text
stringlengths
1
2.59k
language
stringclasses
10 values
যোৰহাটৰ পৰা গ্ৰেপ্তাৰ হোৱা নীৰজে জেৰা আৰম্ভ হোৱাৰ লগে লগে অপৰাধ স্বীকাৰ কৰে কিয় এই কাম কৰিছিল নীৰজে সেয়াও ক লে
Assamese
দিল্লী আৰক্ষীৰ গুৰুত্বপূৰ্ণ পদক্ষেপ মূল অভিযুক্তক অসমৰ পৰা গ্ৰেপ্তাৰ ধৃত অভিযুক্তজন ইঞ্জীনিয়াৰিঙৰ দ্বিতীয় বৰ্ষৰ ছাত্ৰ
Assamese
বিশ্বনাথত ড্ৰাগছসহ গ্ৰেপ্তাৰ হ ল ড্ৰাগছ পেডলাৰ পংকজ গুপ্তা আৰক্ষীক দেখি পলাল ড্ৰাগছ কিনিবলৈ অহা যুৱক
Assamese
মহানগৰীত মাৰাত্মক ড্ৰাগছৰ বেহা এইবাৰ বিৰুবাৰীত আৰক্ষীৰ জালত পৰিল ড্ৰাগছসহ স্বামীস্ত্ৰী
Assamese
চাকৰিৰ নামত ৮ লাখ টকা লৈ আৰক্ষীৰ জালত পিতৃকন্যা জালত ৪ প্ৰৱঞ্চক বেংক প্ৰৱন্ধককো আটক
Assamese
ৰাজ্যত এতিয়াও চলি আছে নিষিদ্ধ গাঞ্জাৰ অবৈধ ব্যৱসায় এইবাৰ গুৱাহাটী ৰেল ষ্টেচনত জব্দ হ ল ১০ কেজিৰো অধিক গাঞ্জা
Assamese
ৰহা আৰক্ষী আৰু চাপৰমুখ আবকাৰী বিভাগৰ বৃহৎ সফলতা বুজন পৰিমাণৰ অবৈধ দেশী আৰু বিদেশী সুৰা জব্দ
Assamese
নিশা কামাখ্যা পথত শ্ৰমিকৰ ওপৰত দুৰ্বৃত্তৰ নৃশংস আক্ৰমণ দুমহলীয়া ছাদৰ পৰা জঁপিওৱাত এজন নিহত দুজন আহত
Assamese
বছৰৰ শেষৰ দিনটোত যোৰহাট আৰক্ষীৰ এনকাউণ্টাৰ আৰক্ষীৰ গুলীচালনাত গুৰুতৰভাৱে আহত পচা
Assamese
বটদ্ৰৱাত গৃহৰক্ষী বাহিনী জোৱানৰ ঘৰত ওলাল বুজন পৰিমাণৰ ড্ৰাগছসহ সজীৱ গুলী
Assamese
ৰাজ্যত অব্যাহত ড্ৰাগছৰ বিৰুদ্ধে অভিযান এইবাৰ অভয়াপুৰীত ড্ৰাগছসহ আৰক্ষীৰ জালত পৰিল যুৱক
Assamese
নগাঁও আৰক্ষীৰ জালত হেৰ ইন সহ কুখ্যাত ড্ৰাগছ মাফিয়া কবিৰ মোল্লা ডিমাপুৰৰ পৰা এতিয়াও অব্যাহত আছে ড্ৰাগছৰ সৰবৰাহ
Assamese
বিহাৰৰ যুৱকে প্ৰৱঞ্চনাৰ জাল পাতিছে অসমত সোণৰ অলংকাৰ পৰিষ্কাৰৰ নামত ঠগে মহিলাক
Assamese
প্ৰৱঞ্চকৰ কবলৰ পৰা সাৰি নগ ল শাৰীৰিকভাৱে বাধাগ্ৰস্ত লোকো কৌতুক অভিনেতা টিং টঙৰ পৰা লুটিলে ৩ হাজাৰ
Assamese
২৫৭ কোটি টকা ২৫ কেজি সোণ ২৫০ কেজি ৰূপ আৰু ৩০০ পাত ছাবি উদ্ধাৰ ব্যৱসায়ীৰ ঘৰৰ পৰা ঘৰতে ৰাখিছিল টকা গনা মেচিন
Assamese
মহানগৰীৰৰ ভাস্কৰ নগৰত যুৱকৰ ক্ষতবিক্ষত মৃতদেহ উদ্ধাৰ নাই চকু
Assamese
সুৰা সৰবৰাহত ব্যৱহাৰ ইনোভা অসমৰ পৰা পশ্চিমবংগলৈ নিওঁতে জালত পৰিল চেলিম আৰু সুব্ৰদীপ
Assamese
বৰপেটাৰ হাউলীত উদ্ধাৰ হস্ত নিৰ্মিত পিষ্টল আৰক্ষীৰ জালত এজন
Assamese
প্ৰেম বিবাহৰ শাস্তি ছোৱালীৰ পৰিয়ালে প্ৰথমে যুৱকক প্ৰহাৰ কৰে তাৰ পিছত ব্যক্তিগত অংশ কাটি দিয়ে
Assamese
ফুচুলাই তিনি নাবালিকাক ধৰ্ষণ ৫৫ বছৰীয়া বৃদ্ধৰ লাহৰীঘাটত তীব্ৰ চাঞ্চল্য
Assamese
হামৰেনত ধন দাবী কৰা গোচৰত গ্ৰেপ্তাৰ দুই দুৰ্বৃত্ত আৰক্ষীয়ে অব্যাহত ৰাখিছে মাৰাথন জেৰা
Assamese
কোলাত কেঁচুৱা লৈ মাতৃয়ে চলাইছে মাৰাত্মক ড্ৰাগছৰ বেহা নগাঁৱত দুই মহিলাক গ্ৰেপ্তাৰ
Assamese
অভিযুক্তক আটক কৰিবলৈ যাওঁতে আৰক্ষীক আক্ৰমণ হাউলীত নিশা আৰক্ষীৰ শূন্যলৈ গুলীচালনা
Assamese
পশ্চিমবংগৰ পৰা নিষিদ্ধ নিচাযুক্ত ঔষধৰ পয়োভৰ অসমত আৰক্ষীৰ জালত ৩ ড্ৰাগছ সৰবৰাহকাৰী
Assamese
ৰাজ্যত সক্ৰিয় গাড়ী চুৰি চক্ৰ অসমৰ পৰা চুৰি হোৱা ডাম্পাৰ পুনৰ নাগালেণ্ডত উদ্ধাৰ
Assamese
নাম সলনি কৰি প্ৰেমৰ জালত পেলাইছিল যুৱতীক বহিঃৰাজ্যলৈ নিয়াৰ সময়তে জাগীৰোডত আটক মুচাৰুল হক
Assamese
দিনত জব্দকৃত ছুইফট ডিজায়াৰ নিশা আৰক্ষী চকীতে পেট্ৰ ল ঢালি জ্বলাই দিলে দুৰ্বৃত্তই
Assamese
নগাঁৱত শৰীৰচৰ্চাবিদৰ সন্ত্ৰাস সুদৰ ব্যৱসায়ৰে বহু লোকক মানসিক নিৰ্যাতনৰ অভিযোগ আৰক্ষীৰ কাষ চাপিছে ভুক্তভোগী
Assamese
হাইলাকান্দিত জব্দ কোটি টকা মূল্যৰ বাৰ্মিজ চুপাৰি আৰু আগৰ কাঠ
Assamese
স্বামীয়ে হত্যা কৰি নৈৰ কাষৰ বালিৰ তলত পুতি থৈছিল পত্নীৰ মৃতদেহ গহপুৰত চাঞ্চল্য
Assamese
ত বন্দী হ ল চুৰুণীৰ সমস্ত কাণ্ড দিনদূপৰতে মৰসাহ কৰি বিদ্যালয়ত চুৰি
Assamese
বিশ্বনাথ চাৰিআলিত পলায়নৰ চেষ্টা চলাওতে ড্ৰাগছ ব্যৱসায়ীলৈ আৰক্ষীৰ গুলীচালনা ভৰিত গুলী লাগি আহত ড্ৰাগছ বেপাৰী ফকিৰ আলী
Assamese
মাত্ৰ ২৫০০ টকাৰ বন্দবস্তি ১ হাজাৰ টকা ঘোচ লওতেই হাতেলোটে গ্ৰেপ্তাৰ লাট মণ্ডল
Assamese
বঙাইগাঁৱত ড্ৰাগছসহ আৰক্ষীৰ জালত পৰিল দুই ড্ৰাগছ সৰবৰাহকাৰী
Assamese
কেলেংকাৰীত বহু ৰৌবৰালি জালত পৰাৰ সম্ভাৱনা তদন্তকাৰী সংস্থাই লাভ কৰিছে এই ক্লু
Assamese
লাখ লাখ টকাৰ কৰফাঁকিৰে ৰাজ্যত পুনৰ আৰম্ভ কয়লাৰ ৰমৰমীয়া ব্যৱসায় ডবকাত জব্দ ৭ ট্ৰাক কয়লা
Assamese
হোজাইত ১০৮ এম্বুলেঞ্চ চালকক মাৰপিট থানাত গোচৰ উপায়ুক্তক ন্যায়ৰ দাবী চালকৰ
Assamese
হোজাইত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান ৭ কোটি টকাৰ ড্ৰাগছসহ ৪ সৰবৰাহকাৰী গ্ৰেপ্তাৰ
Assamese
হাইলাকান্দিত উদ্ধাৰ বুজন পৰিমাণৰ বিষ্ফোৰক সামগ্ৰী বোমা নিৰ্মাণৰ সামগ্ৰীসহ গ্ৰেপ্তাৰ এজনক
Assamese
ইৰাণলৈ ভয় কৰিব নালাগে আপোনালোকক ন্যায় দিবলৈ আমি সাঁজু আছোঁ কিয় ক লে নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই
Assamese
গেষ্ট হাউছত হাইপ্ৰফাইল ছেক্স ৰেকেট আৰক্ষীৰ অভিযানত উদ্ধাৰ দুই বিদেশী গাভৰু গ্ৰেপ্তাৰ ২
Assamese
ৰঙিয়াত দিন দুপৰতে ডকাইতি অভিনৱ কৌশলেৰে বাইকত অহা দুৰ্বৃত্তই লুটি নিলে নগদ ৫ লাখ টকা
Assamese
অভিনেতা প্ৰযোজক সুশান্ত বৰুৱাক গ্ৰেপ্তাৰ পাণবজাৰ আৰক্ষীৰ
Assamese
বৰপেটাত দলবদ্ধ আক্ৰমণ ২০ জনীয়া দুৰ্বৃত্তৰ আক্ৰমণত নিহত ১ আহত ৫
Assamese
নগাঁৱত অব্যাহত ড্ৰাগছবিৰোধী অভিযান বৃহৎ পৰিমাণৰ হেৰ ইনসহ আৰক্ষীৰ জালত আবুল হুছেইন
Assamese
আৰক্ষীঅপহৰণকাৰীৰ গুলীয়াগুলী দাবী কৰা ৩০ লাখ নিবলৈ আহি কাৰ্বি আংলঙত নিহত ১ অপহৰণকাৰী
Assamese
‍ ব্ৰহ্মপুত্ৰত উলংগ যুৱতীৰ মুণ্ডহীন মৃতদেহ ধৰ্ষণৰ পিছত নদীত পেলাই দিয়াৰ সন্দেহ
Assamese
এতিয়াও জীয়াই আছে বিশ্বৰ সকলোতকৈ নৃশংস হত্যাকাৰীজন ২০০ৰ অধিক মহিলাক যি বিভৎসভাৱে কৰিছিল হত্যা
Assamese
ৰীল লাইফত নহয় এইবাৰ ৰিয়েল লাইফত মহানগৰীত পতিপত্নীয়ে ঠগিলে বহুতকে
Assamese
কৰ্ণাটকৰ কুখ্যাত অপৰাধীক মৰিগাঁৱত গ্ৰেপ্তাৰ বাংগালুৰু আৰক্ষীৰ পত্নীসন্তানক হত্যা কৰি ১০ বছৰ অন্তৰ্ধান হৈ আছিল ধৰম সিং যাদৱ
Assamese
৫৭৬ কোটি টকাৰ ড্ৰাগছ জব্দ ভাৰতম্যানমাৰ সীমান্তত ড্ৰাগছৰ বিৰুদ্ধে সৰ্ববৃহৎ অভিযান
Assamese
আনন্দ মিশ্ৰ বাহিনীৰ বৃহৎ সাফল্য নগাঁৱৰ ম ষ্ট ৱাণ্টেড ড্ৰাগছ মাফিয়া ইফু গুলীবিদ্ধ
Assamese
আপেল ব্যৱসায়ীৰ বেশত মহানগৰীত বাইক চোৰৰ এজেণ্ট নামনি অসমৰ চৰত চুৰি বাইকৰ বেহা
Assamese
বঙাইগাঁৱত ড্ৰাগছসহ আৰক্ষীৰ জালত পৰিল ড্ৰাগছ ব্যৱসায়ী ৰমজান
Assamese
১৫০০০ টকা উৎকোচ লৈ হাতেলোটে গ্ৰেপ্তাৰ শিক্ষা বিষয়া ঘৰৰ পৰা উদ্ধাৰ বিশাল পৰিমাণৰ নগদ ধন
Assamese
আজাৰাত জব্দ কোটি টকাৰ ড্ৰাগছ সৰবৰাহকাৰীৰ ৰূপত বৰপেটাৰ যুৱক আৰু মেঘালয়ৰ মহিলা
Assamese
যোৰহাটৰ অনিমেশ ভূঞা হত্যাকাণ্ডৰ ১৪ নম্বৰজন অভিযুক্ত টিলৌক গ্ৰেপ্তাৰ অপৰাধীৰ সন্ধান বিচাৰি ৰাইজক আৰক্ষীৰ আহ্বান
Assamese
পৰকীয়া প্ৰেমৰ পৰিণতি সোণাৰিত জ্যেষ্ঠ ভাতৃক মৰিয়াই হত্যা কৰিলে কনিষ্ঠ ভাতৃয়ে
Assamese
গৰুছাগলী নহয় এইবাৰ চাৰিচকীয়া লৈ বাটৰ কুকুৰ চুৰি কাৰ্যত নামিল চোৰ আটক ১
Assamese
আৰক্ষীৰ জিম্মাত অপৰাধীৰ মৃত্যুক লৈ ৰাইজৰ স্বতঃস্ফূৰ্ত উল্লাস আইনৰ প্ৰতি হেৰাই যোৱা বিশ্বাসৰ প্ৰতিফলন
Assamese
এইজন ব্যক্তিক মৰমৰ চুমা খাই ফান্দত জেকলিন ফাৰ্নাণ্ডেজ ভাইৰেল ফটোৱে মাতিছে বিপদ
Assamese
সৰুপথাৰত তিনিজনীয়া দুৰ্বৃত্তৰ আক্ৰমণৰ বলি যুৱক সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি
Assamese
আন এক হত্যাকাণ্ড ঘৰৰ ভিতৰত ওলাল পুৰুষ আৰু মহিলাৰ মৃতদেহ ডিব্ৰুগড়ত চাঞ্চল্য
Assamese
নৱম আৰু দশম মান শ্ৰেণীৰ প্ৰশ্ন কাকত ফাদিল কাণ্ডৰ লগত জড়িত থকাৰ অভিযোগত আটক মৈৰাবাৰী মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক আনোৱাৰ হুছেইন
Assamese
যোৰহাটগোলাঘাটত হাইএলাৰ্ট জাৰি অভিযুক্ত আটক আৰু ঘটনা সন্দৰ্ভত জি পি সিঙৰ টুইট
Assamese
কাৰ্বি আংলং আৰক্ষীৰ সফলতা ৪৮ ঘণ্টাৰ ভিতৰত ড্ৰাগছপিষ্টলসহ ৩ গৰাকী মহিলাক গ্ৰেপ্তাৰ
Assamese
গৰুম হ চোৰতকৈও বুধিয়ক আছে নেকি কোনোবা চাওক ফটো থৰ লাগিব আপুনিও
Assamese
ৱাগনাৰ গাড়ীৰে যুৱতীক উঠাই নিছিল জংঘললৈ মহানগৰীত দলবদ্ধ ধৰ্ষণৰ অভিযোগ
Assamese
অৱশেষত ৰঙাঘৰৰ আলহী হল ঘোচখোৰ হৰিকমল দাস মধ্যভোগী মিথুনক ৪ দিনৰ আৰক্ষী জিম্মাত
Assamese
২০০০ টকা উৎকোচ লোৱা ভিডিঅ ভাইৰেল আৰু মধ্যেভোগী মিথুনক আটক
Assamese
স্বাস্থ্য সঞ্চালকালয়ত চাকৰি দিয়াৰ নামত ধনৰ লেনদেন গুৱাহাটীৰ হোটেলৰ পৰা গ্ৰেপ্তাৰ এহাল দম্পত্তি
Assamese
গৌতম গম্ভীৰলৈ ৰ দ্বিতীয় ভাবুকিপূৰ্ণ ইমেইল ইমেইলত কৈছে আমি কালি আপোনাক হত্যা কৰিব বিচাৰিছিলো
Assamese
মহানগৰীৰ লখিমীনগৰত তলামৰা ঘৰত উদ্ধাৰ যুৱকৰ মৃতদেহ
Assamese
যোৰহাটত পাঁচখন চুৰি বাইক উদ্ধাৰ গ্ৰেপ্তাৰ এটা বাইক চোৰ
Assamese
ফেচবুকৰ দ্বাৰা চিনাকি প্ৰেম আৰু পিছত প্ৰেমিকক এচিড নিক্ষেপ অন্ধত্বৰ দিশে যুৱক
Assamese
লোমহৰ্ষক আজি বিয়া আছিল ভনীয়েকৰ কিন্তু যোৱানিশা ঘৰৰ কাষতে হত্যা কৰিলে ককায়েকক দৰঙত চাঞ্চল্য
Assamese
নিশাৰ ৰাজপথত পুএৰ দাদাগিৰি পদপথৰ ব্যৱসায়ীক মহতিয়াই নিয়াৰ চেষ্টা নিশাই থানাত ৰহস্যজনকভাৱে বুজাপৰা
Assamese
৪ কোটি টকাৰ ড্ৰাগছসহ আৰক্ষীৰ জালত ৩ ড্ৰাগছ মাফিয়া নিশা আমিনগাঁৱত আৰক্ষীৰ পৰা অস্ত্ৰ কাঢ়ি পলাবলৈ লওতেই গুলীবিদ্ধ এক ড্ৰাগছ মাফিয়া
Assamese
৫০ৰো অধিক বাইক চুৰি চক্ৰৰ চৰ্দাৰ কুখ্যাত বাইক চোৰ জাকিৰ হুছেইনৰ এনকাউণ্টাৰ
Assamese
অপৰাধীৰ ৰম্যভূমিত পৰিণত জাগীৰোড আৰক্ষীৰ জালত দুই তীৰখেল ব্যৱসায়ী মফিজুদ্দিন আৰু ফজলউদ্দিন জালত পৰিল ড্ৰাগছ ব্যৱসায়ী হুছেইন আলী
Assamese
প্ৰেমিকৰ সৈতে পাকিস্তানৰ বিধায়িকাৰ অন্তৰংগ ভিডিও লিক চৌদিশে প্ৰতিক্ৰিয়া
Assamese
বিয়াৰ মাত্ৰ ১০ দিন পূৰ্বে ঘোচ খাই ধৰা পৰিল লেডী ইন্সপেক্টৰ চোৰাং ব্যৱসায়ীৰ পৰা লৈছিল ১০ লাখ টকা
Assamese
জুৱাৰীৰ বিৰুদ্ধে বৰপেটাৰ জনীয়াত আৰক্ষীৰ অভিযান ৯টা জুৱাৰীক গ্ৰেপ্তাৰ
Assamese
৫ হাজাৰ টকা উৎকোচ লৈ হাইলাকান্দিত গ্ৰেপ্তাৰ হ ল আৰক্ষী বিষয়া
Assamese
কাৰ্বি আংলংত ১২ কোটি টকাৰ হেৰ ইনসহ দুজনক গ্ৰেপ্তাৰ আৰক্ষীৰ গুলীত আহত এটা ড্ৰাগছ সৰবৰাহকাৰী
Assamese
জাতীয় সংগঠনৰ নামত ভুৱা ৰচিদ বনাই ধন সংগ্ৰহ নাজিৰাত আটক ৫ যুৱক
Assamese
অসম ৰাইফলছৰ ওপৰত হোৱা সন্ত্ৰাসবাদী আক্ৰমণত আছে নেকি চীনা সৈন্যৰ ভূমিকা উত্তৰপূবৰ উগ্ৰপন্থীৰ সৈতে কি সম্পৰ্ক চীনা পন্থী সংগঠনৰ
Assamese
মঙ্গলদৈত ডকাইতৰ টাৰ্গেট বন কৰা মহিলা কাণ ছিঙি লুটি নিলে সোণৰ কাণফুলি
Assamese
ঋণ নিদিয়া বাবে গুলীচালনা পানীখাইতীত বাজাজ কোম্পানীৰ বিষয়াক ঘৰলৈ মাতি প্ৰহাৰ ঠিকাদাৰৰ
Assamese
ৰাজ্যত চলিছে পিস্তল বিক্ৰীৰ ৰমৰমীয়া ব্যৱসায় ধাবাৰ পৰা পিস্তলসহ দুজনক আটক
Assamese
বঙাইগাঁৱত আৰক্ষীৰ জালত পৰিল ২ চাইবাৰ অপৰাধী কিষাণৰ ছাৰ্ভাৰ হেক কৰিছিল ধৃত ২ যুৱকে
Assamese
এইসকল হৈছে ভাৰতৰ সকলোতকৈ চালাক চোৰ যাক দেখিলে বিদেশী চোৰৰো চকু উঠিব কপালত চাওক ভিডিঅ
Assamese
মহানগৰীৰ পূজাৰী হত্যাকাণ্ডৰ নতুন মোৰ পত্নীক গ্ৰেপ্তাৰ স্বামীৰ হত্যাত জড়িত পত্নী মৌচুমী
Assamese
গৰু সৰবৰাহকাৰীৰ ৰূপত মহিলা পশ্চিম কাৰ্বি আংলঙত ২০টা গৰু জব্দ আটক ৪
Assamese
অসমনাগালেণ্ড সীমান্তত অব্যাহত চোৰাং বেহা ডিলাইত হাতীৰ দাঁতসহ আটক দুই যুৱক
Assamese
হোজাইত দুদিনত চাৰিটা বাইক চোৰক গ্ৰেপ্তাৰ তিনিখন চুৰি বাইক উদ্ধাৰ
Assamese
ৰাজ্যৰ চৰ অঞ্চলত চলিছে চোৰাং চাউলৰ ৰমৰমীয়া বেহা আজাৰা আৰক্ষীয়ে জব্দ কৰিলে ২৫ টন চাউল ভৰ্তি ট্ৰাক
Assamese
চিৰাঙত ড্ৰাগছসহ আৰক্ষীৰ জালত পৰিল এজন জব্দ কৰিলে ৩ লাখ টকা
Assamese
মাত্ৰ ৭০ হাজাৰ টকাতে পিষ্টল ও পাব ইয়াত পিষ্টলৰ লগত গুলী ফ্ৰী ক ৰ পৰা কেনেকৈ চলিছে অস্ত্ৰৰ বেহা
Assamese
শিমুলটাপু আৰক্ষী চকীৰ আন এক বৃহৎ সফলতা আৰক্ষীয়ে শ্ৰীৰামপুৰত জব্দ কৰিলে ১৫ কোটি টকাৰ বিদেশী চিগাৰেট
Assamese