অভিনেত্ৰী তথা তৃণমূল যুৱ কংগ্ৰেছৰ সভানেত্ৰী ছায়নী ঘোষক
Assamese
মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক এঘণ্টা সাক্ষাৎ কৰি কি কথা পাতিলে অখিলে
Assamese
ৰাজস্থানৰ গেহলট মন্ত্ৰীসভাত ১৫ গৰাকী মন্ত্ৰীৰ শপতগ্ৰহণ
Assamese
কৃষি আইনৰ বিলোপৰ বাবে ২৪ নৱেম্বৰত কেন্দ্ৰীয় কেবিনেটে লব পাৰে সিদ্ধান্ত
Assamese
কৃষ্ণাইত বিশ্ব মৎস্য দিৱস উদযাপন
Assamese
জন্মৰ পিছৰে পৰা পাঁচ বছৰে শয্যাগত কোকৰাঝাৰৰ যমজ ভাতৃ কুশকুশল
Assamese
ভাল খবৰ:আউনীআটী বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিলে মুখ্যমন্ত্ৰীয়ে
Assamese
কৃষকে দেখুৱালে বাট বাতিলৰ দাবীত পুনৰ সোচ্চাৰ ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্য
Assamese
আকৌ গোলমাল লগালে হাফপেণ্টে এইবাৰ বেংকত প্ৰৱেশত বাধা হাফপেণ্ট পিন্ধা যুৱকক
Assamese
গোৱালপৰীয়া লোকসংস্কৃতিৰ গৱেষক দ্বিজেন নাথৰ দেহাৱসান
Assamese
চাপত কেন্দ্ৰ আন্দোলনত মৃত্যু হোৱা ৭৫০ জন কৃষকৰ পৰিয়াললৈ তেলেংগানা চৰকাৰৰ ৩লাখ টকাৰ অনুদান
Assamese
শিৱসাগৰ সদৰ থানাৰ সমীপতেই বৃহৎ পৰিমাণৰ গাঞ্জা বিলাতী সুৰাৰ কাৰ্টন জব্দ আটক দুই মহিলা
Assamese
ড্ৰাগছৰ পাছত এইবাৰ আদানিৰ মুন্দ্ৰা বন্দৰত উদ্ধাৰ পাকিস্তানৰ পৰা অহা তেজস্ক্ৰিয় পদাৰ্থ
Assamese
দেশত সামান্য বৃদ্ধি পালে কৰনাৰ দৈনিক সংক্ৰমণৰ লগতে মৃত্যুৰ সংখ্যা
Assamese
কলিয়াবৰৰ নলতলিত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা থিতাতে নিহত প্ৰাক্তন ছাত্ৰ নেতা
Assamese
ৰাজ্যত ১ লাখ নিবনুৱাৰ নিযুক্তি তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তিৰ বাবে গঠন দুখন সুকীয়া কমিটি
Assamese
নাগপুৰলৈ অবৈধভাৱে সৰবৰাহৰ চেষ্টা অসমৰ হাবিৰ চেগুন কাঠ বইটামাৰীত জব্দ
Assamese
মুখ্যমন্ত্ৰী মহোদয় আমি মানুহ নহয় নেকি হিমন্ত বিশ্ব শৰ্মাক প্ৰশ্ন অংগনৱাড়ী কৰ্মী আৰু সহায়িকাৰ
Assamese
মাৰ্ঘেৰিটাত অভিনৱ পন্থাৰে সৰবৰাহ চোৰাং কয়লা জব্দ এখন যাত্ৰীবাহী মেজিক
Assamese
বিজেপিৰ প্ৰাক্তন সম্পাদক ৰাজীৱ শইকীয়াৰ বিজেপি দল ত্যাগ
Assamese
চতিয়াত অসম সাহিত্য সভাৰ কেন্দ্ৰীয় অনুষ্ঠাননাট্যসম্রাট প্রফুল্ল বৰাৰ স্মৃতি দিৱস উদযাপন
Assamese
পাঠশালাত লাচিত সেনাৰ নামত ধন দাবী কৰি ৰঙাঘৰৰ আলহী তিনি যুৱক
Assamese
মানে কি মানে হল
Assamese
পুনৰ ভূমিকম্পই জোকাৰি গল গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ বিভিন্ন অঞ্চল
Assamese
লকডাউনক লৈ উত্তপ্ত নেদাৰলেণ্ড উন্মত্ত জনতাই জ্বলালে আৰক্ষীৰ গাড়ী
Assamese
বঙাইগাঁও জিলাৰ বইটামাৰীত অবৈধ কফ ছিৰাপ নিচাযুক্ত দ্ৰব্যৰ সৈতে ৬ জনক গ্ৰেপ্তাৰ
Assamese
দেশত কৰনাৰ দৈনিক সংক্ৰমণ নিম্নগামী হ্ৰাস পালে মৃত্যু সক্ৰিয় ৰোগীৰ সংখ্যাও
Assamese
আমেৰিকাৰ ৰাষ্ট্ৰপতি হল কমলা হেৰিছ কিয় লাভ কৰিলে এই সাংবিধানিক ক্ষমতা
Assamese
মহানগৰীৰ দাঁতিকাষৰীয়া বৰ্ণিহাটত আৰক্ষীয়ে জব্দ কৰিলে ৪ কোটি টকা মূল্যৰ হেৰইন তিনিজনক আটক
Assamese
বিশিষ্ট গ্ৰন্থ প্ৰকাশক গিৰিপদ দেৱ চৌধুৰীৰ মৃত্যু শোকস্তব্ধ ৰাজ্যৰ বিদ্বৎ মহল
Assamese
সৌন্দৰ্য প্ৰতিযোগিতালৈ নিৰ্বাচিত অসমৰ কোভিড যোদ্ধা মনালিছা ছোনা
Assamese
বন্য জন্তু পক্ষীৰ অবৈধ বিক্ৰী কৰা দোকান বন্ধ কৰিবলৈ চৰকাৰক নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
Assamese
বঙাইগাঁও জিলাৰ নৰ্থ বইটামাৰী হাইস্কুলক উচ্চতৰ মাধ্যমিকলৈ উন্নীতকৰণশুভাৰম্ভ অনুষ্ঠান সম্পন্ন
Assamese
কোভিড কোৱাৰেণ্টাইন চেণ্টাৰতে ধৰ্ষণ মহিলা চিকিৎসকক দুজনক গ্ৰেপ্তাৰ
Assamese
গোৱালপাৰা অসামৰিক চিকিৎসালয়ৰ শিশুৰ ত অগ্নিকাণ্ড কথমপি প্ৰাণৰক্ষা ১৪ টি শিশুৰ
Assamese
বাক্সাৰ নিছলামাৰীত হাতীৰ আক্ৰমণত প্ৰাণ গল এজনৰ
Assamese
দিল্লীত কৃষকৰ জয়ৰ পাছত অসমীয়াক কা ৰ বিৰুদ্ধে ঐক্যবদ্ধ হবলৈ আহ্বান ৰ
Assamese
বৰ্ষীয়ান সাংবাদিক তথা আপকুৰ প্ৰতিষ্ঠাপক সম্পাদক প্ৰধান ভবেশ বৰুৱাৰ মৃত্যুত বঙাইগাঁও প্ৰেছ ক্লাব আপজু আৰু জাফাৰ শোক
Assamese
অবৈধ বালি খননেৰে ৰেলপথ নিৰ্মাণৰ কামচাপৰত এন চি দাস এণ্ড কোম্পানীৰ ডাম্পাৰএক্সকেভেটাৰ জব্দ
Assamese
গণতন্ত্ৰক হানি কৰি পুঁজিপতিক সহায় কৰা আইন যাতে দ্বিতীয় বাৰ নাহেদেৱব্ৰত শইকীয়া
Assamese
দেশত কৰনাৰ দৈনিক সংক্ৰমণ হ্ৰাস মৃত্যুৰ সংখ্যাই এতিয়াও অব্যাহত ৰাখিছে চিন্তা
Assamese
আজি বছৰৰ অন্তিমটো চন্দ্ৰগ্ৰহণ বিৰল এই আংশিক চন্দ্ৰগ্ৰহণ কেতিয়া কত দেখা যাব
Assamese
জয় কিষাণ অৱশেষত বাতিল কৃষি আইন কৃষকক পথাৰলৈ ঘুৰি অহাৰ আহ্বান মোদীৰ
Assamese
হাতত পিষ্টল লৈ আদালত কক্ষত দণ্ডাধীশৰ ওপৰত আক্ৰমণ আৰক্ষী বিষয়াৰ তীব্ৰ চাঞ্চল্য মধুবনীত
Assamese
ত্ৰিপুৰা হিংসা ৰ আওতাত গ্ৰেপ্তাৰ হোৱা সাংবাদিক আৰু নাগৰিকক সুৰক্ষা উচ্চতম ন্যায়ালয়ৰ
Assamese
বেজৰ নাকত খৰ মহানগৰীত চোৰৰূপী আৰক্ষীয়ে কাৰ্যালয়ত চলালে চাফাই অভিযান
Assamese
সাৰ্বভৌমত্বৰ বিষয়ত কোনো আপোচ নহয় স্পষ্ট কৰিলে আলফা স্বামুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাই
Assamese
ৰাজ্যত আজিৰ দিনটোত কিমান লোক আক্ৰান্ত হল কোভিডত মৃত্যু কিমানৰ
Assamese
মহানগৰীৰ শিক্ষানুষ্ঠানৰ ছাত্ৰীৰ আত্মহত্যা কিহৰ বাবে আত্মহনন একাদশ শ্ৰেণীৰ ছাত্ৰীগৰাকীৰ
Assamese
পদ্মশ্ৰী কংগনা ৰানাৱটৰ বিৰুদ্ধে অসমত গোচৰ তৰিলে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে
Assamese
স্পৰ্শ নকৰিলেও আইনত গ্ৰহণযোগ্য যৌন নিৰ্যাতনৰ অভিযোগ জনালে উচ্চতম ন্যায়ালয়ে
Assamese
টীয়ককাৱৈমাৰী সংযোগী পথনিৰ্মাণৰ পাছদিনাই বখলা বখলে এৰালে ব্লেক টেপিং
Assamese
৫ মিলিয়ন মেট্ৰিক টনলৈ বৃদ্ধি কৰা হব বঙাইগাঁও শোধনাগাৰৰ উৎপাদন ক্ষমতাপেট্ৰলিয়াম মন্ত্ৰী ৰামেশ্বৰ তেলী
Assamese
জ্যেষ্ঠ সাংবাদিক আপকুৰ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক ভৱেশ বৰুৱাৰ পৰলোকপ্ৰাপ্তি
Assamese
ভাৰতভূটান সীমান্তৰ দৰঙামেলাত ভয়াৱহ অগ্নিকাণ্ডবিস্তৰ ক্ষতি
Assamese
বঙাইগাঁও জিলা বিজেপি কাৰ্যালয়ত কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী
Assamese
স্বাধীনতা প্ৰসংগত আলফাৰে আলোচনাৰ পোষকতা কৰা নাই স্পষ্ট কৰিলে হিমন্ত বিশ্ব শৰ্মাই
Assamese
আলফাৰ সৈতে আলোচনাৰ বাবে সাজু হৈছে প্ৰথমগৰাকী মুখ্যমন্ত্ৰীয়ে হিমন্ত বিশ্বৰ প্ৰচেষ্টা সফল হবনে
Assamese
তামুলপুৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত আৰক্ষীয়ে আটক কৰিলে ভুৱা মণ্ডল
Assamese