text stringlengths 1 2.59k ⌀ | language stringclasses 10 values |
|---|---|
এইবাৰ যোগী আদিত্যনাথৰ চৰকাৰে সলনি কৰিলে ফৈজাবাদ ৰেল ষ্টেছনৰ নাম নতুন নাম কি ৰখা হল | Assamese |
বিজ্ঞানৰ সৰ্বোচ্চ সন্মান লাভ কৰা ড°বিনয় কুমাৰ শইকীয়াক সম্বৰ্ধনা জ্ঞাপন | Assamese |
বহিঃৰাজ্যলৈ কাম বিচাৰি গৈ সন্ধানহীন লাওখোৱাৰ যুৱক | Assamese |
১৪ বছৰৰ পিছত ১ ডিচেম্বৰৰ পৰা দাম বৃদ্ধি পাব দিয়াচলাইৰো কিমান হব দাম | Assamese |
দেশত সক্ৰিয় কোভিড ৰোগীৰ সংখ্যা হ্ৰাস পালেও হঠাতে বৃদ্ধি পাইছে মৃত্যুৰ ঘটনা | Assamese |
কেতিয়া গ্ৰেপ্তাৰ হব বিতৰ্কিত হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰা চুলুং আৰক্ষী চকীতো দাখিল হল গোচৰ | Assamese |
নিশা কলিয়াবৰৰ দেওপানীত ভয়ংকৰ পথ দুৰ্ঘটনা | Assamese |
জাগুনত এটা অগ্নি নিৰ্বাপক বাহিনী নিয়োগ কৰাৰ দাবীত স্মাৰক পত্ৰ প্ৰদান গোৰ্খা ছাত্ৰ সন্থাৰ | Assamese |
চোৰাং চিকাৰীয়ে কামুৰি ছিঙিলে জোৱানৰ আঙুলি চোৰাং চিকাৰী কৰায়ত্ত দুটা হাতীদাঁত জব্দ | Assamese |
মাৰ্ঘেৰিটা সমষ্টিৰ বিচাগাওঁ মধুপুৰ সংযোগী পথৰ জৰাজীৰ্ণ অৱস্থাৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ আছা | Assamese |
বঙাইগাঁৱত ড্ৰাগছসহ এজনক কৰায়ত্ত্ব জব্দ মটৰ চাইকেল | Assamese |
ভাৰতে এক বিলিয়ন কভিড১৯ প্ৰতিষেধকৰ পালি প্ৰদান সম্পূৰ্ণ কৰাত ইউনিচেফ ইণ্ডিয়াৰ আদৰণি | Assamese |
ৰাজ্যত পুনৰ হব নেকি লকডাউন কনাৰ সংক্ৰমণ অব্যাহত আজি কিমান জন আক্ৰান্ত | Assamese |
ব্ৰহ্মাজানত অচিনাক্ত অৰ্ধগলিত মৃতদেহ উদ্ধাৰকলৈ চাঞ্চল্য পেঙেৰী আৰক্ষীৰ তদন্ত আৰম্ভ | Assamese |
ত্ৰিপুৰাত দুৰ্বৃত্তই আক্ৰমণ কৰিলে সাংসদ তথা তৃণমূল কংগ্ৰেছৰ নেত্ৰী সুস্মিতা দেৱক কাঢ়ি নিলে মোবাইল ফোন | Assamese |
লখিমপুৰ খেৰী ঘটনাৰ বিশেষ তদন্তকাৰী দলৰ নেতৃত্বক সলনি | Assamese |
নিহত বিজেপি কৰ্মীৰ ঘৰলৈ যোৱাৰ বাবে সংযুক্ত কিষাণ মৰ্চাই নিলম্বন কৰিলে যোগেন্দ্ৰ যাদৱক | Assamese |
আৰক্ষীও যত অসুৰক্ষিত গুৱাহাটী মহানগৰীত দিন দুপৰতে মহিলা আৰক্ষী বিষয়াৰ পৰাই দুৰ্বৃত্তই কাঢ়ি লৈ গল ১০ লাখ টকা | Assamese |
৭০ বছৰ বয়সত সন্তানৰ মাতৃ হল গুজৰাটৰ এইগৰাকী বৃদ্ধা | Assamese |
বিজেপি মন্ত্ৰীৰ অদ্ভুত মন্তব্য—৯৫ শতাংশ ভাৰতীয়ৰেই নাই পেট্ৰলৰ প্ৰয়োজন | Assamese |
মৰিয়নি চাহ বাগিছা লাইনৰ উন্নয়নৰ বাবে ৪০ কোটি টকাৰ অনুদান ঘোষণা মুখ্যমন্ত্ৰীৰ | Assamese |
জামিন নাকচ চাৰ্জিল ইমামৰ পুনৰ কটাব লাগিব কাৰাগাৰৰ কুঠৰীত | Assamese |
মূল্যবৃদ্ধি ৰোধৰ দাবীত শিৱসাগৰ আছুৰ সত্যাগ্ৰহ | Assamese |
তামুলপুৰত বজাৰে বজাৰে যোগানমন্ত্ৰী পিছে মূল্য বৃদ্ধিৰ ভূ লবলৈ নহয়প্ৰচাৰৰ বাবেহে | Assamese |
তামুলপুৰত প্ৰাক্তন মন্ত্ৰী পদম বাহাদুৰ চৌহানৰ পুত্ৰ নিৰ্দলীয় প্ৰাৰ্থী যশৱন্ত চৌহানৰ নিৰ্বাচনী প্ৰচাৰ | Assamese |
৬১ মহলীয়া গগণচুম্বী অট্টালিকাত লাগিল জুই এজন নিহত | Assamese |
মেঘালয়ৰ ৰাজ্যপালৰ বিস্ফোৰক মন্তব্যআম্বানী আৰএছএছৰ ফাইল অনুমোদনৰ বাবে ৩০০ কোটি টকা যাঁচিছিল | Assamese |
বিশ্বনাথ জিলা কাৰাগাৰত কাৰাবাসীসকলৰ হাতৰ পৰশত প্ৰাণ পাই উঠিছে শুকান বাঁহেৰে নিৰ্মিত সামগ্ৰীয়ে | Assamese |
সুৰক্ষা কৰ্মীয়েই আটক কৰিলে সুৰক্ষা কৰ্মীক অবৈধ ড্ৰাগছ সৰবৰাহকাৰী ৩ অসম ৰাইফলছৰ তিনি জোৱানক গ্ৰেপ্তাৰ | Assamese |
ত গঢ়ি উঠা অবৈধ নিৰ্মাণ উচ্ছেদৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ | Assamese |
মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদত সৰৱ আছু গোলাঘাটতো আছু কৰ্মীৰ প্ৰতিবাদী সমদল | Assamese |
মহানগৰীত নৃশংস হত্যাকাণ্ডৰ ঘটনা পত্নীক হত্যা কৰি মৃতদেহ লুকুৱাই ৰাখি নাটক স্বামীৰ | Assamese |
টিকাপ্ৰদানৰ অভিলেখ কেৱল এটা সংখ্যা নহয় বৰঞ্চ ই নতুন ভাৰতৰ সাম্যৰ্থৰ প্ৰতিচ্ছৱিপ্ৰধানমন্ত্ৰী | Assamese |
নিৰ্দিষ্ট সময়সীমাৰ পূৰ্বে সম্পূৰ্ণ হৈ উঠাৰ পথত অৰুণাচলৰ টাৱাং সংযোগী ছেলা সুৰংগ | Assamese |
চা দামত সামগ্ৰী বেচিব নোৱাৰিব সুলভ মুল্যৰ দোকানীয়ে অভিযোগ পালে বাতিল হব অনুজ্ঞাপত্ৰ | Assamese |
ঠেহ ভাঙিল প্ৰমোদইমানুৱেলৰ মনিকাঞ্চন সংযোগ তামুলপুৰত সকাহ পালে জলেন দৈমাৰীয়ে | Assamese |
বোকাখাত জাতীয় বিদ্যালয়ত নাৰীবাদ প্ৰসংগ আৰু লিংগ অধ্যয়ন বিষয়ক আলোচনা নাট প্ৰদৰ্শন | Assamese |
দেশত এশ কোটি কোভিড টিকা প্ৰদান বঙাইগাঁৱত শ্ৰেষ্ঠ টিকা প্ৰদানকাৰীক সম্বৰ্ধনা | Assamese |
বঙাইগাঁৱত বিজেপি নেতৃত্বাধীন চৰকাৰৰ জনবিৰোধী নীতিৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰতিবাদ | Assamese |
ৰাজ্যত বৃদ্ধি পাইছে কভিডৰ সংক্ৰমণ কামৰূপ মহানগৰ জিলাৰ পৰিস্থিতি উদ্বেগজনক | Assamese |
আমবাগানত আৰক্ষীয়ে আটক কৰিলে চোৰাং গৰু সহ গাড়ী চোৰাং সৰবৰাহকাৰী | Assamese |
হিন্দুক আক্ৰমণআমনিত হিন্দু জাগৰণ মঞ্চৰ বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাচিনাৰ পুত্তলিকা দাহ | Assamese |
পেট্ৰলডিজেলৰন্ধন গেছকে ধৰি নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ মূল্য বৃদ্ধি ৰোধৰ দাবীত বঙাইগাঁৱত চি পি আই এম বিক্ষোভ | Assamese |
কেৱল লক্ষ্মী পূৰ্ণিমাৰ দিনাহে এই ভৌতিক গাওঁখনলৈ উভতি আহে গাওঁবাসী | Assamese |
আলফা স্বাধীনৰ দুৰ্ধৰ্ষ কেডাৰ মাধুৰ্য্য সোণোৱাল ওৰফে নিউটন অসমৰ আত্মসমৰ্পণ স্বগৃহত উপস্থিত | Assamese |
কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীৰ সৈতে ছেলফি উঠি বিপদত মহিলা কনিষ্টবল | Assamese |
আকাশলংঘী মূল্যবৃদ্ধিৰ মাজতে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচৰীলৈ দেৱালীৰ উপহাৰ পুনৰ বাঢ়িল | Assamese |
চীনৰ সেনাক ভেটিবলৈ অৰুণাচল সীমান্তত ভাৰতীয় সেনাই সাজু কৰি ৰাখিছে টেংক কামান | Assamese |
১০০ কোটি ভেকচিনৰ চমকদৰৱৰ অধিক মূল্য ভৰি পিছে পকেট উদং জনতাৰ | Assamese |
বিয়া পতাৰ প্ৰলোভনেৰে যুৱতীক ধৰ্ষণৰ অভিযোগত গ্ৰেপ্তাৰ শিক্ষামন্ত্ৰীৰ ব্যক্তিগত সহায়ক | Assamese |
অব্যাহত পেট্ৰলডিজেলৰ শতকীয় ইনিংছ পূৰ্ব অভিলেখ ভংগ কৰি নতুন ৰেকৰ্ড স্থাপন | Assamese |
উচ্চতম ন্যায়ালয়ে কলে কৃষকৰ প্ৰতিবাদৰ অধিকাৰ আছে কিন্তু পথ বন্ধ কৰি নহয় | Assamese |
বাগিচাত আৰামেৰে জিৰণি লৈছিল এজন লোকে হঠাতে বিমানৰ পৰা পেলাই দিয়া বিষ্ঠাৰে ঢাক খাই পৰিল লোক জন কত | Assamese |
মূল্যবৃদ্ধিকে ধৰি কেইবাটাও দাবীৰ সমৰ্থনত তামুলপুৰত কংগ্ৰেছৰ অৱস্থান ধৰ্মঘট | Assamese |
বলাই সিংহ হিচাপে পৰিচিত বিশিষ্ট সমাজকৰ্মী পৰিমল কান্তি সিংহৰ মৃত্যুশোকস্তব্ধ চাপৰ | Assamese |
হাগ্ৰামাই নিৰ্মাণ কৰা ৰাস্তাত প্ৰমোদ বড়োৱে চাইৰেন বজাই গাড়ী চলাব পাৰিছে গণেশ কছাৰী | Assamese |
হিমাচল প্ৰদেশত সন্ধানহীন ১৭ জন ট্ৰেকাৰ | Assamese |
বঙাইগাঁও জিলা উপাযুক্তৰ শিক্ষা আবকাৰী আৰু ক্ৰীড়া বিভাগৰ কাম কাজৰ পৰ্যালোচনা | Assamese |
সাফল্য ১০০ কোটিৰ সংখ্যা স্পৰ্শ কৰিলে কভিদ১৯ টিকাকৰণে | Assamese |
কৰ্মসংস্থাপনৰ বাবে বহিঃৰাজ্যলৈ গৈ নিখোঁজ অসমৰ যুৱক | Assamese |
ৰাজ্যত বাঢ়িছে কভিদ সংক্ৰমণ ২৪ ঘণ্টাত ৩০৮ টা নতুন কভিদ সংক্ৰমণ | Assamese |
পুনৰ কঠোৰ কভিদ ১৯ প্ৰটকলৰ ইঙ্গিত স্বাস্থ্য মন্ত্ৰীৰ | Assamese |
কলিয়াবৰত ট্ৰাকৰ খুন্দাত প্ৰাণ গল দুজনৰ | Assamese |
চাপৰমুখত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ চাৰিজনক আটক | Assamese |
অতিবৃষ্টিৰ কবলত উত্তৰাখণ্ড কেৰালা বানত বিপৰ্যস্ত জনসাধাৰণ | Assamese |
বিশ্বগুৰু ভাৰত নে ক্ষুধাতুৰ ভাৰত পৰিসংখ্যাই কি কয় | Assamese |
জনবসতিহীন ছিপাঝাৰৰ গৰুখুটি চৰত উৰিল উগ্ৰ হিন্দুত্ববাদৰ নিচান স্বজমিন প্ৰতিবেদন ১ | Assamese |
যোৰহাট সদৰ থানাত লক আপৰ শৌচাগাৰত উদ্ধাৰ যুৱকৰ মৃতদেহ | Assamese |
ধুবুৰীৰ জিলা উপায়ুক্তই উদ্বোধন কৰিলে টিলাপাৰা হাইস্কুলৰ নতুন ভৱনৰ দ্বাৰ | Assamese |
২২ অক্টোবৰৰ পৰা মহানগৰীত বন্ধ থাকিব পেট্ৰল পাম্প | Assamese |
উত্তৰাখণ্ডত মহাপ্ৰলয়উদ্ধাৰ হৈছে ৪৬ টা মৃতদেহ বহুতৰে নাই সন্ধান | Assamese |
লখিমপুৰ খেৰী হত্যাকাণ্ড সন্দৰ্ভত উত্তৰ প্ৰদেশ চৰকাৰক তীব্ৰ ভৎসনা উচ্চতম ন্যায়ালয়ৰ | Assamese |
আজি লক্ষ্মী পূজামূল্যবৃদ্ধিৰ মাজতে জনতাই পূজিব ঐশ্বৰ্য্যৰ দেৱীক | Assamese |
বজাৰে বজাৰে ঘূৰিছে যোগানমন্ত্ৰী ৰঞ্জিত দাসে মূল্যবৃদ্ধিৰ ভূ লবলৈ নহয়তেন্তে কিয় | Assamese |
পঞ্জাৱত নিজাকৈ নতুন ৰাজনৈতিক দল খুলিব প্ৰাক্তন মুখ্যমন্ত্ৰী অমৰিন্দৰ সিঙে মিত্ৰতা কৰিব বিজেপিৰে | Assamese |
দাম বাঢ়িব পাৰে বিড়িচিগাৰেটৰ কেন্দ্ৰই গঠন কৰিব বিশেষজ্ঞ সমিতি | Assamese |
বৰাকত অসমীয়া ভাষাক অপমান প্ৰতিবাদত সেওঁ মানি নিশা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে দুজনক | Assamese |
বঙাইগাঁৱত একেটা স্থানতে অগাপিচাকৈ দুটাকৈ পথ দুৰ্ঘটনাএজনৰ মৃত্যু পাঁচজন আহত | Assamese |
চৰকাৰে দেশৰ সম্পদ বিক্ৰী কৰাৰ বিৰুদ্ধে বঙাইগাঁও জিলা এন এছ ইউ আইৰ প্ৰতিবাদী ধৰ্ণা | Assamese |
তামুলপুৰত বলিছে উপনিৰ্বাচনৰ গৰম বতাহগণ সুৰক্ষা পাৰ্টিৰ প্ৰাৰ্থীয়েও চলাইছে জোৰদাৰ নিৰ্বাচনী প্ৰচাৰ | Assamese |
ৰাজ্যত আজিৰ দিনটোত কোভিডত আক্ৰান্ত কিমান লোক মৃত্যু ঘটা নাই এজনো লোকৰ | Assamese |
গোলাঘাট জিলাৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি তথা কেন্দ্ৰীয় সমিতিৰ উপসভাপতি ধৰ্মেশ্বৰ শইকীয়াৰ মৃত্যু | Assamese |
দৰঙামেলাৰ লোমহৰ্ষক হত্যাকাণ্ডপৰকীয়া প্ৰেমৰ বাবেই প্ৰেমিকৰে মিলি স্বামীক হত্যা কৰিছিল পত্নীয়ে | Assamese |
অৱশেষত এটা গধুৰ মনলৈ লোকসভাৰ সাংসদ পদ ত্যাগ কৰিলে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী বাবুল সুপ্ৰিয়ই | Assamese |
ৰাজ্যিক কেবিনেটৰ বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হল কি কি সিদ্ধান্ত | Assamese |
বঙাইগাঁৱৰ ৰেলগেটত কৰ্মৰত অৱস্থাতে ৰেল কৰ্মচাৰীক আক্ৰমণ | Assamese |
নায়কগাঁৱত লক্ষ্মী পূজাৰ ব্যাপক প্ৰস্তুতি | Assamese |
জাগুনত ভয়ংকৰ অগ্নিকাণ্ডত বিধ্বস্ত পাঁচটাকৈ বাসগৃহ শ্বৰ্ট শ্বাৰ্কিটৰ ফলতে অগ্নিকাণ্ড হোৱাৰ সন্দেহ | Assamese |
তামুলপুৰত তীব্ৰতৰ কংগ্ৰেছৰ নিৰ্বাচনী প্ৰচাৰ মুখ্যমন্ত্ৰীক উভতি ধৰিলে কংগ্ৰেছ প্ৰাৰ্থী ভাস্কৰ দাহালে | Assamese |
মূল্যবৃদ্ধিৰ প্ৰতিবাদত পশ্চিম বংশৰ আঞ্চলিক ছাত্ৰ সন্থাই দাহ কৰিলে যোগান মন্ত্ৰী ৰঞ্জিত দাসৰ প্ৰতিমূৰ্তি | Assamese |
হাজো আৰক্ষীৰ জালত কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী জব্দ বৃহৎ পৰিমানৰ নিচাযুক্ত টেবলেট | Assamese |
কলিয়াবৰৰ বামুণীৰ মথৌখাটত সাত বছৰীয়া কন্যা শিশুৰ লোমহৰ্ষক হত্যাকাণ্ড | Assamese |
অসমীয়া ভাষাক অপমানব্ৰহ্মপুত্ৰ উপত্যকাৰ বেংগলী সংগঠনসমূহে স্থিতি স্পষ্ট কৰককৃষক মুক্তি | Assamese |
গোলাঘাট জিলাত সকলো সাপ্তাহিক গৰুমহৰ বজাৰ সাময়িকভাৱে বন্ধ ঘোষণা | Assamese |
কাতি বিহুৰ দিনাই গোলাঘাটত শোকাৱহ পথ দুৰ্ঘটনাত যুৱক নিহত | Assamese |
ৰাজ্যৰ কোভিড পৰিস্থিতিক লৈ আশ্বস্ত হোৱাৰ থল আছেনে নতুনকৈ কিমান বাঢ়িল সংক্ৰমণ | Assamese |
সাংবাদিক ৰঞ্জিত সিং হত্যাকাণ্ডৰ গোচৰত ৰাম ৰহিমক যাৱজ্জীৱন কাৰাদণ্ড ৩১ লাখ টকাৰ জৰিমনা | Assamese |
পুৰণিগুদামৰ হাতীগাঁৱত ধাননি পথাৰত মহিলাই চটিয়ালে ৰবাব টেঙাৰ বাকলি কিয় | Assamese |
পেট্ৰলডিজেলৰ আকাশলংঘী দামহাজোত মহৰ গাড়ীত উঠি কইনা আনিবলৈ গল দৰাই | Assamese |
হয় আমাৰ চাকৰি নিয়মীয়া কৰক অন্যাথা চৰকাৰে আমাক গুলীয়াই মাৰকঅপ্ৰাদেশীকৃত শিক্ষককৰ্মচাৰীৰ ক্ষোভ | Assamese |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.