text
stringlengths
1
2.59k
language
stringclasses
10 values
গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এজন জ্যেষ্ঠ অধিবক্তাৰ ঘৰত চুৰি লুটিলে সোণৰ আঅলংকাৰৰ লগতে নগদ ধন
Assamese
মৰিয়নি ত্ৰিপল মাৰ্ডাৰ ঘটনাৰ নতুন মোৰ ঘটনাস্থলীৰ সমীপত উদ্ধাৰ অভিযুক্তৰ মৃতদেহ।
Assamese
হোজাইত মহিলা ৰে লযাত্ৰীৰ ম বাইল থপিয়াই পলাইছিল চোৰ কিন্তু দিন বেয়া আছিল চোৰ লালচান্দৰ
Assamese
ৰাজ্যত অব্যাহত আছে গৰুৰ চোৰাং সৰবৰাহ ১০টা গৰুসহ বশিষ্ঠ আৰক্ষীৰ জালত ৪ সৰবৰাহকাৰী
Assamese
নামীদামী হোটেলত বাহৰ পাতি কৰি গৈছিল চুৰি কাৰ্য বোকাজান আৰক্ষীৰ জালত এটা অঘাইতং চোৰ
Assamese
২৭ ছেকেণ্ডত ৬০ বাৰ ছুৰীৰে আক্ৰমণ হোটেলত বাস্তু বিশেষজ্ঞক নৃশংস হত্যা
Assamese
আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সন্মুখতে অপৰাধীৰ দপদপনি নগাঁও আৰক্ষীক কেৰেপ নকৰে অপৰাধীয়ে
Assamese
স্মাৰ্ট চোৰে কুৰিয়াৰেৰে সঘনে চুৰি মোবাইল মুম্বাইৰ পৰা প্ৰেৰণ কৰিছিল হোজাইৰ ঘৰলৈ ১২ লাখ টকাৰ ম বাইল উদ্ধাৰ
Assamese
পুখুৰীত জাঁপ দিও ৰক্ষা নপৰিল ছানিদুল ড্ৰাগছসহ আটক
Assamese
মৰিয়নিৰ ট্ৰিপল মাৰ্ডাৰৰ দহ দিন ঘাতক চিনাক্ত অথচ আৰক্ষীয়ে কৰিব পৰা নাই কৰায়ত্ত কিয়
Assamese
মহানগৰীৰ মাজমজিয়াৰে বহিঃৰাজ্যলৈ নি আছিল গাঞ্জা বশিষ্ঠত গ্ৰেপ্তাৰ ২
Assamese
নগাঁৱত ৬০ বছৰীয়া বৃদ্ধৰ কামনাৰ বলি দৃষ্টিহীন কিশোৰী ৰাইজৰ উত্তমমধ্যম
Assamese
নুমলীগড়ৰ কাষৰীয়া কমাৰগাঁও আৰক্ষীৰ জালত গৰু চুৰি চক্ৰ বাহনসহ ৬ টাকৈ গৰু জব্দ কৰাৰ লগতে ২ গৰু চোৰ আৰক্ষীৰ জিম্মাত
Assamese
হাইলাকান্দিত আৰক্ষীৰ অভিযানত উদ্ধাৰ ১০খন চুৰি বাইক আৰক্ষীৰ জালত ৬ কুখ্যাত বাইক চোৰ
Assamese
ষ্টাৰ ইণ্ডিয়াকে ধৰি আন্তৰ্জাতিক একাধিক চেনেল হেক কৰাৰ অভিযোগত আটক ২০ বছৰীয়া যুৱক
Assamese
বঢ়মপুৰত চাঞ্চল্য বিশেষভাৱে সক্ষম ৪৫ বছৰীয়া অবিবাহিত মহিলাক হত্যা
Assamese
এ ইউএপিএৰ অধীনত কানহাইয়ালালৰ হত্যাৰ গোচৰ ৰুজু কৰিছে কানহাইয়ালালৰ পত্নীৰ দাবী ১৫ দিন ধৰি আহি আছিল মৃত্য়ুৰ ভাবুকি
Assamese
দমে দমে নকল নোটসহ আৰক্ষীৰ জালত পৰিল লখিমপুৰৰ হাফিজুল ইছলাম
Assamese
ছোনিয়া গান্ধীৰ ব্যক্তিগত সচিব পি পি মাধৱনৰ বিৰুদ্ধে দিল্লীত ধৰ্ষণৰ গোচৰ
Assamese
আন্তৰ্জাতিক ড্ৰাগছবিৰোধী দিৱসৰ দিনাই নুমলীগড়ত ড্ৰাগছসহ আটক ৭ সৰবৰাহকাৰী জব্দ এখন ট্ৰাক
Assamese
ৰাজ্যত অব্যাহত গোধনৰ অবৈধ সৰবৰাহকলিয়াবৰৰ বাগৰিত জব্দ গৰুভৰ্তি ট্ৰাক।
Assamese
মৰিয়নিত ট্ৰিপল মাৰ্ডাৰ ঘৰৰ ভিতৰতে কোনে নৃশংসভাৱে হত্যা কৰিলে পিতৃমাতৃ আৰু গাভৰু কন্যাক
Assamese
ৰাজ্যত বানৰ ভয়াৱহ পৰিৱেশৰ মাজতো চলি আছে গৰুৰ চোৰাং সৰবৰাহ ৰহাত জব্দ ২০টা
Assamese
শিমলুগুৰি ৰে ল জংচনত কোটি টকাৰ ড্ৰাগছ জব্দ
Assamese
বঙাইগাঁৱত উপ পঞ্জীয়কসহ গ্ৰেপ্তাৰ তিনিজন মালিকৰ জাল চহীৰে ভূমিৰ মালিকীস্বত্ব সলনি
Assamese
নাগালেণ্ড সীমান্তৰে অসমত প্ৰবেশ কৰা ৬০০ বস্তা বাৰ্মিজ চুপাৰী জব্দ গুৱাহাটীৰ ট্ৰেভেল এজেঞ্চীৰ মালিক জড়িত থকাৰ সন্দেহ
Assamese
শিৱসাগৰত ৮০ বস্তা লালিগুড় জব্দ ব্যৱসায়ী ভোলা চাহুৱে মজুত কৰি ৰাখিছিল আলুৰ গুদামত
Assamese
মহানগৰীৰ গড়চুকত গাঞ্জা সৰবৰাহকাৰী গ্ৰেপ্তাৰ বলেৰো বাহনত চেম্বাৰ বনাই সৰবৰাহ কৰিছিল গাঞ্জা
Assamese
আৰক্ষীৰ সন্মুখতে ধৰ্ষণৰ অভিযুক্তক গণপ্ৰহাৰচিৰাঙত ভয়ংকৰ ঘটনা।
Assamese
যোৰহাটত বাইকত উদ্ধাৰ হ ল ড্ৰাগছড্ৰাগছসহ এজন যুৱকক আটক
Assamese
ৰাজ্যজুৰি বানৰ সংহাৰ তাৰ মাজতে হাইলাকান্দিত ট্ৰাকৰ আদাৰ বস্তাৰ মাজত ওলাল ৩০০ বস্তা বাৰ্মিজ চুপাৰি
Assamese
নিলম্বিত জোনমনি‌ ৰাভাৰ প্ৰথমখন জামিনৰ আবেদন আদালতত নাকচ
Assamese
হোজাইত ভুৱা কল চেণ্টাৰৰ ভয়ংকৰ জাল এমাজ নৰ একাউণ্ট হেক কৰি লুটিছিল ধন টাৰ্গেটত আমেৰিকা নিৱাসী
Assamese
শ্ৰদ্ধা কাপুৰৰ ভাতৃ আৰু শক্তি কাপুৰৰ পুত্ৰ সিদ্ধান্ত কাপুৰক ড্ৰাগছ গোচৰত গ্ৰেপ্তাৰ
Assamese
কৰিমগঞ্জৰ চূড়াইবাড়িত পুনৰ জব্দ হৈছে ডেৰ কোটি টকাৰ অবৈধ গাঞ্জা
Assamese
নগাঁৱৰ কচুৱাত আৰক্ষীৰ জালত পৰিল কুখ্যাত ডকাইত দিলদাৰ হুছেইন জব্দ গুলীসহ ৰিভলভাৰ আৰু তৰোৱাল
Assamese
২৪ ঘণ্টাত ৩টা চুৰিডকাইতিৰ ঘটা আমিনগাঁৱত ডকাইতৰ ছুৰিকাঘাতত ক্ষতবিক্ষত মহিলাই পালে জিএমচি
Assamese
অপৰাধীৰ সন্ধানত হাইলাকান্দি পালে কৰ্ণাটকৰ আৰক্ষী কি কাণ্ড কৰি ঘৰৰ ল ৰা আহিছিল ঘৰলৈ উভতি
Assamese
যোৰহাটৰ এখন পিতনিত উদ্ধাৰ হৈছিল মৃতদেহ অৱশেষত যোৰহাট আৰক্ষীয়ে ফাদিল কৰিলে হত্যাকাণ্ডৰ ৰহস্য
Assamese
শিৱসাগৰ জিলাৰ শিমলুগুৰি ৰেল জংচনত ডেৰ কোটি টকাৰ ড্ৰাগছসহ জালত পৰিল দুই সৰবৰাহকাৰী
Assamese
যোৰহাটত এক কোটি টকাতকৈও অধিক মূল্যত কোনে কিনিব বিচাৰিছিল গঁড়ৰ খড়্গ
Assamese
শিৱসাগৰ নগৰৰ পৰা পুনৰ চাৰি জুৱাৰী আটক সুযোগ বুজি পলাল ২
Assamese
বাৰাণসী ধাৰাবাহিক বিস্ফোৰণ১৬ বছৰৰ পিছত আহিল ৰায় সন্ত্ৰাসবাদী বলিউল্লাহক দিয়া হ ল ফাঁচীৰ শাস্তি
Assamese
যুৱতীৰ আৰু নগদ ধন চুৰ কৰি ৰঙা ঘৰৰ আলহী হ ল নাজিৰাৰ যুৱক
Assamese
যোৰহাটৰ গ্ৰামাঞ্চলত এঘৰত উদ্ধাৰ ২১ কেজি ২৪০ গ্ৰাম গাঞ্জা
Assamese
হাইলাকান্দিত আৰক্ষীৰ জুৱা আৰু ড্ৰাগছ বিৰোধী অভিযান গ্ৰেপ্তাৰ ৮জন
Assamese
বিলাসী মাৰ্চিডিজ গাড়ীত নাবালিকাক দলবদ্ধ ধৰ্ষণ অভিযুক্তৰ মাজত বিধায়কৰ পুত্ৰ
Assamese
নাজিৰাতো আছে এহেজাৰতকৈ অধিক ভুৱা শিক্ষক ৰ পাতে পাতে ভুৱা শিক্ষকৰ নাম
Assamese
চোৰাং গৰুৰ বেপাৰীৰ সম্পত্তিৰ ওপৰত আৰক্ষীৰ শেন চকু
Assamese
ড্ৰাগছৰ ব্যৱসায়ত নামি পৰিছে খোদ গৃহৰক্ষী জোৱানো ৰাইজে ধৰি গতালে আৰক্ষীক
Assamese
‍ ৰাষ্ট্ৰীয় ঘাইপথত বিলাতী সুৰাভৰ্তি ট্ৰাক ডকাইতিৰ চেষ্টা দুই ডকাইত গ্ৰেপ্তাৰ
Assamese
ড্ৰাগছ বিক্ৰী কৰিবলৈ আহোতেই জখলাবন্ধাত ব্ৰাউন ছুগাৰসহ আৰক্ষীৰ জালত পৰিল ড্ৰাগছ পেডলাৰ
Assamese
আৰক্ষীৰ বাহনত খুন্দিয়াই পলায়নৰ চেষ্টা মেঘালয়ৰ দুৰ্বৃত্তৰ যুৱতীসহ ধৃত ৫ জালনোট সৰবৰাহকাৰী
Assamese
অৱশেষত নগাঁও আৰক্ষীৰ জালত বটদ্ৰৱা থানা আক্ৰমণ কাণ্ডৰ মূল অভিযুক্ত আশ্বিকুল ইছলাম থানা জ্বলাবলৈ দিছিল উচটনি
Assamese
৫ টকা হাতত গুজি দি ধৰ্ষণৰ চেষ্টা নাবালিকাক আটক ৫০ৰ ঊৰ্ধ্বৰ অভিযুক্ত
Assamese
ত চাকৰি দিম বুলি লাখ লাখ টকা সৰকোৱা প্ৰৱঞ্চকক ৰাইজে আঁঠু কঢ়ালে ৰাজপথত
Assamese
আৰক্ষীৰ পৰিচয় দি সংঘটিত কৰিলে অপৰাধ হাইলাকান্দিৰ বেটাৰীভৰ্তি ট্ৰাক চুৰি ক‍াণ্ডৰ চাঞ্চল্যকৰ মোৰ
Assamese
৭২ ঘণ্টাত ৩টাকৈ মৃতদেহ উদ্ধাৰ নগাঁৱৰ মৰিকলং বিলত উদ্ধাৰ অৰ্ধগলিত মৃতদেহ
Assamese
ৰাজ্যত উজান উঠিছে ড্ৰাগছৰ মহানগৰীৰ ত বুজন পৰিমাণৰ ড্ৰাগছসহ গ্ৰেপ্তাৰ ড্ৰাগছ সৰবৰাহকাৰী
Assamese
বৰপেটাৰোড আৰক্ষীৰ পুনৰ ড্ৰাগছ বিৰোধী অভিযান অভিযানত ২২টা ড্ৰাগছ ভৰ্তি কন্টেইনাৰ সহ আটক দুজন ড্ৰাগছ সৰবৰাহকাৰী
Assamese
গুৱাহাটীতে নিষিদ্ধ নিচাজাতীয় দ্ৰব্যৰ আন্তৰাষ্ট্ৰীয় ঘাটি ভাৰাঘৰৰ পৰাই চলিছে কোটিটকীয়া বেহা
Assamese
সাত বছৰ পুৰণি এচিদ আক্ৰমণৰ গোচৰত অভিযুক্ত দোষীক যাৱজ্জীৱন কাৰাদণ্ড
Assamese
ৰহস্য ভেদ হোৱা নাই গুৱাহাটীৰ কৃষ্ণনগৰ হত্যাকাণ্ডৰ ধৰণী ডেকাৰ স্বীকাৰোক্তিক লৈ বিপাঙত আৰক্ষী
Assamese
অসমৰ কৃষকৰ বাবে আৱণ্টিত ইউৰিয়া সাৰ ব্য়ৱহাৰ হৈছে নেকি ম্যানমাৰৰ আফিং খেতিত এইবাৰ জালত পৰিছে ৰৌবৰালি
Assamese
জালত পৰিল ৫ গভাইত চোৰ ৭টা মোবাইল ৪২টা ২৪ ভল্টৰ বেটেৰী আৰু কি কি উদ্ধাৰ
Assamese
ভাড়াঘৰ বিচৰাৰ ছলেৰে দুই পুৰুষমহিলাই লুটি নিলে লক্ষাধিক টকা ডকাইতিৰ প্লেনিং আছিল উদ্বেগজনক
Assamese
বৰপেটা ৰোডত সোণৰ নাও উদ্ধাৰ আৰক্ষীয়ে আটক কৰিলে ২ যুৱকক
Assamese
কেলেংকাৰীত নাম সাঙোৰ খোৱা অসমৰ ৰ কাৰ্যালয়ত ৰ অভিযান মুঠ ১৪ জন জালত
Assamese
মূৰত গুলীয়াই দুৰ্বৃত্তই লুটি নিলে ধন নগাঁৱত চাঞ্চল্য
Assamese
দুটাকৈ নৃশংস হত্যাকাণ্ডই জোকাৰি গল ঢেকীয়াজুলি হাতভৰি বন্ধা অৱস্থাত উদ্ধাৰ মৃতদেহ
Assamese
সোণাৰিত জীয়েকজোঁৱায়েকে মিলি নৃশংসভাৱে হত্যা কৰিলে পিতৃক পলাতক দুই হত্যাকাৰী
Assamese
দিন দুপৰতে মহানগৰীত ডকাইতি পালছাৰ বাইকত অহা ডকাইতে কাঢ়ি নিলে ২৮ লাখ টকা
Assamese
গাড়ীৰ তেলৰ টেংকীৰ ভিতৰত লুকুৱাই অনা অৱস্থাত জব্দ কোটি কোটি টকাৰ ড্ৰাগছ
Assamese
অব্যাহত আছে অপৰাধীলৈ অসম আৰক্ষীৰ গুলীচালনা এইবাৰ এনকাউণ্টাৰত ধৰাশায়ী কয়লা মাফিয়া
Assamese
এইবাৰ মহানগৰীৰ জ্যোতিষীৰ বাসগৃহত যুৱতীৰ মৃতদেহ উদ্ধাৰ
Assamese
বিহু চাই বাইকেৰে প্ৰেমিকৰ সৈতে আহি থাকোঁতে যুৱতীক ৪৫জনীয়া যুৱকৰ ধৰ্ষণৰ চেষ্টা পথত উদ্ধাৰ নগ্ন ৰূপত
Assamese
একেডোখৰ মাটিকে তিনিজনক বিক্ৰী ৬৮ লাখ টকাৰ ইফালসিফাল কৰি জালত পৰিল তিনি দালাল এটা পলাতক
Assamese
এটা ফোনতে উধাও ২১ লাখ টকা লিংক ত ক্লিক কৰি এতিয়া মূৰেকপালে হাত দিছে দম্পতীয়ে
Assamese
ৰংজুলিত উদ্ধাৰ নৰকংকাল ত্ৰিকোণ প্ৰেমৰ জিঘাংসাৰ বলি প্ৰেমিক
Assamese
কচুৱাৰ গেৰজাইপামত ড্ৰাগছসহ আটক চাৰি ড্ৰাগছ সৰবৰাহকাৰী
Assamese
অভিযোগপ্ৰত্যাভিযোগৰ মাজত হাতীগাঁও দলবদ্ধ ধৰ্ষণকাণ্ডৰ নতুন মোৰ আচলতে হৈছিল কি
Assamese
নিশাৰ আন্ধাৰত নহয় ৰহাত দিনৰ পোহৰতে আৰক্ষীৰ গুলীচালনা
Assamese
হাইলাকান্দিত গ্ৰেপ্তাৰ গাড়ী চুৰি চক্ৰৰ মাষ্টাৰ মাইণ্ড চুৰি বলেৰ গাড়ীসহ জালত পৰিল চৰকাৰী কৰ্মচাৰী
Assamese
উত্তৰ প্ৰদেশত গ্ৰেপ্তাৰ হোৱাৰ পিছত অসমলৈ লৈ অহা ২ চোৰাং গৰু ব্যৱসায়ী নিহত আৰক্ষীয়ে অধিক তদন্তৰ বাবে লৈ যোৱা সময়তে উগ্ৰপন্থীৰ আক্ৰমণআৰক্ষী
Assamese
ড্ৰাগছৰ বিৰুদ্ধে নগাঁও আৰক্ষীৰ অভিযান অব্যাহত ব্ৰাউন ছুগাৰসহ গ্ৰেপ্তাৰ ২ ড্ৰাগছ সৰবৰাহকাৰী
Assamese
আৰক্ষীৰ নিৰ্লিপ্ততাৰ সুযোগ লৈছে অপৰাধীয়ে নগাঁৱত জ্যেষ্ঠ সাংবাদিকৰ ঘৰত ডকাইতিৰ অপচেষ্টা
Assamese
ড্ৰাগছৰ বেহা চলোৱা স্বামীস্ত্ৰীক গ্ৰেপ্তাৰ কৰিলে নগাঁও আৰক্ষীয়ে
Assamese
অবৈধ প্ৰেমেই কাল হ ল পপীৰ মানসে ডিঙি ৰেপি হত্যা কৰি পেলাই থৈ গ ল পথাৰত
Assamese
অধ্যাপিকাৰ যৌন নিৰ্যাতনৰ গোচৰ নগাঁৱৰ আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ অধ্যক্ষক আটক
Assamese
পল্টনবজাৰ ডকাইতি কাণ্ডৰ মাষ্টাৰমাইণ্ড নিহত মহানগৰ আৰক্ষীৰ অভিয়ানত গ্ৰেপ্তাৰ আন চাৰিজন
Assamese
বৰপেটাৰোডত ড্ৰাগছ সহ দুজন যুৱক জালত পৰিল আৰক্ষীৰ জব্দ কৰিলে ড্ৰাগছ ভৰ্তি ২৮টা কণ্টেইনাৰ
Assamese
ৰ বাতৰিৰ প্ৰতিক্ৰিয়া সংখ্যালঘু ছাত্ৰবৃত্তিৰ তদন্তৰ বাবে নগাঁৱত উপস্থিত ৰ দল ৯জনক আটক
Assamese
হত্যা ডকাইতি চুৰি প্ৰবঞ্চনা ধৰ্ষণৰ ঘটনাত শীৰ্ষত গুৱাহাটী অপৰাধ নগৰীত পৰিণত মহানগৰ গুৱাহাটী
Assamese
৪৮ ঘণ্টাত গুৱাহাটীত ৪টাকৈ লোমহৰ্ষক অপৰাধ ২টা হত্যাকাণ্ড দুঠাইত ৰহস্যজনকভাৱে মৃতদেহ উদ্ধাৰ
Assamese
অপৰাধ নগৰীত পৰিণত হোৱা গুৱাহাটীত এজন ৬০ বছৰীয়া লোকক ঘৰতে গুলীয়াই হত্যা
Assamese
শ্বেতা আগৰৱাল হত্যাকাণ্ডক লৈ আদালতৰ গুৰুত্বপূৰ্ণ ৰায় দোষমুক্ত কৰিলে দুজনক
Assamese
দিনদুপৰতে জি এছ ৰোডত লুটপাট মহিলাৰ পৰা লুট ৫ লাখ টকা
Assamese
গুৱাহাটী মহানগৰীত চিলনী চোৰৰ সন্ত্ৰাস টকা ভৰ্তি বেগ থপিয়াই লৈ গ ল দুৰ্বৃত্তই কেমেৰাত বন্দী ভিজুৱেল
Assamese
পল্টনবজাৰ ডকাইতি কাণ্ডই নিদ্ৰা হৰিছে মহানগৰ আৰক্ষীক তিনি দিনতো কোনো শুংসূত্ৰ নাই ৫ ডকাইতৰ
Assamese
কোকৰাঝাৰৰ অভয়াখুঁটিৰ লোমহৰ্ষক ধৰ্ষণহত্যাকাণ্ড দোষী সাব্যস্ত তিনি নৰপিশাচক
Assamese