text
stringlengths
1
2.59k
language
stringclasses
10 values
তেজপুৰলক্ষীমপুৰলৈ যোৱা যাত্ৰীসকল সাৱধান এই পথেৰে যাত্ৰা কৰিলে যিকোনো মুহুৰ্ততে ভয়ংকৰ বিপদৰ সন্মুখীন হোৱাৰ আংশকা
Assamese
দেশৰ ভিন্ন প্ৰান্তত চুৰি হোৱা ম বাইল এতিয়াও সক্ৰিয় বিদেশত গুৱাহাটীত ৰাজস্থান আৰক্ষীৰ অভিযান
Assamese
আৰক্ষীৰ নাকৰ তলতে চোৰৰ টিঘিলঘিলনি দিন দুপৰতে চোৰে চলাইছে এফালৰ পৰা চফাই অভিযান
Assamese
ৰেল ষ্টেচনত বৃহৎ পৰিমাণৰ সক্ৰিয় গুলী জব্দ কোন ঠাইলৈ কৰিছিল সৰবৰাহৰ চেষ্টা
Assamese
সংগীতাৱালিউল কাণ্ডৰ চাৰ্জশ্বীটঃ ২৩ পৃষ্ঠাৰ অভিযোগনামাত জঘন্যবীভৎস কাণ্ড
Assamese
সোণাৰিত চাঞ্চল্যকৰ হত্যাকাণ্ড পাষাণ পিতৃৰ হাতত প্ৰাণ গ ল ১০ বছৰীয়া কন্যাৰ
Assamese
মানকাচৰত ৰ জুই নহয় জুৱা আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ ৩ জুৱাৰী
Assamese
ঢকুৱাখনাৰ চৰত কোনে কৰিছিল ছয় বিঘা মাটিত ভাং খেতি আঁত বিচাৰি পোৱা নাই আৰক্ষীয়ে
Assamese
এটা নিশাতে মহানগৰীৰ ৪টাকৈ স্থানত সংঘটিত চুৰিকাণ্ডৰ ঘটনা
Assamese
নিশা জি এছ ৰোডত ৩ সুৰাপায়ীৰ উদ্ভাণ্ডালি আক্ৰমণত আহত ফটো সাংবাদিক
Assamese
এণ্টি কৰাপচনৰ বিষয়া বুলি ভুৱা পৰিচয় দি নিশা ৰ ঘৰত সোমাই ডাবিধমকি এগৰাকী মহিলাৰ
Assamese
হাইলাকান্দিত ৰাইজৰ প্ৰচেষ্টাত জব্দ বাৰ্মিজ গৰু ভৰ্তি এখন ট্ৰাক লগতে গাড়ী চালক আৰু গৰু ব্যৱসায়ীকো আটক আৰক্ষীৰ
Assamese
হাইলাকান্দিত দুই পৰিয়ালৰ সংঘাতত আহত ৩ ঘটনা সন্দৰ্ভত ৪ অভিযুক্তক আটক আৰক্ষীৰ
Assamese
যোৰহাটত ভয়ংকৰ ঘটনা পিতৃৰ আক্ৰমণত গুৰুতৰভাৱে আহত কন্যা
Assamese
গুৱাহাটীত ডিমাপুৰৰ দুই ব্যৱসায়ীৰ অপহৰণকাৰী ফাৰুকৰ পত্নীক আটক
Assamese
গুৱাহাটীৰ মালিগাওঁ হত্যাকাণ্ডৰ মুল অভিযুক্তক গোলকগঞ্জত গ্ৰেপ্তাৰ
Assamese
মহানগৰীৰ সৌৰভ নগৰত চাঞ্চল্যকৰ ঘটনা এটি পৰিয়ালৰ গেটত ওলোমাই থোৱা অৱস্থাত উদ্ধাৰ এটা মৃতদেহ
Assamese
মালিগাঁৱত বিহুৰ দিনাই সংঘটিত আন এক চাঞ্চ্যলকৰ ঘটনা এজন যুৱকক দুৰ্বৃত্তৰ চুৰীৰে আক্রমণ
Assamese
ৰঙালী বিহুৰ দিনাই মালিগাঁৱত চাঞ্চল্যকৰ ঘটনা এজন যুৱকক হানিখুচি হত্যা যুৱকৰ এটা দলৰ
Assamese
পৰকীয়া প্ৰেমেই হ ল কাল অন্ধ্ৰপ্ৰদেশত কোনে হত্যা কৰিলে বিজয়ক
Assamese
হাইলাকান্দিত ৪০ লাখ টকাৰ মূল্যৰ ১০ হাজাৰ নিচাযুক্ত ইয়াবা টেবলেটসহ এজন গ্ৰেপ্তাৰ
Assamese
নলবাৰীৰ চামতাত ড্ৰাগছ সৰবৰাহকাৰীৰ ঘৰত দুটাকৈ পিষ্টল উদ্ধাৰ
Assamese
মৰিয়নীত নিশা লক্ষাধিক টকাৰ অবৈধ বিলাতী সুৰা জব্দ
Assamese
মালিগাঁৱৰ গোশালাত চিলনী চোৰ মহিলাৰ ডিঙিৰ পৰা নিলে সোণৰ চেইন
Assamese
মুখ্যমন্ত্ৰীৰ বিশেষ ছাত্ৰ বৃত্তিৰ নামত প্ৰতাৰণা কৰি হাইলাকান্দিত গ্ৰেপ্তাৰ দুই প্ৰৱঞ্চক
Assamese
ৰাজ্যত দিনক দিনে বৃদ্ধি পাব ধৰিছে বাইক চুৰিৰ ঘটনা মহানগৰ আৰক্ষীৰ জালত দুই বাইক চোৰ
Assamese
মহানগৰীৰ মালিগাঁৱত চোৰৰ সন্ত্ৰাস ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা নিলে নগদ ধন মোবাইল ফোন
Assamese
শিলচৰৰ ৰাজপথত ধ্বনি উঠিল উই ৱান্ট জাষ্টিচ ফৰ আয়ান
Assamese
জীৱনত শেষবাৰৰ বাবে হোলী খেলিলে মমীয়ে স্বামীক সন্তুষ্ট কৰাৰ স্বাৰ্থতে ব্যক্তিগত বিদ্যালয়ত চাফাই কৰ্মীৰ কাম কৰিছিল মমীয়ে
Assamese
মঙলদৈৰ মোৱামাৰীত ব্যৱসায়ীৰ শূন্যলৈ গুলীচালনাৰ ঘটনা চৌদিশে চাঞ্চল্য
Assamese
জন্মদিনৰ বাবে পিতৃৰ সৈতে বজাৰলৈ যোৱা কণমানিক প্ৰাণে মাৰিলে স্বয়ং পিতৃয়ে
Assamese
ৰেগিঙৰ বলি চিকিৎসা মহাবিদ্যালয়ৰ শিক্ষাৰ্থী
Assamese
পাকিস্তানী চোৰাংচোৱা সংস্থাই জাল পেলাইছে অসমৰ সংখ্যালঘু অধ্যুষিত অঞ্চলত অসমৰ পৰা পাকিস্তানলৈ প্ৰেৰণ হয় ছিম কাৰ্ড
Assamese
অৱশেষত ন্য়ায় পালে দেৱাশিস গগৈৰ পিতৃমাতৃয়ে
Assamese
সকলো হেৰুৱাই শিলচৰৰ পৰা লাক্ষাদ্বীপৰ ঘৰলৈ ঘূৰি গল মহম্মদ আলী
Assamese
জখলাবন্ধাৰ আৰক্ষীয়ে জব্দ কৰিলে ১৮ কেজি হেৰ ইন মূল্য প্ৰায় ২৫ কোটি টকা
Assamese
বিজেপি নেতাক মাৰপিটৰ ঘটনাত জড়িত কটন বিশ্ববিদ্যালয়ৰ আন এজন ছাত্ৰক গ্ৰেপ্তাৰ আৰক্ষীৰ
Assamese
পল্টনবজাৰ ৰে ল ষ্টেচনত হেৰ ইনসহ আটক এজন
Assamese
বিজেপিৰ নেতা বিজয় পাঠকক আক্ৰমণ কৰি আৰক্ষীৰ জালত দুই কটনিয়ান
Assamese
ড্ৰাগছৰ কিবা খবৰ আপোনাৰ ওচৰত আছে যদি এতিয়াৰে পৰা মোবাইল এপ যোগে দিব পাৰিব খবৰ
Assamese
অভিযুক্ত স্বামীক বিচাৰি নাপাই তেজপুৰত অন্তঃসত্ত্বা নাবালিকা পত্নীক আটক
Assamese
নগাঁৱত জঘন্য ঘটনা নিশা ৰাজপথত বাহনৰ পৰা দুই দুৰ্বৃত্তই মুমূৰ্ষু অৱস্থাত পেলাই গ ল নৱম শ্ৰেণীত অধ্যয়নৰত এগৰাকী কিশোৰীক
Assamese
অপৰাধজনিত ঘটনাত চিনেমাৰ প্ৰভাৱ কি কয় মানসিক চিকিৎসকে
Assamese
নিৰুদ্দিষ্ট বুলি ভাবি থকা লোকক দুমাহৰ মূৰত উদ্ধাৰ মাটিৰ তলত বাক্সাত বন্দনা কাণ্ড সদৃশ ঘটনা
Assamese
নগাঁৱৰ ৰূপহীহাটত নিশা ক্ৰাইম ব্ৰাঞ্চৰ অভিযান ২টা গ্ৰেনেড আৰু পিষ্টল সহ দুৰ্ধৰ্ষ অপৰাধীক আটক
Assamese
বৰপেটাত ১১টা চাবোনৰ কেছত ব্ৰাউন ছুগাৰ দুই ড্ৰাগছ মাফিয়াক গ্ৰেপ্তাৰ
Assamese
জাগীৰোড আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান জালত পৰিল আনোৱাৰ হুছেইন নামৰ ড্ৰাগছ সৰবৰাহকাৰী
Assamese
সাপ্তাহিক বজাৰত বিক্ৰী কৰিবলৈ অন্তৰ্বাসত লুকুৱাই আনিছিল ড্ৰাগছ গ্ৰেপ্তাৰ বেপাৰী
Assamese
নগাঁৱত সক্ৰিয় নকল সোণৰ ব্যৱসায়ী চক্ৰ মাটি খান্দি উলিয়ালে যীশুখ্ৰীষ্টৰ মূৰ্তি
Assamese
তিনিচুকীয়াত চছমাৰ দোকানৰ কৰ্মচাৰীৰ পকেটত ওলাল ড্ৰাগছ আটক
Assamese
নগাঁৱৰ অলিয়েগলিয়ে চলিছে ড্ৰাগছৰ বেহা পুনৰ আৰক্ষীৰ অভিযানত জব্দ হেৰ ইন
Assamese
ষ্টেট বেংকৰ ৰেহাইযুক্ত ঋণ দিয়াৰ প্ৰলোভনেৰে সংগ্ৰহ লাখ লাখ টকা নগাঁও আৰক্ষীৰ জালত ৩প্ৰৱঞ্চক
Assamese
ডাউকীত অভিযান চলাই কি পালে আৰক্ষীয়ে উদ্ধাৰ হলনে অমৰজ্যোতিৰ মৃতদেহ
Assamese
আন এক স্বামী হত্যা ওদালগুৰিত প্ৰেমিকৰে মিলি পত্নীয়ে ডিঙি চেপি প্ৰাণ কাঢ়িলে স্বামীৰ
Assamese
১২ বছৰ পূৰ্বে বিবাহপাশত আবদ্ধ হোৱা বন্দনাই কিয় ডাবল মাৰ্ডাৰৰ অভিসন্ধি ৰচনা কৰিছিল আৰক্ষী আয়ুক্তৰ সংবাদমেলত চাঞ্চল্যকৰ তথ্য
Assamese
ছুপাৰি কিলাৰ লগাই খুলশালিয়েকে প্ৰাণ নাশ কৰিলে ভিনীহিয়েকৰ হোজাইত চাঞ্চল্য
Assamese
গুৱাহাটী মহানগৰীত পুনৰ নৃশংস হত্যাকাণ্ড ওদালবাক্ৰাত টেম্প চালকৰ হাতত প্ৰাণ গ ল ইৰিক্সা চালকৰ
Assamese
আৰক্ষীৰ গুলীত মৃত্যু ডকাইত শ্বাহ আলম তালুকদাৰৰ আমচিং অভয়াৰন্যৰ পৰিত্যক্ত ঘৰত আত্মগোপন কৰি আছিল শ্বাহ আলমে
Assamese
অসমৰ বিহালী অভয়াৰণ্যত অৰুণাচলী লোকৰ পুনৰ আগ্ৰাসন হাতত চোকা অস্ত্ৰ লৈ ফৰেষ্ট প্ৰটেকচন কেম্পত প্ৰৱেশ কৰি বনৰক্ষী জোৱানক ভাবুকি একাংশ অৰুণাচলী লোকৰ
Assamese
আৰক্ষীৰ এনকাউন্টাৰত নিহত ৰঞ্জিত বৰা হত্যাকাণ্ডৰ মূল মাষ্টাৰমাইণ্ড শ্বাহ আলম
Assamese
আৰক্ষীৰ বেহু ফালি পলায়ন দুৰ্ধৰ্ষ ডকাইত শ্বাহ আলম তালুকদাৰৰ আন্ধাৰৰ সুযোগ লৈ হেণ্ডকাফসহ সাতগাঁও আৰক্ষীৰ জিম্মাৰ পৰা পলায়ন
Assamese
উজনিৰ বিভিন্ন স্থানৰ পৰা সোণ চুৰি এটা গভাইত চোৰ গ্ৰেপ্তাৰ ছয়জনক আটক
Assamese
কামাখ্যা জিআৰপিৰ জালত নকল সোণৰ নাওসহ দুই বহিঃৰাজ্যৰ সৰবৰাহকাৰী
Assamese
সহপাঠীৰ টাৰ্গেটত সহপাঠী অপহৰণ কৰি বিচাৰিছিল ৪০ লাখ আৰক্ষী আয়ুক্ত দিগন্ত বৰাৰ সংবাদমেলত চাঞ্চল্যকৰ তথ্য
Assamese
আৰক্ষীয়ে আজিলৈকে সন্ধান পোৱা নাই অংকুৰ সুৰানাৰ অপহৰণ কাণ্ডৰ মূল অভিযুক্ত প্ৰবাল কলিতাৰ লগতে আন দুই অভিযুক্তৰ
Assamese
প্ৰপজ ডে দিনা অস্বীকাৰ বিবাহৰ প্ৰস্তাৱ প্ৰেমিকৰ গুলীচালনাত যুৱতীক বচাবলৈ অহা সহকৰ্মীৰ মৃত্যু
Assamese
শনিবাৰে পুৱাই গুৱাহাটীৰ পৰা পলায়ন কৰিছিল ভৰলুৰ অপহৰণ কাণ্ডৰ মাষ্টাৰ মাইণ্ড প্ৰবাল কলিতাই
Assamese
মহানগৰীত দিনদুপৰতে আন এক অপহৰণৰ অপচেষ্টা গাড়ী ৰখাই টনিছিল দ্বিতীয়মানৰ ছাত্ৰীক
Assamese
শোণিতপুৰৰ ঠেলামৰা আৰক্ষীৰ বৃহৎ সফলতা গাড়ী চুৰি চক্ৰৰ বিৰুদ্ধে অভিযানত উদ্ধাৰ হ ল কেইবাখনো বাহন
Assamese
ভৰলুৰ পৰা পাৰ্টী কৰাৰ নামত মাতি নি অপহৰণ কৰা যুৱকক উদ্ধাৰ মহানগৰ আৰক্ষীৰ
Assamese
ড্ৰাগছৰ শিপা জেলৰ ভিতৰলৈ কয়দীৰ বাবে জেলৰ ভিতৰত যোগান ড্ৰাগছ
Assamese
ৰাজধানী মছজিদৰ দেৱদাৰু পথৰ ঘৰৰ ভিতৰতে চুৰিকাঘাটৰ ঘটনা এতিয়াও ৰহস্যৰ আৱৰ্তত
Assamese
আৰক্ষীৰ সঞ্চালকপ্ৰধানে দায়িত্ব লোৱাৰ দিনটোতেই ডিজিপি কাৰ্যালয়ৰ নিচেই ওচৰত চোৰৰ চাফাই অভিযান
Assamese
নগাঁৱত ক্ৰিকেটৰ বেটেৰে ছাত্ৰক দলবদ্ধ প্ৰহাৰ গুৰুতৰভাৱে আহত অৱস্থাত হাস্পতালত ভৰ্তি
Assamese
জালুকবাৰী আৰক্ষীৰ জালত বুজন পৰিমাণৰ নিচাযুক্ত সামগ্ৰীসহ এজন সৰবৰাহকাৰী
Assamese
গণৰাজ্যৰ দিৱসৰ কটকটীয়া নিৰাপত্তাৰ মাজতে ঢেকীয়াজুলিত গুলীচালনা
Assamese
মহানগৰীৰ হোটেলত মহিলাৰ মৃতদেহ মৃত পত্নীক হোটেলৰ কোঠাত থৈ পলায়ন স্বামীৰ
Assamese
স্থায়ী চৰকাৰী চাকৰিৰ আশাত পিতৃমাতৃয়ে দলিয়াই পেলালে ৫ মহীয়া সন্তানক
Assamese
কামাখ্যাৰ ব্যৱসায়িক প্ৰতিষ্ঠানত জব্দ বুজন পৰিমাণৰ বন্যপ্ৰাণীৰ অংগপ্ৰত্যংগ আৰক্ষী আৰু বন বিভাগে গ্ৰেপ্তাৰ কৰে বিহাৰৰ দুই ব্যৱসায়ীক
Assamese
যোৰহাটত ধাৰাবাহিকভাৱে উদ্ধাৰ হৈছে ড্ৰাগছ পুনৰ আৰক্ষীয়ে জব্দ কৰিলে ৬৭ গ্ৰাম সন্দেহজনক হেৰ ইন
Assamese
মধ্য প্ৰদেশৰ এজন লোকে পত্নী পুত্ৰ কন্যাক হত্যা কৰি তেওঁলোকক তেওঁৰ ঘৰতে কৰিলে সমাধিস্থ
Assamese
দিছপুৰ আৰক্ষীৰ জালত প্ৰৱঞ্চক ঋষি ৰাজখোৱা ৩টাকৈ ট্ৰেভেল এজেঞ্চীক প্ৰৱঞ্চনা কৰি জালত ঋষি ৰাজখোৱা
Assamese
মহানগৰীৰ এটি দম্পতীৰ সাহসিকতাৰ বাবে জালত শিশু অপহৰণকাৰী
Assamese
দিল্লীৰ পঞ্চতাৰকা হোটেলৰ পৰা ২৩ লাখ টকাৰ বিল পৰিশোধ নকৰাকৈ পলায়ন কৰা ব্যক্তি গ্ৰেপ্তাৰ
Assamese
আৰক্ষীৰ জালত ম ষ্ট ৱাণ্টেড এ টি এম প্ৰৱঞ্চকৰ গেং মহিলা আৰু বৃদ্ধ লোকক কৰিছিল টাৰ্গেট
Assamese
মহানগৰীত এটাৰ পিছত আনটো পানীৰ মটৰ চুৰি গীতানগৰ আৰক্ষীৰ জালত চোৰৰ গেং
Assamese
অভাৱৰ বাবে কিডনী বিক্ৰী কৰা যুৱক নামিল চৌৰ্যবৃত্তিত বিদ্যুতৰ খুটাত বান্ধি প্ৰহাৰ
Assamese
ৰ বোকা নিস্কাসন কেলেংকাৰীৰ ১৫ অভিযুক্তৰ বিৰদ্ধে চাৰ্জশ্বিট ৰ
Assamese
নগাঁৱত ভাড়াতীয়াৰ আক্ৰমণত গুৰুতৰভাৱে আহত হ ল গৃহস্থ সংকটজনক অৱস্থাত গুৱাহাটীলৈ প্ৰেৰণ
Assamese
ম বাইল অসমৰ চোৰ ঝাৰখণ্ডৰ আৰু ঝাৰখণ্ডত বহি অসমৰ ম বাইলেৰে চাইবাৰ ক্ৰাইম
Assamese
ৰ চৰকাৰী ঠিকাদাৰৰ পৰিচয় দি ডিজিটেল মিটাৰৰ ছাব কনট্ৰেকৰ নামত প্ৰৱঞ্চনাৰ জাল
Assamese
২০১৮ চনত এজনক আৰক্ষীৰ নিৰ্যাতন অসম আৰক্ষীৰ শীৰ্ষ বিষয়া পনজিত দুৱৰা দুৱৰাসহ ৯ জন আৰক্ষী বিষয়া জোৱান হোমগাৰ্ডৰ বিৰুদ্ধে গোচৰ ৰুজোৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ
Assamese
ব্যৱসায়ীৰ বুকুত অস্ত্ৰ থৈ দুৰ্বৃত্তই লুটি নিলে ৫০ হাজাৰ টকা বৰপেটাৰোডত লোমহৰ্ষক ডকাইতি
Assamese
নাজিৰাৰ গেলেকীত চাঞ্চল্যকৰ ঘটনা জোঁৱায়েকৰ হাতত প্ৰাণ গ ল শহুৰেকৰ
Assamese
গুৱাহাটীত ধৃত জালনোট সৰবৰাহকাৰী চক্ৰ মহানগৰীত বাহৰ পাটি বহিঃৰাজ্যৰ লোকক টাৰ্গেট জালনোট সৰবৰাহকাৰীৰ
Assamese
মহানগৰীত সক্ৰিয় এটিএম প্ৰৱঞ্চক উজানবজাৰত কৌশলেৰে বয়োজ্যেষ্ঠ চিকিৎসকৰ এটিএমৰ পৰা লুটিলে ১১২ লাখ টকা
Assamese
পুনৰ মহানগৰীত জব্দ বুজন পৰিমাণৰ ড্ৰাগছ আটক তিনি যুৱক
Assamese
৫ লাখ টকাত গৰ্ভৱতী পত্নীক বিক্ৰী দুবছৰ পিছত ঘৰ ওলালহি পত্নী তাৰ পিছতে পোহৰলৈ আহিল স্বামীৰ কুকাণ্ড
Assamese
ফিলিপাইনছৰ মানিলাত অচিনাক্ত বন্দুকধাৰীৰ হাতত প্ৰাণ গ ল পঞ্জাৱৰ কাবাডী প্ৰশিক্ষকৰ
Assamese
নকল সোণ ক্ৰয় কৰিবলৈ অহা বহিঃৰাজ্যৰ ৩ যুৱকক উত্তমমধ্যম গুৰুতৰভাৱে আহত
Assamese