text
stringlengths
1
2.59k
language
stringclasses
10 values
মহানগৰীৰ জালুকবাৰীত ৭৬৫ এম এম পিষ্টলসহ ৩ জন গ্ৰেপ্তাৰ
Assamese
ঈশান উদয় স্কলাৰশ্বিপ আৰু সংখ্যালঘু ছাত্ৰৰ জলপানী কেলেংকাৰি সন্দৰ্ভত বৰপেটাত পুনৰ এগৰাকী অধ্যক্ষক গ্ৰেপ্তাৰ
Assamese
নিষিদ্ধ ড্ৰাগছৰ পুনৰ উজান উঠিছে মহানগৰীত লক্ষাধিক মূল্যৰ ড্ৰাগছ জব্দ
Assamese
বেবেজীয়া আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান বুজন পৰিমানৰ ড্ৰাগছ সহ জালত পৰিল ড্ৰাগছ সৰবৰাকাৰী
Assamese
নগাঁৱৰ কাৱৈমাৰীত আৰক্ষীৰ অভিযানত ২ ড্ৰাগছ সৰবৰাহকাৰীসহ জব্দ ব্ৰাউন ছুগাৰ
Assamese
নাৰী দেহ ব্যৱসায়ৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান গ্ৰেপ্তাৰ বিতৰ্কিত মহিলাক
Assamese
সোণাৰিত দিনৰ পোহৰতে চোৰৰ চাফাই অভিযান সদৰ আৰক্ষী থানাৰ সন্মুখত চোৰে লুটি নিলে সোণৰ আঅলংকাৰ
Assamese
নিশা হ লেই পিটপিটাই ফুৰা চোৰডকাইতে ছানি ধৰা মহানগৰীত পুনৰ ডকাইতি
Assamese
এটা লোমহর্ষক হত্যাকাণ্ডই জোকাৰি গ ল গোলাঘাটৰ অভয়জান মাটি বিক্ৰী কৰাই হ ল নেকি কাল
Assamese
হৃদয়হীন নিজৰ জীয়ৰীৰ কোলা শুৱনি কৰিবলৈ মাতৃক হত্যা কৰি কাঢ়ি নিলে কেঁচুৱা
Assamese
মাতৃক হত্যা কৰি অপহৰণ কৰা দহমহীয়া শিশুক যোৰহাটত উদ্ধাৰ
Assamese
মহানগৰীত পুনৰ পিষ্টল দেখুৱাই মহিলাৰ ডিঙিৰ সোণৰ চেইন কাঢ়িলে ডকাইতে
Assamese
যোৰহাটত বষ্টন এপে লুটিলে কোটি কোটি টকা অনলাইন প্ৰৱঞ্চক চক্ৰৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান
Assamese
মৃত্যুৰ ভুৱা প্ৰমাণপত্ৰৰে ইঞ্চুৰেঞ্চৰ ধন আত্মসাৎ কাণ্ড নিয়ন্ত্ৰণ হৈছিল বিহাৰৰ পৰা আশাকৰ্মীক গ্ৰেপ্তাৰ
Assamese
ভুৱা মৃত্যুৰ প্ৰমাণপত্ৰ প্ৰস্তুতেৰে বীমা কোম্পানীক প্ৰৱঞ্চনা কৰা চক্ৰৰ সৈতে জড়িত এগৰাকী গাঁওবুঢ়াও গ্ৰেপ্তাৰ
Assamese
ধুবুৰীত হাৱালাৰ ২০ লাখ টকা জব্দ গৌৰীপুৰ আৰক্ষীৰ বিলাসী বাহনসহ চাৰিজন আটক
Assamese
‍ গেং অৱ ডেভিল সোমাল গাঁতত বাইক ষ্টানাৰ গেঙক বিচাৰি আৰক্ষীৰ অভিযান
Assamese
ডকাইতিত নমিল ৰ জোৱান পল্টন বজাৰত হাৰিয়ানাৰ ৰে লযাত্ৰীৰ পৰা কাঢ়িলে টকাৰ মোনা
Assamese
ৰে ল আৰক্ষীৰ জালত গভাইত চোৰ জব্দ সোণৰ অলংকাৰ সাতটা ম বাইল ১৪৫ গ্রাম ব্ৰাউন ছুগাৰ আৰু নগদ ধন
Assamese
দুৰ্নীতি নিবাৰক শাখাৰ জালত আৰক্ষী উপপৰিদৰ্শক ২০ হাজাৰ লওঁতে ধৰা পৰিল হাতেলোটে
Assamese
কামৰূপৰ চাংসাৰিত দিনদুপৰতে লুটিলে ৩১ লাখ টকা ডকাইতি কাণ্ডক লৈ চাঞ্চল্য
Assamese
আঠগাঁৱৰ আলুগুদামত চুৰি কাণ্ড লুটিলে নগদ ধনসহ আঅলংকাৰ
Assamese
শিলচৰত ব্যৱসায়ী অপহৰণ ১০ লাখ টকা মুক্তিপণ বিচাৰি ফোন পৰিয়ালক
Assamese
অপৰাধৰ ৰাজধানীলৈ ৰূপান্তৰিত হৈছে নগাঁও দিনদুপৰতে নগাঁৱত পিষ্টল লৈ ডকাইতৰ সন্ত্ৰাস
Assamese
সোণাৰিত দহ বছৰীয়া কিশোৰক নিষিদ্ধ ড্ৰাগছৰ ব্যৱসায়ত ব্যৱহাৰ কৰি আটক দুই
Assamese
ম হখুলিৰ কুখ্যাত ড্ৰাগছ মাফিয়া ৰজত আলী ওৰফে মুন্নাৰ ঘৰত অভিযান হেৰ ইনসহ উদ্ধাৰ পিষ্টল
Assamese
মহানগৰীৰ গড়চুকত ৫০০ কিলোগ্ৰাম গাঞ্জা জব্দ কণ্টেইনাৰত কঢ়িয়াই আনিছিল গাঞ্জাখিনি
Assamese
দিল্লীত পুনৰ শ্ৰদ্ধাহত্যাকাণ্ড সদৃশ ঘটনা পুত্ৰৰ সৈতে মিলি পত্নীয়ে হত্যা কৰিলে স্বামীক মৃতদেহৰ ২২ টুকুৰা কৰি ৰাখিছিল ফ্ৰীজত
Assamese
ঢেকিয়াজুলিত ধৰ্ষণৰ অভিযোগ গ্ৰেপ্তাৰ আছাম ৰাইফলছ জোৱান
Assamese
নিষিদ্ধ ড্ৰাগছৰ ঘাটিত পৰিণত চৰাইদেউ জিলা সোণাৰিত ড্ৰাগছসহ ২০ বছৰীয়া যুৱতী আটক আৰক্ষীৰ
Assamese
উত্তৰ প্ৰদেশত প্ৰাক্তন প্ৰেয়সীক হত্যা কৰি মৃতদেহৰ কৰিলে ৬ টুকুৰা কুঁৱাত উদ্ধাৰ মুণ্ডবিহীন মৃতদেহ
Assamese
নাৰেংগীত চিলনী চোৰে থপিয়াই নিলে মহিলাৰ সোণৰ চেইন দৃশ্য বন্দী চিচি টিভিত
Assamese
বঙাইগাঁৱৰ এটা পৰিয়ালক শীতল পানীয় মাজা খুৱাই লুটিলে আঅলংকাৰ
Assamese
চৰাইদেউ জিলাৰ সদৰ সোণাৰিত নিষিদ্ধ হেৰ ইন গাঞ্জাসহ এজন যুৱকক আটক
Assamese
গিৰিহঁত পথাৰত ধান চপোৱাত ব্যস্ত চোৰে দিনদুপৰতে ঘৰত চলালে চাফাই অভিযান
Assamese
দিল্লী হত্যাকাণ্ডঃ প্ৰেমিকে প্ৰেমিকাক হত্যা কৰি ৩৫ টুকুৰা কৰিলে শৰীৰ ১৮ দিন ফ্ৰীজত ৰাখিছিল মৃতদেহ
Assamese
মহানগৰীৰ বামুণীমৈদামত ৫০ টকাৰ বাবেই কিশোৰক হত্যাৰ অপচেষ্টা
Assamese
হোজাইত ড্ৰাগছভৰ্তি ৭০টা কণ্টেইনাৰসহ দুজন গ্ৰেপ্তাৰ জব্দ এখন স্কৰপিঅ গাড়ী
Assamese
পল্টনবজাৰ ৰে ল ষ্টেচনত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ
Assamese
গুৱাহাটী মহানগৰীত চাঞ্চল্যকৰ অপহৰণকাণ্ড ২ জনক আটক আৰক্ষীৰ
Assamese
সোণাৰিত সাত কাৰ্টন বিষ্ফোৰক সামগ্ৰী উদ্ধাৰ নগা মহিলাসহ আটক দুজন
Assamese
জাজৰি আৰক্ষীৰ জালত বুজন পৰিমাণৰ ড্ৰাগছসহ এটা কুখ্যাত ড্ৰাগছ বেপাৰী
Assamese
যাত্ৰীবাহী ট্ৰেভেলাৰত ১৮টাকৈ চোৰাং গৰু নগাঁৱত জব্দ
Assamese
‍ বৰপেটাত ধিক্কাৰজনক কাণ্ড বজাৰত ঘূৰি ফুৰা ১৬টাকৈ কুকুৰক বিহ প্ৰয়োগ কৰি হত্যা
Assamese
চৰাইদেউ জিলাৰ সদৰ সোণাৰিত বুজন পৰিমাণৰ ড্ৰাগছসহ ড্ৰাগছৰ ঘাটি উৎখাত
Assamese
ডাইনী সন্দেহত হত্যাকাণ্ড গোসাঁইগাঁৱত তিনিজনক গ্ৰেপ্তাৰ
Assamese
ভণ্ড বাবাৰ লুটপাতত সৰ্বস্বান্ত গুৱাহাটীৰ এটা পৰিয়াল
Assamese
ছয়গাঁও আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ জালনোট সৰবৰাহকাৰী চক্ৰৰ ৫জন
Assamese
গুৱাহাটীত ৫ কোটি টকাৰ নিচাজাতীয় টেবলেট জব্দ
Assamese
বিজনীত ড্ৰাগছ ব্যৱসায়ী গ্ৰেপ্তাৰ জব্দ ৫৩৬ গ্ৰাম ড্ৰাগছ
Assamese
জামুগুৰি আৰক্ষীৰ জালত পৰিল নিশা চোৰাং গৰু সৰবৰাহকাৰী উদ্ধাৰ ১১টা গুৰু
Assamese
দিনদুপৰতে মহানগৰীৰ ৰাজপথত চোকা অস্ত্ৰৰ আঘাতত গুৰুতৰভাৱে আহত এজন
Assamese
ৰাজধানী এক্সপ্ৰেছ ৰে লত ৩০ লাখ টকামূল্যৰ সোণৰ বিস্কুত জব্দ
Assamese
সৰুপথাৰ আৰক্ষীৰ জালত বাৰ্মিজ চুপাৰি সৰবৰাহকাৰী ধানৰ বস্তাৰ তলত ভৰাই আনিছিল ২০ বস্তা চুপাৰি
Assamese
গুৱাহাটীত ৫০০ কোটি টকা আত্মসাৎ স্কিল কিটছৰ শিক্ষিত যুৱকৰ পৰা লাখ লাখ টকা লৈ পলাল কোম্পানীৰ কৰ্মচাৰী
Assamese
মাণিকপুৰ আৰক্ষীৰ জুৱা বিৰোধী অভিযান নিশা আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ ১১ জনকৈ জুৱাৰী
Assamese
বঙাইগাঁৱৰ খগৰপুৰত নিশা ডকাইতি লুটি নিলে ৮০ হাজাৰ
Assamese
পুনৰ নগাঁৱত ইৰাণৰ সন্ত্ৰাস নগাঁও আৰক্ষীৰ নিষ্ক্ৰিয়তাৰ সুযোগ লৈছে সুদখোৰ অপৰাধীয়ে
Assamese
যোৰহাটৰ উপায়ুক্তৰ নামত ভুৱা হোৱাটছআপ নম্বৰ ব্যৱহাৰ কৰি প্ৰৱঞ্চনাৰ চেষ্টা দুষ্টচক্ৰৰ
Assamese
‍ বঙাইগাঁও সদৰ থানাৰ অন্তৰ্গত মাজগাঁৱত নিশা মৰিয়াই হত্যা এজনক
Assamese
চাবুৱাত অচিনাক্ত দুৰ্বৃত্তই নিশা জ্বলাই দিলে শিৱ মন্দিৰৰ মূৰ্তি চেপা উত্তেজনা
Assamese
শালবাৰী আৰক্ষীৰ জালত ঝাৰখণ্ডৰ দুই চাইবাৰ অপৰাধী বেংকৰ লোক বুলি পৰিচয় দি লুটিছিল লক্ষাধিক টকা
Assamese
পাঠশালা আৰক্ষীয়ে ড্ৰাগছসহ আটক কৰিলে দুই ড্ৰাগছ ব্যৱসায়ীক
Assamese
বোকাজানত ৫ কোটি টকাৰ ড্ৰাগছ জব্দ বাহনত গোপন চেম্বাৰ বনাই লুকুৱাই আনিছিল ড্ৰাগছখিনি
Assamese
বঙাইগাঁৱত ড্ৰাগছসহ আৰক্ষীৰ জালত পৰিল ইউচুফ আলী চাবোনৰ বাকচত লুকুৱাই ৰাখিছিল ড্ৰাগছ
Assamese
ড্ৰাগছৰ বিৰুদ্ধে কামৰূপ আৰক্ষীৰ বৃহৎ সাফল্য আমিনগাঁও শৰাইঘাট দলঙৰ সমীপৰ ২৭নং ৰাষ্ট্ৰীয় ঘাইপথত জব্দ ড্ৰাগছ
Assamese
ঘোঁৰামৰাৰ ৰ পৰা দুই বয়োজ্যেষ্ঠ পৰা ধন হৰলুকীৰ পম খেদি আৰক্ষীৰ গ্ৰেপ্তাৰ ৪জনক
Assamese
বিজনী আৰক্ষীৰ জালত ড্ৰাগছসহ ড্ৰাগছ ব্যৱসায়ী ৯টা কৈ ড্ৰাগছ ভৰ্তি কন্টেইনাৰ জব্দ
Assamese
মহানগৰীত চাঞ্চল্যকৰ ঘটনা লুটিলে সাধাৰণ ৰিক্সাচালকক
Assamese
মহানগৰীত দিনদুপৰতে ডকাইতি লুটিলে জুৰোডৰ ব্যৱসায়িক প্ৰতিষ্ঠান
Assamese
মহানগৰীত ভয়ংকৰ ঘটনা নাৰেংগীত যুৱতীক ছুৰিকাঘাত যুৱকৰ
Assamese
দুৰ্গোৎসৱৰ মাজতে বাইক চুৰিৰ চেষ্টা চলাই আটক দুই বাইক চোৰ
Assamese
দুৰ্গাপূজাৰ প্ৰাকক্ষণত অপৰাধ গোসাঁইগাঁৱত শূন্য দূৰত্বৰ পৰা গুলীচালনা এজনক
Assamese
বকোত চাঞ্চল্যকৰ ডকাইতি কাণ্ড ডকাইতৰ গুলীত আহত অসম আৰক্ষীৰ কমাণ্ডো
Assamese
গড়চুক আৰক্ষীৰ জালত মোবাইল ফোন চুৰ কৰা এটা গেঙৰ পাঁচজন
Assamese
শিৱসাগৰত আৰক্ষীৰ জালত তিনিটা চোৰ লেপটপ চুৰি কৰি গ্ৰেপ্তাৰ
Assamese
মিজোৰামত অসম ৰাইফলছৰ অভিযানত জব্দ ১৬৭৮৬ কোটিৰ নিচাযুক্ত মেথাম্ফেটামিন টেবলেট এগৰাকী মহিলাক আটক
Assamese
বহিঃৰাজ্যৰ পৰা অব্যাহত আছে গৰুৰ চোৰাং বেহাহাইলাকান্দিত আৰক্ষীৰ অভিযানত জব্দ কেইবাটাও চোৰাং গৰু
Assamese
চিৰাঙৰ বিজনীত চাঞ্চল্যকৰ ঘটনা শুই থকা অৱস্থাতে কোনোবাই হত্যা কৰিলে নেকি চিকিৎসাকৰ্মীক
Assamese
মৰিয়নিত পিষ্টল বিক্ৰী কৰিবলৈ আহি সেনাৰ জালত পৰিল দুজন নগা
Assamese
এশ টকা আৰু এপেকেট চিপছ দি ধৰ্ষিতাৰ মুখ বন্ধ কৰাৰ চেষ্টা কৰিছিল আদালতে যাবজ্জীৱন কাৰাদণ্ড বিহিলে নাবালিকা ধৰ্ষণকাৰীক
Assamese
খাদ্য ডেলিভাৰী দিবলৈ আহি ছাত্ৰীক যৌন নিৰ্যাতন ডেলিভাৰী মেনৰ
Assamese
বিশ্বনাথ চাৰিআলিত নিমখৰ গুদামত উদ্ধাৰ দুটাকৈ বন্দুক দুজনক গ্ৰেপ্তাৰ বন বিভাগৰ
Assamese
ৰন্ধন গেছৰ চিলিণ্ডাৰৰ ভিতৰত উদ্ধাৰ হেৰ ইন ৪৯টা চাবোনৰ বাকচত আছিল ড্ৰাগছখিনি
Assamese
বৰপেটা জিলাৰ হাউলীত আৰক্ষীৰ অভিযানত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ
Assamese
গুৱাহাটী হৈ পৰিছে প্ৰৱঞ্চকৰ কেন্দ্ৰ দুগুণ টকা দিয়াৰ অচিলাৰে মধ্যপ্ৰদেশৰ দম্পতীৰ পৰা প্ৰায় ১০ লাখ লুট সাৱধান হওক আপুনিও
Assamese
এইবাৰ ন্যায়াধীশৰ ফটো ব্যবহাৰ কৰি ধন দাবী ছাইবাৰ অপৰাধী চক্ৰৰ
Assamese
দালাল ৰফিকুলক বিচাৰি চতিয়াত দিছপুৰ আৰক্ষীৰ অভিযান
Assamese
নগাঁৱত বিদ্যালয়ৰ পৰা আহোঁতে কিশোৰীক অপহৰণ কৰি ধৰ্ষণ ছয় নৰপিশাচৰ
Assamese
লোমহৰ্ষক বাক্সাত বিবাহিত প্ৰেমিকাৰে মিলি প্ৰেমিকে হত্যা কৰি নৈত উটুৱাই দিলে যুৱকক
Assamese
মুম্বাই আৰক্ষীৰ এন্টি নাৰ্কোটিক্স চেলৰ অভিযানত প্ৰায় ২৫০০ কোটি টকাৰ নিচাযুক্ত সামগ্ৰীসহ ৮ জন গ্ৰেপ্তাৰ
Assamese
সাৱধন ডেলিভাৰী বয়ৰ ৰূপত পিটপিটাই ফুৰিছে চোৰ জব্দ মোবাইল টিচাৰ্ট ট্ৰাউজাৰ জেকেট
Assamese
বঙাইগাঁৱত তিনি চাইবাৰ অপৰাধীক গ্ৰেপ্তাৰ বহিঃৰাজ্যৰ পৰা নিয়ন্ত্ৰণ হোৱা চাইবাৰ অপৰাধী চক্ৰক যোগান ধৰিছিল ছিম
Assamese
বলেৰো অল্টো বাইক আৰু বহু উপহাৰৰ প্ৰতিশ্ৰুতি দি ছয়জন গ্ৰেপ্তাৰ
Assamese
বিলাতী সুৰাৰ বটলত ভেজাল সুৰা বৰপেটা জিলাৰ হাউলীত উৎখাত কাৰখানা
Assamese
শীৰ্ষ বিষয়াৰ মোহৰ চহী জালিয়াতি কৰি প্ৰৱঞ্চনা চিৰাঙত আটক এজন
Assamese
নগাঁৱৰ গোটলাইপট্টিত ৫২ বছৰীয়া মহিলাক নৃশংসভাৱে হত্যা কৰিলে দুৰ্বৃত্তই
Assamese
কমা নাই ড্ৰাগছ ব্যৱসায়ীৰ দৌৰাত্ম্য বৰপেটাৰোডত ৪২ গ্ৰাম ড্ৰাগছসহ মহিলা আটক
Assamese
সিধু মুছেৱালাৰ হত্যাকাৰীৰ সৈতে কি লিংক বলীউডৰ ভাইজান ছলমান খানৰ
Assamese
আইচক্ৰীম দিম বুলি ফুচুলাই নি অপহৰণ কৰিলে ৬ বছৰীয়া শিশুক ডেৰ লাখ টকাত বিক্ৰী কৰিবলৈ লওতেই নাহৰলগুনত কৰায়ত্ত অপহৰণকাৰী
Assamese