text
stringlengths
1
2.59k
language
stringclasses
10 values
অগপত সঞ্জীৱনী মন্ত্ৰী অতুলকেশৱৰ উপস্থিতিত অসম ছাত্ৰ পৰিষদত যোগদান যুৱকযুৱতীৰ
Assamese
চাওলুং চ্যুকাফাৰ নামেৰে স্থাপন হব নতুন বিশ্ববিদ্যালয়
Assamese
হাজোৰ শনিয়াদীত গৰু চুৰি কৰিবলৈ আহি স্কুটী এৰি পলাল গৰু চোৰৰ দল
Assamese
নাগ্ৰীজুলিৰ গুৱাবাৰীত নিশা বনৰীয়া হাতীৰ তাণ্ডৱ পশুধন হত্যা
Assamese
হ্ৰাস পাইছে দেশত কৰনাৰ দৈনিক সংক্ৰমণ টিকাকৰণত ক্ষিপ্ৰতা বৃদ্ধি
Assamese
তালিবান মানেই নিষিদ্ধ ফতোৱা দণ্ডধাৰী এইবাৰ নাপিতক দাড়ি খুৰোৱাৰ পৰা কৰিলে বাৰণ
Assamese
উপ নিৰ্বাচনত থাওৰাৰ এখন গাঁৱৰ গাওঁবাসীয়ে কিয় কোনো দলকে ভোট নিদিয়ে
Assamese
ছিপাঝাৰৰ ধলপুৰত সংঘটিত উচ্ছেদ কাণ্ডৰ প্ৰতিক্ৰিয়া এ এছ এছ পি আৰু এ এছ জে এফৰ
Assamese
ৰাজ্যত আজি কোভিড আক্ৰান্ত লোকৰ সংখ্যা কিমান এতিয়ালৈকে মুঠ কিমান লোকৰ মৃত্যু ঘটিল
Assamese
কেৰালাৰ এগৰাকী শ্ৰমিকৰ জীয়ৰী উত্তীৰ্ণ অসামৰিক সেৱা পৰীক্ষাত
Assamese
বঙাইগাঁৱত মাতৃ বন্দনা সপ্তাহৰ সামৰণি
Assamese
সুখবৰঅসমত থলুৱা ভাৱে প্ৰস্তুত কৰা জুডিমা মদে লাভ কৰিব
Assamese
২৭ ছেপ্টেম্বৰৰ ভাৰত বন্ধলৈ সমৰ্থন মটৰ শ্ৰমিক যৌথ মঞ্চৰ
Assamese
ভিডিঅ বনাবলৈ গৈ মৃত্যু ব্ৰহ্মপুত্ৰত সন্ধানহীন চাৰিজন ছাত্ৰৰ ভিতৰত তিনিজনৰ মৃতদেহ উদ্ধাৰ
Assamese
চৰ্চাত ছোনীয়া গান্ধীৰ প্ৰধানমন্ত্ৰীত্বৰ প্ৰসঙ্গ এইবাৰ চৰ্চালৈ আনিলে খোদ কেন্দ্ৰীয় মন্ত্ৰীয়ে
Assamese
ভয়ংকৰ ৰেল দুৰ্ঘটনাত নিহত তিনি যাত্ৰী আহত বহুজন
Assamese
ড৹ বিনয় কুমাৰ শইকীয়ালৈ ২০২১ বৰ্ষৰ শান্তি স্বৰূপ ভাটনাগৰ বঁটা
Assamese
হোজাইত ১৪৪ ধাৰা জাৰি
Assamese
গোলাঘাটত অগপৰ সাংগঠনিক সভাশতাধিক মহিলাৰ অগপত যোগদান মহিলা পৰিষদ গঠন
Assamese
বৃক্কৰ জটিল ৰোগত আক্রান্ত টীয়কৰ ছাত্ৰী স্মৃতি বৰাসহায় বিচাৰি আহ্বান পৰিয়ালৰ
Assamese
ভূমি বিবাদৰ ফলশ্ৰুতিত শিলচৰত এজনৰ মৃত্যু
Assamese
গৰুখুঁটিৰ হিংসাত্মক ঘটনাৰ আঁৰত কংগ্ৰেছএআইইউডিএফৰো উচটনি থাকিব পাৰে অতুল বৰা
Assamese
নন্দিতা শইকীয়াৰ হত্যাকাণ্ডৰ গোচৰ কোন দিশে শাস্তি হবনে নন্দিতাৰ হত্যাকাৰীৰ
Assamese
যোৰহাটত ৰপ্তানিযোগ্য সামগ্ৰী আৰু সেৱাসমূহৰ প্ৰদৰ্শনী অনুষ্ঠিত
Assamese
মেঘালয়ৰ পৰা অপহৃত দুগৰাকী নাবালিকাক অসমৰ পৰা উদ্ধাৰ
Assamese
দেশত পুনৰ ৪.৩শতাংশ হ্ৰাস পালে কৰনাৰ দৈনিক সংক্ৰমণ সক্ৰিয় ৰোগীৰ সংখ্যাই বঢ়াইছে উদ্বেগ
Assamese
শাৰীৰিক সম্পৰ্ক কৰিও প্ৰেমিকাক বিয়া কৰাব নিবিচাৰিলে যুৱকে আদালতে দিলে এই ৰায়
Assamese
সক্ৰিয় ৰাজনীতিৰ পৰা অৱসৰ প্ৰনব মুখাৰ্জীৰ কন্যা শৰ্মিষ্ঠাৰ আন দলত যোগ দিয়াৰ সম্ভাৱনা অস্বীকাৰ
Assamese
ৰাষ্ট্ৰসংঘৰ মঞ্চত ইমৰাণ খানৰ পাকিস্তানক প্ৰত্যুত্তৰ ভাৰত কন্যাৰ কোন এই স্নেহা ডুবে
Assamese
ৰাজ্যৰ ৰ বিৰুদ্ধে বিশেষাধিকাৰ ভংগৰ অভিযোগ লৈ বিধানসভাৰ অধ্যক্ষৰ কাষ চাপিল কংগ্ৰেছ
Assamese
ৰাজ্যত নতুনকৈ কভিড আক্ৰান্ত লোকৰ সংখ্যা কিমান মৃত্যু হল কিমান জনৰ
Assamese
আৰ্থিক দীনতাগুৱাহাটীত পত্নীৰ ডিঙি ৰেপি পুত্ৰক ডিঙি চেপি হত্যা কৰি আত্মহত্যা এজন লোকৰ
Assamese
জি আই পি এছতেজপুৰত দিনযোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে বিশ্ব ফাৰ্মাচিষ্ট দিৱস উদযাপন
Assamese
পত্নীৰ সৈতে কাজিয়া খঙতে নিজৰ ঘৰতে জুই লগাই দিলে ভুৰবন্ধাৰ এজন লোকে
Assamese
আফগানিস্তানক সন্ত্ৰাসৰ অভিকেন্দ্ৰত পৰিণত নকৰিবৰাষ্ট্ৰসংঘৰ বৈঠকত মোদী
Assamese
পঞ্জাৱত কংগ্ৰেছত উলম্ব বিভাজন নতুন মন্ত্ৰীসভাত ৭ মন্ত্ৰীক অন্তৰ্ভূক্তবাদ পৰিল পূৰ্বৰ ৫ মন্ত্ৰী
Assamese
প্ৰখ্যাত নাৰীবাদী লেখিকা কমলা ভাছিনৰ মৃত্যু
Assamese
আজাদী কা অমৃত মহোৎসৱনগাঁও নেহৰু যুৱ কেন্দ্ৰৰ উদ্যোগত ফিট ইণ্ডিয়া ফ্ৰীডম ৰাণ
Assamese
নাইজেৰিয়াত আইএছসম্পৰ্কিত জেহাদীৰ আক্ৰমণত নিহত ৮জন সৈনিক
Assamese
সম্পত্তি বাঢ়িল প্ৰধানমন্ত্ৰীৰ এবছৰত আৰু কিমান ধনী হল মোদী
Assamese
তামিলনাডুৰ মন্দিৰ আৰু ব্যক্তিৰ জিম্মাত অসমঅৰুণাচলৰ ৬৩টা হাতী কাৰ হাতত অনুজ্ঞাপত্ৰ
Assamese
নগাঁও জিলাৰ জুৰীয়াত আৰক্ষীৰে জালনোট ব্যৱসায়ীৰ এনকাউণ্টাৰএজন গুৰুতৰভাবে আহত
Assamese
হ্ৰাস পাইছে দেশত কৰনাৰ দৈনিক সংক্ৰমণ ডেৰ বছৰৰ ভিতৰত সৰ্বোচ্চ সুস্থতাৰ হাৰ
Assamese
কলিয়াবৰৰ আমবাগানত ভয়ংকৰ পথ দুৰ্ঘটনা নিশা উত্তপ্ত পৰিস্থিতি
Assamese
মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত কি কি গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হল
Assamese
উপনিৰ্বাচনকলৈ তৎপৰতা তামুলপুৰত কি কলে বিজেপিৰ প্ৰাক্তন ৰাজ্যিক সভাপতি তথা মন্ত্ৰী ৰঞ্জিত দাসে
Assamese
উচ্ছেদৰ নামত এই নৰহত্যা বন্ধ হওকঅসম নাগৰিক সমাজ
Assamese
প্ৰধান মন্ত্ৰীৰ ঘনিষ্ঠ আদানীৰ মালিকানাধীন মুন্দ্ৰা বন্দৰত উদ্ধাৰ হল ৩ টন ড্ৰাগছ
Assamese
অসমত আজি কোভিড আক্ৰান্ত লোকৰ সংখ্যা কিমান মৃত্যু হল কিমান জনৰ
Assamese
সহপাঠী ছাত্ৰীক নিচাযুক্ত দ্ৰব্য সেৱন কৰোৱাই ধৰ্ষণগুৱাহাটী আই আই টিৰ ছাত্ৰক বহিস্কাৰ
Assamese
গোৱালপাৰাত এদল উচ্চ শিক্ষিত যুৱকৰ ব্যতিক্ৰমী প্ৰচেষ্টা দৰিদ্ৰৰ বাবে বিনামূলীয়া বিদ্যালয়
Assamese
এ আই ইউ ডি এফ ত্যাগ কৰিলে প্ৰাক্তন বিধায়ক মামুন ইমদাদুল হক চৌধুৰীয়ে
Assamese
পেঙেৰীত বৃহৎ পৰিমাণৰ অৰুণাচলী সুৰা সহ পাঁচজনক আটক
Assamese
নাৰকীয়মাহৰ পিছত মাহ ধৰি কিশোৰীক ধৰ্ষণ ২৯ টা নৰপিশাচৰ
Assamese
শিলঘাটৰ মৰাপাটৰ কল কাৰ্যক্ষম হোৱাৰ পিছতো খেতিয়কে পোৱা নাই মৰাপাটৰ উচিৎ মূল্য
Assamese
বিটিআৰত আৰক্ষীৰ বৃহৎ সফলতা ইউএলবিৰ ১০ সদস্য আটক
Assamese
কলিয়াবৰত আদিবাসী ছাত্ৰ সন্থাৰ নগাওঁ জিলা সমিতিৰ উদ্যোগত কৰম পূজা উদযাপন
Assamese
গৌৰী লঙ্কেশ হত্যাকাণ্ডৰ অভিযোগপত্ৰ বাতিল কৰাৰ ক্ষেত্ৰত উচ্চ ন্যায়ালয়ৰ আদেশৰ কিছু অংশ আঁতৰাই ৰাখিবলৈ আগ্ৰহী উচ্চতম ন্যায়ালয়
Assamese
মহিলাৰ অধিকাৰ অস্বীকাৰ কৰিব নোৱাৰি উচ্চতম ন্যায়ালয় এন ডি এ পৰীক্ষা স্থগিত ৰখাৰ কেন্দ্ৰৰ আবেদন নাকচ
Assamese
আদালত কক্ষতে চলিল গুলীবৰ্ষণ মৃত্যু ঘটিল গেংষ্টাৰৰ
Assamese
সিহঁতে মোৰ ছোৱালীজনীক হত্যা কৰিলেতাৰ পাছতো সিহঁতে কেনেকৈ জামিন পালে আইনী প্ৰক্ৰিয়ালৈ প্ৰশ্ন তুলিলে পৰমিতাৰ মাতৃয়ে
Assamese
জৈৱিক সাৰ উৎপাদনৰে অভিলেখ গঢ়াৰ দিশে যোৰহাটৰ গীতাশ্ৰম
Assamese
আৰক্ষীৰে সংঘৰ্ষত নিহত জৌংছাৰ মুছাহাৰীৰ বাসগৃহত বিপিএফৰ সঁজাতি দল চিবিআই তদন্তৰ দাবী
Assamese
ছিপাঝাৰৰ ধলপুৰৰ উচ্ছেদৰ বিৰুদ্ধে এবিএমছুৰ গণ বিক্ষোভ কাৰ্যসূচীৰে তামুলপুৰত উত্তাল প্ৰতিবাদ
Assamese
দুই জাতীয় বীৰলৈ শ্ৰদ্ধাঞ্জলিপিয়লী ফুকনক দেশৰ স্বাধীনতা সংগ্ৰামৰ প্ৰথম শ্বহীদ ঘোষণাৰ দাবী
Assamese
ছিপাঝাৰৰ উচ্ছেদক অবৈধ আৰু বৰ্বৰ আখ্যা দিলে ৰাইজৰ দলে
Assamese
বিবাদৰ পৰিণতিত নিহত দুজন বিএছএফ জোৱান গুলীবিদ্ধ উপ পৰিদর্শক
Assamese
:গৰুখুঁটিত প্ৰতিবাদকাৰীৰ ওপৰত আক্ৰমণ চলোৱা ফটোগ্ৰাফাৰ বিজয় শংকৰ বনিয়াক গ্ৰেপ্তাৰ
Assamese
দেশত কৰনাৰ তৃতীয় ঢৌৰ আশংকাৰ মাজতে নিম্নমুখী সক্ৰিয় ৰোগী টিকাকৰণে আনিছে স্বস্তি
Assamese
স্বচ্ছ তদন্তৰ বাবে দৰঙৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকক বদলিৰ দাবী কংগ্ৰেছ সাংসদৰ
Assamese
উচ্চতম ন্যায়ালয়ে বিশেষজ্ঞ কমিটি গঠন কৰি তদন্ত কৰিব পেগাছাছ কাণ্ডৰ অহা সপ্তাহত দিব নিৰ্দেশ
Assamese
ছিপাঝাৰৰ ঘটনাক অমানবীয় আখ্যা দি আৰক্ষীৰ বৰ্বৰতাক ধিক্কাৰ জনালে প্ৰদেশ কংগ্ৰেছে
Assamese
ছিপাঝাৰৰ ঢলপুৰত আৰক্ষীউচ্ছেদিত প্ৰতিবাদকাৰীৰ মাজত সংঘৰ্ষ নিহত এজন প্ৰতিবাদকাৰী আহত ৭ আৰক্ষী
Assamese
ফটো যুঁজ মোদীৰ বিমানযাত্ৰাৰ ফটোৰ প্ৰত্যুতৰ ফটোৰে দিলে কংগ্ৰেছে
Assamese
সামাজিক মাধ্যমত ভাইৰেল এটি ভিডিও দৃষ্টি আকৰ্ষণ কৰিছে সকলো শ্ৰেণীৰ লোকৰ
Assamese
পদত্যাগ কৰিব পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে
Assamese
চিপৰাঙৰ ৰাজনীতি ৰে অৰ্ন্তকন্দলত ডুব গৈছে কংগেছ
Assamese
হঠাৎ চৰ্চালৈ আহিছে বিশ্বনাথৰ এখন গাঁও কিন্তু কিয়
Assamese
তামুলপুৰকলিয়াবৰত অব্যাহত বনৰীয়া হাতীৰ সন্ত্ৰাস নিৰ্বিকাৰ বন বিভাগ
Assamese
গুৱাহাটী মেডিকেল কলেজ হাস্পতালৰ পৰা পলায়ন বিচাৰাধীন কয়দীৰ
Assamese
চোৰাং বিদ্যুৎ সংযোগৰ বিৰুদ্ধে বিদ্যুৎ উপ সংমণ্ডলৰ অভিযান
Assamese
গোলাঘাটত পুনৰ পিষ্টল সহ সজীৱ গুলী উদ্ধাৰ দুজনক গ্রেপ্তাৰ
Assamese
কলিয়াবৰৰ হাতীগাওঁ চাহ বাগিচাত বৃদ্ধাৰ ঘৰত অগ্নি সংযোগ দুৰ্বৃত্তৰ
Assamese
তৃতীয় ঢৌ সমাগত দেশত পুনৰ কনাৰ দৈনিক সংক্ৰমণ ৩১ হাজাৰৰ ওপৰলৈ
Assamese
ইউএলবিৰ তিনি কেডাৰক আটক১৪ কেডাৰক চিনাক্ত
Assamese
অসামৰিক প্ৰতিৰক্ষা বিভাগৰ নৱনিযুক্ত ৱাৰ্ডেনসকলৰ সভা সম্পন্ন
Assamese
অসম সাহিত্য সভাৰ সভাপতি কুলধৰ শইকীয়াক ২০২১ বৰ্ষৰ ড° ময়িদুল ইছলাম বড়া সাহিত্য বঁটা প্ৰদান
Assamese
ক্ৰমাৎ উন্নত হৈছে ৰাজ্যৰ কভিড পৰিস্থিতি আজি আক্ৰান্ত কিমান
Assamese
উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নীত হল বি টি আৰৰ শিলগাৰা হাইস্কুল অঞ্চলজুৰি আন্দৰৰ লহৰ
Assamese
জৌংছাৰ আৰু জনক ব্ৰহ্মৰ মৃত্যুৰ ন্যায় বিচাৰি কোকৰাঝাৰত শিক্ষাৰ্থীৰ বিশাল সমদল
Assamese
দালাল গ্ৰেপ্তাৰেৰে চমক সৃষ্টি কৰি নাটক কৰিছে বিজেপি চৰকাৰেলুৰিণজ্যোতি গগৈ
Assamese
ভূমি পট্টা বিচাৰি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সদৌ অসম অনুসূচীত জাতি ছাত্ৰ সন্থাৰ
Assamese
এইবাৰ নিষিদ্ধ ঘোষিত ড্ৰাগছ অথবা হিৰোইন নহয় অসম চৰকাৰে নষ্ট কৰিলে গঁড়ৰ খৰ্গ
Assamese
ৰাষ্ট্ৰসংঘলৈ দূত মনোনয়ন তালিবানৰ অংশগ্ৰহণ কৰিব ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত
Assamese
জাতিগত বৈষম্যে ভোট দান বৰ্জন উচ্চ জাতি
Assamese
নগা শান্তি প্ৰক্ৰিয়াত উল্লেখনীয় ভূমিকা পালন কৰিব অসমৰ মুখ্যমন্ত্ৰীয়ে
Assamese
মাৰ্ঘেৰিটা মহকুমাৰ টিৰাপত টাই আহোম জনগোষ্ঠীৰ কেন্দ্ৰীয় ৰিকখনমুংখন অনুষ্ঠান সম্পন্ন
Assamese
ৰাষ্ট্ৰীয় সেৱা যোজনা বঁটাৰ বাবে নিৰ্বাচিত গুৱাহাটী বিশ্ববিদ্যালয়ৰ নিৰ্দেশক
Assamese
আঠ বছৰীয়া এজন শিশুৰ চমক গঢ়িলে ইতিহাস
Assamese
নাগালেণ্ডৰ মুখ্যমন্ত্ৰী আৰু ৰ প্ৰতিনিধিৰে বৈঠক অসমৰ মুখ্যমন্ত্ৰীৰ
Assamese