text stringlengths 1 2.59k ⌀ | language stringclasses 10 values |
|---|---|
মৰম প্ৰকল্পৰ অধীনত বঙাইগাঁৱত জিলা উপায়ুক্তৰ দুখীয়া লোকক কাপোৰপুতলা আদি বিতৰণ | Assamese |
আজি কালী পূজাআইনশৃংখলা অটুত ৰখাৰ বাবে জিলা প্ৰশাসনৰ ব্যৱস্থাপনা | Assamese |
কেইবাখনো জিলাৰ উপায়ুক্তৰ ব্যাপক সালসলনি কোন জিলাত কোন হব নতুন উপায়ুক্ত | Assamese |
গোলাঘাটত বাইক চোৰৰ ধাৰাবাহিক অভিযান অভিনৱ পদ্ধতিৰে তলা ভাঙি লৈ গল বাইক | Assamese |
পঞ্জীয়কক শাৰীৰিকভাৱে অপদস্থবঙাইগাঁৱত পৰিবহন বিষয়াৰ কৰ্মচাৰীৰ কৰ্ম বিৰতিৰে প্ৰতিবাদ | Assamese |
লাইকাবাসীক পুনঃসংস্থাপন কৰিবলৈ গৈ প্ৰত্যাহ্বানৰ সন্মুখীন বন বিভাগমহকুমা প্ৰশাসন | Assamese |
অসম চৰকাৰে ঘোষণা কৰিলে বিভিন্ন নিগমনিকায়ৰ অধ্যক্ষ উপদেষ্টাৰ নাম | Assamese |
কোভাক্সিনৰ জৰুৰী প্ৰয়োগত ৰ অনুমোদন | Assamese |
উপ নিৰ্বাচনত বাহুবলধনবল আৰু টেম্পাৰিং কৰি জয়ী হল বিজেপি অখিল গগৈ | Assamese |
উপকাৰীক অজগৰে খায় এইবাৰ টিয়কত কেয়াৰ টেকাৰে ঘটালে অঘটন | Assamese |
প্ৰাক্তন মন্ত্ৰী অধিবক্তা আব্দুল মুহিব মজুমদাৰৰ মৃত্যু | Assamese |
বঙাইগাঁৱত মানৱ অধিকাৰ সংগ্ৰাম সমিতিৰ ৩১ সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস উদযাপন | Assamese |
মাৰ্ঘেৰিটাত চিপ লৈ থকা অৱস্থাত উদ্ধাৰ মহিলাৰ মৃতদেহ | Assamese |
মহানগৰীৰ হাতীগাঁৱত উৎখাত দেহ ব্যৱসায়ী চক্ৰ গ্ৰেপ্তাৰ ন গৰাকী মহিলা | Assamese |
কেৰালাত দেহ ব্যৱসায় চক্ৰৰ পৰা উদ্ধাৰ অসমৰ যুৱতী | Assamese |
সুস্থ অৱস্থালৈ ঘূৰি আহিল উদ্ধাৰ হোৱা হাতী পোৱালীৰ স্বাস্থ্য পালে নতুন সংগী | Assamese |
উপ নিৰ্বাচনত জয়ৰ পিছতে হেঙেৰাবাৰী বাজপেয়ী ভৱনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল | Assamese |
উপ নিৰ্বাচনত বিজেপি মিত্ৰজোঁটৰ ক্লীন ছুইপ ধৰাশায়ী বিৰোধী | Assamese |
ভেক্স শব্দটোক ৱৰ্ড অফ দ্য ইয়েৰ ঘোষণা অক্সফ্ড ডিক্সনাৰীৰ | Assamese |
তামুলপুৰত দুৰ্গ অক্ষত ৰখাৰ দৌৰত ইউপিপিএল বাকীসকলৰ অৱস্থা কি | Assamese |
দেৱালীৰ পূৰ্বে সকাহ সংক্ৰমণ কমিল ২৫০ দিনৰ ভিতৰত সৰ্বনিম্ন সক্ৰিয় ৰোগী | Assamese |
মহাৰাষ্ট্ৰৰ উপ মুখ্যমন্ত্ৰী অজিত পাৱাৰৰ ১হাজাৰ কোটি টকাৰ সম্পত্তি বাজেয়াপ্ত আয়কৰ বিভাগৰ | Assamese |
থাওৰাত বিজেপিৰ অগ্ৰগতি ৰাইজৰ দলৰ স্থিতি কি | Assamese |
দুৰ্নীতিৰ অভিযোগত মহাৰাষ্ট্ৰৰ প্ৰাক্তন গৃহমন্ত্ৰী অনিল দেশমুখক গ্ৰেপ্তাৰ ৰ | Assamese |
তীব্ৰতৰ হৈছে হাতী মানুহৰ সংঘাত কৃষ্ণাইত বনৰীয়া হাতীৰ গচকত প্ৰাণ গল আৰু এজনৰ | Assamese |
অসমৰ ৫টা সমষ্টিৰ উপ নিৰ্বাচনৰ ভোটগণনা আৰম্ভ পোষ্টেল বেলটৰে আৰম্ভ কৰা হৈছে গণনা | Assamese |
তেওঁলোক ৰবট নহয়হিন্দীতে টুইট কৰি বিপৰ্যস্ত টীম ইণ্ডিয়াৰ কাষত কেভিন পিটাৰছেন | Assamese |
বঙাইগাঁও বিধানসভা সমষ্টিত ফটোযুক্ত খচৰা ভোটাৰ তালিকা আৰু সংশোধনী সূচী প্ৰকাশ | Assamese |
:১ জানুৱাৰী ২০২২ক ভিত্তি তাৰিখ হিচাপে লৈ প্ৰস্তুত কৰা সংহত খচৰা ভোটাৰ তালিকা প্ৰকাশ | Assamese |
কোচ ৰাজবংশী জাতীয় পৰিষদৰ বিজনী আৰু উত্তৰ শালমাৰা জিলা সমিতি গঠন | Assamese |
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পুনৰ আৰম্ভ হল হাতী চাফাৰী | Assamese |
অৱনমিত আইনশৃংখলা পৰিস্থিতিমহানগৰীৰ নুনমাটিত পুনৰ অৰ্দ্ধগলিত মৃতদেহ উদ্ধাৰ | Assamese |
মাৰ্ঘেৰিটাত চোৰাং কাঠ সৰবৰাহৰ অভিনৱ পন্থা চোৰাং কাঠ সহ জব্দ গাড়ী | Assamese |
বিশ্বনাথত এখন পেট্ৰল পাম্পত গ্ৰাহকৰ বাবে বিশেষ সুবিধা | Assamese |
২ নৱেম্বৰত মানৱ অধিকাৰ সংগ্ৰাম সমিতিৰ ৩১ সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসৰ আয়োজন | Assamese |
পুনৰ বৃদ্ধি পালে ৰন্ধন গেছৰ ছিলিণ্ডাৰৰ দাম কেনে ছিলিণ্ডাৰত কিমান বাঢ়িল দাম | Assamese |
নিষ্কন্টক যোগী উত্তৰ প্ৰদেশৰ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰে অখিলেশ যাদৱে | Assamese |
বঙাইগাঁৱত টিউচনলৈ বুলি ঘৰৰ পৰা ওলাই যোৱা ছাত্ৰী ববিতা দাস সন্ধানহীন ওলোৱা নাই কোনো শুংসূত্ৰ | Assamese |
মূল্যবৃদ্ধি ৰোধৰ দাবীত শিৱসাগৰত জাতীয় সংগ্ৰামী সেনাৰ উত্তাল প্রতিবাদ | Assamese |
সেনা বাহিনীত যোগ নিদিয়াৰ বাবে তিনিবাৰকৈ জেললৈ যাবলগীয়া হল ইজৰাইলৰ যুৱতী | Assamese |
প্ৰসিদ্ধ সাংবাদিক বৰুণ দাসগুপ্তাৰ ৮৬বছৰ বয়সত পৰলোকপ্ৰাপ্তি | Assamese |
দেৱালীৰ পূৰ্বে দেশত কৰনাৰ সংক্ৰমণ মৃত্যুৰ হাৰত স্বস্তি | Assamese |
ৰোগাক্ৰান্ত যুৱকৰ কৰুণ গাথা বৃক্ক বিকল হৈ শয্যাগত যুৱকজনক লাগে আপোনাৰ সহায় | Assamese |
কলাইগাঁৱৰ পানবাৰীত নবোৱাৰীৰ ৰহস্যজনক আত্মহত্যাক কেন্দ্ৰ কৰি চাঞ্চল্য স্বামীক গ্ৰেপ্তাৰ | Assamese |
ৰাজ্যত নতুনকৈ কোভিডত কিমান আক্ৰান্ত হল মৃত্যু কিমানৰ | Assamese |
২ নৱেম্বৰত চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ত ৰাষ্ট্ৰীয় আয়ুৰ্ৱেদ দিৱস উদযাপনৰ প্ৰস্তুতি | Assamese |
বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাবত বিশিষ্ট লেখক নিৱন্ধকাৰ ভূপেন্দ্ৰ চন্দ্ৰ দাসৰ অভিমত উন্মোচন | Assamese |
দৰঙৰ বেছিমাৰীত ভয়ংকৰ দুৰ্ঘটনা থিতাতে নিহত পাঁচ জন | Assamese |
কংগ্ৰেছে সাজিছিল বিমান বন্দৰৰেলপথবিজেপিয়ে বেচি কৰিছে তহিলংকোনে কলে | Assamese |
কৃষ্ণাইত বনৰীয়া হাতীৰ গচকত প্ৰাণ গল আৰু এজনৰ | Assamese |
নৃশংস তালিবানবিয়াঘৰত গান বজোৱাৰ বাবেই ১৩ জনক গুলীয়াই হত্যা | Assamese |
জিন্স পেণ্ট পিন্ধাই দোষ জিন্স পিন্ধাৰ বাবেই অভব্য আচৰণৰ বলি যুৱতী | Assamese |
২০২৫ৰ ভিতৰত উত্তৰপূৰ্বাঞ্চল কাশ্মীৰত নিজৰ ভেটি মজবুত কৰাৰ পৰিকল্পনা আৰ এছ এছৰ | Assamese |
জৰাজীৰ্ণ উজনিৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাই পথ উন্নয়নৰ ঢাকঢোল বজোৱা চৰকাৰৰ নাই কাণসাৰ | Assamese |
বঙাইগাঁও জিলা প্ৰশাসনৰ মৰম প্ৰকল্পৰ শুভাৰম্ভণি | Assamese |
দেশত দৈনিক সংক্ৰমণত কিছু সকাহ অৱশ্যে উদ্বেগমুক্ত নহয় পৰিস্থিতি | Assamese |
অহা ২০২২ ত হবলগীয়া মণিপুৰ বিধানসভাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব মেৰীকমৰ স্বামীয়ে | Assamese |
বিস্ফোৰণত জড়িতৰ অভিযোগত মিজোৰাম আৰক্ষীৰ লোকক গ্ৰেপ্তাৰ অসম আৰক্ষীৰ | Assamese |
কাশ্মীৰত লেণ্ডমাইন বিস্ফোৰণত শ্বহীদ দুগৰাকী সেনা গুৰুতৰভাৱে আহত আন তিনিগৰাকী | Assamese |
কোভিড সংক্রমণৰ ঘটনা বৃদ্ধিক লৈ অসম পশ্চিমবংগক সকীয়ালে কেন্দ্ৰই | Assamese |
ৰাজ্যত নতুনকৈ কিমান আক্ৰান্ত হল কোভিডত ২৪ ঘন্টাত মৃত্যু কিমানৰ | Assamese |
অসমৰ পাঁচটা সমষ্টিৰ উপ নিৰ্বাচনত কত কিমান হল ভোটদান ভোটদানৰ সামগ্ৰীক হাৰ কিমান | Assamese |
বোকাখাত বাংকে মিচিং আগম কৌবাঙৰ উদ্যোগত ৩৭ সংখ্যক মিচিং ভাষা দিৱস উদযাপন | Assamese |
উগ্ৰপন্থীৰ গুলী অথবা বিস্ফোৰণত ঘুণীয়া হোৱা আৰক্ষীৰ লোকে বিশেষ প্রশিক্ষণ অবিহনেই লাভ কৰিব পদোন্নতি | Assamese |
:কেন্দ্ৰৰ পত্ৰই অসাৰ প্ৰতিপন্ন কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্বৰ কোভিড বৃদ্ধি নোহোৱাৰ দাবীক | Assamese |
কংগ্ৰেছৰ বাবেই শক্তিশালী হৈ পৰিছে মোদী মমতাৰ তাৎপৰ্যপূৰ্ণ মন্তব্যক লৈ চলিছে চৰ্চা | Assamese |
শ্ৰমিকৰ মজুৰিকলৈ বোকাখাতৰ মেথনি চাহ বাগিচাত উত্তপ্ত পৰিস্থিতি | Assamese |
টীয়কৰ কাৱৈমাৰীৰ বিলত উৱলি যোৱা অচিনাক্ত মৃতদেহ উদ্ধাৰ | Assamese |
৩১ অক্টোৱৰত গৌৰীপুৰত ধুবুৰী জিলা সাহিত্য সভাৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা | Assamese |
মতা চৰাইৰ সৈতে সহবাস নকৰাকৈয়ে কেলিফ্নিয়ান কনডৰে জন্ম দিলে পোৱালি | Assamese |
উপ নিৰ্বাচনৰ ভোটগ্ৰহণথাওৰাত কেনেদৰে চলিছে ভোটদান প্ৰক্ৰিয়া ভোটাৰৰ উৎসাহ কিমান | Assamese |
৩০ অক্টোৱৰ আহিলেই গা শিয়ৰি উঠে কনিষ্টবল হৰিদাস কলিতাৰ কিয় | Assamese |
মহানগৰীত পুনৰ এক শিহৰণকাৰী হত্যাকাণ্ড মহিলাৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য | Assamese |
৫ সমষ্টিৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণ মৰিয়নিত বিকলৰ ঘটনা কত কিমান শতাংশ হল ভোটদান | Assamese |
কঠোৰ উচ্চতম ন্যায়ালয় নিষিদ্ধ আতচবাজী ফুটিলে দায়বদ্ধ হব আৰক্ষী প্ৰশাসন | Assamese |
দেশত হ্ৰাস পালে কৰনাৰ সক্ৰিয় ৰোগীৰ সংখ্যা দৈনিক মৃত্যু | Assamese |
অসমৰ পাঁচটা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে ভোটগ্ৰহণ আৰম্ভ | Assamese |
পশ্চিমবংগৰ কোচবিহাৰৰ বাণেশ্বৰত ঘটিল অসমবংগত্ৰিপুৰাৰ কবিসাহিত্যিকৰ মহামিলন | Assamese |
গোলাঘাটত হিতাধিকাৰী তথা মহিলা আত্মসহায়ক গোটক ৭.৯৬ কোটি টকাৰ ঋণৰ আৱন্টন পত্ৰ প্ৰদান | Assamese |
বিশ্বৰ পৰ্যটকৰ বাবে মুকলি হল পৰিভ্ৰমী পক্ষীৰ বিচৰণভূমি কাজিৰঙাৰ অগৰাতলি বনাঞ্চল | Assamese |
ৰাজ্যত আজি কিমান লোক কোভিডত আক্ৰান্ত হল মৃত্যু কিমান জনৰ | Assamese |
কালী পূজা ষট্ পূজাত মানি চলিব লাগিব কেতবোৰ বিশেষ নিয়ম | Assamese |
গোলাঘাট জিলাত কেঁচা চাহপাতৰ মূল্য হ্ৰাস পোৱা সন্দৰ্ভত গুৰুত্বপূৰ্ণ বৈঠক | Assamese |
ডবকা শালবাগান ৰক্ষাৰ প্ৰতিবাদত অৱশেষত গা লৰিল চৰকাৰৰ বিকল্প পথৰ সন্ধান কৰিবলৈ নিৰ্দেশ | Assamese |
উন্নয়নৰ নহয়মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই অসমলৈ ঋণৰ গংগাহে বোৱাই আনিছে কাৰ মন্তব্য এয়া | Assamese |
টোল গেট স্থাপনক লৈ গোলাঘাটৰ ৰঙাজানত আছুৰ উত্তাল প্ৰতিবাদ | Assamese |
মূল্যবোধৰ ৰাজনীতি ৰাইজৰ ওচৰত শপত নামা দাখিল ধৈৰ্য কোঁৱৰৰ | Assamese |
অযোগ্য হব নেকি ফণীধৰ তালুকদাৰৰ প্ৰাৰ্থিত্ব নিৰ্বাচন আয়োগলৈ পত্ৰ প্ৰদেশ কংগ্ৰেছৰ | Assamese |
:অৱশেষত আৰক্ষীৰ আগত খুলিলে মুখ—বেলতলাৰ বৃদ্ধা দম্পতীক হত্যা কৰিছিল আকাশেই | Assamese |
প্ৰমোদ বড়ো আৰু ভৱেশ কলিতালৈ ৪ কিলগ্ৰাম ঘাঁহৰ বীজ পঠালে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই | Assamese |
নৱেম্বৰৰ ভিতৰত ভেকচিন দি শেষ কৰিব লাগিবমুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা | Assamese |
দল বাগৰা নেতাক লৈ সৰৱ অসম জাতীয় পৰিষদমূল্য বৃদ্ধি ৰোধৰ দাবীত বিক্ষোভ কাৰ্যসূচী | Assamese |
বঙাইগাঁও জিলা উপায়ুক্তৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ উন্নয়নমূলক কামকাজৰ পৰ্যালোচনা | Assamese |
জেলৰ পৰা ওলাই শ্বাহৰুখ পুত্ৰ আৰিয়ান খানে কৰিব নোৱাৰিব এইকেইটা কাম | Assamese |
দেশত ২৪ ঘন্টাত কৰনাত মৃত্যু ৮০৫জনৰ পুনৰ বৃদ্ধি পাইছে উদ্বেগ | Assamese |
কাইলৈ অনুষ্ঠিত হব ৫ সমষ্টিৰ উপ নিৰ্বাচন শিৱসাগৰত তৎপৰতা বৃদ্ধি জিলা প্ৰশাসনৰ | Assamese |
উপ নিৰ্বাচনতো কিয় এই অসহিষ্ণুতা থাওৰাত অব্যাহত নিৰ্বাচনী হিংসাত্মক কাৰ্য | Assamese |
কোভিডত আক্ৰান্ত হৈ অৱসৰপ্ৰাপ্ত বিষয়া ধীৰেন গোস্বামীৰ পৰলোকপ্ৰাপ্তি | Assamese |
ড্ৰাগছে ছানি ধৰিছে ৰাজ্য মাৰ্ঘেৰিটাত ড্ৰাগছসহ আটক ড্ৰাগছ ব্যৱসায়ী ৰমজান আলীক | Assamese |
নিশা হঠাতে অসুস্থ জুবিন গাৰ্গ হাস্পাতালত ভৰ্তি কেনে আছে জুবিন | Assamese |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.