text
stringlengths
1
2.59k
language
stringclasses
10 values
নিঃসন্তান দম্পতীয়ে ৪ দিনৰ বয়সতে তুলি লোৱা পুত্ৰই নিজ হাতে ডিঙ চেপি হত্যা কৰিলে মাতৃক
Assamese
শিৱসাগৰত আৰক্ষীৰ জিম্মাৰ পৰাই পলাল চোৰ আদালতৰ চৌহদৰ পৰা পলায়ন
Assamese
পলাশবাৰীত ৩জনীয়া ডকাইতৰ দলে দোকানীক পিষ্টল দেখুৱাই লুটি নিলে ধন মোবাইল ফোন
Assamese
গাড়ী ক্ৰয় কৰিবলৈ অহা লোকৰ পৰা ৩ লাখ টকাৰ বেগ লৈ উধাও দুৰ্বৃত্ত কিন্তু দিন আছিল বেয়া
Assamese
আৰ্মীৰ নামত ফোন বৰপেটাৰোডৰ ব্যৱসায়ীৰ পৰা হেকাৰৰ লুট ১৪২০০৪ টকা কেনেদৰে কৰিলে লুট
Assamese
দিল্লীত দুজন আফগানৰ পৰা ৩২৫ কেজি ড্ৰাগছ জব্দ যাৰ মূল্য ১২০০ কোটি টকা
Assamese
কলিয়াবৰত খিৰিকীৰ ৰড ছিঙি লকআপৰ পৰা পলাল আচামী আৰক্ষীয়ে চলাই আছে অনুসন্ধান
Assamese
মহানগৰীত দিনদুপৰতে চাঞ্চল্যকৰ ঘটনা বাইকেৰে আগচি বেংকৰ পৰা উলিয়াই অনা তিনি লাখ টকা লুটৰ চেষ্টা
Assamese
হোজাইত গাঞ্জা সৰবৰাহত গ্ৰেপ্তাৰ আৰক্ষীৰ ইনফৰ্মাৰ বুলি নিজকে জাহিৰ কৰা কুখ্যাত অপৰাধী জব্দ প্ৰায় ২৫০ কেজি গাঞ্জা
Assamese
শিৱসাগৰৰ আটাছু নেতাক আক্ৰমণত অভিযুক্তক গুৱাহাটীত গ্ৰেপ্তাৰ
Assamese
নলবাৰীত ২৪টাকৈ হেৰোইন ভৰ্তি কণ্টেনাৰসহ ধৃত দুই ড্ৰাগছ সৰবৰাহকাৰী
Assamese
নগাঁও আৰক্ষীৰ জালত ম ষ্ট ৱাণ্টেড তীৰ মাফিয়া ৰাজু ডেৰ লক্ষাধিক টকাসহ ৰাজু আলমক গ্ৰেপ্তাৰ কৰিলে সদৰ আৰক্ষীয়ে
Assamese
সোণালী ফোগাটৰ ৩ টা বেংকত একাউণ্ট আছে একাউণ্টৰ পৰা যথেষ্ট ধনৰ লেনদেন হৈছে বিৱৰণ এতিয়াও আহিবলৈ বাকী
Assamese
ডায়েৰীৰ বগা পৃষ্ঠাত ক লা চিয়াহীৰে লিখা হৈছে নেকি সোণালীৰ মৃত্যুৰ ৰহস্য
Assamese
সোণাৰি নগৰৰ মাজমজিয়াত চাঞ্চল্যকৰ অপহৰণ কাণ্ডপাঁচ বছৰীয়া শিশুক ফুচুলাই নিছিল ড্ৰাগছ আসক্ত যুৱকে
Assamese
ৰাষ্ট্ৰীয় অপৰাধ ৰেকৰ্ড ব্যুৰোৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য মহিলাৰ বিৰুদ্ধে অপৰাধৰ ক্ষেত্ৰত দেশৰ ভিতৰতে শীৰ্ষত আছে অসম
Assamese
হাইলাকান্দিত ৬০ কেজি গাঞ্জাসহ গ্ৰেপ্তাৰ দুজন
Assamese
লোকেল গাৰ্জেনৰ কামনাৰ বলি হ ল কিশোৰী নগাঁৱৰ পুৰণিগুদামত জঘন্য কাণ্ড
Assamese
বৰাকত গাঞ্জা জব্দ কৰাৰ সকলো অভিলেখ ভংগ অসমত্ৰিপুৰা সীমান্তত ৪৭২৮ কেজি গাঞ্জা জব্দ
Assamese
১২ হাজাৰ টকাৰ ড্ৰাগছে ল লে সোণালীৰ প্ৰাণ কেনেকৈ দিয়া হৈছিল ড জ
Assamese
পুনৰ ড্ৰাগছৰ ঘাটিত পৰিণত হৈছে নগাঁও মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কঠোৰ ব্যৱস্থা লোৱাৰ আহ্বান ৰাইজৰ
Assamese
প্ৰেমৰ চলনাৰে যুৱকে অপহৰণ কৰি নিয়া যুৱতী উদ্ধাৰলাভ জেহাদৰ অভিযোগ হিন্দু সুৰক্ষা সেনাৰ
Assamese
গোৱা আৰক্ষীয়ে এতিয়া ক্লাৱৰ মালিক আৰু ড্ৰাগছ ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰিছে
Assamese
ৰ নামত ধনদাবী কৰি হাইলাকান্দিত গ্ৰেপ্তাৰ যুবক ব্যৱসায়ীক ফোনযোগে দাবী কৰিছিল ৫০ লাখ টকা
Assamese
হোজাইত আৰক্ষীৰ অভিযানত ড্ৰাগছ সহ গ্ৰেপ্তাৰ তিনি ড্ৰাগছ বেপাৰী
Assamese
শিৱসাগৰৰ জাঁজীত ৫০ ড্ৰাম চোৰাং খাৰুৱা তেল জব্দ
Assamese
দৰমহা মোকলাই দিয়াৰ নামত লৈছিল ঘোচ হাতে লোটে গ্ৰেপ্তাৰ ডিপিও
Assamese
ছাত্ৰীক ধৰ্ষণ শিক্ষকৰ বিৰুদ্ধে অৰুণাচলৰ পাচিঘাটত উত্তাল প্ৰতিবাদ
Assamese
২০ দিন ২৪৩টা গৰু ২০টা সৰবৰাহকাৰী জালত গোধনৰ চোৰাং কাৰবাৰৰ বিৰুদ্ধে ক্ষেত্ৰীযোৰাবাটত মহাফান্দ
Assamese
সোণাৰিৰ অসমনাগালেণ্ড সীমান্তৰ নামতোলাত বুজন পৰিমাণৰ নিচাজাতীয় দ্ৰব্য নগদ ধনসহ তিনিজনক আটক
Assamese
নুমলীগড়ত লোমহৰ্ষক ঘটনানিজ ভাগিনৰ দাৰ ঘাপত মোমায়েকে হেৰুৱালে এখন হাত।
Assamese
ধাৰলৈ অনা টকা উভতাই দিম বুলি মাতি আনি হত্যা সংকটজনক অৱস্থাত আন এজন
Assamese
হাইলাকান্দিত আৰক্ষী চকীৰ পৰা পলোৱা ধৰ্ষণকাৰীৰ খেদি খেদি আকৌ গ্ৰেপ্তাৰ
Assamese
শৌচাগাৰত যোৱাৰ বাহানা কৰি আৰক্ষী জিম্মাৰ পৰা পলাল অভিযুক্ত ধৰ্ষণকাৰী
Assamese
উত্তৰ প্ৰদেশত কিশোৰী জীয়ৰীক ধৰ্ষণৰ চেষ্টা কৰা প্ৰেমিকৰ গুপ্তাংগ কাটিলে মাতৃয়ে
Assamese
স্বামীৰ দাৰ ঘাপত গুৰুতৰ ভাবে আহত পত্নী খোৱা বস্তু আনিবলৈ কোৱাটোৱেই হ ল কাল
Assamese
অক্ষয় কুমাৰৰ স্পেচিয়েল ২৬ ৰ ষ্টাইলত বেংকৰ পৰা ৩৫ লাখ টকা লুটি নিলে ডকাইতে
Assamese
আৰক্ষীৰ জালত ৫ পৰিবহণ বিষয়া নিশা যানবাহনৰ পৰা আদায় কৰে কৰ ট্ৰেফিক কন্ট্ৰ ল কেম্পৰ নামত দিয়ে ৰচিদ
Assamese
ঘৰৰ পৰা ফুচুলাই নি জংঘলত কৰিছিল বলাৎকাৰ গ্ৰেপ্তাৰ নাবালিকা ধৰ্ষণকাৰী
Assamese
হাতত কটা মূৰ লৈ থানাত উপস্থিত হত্যাকাৰী ৰঙাপৰাত গাৰ নোম শিয়ৰি উঠা ঘটনা
Assamese
প্ৰেমৰ বাবেই নৃশংস হত্যাকাণ্ড ভাড়াঘৰত উদ্ধাৰ যুৱতীৰ মৃতদেহ
Assamese
বৰপেটাৰোড শাখা সত্ৰত চুৰি কৰিবলৈ অহা চোৰক হাতেলোটে আটক
Assamese
মণিপুৰত ৬০২ কোটি টকাৰ সোণৰ বিস্কুট জব্দ ১ জনক গ্ৰেপ্তাৰ
Assamese
বাইকৰ পৰা মহিলাৰ ডিঙিৰ চেইন নিবলৈ চেষ্টা কৰোঁতে কৰায়ত্ত দুই চিলনী চোৰক
Assamese
বৰপেটাত জাল মাৰ্কশ্বীট চাৰ্টিফিকেট প্ৰস্তুত কৰা চক্ৰৰ দুজনক গ্ৰেপ্তাৰ
Assamese
অনলাইন প্ৰৱঞ্চক চক্ৰৰ ভয়ংকৰ জাল ৯৯ হাজাৰ টকা লুটিলে গুৱাহাটীৰ এজন লোকৰ
Assamese
হেলমেট নিপিন্ধাৰ বাবে জৰিমনা লোৱা ডুপ্লিকেট পুলিচ অফিচাৰক ৰঙাঘৰলৈ প্ৰেৰণ প্ৰৱঞ্চক পংকজৰ আছে অলেখ আখ্যান
Assamese
শিৱসাগৰত জব্দ বৃহত্‍ পৰিমাণৰ খাৰুৱা তেল ৪ জনক গ্ৰেপ্তাৰ
Assamese
মহানগৰীৰ ভৰলুমুখত মাতৃৰ কোলাৰ পৰাই ৩ বছৰীয়া শিশুক কাঢ়ি নিলে ২ দুৰ্বৃত্তই
Assamese
গাড়ীগাঁৱৰ পৰা বৰপেটালৈ ড্ৰাগছ সৰবৰাহ কৰি আহি থকা অৱস্থাত ভেল্লাত ড্ৰাগছসহ আৰক্ষীৰ জালত পৰিল মকবুল
Assamese
ৰ জালত চাৰিটা মহা প্ৰৱঞ্চক ভূমি বিক্ৰীৰ নামত প্ৰৱঞ্চনাৰে লুট ১৫ কোটি টকা
Assamese
কলিয়াবৰত নৈশ বাছৰ পৰা জব্দ গাঞ্জাআটক দুই সৰবৰাহকাৰী।
Assamese
এইবাৰ কংগ্ৰেছ বিধায়কৰ গাড়ীত উদ্ধাৰ টকাৰ গাঁঠচাওক ভিডিঅ
Assamese
জেহাদীক প্ৰশ্ৰয় অসমৰ দুই শতাধিক মাদ্ৰাছা চোৰাংচোৱাৰ নজৰত অসমক অশান্ত কৰাৰ পৰিকল্পনা জেহাদী সংগঠনৰ
Assamese
নগাঁৱত পুনৰ বৃদ্ধি পাইছে ড্ৰাগছৰ সৰবৰাহ হয়বৰগাঁও আৰক্ষীৰ অভিযানত উদ্ধাৰ হেৰ ইন গ্ৰেপ্তাৰ ৪ ড্ৰাগছ সৰবৰাহকাৰী
Assamese
কেঁচু খান্দোতে ওলাল সাপ ৫ লাখ টকাৰ বিনিময়ত নকল ১০ লাখ টকা নিবলৈ আহিছিল সাংসদ ভাতৃ তাহং গাও
Assamese
কলিয়াবৰ আৰক্ষীয়ে খেদি খেদি জব্দ কৰিলে গৰুভৰ্তি বাহন ২৭টা গৰু উদ্ধাৰ
Assamese
শোণিতপুৰৰ ঠেলামৰাত গভাইত বাইক চোৰ ইদ্ৰিছ আলীক গ্ৰেপ্তাৰ৷ উদ্ধাৰ চুৰি বাইক
Assamese
জেহাদীৰ কাৰ্যকলাপৰ ঘাটিলৈ পৰিণত হৈছে নেকি মৰিগাঁও জিলাৰ মৈৰাবাৰী মাদ্ৰাছাৰ প্ৰধান শিক্ষকক গ্ৰেপ্তাৰৰ পিছতে চাঞ্চল্য
Assamese
মহিলাৰ পৰা টকাৰ বেগ কাঢ়ি পলায়ন কৰোতেই দুৰ্ঘটনাত পতিত দুই চিলনী চোৰ থিতাতে নিহত এটা চোৰ
Assamese
বৰপেটাৰোডত ড্ৰাগছ সৰবৰাহকাৰী আটক ড্ৰাগছসহ জালত পৰিল আফজল খান
Assamese
গঁড়ৰ খৰ্গৰ চোৰাং বেহা বিক্ৰী কৰিবলৈ অনা অৱস্থাত যোৰহাটত আটক এজন
Assamese
কোটি টকাৰ মালিক চোৰাং গৰুৰ বেপাৰী চামছূল ওৰফে গব্বৰ আছে বহু স্থাৱৰ আৰু অস্থাৱৰ সম্পত্তি
Assamese
কোকৰাঝাৰত বৃহৎ পৰিমাণৰ নিচাজাতীয় টেবলেট আৰু গাঞ্জা জব্দ নিশা ট্ৰাকত অগ্নিসংযোগ দুৰ্বৃত্তৰ
Assamese
কলিয়াবৰত প্ৰায় প্ৰতিদিনে জব্দ হৈছে এখনৰ পিছত আনখন অবৈধ গোসৰবৰাহকাৰী বাহন বিগত ২৪ ঘণ্টাত জব্দ ২০৭ টা গৰুসহ ৮ খন গৰুভৰ্তি বাহন
Assamese
২০ কোটি টকাৰ ইয়াবা টেবলেটসহ গ্ৰেপ্তাৰ আৰক্ষীমহানগৰীৰ মাজেৰে আৰক্ষীয়ে সৰবৰাহ কৰে নিষিদ্ধ ড্ৰাগছ
Assamese
চোৰাং গৰু সৰবৰাহকাৰীৰ ঘাটি হৈ পৰিছে যোৰহাট আৰক্ষীৰ নিৰ্লিপ্ততাৰ সুযোগ লৈছে গোমাফিয়াই
Assamese
মহানগৰীৰ হেঙেৰাবাৰীৰ লিচু বাগানত গাঞ্জাবিৰোধী অভিযান আটক ইটাভাতাৰ মালিক
Assamese
নতুন দিল্লী ৰে লৱে ষ্টেচনত ৰে লৱে কৰ্মচাৰীৰ দ্বাৰা দলবদ্ধ ধৰ্ষণৰ বলি এগৰাকী মহিলা চাৰিজনক ইতিমধ্যে গ্ৰেপ্তাৰ
Assamese
টকাৰ দ ম দেখিলে চকু কপালত উঠিব আপোনাৰ দুৰ্নীতিৰ টকাৰ পাহাৰ খান্দিছে ইডিয়ে
Assamese
ট্ৰাকে ট্ৰাকে অব্যাহত আছে গোধনৰ অবৈধ সৰবৰাহ কলিয়াবৰত জব্দ গৰু ভৰ্তি ট্ৰাক
Assamese
মিথ্যাচাৰেৰে আৰক্ষীক বিপথে পৰিচালিত কৰিছিল কণমানি ডিম্পীৰ হত্যাকাৰী শিৱসাগৰৰ নৃশংস দম্পতীয়ে
Assamese
গুজৰাটৰ মূৰ্গা ব্ৰেণ্ডৰ জিৰাৰ বৰপেটাৰোডত নকল পেকেট ধুৰন্ধৰ ব্যৱসায়ীৰ ৰমৰমীয়া বেহা
Assamese
কলিয়াবৰত আৰক্ষীৰ অভিযানত কাৰ্টনে কাৰ্টনে জব্দ অবৈধ বিলাতী সুৰা ঘৰৰ পৰাই জানে কৰিছিল অবৈধ সুৰাৰ ব্যৱসায়
Assamese
উত্তৰ গুৱাহাটীত সকামৰ বাবে অনা ছাগলী চুৰ কৰিবলৈ লওঁতেই ৰাইজৰ ৰোষত চোৰ
Assamese
যোগান বিভাগৰ চাউলৰ চোৰাং বেহা শিৱসাগৰত বস্তাই বস্তাই সুলভ মূল্যৰ চাউল জব্দ আঁৰত কোন
Assamese
বটদ্ৰৱা কাণ্ডৰ মূল অভিযুক্ত মাজিদা খাতুনকে ধৰি ১৩ অপৰাধী এতিয়াও পলাতক ১৫ দিনৰ ভিতৰত চাৰ্জশ্বীট দাখিল কৰিব নগাঁও আৰক্ষীয়ে
Assamese
মৰিয়নিত আৰক্ষীৰ বেশত সুৰাৰ চোৰাং বেপাৰীৰ গুণ্ডাৰাজ ৰাজপথৰ পৰা চালকহেণ্ডিমেনক অপহৰণ কৰি দিলে বৈদ্যুতিক শ্বক
Assamese
কলকাতাৰ ফুটপাথৰ পৰা পুনৰ শিশু চুৰিৰ ঘটনা নিশা মাতৃ শুই থকা অৱস্থাতে চুৰি কৰি লৈ যায় শিশুটিক
Assamese
চিনথল চাবোনৰ কাৰ্টনৰ মাজত নিচাজাতীয় সামগ্ৰী সৰবৰাহ কোটি টকা মূল্যৰ নিষিদ্ধ সামগ্ৰী জব্দ
Assamese
সাৱধান ৰহাত প্ৰৱঞ্চকৰ জালত পৰি সৰ্বস্বান্ত হ ল এজন অৱসৰপ্ৰাপ্ত কৰ্মচাৰী
Assamese
বৰপেটাৰোডত ড্ৰাগছসহ এজন যুৱকক আটক
Assamese
এইবাৰ মুখ্যসচিবৰ নামত খুলিলে ভুৱা হোৱাটছএপ একাউণ্ট যোৰহাটৰ প্ৰশাসনিক বিষয়ালৈ ধন বিচাৰি মেচেজ
Assamese
নগাঁও আৰক্ষীৰ কনিষ্টবলৰ পৰা চোৰে লুটিলে ৰাইফলৰ ৯০ জাঁই গুলী পুলিচ ৰিজাৰ্ভৰ ভিতৰতে চুৰিকাণ্ড
Assamese
নিজৰ প্ৰাণ দি হলেও চোৰ ধৰাত পুলিচক সহায় কৰি গ ল এটা মহে অবিশ্বাস্য হলেও এইয়া সত্য
Assamese
বৰপেটা জিলাৰ সৰভোগ আৰক্ষী থানাৰ অন্তৰ্গত পোৰাগাওঁত ভুমিকেন্দ্ৰীক বিবাদএকেটা পৰিয়ালৰ এজনৰ মৃত্যু আহত তিনি।
Assamese
যোৰহাট আৰক্ষীৰ জালত পৰিল কাৰ্ড প্ৰৱঞ্চক চক্ৰৰ বৃহৎ দল হাৰিয়ানাৰ পৰা আহি অসমত চলাইছিল লুটপাত
Assamese
নিজ ঘৰতে কাৰ্যালয় পাতি বন্ধুবান্ধৱীয়ে চলাইছিল ড্ৰাগছৰ বেহা মহানগৰীত গ্ৰেপ্তাৰ ২
Assamese
সম্পর্ক নষ্ট হলেই স্বেচ্ছাই পুৰুষৰ লগত থকা মহিলাই ৰুজু কৰিব নোৱাৰিব ধৰ্ষণৰ গোচৰ উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়
Assamese
ভাৰতত সন্ত্ৰাসবাদৰ বৃহৎ নেটৱৰ্ক স্থাপনৰ চেষ্টা পাকিস্তানৰ পাকিস্তানৰ দাৱতইইছলামীয়ে শ্লিপাৰ চেলত নিয়োগ কৰিলে ২৫০০ ৰো অধিক লোকক
Assamese
কলিয়াবৰত অবৈধ তীৰ ব‍্যৱসায়ীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান আটক দুই তীৰ এজেণ্ট
Assamese
দেৰগাঁৱৰ বালিডোৱাত লোমহৰ্ষক হত্যাকাণ্ড হত্যা কৰি গছত ওলোমাই থ লে ১৯ বছৰীয়া যুৱকৰ মৃতদেহ
Assamese
গাড়ী চোৰ চক্ৰৰ বিৰুদ্ধে আৰক্ষীৰ সফল অভিযান উদ্ধাৰ পাঁচখন গাড়ী জব্দ বহু ভুৱা নথি
Assamese
নিশা বশিষ্ঠ আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত জালত পৰিল কমলপুৰৰ ড্ৰাগছ ব্যৱসায়ী চিণ্টু
Assamese
মহানগৰীৰ চানমাৰিত পুত্ৰক হত্যা কৰি মৃতদেহ পেলাই থৈ গ ল পিতৃয়ে
Assamese
বন্যপ্ৰাণী নিধন অব্যাহত দুষ্প্ৰাপ্য বনৰৌৰ ৩২ কেজি বাকলিসহ গ্ৰেপ্তাৰ তিনি বেপাৰী
Assamese
পৱিত্ৰ ঈদৰ দিনটোতো চিলনী চোৰৰ ত্ৰাস মহানগৰীত থপিয়াই ম বাইল নিয়া চোৰৰ পকেটত ওলাল ড্ৰাগছো
Assamese
গড়চুক আৰক্ষীক নাকত ধৰি চাকত ঘুৰালে এটা ড্ৰাগছ পেডলাৰেজানক সবিশেষ
Assamese
অবৈধ প্ৰেমৰ পৰিণতি আছিল নেকি মৰিয়নিৰ ট্ৰিপল মাৰ্ডাৰ চাঞ্চল্য অব্যাহত
Assamese
ত নিশা ১ বজাত কোন চোৰৰ টিঘিলঘিলনি ৰোগীৰ আত্মীয়ৰ পৰা চোৰে নিলে ইয়াৰফোনসহ ম বাইল
Assamese