text
stringlengths
1
2.59k
language
stringclasses
10 values
কাজিৰঙা লাইভৰ চতুর্থ বৰ্ষপূৰ্তি চাৰি গৰাকী ব্যক্তিলৈ বিশেষ সম্বৰ্ধনা
Assamese
মহানগৰীৰ বৃদ্ধ দম্পতীৰ লোমহৰ্ষক হত্যাকাণ্ড মূল অপৰাধীক চিনাক্ত কৰাত অপাৰগ মহানগৰ আৰক্ষী
Assamese
কাজিৰঙাৰ এনিমেল কৰিডৰ এলেকাত সকলো ধৰণৰ নতুন নিৰ্মাণ কাৰ্য নিষিদ্ধ কৰিলে দণ্ডাধীশে
Assamese
মূল্যবৃদ্ধিৰ প্ৰতিবাদত অসম জাতীয় পৰিষদৰ প্ৰতিবাদী সমদল আৰক্ষীৰ লাঠীচালনা
Assamese
অসম চৰকাৰৰ কেবিনেট বৈঠক সম্পন্ন গৃহীত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত
Assamese
কেনেকৈ হল সম্ভৱ শিলচৰ কেন্দ্ৰীয় কাৰাগাৰৰ ৫জন কাৰাবন্দী
Assamese
২০২২ বৰ্ষৰ অসমৰ চৰকাৰী বন্ধৰ তালিকা প্ৰকাশ চাওক কেতিয়া কি উপলক্ষে থাকিব চৰকাৰী বন্ধ
Assamese
সকাহ ঘৰতে বহি লাভ কৰক ড্ৰাইভিং লাইচেন্স
Assamese
আলফা স্বাধীন যোগদান কৰাৰ মুকলি ঘোষণা এগৰাকী যুৱকৰ টুইটাৰযোগে কৰিলে ঘোষণা
Assamese
দেশত পুনৰ কৰনাৰ ৰঙা চকু ২৪ ঘন্টাত মৃত্যু ৭৩৩জনৰ সংক্ৰমণ বৃদ্ধি পালে ২০শতাংশ
Assamese
দীপাৱলীলৈ মাজত মাত্ৰ দুটামান দিনকৰোনাতংকমূল্যবৃদ্ধিয়ে হতাশ কৰিছে কুমাৰ শিল্পীক
Assamese
লখিমপুৰ খেৰিৰ ঘটনাৰ পুনৰাবৃত্তি এইবাৰ দিল্লীৰ সীমান্তত ট্ৰাকৰ চেপাত নিহত তিনি প্ৰতিবাদী মহিলা কৃষক
Assamese
বৃদ্ধি পাইছে কোভিডৰ সংক্ৰমণ মহানগৰীৰ এটা অঞ্চলৰ চাৰিটা স্থানক কন্টেইনমেন্ট জন ঘোষণা
Assamese
ৰ গোচৰত বিধায়ক শ্বেৰমান আলীৰ জামিন লাভ
Assamese
বিশ্বনাথত বৰমূৰীয়া কাছ সংৰক্ষণৰ বিশেষ পদক্ষেপ প্ৰকৃতি সংগঠনৰ
Assamese
মুখ খোলা নাই আকাশ চৌধুৰীয়ে আকাশৰ পত্নী পুতু দাসক থানালৈ আনি পুনৰ জেৰা আৰক্ষীৰ
Assamese
বৃহস্পতিবাৰে পুৱাই নগাঁও আৰক্ষীৰ এনকাউণ্টাৰ গুলীত আহত কুখ্যাত ড্ৰাগছ ব্যৱসায়ী
Assamese
বঙাইগাঁও আৰক্ষী চাউনীত অসম পুলিচ ওৱাইভচ ৱেলফেয়াৰ এচোছিয়েচনৰ উদ্যোগত স্বাস্থ্য সজাগতা শিবিৰ
Assamese
ৰাজ্যত আজি কোভিডত আক্ৰান্ত হল কিমান লোক মৃত্যু হল কিমান জনৰ
Assamese
চাপৰ শালকোচাত অবৈধ সুৰাৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান ঘাটি উৎখাত
Assamese
কোভিডৰ সংক্ৰমণ :সভাসমাৱেশ আদিত জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ বিশেষ নিষেধাজ্ঞা
Assamese
আৰু পলম নকৰিব৩০ অক্টোবৰৰ ভিতৰত লওঁক কভিডৰ ভেকচিনপ্ৰশাসন
Assamese
বাংগালুৰুত বিশেষ সন্মানেৰে সন্মানিত অসম সন্তান ডঃ প্ৰণৱ জে পাটৰ
Assamese
সুলভ মূল্যৰ দোকানীয়ে ৰাজহুৱাকৈ ব্ডত আঁৰি থব লাগিব বিশেষ তথ্য কি সেই তথ্য
Assamese
উপ নিৰ্বাচনৰ প্ৰচাৰৰ অন্তিম দিনটোত তামুলপুৰত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে চলালে প্ৰচাৰ
Assamese
উপ নিৰ্বাচনত প্ৰশাসন যন্ত্ৰক ব্যৱহাৰ কৰিছে মুখ্যমন্ত্ৰীয়েঅজিত কুমাৰ ভূঞা
Assamese
অৱশেষত নতুন ৰাজনৈতিক দল গঠনৰ আনুষ্ঠানিক ঘোষণা অমৰিন্দৰ সিঙৰ
Assamese
ত্ৰিপুৰাত সাম্প্ৰদায়িক অস্থিৰতা আঁৰত বিশ্ব হিন্দু পৰিষদ
Assamese
কলিয়াবৰত অব্যাহত আছে বন্যহস্তীৰ সন্ত্ৰাস কৃষি পামৰ বিস্তৰ ক্ষতি
Assamese
পৰ্যটকৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বুঢ়াপাহাৰ বনাঞ্চলৰ দ্বাৰ পুনৰ মুকলি
Assamese
আজি উপনিৰ্বাচনৰ প্ৰচাৰৰ অন্তিম দিন ভোটাৰক মুহিবলৈ প্ৰাৰ্থীৰ জোৰদাৰ প্ৰচাৰ
Assamese
কলিয়াবৰত আটক ভুৱা চিকিৎসক জব্দ সন্দেহজনক নথিপত্ৰ
Assamese
জাগীৰোডত ধৰ্ষণৰ বৃথা চেষ্টা যুৱতীক ছুৰীকাঘাত
Assamese
মৰিয়নীত প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নিৰ্বাচনী সভা
Assamese
চৰ্চাত এজন প্ৰাৰ্থী আৰু এখন চাইকেল চাইকেল চলাই নিৰ্বাচনী প্ৰচাৰ এগৰাকী প্ৰাৰ্থীৰ
Assamese
তামুলপুৰত সাংসদ নৱ কুমাৰ শৰনীয়াৰ সংবাদমেল বিজেপিক কঠোৰ সমালোচনা
Assamese
বিশ্বনাথত জব্দ বৃহৎ পৰিমাণৰ দেশীয় আৰু অৰুণাচলী সুৰা
Assamese
ইণ্ডিয়া স্কিলচ ২০২১ আঞ্চলিক প্ৰতিযোগিতা পূৱ অঞ্চলত দ্বিতীয় স্থান দখল অসমৰ
Assamese
টীয়কৰ চেলেংহাটত লোমহৰ্ষক হত্যাকাণ্ড স্বামীয়ে হত্যা কৰাৰ সন্দেহ পত্নীক
Assamese
প্ৰাক্তন ৰাজ্যপালে তুলিলে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ মুখ্যমন্ত্ৰীক পদত্যাগৰ দাবী তৃণমূল কংগ্ৰেছৰ
Assamese
নিৰ্বাচনী আয়োগৰ জাননীত থৰকাছুটি হেৰুৱাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিলে প্ৰতিক্ৰিয়া
Assamese
কোনো কাৰণতে ৰাজ্যত নহয় লকডাউন কলিয়াবৰত কভিদ পৰিস্থিতি সংক্ৰান্তত সংবাদ মেল স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তৰ
Assamese
নতুন জাৰি ৰাজ্য চৰকাৰৰ কি আছে নতুন ত
Assamese
আদৰ্শ সংহিতা উলংঘনএইবাৰ মন্ত্ৰী অশোক সিংঘলৰ বিৰুদ্ধে কংগ্ৰেছে দাখিল কৰিলে অভিযোগ
Assamese
মূল্যবৃদ্ধিক লৈ উদ্বিগ্ন যোগান মন্ত্ৰী ৰঞ্জিত দাস কিন্তু প্ৰধানমন্ত্ৰী মোদীৰ হাততহে আছে ইয়াৰ নিদান
Assamese
দেশত বিগত ২৪ ঘন্টাত কিমান হ্ৰাস পালে দৈনিক সংক্ৰমণ মৃত্যুৰ সংখ্যা
Assamese
নিৰ্বাচনী আচণবিধি ভংগমুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ কাৰণ দৰ্শোৱাৰ জাননী ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়াৰ
Assamese
প্ৰধানমন্ত্ৰী আত্মনিৰ্ভৰ স্বচ্ছ ভাৰত যোজনাৰ শুভাৰম্ভ অনুষ্ঠানত গোলাঘাটৰ স্বাস্থ্যকৰ্মীৰ অংশগ্ৰহণ
Assamese
তথ্য জনাৰ অধিকাৰ আইননিৰ্ধাৰিত সময়ৰ ভিতৰত তথ্য যোগান ধৰাৰ বিষয়ত মুখ্য তথ্য আয়ুক্তৰ গুৰুত্ব আৰোপ
Assamese
নিৰ্বাচনৰ পূৰ্বে দিয়া এটাও প্ৰতিশ্ৰুতি চৰকাৰখনে আজি পৰ্যন্ত কাৰ্যক্ষম নকৰিলেসাংসদ গৌৰৱ গগৈ
Assamese
মৰণফান্দ কৃষ্ণাইত বিদ্যুৎ বিভাগৰ আজৱ কাণ্ড বাঁহৰ খুটাত তাঁৰ টানি দিয়া হৈছে বিদ্যুৎ সংযোগ
Assamese
অসমত আজি কোভিড আক্ৰান্ত লোকৰ সংখ্যা কিমান মৃত্যু কিমান জনৰ
Assamese
:কাজিৰঙাত অঘটনবুঢ়াপাহাৰ বনাঞ্চলত বিদ্যুৎ প্ৰৱাহিত হৈ হাতী দল হৰিণা দুটা গাহৰিৰ মৃত্যু
Assamese
বিজেপি এটা ভাইৰাছ আৰু মমতা বেনাৰ্জী সেই ভাইৰাছৰ ভেকচিন
Assamese
ৰ উপদেষ্টা পদত বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত বিদ্যানন্দ বৰকাকতি
Assamese
কেৰালা উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায় মহিলাৰ সহজ গুণ যৌন জীৱন ধৰ্ষণৰ অভিযুক্তক দোষমুক্ত কৰাৰ কাৰণ হব নোৱাৰে
Assamese
পৰকীয়া প্ৰেমৰ কৰুণ পৰিণতি নিজৰ তিনিমহীয়া কন্যা সন্তানক হত্যা কৰিলে মাতৃয়ে
Assamese
ক্ৰমাৎ ৰাজনৈতিক আকৰ্ষণ বৃদ্ধি তামুলপুৰত দলীয় নেতাকৰ্মীৰে উদুলিমুদুলি তামুলপুৰ
Assamese
বোকাখাতত বহুমুখী কৃত্ৰিম প্ৰজনন সেৱা কৰ্মীলৈ টেবলেট প্ৰদান
Assamese
অসম আন্দোলনৰ অগ্ৰণী নেতা জ্যোতিষ চন্দ্ৰ হাটখোৱাৰ মৃত্যু দলসংগঠনৰ শোক প্ৰকাশ
Assamese
অখিল গগৈৰ গৃহ চহৰত আজি হিমন্ত বিশ্ব শৰ্মা
Assamese
আফগানিস্তানত ছিয়া মুছলমানৰ ওপৰত জঁপিয়াই পৰিছে তালিবান কিশোৰীসহ ১৩ জনক হত্যা
Assamese
নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পকে ধৰি বৃহৎ নদীবান্ধ বন্ধৰ দাবীত আছুৰ প্ৰতিবাদী কাৰ্যসূচী
Assamese
বোকাখাতত চুতীয়া কৃতী ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনামানপত্ৰ প্ৰদান
Assamese
নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প বৃহৎ নদী বান্ধ বন্ধৰ দাবীত গোলাঘাটত আছুৰ প্ৰতিবাদ
Assamese
ৰাজ্যত আছুৰ নেতৃত্বত পুনৰ আৰম্ভ হৈছে নদীবান্ধ বিৰোধী আন্দোলন শিৱসাগৰতো বৃহৎ প্ৰতিবাদ
Assamese
বিদ্যুৎ বিভাগৰ হেমাহিৰ বাবেই মহানগৰীৰ গড়চুকৰ সমীপৰ গাৰোঘুলিত বিদ্যুৎস্পৃষ্ট হৈ মখনা হাতীৰ কৰুণ মৃত্যু
Assamese
নিশা চোৰাং চিকাৰীৰ বিৰুদ্ধে অভিযান বন বিভাগৰ
Assamese
দেশত হ্ৰাস পাইছে কৰনাৰ দৈনিক সংক্ৰমণ সক্ৰিয় ৰোগীৰ সংখ্যায়ো দিছে সকাহ
Assamese
হাই প্ৰফাইল সমষ্টিৰূপে পৰিগণিত থাওৰা তাৰ মাজতে ব্যতিক্ৰমী প্ৰচাৰ দুই দলৰ সমৰ্থকৰ
Assamese
চাহ জনগোষ্ঠীৰ জাতিগত প্ৰমাণ পত্ৰ প্ৰদানৰ কৰ্তৃত্ব অৰাজনৈতিক সংগঠনক প্ৰদানৰ আহ্বান আটছাৰ
Assamese
এইবাৰ ধুবুৰী জিলাৰ চাপৰ চাহ বাগিচাত চলিল উচ্ছেদ অভিযানউভালি পেলোৱা হল শ শ জোপা চাহ গছ
Assamese
আক্ৰান্তৰ সংখ্যা কমিছে যদিও মৃত্যুৰ সংখ্যা হঠাতে বৃদ্ধি
Assamese
গোৱালপাৰাত হাতীমানুহৰ সংঘাতত জৰ্জৰিত বহু গাঁও নিশা গভীৰলৈ পৰ দি কটাইছে উজাগৰী নিশা
Assamese
সত্য পাল মালিক জম্মুকাশ্মীৰৰ ৰাজ্যপাল থকা সময়ৰ সকলো ফাইলৰ তদন্ত বিচাৰিলে ৰাম মাধৱে
Assamese
মাৰ্ঘেৰিটাৰ নামদাঙত চোৰাং কয়লাসহ ডি আই গাড়ী জব্দ
Assamese
ৰাজ্যত নতুনকৈ আত্মপ্ৰকাশ ঘটিল আন এক জাতীয় সংগঠনৰ
Assamese
অৱৰুদ্ধ গৰুখুটি চিকিৎসাৰ পৰা বঞ্চিত হৈ এটি নৱজাতকসহ মৃত্যু দুই শিশুৰ চৰজমিন প্ৰতিবেদন ২
Assamese
স্বস্তি অৱশেষত গ্ৰেপ্তাৰ হল মষ্ট ৱাণ্টেড অপৰাধী
Assamese
এক কিলোগ্ৰাম মাছৰ দাম ৪৫ হাজাৰ টকা দৈত্যাকাৰ মাছ কিনিবলৈ ক্ৰেতাৰ ভিৰ
Assamese
বিশ্বায়নৰ যুগত কত হেৰাই গল চিঠিবোৰ চিঠিক পুনৰুজ্জীৱিত কৰাৰ প্ৰয়াস যোৰহাটৰ ইন্সপিৰেশ্যনৰ
Assamese
কংগ্ৰেছক গাখীৰ নিদিয়া গৰু আখ্যা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ তামুলপুৰত বোৱালে প্ৰতিশ্ৰুতিৰ বন্যা
Assamese
১৪ নৱেম্বৰৰপৰা দেশজুৰি প্ৰতিবাদত নামিব সৰ্ব ভাৰতীয় কংগ্ৰেছ
Assamese
নৰ্থ ইষ্ট নাওৰ সাংবাদিক জাহ্নৱী বৰুৱালৈ কৰোনা যোদ্ধা বঁটা ২০২১
Assamese
শ্বাহৰুখ খানে বিজেপিত যোগদান কৰিলেই ড্ৰাগছ চেনী হৈ পৰিব কোনে কৰিছে এই মন্তব্য
Assamese
অসম আৰক্ষীত শীঘ্ৰে ২৫০০০ নতুন চাকৰি গোঁসাইগাঁৱত মুখ্যমন্ত্ৰীৰ ঘোষণা
Assamese
ভাৰতে পাকিস্তানৰ বিপক্ষে ক্ৰিকেট মেচত অৱতীৰ্ণ হোৱাটো ৰাষ্ট্ৰধৰ্মৰ বিপৰীত ৰামদেৱৰ আজৱ মন্তব্য
Assamese
:তামুলপুৰত সাংসদ নৱ কুমাৰ শৰণীয়া মন্ত্ৰী ৰঞ্জিত দাসৰ প্ৰচাৰ অভিযান
Assamese
ৰহস্যজনকভাৱে সন্ধানহীন হৈ আছে পুৰণিগুদাম মৰাচুকৰ আৰক্ষী কনিষ্টবল ত্ৰৈলোক্য গায়ন
Assamese
জন্মদিন উদযাপনৰ আকাঙ্খাই হল কাল মেক্সিকোত মৃত্যু ভাৰতীয় ট্ৰেভেল ব্লগাৰৰ
Assamese
ক্ৰমাৎ আকৰ্ষণীয় হৈ পৰিছে থাওৰাৰ নিৰ্বাচনী বতাহ হঠাতে জিলিকিছে কংগ্ৰেছৰ প্ৰচাৰ
Assamese
কেন্দ্ৰই উৎসৱত লেকাম ধৰিবলৈ কলে ৰাজ্যক দেশত ২৪ ঘন্টাত কৰনাত মৃত্যু ৫৬১জনৰ
Assamese
কিয় নতুন প্ৰধান মধ্যস্থতাকাৰীকলৈয়ো সন্তুষ্ট নহয় নগা বিদ্ৰোহী
Assamese
অদ্ভুত ভুতৰ সৈতে এনকাউন্টাৰত বাৰাংহাটীৰ গঞা হাতত টাঙোন লৈ ভূত বিচাৰিছে যুৱকৰ দলে
Assamese
হিন্দু যুৱতীক বিয়া কৰাবলৈ ধৰ্মীয় পৰিচয় গোপনে ৰখা এজন ৩৫ বছৰীয়া লম্পটক গ্ৰেপ্তাৰ আৰক্ষীৰ
Assamese
ৰাজ্যত আজি কোভিড আক্ৰান্ত লোকৰ সংখ্যা কিমান মৃত্যু কিমানৰ
Assamese
বাংলাদেশৰ সংখ্যালঘু সম্প্ৰদায়ৰ ৰক্ষণাবেক্ষণৰ দাবীত বঙাইগাঁৱত ইস্কনৰ দ্বাৰা কীৰ্ত্তন প্ৰতিবাদ
Assamese
প্ৰধানমন্ত্ৰী আৱাস যোজনাপ্ৰথম কিস্তিৰ ধন সোনকালে খৰছ কৰি দ্বিতীয় কিস্তিৰ ধন লওক অজন্তা নেওগ
Assamese
বৰাকত অসমীয়া ভাষাই চলিব লাগিব স্থিতি স্পষ্ট কৰিলে আলফা স্বাধীন সভাপতি পৰেশ বৰুৱাই
Assamese
মাজুলীত স্থৱিৰ হোৱাৰ পথত ৰপেস্ক সেৱাতিনিমাহে দৰমহা নাই কৰ্মচাৰীৰ
Assamese