text
stringlengths
1
2.59k
language
stringclasses
10 values
সাহিত্য অকাডেমি বঁটাপ্ৰাপ্ত বিশিষ্ট লেখিকা তোষপ্ৰভা কলিতাৰ মৃত্যু ইলোৰা বিজ্ঞান মঞ্চৰ শোক প্রকাশ
Assamese
মধুৰ প্ৰতিশোধ ভেকচিন লোৱা থাকিলেও ভাৰতলৈ অহা ব্ৰিটিছ নাগৰিকৰ কোৱাৰেন্টাইনৰ নিৰ্দেশ ভাৰতৰ
Assamese
অসমপশ্চিম বংগৰ চাহ শ্ৰমিকৰ বাবে কেন্দ্ৰৰ ১০০০ কোটি টকাৰ পেকেজ
Assamese
ৰাজ্যত আজি কোভিড আক্ৰান্ত লোকৰ সংখ্যা কিমান মৃত্যু কিমানৰ নতুন প্ৰকাশ
Assamese
প্ৰধান মন্ত্ৰীক সাক্ষাৎ কৰিলে পঞ্জাৱৰ মুখ্যমন্ত্ৰীয়ে
Assamese
চাপৰ সন্মুখীন হোৱাৰ কথা স্বীকাৰ অমৰিন্দ্ৰৰ সিঙৰ পিছে কি এই চাপ
Assamese
আমি কাকো অপমান কৰা নাই অমৰিন্দৰ সিঙক কংগ্ৰেছ ত্যাগৰ সিদ্ধান্ত পুনৰ বিবেচনাৰ আহ্বান হৰিশ ৰাৱাটৰ
Assamese
মৃতদেহৰ বুকুত নৃত্য কৰা ফটোগ্ৰাফাৰ
Assamese
ক্ৰমাৎ শক্তি বাঢ়িছে তৃণমূল কংগ্ৰেছৰ এইবাৰ মুকুল চাংমা তৃণমূললৈ
Assamese
ৰাজ্যত নতুন কোভিড ঘোষণা কি কি ক্ষেত্ৰত আহিল অধিক শিথিলতা
Assamese
অকলেই খেলিব উপনিৰ্বাচন মৰিয়নীত প্ৰাৰ্থীৰ নাম ঘোষণা কৰিলে ৰাইজৰ দলে
Assamese
টাটা গ্ৰুপে লাভ কৰা নাই এয়াৰ ইণ্ডিয়াৰ নিবিদা
Assamese
ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ৭ জন
Assamese
নিৱনুৱা যুৱক যুৱতীৰ সংস্থাপনৰ ক্ষেত্ৰত প্ৰশিক্ষণ দিয়াৰ বাবে আগবাঢ়ি আহিছে বিশ্বনাথৰ কেইজনমান যুৱক
Assamese
বঙাইগাঁৱত ৯ খন জিলাক সামৰি বিজেপিৰ মাণ্ডলিক পৰ্যায়ত সাংগঠনিক সভা
Assamese
শ্বহীদক অপমানগোলাঘাটত শ্বেৰমান আলীৰ বিৰুদ্ধে সৰৱ প্ৰতিবাদ
Assamese
কংগ্ৰেছক বেকফুটলৈ ঠেলি বিপদত শ্বেৰমান
Assamese
কংগ্ৰেছজাতীয় পৰিষদৰ মিত্ৰতা তুংগত নিশ্চিত হল আসনৰ বুজাবুজি
Assamese
আৰক্ষী দিৱসৰ দিনাই আৰক্ষী বিষয়াই ১১হাজাৰ টকাৰ বিনিময়ত আচামীক মুকলিৰ অভিযোগ
Assamese
বিশ্ব পৰ্যটকৰ বাবে মুকলি হল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান মুকলি কৰিলে বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই
Assamese
ৰাজ্যৰ বিভিন্ন প্ৰান্তত পালন অসম পুলিচ দিৱস
Assamese
দেশত পুনৰ বৃদ্ধি পালে কৰনাৰ দৈনিক সংক্ৰমণ সক্ৰিয় ৰোগীৰ সংখ্যাও উদ্বেগজনক
Assamese
কলিয়াবৰৰ কুঠৰীত নিশা ভয়ংকৰ অগ্নিকাণ্ড জুইত জাহ গল কেইবাখনো দোকান
Assamese
আঁঠুকাঢ়ি ক্ষমা খুজিব লাগিব শ্বেৰমান আলীয়ে অন্যথা কথা বিষম হবশৃংখল চলিহা
Assamese
কূটাঘাতৰ পৰিকল্পনা পূজাৰ পূৰ্বে মহানগৰীত বৃহৎ পৰিমানৰ বিস্ফোৰক জব্দ দুজনক গ্ৰেপ্তাৰ আৰক্ষীৰ
Assamese
গুৱাহাটীত টীয়কৰ যুৱক ৰূপমৰ ৰহস্যজনক মৃত্যু জালুকবাৰী আৰক্ষীৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ আত্মীয়ৰ
Assamese
ধন দাবী কৰি হাতেলোটে গ্ৰেপ্তাৰ হল গোলাঘাট থানাৰ উপ পৰিদৰ্শক আব্দুল জেলিল
Assamese
ধৰ্ষণৰ বলি হোৱা বায়ুসেনাৰ মহিলা বিষয়াৰ ক্ষেত্ৰত এয়া কি কৰিলে স্বাস্থ্য পৰীক্ষকে ক্ষুব্ধ মহিলা আয়োগ
Assamese
ভূপেন বৰাক বাসগৃহত সাক্ষাৎ কৰি কি কথা পাতিলে অজাপৰ সভাপতি লুৰীণ জ্যোতিয়ে
Assamese
উপ নিৰ্বাচনগোবিন্দ বসুমতাৰীৰ নেতৃত্বত ইউ পি পি এলৰ পাঁচজনীয়া নিৰ্বাচন সমিতি গঠন
Assamese
অনিয়ম ৰ উপপ্ৰৱন্ধকক নিলম্বন
Assamese
পঞ্জাৱৰ পিছত এইবাৰ ছট্টিশগড়ত কংগ্ৰেছত গৃহ কন্দল ১৫ জনতকৈ অধিক বিধায়কে সাক্ষাৎ কৰিলে ৰাহুল গান্ধীক
Assamese
ধেমাজিত ৰাজ্যিক কেবিনেটে কি কি গুৰুত্বপূৰ্ণ সিদ্ধান্ত ললে সংবাদমেলত কি কলে মুখ্যমন্ত্ৰীয়ে
Assamese
কৃষ্ণাইৰ বিখ্যাত লিলিমা টকিজৰ স্বত্ত্বাধিকাৰী আলতাফ হুছেইনৰ মৃত্যু
Assamese
ইকুৱেডৰৰ কাৰাগাৰত দুটা ফৈদৰ মাজত সংঘৰ্ষ ১১৬ কাৰাবন্দী নিহত
Assamese
ঋণ নিজৰ মাজতে ভগাই নলৈ নিয়মীয়া উপাৰ্জনৰ পথ উলিয়াবলৈ আত্মসহায়ক গোটসমূহৰ প্ৰতি আহ্বান সৰুপথাৰৰ বিধায়কৰ
Assamese
শ্বেৰমান আলি বিজেপিৰ এজেন্ট এসময়ৰ আজমলৰ ঘনিষ্ঠ অনুচৰ শ্বেৰমানৰ বিদ্বেষত জ্বলিছে অসম
Assamese
বাৰে বাৰে অপমানিত হৈছো আৰু নহয় কংগ্ৰেছ এৰিমঅমিত শ্বাহক সাক্ষাতৰ পিছতে অমৰিন্দৰ সিঙৰ ঘোষণা
Assamese
যোৰহাটৰ এটি পথৰ কদৰ্য ৰূপ পথ নহয় যেন ডাম্পিং গ্ৰাউণ্ডহে
Assamese
শতবৰ্ষ গৰকা টীয়ক হাইস্কুল উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নীতকৰণ নকৰাত ক্ষোভ
Assamese
অৱশেষত গা লৰিল ৰাজ্যিক পৰিবহণ নিগমৰ কাইলৈৰ পৰা পুনৰ আৰম্ভ হব ইলেকট্ৰিক বাছ সেৱা
Assamese
চলচলি সমবায় সমিতিত বিয়াগোম কেলেংকাৰী তদন্তৰ দাবী সমিতিৰ সদস্যৰ
Assamese
পঞ্জাৱ কংগ্ৰেছৰ নতুন সমীকৰণ আজি মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰিব নৱজোৎ সিং সিদ্ধুৱে
Assamese
গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীক যৌন নিৰ্যাতনত অভিযুক্ত অধ্যাপকক নিলম্বন
Assamese
বাছ দুৰ্ঘটনাৰ ফলত ৬ জনৰ মৃত্যু
Assamese
মেঘালয়ৰ নতুন মুখ্য সচিব হিচাপে নিৰ্বাচিত ৰেবেকা ভেনেছা চুচিয়াং
Assamese
আজি নিৰ্ণয় হব মমতা বেনাৰ্জীৰ মুখ্যমন্ত্ৰী আসনৰ ভৱিষ্যত
Assamese
পেট্ৰলডিজেলৰ আকাশলঙ্ঘী দৌৰ পুনৰ বৃদ্ধি ইন্ধনৰ মূল্য
Assamese
গুৱাহাটী বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপকৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ
Assamese
গোলাঘাট বালিজানত ভয়ংকৰ অগ্নিকাণ্ড জুইত জাহ গল ৫ খনকৈ প্ৰতিষ্ঠান
Assamese
লিডুত ইশ্ৰম অনুষ্ঠানত কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী
Assamese
ইউনাইটেড লিবাৰেচন অৱ বড়োলেণ্ডৰ ১২ জন কেডাৰৰ আত্মসমৰ্পণ
Assamese
বিমান চলাচল পুনৰ আৰম্ভ কৰিবলৈ ভাৰতৰ কাষ চাপিছে তালিবান চৰকাৰে
Assamese
উপ নিৰ্বাচনত বিৰোধী পক্ষৰ একতাৰ ব্যৰ্থতা কংগ্ৰেছলৈ ঠেলিলে ৰাইজৰ দলে
Assamese
আমেৰিকাৰ বিশ্ববিদ্যালয়ত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ সম্পৰ্কে বক্তৃতা ড° সঞ্জীৱ কুমাৰ বৰকাকতিৰ
Assamese
পুনৰ সংস্থাপনৰ অবিহনে উচ্ছেদ বন্ধ কৰক দৰং জিলাৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকক নিলম্বন কৰক
Assamese
জাপানৰ নতুন প্ৰধান মন্ত্ৰী হিচাপে নিৰ্বাচিত ফুমিও কিছিদা
Assamese
ডিমৌ পৌৰসভাৰ আজৱ কাণ্ডজাবৰ জোথৰ নিষ্কাশন প্ৰকল্পত গঢ়ি তুলিছে ডাম্পিং গ্ৰাউণ্ড
Assamese
কে এ চি প্ৰসংগঃ পৰিষদক পিছদুৱাৰেদি শপতগ্ৰহণ কৰোৱাৰ ঘটনা অসমৰ ৰাজনীতিত এয়াই প্ৰথম বিশ্বজিৎ ৰায়
Assamese
বিভাগ এটাৰ ব্যৱস্থাপনাৰে জৰিত মহিলা কৰ্মচাৰীৰ ক্ষেত্ৰত দেশৰ ভিতৰতে পিছ পৰি ৰৈছে অসমমেঘালয়ত সৰ্বাধিক
Assamese
নগাঁও আৰু কাছাৰ কাগজ কলৰ বিষয়াকৰ্মচাৰীৰ দীৰ্ঘদিনীয়া সমস্যা সমাধানৰ পথত
Assamese
নিজৰ মূৰত গুলীয়াই আত্মহত্যা এজন এ এচ আৰ এফ জোৱানৰ
Assamese
কনাতংকৰ মাজতে দেৱী দূৰ্গাৰ প্ৰতিমা গঢ়াত ব্যস্ত গটঙাৰ মৃৎশিল্পী সকল
Assamese
বঙাইগাঁৱত উপায়ুক্তৰ ইকাৰ্ট আৰু তিনিচকীয়া জাৱৰ সংগ্ৰহ বাহন বিতৰণ
Assamese
২ অক্টোৱৰত বঙাইগাঁও জিলাত বিশাল কোভিড টীকাকৰণ অভিযান
Assamese
নামভৰ্তিৰ সময়ত সংঘটিত হোৱা অপ্ৰীতিকৰ পৰিস্থিতি:টীয়ক চিকেবি মহাবিদ্যালয়ত কৰ্তৃপক্ষৰ সংবাদমেল
Assamese
বাঁওপন্থাই আমুৱালে বাঁওপন্থী উদাৰীকৰণেৰে কংগ্ৰেছলৈ কানহায়া কুমাৰে
Assamese
পাঠশালাত ৩ প্ৰৱঞ্চকক গ্ৰেপ্তাৰ জব্দ একাধিক এটিএম কাৰ্ডসোণৰ গহনা
Assamese
গুৱাহাটীত স্থাপন হব মচলা পৰীক্ষাগাৰ কেন্দ্ৰ
Assamese
গোলাঘাটৰ বেঙেনাখোৱা ৰেল লাইনৰ কাষত উদ্ধাৰ যুৱকৰ মৃতদেহ
Assamese
ঘোচখোৰ বিষয়াক কাৰাগাৰলৈ নিক্ষেপ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
Assamese
১৯ অক্টোবৰৰ পৰা আৰম্ভ হব সকলো শ্ৰেণীৰ পাঠদান
Assamese
পঞ্জাৱ কংগ্ৰেছৰ সভাপতি পদ এৰিলে নৱজোৎ সিং সিদ্ধুৱে
Assamese
গোলাঘাট তৰফাৎ গাঁৱত পঞ্চায়তৰ দুৰ্নীতিৰ বিৰুদ্ধে গাঁওবাসীৰ প্ৰতিবাদ
Assamese
কঁপাল ফুলিল কেপ্তেইন অমৰিন্দ্ৰৰ সিঙৰ হব পাৰে কেন্দ্ৰীয় মন্ত্ৰী
Assamese
ভাৰতবৰ্ষত বছৰি মৃত্যু হোৱা লোকৰ ভিতৰত প্ৰায় ২৪.৮ শতাংশ হৃদৰোগীডাঃ চন্দন মোদক
Assamese
আজি কংগ্ৰেছত যোগদান কৰিব কানহাইয়া কুমাৰ আৰু জিগনেশ মেৱানীয়ে
Assamese
বিধানসভাৰ অধ্যক্ষক পদত্যাগ পত্ৰ প্ৰেৰণ কৰি মাজুলীৰ বিধায়ক পদ এৰিলে কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে
Assamese
দুশ দিনৰ পাছত দেশৰ কৰনাৰ দৈনিক সংক্ৰমণত বিৰাট সকাহ সুস্থতাৰ হাৰতো স্বস্তি
Assamese
বেলুচ বিদ্ৰোহীৰ যুদ্ধ ঘোষণা পাকিস্তানতে বিস্ফোৰণ ঘটাই ধ্বংস কৰিলে দেশখনৰ জনক জিন্নাৰ প্ৰতিমূৰ্তি
Assamese
অসমৰ উপ নিৰ্বাচনৰ দিন ঘোষণা ৩০ অক্টোবৰত ৰাজ্যৰ ৫টা সমষ্টিৰ বাবে হব ভোটগ্ৰহণ
Assamese
ৰাজ্যত আজি কোভিড আক্ৰান্ত লোকৰ সংখ্যা কিমান কিমান লোকৰ ঘটিল মৃত্যু
Assamese
গুৱাহাটীত সচিবালয়ৰ কৰ্মচাৰীৰ আত্মহত্যা জ্যেষ্ঠ বিষয়াক জগৰীয়া আত্মহত্যাৰ টোকাত
Assamese
অসমত খিলঞ্জীয়াৰ প্ৰকৃত সংজ্ঞা নাই বিজেপিৰ সংখ্যালঘু নেতা মমিনুল আৱালৰ বিস্ফোৰক মন্তব্য
Assamese
হিমন্ত বিশ্ব শৰ্মা অসমৰ চাণক্য কেতিয়াও হব নোৱাৰেতেওঁ এজন গুৰুতৰ অপৰাধী :বিষ্ফোৰক মন্তব্য গৌৰ্জন মুছাহাৰীৰ
Assamese
ৰাজ্য সভালৈ নিৰ্বাচিত প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল
Assamese
নিযুক্তি বিনিময়ৰ বাবে অনলাইন পঞ্জীয়ন পৰ্টেল মুকলি
Assamese
মহিলাৰ বাবে ৫০ শতাংশ সংৰক্ষণৰ সমৰ্থন উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ
Assamese
নিমাতীঘাট কাণ্ডৰ পৰা শিক্ষা নাও দুৰ্ঘটনা ৰোধৰ বাবে ধুবুৰীত নাও চালক সহায়কক বিশেষ প্ৰশিক্ষণ
Assamese
অমানৱীয় ৰুগীয়া ছাত্ৰীৰ বেংক একাউন্টৰ পৰা হেকাৰে সৰকালে হৃদয়ৱান লোকে আগবঢ়োৱা ধন
Assamese
বহিৰাগত পথ নিৰ্মাণকাৰী সংস্থাৰ ধৃষ্টতা ভাঙি পেলালে অসমীয়াৰ স্বাভিমান শৰাই
Assamese
নন্দিতা শইকীয়াৰ হত্যাকাণ্ডৰ চাৰ্জশ্বীট দাখিল
Assamese
ৰ নিযুক্তি কেলেংকাৰী মূল অভিযুক্ত আতাউৰ ৰহমানক আত্মসমৰ্পনৰ পিছতে গ্ৰেপ্তাৰ
Assamese
ভাৰত বন্ধ সৰ্বাত্মক বাতিল কৰা হল ৰেল সেৱা
Assamese
আজাৰাস্থিত গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ ফাৰ্মাছিউটিকেল ছায়েন্সত বিশ্ব ফাৰ্মাচী দিৱস উদযাপন
Assamese
ভাৰত বন্ধবঙাইগাঁৱত একাধিক ৰেল মজদুৰ ইউনিয়নৰ বিশেষ কাৰ্যসূচী
Assamese
পৰিৱৰ্তন জাৰ্মানিত পৰাজিত এঞ্জেলা মৰ্কেলৰ দল মধ্য বাওঁপন্থী এছডিপি বিজয়ী
Assamese
আৰক্ষীৰ জালত পাঁচ জুৱাৰী নিশা কলিয়াবৰৰ বিভিন্ন স্থানৰ পৰা আটক অভিযানকাৰী দলৰ
Assamese
গৰুখুঁটীৰ হিংসাত্মক ঘটনাত জড়িত দুজনক আটক
Assamese
আজি সংযুক্ত কিষাণ মৰ্চাৰ ভাৰত বন্ধৰ আহ্বানস্তব্ধ হব সমগ্ৰ দেশ
Assamese