text
stringlengths
1
2.59k
language
stringclasses
10 values
জম্মু আৰু কাশ্মীৰত শ্বহীদ হল ভাৰতীয় সেনাৰ ৫ গৰাকী বিষয়াজোৱান
Assamese
ভাল খবৰ উৎসৱৰ সময়তে দেশত হ্ৰাস পালে কৰনাৰ দৈনিক সংক্ৰমণ মৃত্যুৰ ঘটনা
Assamese
প্ৰধানমন্ত্ৰী মোদী এজন বহুৱা কোনে মোদীক দিলে বহুৱা আখ্যা
Assamese
ব্যতিক্ৰম ৩ বছৰ বয়সৰ পৰাই নিজ হাতে সাজি উলিওৱা দুৰ্গা প্ৰতিমা প্ৰতিষ্ঠাৰে পালন কৰি আহিছে পূজা
Assamese
অৰুণোদয় সাহিত্য চৰাৰ সাহিত্য বৈঠক সম্পন্ন
Assamese
গ্ৰেপ্তাৰ হল জামিনো পালে ডাঃ নৱনীল বৰুৱাই কেনেদৰে আগবাঢ়িব তদন্ত
Assamese
আধুনিক বোকাখাতৰ নিৰ্মাতা জনসুহৃদ চিদানন্দ শইকীয়াৰ ১০১ সংখ্যক জন্মদিৱস উদযাপন
Assamese
হাতী মানুহৰ সংঘাতগাওঁৰক্ষী বাহিনীৰ মাজত টৰ্চ লাইট আৰু মাক্স বিতৰণ আৰণ্যকৰ
Assamese
জম্মুকাশ্মীৰত ৭০০ তকৈও অধিক সন্ত্ৰাসবাদীৰ প্ৰতি সহানুভূতিশীল ব্যক্তিক আটক
Assamese
দক্ষতা বিকাশ প্ৰতিষ্ঠানগুৱাহাটীৰ শিক্ষাৰ্থীক প্ৰমাণপত্ৰৰ লগতে নিযুক্তি পত্ৰ প্ৰদান কৰিলে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলিয়ে
Assamese
আদানীময় ভাৰত এইবাৰ জয়পুৰ বিমান বন্দৰ আদানীৰ হাতলৈ
Assamese
বঙাইগাঁৱত অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ ৪৩ সংখ্যক দ্বিবাৰ্ষিক অধিৱেশনৰ প্ৰস্তুতি
Assamese
মৰ্মান্তিক বিমান দুৰ্ঘটনাই প্ৰাণ কাঢ়িলে ১৬ জনৰ
Assamese
অৱশেষত ৰাজকন্যা কাণ্ডত গ্ৰেপ্তাৰ জিএনআৰচিৰ চিকিৎসক ডাঃ নৱনীল বৰুৱা
Assamese
ত্ৰিশ হাজাৰ টকাত নিজ সন্তানক বিক্ৰী কৰি ৰঙাঘৰলৈ পাষাণ পিতৃ
Assamese
লখিমপুৰ খেৰী কাণ্ডক হিন্দু বনাম শিখ যুদ্ধলৈ পৰিণত কৰাৰ চেষ্টা
Assamese
অসমৰ বাটৰ নাটে মন মুহিলে দিল্লীৰ কৃষক আন্দোলনত ভাগ লোৱা হাজাৰ হাজাৰ লোকৰ
Assamese
ভাৰতভূটান সীমান্তৰ দৰঙামেলাৰ শশীপুৰত নৃশংস হত্যাকাণ্ড
Assamese
সমালোচনাত মুখৰ প্ৰিয়ংকা গান্ধী অভিযুক্তক ৰক্ষণাবেক্ষণ দিয়া চৰকাৰৰ পৰা ভুক্তভোগীৰ ন্যায়ৰ কোনো আশা নাই
Assamese
মুছলমান হোৱাৰ বিড়ম্বনা মুছলমান পৰিয়ালক গাঁও এৰিবলৈ ভাবুকি
Assamese
ড্ৰাংক এণ্ড হিট কাণ্ড তাজ ভিভান্টাক কাৰণ দৰ্শোৱাৰ জাননী
Assamese
১৮৩ সংখ্যক উদযাপনৰ বাবে সাজু হৈছে বকেল
Assamese
:গোৱালপাৰাৰ মাটিয়াত অঘটন বিয়া খাবলৈ আহি বন্যহস্তীৰ আক্ৰমণত প্ৰাণ গল এজন লোকৰ
Assamese
অৱশেষত মন্ত্ৰীপুত্ৰক ১৪ দিনৰ ন্যায়িক জিম্মালৈ
Assamese
গুৱাহাটীত পেট্ৰলৰ দামে মাৰিলে চেঞ্চুৰী ক্ষোভ উজাৰিছে সাধাৰণ নাগৰিকে
Assamese
দেশত আৰু কিমান কমিল দৈনিক সংক্ৰমণ উদ্বেগমুক্ত নহয় মৃত্যুৰ সংখ্যা
Assamese
তামুলপুৰত ডাম্পাৰৰ খুন্দাত গুৰুতৰভাৱে আহত একেটা পৰিয়ালৰ পিতৃমাতৃসহ শিশু কন্যা
Assamese
দেশৰ ১৩খন হাইকোৰ্টৰ নতুন মুখ্য ন্যায়াধীশ নিয়োগ কোনে কত পালে নিযুক্তি
Assamese
যৌনতাৰ বেহা ডিব্ৰুগড়ত দেহ ব্যৱসায় চক্ৰ উৎখাত চাৰিজনক গ্ৰেপ্তাৰ
Assamese
ধুবুৰীত ভুৱা প্ৰমানপত্ৰ প্ৰস্তুত কৰা জালিয়াতি চক্ৰ উৎখাত দুজনক গ্ৰেপ্তাৰ
Assamese
সিংহযুৱক ললিত চন্দ্ৰ ৰাজখোৱা সোঁৱৰণি মিনি ষ্টেডিয়ামত বেদখল সন্দৰ্ভত ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ বিস্ফোৰক মন্তব্য
Assamese
বঙাইগাঁও জিলা বিজেপিৰ কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিতসাংগঠনিক দিশ সন্দৰ্ভত আলোচনা
Assamese
বৰপেটাৰ গৰেমাৰী পথাৰত ভূমি বিবাদক কেন্দ্ৰ কৰি দাজোংলৈ আক্ৰমণ দুজন নিহত
Assamese
লখিমপুৰত কৃষক হত্যাৰ বিৰুদ্ধে ১৮ অক্টোৱৰত দেশজোৰা ৰেল অৱৰোধৰ আহ্বান
Assamese
দুৰ্গাপূজাৰ প্ৰাকক্ষণত কলিয়াবৰত বিলাতী সুৰাৰ উজান উদ্ধাৰ বটলে বটলে সুৰা
Assamese
অনলাইন ব্যৱসায়ে মাধমাৰ শোধাইছে স্থায়ী ব্যৱসায়ীসকলৰ মূৰত পূজাৰ বতৰতো নাই গ্ৰাহক
Assamese
ড° হিমন্ত বিশ্ব শৰ্মাই ৪৫ দিনৰ ভিতৰত সমাধান কৰিম বুলি কোৱা শিক্ষকৰ সমস্যা ৯ মাহতো নহল সমাধান
Assamese
নিউ বঙাইগাঁও ৰেলৱে চিকিৎসালয়ত প্ৰতি মিনিটত ২৫০ লিটাৰ অক্সিজেন উৎপাদন কৰিব পৰা প্ৰকল্প মুকলি
Assamese
অসমমেঘালয় আন্তঃৰাজ্যিক সীমা সমস্যা সন্দৰ্ভত আলোচনাৰ অৰ্থে গুৱাহাটীত উপস্থিত মেঘালয়ৰ উপ মুখ্যমন্ত্ৰী
Assamese
দেশত কৰনাৰ দৈনিক সংক্ৰমণ কিমান কমিল মৃত্যু কিমান
Assamese
চিকিৎসক নৱনীল বৰুৱাৰ সৈতে কি কথা হৈছিল জনালে ডিজিপি ভাস্কৰজ্যোতি মহন্তই
Assamese
বোকাখাতৰ জে ডি এছ জি মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা যোজনাৰ স্বেচ্ছাসেৱক গোটক বন বিভাগৰ বিশেষ বঁটা প্ৰদান
Assamese
অৱশেষত আৰক্ষীৰ ওচৰত হাজিৰ লখিমপুৰ খেৰিৰ হত্যাত অভিযুক্ত কেন্দ্ৰীয় মন্ত্ৰীৰ পুত্ৰ
Assamese
এশএবুৰি সমস্যাৰে ভাৰাক্ৰান্ত সৰভোগ সমূহীয়া স্বাস্থ্যকেন্দ্ৰ পৰ্যাপ্ত চিকিৎসকচিকিৎসাকৰ্মীৰ অভাৱ
Assamese
চিকিৎসক নৱনীল বৰুৱাক ৰাজকন্যাই দিয়া ভাবুকি ভৰা কি আছিল ডিজিপিৰ ভূমিকা
Assamese
বঙাইগাঁৱত চাৰিজন ডকাইতক গ্ৰেপ্তাৰ পৰিকল্পনা কৰিছিল পূজাৰ সময়ত ডকাইতি কৰাৰ
Assamese
দেশৰ মুখ্য অৰ্থনৈতিক উপদেষ্টা পদ ইস্তফা কেভি সুব্ৰমনিয়ামৰ
Assamese
মোবাইল ফোনত ভিডিঅ দেখুওৱাৰ চলেৰে নাবালিকাক ধৰ্ষণ আৰক্ষীৰ জালত ধৰ্ষণকাৰী
Assamese
কয়লাৰ চোৰাং বেহা মাৰ্ঘেৰিটাৰ বৰগোলাইত জব্দ অবৈধ কয়লা ভৰ্তি ট্ৰাক
Assamese
ৰঞ্জিত সিং হত্যাকাণ্ডৰ গোচৰত ৰাম ৰহিমক দোষী সাব্যস্ত কৰিলে চিবিআই আদালতে
Assamese
ব্যক্তিগত শত্ৰুতা অটুত ৰাখি সংবাদ পৰিবেশন ডিব্ৰুগড়ৰ সাংবাদিকৰ বিৰুদ্ধে এজাহাৰ দাখিল
Assamese
বিক্ৰী হল এয়াৰ ইণ্ডিয়া টাটাই লাভ কৰিলে এয়াৰ ইণ্ডিয়াৰ নিবিদা
Assamese
শ্বাহৰুখ পুত্ৰৰ জামিন আবেদন নাকচ কৰিলে আদালতে
Assamese
ভ্ৰাম্যমান থিয়েটাৰলৈ সুখবৰচৰ্তসাপেক্ষ প্ৰদৰ্শনত অনুমতিৰে ৰাজ্য চৰকাৰে জাৰি কৰিলে এছঅপি
Assamese
অহা পাঁচ বছৰত অসমত দালালৰাজ সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়াৰ প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰীৰ
Assamese
মাৰিয়া ৰেছা আৰু দিমিত্ৰী মুৰাটভলৈ ২০২১ বৰ্ষৰ শান্তিৰ নোবেল বঁটা
Assamese
খেৰীৰ হত্যাকাণ্ড সম্পৰ্কত উত্তৰ প্ৰদেশ চৰকাৰৰ স্থিতিক ভৎসনা উচ্চতম ন্যায়ালয়ৰ
Assamese
১৪ দিনৰ বাবে কাৰাগাৰলৈ নিক্ষেপ মডেল ৰাজকন্যা বৰুৱাক আৰক্ষীয়ে নিবিচাৰিলে নিজৰ জিম্মাত
Assamese
চামগুৰিত চোৰাং চিকাৰীৰ বিৰুদ্ধে বন বিভাগৰ অভিযান কাম চৰাই উদ্ধাৰ
Assamese
ডাঃ নৱনীল বৰুৱাই কি কলে দিছপুৰ আৰক্ষীৰ জেৰাত ৰাজকন্যাই কিয় দিছিল আত্মহত্যাৰ ভাবুকি
Assamese
অসম চাহ জনজাতি কল্যাণ বিভাগৰ দ্বাৰা ছাত্ৰছাত্ৰীক ইউনিফৰ্ম লাইন চকিদাৰক চাইকেল বিতৰণ
Assamese
বিহাৰৰ পৰা আগৰতলালৈ পশুখাদ্য কঢ়িয়াই অনা ট্ৰাক ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা অপহৰণএজনক গ্ৰেপ্তাৰ
Assamese
উপস্থিত নহল তদন্ত কমিটিৰ সমুখত নেপাললৈ পলায়ন খেৰী হত্যাকাণ্ডৰ মূল অভিযুক্ত আশীষ মিশ্ৰৰ
Assamese
ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহকৰ পৰা নাম বাদটুইটাৰৰ বায় পৰা বিজেপিৰ নাম মুচিলে সুব্ৰমনিয়াম স্বামীয়ে
Assamese
ৰাজকন্যাক ৰক্ষনাবেক্ষণ ৰ জ্যেষ্ঠ চিকিৎসক নৱনীল বৰুৱা উপস্থিত দিছপুৰ আৰক্ষী থানাত গ্ৰেপ্তাৰৰ সম্ভাৱনা
Assamese
খেৰীৰ হত্যাকাণ্ডত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবলৈ প্ৰধান মন্ত্ৰীক আহ্বান কপিল ছিবালৰ
Assamese
মাটিৰ নামজাৰিক কেন্দ্ৰ কৰি বোকাখাত ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত উত্তপ্ত পৰিস্থিতি থানাত গোচৰ
Assamese
পুনৰ ফেৰ পাতিছে চীনে এইবাৰ অৰুণাচলৰ টাৱাং সীমান্তত ভাৰতচীন সেনাৰ ফেচঅফ
Assamese
উৎসৱৰ বতৰত স্বস্তি দেশত নিম্নগামী কৰনাৰ সংক্ৰমণ বিগত ২০৫দিনৰ ভিতৰত সৰ্বনিম্ন সক্ৰিয় ৰোগী
Assamese
মাৰ্ঘেৰিটাৰ ডিবং ফাঁকিয়ালত ভয়ংকৰ অগ্নিকাণ্ড জুইত ভস্মীভূত বাসগৃহ
Assamese
কৰনা পৰিস্থিতিৰ মাজতে ভাৰতলৈ আহিব পাৰিব বিদেশী পৰ্যটক টুৰিষ্ট ভিছা দিবলৈ সাজু কেন্দ্ৰ
Assamese
নিশা ৰাজ্যত ভূমিকম্প ৰিখটাৰ স্কেলত ৫.৬ প্ৰাৱল্যৰ জোকাৰণি কিন্তু বহুতে গমেই নাপালে
Assamese
উত্তৰ প্ৰদেশৰ পিছত এইবাৰ হাৰিয়ানা ৰাজপথত সুৰক্ষিত নহয় কৃষক
Assamese
কামৰূপত ৩ কিলোমিটাৰ দৈৰ্ঘ্যৰ নতুন চাৰিলেন যুক্ত দলং ঘোষণা নিৰ্মলা সীতাৰমণৰ
Assamese
ঢলপুৰৰ উচ্ছেদবিৰোধী দলপতিৰ আবেদনৰ ওপৰত উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তক আদৰণি প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ
Assamese
১৫ নৱেম্বৰৰ ভিতৰত গুৰুত্বপূৰ্ণ পথসমূহত দিশ নিৰ্দেশনাসূচক লগোৱাৰ নিৰ্দেশ গোলাঘাট উপায়ুক্তৰ
Assamese
বিজেপিৰ বৰঘৰত সহ্য নহল গান্ধী দপদপনি গুৰুত্বপূৰ্ণ পদৰ পৰা অঁতৰালে মাতৃপুত্ৰক
Assamese
ৰাজকন্যাক ৰক্ষা কৰিবলৈ গৈ সংকটত চিকিৎসক নৱনীল বৰুৱা কৰ্তৃপক্ষ
Assamese
চাৰি লাইনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণৰ নির্মাণকাৰ্যৰ সামগ্ৰী চুৰি কৰি গ্ৰেপ্তাৰ ৫ জন
Assamese
জম্মুকাশ্মীৰত সন্ত্ৰাসবাদীৰ গুলীত নিহত ২ শিক্ষক
Assamese
বিশ্বৰ আটাইতকৈ দামী পানী খায় নীতা আম্বানিয়ে দাম শুনিলেই চকু কপালত উঠিব কি আছে ইয়াত
Assamese
আব্দুলৰজাক গুৰ্নাহলৈ ২০২১ বৰ্ষৰ সাহিত্যৰ নোবেল বঁটা
Assamese
জামিন আবেদন নাকচ কৰা হৈছে মডেল ৰাজকন্যা বৰুৱাৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ
Assamese
এইবাৰ খেৰী ঘটনাৰ ন্যায় বিচাৰিলে বিজেপি সাংসদে কলে দায়বদ্ধতা থাকিব লাগিব
Assamese
চণ্ডীগড়ত ৰাজপথতে যৌন আতিশয্যৰ বলি ব্ৰিটিছ দূতাবাসত কৰ্মৰত বিদেশী মহিলা
Assamese
অভিযুক্তৰ বিৰুদ্ধে স্থিতি স্পষ্ট কৰিবলৈ উত্তৰ প্ৰদেশ চৰকাৰক নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ
Assamese
প্ৰকৃতি আৰু মানৱতা ৰক্ষা সামাজিক মাধ্যমত ভাইৰেল এটি ভিডিও এ মুহিছে জনতাৰ মন
Assamese
হাজোৰ বামুন্দীৰ দোকানীয়া গ্ৰেজিঙ ৰিজাৰ্ভত ৰাইজে চলালে উচ্ছেদ অভিযান
Assamese
ভয়ংকৰ দুৰ্ঘটনা বাছট্ৰাকৰ সংঘৰ্ষত ৯ জনৰ মৃত্যু
Assamese
বিজেপিৰ পৰা প্ৰাৰ্থিত্ব বঞ্চিত ইমানুৱেল মোছাহাৰীয়ে নিৰ্দলীয় হিচাবে দাখিল কৰিব মনোনয়ন
Assamese
বিহালীৰ নাচবৰত বনৰীয়া হাতীৰ সন্ত্ৰাস ত্ৰাসিত গঞা
Assamese
কিয় হত্যা কৰা হৈছিল ১৫০ জন লোকক তামুলপুৰত বিটিচি প্ৰধান প্ৰমোদ বড়োই জবাবদিহি কৰিলে ইমানুৱেলক
Assamese
সুৰাই নহয় মডেল ৰাজকন্যাই ড্ৰাগছো সেৱন কৰাৰ সন্দেহ আজি কৰা হব তেজৰ নমুনা পৰীক্ষা
Assamese
আৰক্ষীৰ জিম্মাতে হৃদৰোগত আক্ৰান্ত দুৰ্নীতিৰ গোচৰত অভিযুক্ত ৰৌনক আলী হাজৰিকা জিএমচিএইছত ভৰ্তি
Assamese
চীনক উদ্দেশ্যি মাৰ্কিন কূটনীতিকৰ বাক্যবাণঅৰ্থনৈতিক আগ্ৰাসনেৰে বিশ্ব অৰ্থনীতি সৱল কৰিব নোৱাৰি
Assamese
লখিমপুৰ খেৰী কাণ্ডনিজাববীয়াকৈ গোচৰ ললে উচ্চতম ন্যায়ালয়ে আজি গ্ৰহণ কৰিব শুনানি
Assamese
চাহ শ্ৰমিকক দুৰ্গা পূজাৰ ২০ শতাংশ বনাচ প্ৰদানৰ দাবীত টিৰাপত আছাৰ প্ৰতিবাদ
Assamese
বৰজুৰি কাৰ্বিগাঁৱত কাৰ্বি উগ্ৰপন্থী কে পি এল টিৰ যুদ্ধ বিৰতি গোটৰ বিশেষ সভা
Assamese
দুই প্ৰখ্যাত বিজ্ঞানীলৈ ৰসায়ন বিজ্ঞানৰ নবেল বঁটা
Assamese
ৰাজ্যিক কেবিনেটে গ্ৰহণ কৰিলে বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত কি সেই সিদ্ধান্ত
Assamese