text stringlengths 1 2.59k ⌀ | language stringclasses 10 values |
|---|---|
শিক্ষকৰ অপকৰ্ম তাৰ পিছতেই ভূতৰ ওপৰত দানহ ভুৱা চিকিৎসক | Assamese |
চাৰিদিনীয়াকৈ ষঠ পূজা সমগ্ৰ ৰাজ্যৰ লগতে নামনি অসমতো উৎসাহউদ্দীপনাৰে পূজা উদযাপন | Assamese |
সীমান্তত চীনৰ হেলিপেড উচ্চতম ন্যায়ালয়ত চাৰি ধাম যাত্ৰাৰ পথ বহল কৰাৰ বাবে অনুমতি বিচাৰিলে কেন্দ্ৰই | Assamese |
যান্ত্ৰিক বিজুতিশিলচৰ বিমান বন্দৰত এয়াৰ ইণ্ডিয়াৰ বিমানৰ জৰুৰী অৱতৰণ | Assamese |
পৰিসৰ বৃদ্ধি কৰা হল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কিমান বাঢ়িল কাজিৰঙাৰ আয়তন | Assamese |
সুৰাসক্ত ৰাজকন্যাৰ গাড়ীৰ খুন্দাত দুয়োখন ভৰি হেৰুওৱা শ্ৰমিক যোছেফ মাৰাকৰ মৃত্যু | Assamese |
আমগুৰিত নগাই কাটি তহিলং কৰিলে অসমীয়া চাহ খেতিয়কৰ ৩০ বিঘা মাটিৰ চাহ গছ | Assamese |
লিডুত এনকাউণ্টাৰআৰক্ষীৰ গুলীত আহত ১০ বছৰীয়া ভাগিনীয়েকৰ হত্যাকাৰী বিক্ৰম দাস | Assamese |
বডোলেণ্ডৰ মুখ্য সদৰ কোকৰাঝাৰত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হব সাহিত্য উৎসৱ | Assamese |
বিবাহপাশত আৱদ্ধ হল শান্তিৰ নবেল প্ৰাপক মালালা ইউছুফজাই কাৰ সৈতে হল বিয়া | Assamese |
জলপ্ৰপাত বুলি ভুল নকৰিব আইজলত এয়া মেঘৰহে খেলা চাওঁক মেঘৰ জলপ্ৰপাত ভাইৰেল ভিডিঅ | Assamese |
মাৰ্ঘেৰিটা অসামৰিক চিকিৎসালয়ত মন্ত্ৰী ৰামেশ্বৰ তেলী নতুন ভৱনৰ আধাৰশিলা স্থাপন | Assamese |
হিন্দী নুবুজাৰ অজুহাতত মুখ্য সচিবক সলনিৰ বাবে গৃহমন্ত্ৰী অমিত শ্বাহলৈ পত্ৰ মুখ্যমন্ত্ৰীৰ | Assamese |
কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ ৭৮ গৰাকী শিক্ষাৰ্থীয়ে উলংগ হৈ উঠিলে ফটো কিন্তু কিয় | Assamese |
এইবাৰ ৰাস হবনে চৰকাৰে জাৰি কৰিলে বিশেষ নিৰ্দেশনা কি আছে এই নিৰ্দেশনাত | Assamese |
নৃশংসলিডুৰ কলপৰা গাঁৱত মহায়েকে হত্যা কৰিলে নিজৰ ১০ বছৰীয়া ভাগিনীয়েকক | Assamese |
মহানগৰীৰ যতে ততে বেনাৰপোষ্টাৰ লগাওঁতে সাৱধান পৌৰ নিগমে লব বিহিত ব্যৱস্থা থাকিব উপহাৰ | Assamese |
শম্ভু কলিতাক আপুনি কেতিয়াবা লগ পাইছে নে কিয় ৮২ বছৰ বয়সতো তেওঁ চলাই আছে ৰিক্সা | Assamese |
দেশত আৰু হ্ৰাস পালে কৰনাৰ দৈনিক সংক্ৰমণ মৃত্যুৰ সংখ্যাই অব্যাহত ৰাখিছে উদ্বেগ | Assamese |
সোমৰস পান কৰি নিচা লাগি পৰি ৰয় জাক জাক পখিলাকত আৰু কিয় | Assamese |
প্ৰতি চাৰি মিনিটত এগৰাকীকৈ মহিলা আক্ৰান্ত হয় স্তনৰ কৰ্কট ৰোগতবৰষাৰাণী বিষয়া | Assamese |
অসমৰ ছাত্ৰ ৰাজনীতিত প্ৰৱেশৰ বাবে ছাত্ৰ যুৱ সংগ্ৰাম সমিতিৰ এলানি বিশেষ কাৰ্যপন্থা | Assamese |
বঙাইগাঁৱত ড্ৰাগছসহ এজনক কৰায়ত্ত | Assamese |
টীয়কৰ মেলেঙত ভয়ংকৰ ঘটনা মাহীমাক আৰু পিতৃয়ে হত্যা কৰিলে পুত্ৰক | Assamese |
পুনৰ উত্তপ্ত হোৱাৰ দিশে ৰাভা হাছং ৰাজ্য চৰকাৰৰ সিদ্ধান্তত জাঙুৰ খাই উঠিছে ৰাভা জাতীয় সংগঠন | Assamese |
আক্ৰমণৰ আশংকা মুকেশ আম্বানিৰ বাসভৱন এন্টিলিয়াত কটকটীয়া নিৰাপত্তা মুম্বাই আৰক্ষীৰ | Assamese |
বিদেশৰ ৬ টা স্থানলৈ পুনৰ বিমান উৰিব লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ পৰা | Assamese |
গোলাঘাটত ১০ৰ পৰা ২০নৱেম্বৰলৈ ঘৰে ঘৰে চলিব সমীক্ষা ২২ৰ পৰা ৩০নৱেম্বৰলৈ ব্যাপক প্ৰতিষেধক প্ৰদান অভিযান | Assamese |
ধুবুৰীত ৰাজ্যিক উদ্ভাৱনী আৰু ৰূপান্তৰ আয়োগৰ উপাধ্যক্ষ ৰমেন ডেকাৰ বিভিন্ন বিভাগৰ কামকাজৰ পৰ্যালোচনা | Assamese |
নন্দেশ্বৰ তালুকদাৰৰ জন্ম শতবাৰ্ষিকী উপলক্ষে বঙাইগাঁৱত ৰক্তদান শিবিৰ অনুষ্ঠিত | Assamese |
কাছাৰত মহিলাক ধৰ্ষণৰ অপচেষ্টা কাটি নিলে হাতৰ আঙুলি | Assamese |
বাক্সাৰ তামুলপুৰ নাগ্ৰীজুলি পথত ভয়াৱহ পথ দুৰ্ঘটনা | Assamese |
দেশৰ কেইবাখনো মহানগৰত নতুনকৈ স্থাপন হব অসম ভৱন | Assamese |
হেঁচা অশোক শইকীয়াৰ গ্ৰেপ্তাৰৰ প্ৰসংগত কি কলে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই | Assamese |
কোকৰাঝাৰত চিআইটিৰ প্ৰথম সমাৱৰ্তনৰ সফল সামৰণি শিক্ষাৰ্থীক সম্বৰ্ধনা | Assamese |
ৰাজ্য চৰকাৰে জাৰি কৰিলে নতুন কোভিড কি আছে নতুন ত | Assamese |
বিশ্বনাথত উদ্ধাৰ বৃহৎ পৰিমাণৰ গাঞ্জানগদ ধন | Assamese |
আলফা স্বাধীন সন্দৰ্ভত বিশেষ বাৰ্তা লৈ নতুন দিল্লীলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা | Assamese |
প্ৰাক্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ পুত্ৰ অশোক শইকীয়াৰ জামিন মঞ্জুৰ আদালতৰ | Assamese |
শিৱসাগৰ জিলাক পুৰাতত্ত্ব উদ্যান হিচাপে গঢ়ি তোলাৰ দাবীত আহোম সেনাৰ ধৰ্ণা | Assamese |
ৰংজুলিত ভয়ংকৰ অগ্নিকাণ্ড:জুইত জাহ গল কেইবাখনো ব্যৱসায়িক প্ৰতিষ্ঠান | Assamese |
বৰুৱা দম্পতী হত্যাকাণ্ডৰ নতুন মোৰ মই হত্যা কৰা নাইপুলিচৰ মাৰতহে হত্যা কৰা বুলি কৈছিলো—আকাশ চৌধুৰী | Assamese |
১১ ভুৱা টেট শিক্ষকৰ জামিন আবেদন নাকচ কৰিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে | Assamese |
ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ পৰা পদ্মশ্ৰী সন্মান গ্ৰহণ কৰিলে যোগেন্দ্ৰ নাথ ফুকন আৰু ডাকুশল কোঁৱৰ শৰ্মাই | Assamese |
মই কাকো জোৱাই পাতি থোৱা নাই বেদখলকাৰীক কঠোৰ সকিয়নী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ | Assamese |
অসমত স্বৈৰতন্ত্ৰৰ মলিয়ন পতাকা উৰিছে দেৱব্ৰত শইকীয়াক বলে নোৱাৰি ভাতৃৰ বিৰুদ্ধে মিছা গোচৰ | Assamese |
এইবাৰ লামডিং বনাঞ্চলত উচ্ছেদ অভিযান প্ৰশাসনৰ | Assamese |
দেশত কৰনাৰ দৈনিক সুস্থতাৰ হাৰে জগাইছে আশা কমিছে মৃত্যু | Assamese |
ধূপধৰাৰ ওচৰত ৰেল লাইনত অচিনাক্ত মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য | Assamese |
নৱজাতক হত্যাৰ অভিযোগত উত্তপ্ত গোলাঘাট শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয় | Assamese |
ছত্তীশগড়ত সহকৰ্মীৰ গুলীত নিহত ৪জন জোৱান আন ৩জন আহত | Assamese |
পুষ্টিহীনতাত ভূগিছে দেশৰ ৩৩লাখতকৈয়ো অধিক শিশু কেন্দ্ৰৰ তথ্যত চাঞ্চল্য | Assamese |
য়ে আটক কৰিলে প্ৰাক্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ পুত্ৰ অশোক শইকীয়াক | Assamese |
ভিত্তিহীন মনে সঁজা গোচৰত মোক গ্ৰেপ্তাৰ কৰিছে অশোক শইকীয়াৰ প্ৰতিক্ৰিয়া | Assamese |
গুৱাহাটীত সৰ্ব ভাৰতীয় কংগ্ৰেছ কমিটিৰ মুখপাত্ৰ অধ্যাপক গৌৰৱ বল্লভৰ সংবাদমেল | Assamese |
পৰ্যটকৰ বাবে মুকলি হব লক্ষ্মীনাথ বেজবৰুৱাৰ সম্বলপুৰৰ গৃহ | Assamese |
শিৱসাগৰত নদীৰ এৰা সুঁতিত উদ্ধাৰ মৃতদেহ | Assamese |
মহানগৰীত আইনশৃংখলাৰ অৱনতি পানবজাৰত যানবাহন আৰক্ষীক ছয় যুৱকে মিলি আক্ৰমণ | Assamese |
নগাঁওত পথ দুৰ্ঘটনাত নাবালিকাৰ কৰুণ মৃত্যু | Assamese |
এই মাহতেই দেখা যাব শতিকাৰ দীৰ্ঘতম চন্দ্ৰগ্ৰহণ অসমৰ পৰাও হব দৃশ্যমান | Assamese |
সংক্ৰমণ নহয় দেশত কৰনাৰ দৈনিক মৃত্যুৰ সংখ্যাই পুনৰ বৃদ্ধি কৰিছে উদ্বেগ | Assamese |
অসম চৰকাৰৰ সাহস হবনে বেচৰকাৰী চাকৰিত স্থানীয় প্ৰাৰ্থীৰ বাবে ৭৫শতাংশ সংৰক্ষণ কৰিলে এইখন ৰাজ্যই | Assamese |
বাগদাদত ইৰাকৰ প্ৰধানমন্ত্ৰীৰ বাসভৱনত ড্ৰোণ আক্ৰমণ নিৰাপত্তা বেষ্টনী ভাঙি হত্যাৰ প্ৰচেষ্টা | Assamese |
ৰাজ্যত যোৱা ২৪ ঘন্টাত কোভিডত কিমান আক্ৰান্ত হল মৃত্যু কিমানৰ | Assamese |
হাস্পাতালৰ ত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনাত কমেও ১০জন কৰনা ৰোগীৰ মৃত্যু | Assamese |
দূটি মূৰ সংলগ্ন যমজ সন্তানএক জটিল অস্ত্ৰোপচাৰৰ বাবে চেষ্টা অব্যাহত ৰ চিকিৎসকৰ | Assamese |
মুখ্যমন্ত্ৰীয়ে পতা জালত ভৰি দিবলৈ সাজু আৰু কোন কোন কংগ্ৰেছী বিধায়ক | Assamese |
ভয়ংকৰ টেংকাৰ বিস্ফোৰণত নিহত হল ৯১জনতকৈয়ো অধিক লোক | Assamese |
সলনি হব নেকি হিন্দুসকলৰ পবিত্ৰ চহৰ পুৰীৰ নাম কি হব নতুন নাম | Assamese |
মহাকাশত ভাঙি পৰিল টয়লেট একেৰাহে ২০ ঘন্টা ডায়েপাৰ পিন্ধি ৰল মহাকাশচাৰী | Assamese |
আৰিয়ান খান ড্ৰাগছৰ গোচৰৰ দায়িত্ব পোৱা ৰ বিষয়া কোন এই সঞ্জয় সিং চাওক সৱিশেষ | Assamese |
গুৱাহাটী মহানগৰীত পুনৰ চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ঘটনা বাটামেৰে মৰিয়াই চকীদাৰক হত্যা | Assamese |
আফগানিস্তানত ২৯ বছৰীয়া মহিলা মানৱাধিকাৰ কৰ্মীক হত্যা কৰিলে তালিবানে | Assamese |
লণ্ডনত সম্পত্তি কিনাৰ কথা স্বীকাৰ সঁচাকৈয়ে ভাৰত এৰি যাব নেকি আম্বানীৰ পৰিয়ালে কি কলে ৰিলায়েন্সে | Assamese |
ভাল খবৰটীয়কৰ উদ্যোগী যুৱকে দীপাৱলীত ব্যৱহৃত কলপুলি সংগ্ৰহ কৰি যোগান ধৰিলে বন্যহস্তীক | Assamese |
কোকৰাঝাৰত শাখা সাহিত্য সভা আৰু সাংস্কৃতিক সমাজ তথা মণিকাঞ্চন মহিলা সমিতিৰ সহযোগত গীতমাতেৰে সুধাকন্ঠক স্মৰণ | Assamese |
বঙাইগাঁৱত কিদৰে চলিছে নিৱনুৱাক সংস্থাপিত কৰাৰ কামবুজ ললে উপায়ুক্ত লক্ষ্মীপ্ৰিয়াই | Assamese |
বঙাইগাঁও জিলা সাহিত্য সভা আৰু বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাবৰ উদ্যোগত সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ স্মৃতি দিৱস পালন | Assamese |
১৮ নৱেম্বৰত মোৰ জন্মদিন সেই দিনাই মুকলি কৰিম মোৰ নিজৰ মিউজিক চেনেলজুবিন গাৰ্গৰ ঘোষণা | Assamese |
গোলাঘাটৰ শান্তিপুৰ অঞ্চলৰ বিশিষ্ট সমাজকৰ্মীনিৱন্ধকাৰ চামচুল হুছেইনৰ মৃত্যু | Assamese |
শোকাৱহফটকাৰ বিস্ফোৰণ ঘটি পিতৃৰ সৈতে নিহত ৭ বছৰীয়া পুত্ৰকত | Assamese |
টীয়কৰ জাঁজীমুখত সুধাকন্ঠ দিৱস উদযাপন | Assamese |
সুদীৰ্ঘ ১৪ বছৰৰ পিছত নিজ গাওঁত উপস্থিত হল এন ডি এফ বিৰ দুর্ধর্ষ নেতা সংবিজিত | Assamese |
তামিলনাডুত আৰক্ষীৰ জালত পৰিল অসমৰ কিডনী ৰেকেটৰ মাষ্টাৰ মাইণ্ড প্লাৱন বৰঠাকুৰ | Assamese |
লণ্ডনত মুকেশ আম্বানীয়ে ক্ৰয় কৰিলে নতুন ঘৰ কিমানটা কোঠা আছে আম্বানীৰ নতুন বাসভৱনত | Assamese |
বঙাইগাঁও জিলা বিজেপিৰ নটা মণ্ডলৰ কাৰ্যনিৰ্বাহক সভা সম্পন্ন | Assamese |
অৰুণাচলত সোমাই গাঁও পাতি বহিছে চীনে মাৰ্কিন প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ৰ প্ৰতিবেদনক লৈ চাঞ্চল্য | Assamese |
অসম চৰকাৰৰ কেবিনেট বৈঠক সম্পন্ন লোৱা হল কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত | Assamese |
ৰাজ্যত নতুনকৈ কোভিডত কিমান আক্ৰান্ত হল ২৪ ঘন্টাত মৃত্যু কিমানজনৰ | Assamese |
হ্ৰাস পাইছে দেশত কৰনাৰ দৈনিক সংক্ৰমণ ২৪ঘন্টাত কমিল মৃত্যুৰ সংখ্যাও | Assamese |
কোভিড১৯ৰ ফলত আৰু পাঁচ লক্ষাধিক লোকৰ মৃত্যু হব পাৰে ইউৰোপত সতৰ্ক কৰিলে বিশ্ব স্বাস্থ্য সংস্থাই | Assamese |
বিশ্বনাথত কৃষি কৰ্মৰে মূল্য বৃদ্ধিৰ বিৰুদ্ধে যুঁজ দিবলৈ কৃষি ভূমিত নামিল শিক্ষিত উদ্যমী যুৱকৰ দল | Assamese |
দালালৰাজ বন্ধ কৰিবলৈ আমি নিজেই বিনা পইচাৰ দালাল হমহিমন্ত বিশ্ব শৰ্মা | Assamese |
লাইকাদধীয়াবাসীৰ পুনসংস্থাপনত বিৰোধৰ সন্মুখীন প্ৰশাসন | Assamese |
কৰণাই প্ৰাণ ললে বঙাইগাঁৱৰ বিশিষ্ট সমাজকৰ্মী বিনোদ ভাগৱতীৰ | Assamese |
প্ৰতিশ্ৰুতি দিয়াৰ সলনি প্ৰতিশ্ৰুতি পালনত মনোনিৱেশ কৰক চৰকাৰে চৰকাৰলৈ আহ্বান কংগ্ৰেছৰ | Assamese |
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিলে গুৱাহাটী ছুপাৰ মাৰ্কেটৰ উৰণীয়া সেঁতু | Assamese |
ৰাজ্যত পুনৰ ভূমিকম্পৰ জোকাৰণি অভিকেন্দ্ৰ শোণিতপুৰ | Assamese |
দেশত ২৪ ঘণ্টাত বাঢ়িল কভিডত মৃত আৰু আক্ৰান্তৰ সংখ্যা | Assamese |
টীয়কৰ জাঁজীমুখত বিজ্ঞানীৰ দল:জৈৱিক সাৰ প্ৰয়োগৰ উপকাৰিতা সন্দৰ্ভত ৰাইজক কৰিছে সজাগ | Assamese |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.