text
stringlengths
1
2.59k
language
stringclasses
10 values
বঙাইগাঁৱত আৱৰণ পৰিযোজনা শীৰ্ষক পাইলট প্ৰকল্পৰ শুভ উদ্বোধন
Assamese
পবিত্ৰ মহালয়াত টীয়কত উখলমাখল পৰিবেশ
Assamese
গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ গুদামত পচিছে দমে দমে মূল্যৱান ঔষধ
Assamese
মৌচম্বী খেতি কৰি স্বাৱলম্বী হোৱাৰ সপোন দেখিছে দুধনৈৰ তিনি শিক্ষিত যুৱকে
Assamese
আক্ৰাছুৰ কেন্দ্ৰীয় দ্বিবাৰ্ষিক অধিৱেশনত ৫১ জনীয়া নতুন কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সমিতি গঠন
Assamese
বিশ্বনাথত ৬৭ সংখ্যক বন্যপ্রাণী সপ্তাহ উদযাপন
Assamese
লেখিকা সমাৰোহ সমিতিৰ উদ্যোগত চাপৰত বিংশতিতম্ জাতীয় চেতনা দিৱস উদযাপন
Assamese
দেশত এতিয়া একনায়কত্ববাদী শাসন চলিছে কোনে কি প্ৰসঙ্গত কৰিলে এই মন্তব্য
Assamese
নাটক ফাদিলপ্ৰভাৱশালী মডেল ৰাজকন্যা বৰুৱাক জিএনআৰচিৰ পৰাই পুনৰ গ্ৰেপ্তাৰ নাই কোনো অসুস্থতা
Assamese
দিল্লীত বাহৰ ৰ শীৰ্ষ নেতৃত্বৰ খ্ৰীষ্টমাছৰ পূৰ্বে নগা শান্তি চুক্তি স্বাক্ষৰিত হোৱাৰ সম্ভাৱনা
Assamese
পুনৰ বৃদ্ধি পালে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য
Assamese
হাগ্ৰামা মহিলাৰী নুফুটা বন্দুক কোনে কলে এই কথা
Assamese
প্ৰিয়ংকা গান্ধীৰ গ্ৰেপ্তাৰৰ বিৰোধিতাৰে গোলাঘাটত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ উত্তাল প্ৰতিবাদ
Assamese
চাহ শ্ৰমিকৰ বোনাচ প্ৰদানৰ দাবীত মাৰ্ঘেৰিটাত সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ প্ৰতিবাদ
Assamese
ওদালগুৰিৰ কলাইগাঁৱত নিশা চুপাৰীভৰ্তি ট্ৰাক জব্দ
Assamese
ভুৱা টেট শিক্ষক নিযুক্তিৰ মাষ্টাৰ মাইণ্ড আৰক্ষীৰ জালত
Assamese
উপ নিৰ্বাচনৰ বাবে দ্বিতীয়খন প্ৰাৰ্থী তালিকা ঘোষণা কংগ্ৰেছৰ কোনে কোনে পালে প্ৰাৰ্থিত্ব
Assamese
টীয়কৰ চেলেংহাটত জঘন্য ঘটনা মছজিদৰ ভিতৰত কিশোৰীক নিৰ্যাতন জোনাবৰ
Assamese
শস্য ক্ৰয়ত পলম দিল্লী চণ্ডীগড় ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰিলে প্ৰতিবাদী কৃষকে
Assamese
অৱশেষত গ্ৰেপ্তাৰ হল ৰৌনক আলী হাজৰিকা নিলম্বিত ৰ বিশাল সম্পত্তি দেখিলে চকু কপালত উঠিব আপোনাৰ
Assamese
গুৱাহাটী বিশ্ববিদ্যালয়ৰ কেলেংকাৰীৰ মূল অভিযুক্ত কন্দৰ্প দাসক নিলম্বন
Assamese
জীয়াধল নদীত সন্ধানহীন এজন ব্যক্তিৰ মৃতদেহ উদ্ধাৰ
Assamese
মহানগৰীত ডকাইতৰ উপদ্ৰৱ গুলীচালনাতত আহত এজন
Assamese
ধুবুৰীত ১৪ কিলোগ্ৰাম গাঞ্জা আৰু ২৫৩ টা কফ চিৰাপ জব্দ
Assamese
যোগী চৰকাৰক তীব্ৰ সমালোচনা প্ৰিয়ংকা গান্ধীৰ প্ৰধান মন্ত্ৰীলৈ তীব্ৰ বাক্যবান
Assamese
প্ৰিয়ংকা গান্ধীক উত্তৰ প্ৰদেশৰ আৰক্ষীয়ে অন্যায় ভাবে আটক কৰাকলৈ তীব্ৰ গৰিহণা অসম প্ৰদেশ কংগ্ৰেছৰ
Assamese
প্ৰতিবন্ধীৰ ওপৰত আৰক্ষীৰ নিৰ্যাতনৰ বিৰুদ্ধে কলা দিৱস পালন
Assamese
৩ বিজ্ঞানীলৈ ২০২১ বৰ্ষৰ পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটা
Assamese
দেশত নিম্নগামী কৰনা গ্ৰাফ বিগত ২০৯দিনৰ ভিতৰত সৰ্বনিম্ন দৈনিক সংক্ৰমণ
Assamese
সাত বছৰীয়া পুত্ৰৰ চিকিৎসাৰ বাবে দুৰ্ভগীয়া পিতৃমাতৃৰ ৰাইজলৈ সাহায্য বিচাৰি আহ্বান
Assamese
জনজাতিকৰণৰ দাবীত পুনৰ সৰব আটাছু নিৰ্বাচনত ৰাজনৈতিক দলক উচিত প্ৰত্যুত্তৰ দিয়াৰ হুংকাৰ
Assamese
উপ নিৰ্বাচনৰ বাবে তিনিটা সমষ্টিৰ প্ৰাৰ্থী ঘোষণা কংগ্ৰেছৰ কোনে কোনে পালে প্ৰাৰ্থিত্ব
Assamese
বোকাখাতৰ গড়মুৰত ৩৭ নং ৰাষ্ট্ৰীয় পথত দুৰ্ঘটনা এজনৰ মৃত্যু
Assamese
ৰাজ্যত আজি কিমানজন লোক আক্ৰান্ত হল কোভিডত মৃত্যু কিমানৰ
Assamese
বিপিএফ সুবিধাবাদীৰ দল ইয়াৰ কোনো নীতিআদৰ্শ নাইবিপিএফক তীব্ৰ সমালোচনা ইউপিপিএলৰ
Assamese
লিডুত সাধাৰণ শুকান মাছৰ ব্যৱসায়ীৰ বাসগৃহত জব্দ ৪৭ লাখ ৫০ হাজাৰ টকা
Assamese
বন্যপ্ৰাণী সপ্তাহ উপলক্ষে বন্যপ্ৰাণীৰ বৰ্দ্ধিত অবৈধ ব্যৱসায়ৰ বিপক্ষে আৰণ্যকৰ সাংবাদিককলৈ কৰ্মশালা
Assamese
মহম্মদৰ কাৰ্টুন অংকনেৰে বিতৰ্কত সোমাই পৰা ছুইডিচ কাৰ্টুনিষ্টৰ গাড়ী দুৰ্ঘটনাত মৃত্যু
Assamese
ৰুছ ৰাষ্ট্ৰপতি পুটিনৰ গোপন প্ৰেমিকাৰ সম্পদৰ তথ্য ফাদিল
Assamese
সুৰাৰ ৰাগীত গাড়ীৰে শ্ৰমিকক মহতিয়াই নিয়া ৰাজকন্যালৈ আৰক্ষীৰ চমন শীঘ্ৰে গ্ৰেপ্তাৰৰ সম্ভাৱনা
Assamese
লখিমপুৰ খেৰী হিংসাৰ তদন্তৰ বাবে নিযুক্তি উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ ভুক্তভোগী পৰিয়ালৰ বাবে ৪৫ লাখ টকাৰ ক্ষতিপূৰণ
Assamese
বাঘবৰ জনীয়াৰ ভোটৰ বাবে শ্বেৰমানক বহিস্কাৰৰ সাহস নহল কংগ্ৰেছৰ
Assamese
দুর্ঘটনা সংঘটিত কৰা সুৰামত্ত ৰাজকন্যাক জামিনৰ সুযোগ দিয়া দুই আৰক্ষী বিষয়াৰ ৰিজাৰ্ভ ক্লজ
Assamese
কাজিৰঙাত ৬৭ সংখ্যক বন্যপ্ৰাণী সপ্তাহৰ লগত সংগতি ৰাখি শগুন দিৱস পালন
Assamese
ধেমাজিত জীয়াঢল নদীত ৩ জন লোক সন্ধানহীন
Assamese
পুনৰ গ্ৰেপ্তাৰ হব পাৰে ৰাজকন্যা বৰুৱা উচিত তদন্তৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ
Assamese
সোনকালে পাবলগীয়া ধন আদায় দিয়াৰ ব্যৱস্থা কৰক মুখ্যমন্ত্ৰীয়েনগাঁও কাগজ কল ঠিকাদাৰ সন্থা
Assamese
ৰূপালী জয়ন্তী বৰ্ষত পৰাগ কুমাৰ দাস সোঁৱৰণী তৰ্ক প্রতিযোগিতা
Assamese
কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী অজয় মিশ্ৰৰ পুত্ৰৰ বিৰুদ্ধে হত্যাৰ গোচৰ ৰুজু
Assamese
চাৰি বছৰ ধৰি ড্ৰাগছ সেৱন কৰি আহিছিল শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানে
Assamese
ৰাইজৰ দলৰ কেন্দ্ৰীয় সহকাৰী সাধাৰণ সম্পাদক ৰত্নেশ্বৰ দেউৰীৰ পদত্যাগ
Assamese
উপ নিৰ্বাচনৰ বাবে বিজেপিৰ তিনি সমষ্টিত প্ৰাৰ্থী ঘোষণা দল বাগৰি অহা তিনিজনকেই দিলে প্ৰাৰ্থিত্ব
Assamese
মন্ত্ৰী পুত্ৰই গাড়ীৰে মহতীয়ালে প্ৰতিবাদকাৰী কৃষকক নিহত ৪ কৃষক
Assamese
অৱশেষত কংগ্ৰেছৰ পৰা নিলম্বন বিতৰ্কিত বিধায়ক ক
Assamese
কমতাপুৰ স্বায়ত্তশাসিত পৰিষদক সকিয়ালে সদৌ অসম কলিতা জনগোষ্ঠী ছাত্ৰ সন্থাই কিন্তু কিয়
Assamese
ভুৱা মাৰ্কশ্বিটেৰে টেট শিক্ষক হিচাপে নিযুক্তি পোৱা চাৰিজন শিক্ষকক আটক কৰিলে আৰক্ষীয়ে
Assamese
বঙাইগাঁৱত দুদিনীয়া কাৰ্যসূচীৰে আক্ৰাছুৰ দশম দ্বি বাৰ্ষিক কেন্দ্ৰীয় অধিৱেশন
Assamese
শচীন টেণ্ডুলকাৰকে ধৰি বহু ধনী লোকৰ গোপন অৰ্থনৈতিক তথ্য ফাদিল
Assamese
সমগ্ৰ কোকৰাঝাৰ চহৰত বিয়পি পৰিছে ৰন্ধন গেছৰ উৎকট গোন্ধ আতংকিত চহৰবাসীভয়ংকৰ দুৰ্ঘটনাৰ আশংকা
Assamese
বৈধ নে অবৈধ লিডুৰ জগদীশ চৌহানৰ ঘৰত উদ্ধাৰ লাখে লাখে টকা
Assamese
শুভ লক্ষণবঙাইগাঁও জিলাত বৰ্তমান আছে কেৱল ৫ গৰাকী সক্ৰিয় কোভিড ৰোগী
Assamese
দূৰ্গাপূজাপ্ৰশাসনৰ এই কেইটা নিয়ম মানিলেহে অনুষ্ঠিত কৰিব পাৰিব পূজা কি কি নিয়ম
Assamese
অজাপৰ সভাপতি লুৰিণ জ্যোতি গগৈ আৰু প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভুপেন বৰাৰ সংবাদমেল
Assamese
অহা বৰ্ষৰ পৰা পেকেট যুক্ত খনিজ পানী নিষিদ্ধ হব ছিকিমত
Assamese
ধনৰ জোৰ ৰাজপথত শ্ৰমিকক গাড়ীৰে খুন্দিওৱা সুৰামত্ত যুৱতীয়ে পালে জামিন
Assamese
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বন্যপ্ৰাণী সপ্তাহৰ লগত সংগতি ৰাখি হলৌ বান্দৰ দিৱস উদযাপন
Assamese
ধেমাজীত অসম আৰক্ষীৰ অস্ত্ৰ কঢ়িয়াই অনা ট্ৰাক দুৰ্ঘটনাত পতিত দুজন আহত
Assamese
আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা বিধায়ক শ্বেৰমান আলীক ২ দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ
Assamese
শ্বেৰমান আলী আহমেদক দলৰ পৰা নিলম্বনৰ প্ৰস্তাৱ কংগ্ৰেছ বিধায়িনী দলৰ
Assamese
:বিলাসী জাহাজত ড্ৰাগছ পাৰ্টী কৰি গ্ৰেপ্তাৰ শ্বাহৰুখ খানৰ পুত্ৰ
Assamese
ভয়ংকৰ দুৰ্ঘটনা গাড়ীৰ ভিতৰতে অগ্নিদগ্ধ হৈ মৃত্যু প্ৰাক্তন মুখ্যমন্ত্ৰীৰ পুত্ৰৰ
Assamese
আমপাতত এম্ব্ৰইডাৰী কৰি নিজৰ নাম সন্নিবিষ্ট কৰিলে ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত
Assamese
চীনা আগ্ৰাসন সম্পৰ্কত কেন্দ্ৰীয় চৰকাৰক সমালোচনা ৰাহুল গান্ধীৰ প্ৰধানমন্ত্ৰী মোদীক কটাক্ষ
Assamese
উপ নিৰ্বাচনৰ বাবে টঙালি বান্ধিছে ইউ পি পি এল দলে দুই সমষ্টিত প্ৰাৰ্থী ঘোষণা
Assamese
মুখ্যমন্ত্ৰীৰ আসন ৰক্ষা উপ নিৰ্বাচনত বৃহৎ ব্যৱধানত জয়ী মমতা বেনাৰ্জী
Assamese
সুৰামত্ত অৱস্থাত থকা প্ৰাক্তন মিছ ইণ্ডিয়া ফাইনেলিষ্টৰ গাড়ীৰ খুন্দাত আহত শ্ৰমিকৰ অৱস্থা সংকটজনক
Assamese
বিধায়ক শ্বেৰমান আলীক গ্ৰেপ্তাৰৰ বিৰুদ্ধে বন্ধ ঘোষণা মণ্ডল কংগ্ৰেছৰ সম্পাদকক বৰ্খাস্ত
Assamese
১৮ বছৰ ধৰি বিনা বেতনে শিক্ষকতা কৰা শিক্ষকৰ চিকিৎসাৰ অভাৱত মৃত্যু
Assamese
সমাজ কল্যাণ বিভাগৰ বিষয়াকৰ্মচাৰী পি ডব্লিউ ডি বিভাগৰ ইঞ্জিনীয়াৰ হলে নহবমন্ত্ৰী
Assamese
গান্ধী জয়ন্তীত ডুবাইৰ বুৰ্জ খলিফাত উজ্জীৱিত হল মহাত্মা উৰিল তিৰঙ্গা
Assamese
দেশত ৬ শতাংশ হ্ৰাস পালে কৰনাৰ দৈনিক সংক্ৰমণ কমিল সক্ৰিয় ৰোগীৰ সংখ্যাও
Assamese
আজি গুৱাহাটীত উপস্থিত হব উপ ৰাষ্ট্ৰপতি ভেংকায়া নাইডু যানবাহন চলাচলৰ বাবে দিয়া হৈছে বিশেষ নিৰ্দেশনা
Assamese
আৰক্ষীৰ জিম্মাৰ পৰাই বিধায়ক শ্বেৰমানৰ দাবী সাম্প্ৰদায়িক মন্তব্যৰ বাবে গ্ৰেপ্তাৰ হব লাগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
Assamese
টীয়কত আৰক্ষীৰ অভিযানত সহযোগীৰ সৈতে গ্রেপ্তাৰ দুর্ধৰ্ষ অপৰাধী বাবুল লাহন জব্দ পিষ্টল
Assamese
দালালৰ পৰা উৎকোচ লোৱাৰ গোচৰত গ্ৰেপ্তাৰ চক্ৰ বিষয়া বৰেণ্য ৰঞ্জন বৰঠাকুৰ
Assamese
ৰাজপৰিয়ালৰ সকলো সুখ বৈভৱ ত্যাগ কৰি এজন সাধাৰণ কেৰাণীৰ সৈতে বিয়াত বহিব জাপানৰ ৰাজকুমাৰীয়ে
Assamese
বিটিআৰত এক হাজাৰ জন দুৰ্নীতিগ্ৰস্ত লোকক জেইলত ভৰোৱাৰ প্ৰক্ৰিয়া চলি আছে কোনে কলে
Assamese
সৰুপেটাত শোকাৱহ ঘটনাপুখুৰীত গা ধুবলৈ গৈ দুই ভাতৃৰ সলিল সমাধি
Assamese
হেকাৰৰ লক্ষ্য কৃষি বিভাগৰ ৱেবচাইট ভুৱা হিতাধিকাৰীৰ নাম অন্তৰ্ভুক্তিৰে চৰকাৰী আঁচনিৰ ধন লুণ্ঠনৰ চেষ্টা
Assamese
কাজিৰঙাত বন্যপ্ৰাণী সপ্তাহহস্তী দিৱসৰ বিশেষ অনুষ্ঠান মানাহলৈ বাঘ ৰথৰ যাত্ৰা
Assamese
প্ৰশংসনীয়পিছপৰা ৰাঙলু পাহাৰগুৰি গাঁৱত খোৱাপানী যোগানৰ ব্যৱস্থা কৰি দিলে কলিয়াবৰ মহাবিদ্যালয়ে
Assamese
গোলাঘাটত অসম ৰাজ্যিক শিশুৰ অধিকাৰ সুৰক্ষা আয়োগৰ পৰ্যালোচনা বৈঠক
Assamese
মিজোৰামৰ পটভূমিত লিখা উপন্যাস বিহংগম দৃষ্টিত মিজোৰামৰ ইংৰাজী সংকলন উন্মোচন
Assamese
নিশাৰ মহানগৰীত সুৰামত্ত যুৱতীৰ তাণ্ডৱ বাহনেৰে মহতিয়ালে ৯জনকৈ শ্ৰমিকক
Assamese
অসম জ্বলাইছে বিধায়ক শ্বেৰমানে এজাহাৰ দাখিল পশ্চিম বংশৰ আঞ্চলিক ছাত্ৰ সংন্থাৰ
Assamese
দেশত আৰু হ্ৰাস পালে কৰনাৰ দৈনিক সংক্ৰমণ বিগত ১৯৭দিনৰ ভিতৰত সৰ্বনিম্ন সক্ৰিয় ৰোগী
Assamese
গান্ধী জয়ন্তীত ৰাজঘাটত গৈ শ্ৰদ্ধা জনালে প্ৰধানমন্ত্ৰী মোদীয়ে শাস্ত্ৰীৰ সমাধিতো কৰিলে মাল্যাৰ্পণ
Assamese
শ্বেৰমান আলীৰ শ্বহীদ বিদ্বেষী মন্তব্যক লৈ জ্বলিছে ৰাজ্য টীয়কত অৱসৰপ্ৰাপ্ত শিক্ষকে তৰিলে গোচৰ
Assamese
মৰিয়নীত টিকট কৰ্তন হব ৰাইজৰ দলৰ প্ৰাৰ্থী সঞ্জীৱ গগৈৰ
Assamese
গোটেইখন নিমিলা অংক কংগ্ৰেছৰাইজৰ দল য়ে কাক এৰিব কাক ধৰিব
Assamese