text stringlengths 1 2.59k ⌀ | language stringclasses 10
values |
|---|---|
মুনলাইটিং অপৰাধত ৩০০ কৰ্মচাৰীক চাকৰিৰ পৰা ছাটাই কৰিলে উইপ্ৰোৱে মানেনো নো কি | Assamese |
কত ৰল আম্বানি বিশ্বৰ আটাইতকৈ ধনী ব্যক্তিৰ তালিকাত দ্বিতীয় স্থানত গৌতম আদানী | Assamese |
মূল্যবৃদ্ধিৰ আশীৰ্বাদ ক্ৰমে সম্পদ কমি গৈছে জেফ বেজোছ এলন মাস্কৰ বিপৰীতে ধনী হৈ গৈ আছে মুকেশ আম্বানী গৌতম আদানী | Assamese |
মহম্মদ চিৰাজখৰচী বলাৰৰ পৰা বিশ্বৰ শীৰ্ষস্থানৰ এদিনীয়া বলাৰলৈ | Assamese |
আইচিচিৰ ২০২২ বৰ্ষৰ টি২০ দলত তিনি ভাৰতীয়কোহলী যাদৱ আৰু পাণ্ডিয়াৰ স্থান লাভ আইচিচি একাদশত | Assamese |
কোহলীতকৈও শ্ৰেষ্ঠ স্ববন্দনাত মুখৰ কোন এই পাকিস্তানী ক্ৰিকেটাৰ | Assamese |
ফুটবলত অভূতপূৰ্ব দৃশ্য বগা কাৰ্ড দেখুৱালে ৰেফাৰীয়ে | Assamese |
দিনটোৰ সম্ৰাট হঠাতে ব্যৱসায়ীৰ একাউণ্টত সোমাল ১২ হাজাৰ কোটি টকা তাৰপিছত | Assamese |
এমাহতে ৬৬৪ কোটি টকা উপাৰ্জন মহাবিদ্যালয়ৰ ছাত্ৰৰ অপহৰণৰ ভয়ত শংকিত পিতৃমাতৃ | Assamese |
ভাৰতীয় মল্লযুঁজ ফেডাৰেচনৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ তদাৰকী সমিতিৰ নেতৃত্বত মেৰীকম | Assamese |
টাইব্ৰেকাৰত নিউজিলেণ্ডৰ হাতত পৰাজিত হৈ হকী বিশ্বকাপৰ পৰা বাহিৰ হল ভাৰত | Assamese |
চাপত সেও মানি কুস্তি ফেডাৰেচনৰ মুৰব্বী পদৰ পৰা আঁতৰিল ব্ৰিজ ভূষণ নিশাই ঘোষণা ক্ৰীড়া মন্ত্ৰীৰ | Assamese |
মুল্লযুঁজাৰুৰ প্ৰতিবাদৰ আঁৰত ব্যক্তিগত স্বাৰ্থ তথা বিশেষ এজেণ্ডা দাবী ভাৰতীয় মল্লযুঁজ ফেডাৰেচনৰ | Assamese |
ইডিৰ তালাচীপ্ৰায় ১৫ ঘণ্টাৰ মাৰাথন অভিযানত আমিৰ খানৰ ঘৰৰ পৰা উদ্ধাৰ ১৮ কোটি টকা | Assamese |
ফেশ্যন শ্ব মডেলে ভাৰতীয় দলৰ হৈ খেলিব ক্ৰিকেট আজৱ পৰামৰ্শ ক্ষোভিত গাভাস্কাৰৰ | Assamese |
ক্ৰীড়ামন্ত্ৰীৰে ৰুদ্ধদ্বাৰ বৈঠক প্ৰতিবাদী মল্লযুঁজাৰুৰদাবীত অটল খেলুৱৈ অমীমাংসিত বৈঠক | Assamese |
শ্ৰীলংকাৰ গণজাগৰণ কোন দিশে | Assamese |
বানপানী আৰু গৰাখহনীয়া বিকল্প সমাধানৰ সন্ধানত | Assamese |
বিশ্ব জনসংখ্যা দিৱস আৰু ভাৰত | Assamese |
গুৱাহাটীৰ আঞ্চলিক বিজ্ঞান কেন্দ্ৰৰ শোচনীয় অৱস্থা অসন্তুষ্ট দৰ্শনাৰ্থীৰ প্ৰতিক্ৰিয়া | Assamese |
সংবাদমাধ্যমৰ দায়বদ্ধতা | Assamese |
বানপানী জলবায়ু সংকট জীৱন সংকট | Assamese |
মণিপুৰত জনগোষ্ঠীয় হিংসাৰ বিৰুদ্ধে আইজলত হাজাৰ হাজাৰ লোকৰ প্ৰতিবাদ | Assamese |
প্ৰতিশ্ৰুতি আৰু প্ৰহসন | Assamese |
নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০এক চমু পৰ্যালোচনা | Assamese |
বীৰ দাসক চুমা খাই ওঁঠৰ পৰা তেজ উলিয়াই দিছিল কংগনাই কি প্ৰতিক্ৰিয়া আহিল অভিনেত্ৰীগৰাকীৰ | Assamese |
দুখন দেশ দুটা ৰায় | Assamese |
আলজেৰিয়াত ভয়ংকৰ বনজুইত ৩৪ জন লোকৰ মৃত্যু হাজাৰ হাজাৰ লোকক নিৰাপদ স্থানলৈ স্থানান্তৰ | Assamese |
গণতন্ত্ৰৰ জয়যাত্ৰা | Assamese |
যন্ত্ৰচালিত গণতন্ত্ৰ | Assamese |
২০ বছৰৰ পাছত পুনৰ লোকসভাত আস্থা ভোট মোডী চৰকাৰৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱৰ বাবে সাজু ইণ্ডিয়া | Assamese |
আই আৰ চি টি চিৰ ৱেবছাইটৰ চাৰ্ভাৰ ডাউন দূৰণীবটীয়া যাত্ৰীয়ে কাটিব পৰা নাই ৰেলৰ টিকট | Assamese |
ভাৰতত মুছলমান জনসংখ্যা কিমান সংসদত লিখিতভাৱে জনাইছে কেন্দ্ৰই | Assamese |
স্মৰণীয়বৰণীয়পিতৃমাতৃৰ এই ৩টা ভুলে ধ্বংস কৰে সন্তানৰ ভৱিষ্যত কি কৈছে চাণক্য নীতিয়ে | Assamese |
হিংসাত্মক পৰিস্থিতিৰ মাজতে ম্যানমাৰৰ ৭০০ৰো অধিক নাগৰিকৰ মণিপুৰত প্ৰৱেশ | Assamese |
উদ্যোমী যুৱক ৰিলেন্দ্ৰ বসুমতাৰীৰ সেউজ বিপ্লৱ পাচলি খেতিৰে প্ৰতি মাহত উপাৰ্জন ৬ লাখ টকা | Assamese |
খাদ্য সুৰক্ষাৰ মানদণ্ড ৰক্ষা কৰাত ব্যৰ্থ পতঞ্জলিৰ ঘিউত পোৱা গৈছে ভেজাল | Assamese |
বিষৰ মূল্য কোটি কোটি টকা ২০ হাজাৰ বৃশ্চিকৰ খেতি কৰি ধনী হল কৃষক | Assamese |
ভাৰতীয় মল্লযুঁজ ফেডাৰেচনৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ তুলিলে তাৰকা মল্লযুঁজাৰু ভিনেশ ফগাটে | Assamese |
২০২২ চনত উপাৰ্জন ৪.৭৯ লাখ কোটি বিশ্বৰ তৃতীয় ধনী ব্যক্তি এতিয়া গৌতম আদানি | Assamese |
আলোচনাত অসন্তুষ্ট বৃজভূষণৰ অপসাৰণৰ দাবীত অটল প্ৰতিবাদী ভাৰতীয় মল্লযুঁজাৰু | Assamese |
প্ৰতাৰণাৰ বলি উছেইন বল্টহেৰুৱালে ১২ মিলিয়ন ডলাৰ | Assamese |
শ্বেয়াৰ বজাৰৰ সম্ৰাট আকাশা এয়াৰৰ স্ৰষ্টা ৰাকেশ ঝুনঝুনৱালা প্ৰয়াত | Assamese |
বিবাহপাশত আৱদ্ধ হল শ্বেৰিল চেণ্ডবাৰ্গ দৰা কোন | Assamese |
১৯ অনুৰ্ধৰ টী২০ মহিলা বিশ্বকাপত দক্ষিণ আফ্ৰিকাক পৰাজিত অভিযান আৰম্ভ ভাৰতৰ | Assamese |
অপ্ৰতিৰোধ্য শুভ গতিৰে গিলৰ আন এক চমক কোহলী ধাৱানক অতিক্ৰমি গঢ়িলে নতুন ৰেকৰ্ড | Assamese |
ৰেপো ৰেট বৃদ্ধি আৰবিআইৰ সূতৰ ওপৰত পৰিব প্ৰভাৱ | Assamese |
হাস্পাতালত কৰনা আক্ৰান্ত আই পি এলৰ প্ৰাক্তন অধ্যক্ষ ললিত মোডী আছে অক্সিজেন ছাপোৰ্টত | Assamese |
তকৈ সস্তা এই সৰু গাড়ীখনত পাব ৩৫ কিলোমিটাৰ মাইলেজ | Assamese |
কত আছে সঞ্জু চেমচন সূৰ্যকুমাৰ যাদৱে দিলে উত্তৰনেট দুনীয়াত আবেগৰ ঢৌ | Assamese |
ৰহস্যজনকভাৱে উদ্ধাৰ মহিলা ক্ৰিকেটাৰৰ মৃতদেহ হত্যাৰ অভিযোগ পৰিয়ালৰ | Assamese |
স্পেইনক হৰুৱাই হকী বিশ্বকাপত দুৰ্দান্ত আৰম্ভণি ভাৰতৰ | Assamese |
কিশোৰী ধৰ্ষণৰ গোচৰত ক্ৰিকেটাৰ সন্দীপ লামিচানেক জামিন আদালতৰবিদেশ ভ্ৰমণত নিষেধাজ্ঞা | Assamese |
অথঃ গুপ্তচৰ সংবাদ ৰাছিয়া ইউক্ৰেইন যুদ্ধ ইত্যাদি | Assamese |
ৰাষ্ট্ৰপতি নিৰ্বাচনঃ জনজাতি ভোটাৰৰ মন মুহিবলৈ দ্ৰৌপদী মুৰ্মুক প্ৰক্ষেপ বিজেপিৰ | Assamese |
নিয়োগৰ প্ৰতাৰণামূলক আঁচনি | Assamese |
সাম্প্ৰতিক অসমীয়া সংগীত শ্ৰোতাৰ শ্ৰেণীবিভাজন পুঁজিবাদ ৰাজনীতি শিল্পীৰ দায়বদ্ধতা ইত্যাদি | Assamese |
উদ্ধৱ ঠাকৰে চৰকাৰৰ পতন আসন্ন | Assamese |
অসমীয়া ভাষাৰ লিখন ৰীতিত প্ৰত্যয় আৰু বিভক্তিৰ ব্যৱহাৰ | Assamese |
বিস্ময়ৰ পৰা বাস্তৱলৈ ৰাভা | Assamese |
হিজাব আৰু আজান বিতৰ্ক ২ | Assamese |
মেঘালয়ত উত্তপ্ত পৰিস্থিতিমুখ্যমন্ত্ৰী কাৰ্যালয়ত আক্ৰমণ প্ৰতিবাদী জনতাৰ আহত ৫ নিৰাপত্তাৰক্ষী | Assamese |
নতুন শিক্ষানীতিৰ নিষ্ঠুৰতা | Assamese |
বিমুখ বিৰোধীউচ্চতম ন্যায়ালয়ত নাকচ সমষ্টি পুনৰ নিৰ্ধাৰণৰ স্থগিতাদেশৰ আবেদন | Assamese |
আক্ৰমণাত্মক গৌৰৱ গগৈআমেৰিকান কংগ্ৰেছক সম্বোধন কৰা মোদীয়ে সংসদত মণিপুৰৰ কথা কব নোৱাৰে | Assamese |
ৰাজ্য প্ৰশাসনৰ ৫০ শতাংশ পদ বিলুপ্তিৰ সিদ্ধান্ত যুৱ সমাজৰ প্ৰতি ডাঙৰ প্ৰতাৰণাঃ ডি ৱাই এফ আই | Assamese |
হিজাব আৰু আজান বিতৰ্ক | Assamese |
মণিপুৰত অব্যাহত হিংসা এইবাৰ বিদ্যালয়ত অগ্নিসংযোগ দুস্কৃতিকাৰীৰ চলিছে গুলীয়াগুলি | Assamese |
অচল সংসদ প্ৰধানমন্ত্ৰীৰ নেতৃত্বত অনুষ্ঠিত বৈঠক এজন এজনকৈ বিৰোধী সাংসদক ফোন ৰাজনাথ সিঙৰ | Assamese |
সকলো বিভাগৰ অপ্ৰয়োজনীয় খালী পদ বিলোপ কৰাৰ পদক্ষেপ অসম চৰকাৰৰ | Assamese |
প্ৰসঙ্গ আলফা স্বাধীন ভাবুকিনতুনত্ব একো নাই মন্তব্য জি পি সিঙৰ | Assamese |
বিলাহী খোৱা বন্ধ কৰক দাম হ্ৰাস কৰাৰ ক্ষিপ্ৰ সমাধান উত্তৰ প্ৰদেশৰ মন্ত্ৰীৰ জনালে বিকল্পও | Assamese |
পেকেজড ফুডৰ ওপৰত বৈজ্ঞানিকভাবে সতৰ্ক বাৰ্তা লিখাৰ সপক্ষে উদ্যোগগোষ্ঠী | Assamese |
কাজিৰঙাৰ পানবাৰী গাওঁৰ শিপিনীৰ হাতে বোঁৱা কাপোৰলৈ অসমী ব্ৰেণ্ড নেইম প্ৰদান | Assamese |
হংকঙত নীৰৱ মোডীৰ ২৫০ কোটি টকাৰ সম্পত্তি বাজেয়াপ্ত কৰিলে ইডিয়ে | Assamese |
আদানি গ্ৰুপে ৰ পৰা বিচাৰিছে ১৪০০০ কোটি টকা ঋণ | Assamese |
নাৰী অধিকাৰ খৰ্বৰ প্ৰতিবাদআফগানিস্তানৰ বিৰুদ্ধে দ্বিপাক্ষিক শৃংখলা বাতিল অষ্ট্ৰেলিয়াৰ | Assamese |
মধ্যবিত্তৰ মূৰত মাধমাৰ আজিৰে পৰা দাম বাঢ়িছে এইসমূহ নিত্যাৱশ্যকীয় সামগ্ৰীৰ | Assamese |
আমিনগাঁৱত পৃথ্বীৰ শ্বঅপেক্ষা এতিয়া ৰিয়ানলৈ | Assamese |
আজি বৰ্ষাপাৰাত ভাৰতশ্ৰীলংকা ষ্টেডিয়ামত সাপৰ উপদ্ৰৱ ৰোধ কৰিবলৈ স্প্ৰে কৰা হৈছে কেমিকেল | Assamese |
দুৰ্দান্ত খেল প্ৰদৰ্শন টীম ইণ্ডিয়াৰ ৬৭ ৰাণত পৰাস্ত শ্ৰীলংকা | Assamese |
ভাৰতৰ ৰাজপথলৈ উভতি আহিছে এই জনপ্রিয় বাইক কেতিয়া আহিব বজাৰলৈ | Assamese |
সস্তা হল টকাপ্ৰথমবাৰৰ বাবে প্ৰতি ডলাৰত ৮০ টকালৈ হ্ৰাস পালে ভাৰতীয় মুদ্ৰা কিয় ঘটিল এই পতন | Assamese |
দ্বিতীয় বৰভাগ ক্লাব গলফত গুৱাহাটী ৰেলৱে গ্ৰীণ ক্লাব চেম্পিয়ন | Assamese |
বিশুদ্ধ খোৱাপানী প্ৰস্তুত কৰা প্ৰতিষ্ঠানত মেনেজাৰৰ বিৰুদ্ধে কৰ্মচাৰীক নিৰ্যাতন চলোৱাৰ অভিযোগ | Assamese |
বিজেপিৰ ভাল দিনত সস্তা হৈ পৰিছে টকা ১ ডলাৰৰ মূল্য হলগৈ প্ৰায় ৮০ টকা | Assamese |
প্ৰত্যাৱৰ্তনত বিলম্ব সম্পূৰ্ণ সুস্থ নোহোৱা পৰ্যন্ত ২২ গজৰ পৰা আঁতৰত থাকিব বুমৰাহ | Assamese |
ৰাজকোটত নিশাই সূৰ্যোদয় নৱোদিত মিষ্টাৰ ৩৬০° ফুলজাৰিত চমকিত ক্ৰিকেট বিশ্ব | Assamese |
ৰাজ্যত গলফ ক্ৰীড়াৰ জাগৰণৰ লক্ষ্য৮ জানুৱাৰীত দ্বিতীয় বৰভাগ গলফ প্ৰতিযোগিতা | Assamese |
শিৱম মাভিৰ ৪ উইকেট উত্তেজনাপূৰ্ণ প্ৰথমখন টী২০ ত শ্ৰীলংকাক ২ ৰাণত পৰাস্ত কৰিলে ভাৰতে | Assamese |
ফুটবল সম্ৰাটলৈ শ্ৰদ্ধাৰ্ঘ্যপ্ৰতিখন দেশতে পেলেৰ নামেৰে ষ্টেডিয়াম নামাকৰণৰ আহ্বান ফিফা সভাপতি ইনফান্টিনোৰ | Assamese |
ৰাজধৰ্ম আৰু প্ৰজা বিভ্ৰাট | Assamese |
ৰছুলৰ অপবাদ | Assamese |
ধৰ্মান্ধতা আৰু প্ৰতিক্ৰিয়া | Assamese |
ক্ষমতাই শেষ কথা | Assamese |
মোদী চৰকাৰৰ দ্বিচাৰিতাকাশ্মীৰ ফাইলছকলৈ চকুলো টোকা চৰকাৰ কাশ্মীৰি পণ্ডিতক লৈ উদাসীন কিয় | Assamese |
এখনেই মাথো পৃথিৱী.. | Assamese |
বিপন্ন পৃথিবী বিনষ্ট পৰিৱেশ আৰু বিপৰ্যস্ত মানবৰ কৰণীয় | Assamese |
মৰ্মান্তিক গুৱাহাটীত পথৰ দাঁতিৰ গাঁতত পৰি মৃত্যু আভিযান্ত্ৰিক ডিগ্ৰীধাৰী যুৱকৰ | Assamese |
জলবায়ু পৰিৱৰ্তন কি | Assamese |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.