text
stringlengths
1
2.59k
language
stringclasses
10 values
দিপাৱলী উদযাপনৰ বাবে পুত্ৰই বিচাৰিছিল ১০ হাজাৰ টকা ফলা বাঁহেৰে মৰিয়াই হত্যা কৰিলে পিতৃ আৰু মাহীমাকে
Assamese
স্বাস্থ্যমন্ত্ৰীৰ গৃহজিলা নগাঁৱত ভেজাল ঔষধৰ বেহা ভেজাল ঔষধ বিক্ৰী কৰিবলৈ অহি ৰঙাঘৰৰ আলহী হ ল দুজন
Assamese
কামৰূপ জিলাৰ বাৰাংহাটীত আৰক্ষীয়ে আটক কৰিলে চুৰি কৰি অনা মূৰ্তিসহ এটা গভাইত চোৰক
Assamese
মহানগৰীৰ মালিগাঁৱত চাঞ্চল্যকৰ হত্যাকাণ্ড অচিনাক্ত ঘাতকৰ হাতত প্ৰাণ গ ল নৈশ চকীদাৰৰ
Assamese
হোজাইত লক্ষাধিক মূল্যৰ হেৰ ইন জব্দ জালত সৰবৰাহকাৰী দেৱজিৎ চক্ৰৱৰ্তী
Assamese
নগাঁও আৰক্ষীৰ জালত বহিঃৰাজ্যৰ ২ গভাইত চোৰ উদ্ধাৰ শতাধিক মোবাইল ফোন
Assamese
মুখ্যমন্ত্ৰীৰ কঠোৰ স্থিতিৰ পিছতো ৰাজ্যত অব্যাহত গৰুৰ ছিণ্ডিকেট বৰপেটা আৰক্ষীৰ অভিযানত জব্দ ২০ টাকৈ চোৰাং গৰু
Assamese
যুৱতীক প্ৰেমৰ জালত পেলাই বহিঃৰাজ্যত বিক্ৰীৰ চেষ্টা দক্ষিণ কামৰূপৰ সোণতলীত ৰাইজৰ ৰোষত নাৰী সৰবৰাহকাৰী চক্ৰ
Assamese
আৰক্ষীৰ তৎপৰতাত দোকানীয়ে উভতাই পালে চুৰি হোৱা মিঠাতেল জালত তিনি গভাইত চোৰ
Assamese
আৰক্ষীয়ে পথাৰত খেদি খেদি ধৰিলে ড্ৰাগছ সৰবৰাহকাৰীক জব্দ কৰিলে বুজন পৰিমাণৰ ড্ৰাগছ
Assamese
কিডনী বিক্ৰী চক্ৰৰ মাষ্টাৰমাইণ্ড প্লাৱন বৰঠাকুৰক বিচাৰি চাৰি মাহ ধৰি চলিছিল অভিযান তামিলনাডুত আত্মগোপন কৰিও নাপালে ৰক্ষা
Assamese
দৰিদ্ৰ লোকৰ কিডনী বিক্ৰী কাণ্ডৰ মাষ্টাৰমাইণ্ড আৰক্ষীৰ জালত তামিলনাডুত লুকাই থকা প্লাৱন বৰঠাকুৰক গ্ৰেপ্তাৰ
Assamese
গুৱাহাটীৰ পাণ্ডুত চাঞ্চল্যকৰ ঘটনা ভাড়াঘৰত থকা ৯ বছৰীয়া কন্যাক যৌন নিৰ্যাতন
Assamese
মহানগৰ আৰক্ষীৰ জালত আন এক ড্ৰাগছ সৰবৰাহকাৰী এইবাৰ শান্তিপুৰত আৰক্ষীৰ অভিযান
Assamese
ইঞ্জিনীয়াৰতকৈও যেন ওপৰত গৰু চোৰৰ বুদ্ধি চোৰাং গৰু বেপাৰীৰ বুদ্ধি দেখি আৰক্ষীৰো চকু উঠিল কপালত
Assamese
এইবাৰ আৰক্ষীৰ জালত পৰিল মিঠাতেল চোৰ মূল্যবৃদ্ধিৰ প্ৰকোপত চোৰৰ টাৰ্গেট হৈছে মিঠাতেল
Assamese
মহানগৰীৰ তেতেলীয়াত ড্ৰাগছসহ আটক এজন যুৱক হোটেল ৰ সমীপত আটক
Assamese
নগাঁও চহৰত ব্লেডমেনৰ সন্ত্ৰাস নিশা হ লেই আন্ধাৰৰ সুযোগ লৈ ব্লেডেৰে আক্ৰমণ কৰে পথচাৰীক
Assamese
ৰাজ হাজৰিকা পৰিচয়েৰে হিন্দু যুৱতীক বিবাহ কৰাই এতিয়া চলাইছে অকথ্য নিৰ্যাতন কোন এই ৰফিউল হুছেইন
Assamese
সীমান্তত অব্যাহত আছে নগা দুৰ্বৃত্তৰ সন্ত্ৰাস অস্ত্ৰধাৰী দুৰ্বৃত্তই আনকি কাঢ়ি লৈ যায় পশুধনো
Assamese
বাক্সাৰ বাগানপাৰাৰ ধৰ্ষণহত্যাকাণ্ডৰ ঘটনাৰ তিনি অভিযুক্তক গ্ৰেপ্তাৰ আৰক্ষীৰ আৰক্ষীৰ জিম্মাত তিনিওকে মাৰাথন জেৰা
Assamese
ড্ৰাগছৰ জৰিয়তে উত্তৰপূবৰ যুৱ প্ৰজন্মক পংগু কৰাৰ ষড়যন্ত্ৰ বিদ্ৰোহী সংগঠনৰ আৰক্ষীৰ গুলীত আহত হকিনচন আছিল ৰ ডেপুটি কামাণ্ডেণ্ট আৰক্ষীৰ জেৰাত পোহৰলৈ আহিছে বহু চাঞ্চল্যকৰ তথ্য
Assamese
কাইলৈ পিছুৱাই দিয়া হৈছে কিং খানৰ পুত্ৰ আৰিয়ান খানৰ জামিন আৱেদনৰ শুনানি
Assamese
লংকাত ৰ অভিযানত ১০ লাখ টকাৰো অধিক মূল্যৰ হেৰ ইন জব্দ জালত পৰিল ড্ৰাগছ সৰবৰাহকাৰী
Assamese
ধৰ্ষণৰ চেষ্টা কৰি বিফল হোৱাৰ পিছতে যুৱতীক ছুৰীকাঘাত বিকৃত মানসিকতাৰ লম্পটক খুঁটাত বান্ধি উত্তমমধ্যম
Assamese
চাণক্য সঁচাকৈয়ে আছিলনে ডুমডুমাত অহং চাণক্যং বদামি
Assamese
জুবিনকো গীত গোৱাইছিল তেওঁ ৩০০ৰো অধিক গীতৰ স্ৰষ্টা ৪০ বছৰে শিল্প সাধনাত ব্ৰতী এইগৰাকী শিল্পীক জানেনে
Assamese
স্পাৰ্ক মিছ ইণ্ডিয়াৰ খিতাপ দখল নাৰায়ণপুৰৰ পৰিস্মিতাৰ
Assamese
কলকাতা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত যুটীয়াভাৱে শ্ৰেষ্ঠ ছবিৰ বঁটা সেউজীয়া সপোন আৰু কুহেলিকালৈ
Assamese
কাৰ্বি আংলঙৰ অঞ্জলিৰ শিৰত জিলিকিল স্পাৰ্ক টিন মিছ ইণ্ডিয়াৰ ব্ৰেণ্ড এম্বেছাদৰ খিতাপ
Assamese
৬ হাজাৰ শিল্পীয়ে সমস্বৰে গালে কিশোৰ কুমাৰৰ গীত
Assamese
কলকাতা আন্তঃৰাষ্ট্ৰীয় চুটি চলচ্চিত্ৰ মহোৎসৱত পাৰ্থজিৎ বৰুৱাৰ ব্ৰাছ ষ্ট্ৰ ক লৈ শ্ৰেষ্ঠ তথ্যচিত্ৰৰ সন্মান
Assamese
অপেক্ষাৰ অৱসান পৰ্দাত একেলগে পিতৃকন্যাৰ যুটি সুখবৰ ভাগ বতৰা কৰিলে চাৰাই
Assamese
বলীউদৰ প্ৰসিদ্ধ আৰ্ট ডাইৰেক্টৰ নীতিন দেশাই আৰু নাই নিজৰ ষ্টুডিঅত ৰহস্যজনক অৱস্থাত উদ্ধাৰ মৃতদেহ
Assamese
আজি তাপসী পান্নুৰ জন্মদিন ১০ বছৰৰ কেৰিয়াৰত অভিনেত্ৰীৰ পৰা চুপাৰষ্টাৰলৈ যাত্ৰা
Assamese
এলাহাবাদৰ জনপ্ৰিয় ধাৰাভাষ্যকাৰৰ পৰা ভাৰতৰ সৰ্বাধিক জনপ্ৰিয় অভিনেতা হিচাপে সমাদৃত হোৱা বিগ বি অমিতাভ বচ্চনৰ জীৱনসংগ্ৰামৰ বিষয়ে আপুনি জানেনে
Assamese
বাদশ্বাহ শ্বাহৰুখ খানে তেওঁৰ হিন্দু বিবাহ অনুষ্ঠানৰ বাবে সলনি কৰিছিল নিজৰ নাম
Assamese
বিয়াৰ তাৰিখ কেতিয়া প্ৰশ্ন শুনি লাজত ৰঙা পৰিল পৰিণীতি
Assamese
আজি ছবিগৃহত মুক্তি পালে ৰণবীৰআলিয়াৰ নতুন চলচ্চিত্ৰ
Assamese
অক্ষয়ৰ পৰা শিল্পাপ্ৰীতিলৈকে আপুনি এই বলীউড তাৰকাসকলৰ প্ৰকৃত নাম জানেনে
Assamese
মেঘৰ আঁৰে আঁৰে বৰষা পুনৰ ৰহস্যময় প্ৰকৃতিৰ মাজত বৰষাৰাণী বিষয়াই স্বামীৰ সৈতে কটালে সময় চাওক মনোৰম ফটো
Assamese
কাইলৈ মুক্তি পাব ৰণবীৰ আলিয়াৰ বহু প্ৰত্যাশিত চলচ্চিত্ৰ
Assamese
কৰ ৰূপে ১০ কোটি দি সৰ্বাধিক কৰ দিয়া অভিনেত্ৰী তেওঁ কেৰিয়াৰ আৰম্ভ হৈছিল কানাড়া চিনেমাত আজি বলীউডৰো মধ্যমণি
Assamese
মোহময়ী অভিনেত্ৰী পৰিণীতি আৰু ৰাঘৱৰ ৰাজকীয় বিয়াৰ অভ্যৰ্থনা পাৰ্টি ক ত হ ব
Assamese
মৰ্মান্তিক ৫ বছৰ ধৰি সন্তানক হেৰুওৱাৰ ভয় পুত্ৰৰ কৰ্কট ৰোগৰ বিষাদত দগ্ধ ইমৰান হাছমী
Assamese
নৱবিবাহিতা পত্নী ৰূপালীৰ সৈতে প্ৰথমবাৰৰ বাবে অসমত উপস্থিত জোঁৱাই আশীষ বিদ্যাৰ্থী
Assamese
অক্ষয় কুমাৰৰ বিৰুদ্ধে বিস্ফোৰক মন্তব্য অভিনেত্ৰী শান্তিপ্ৰিয়াৰ দীৰ্ঘদিনৰ পিছত ইক্কে পে ইক্কা ৰ সহ অভিনেত্ৰীৰ ভয়ংকৰ অভিযোগ
Assamese
বন্ধ ঘৰৰ পৰা পচা গোন্ধ ফ্লেটৰ পৰা উদ্ধাৰ অভিনেতাৰ মৃতদেহ
Assamese
মেলবৰ্ণৰ ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱলৈ মনোনীত ৰীমা দাসৰ
Assamese
কপিল শৰ্মাক লৈ বিস্ফোৰক মন্তব্য সুমনাৰ দীৰ্ঘদিনৰ পিছত কৈ দিলে সকলো
Assamese
আদিপুৰুষ ৰ ৰাম সীয়া ৰাম গীতত সুললিত কণ্ঠ নিগৰাই ছ চিয়েল মিডিয়াত চৰ্চিত অসমৰ এইগৰাকী যুৱতী চাওক ভিডিঅ
Assamese
বাদশ্বাহ শ্বাহৰুখ খানৰ সৈতে জৱান ছবিত দেখা পাব অসমৰ জনপ্ৰিয় অভিনেতা কেনি বসুমতাৰীক
Assamese
এইবাৰ অনন্য ৰূপত আইমী বৰুৱা সীতাৰ ৰূপ কিয় ধাৰণ কৰিলে অভিনেত্ৰীগৰাকীয়ে
Assamese
থ্ৰী পিচেছ অৱ লাইফ ৰাজ্য টেৰণৰ শেহতীয়া ছবিয়ে আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত পালে তিনিটাকৈ বঁটা
Assamese
পুনৰ মধুচন্দ্ৰিকাত নৱদম্পতী প্ৰকৃতিৰ কোলাত আশীষৰূপালীৰ একান্ত সময়
Assamese
জুমনক মনক আছেনে বিয়ানামৰ পিছত এইবাৰ জুমনৰ কণ্ঠত শুনক নাৰায়ণ চকুপানী ওলাব আপোনাৰ
Assamese
গোৱাত জিলিকিল অসম সত্ৰীয়াবিহুনৃত্য দেখিলে দেশৰ নৃত্যপ্ৰেমীয়ে
Assamese
মই তেওঁৰ সৈতে কেতিয়াও কাম নকৰো লগতে কৰীণাই ক লে তেওঁ এই আঘাত সহ্য কৰিব নোৱাৰে
Assamese
বিৰল ৰোগত আক্ৰান্ত হৈছে সামান্থা চিকিৎসাৰ বাবে কিমান খৰচ হ ব জানেনে
Assamese
শ্বাহৰুখৰ শোৱনি কোঠাটো দেখিবলৈ কেনেকুৱা মন্নত ৰ নেদেখা ছবিবোৰ আজি চাওক
Assamese
প্ৰতি মিনিটত ১ কোটি টকা ভাৰতৰ সৰ্বাধিক উপাৰ্জন কৰা অভিনেত্ৰী নেকি উৰ্বশী
Assamese
আৱাহন থিয়েটাৰৰ ৪৪ বছৰীয়া বৰ্ণিল যাত্ৰা এই বৰ্ষত দৰ্শকক কি উপহাৰ দিব আৱাহনে
Assamese
লেডী গাগাই বাৰে বাৰে না কৈছিল কিন্তু শ্বাহৰুখে শুনা নাই কিয় ইমান অনুৰোধ কিং খানৰ
Assamese
বালিৰ পৰ্বত হিচাপে বিশ্ব বিখ্যাত ত জুবিন গাৰ্গ আৰু জয়ন্ত কাকতি
Assamese
তেওঁ পৰ্দাত সদায় হাঁহিমুখীয়া আপুনি ৰণবীৰৰ জীৱনৰ ৰহস্যবোৰ জানেনে আপুনি বিশ্বাস কৰিব নোৱাৰিব
Assamese
চলমান কংগনাকো দিছে টক্কৰ এই অভিনেত্ৰীগৰাকীয়ে টিভিত প্ৰতিটো খণ্ডত কিমান টকা লয় জানেনে
Assamese
এটা ঘটনাত কেৰিয়াৰ ধ্বংসৰ দিশত আগবাঢ়িছিল কিন্তু তাৰ পিছতো কেনেকৈ প্ৰত্যাৱৰ্তন কৰি কোটি টকাৰ গৰাকী হ ল প্ৰীতি
Assamese
আদিপুৰুষক টক্কৰ দিবলৈ আহিব এইকেইখন চিনেমা এই সপ্তাহত মুক্তিলাভ কৰিব এই চাৰিখন ছবিয়ে
Assamese
এতিয়াৰে পৰা শিলচৰৰ দৰ্শকেও ল ব পৰিব চিনেমা হলত ছবিৰ আমেজ
Assamese
আনৰ ঘৰত দিনহাজিৰা কৰি পৰিয়াল চলাইছে ভ্ৰাম্যমাণৰ অভিনেতা দিলীপ তালুকদাৰে
Assamese
আত্মহত্যা নে হত্যা সুশান্তৰ মৃত্যুৰ ৰহস্য এতিয়াও ৰহস্যৰ আৱৰ্তত
Assamese
ধনকুবেৰেও হাৰ মানিব ভাৰতৰ আটাইতকৈ ধনী কমেডিয়ান গৰাকী কোন কপিল জনি বা ৰাজপাল নহয়
Assamese
নিশা ১২ বজাত হঠাৎ যোৰহাট ৰে ল ষ্টেচনত ঢোলপেঁপাৰ মাত
Assamese
শ্ৰীৰঘুপতি ৰ অভিলেখ অসমীয়া চলচ্চিত্ৰৰ এদিনত সৰ্বাধিক উপাৰ্জন দেওবাৰৰ দিনটোত
Assamese
তেওঁ পাকিস্তানৰ জোৱাই তেওঁক নাৰিকল দিয়ক ২২ বছৰৰ পাছতো তাৰা সিঙৰ একেই শৈলী একেই আন্দাজ
Assamese
বঙালী ৰীতিনীতিৰে ভাত মুখত দিলে বিপাশাৰ কন্যাক অন্নপ্ৰাসনত কি স্পৰ্শ কৰিলে দেৱীয়ে
Assamese
অৱশেষত ফাদিল হ ল ৰহস্য অভিনেত্ৰী ইলিয়ানা ডি ক্ৰুজৰ সন্তানৰ পিতৃৰ চেহেৰা প্ৰকাশ
Assamese
বয়োজ্যেষ্ঠসকলে কি অসুখী হৈ মৃত্যুবৰণ কৰিব লাগিব অভিনেতা আশিস বিদ্যাৰ্থীয়ে নেটিজেনক সুধিলে এই কথা
Assamese
ছচিয়েল মিডিয়াত আপলোড শ্ৰী ৰঘুপতি দৃশ্যাংশ তথাকথিত ইউটিউবাৰৰ বিৰুদ্ধে এজাহাৰ দাখিল ছবিখনৰ প্ৰযোজকৰ
Assamese
চাৰাই কেনে ধৰণৰ জীৱন সংগী বিচাৰে বিয়াৰ কথা মুকলিকৈ কওতেই সামাজিক মাধ্যমত হাহাকাৰ
Assamese
বিয়াৰ হোৱা মাত্ৰ ৫ মাহ হৈছে সুখবৰ দি তীব্ৰ সমালোচনাৰ সন্মুখীন স্বৰা ভাস্কৰ
Assamese
১০ দিন ধৰি খবৰ নাই পৰীমণিৰ সৈতে যোগাযোগ নাই নায়িকাৰ পঞ্চম স্বামী ক ত আছিল
Assamese
কাকডোঙাৰ ৰাজপথৰ দুয়োপাৰে সৰগ নমাইছে এজাৰে
Assamese
অভিনয় জগতখনে হেৰুৱালে শকুনি মামা খ্যাত অভিনেতা গুফি পেণ্টালক
Assamese
আজি মুক্তি পাব ৰবি শৰ্মা অভিনীত নতুন অসমীয়া চলচ্চিত্ৰ শ্ৰী ৰঘুপতি উচ্চ ন্যায়ালয়ে দিলে সেউজ সংকেত
Assamese
কি মায়াবী কণ্ঠ সোমবাৰৰ পৰা শনিবাৰলৈ স্কুল দেওবাৰে ককায়েকক লগত লৈ ৰাজপথত গীত গায় চেমিনাই
Assamese
শিলচৰৰ উদীয়মান শিল্পীৰ প্ৰথমখন ছবি বাপি অ বুবুন
Assamese
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত এজাক দল হৰিণাই দৃষ্টি আকৰ্ষণ কৰিছে পৰ্যটকৰ
Assamese
মুক্তি পালে জনপ্ৰিয় ৱেবচিৰিজ অসূৰ ৰ দ্বিতীয় চিজন জানক ক ত কেনেকৈ চাব
Assamese
দুচকুৰে যাদু কৰা প্ৰিয়া প্ৰকাশক মনত আছেনে আপোনাৰ প্ৰিয়া প্ৰকাশৰ নতুন খবৰ
Assamese
আজি ছবিগৃহলৈ নাহে ৰবি শৰ্মাৰ ৰঘুপতি কেতিয়ালৈ অপেক্ষা কৰিব লাগিব ছবিপ্ৰেমীয়ে
Assamese
কি হব আজি ছবিগৃহলৈ আহিবনে ৰবি শৰ্মাৰ ৰঘুপতি
Assamese
হঠাৎ শ্ৰী ৰঘুপতি ক লৈ ন্যায়ালয়ৰ নিষেধাজ্ঞা কিয় কাইলৈ মুক্তি পাবনে বহুচৰ্চিত ছবিখন অভিনেতা ৰবি শৰ্মাই এই সন্দৰ্ভত কি ক লে
Assamese
ৰবি শৰ্মাৰ নতুন অসমীয়া চলচ্চিত্ৰ শ্ৰী ৰঘুপতি ৰ মুক্তিত অনিদিষ্টকাললৈ নিষেধাজ্ঞা ন্যায়ালয়ৰ কিয় এই ৰায় দিলে আদালতে
Assamese
সিদ্ধান্তটো খুবেই যন্ত্ৰণাদায়ক আছিল দ্বিতীয় বিবাহৰ পিছত হঠাৎ কি হ ল আশীষ বিদ্যাৰ্থীৰ
Assamese
মনোজ গগৈৰ সান্নিধ্যত জীৱনৰ সন্ধান মাতৃৰ পৰা বিচ্ছিন্ন হৈ পৰা তিনিটা কেৰ্কেটুৱা পোৱালিৰ
Assamese
আপুনি ফটোখনত থকা শিশুটোক চিনাক্ত কৰিছে নেকি আজি তেওঁ এগৰাকী চুপাৰষ্টাৰ পত্নীও এগৰাকী শীৰ্ষ অভিনেত্ৰী
Assamese
দীপিকাকেটৰিনাআলিয়া নহয় এই অভিনেত্ৰী গৰাকী বলীউডৰ সৰ্বাধিক উপাৰ্জন কৰা অভিনেত্ৰী
Assamese
দক্ষিণ এছীয় চুটি ছবি মহোৎসৱলৈ নিৰ্বাচিত পাৰ্থ সাৰথি মহন্তৰ পৰিচালিতলাচিত দ্য ৱাৰিয়ৰ
Assamese
কোটি কোটি টকা খৰচ সাগৰৰ পাৰত সোণাক্ষীৰ বিলাসবহুল এপাৰ্টমেণ্ট চাওক ভিতৰৰ ফটো
Assamese