text stringlengths 1 2.59k ⌀ | language stringclasses 10
values |
|---|---|
মন কী বাত মেৰী মিট্টি মেৰা দেশ কেম্পেইনৰ ঘোষণা প্ৰধানমন্ত্ৰী মোদীৰ | Assamese |
মণিপুৰৰ হিংসাত চীনৰ হাত আছে প্ৰাক্তন সেনা প্ৰধান মনোজ মুকুন্দৰ বিস্ফোৰণ | Assamese |
পাকিস্তানত ৰাজনৈতিক সভাত বোমা বিস্ফোৰণত কমেও ৪০ জনৰ মৃত্যু আহত ১৫০জন | Assamese |
যাতায়তৰ সমস্যাত ভাৰাক্ৰান্ত বোকাখাতৰ অতি দুৰ্গম অঞ্চল টিপুজান গাওঁৰ ৫ শতাধিক শ্ৰমিক পৰিয়াল | Assamese |
পানী গুলপীয়া কৰি আকৌ হাত দাঙিলে এইজন আৰক্ষী বিষয়াই | Assamese |
৫০ বছৰৰ পাছত অসমে লাভ কৰিছে নিজাকৈ এটা বিধানসভা ভৱন | Assamese |
মণিপুৰৰ ৰাজ্যপালক স্মাৰক পত্ৰ প্ৰদান বিজেপিক কঠোৰ ভাষাৰে সমালোচনা | Assamese |
আনষ্টপেবল নিখাতক্ৰমাগত দ্বিতীয়টো বিশ্ব চেম্পিয়নশ্বিপ স্বৰ্ণ জয় নিখাত জাৰিনৰ | Assamese |
অপ্ৰতিৰোধ্য লাভলিনাবিশ্ব চেম্পিয়নশ্বিপৰ স্বৰ্ণৰ দিশত আৰু মাথোন এখোজ | Assamese |
বক্সিং চেম্পিয়নশ্বিপত ভাৰতৰ স্বৰ্ণিল দৌৰনিতুৰ পিছতে এইবাৰ ছইটীৰ শিৰতো স্বৰ্ণ | Assamese |
ডাঙৰ খবৰ ২০২৩ ৰ ক্ৰিকেট বিশ্বকাপ অনুষ্ঠিত হব বৰ্ষাপাৰাত | Assamese |
চেন্নাইৰ চিদাম্বৰমত শৃংখলা দখলৰ যুঁজভাৰতৰ সমুখত ২৭০ ৰানৰ লক্ষ্য বান্ধি দিলে অষ্ট্ৰেলিয়াই | Assamese |
গৃহভূমিত আত্মসমৰ্পণ ভাৰতৰদুৰন্ত প্ৰত্যাৱৰ্তনেৰে শৃংখলা দখল অষ্ট্ৰেলিয়াৰ | Assamese |
সোণালী জয়ন্তী বৰ্ষত গুৱাহাটী প্ৰেছ ক্লাবৰ কৃতিত্ব মিডিয়া ক্ৰিকেটত ক্ৰমাগত তৃতীয়বাৰৰ বাবে চেম্পিয়ন গুৱাহাটী প্ৰেছ ক্লাব। | Assamese |
ছন্দ বিচাৰি পালে কোহলীয়ে ৩ বছৰৰ পিছত টেষ্টত শতক গঢ়িলে কেইবাটাও অভিলেখ | Assamese |
বেটিং কৰিব নোৱাৰিলে আহমেদাবাদ টেষ্টৰ মাজতে আঘাতৰ বাবে হাস্পাতালত শ্ৰেয়াছ আয়াৰ | Assamese |
মহিলা বিশ্ব বক্সিং চেম্পিয়নশ্বিপস্বৰ্ণ জিনিলে নিতু ঘাংঘাছে | Assamese |
হেৰুৱালে লাখ কোটি টকাৰ সম্পত্তি শ্বেয়াৰ বজাৰত পতন অব্যাহত কিমান তললৈ নামিল আদানি | Assamese |
২৩ তম বৰ্ষপূৰ্তিৰাজ্যৰ আগশাৰীৰ কেচাঁসোণৰ বিপনী গামখাৰুৰ অসমীয়া গহনাত ৪০% বিশেষ ৰেহাই | Assamese |
দেশক টানি আনি জালিয়াতি ঢাকিব পৰা নাযাৱ আদানিৰ অভিযোগৰ প্ৰত্যুত্তৰ হিণ্ডেনবাৰ্গৰ | Assamese |
কপাল ফুটিল আদানিৰ কপাল ফুলিল আম্বানীৰ পুনৰ ভাৰতৰ আটাইতকৈ ধনী ব্যক্তি হল আম্বানী | Assamese |
ডুবিছে ডুবিবই সংকটৰ সন্মুখীন আদানি এণ্টাৰপ্ৰাইজৰ এফপিঅ | Assamese |
বেয়া চলিছে আদানিৰ দিন শ্বেয়াৰৰ মূল্য আৰু বিত্তীয় লেনদেনত জালিয়াতিৰ অভিযোগ তদন্তৰ দাবী | Assamese |
সময় পাৰ হলআদানি গ্ৰুপক কটাক্ষ আমেৰিকাৰ প্ৰতিষ্ঠানৰ গোচৰ তৰাৰ বাবে প্ৰত্যাহ্বান | Assamese |
এলাগী বাতৰিকাকত ফুটবল দল ক্ৰয় কৰিবলৈ ৱাশ্বিংটন পোষ্ট বিক্ৰী কৰিব বিচাৰে জেফ বেজোছে | Assamese |
আজি মুক্তি লাভ কৰিব পাঠানে কেনে আছিল কিং খানৰ শেহতীয়া ৫ খন ছবিৰ বক্স অফিচ | Assamese |
পঞ্চতাৰকা হোটেল সদৃশ কাৰ্যালয় বিজেপিৰ হবই নেকি বিবাহভৱন অগপৰ কাৰ্যালয় | Assamese |
আজিৰ পৰা আৰু দাম বাঢ়িল মাৰুতি গাড়ীৰ কিমান দাম বৃদ্ধি কৰিলে কোম্পানীটোৱে | Assamese |
জনকণ্ঠৰ সিংহনাদ | Assamese |
বংগমূলীয় মুছলমানৰ পৰিচয় সংকট | Assamese |
কামনাৰে তেজৰঙা | Assamese |
শ্ৰীমন্ত শংকৰদেৱ সংঘ আৰু নব্য ব্ৰাহ্মণ্যবাদী বিকাৰ | Assamese |
সন্তানহীনতা বা বন্ধ্যাত্বৰ সমস্যা | Assamese |
চেমখৰ বিতৰ্ক আৰু জনজাতীয়আদিম প্ৰসংগ | Assamese |
আইন আদালত ন্যায় | Assamese |
বিকল্পৰ আশাত কেজৰিৱালৰ চেঁচা পানীলক্ষীৰ আশীৰ্বাদ নিৰ্ভৰ বিকল্প বিকাশৰ মডেল | Assamese |
মোৰ শেষ গানঃ এখন অসমীয়া ভাষাৰ ছবিৰ কথাৰে | Assamese |
এতিয়াৰে পৰা হোৱাটছএপত প্ৰেৰণ কৰিব পাৰিব ভিডিঅ মেছেজ কেনেদৰে কৰিব ব্যৱহাৰ | Assamese |
গুৰুতৰভাৱে অসুস্থ পশ্চিমবংগৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বুদ্ধদেৱ ভট্টাচাৰ্য ৰখা হৈছে ভেন্টিলেচনত | Assamese |
আৰ টি আইৰ আবেদনৰ ৪০ হাজাৰ পৃষ্ঠাৰ উত্তৰ এক গাড়ী তথ্য লৈ ঘৰলৈ উভতিল ব্যক্তি | Assamese |
ভাৰতত বাঘৰ সংখ্যা ৩৬০০ অতিক্ৰম ৭৮৫ টা বাঘৰ সংখ্যাৰে দেশৰ শীৰ্ষত মধ্যপ্ৰদেশ | Assamese |
স্মৰণীয়বৰণীয়জীৱনত সফলতা পাবলৈ এই ৫ টা ত্যাগ গুৰুত্বপূৰ্ণ জানি লওক চাণক্যৰ পৰামৰ্শ | Assamese |
মহিলা আইপিএলৰ উদ্বোধনী মেচত মুম্বাইৰ হাতত বিধ্বস্ত গুজৰাট ব্যৱধান ১৪৩ ৰাণ | Assamese |
আন্ত:ৰাষ্ট্ৰীয় ক্ৰিকেটত অনন্য কৃতিত্ব অৰ্জন ৰোহিত শৰ্মাৰসম্পূৰ্ণ কৰিলে ১৭ সহস্ৰাধিক ৰান | Assamese |
ঈৰ্ষণীয় মাইলষ্টন স্পৰ্শ পূজাৰাৰস্থান পালে শচীনদ্ৰাবিড়লক্ষ্মণৰ সৈতে একে তালিকাত | Assamese |
অপেক্ষাৰ অৱসান আজিৰ পৰা ৱমেন প্ৰিমিয়াৰ লীগৰ ২২ গজৰ যুঁজ | Assamese |
মটেৰাত ভাৰতীয় বলাৰৰ ছন্দপতনখাৱাজাৰ শতকেৰে প্ৰথম দিনাই সবল স্থিতিত অষ্ট্ৰেলিয়া | Assamese |
ইন্দোৰত ছন্দপতন ভাৰতৰসহজ জয়েৰে শৃংখলাত প্ৰত্যাৱৰ্তন অষ্ট্ৰেলিয়াৰ | Assamese |
বেট হাতত লৈ চমক পেচাৰ উমেশ যাদৱৰ কোহলীৰ সৈতে সমতা স্থাপন অতিক্ৰম ৰবি শাস্ত্ৰীক | Assamese |
ইন্দোৰত আন এক কৃতিত্ব ৰচিলে জাদেজাইস্থান পালে কপিল দেৱৰ সৈতে এক ঈৰ্ষণীয় ৰেক্ড তালিকাত | Assamese |
আনটাছ্ড ফণ্টেইনৰ প্ৰস্থান. | Assamese |
গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত বৃহৎ ক্ৰীড়া আৰু সাংস্কৃতিক মহোৎসৱ ৰ আয়োজন | Assamese |
শেষ নিশ্বাস ত্যাগ পদ্মশ্ৰী আৰ কে কৃষ্ণকুমাৰৰ | Assamese |
নতুন বছৰৰ আৰম্ভণিতে বিশ্বব্যাপী মন্দাৱস্থাৰ পূৰ্বাভাস কৰিলে আইএমএফে | Assamese |
প্ৰত্যাহ্বানৰ মুখত মোদীৰ আত্মনিৰ্ভৰ ভাৰত ২০২২ চনত অভিলেখ পৰিমানে বৃদ্ধি চীনা সামগ্ৰীৰ আমদানি | Assamese |
দেশৰ এই তিনিটা বেংক ধন জমা ৰখাৰ বাবে আটাইতকৈ সুৰক্ষিত আৰবিআইৰ তালিকা প্ৰকাশ | Assamese |
হোটেল খুলিলে মেছিয়েকি কি পায় মেছিৰ হোটেলত | Assamese |
টুইটাৰ ক্ৰয় কৰি সৰ্বস্বান্ত হোৱাৰ পথত মাস্ক হেৰুৱালে ২০০ বিলিয়ন ডলাৰ মূল্যৰ সম্পত্তি | Assamese |
বিমুদ্ৰাকৰণ বৈধ আছিল এই সন্দৰ্ভত অহা ২ জানুৱাৰীত উচ্চতম ন্যায়ালয়ে দিব ইয়াৰ ৰায় | Assamese |
জিএছটি পৰিষদৰ পৰামৰ্শ কৰ সম্পৰ্কীয় অপৰাধত ডাঙৰ ৰেহাই অপৰাধ হিচাপে গণ্য নহয় ৩ টা কাম | Assamese |
আইচিআইচিআই বেংক জালিয়াতিৰ গোচৰত ভিডিঅকনৰ অধ্যক্ষ বেণুগোপালক গ্ৰেপ্তাৰ চিবিআইৰ | Assamese |
২০২৩ চনতেই বন্ধ হব মধ্যবিত্তৰ পছন্দৰ এই গাড়ীৰ লগতে আৰু কি গাড়ী আছে তালিকাত | Assamese |
টেমচুলা আওৰ গল্প এক বিভীষিকাময় সময়ৰ প্ৰতিফলন | Assamese |
অসমত জলযুদ্ধৰ সূচনা | Assamese |
প্ৰসঙ্গবেলকনিত ভগৱান | Assamese |
আকৌ এবাৰ গান্ধী মাৰ্ডাৰ | Assamese |
প্ৰফুল্ল মহন্তৰ অসমীয়া মধ্যবিত্ত শ্ৰেণীৰ ইতিহাস বিষয়ে এটি চমু আলোচনা | Assamese |
সুৰংগ দৃষ্টি | Assamese |
আত্মহত্যাৰ প্ৰৱণতা বৃদ্ধি | Assamese |
সুন্দৰ পিচাইৰ পইতাচোঁৰা আৰু আমাৰ সমস্যা | Assamese |
স্থবিৰতাৰ দিশত জনসংখ্যা | Assamese |
চুপাৰি ছিণ্ডিকেটৰ অভিযুক্ত বিজেপি নেতা জিতুমণি দাসক ৰক্ষণাবেক্ষণ দিছে হিমন্ত বিশ্ব শৰ্মাই | Assamese |
হিমালয়ৰ বুকুত ৬০ কোটি বছৰ পুৰণি সাগৰ জাপানৰ বিজ্ঞানীৰ সৈতে আৱিষ্কাৰ ভাৰতীয় বিজ্ঞানীৰ | Assamese |
বান্দৰ কেৰ্কেটুৱা আদি | Assamese |
ৰাহুলৰ বিয়াৰ বাবে কইনা বিচাৰি দিয়াৰ দায়িত্ব দিলে ছোনিয়াই কাক দিলে এই দায়িত্ব | Assamese |
ৰ ১০৫ কোটি টকীয়া কেলেংকাৰিৰ গোচৰত ১৪৩৩ পৃষ্ঠাৰ চাৰ্জ শ্বীট দাখিল | Assamese |
ৰেলৱেৰ ঠিকা কেলেংকাৰিৰ সৈতে জড়িত চাৰিজনক গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ চিবিআইৰ | Assamese |
স্মৰণীয়বৰণীয়বেয়া সময়ত সদায় কামত আহে এই ৪টা বস্তু উপদেশ চাণক্যৰ | Assamese |
মণিপুৰত অব্যাহত হিংসা গুলীচালনাত ২ জন সাধাৰণ নাগৰিক নিহত ৬টা ঘৰত অগ্নিসংযোগ | Assamese |
হিংসাজৰ্জৰ মণিপুৰত উপস্থিত ২১ জনীয়া ইণ্ডিয়া দল ইম্ফলৰ পৰা হেলিকপ্টাৰেৰে যাব চুৰাচান্দপুৰ | Assamese |
একেলগে লটাৰী কাটি কোটিপতি হল কেৰালাৰ ১১ গৰাকী মহিলা ২৫০ টকাত পালে ১০ কোটি | Assamese |
খেলি থাকোতেই হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু ক্ৰিকেটাৰৰ এইদৰে ১০ দিনত ৩ ক্ৰিকেটাৰৰ মৃত্যু গুজৰাটত | Assamese |
ক্ৰীড়াতকৈ শক্তিশালী আন কি হব পাৰে ভাতৃত্ববোধৰ আধাৰ | Assamese |
পুনৰ বিধ্বস্ত অষ্ট্ৰেলিয়া টেষ্ট ক্ৰিকেটৰ দ্বিতীয় চিৰিজতো জয় লাভ ভাৰতৰ | Assamese |
এণ্ডাৰছনক পিছলৈ ঠেলি টেষ্ট ৰেংকিঙৰ শীৰ্ষস্থানত অশ্বিনপিছুৱালে ৰোহিতকোহলী | Assamese |
আইপিএলৰ সূচী ঘোষণাপ্ৰথমবাৰৰ বাবে গুৱাহাটীত অনুষ্ঠিত হব আইপিএল মেচ চাওক সবিশেষ | Assamese |
বিৰাট ৰেকৰ্ড শচীনৰ অভিলেখ ভংগ দ্ৰুততম ২৫ হাজাৰ ৰাণৰ মাইলষ্টোন কোহলিৰ | Assamese |
চাৰ জাদেজাৰ আন এক চমককপিল দেৱক অতিক্ৰমি ৰচিলে আন এক অভিলেখ | Assamese |
তুৰস্কৰ ভূমিকম্পই আনিলে আন এক দুখৰ বাৰ্তাধ্বংসস্তূপৰ মাজত উদ্ধাৰ ফুটবলাৰ আটছুৰ মৃতদেহ | Assamese |
কিং চেক মহিলা দবা চেম্পিয়নক যৌন নিৰ্যাতন গ্ৰেণ্ডমাষ্টাৰৰ তদন্তৰ সন্মুখীন | Assamese |
গোপন কেমেৰাত মুখ খোলাৰ পৰিণতি বিচিচিআইৰ মুখ্য নিৰ্বাচক পদৰ পৰা পদত্যাগ চেতন শৰ্মাৰ | Assamese |
এক কিলো চাহপাতৰ মূল্য ১.১৫ লাখ টকা অসমতে উঠিছে চাহপাতৰ এই দৰ | Assamese |
কোটি টকাত বিক্ৰী হল বিশ্বৰ আটাইতকৈ পুৰণি জিনছ | Assamese |
এলন মাস্কক অতিক্ৰমি বিশ্বৰ আটাইতকৈ ধনী ব্যক্তি কোন এই বাৰ্ণাৰ্ড আৰ্নল্ট কিমান সম্পদৰ গৰাকী তেওঁ | Assamese |
পিছলিল মাস্ক বিশ্বৰ ধনাঢ্য ব্যক্তিৰ তালিকাত মাস্কক পিছ পেলাই শীৰ্ষত আন এগৰাকী ধনকুবেৰ | Assamese |
প্ৰতি কিলোগ্ৰামৰ দাম ৮৫ হাজাৰ টকা সোণতকৈ চৰা বিশ্বৰ আটাইতকৈ দামী এই পাচলি | Assamese |
বিমানৰ পিছত এইবাৰ বটলৰ পানী টাটাই ৭০০০ কোটি টকাত ক্ৰয় কৰিছে বিছলেৰী | Assamese |
সস্তাত বিচাৰিছিল তেল পাকিস্তানৰ অনুৰোধ কৰ্ণপাতেই নকৰিলে ৰাছিয়াই | Assamese |
মন্দাৱস্থা আহি আছে ধন ৰাহি কৰক এই পৰামৰ্শ আমাজনৰ মুৰব্বী জেফ বেজোছৰ | Assamese |
বন্ধ হব নেকি টুইটাৰ নিজেই এয়া কি ইংগিত দিলে এলন মাস্কে | Assamese |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.