text stringlengths 1 2.59k ⌀ | language stringclasses 10
values |
|---|---|
অসমৰ তথাকথিত সীমাসমস্যা | Assamese |
বয়কট বলীউড আৰু দক্ষিণ ভাৰতীয় চিনেমাৰ আগ্ৰাসন | Assamese |
ভূপেন হাজৰিকা চিনেমা আৰু চিনেমাৰ জাল | Assamese |
অসমত কিয় ১৭০০ খন চৰকাৰী স্কুল বন্ধ হল | Assamese |
ভাৰত জোড়ো যাত্ৰা | Assamese |
দেশত ক্ৰমবৰ্ধমান জাতিবৰ্ণবাদী হিংসাঃ আঁৰৰ কাৰণ তথা কাৰকসমূহ | Assamese |
প্ৰশান্ত ভূষণৰ বিৰুদ্ধে আদালত অৱমাননাৰ গোচৰ প্ৰত্যাহাৰ হল কিন্তু ৰৈ যোৱা প্ৰশ্নবোৰ | Assamese |
দিল্লীৰ প্ৰবসুৱা চিঠিঃ লুইতক ভেটিব কোনে | Assamese |
দুখন ছবি আৰু এটা গীতে কঢ়িয়াই অনা বিষাদ | Assamese |
যৌনতাৰ দৰে ব্যক্তিগত বিষয়ত তথাকথিত সামাজিক নৈতিকতা আৰু সংস্কাৰৰ মোহৰ কিয় | Assamese |
গ্ৰেপ্তাৰ হব ভূপেন বৰা থানাই থানাই ৰুজু গোচৰ ২৮৩ খন এজাহাৰ দাখিল বিজেপিৰ যুৱ মৰ্চাৰ | Assamese |
মাৰ্ঘেৰিটাত তথাকথিত বিজেপি নেতাৰ কাণ্ড পৰস্ত্ৰী অপহৰণেৰে অভিলেখ সৃষ্টি কৰা লোক এতিয়া ডিব্ৰুগড় সংসদীয় সমষ্টিৰ টিকটৰ দাবীদাৰ | Assamese |
গাৰ নোম শিয়ৰি উঠা কাণ্ড স্বামীক হত্যাৰ পিছত দেহ পাঁচ টুকুৰা কৰি পুখুৰীত পেলাই দিলে পত্নীয়ে | Assamese |
দিল্লীৰ ৰাজপথত মহিলাক গুলীয়াই হত্যা নিজেও মৃত্যুক আকোঁৱালি ললে অভিযুক্ত যুৱকে | Assamese |
ভুল কৰি অভিনেতাক সজালে মুখ্যমন্ত্ৰী কটাক্ষৰ সন্মুখীন অভিনেত্ৰী উৰ্বশী | Assamese |
তিনিদিনীয়া ভ্ৰমণৰ কাৰ্যসূচীৰে অসমত উপস্থিত আৰ এছ এছৰ মুৰব্বী মোহন ভাগৱত | Assamese |
বোধোদয় মই দুৰাচাৰ কেৱল তোমাৰ লাভ জেহাদ মন্তব্যৰ বাবে ক্ষমা বিচাৰিলে ভূপেন বৰাই | Assamese |
চাইবাৰ অপৰাধ ইউটিউব লাইক কৰি ৭০০ কোটিৰো অধিক টকা হেৰুৱালে ১৫ হাজাৰৰো অধিক ভাৰতীয়ই | Assamese |
প্ৰধানমন্ত্ৰী শুই আছে এই দলত থাকিব নোৱাৰি মণিপুৰক লৈ ক্ষোভিত বিজেপিৰ শীৰ্ষ নেতাৰ পদত্যাগ | Assamese |
স্মৰণীয়বৰণীয়এনে মহিলা ঘৰত থাকিলে উন্নত হয় পুৰুষৰ জীৱন সফলতাৰ এই নীতি চাণক্যৰ | Assamese |
ছেল্ফিৰ অনুৰোধ ৰক্ষা নকৰাৰ বাবে ক্ৰিকেটাৰ পৃথ্বী শ্ব ওপৰত আক্ৰমণ ভাঙিলে বন্ধুৰ গাড়ী | Assamese |
ৰেংকিঙত ভুলৰ বাবে ক্ষমা বিচাৰিলে আইচিচিয়ে ভাৰতৰ টেষ্ট ৰেংকিং কিমান | Assamese |
২২ গজৰ জগতত ভাৰতৰ আধিপত্যতিনিওটা ফৰ্মেটৰে শীৰ্ষত উপনীত হৈ ৰচিলে ইতিহাস | Assamese |
নিলামত উঠিল ১.৯ কোটি টকাৰ দৰখৰচী সন্তান পূজাৰ ধনৰ সুৰক্ষাক লৈ চিন্তিত পিতৃ | Assamese |
মহিলা প্ৰিমিয়াৰ লীগনিলামত সৰ্বাধিক দৰেৰে আৰচিবিলৈ স্মৃতি মান্ধানা | Assamese |
পেনাল্টি ৰক্ষা কৰি খেলপথাৰতে মৃত্যু গলৰক্ষকৰ শোকস্তব্ধ ফুটবল জগত | Assamese |
দুৰ্ঘটনাৰ পিছত প্ৰথমবাৰ নিজৰ ফটো শ্বেয়াৰ কৰিলে ঋষভে হাতত ক্ৰাচ ভৰিত বেণ্ডেজ | Assamese |
স্পীনাৰৰ যাদু ভাৰতৰ হাতত শোচনীয়ভাৱে পৰাস্ত অষ্ট্ৰেলিয়া | Assamese |
ৰিচাজেমিমাৰ দুৰ্দান্ত প্ৰদৰ্শেনেৰে চিৰপ্ৰতিদ্বন্দী পাকিস্তানক ৭ উইকেটত পৰাস্ত কৰিলে ভাৰতে | Assamese |
মেটাৰ নতুন ভাৰতীয় মুৰব্বী হিচাপে নিযুক্ত সন্ধ্যা দেবনাথন | Assamese |
শনিবাৰে সমগ্ৰ দেশতে বেংক ধৰ্মঘটৰ আহ্বান গ্ৰাহক সেৱা ব্যাহত হোৱাৰ আশংকা | Assamese |
টুইটাৰ মেটাৰ পিছত এইবাৰ বৃহৎসংখ্যক কৰ্মচাৰীক ছাঁটাই কৰিব এমাজনে কিমানে হেৰুৱাব চাকৰি | Assamese |
কিয় লাখ লাখ কোটি কোটি টকা বিলাই দিছে বিশ্বৰ অন্যতম ধনী ব্যক্তি জেফ বেজোছে | Assamese |
অসমৰ ক্ৰীড়া জগতৰ বাবে ভাল খৱৰ মহিলা আইপিএলৰ মুম্বাই ইণ্ডিয়ানছত জিন্টিমণি কলিতা | Assamese |
আধাৰ কাৰ্ড সম্পৰ্কীয় নিয়মৰ সংশোধন কৰিছে কেন্দ্ৰই সমস্যাত পৰিব নেকি কোটি কোটি নাগৰিক | Assamese |
ভুলবশতঃ লোৱা হৈছিল সিদ্ধান্ত টুইটাৰে পুনৰ চাকৰিলৈ মাতি পঠিয়াছে বহু কৰ্মচাৰীক | Assamese |
সাজু জুকাৰবাৰ্গ টুইটাৰৰ পিছত এইবাৰ বৃহৎ সংখ্যক কৰ্মচাৰীক ছাঁটাই কৰিব মেটাই | Assamese |
কি আৰম্ভ হৈছে এইবোৰ টুইটাৰৰ প্ৰায় সকলো ভাৰতীয় কৰ্মীকে ছাঁটাই কৰিলে এলন মাস্কে | Assamese |
মাস্কৰ পদক্ষেপকলৈ অসন্তুষ্ট বিডেন টুইটাৰে সমগ্ৰ বিশ্বতে মিছা কথা বিয়পাই আছে | Assamese |
বিজ্ঞান আৰু প্ৰযুক্তিৰ ৭৫ বছৰ | Assamese |
অসমীয়া ভাষা কওঁতে বা লিখোঁতে সচৰাচৰ হোৱা ভুল | Assamese |
ফাঁচী বজাৰৰ ফেন্সী নামৰ প্ৰয়োজন নাই | Assamese |
বহুত্ববাদী ভাৰত আৰু গান্ধী প্ৰকল্প | Assamese |
স্বাধীনতাৰ পয়সত্তৰ বছৰীয়া চিন্তা যিদৰে দেখিছো অনুভৱ কৰিছো | Assamese |
স্বাধীনতাৰ সীমা | Assamese |
মিডিয়াআৰ্কাইভকামনৰ্থ ইষ্ট ৰেফাৰেঞ্চ লাইব্ৰেৰীঃ এটা আধৰুৱা সপোন | Assamese |
তিনিবৰণীয়া জাতীয় পতাকা নীল আকাশত নাচে জাতীয় পতাকাৰ আৰ্হি প্রস্তত কৰোতা পিংগলি ভেংকায়াক স্মৰণ | Assamese |
ভাৰতৰ ৰাষ্ট্ৰীয় পতাকাআজি কালি আৰু কাইলৈ | Assamese |
আমাৰ পতাকা আৰু কিছু চিন্তা | Assamese |
মিছা মাতিলে কোনে ছিণ্ডিকেটৰ লগত জড়িত জিতু দাস মোৰ ব্যক্তিগত সহায়ক নহয় স্পষ্টীকৰণ ভবেশ কলিতাৰ | Assamese |
ভাৰতৰ ছবিত ধ্বংসাত্মক দৃশ্যৰ সমালোচনা ইহুদী মানৱাধিকাৰ গোটৰ বাৱালক লৈ অসন্তুষ্টি | Assamese |
আই এন এছ বিক্ৰান্তত যুৱ নৌসেনা জোৱানৰ মৃতদেহ উদ্ধাৰ ৰহস্যময় মৃত্যুক লৈ চাঞ্চল্য | Assamese |
অৰুণাচলৰ খেলুৱৈক ষ্টেপল্ড ভিছা প্ৰদান কৰিছে চীনে তীব্ৰ সমালোচনা ভাৰত চৰকাৰৰ | Assamese |
সতৰ্ক কৰিছে নাছাই তীব্ৰ গতিৰে নামি আহিছে উল্কাপিণ্ড ৪৮ ঘণ্টাত পৃথিৱীৰ সৈতে মাৰিব খুন্দা | Assamese |
দেশত নাৰী এতিয়াও পণ্য ঋণ শোধাব নোৱাৰিলে স্বামীয়ে ঋণদাতাৰ যৌন লালসাৰ বলি হল পত্নী গ্ৰেপ্তাৰ অভিযুক্ত | Assamese |
মণিপুৰ সম্পৰ্কে মৌন হৈ থকা মোদীয়ে ৰাজস্থানত দিলেগৈ বেটী বাচাও শ্লগান | Assamese |
মাজভাগতে শিক্ষা এৰিছে কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ ২৫ হাজাৰ ৫৯৩ জন ছাত্ৰছাত্ৰীয়ে | Assamese |
টাটা ষ্টীলৰ প্ৰাক্তন পৰিচালন সঞ্চালক ষ্টীল মেন অৱ ইণ্ডিয়া খ্যাত জামছেদ ইৰাণীৰ দেহাৱসান | Assamese |
টুইটাৰৰ নতুন মালিক এলন মাস্ক অধিগ্ৰহণ কৰিয়েই অঁতৰালে চিইঅ পৰাগ আগৰৱালাক | Assamese |
অৰ্থনীতিৰ ৰেহৰূপ ৩৮০ কোটি ডলাৰ হ্ৰাস পালে ভাৰতৰ বৈদেশিক মুদ্ৰাৰ ভাণ্ডাৰ | Assamese |
উৎসৱৰ বতৰত দেশীবিদেশী ব্যৱসায়ীৰে ভৰি পৰিছে এছিয়াৰ সৰ্ববৃহৎ দৰংগিৰি কলৰ বজাৰ | Assamese |
টী২০ত আটাইতকৈ দীঘলীয়া সময় অষ্ট্ৰেলিয়াৰ নেতৃত্বত থাকি আন্তৰ্জাতিক ক্ৰিকেটক বিদায় দিলে ফিঞ্চে | Assamese |
দেশৰ ক্ৰীড়াক্ষেত্ৰত আন এক মি টু অভিযোগপ্ৰশিক্ষকৰ বিৰুদ্ধে ধৰ্ষণ আৰু ব্লেকমেইলিঙৰ অভিযোগ কাবাডী খেলুৱৈৰ | Assamese |
মনোনীত সদস্য হিচাপে ৰাজ্যসভাত সভাপতিত্ব বিৰল দৃষ্টান্ত কিংবদন্তি ক্ৰীড়াবিদ পিটি ঊষাৰ | Assamese |
প্ৰত্যাৱৰ্তনতে চমক জাদেজাৰকপিল দেৱক অতিক্ৰমি নতুন অভিলেখ স্থাপন | Assamese |
মহাপতন অব্যাহত মাৰ্কিন ডলাৰৰ বিপৰীতে ভাৰতীয় টকাৰ মূল্য হলগৈ ৮৩.৬ টকা | Assamese |
পতনৰ অভিলেখ আমেৰিকান ডলাৰৰ বিপৰীতে ভাৰতীয় টকাৰ মূল্য ৮২ টকা অতিক্ৰম | Assamese |
ক্ৰিকেট কেৰিয়াৰ শেষ কৰি দিয়াৰ ভাবুকি প্ৰাক্তন পত্নী আয়েশা মুখাৰ্জীৰ আদালতৰ দ্বাৰস্থ শিখৰ ধাৱান | Assamese |
স্বৰ্ণিল ইতিহাস উদ্বোধনী বৰ্ষৰ মহিলাৰ ১৯ অনুৰ্ধ টি২০ বিশ্বকাপৰ খিতাপ ভাৰতৰ দখলত | Assamese |
সংকটত ফেচবুক ১২ হাজাৰ কৰ্মচাৰীয়ে হেৰুৱাব পাৰে চাকৰি | Assamese |
সূৰ্যকুমাৰ যাদৱৰ শিৰত আন এক কিৰীটি২০২২ বৰ্ষৰ শ্ৰেষ্ঠ টি২০ ক্ৰিকেটাৰ হিচাপে নিৰ্বাচিত ভাৰতৰ মিষ্টাৰ ৩৬০ | Assamese |
গুগলক ১৩৩৭ কোটি টকাৰ জৰিমনা কেন্দ্ৰৰ ওলোটাই সতৰ্ক কৰি দিলে চাৰ্চ ইঞ্জিন সংস্থাটোৱে | Assamese |
আৰক্ষীৰ ভূমিকাত দেখা গৈছে ধোনীক আই পি এলৰ পূৰ্বে কি কৰিছে ৰ অধিনায়কে | Assamese |
মাতাল অৱস্থাত পত্নী পুত্ৰক মাৰপিট গ্ৰেপ্তাৰ হোৱাৰ পথত প্ৰাক্তন ক্ৰিকেটাৰ বিনোদ কাম্বলি | Assamese |
ফিটনেছৰ প্ৰমাণ প্ৰত্যাৱৰ্তন কৰিয়েই এটা ইনিংছত ৭ উইকেট জাডেজাৰ | Assamese |
নিলামত এটুকুৰা বিৰল গোলাপী হীৰাৰ দাম উঠিল প্ৰায় ৪৮ কোটি টকা | Assamese |
মাস্কৰ নতুন টুইষ্ট পুনৰবাৰ টুইটাৰ ক্ৰয়ৰ মন মেলিছে এলন মাস্কে | Assamese |
গুৱাহাটী মহানগৰৰ ভৱিষ্যৎ | Assamese |
অসমত ধৰ্মীয় সন্ত্ৰাসবাদীৰ ঘাটি | Assamese |
হৰ ঘৰ ত্ৰিৰঙ্গা আৰু খাদী গ্ৰামোদ্যোগৰ উন্নয়নৰ প্ৰশ্ন | Assamese |
দ্রৌপদী মূৰ্মুৰ প্ৰসংগঃ বিজেপি আৰ এছ এছ যুটিৰ হিন্দু ৰাষ্ট্ৰৰ নতুন সমীকৰণ | Assamese |
আম আদমি পাৰ্টীৰ সম্ভাৱনা আৰু সীমাবদ্ধতা | Assamese |
অসমীয়াৰ অস্তিত্ব আৰু সাহিত্যসভা | Assamese |
ধৰ্মৰ ৰহস্য ৰাজধানীৰ সম্প্ৰসাৰণ আৰু ৰাষ্ট্ৰীয় প্ৰতীকৰ চেহেৰা | Assamese |
বঙল বহু দূৰএক কঠিন সময়ৰ দস্তাবেজ | Assamese |
ঐতিহাসিক জেমছ ৱেব দূৰবীণ ক্ষমতাৰ অন্ধ প্ৰক্ষালনৰ যুগত মানৱীয় মহত্ত্বৰ বিজয় | Assamese |
ভাৰতৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত আদিবাসী প্ৰাৰ্থী আৰু আদিবাসী সকলৰ অধিকাৰৰ প্ৰসংগ | Assamese |
বাপৰে বাপ মোডীযোগীৰ আধাৰৰ তথ্য সলনি যুৱকৰ গ্ৰেপ্তাৰ অভিযুক্ত | Assamese |
বহিঃৰাজ্যৰ পৰা বিএড ডিএলএড উত্তীৰ্ণৰ প্ৰমাণপত্ৰ পুনৰীক্ষণআদৰণি ডিৱাইএফআইৰ | Assamese |
উত্তপ্ত মণিপুৰ নিৰুদ্বেগ কেন্দ্ৰ সংসদত আজি কলা পোচাক পৰিধানেৰে প্ৰতীকী প্ৰতিবাদৰ সিদ্ধান্ত বিৰোধীৰ | Assamese |
মণিপুৰত হিংসা আৰু বৰ্বৰতাৰ বিৰুদ্ধে দেশজোৰা প্ৰতিবাদ আম আদমি পাৰ্টীৰ | Assamese |
মহাসাধকৰ মহাপ্ৰস্থানটোকাৰী গীতৰ সম্ৰাট উমাকান্ত বৈৰাগীৰ দেহাৱসান | Assamese |
নগৰবেৰাত গ্ৰেপ্তাৰ বিবেকৰাজ সিঙৰ মোবাইল কাঢ়ি নিয়া অভিযুক্ত | Assamese |
ললিত চন্দ্ৰ ভঁৰালী মহাবিদ্যালয়ৰ ছাত্ৰৰ আত্মহত্যাপ্ৰেমজনিত কাৰণত আত্মহত্যাৰ সন্দেহ | Assamese |
গ্ৰেপ্তাৰ কৰা হৈছে মণিপুৰ বীভৎস কাণ্ডৰ সপ্তম অভিযুক্ত | Assamese |
গোলাঘাটত নিজৰ পত্নী শহুৰেক আৰু শাহুৱেকক হত্যা কৰি সন্তানসহ আত্মসমৰ্পণ ঘাতক স্বামীৰ | Assamese |
বৃদ্ধি পাব ইন্টাৰনেটৰ গতি দেশত সেৱা মুকলি কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে | Assamese |
ভাৰতীয় টকাৰ সৰ্বকালীন পতন আমেৰিকান ডলাৰৰ বিপৰীতে টকাৰ মূল্য ৮১ টকা অতিক্ৰম | Assamese |
হুণ্ডাই আৰু বিটিএছে মুকলি কৰিলে ২০২২ চনৰ ফিফা বিশ্বকাপৰ প্ৰচাৰৰ এটা গান | Assamese |
গুৱাহাটীত জিএছটি আয়ুক্তক গ্ৰেপ্তাৰ চিবিআইৰ | Assamese |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.